First views sir . আপোন মানুহ মা - দেউতা বাহিৰে কোনো নাই । কোন উৎসাহ আৰু প্ৰেৰণা দিয়া মানু কোনো নাই। কিন্তু আপোনাৰ video চাই উৎসাহ প্ৰেৰণা পাই থাকো ❤️।।।
Thank u so much Sir for your motivational speech.Sir you are doing a tremendous work for our Society.Sir I'm blessed and highly obliged.Your valuable thought and suggestions make me happy and motivate.I will evoke to Almighty that May God always keep you happy.
যেতিয়াই মনটো বেয়া লাগে TH-cam ত গৈ আপোনাৰ কথাবোৰ শুনো তাৰপাছত শান্তিৰে শুই যাব পাৰোঁ।।।।আপুনি মোৰ বাবে সুখ❤️অন্তৰৰ পৰা বহুত ধন্যবাদ আপোনাক🙏ভগৱানে কুশলে ৰাখক সদায় আপোনাক❤️🙏
একো নাই হৈ যায় ❤️।।। আজিৰ পৰা সকলো দুখ সুখ আদৰি লৈ আগুৱাই যাম 😊।।।। জীৱন জিন্দাবাদ 🙏
Nice
Right
😎... jibon jindabad
ধন্যবাদ sir আমাৰ কলেজ ত আহি আমাক অনুপ্ৰেৰণা দিয়া বাবে । আপোনাৰ কথাবোৰে আমাক বহুত সাহস দিয়ে । সেইদিনা আপোনাক ওচৰত লগ পাই বহুত ভাল লাগিল ❤️❤️
Chandan bhai
@@pritamkashyap8779 pritom 😊😊
তোমালোকৰ ভাগ্য কিন্ত দেই !!!!!
Moja
বঢ়িয়া
"একো নাই,হৈ যায়"।মনত ৰাখিম কথাষাৰ।
একো নাই😊
হৈ যায়।।
ধন্যবাদ Sir আমাৰ মহাবিদ্যালয়ত আহি আমাক বহুত ভাল ভাল কথাৰে অনুপ্ৰাণিত কৰা বাবে।।
😊😊😊😊
First views sir . আপোন মানুহ মা - দেউতা বাহিৰে কোনো নাই । কোন উৎসাহ আৰু প্ৰেৰণা দিয়া মানু কোনো নাই। কিন্তু আপোনাৰ video চাই উৎসাহ প্ৰেৰণা পাই থাকো ❤️।।।
Moi asu dada hisape...
Stay blessed
@@dipaksarma8334 nice
আজিৰ উক্ত বাক্যটি-
'একো নাই হৈ যায়' ❤ যেতিয়া জীৱনত কিবা অসুবিধা আহে তেতিয়া হতাশ নহবা । এটা হাঁহি মাৰি কবা 'একো নাই হৈ যায়' যি হয় ভালৰ কাৰণে হয়। 🙏
জীৱন জিন্দাবাদ✊
ছাৰ আপোনাৰ ভিডিঅ' টো চাই বহুত ভাল লাগিল ...আপোনাৰ বেছিভাগ ভিডিঅ'ৰ পৰা motivate হ'ব পৰা যায় ।আগলৈও এনেধৰণৰ video পাম বুলি আশা থাকিল ......
*All times favorite motivated vdeo...ধন্যবাদ দাদা*
ছাৰ আমাৰ মহাবিদ্যালয় ত আপোনাক লগ পায় বহুত বহুত ভাল লাগিল 🙏...,....
dada contact pm nki sr or
@@azizulazzu mur tat nai mane........parile beleg r pora aani dib sesta korim
Thank u so much Sir for your motivational speech.Sir you are doing a tremendous work for our Society.Sir I'm blessed and highly obliged.Your valuable thought and suggestions make me happy and motivate.I will evoke to Almighty that May God always keep you happy.
Speechless...
