সৰ্পই দংশন কৰা এগৰাকী মহিলাৰ ভয়ঙ্কৰ অভিজ্ঞতাৰ বৰ্ণনা

แชร์
ฝัง
  • เผยแพร่เมื่อ 22 ต.ค. 2024

ความคิดเห็น • 17

  • @manalishagogoi8510
    @manalishagogoi8510 ปีที่แล้ว

    বাইদেউৰ সাহস ক শলাগিবলগীয়া বহুত ভাল লাগিল ছাৰ

  • @leenagoswami1281
    @leenagoswami1281 2 ปีที่แล้ว

    বাইদেউ জনী লৈ বহুত ধন্যবাদ থাকিল।

  • @ArchanaChutia-v8q
    @ArchanaChutia-v8q 2 ปีที่แล้ว +2

    বহুত সাহসী মহিলা । ভালে ৰাখক ভগৱানে

  • @gardeningwithlipika3537
    @gardeningwithlipika3537 2 ปีที่แล้ว +4

    ভাল অভিজ্ঞতা হ'ল ভিডিঅ'টো চাই। যে ভয় নকৰি সাহসেৰে যুঁজ দিব লাগে।

  • @babitatamuliborah7986
    @babitatamuliborah7986 2 ปีที่แล้ว +2

    সাহস কিন্তু মানিছো। আমাৰ দেখোন সাপ বুলি ক'লেই ভয়ত ভগৱন্ত পলাই।যি নহওঁক আপোনাৰ জীৱনৰ সাহসী পদক্ষেপৰ শলাগ লৈছোঁ।বৰ সুন্দৰ ভিডিঅ'‌❤️❤️❤️

  • @nirumonigayan3356
    @nirumonigayan3356 2 ปีที่แล้ว

    প্ৰথমেই আপোনাক ধন্যবাদ জনাইছোঁ,সাহসী বাইদেউ গৰাকীৰ লগত চিনাকি কৰাই দিয়াৰ বাবে,বাইদেউ গৰাকীৰ সাহসক চেলুট জনাইছোঁ

  • @mridulkumarrabha892
    @mridulkumarrabha892 2 ปีที่แล้ว

    She is very brave.

  • @rulisaikia6020
    @rulisaikia6020 2 ปีที่แล้ว +4

    নিজকে সুধিছো সাহস আছেনে মোৰ এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হবলৈ। মানিছো বাইদেউ আপোনাক। সাহসক শতকৌতি প্ৰনাম। আমিও চেষ্টা কৰিম পৰিস্থিতি সাপেক্ষে। কুশলে থাকক সদায়।🙏🏼💕💕

  • @Tiktok_gamer
    @Tiktok_gamer 2 ปีที่แล้ว

    মানিছো বাইদেউ আপোনাক

  • @manjularxadhukothaarukobit3697
    @manjularxadhukothaarukobit3697 2 ปีที่แล้ว +1

    আপোনাৰ সাহসক প্ৰণাম🙏🙏

  • @pompiborah2495
    @pompiborah2495 2 ปีที่แล้ว +1

    বহুত সাহসী মহিলা । সাপ দেখিলেই ভয় লাগে

  • @dipsikhagogoihazarika1211
    @dipsikhagogoihazarika1211 2 ปีที่แล้ว +3

    ইমান সাহসী নাৰী। ভগৱানে কুশলে ৰাখক। সুন্দৰ ভিডিঅ এটা উপহাৰ দিয়াৰ বাবে ধন্যবাদ জনালোঁ আপোনাক দাদা।

  • @chinmoy1839
    @chinmoy1839 2 ปีที่แล้ว +2

    বাইদেউ গৰাকীৰ সাহস সঁচাই মানিছো , সাপ দেখিলেই ভয় লাগে । অভিনন্দন বাইদেউ 💐💐
    দাদা অশেষ ধন্যবাদেৰে,,,, সুপ্ৰভাত💐