মই এনেকৈয় চলো "একো নাই হৈ যায়" ❤️
মোৰ জীৱনত জীয়াই থকাৰ বৃহৎ উৎস , মোৰ শ্ৰদ্ধাৰ মৰমৰ দীপক দা । ভগবানে আপোনাৰ মঙ্গল কৰক ।
মা দেউতাৰ পাছতে আন এক অন্যতম গুৰু আপুনি মোৰ বাবে ...জীৱনত বহুতো ঘাট প্ৰতিঘাট পাৰ কৰিছোঁ কিন্তু আপোনাৰ কথা খিনিয়ে আগ বাঢ়ি যোৱাত বহুত সহায় কৰিছে ... একো নাই হৈ যায় ☺️ আপোনাৰ দীঘায়ু কামনা কৰিলো চাৰ 🙏 ভালে থাকক সদায়🤗🤗
In The Last 7:55 minutes DipAk Da said his Common line . That he said oN every videos. 👍
Lots of love and respect to you sir❤️
দীপক দাৰ প্ৰায় Motivational Video মই চাওঁ আৰু বহুত দুখলগা পৰিেৱেশৰ পৰা নিজকে আতৰাই ৰাখিছোঁ । ধন্যবাদ দীপকদা ? আপোনাক লগ পোৱাৰ অশেষ আশা মনত জীয়াই ৰাখিছোঁ । মোৰ দুখেৰেভৰা জীৱনত আপোনাৰ Motivational Speech-ৰ হাজাৰ -বিজাৰ অৱদান আছে ।Thankyou Dipak da once again.
Prandeep log paam adin...stay blessed
Life is like riding a bicycle to keep your balance you must keep moving,,Love you,Sir🔥🔥❤️❤️
একো নাই হৈ যায় ❤️❤️
বাক্যটো বৰ ভাল লাগিল ❤️❤️
একো নাই, হৈ যায়, জীৱন চলি যায়।
সুন্দৰ ছাৰ আপুনি, আপোনাৰ কথাখিনি লগতে ছোৱালী কেইজনীয়ো।
It is the best video that I have seen on TH-cam....
It really encourage me ...
একো নাই হৈ যায়।
Khura Apunar video sai bahut bhal lagise anedare Sadai vedio bur Di thakiba
ভগৱানে আপোনাক কুশলে ৰাখক
তাৰে কামনা
কথা বোৰ ইমাম সৰু আৰু সহজ কৰি কৈ যায় কিন্তু দাদা বাস্তব জীবন ইমান সহজ নহয় । সংগ্রাম আৰু সংগ্রাম।
সচাকৈ একো নাই হৈ যায় ।।।।বহুত বহুত ধন্যবাদ ছাৰ
Sir আপোনাক জীৱনত এবাৰ লগ পাব বহুত মন আছে।
বহুত বহুত ধন্যবাদ ছাৰ আপোনাৰ কথাবোৰে বহুত শিকালে ছাৰ
একো নাই হৈ যায় । মনত ৰাখিম কথাষাৰ।❤❤❤ সকলো কথাই ভাল পাওঁ আপোনাৰ ।
Sir, আপোনাৰ কথাবোৰৰ পৰা বহুত প্ৰেৰণা পাওঁ।❤
মোৰো জীবনত কেবাটাও ঘটনা সংঘটিত হৈছিল। কিন্তু তেতিয়া মই খান্দি দিছিলো। আজিহে মই গম পাইছো আপোনাৰ কথাটো শুনি, সেয়েহে মই হো আজিৰ পৰা এনেকুৱা কিছুমান ঘটনা সংঘটিত হলে (একো নাই, হৈ যায় ) বুলি ক'ম।। 👍👍❤❤❤
Dhynobad sir.....apunr kothat ami bht perona Pau jibont agbahi jabola.......❤mnt bht kosto pale apunr vidio Sai mntu vll koribola sasta koru...vogobane apunk xodai vldora rakhok....☺
#ElearningwithAkib
It will inspire and motivate our young generation to fight in trouble Really amazing speech sir..
একো নাই হৈ যায়!😊🌸
বহুত বহুত ধন্যবাদ sir 🙏আপোনাৰ পৰা আমি বহু কথাই শিকিব parisu ...
many many thanks.You inspired everyone.You are so great.
Dada apunar video bur sai bhut vl lge 😊dukhr majt hukh knke bisari lb lge tke apuni hikai tar babe bhut bhut thank u dada😊😊
Apunar kotha bur asakoi bhout annondo pau. Karon jiyai thoka perona uporiu apun bur bastovt porinot hobo sir. Sir apuni great.
Love you sri ..apunar kotha hunile mur bohut sasex lagee ...Love from lakhimpur...
ছাৰ আপোনাৰ কথা বোৰে বহু অনুপ্ৰেৰণা যোগায়।।
THANKS DIPAK SIR APUNI KUA KOTHA AJIR PORA PALON KORIM. AKU NY HOI JAI JIBON JINDABAD 💖
🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻 Aku nai hoi jai sir. Bohut bohut vll lagil apunar kotha bur huni.
👌👌dipak.daa.2mar.kahinibor.bohut.val.laga.thaak.kiu
ধন্যবাদ ছাৰ আপোনাৰ video বোৰ চাই আপোনাৰ কথাবোৰ শুনি সচাই বহুত ভাল লাগে
খুব সুন্দৰ।আপোনাৰ কথাবোৰে বহুত সাহস দিয়ে😊
সচাই
একো নাই ,,,,, হৈ যায় 👍👍👍👍
Life2 a enekua sir, adin hukh adin dukh. Aku nai soli jai🥰 jibon zindabad
পুনৰ এক প্ৰেৰণাৰ পথেৰে 😊দীপক ছাৰৰ যুক্তিপূৰ্ণ কথাৰে :-
@Assamese Tags tqq for your replies 👌
@Assamese Tags also wlcm
@Assamese Tags sirk lag pabo mon asile ...... kthblk bht vl lage
@Assamese Tags sipajhar
Tqqq sir amar clgt ahar babe. Moi apunar video gotai bor saw, bhut val lage video bor sai aru kiba 1ta xikebo paru. ❤❤❤❤
Dada moi jibonor khola boma batot bht beya koi vangi goisu...apunar vdo tur pora alp holeu hahokh paisu
Sir kino kom apunar kotha aru. Jimanei hunu apunar kotha himanei Jen notun lage👍👍👍👍 purani huwar namei noloi...
বহোত ভাল লাগিল ভিডিওটো চাই, ধন্যবাদ দাদা।🌼🌼🙏🙏🙏🙏🙏🙏🙏🙏😊😊😊😊😊😊😊😊😊😊😊😊
Sir apunar motivation bahut val lege moi tansun aisil atya vabilo ako nai hoi jai love you sir
দিপক চাৰ আপোনাৰ video চাই বৰ মতিভেত হৈ যাওঁ ...বৰ ভাল লাগে
আপোনাৰ কথাৰে অনুপ্ৰেণিত হৈছো..মোৰ একে প্ৰবলেম sir....
মই পঢ়া মহাবিদ্যালয়খনত আপোনাক দেখি মনটো বহুত বহুত ভাল লাগিল।
Bhut dox kst asu bhut tnsnt sekarune apunar vedio bor sai asu sir Mnto alp val hy change hy jai tq sir anekowa vedio bor diya karune
Bhut val lage dai dada. Apunar kotha bur hunila jibont agbahibo parim
Aku nai hy jai😊.....
Bahut vl lgil Sir 🙏
Dipak dada ....apunr video ... xdai rati sai sai 2/3 baji ...emn a vl lge.....kbo nuaru mne....atia sai asuuu..
ধন্যবাদ sir আপুনি মোক বা আমাক এনেকুৱা ভাল ভাল কথা কৈ সঁচাই অনুপ্ৰাণিত কৰে. সেয়েহে sir আমি আপোনাৰ চৰণত শৰণলৈছো. LOVE YOU sir ❤️❤️💖💖
আপোনাৰ কথাবোৰে জীয়াই থকাৰ প্ৰেৰণা দিয়ে
আপোনাৰ কথাবোৰ বৰ প্ৰেৰণাদায়ক ৷ প্ৰতিটো ভিডিঅ ভাল লাগে ৷
Dada aponar katha bilak eman vl paw, aru xadai prerona paw.
ছাৰ মনটো ভাল লাগি যায় আপোনাৰ ভিডিঅবোৰ চাই ইমান সুন্দৰ লাগে
Sar apunar video bur sai bohut val lage aneku video bur dithakiba👍👏
Moi porhi aha clg khnt apunak anke dekha pai bhut bhut val lagil sir. 🙏🙏
Apunak log pabor bohut mon ase sir apunar kotha bore mon sui jai bohut val lage
Xosakoi sir bohut val lage apunar kothabor.
your valuable speach...all time favourite
Sir aponar kotha bor amar guahati University political science department jayanta sir nichina lage ,,kotha bor suni bhut Val lage
ধন্যবাদ ছাৰ অনুপ্রেৰণা দিয়াৰ বাবে 🙏🙏🙏
Dada Apunar video sai bohu bohu vl lge 💓...... I am bg fan 🙏
বহুত ভাল লাগিল চাৰ 👍
Khub dhunia katha koi aoooo.suni mr bht vl lage sir
আপোনাৰ প্ৰতিটো ভিডিঅ'ই মই বহুত সাহস পাওঁ।
ধন্যবাদ দাদা ❤️
ছাৰ,🙏বহুত আগৰে পৰা আপোনাৰ ভিডিও চাই বহুত বাৰ প্রেৰনা পাই আহিছোঁ। সিদিনা আপোনাক আমাৰ মহাবিদ্যালয় (কামৰূপ)ত লগ পাই নিজকে সৌভাগ্য মানিছোঁ ছাৰ,সঁচা অৰ্থত আপুনি এজন প্ৰেৰক ব্যক্তি।আশা কৰো আপুনি যাতে সদায় এনেকৈ থাকে,সহজ-সৰল...আৰু আমাক উৎসাহ দি যাব বুলি আশা কৰিলোঁ।
eku nai hoi jai..... video tu sai val lagil ...... thank you
Thanks for this line🙂🙏
Thank you sir for coming our college KC🙏🏻🙏🏻🙏🏻
বহুত প্ৰেৰণামূলক ভাষণ দিপক দা
মোৰ ভাললগা কামবোৰত মা-দেউতাৰ support নাই।কিন্তু আপোনাৰ কথাবোৰৰ পৰা বহুত সহায় হয়।পাহৰি যাওঁ সব।
Bohut buji palu .vll lagil dada
একো নাই হৈ যায়।ভাল লাগিল ছাৰ।
My favorite person 😍 Dipak sir...
ধন্যবাদ আপোনাৰ বহুমোলীয়া ভাষণৰ বাবে
একো নাই, হৈ যায়। মনত ৰাখিম🥰🥰🥰
Sri Apunar kotha bur bohuT val lage mur....
বহু অপেক্ষা অন্তত কালি লগ পাম ছাৰ,
মৰিগাঁও মহাবিদ্যালয়,
Bohut dhuniya lagise
Thank you so much sir🙏🙏🙏🙏
আপোনাক আমাৰ মহাবিদ্যালয়ত লগ পাই ভাল লাগিল।
Bohut val lagil sir ❤️❤️❤️❤️
Eko nai hoi jai💙 speechless
Bhut val lagil sir
Dhynno bad sir apuni amar cllgt ahi amak iman onuprerona joguwar babe....meetingt apunar kotha br xuni a thakibo mn jai asil...
Dada apunar video sai bahut val lage
Sir....💙💙💙
Vl lagil amar iyar Clg t dekhi
Ki college
@@pranjallahakar1432 kamrup college
Gyan motivator..👌👌👌❤️❤️
All times favorite sir 💕💕
Thanks ❤️❤️❤️❤️❤️
Ai kotha Khar ajir pora Monot Rakhim Sir
Supabb sir .. great salute 🙏