@@puranibihugitaপ্ৰথম মই আপলোড কৰি চিলো গীত টো, old puroni bihu gitor channel অত, মোৰ channel টো এতিয়া বন হৈ গল, nk production sitrk marile, nk production গীত 2 আপলোড কৰিছিলোঁ সেই কাৰণে strik মাৰিলে বহুত পুৰণি পুৰনি গীত আপলোড কৰা আছিলে,, এতিয়া নতুন কে খুলি থৈ চু এটা channel নাম একেটা দিয়া আছে গান আপলোড কৰা নাই
❤এৰি অহা সেই দিনবোৰলৈ মনত পৰিলে,,মন-চকু সকলো সেমেকি যায় অ",,,ক'ত নো হেৰোৱালো সেই সোনালী যোগ বোৰ
মোৰ বয়সৰ ২বছৰৰ পিছত গীতটো ওলাইছিল তথাপিতো গীতটি মই শুনিবলৈ পাইছিলো দেউতাই কেছেটত ঘৰত টেপৰ শুনাইছিল ❤❤❤
পুৰণি বিহু গীত বোৰ শুনি সঁচাই বহুত ভাল লাগে।
উঁম । ধন্যবাদ ।
Besri thoka Bihu geetbur punor huniboloi pai bohut anondito holo bohut bohut dhoinyabad❤❤❤❤❤
সুন্দৰ বিহু গীত
সৰুতে মামা ঘৰত হুনিছিলো
❤
সৰু তে সোন আকৌ অজী সোনীভাললাগীল
Very nice song
Nice
Art and music production channel টো ত আপলোড কৰিছিলে গীত,টো তাৰ চেনেল টো উৰি গল, আপুনি তেতিয়া you tube git আপলোড কৰাই নাছিলে
Ki hol atiya tur mote uploaded koribo nalagisel niki
@@bitu423অ হয় কৰিছিল , কিন্তু যোজনা নাছিল দেই ।
@@taichandangogoi269moi tuk hudhi su neki jujona asile nai buli ha
এতিয়াও আছে
@@manojswargam আকৌ আপলোড কৰিলে নেকি গীত টো
Ajjoi
❤❤❤
Faguni albamr bakigitkeita dibasun
এই গীত টো মই প্ৰথম আপলোড কৰিছিলোঁ you tube channelot, old puroni bihu gitor channel tut,atiy channel tu bon hoi gol
Kantoliya sorot kanor pani ulai ahibo toi ketiya disele
এইবোৰ গীত youtubeত বিচাৰি নাপাই হে Collectionত নামি পৰিছিলোঁ। কোনো youtube Channet পোৱা নাছিলোঁ।
@@puranibihugitaপ্ৰথম মই আপলোড কৰি চিলো গীত টো, old puroni bihu gitor channel অত, মোৰ channel টো এতিয়া বন হৈ গল, nk production sitrk marile, nk production গীত 2 আপলোড কৰিছিলোঁ সেই কাৰণে strik মাৰিলে বহুত পুৰণি পুৰনি গীত আপলোড কৰা আছিলে,, এতিয়া নতুন কে খুলি থৈ চু এটা channel নাম একেটা দিয়া আছে গান আপলোড কৰা নাই
@@zglover2805porthom porthom আপলোড kori silu
আৰু কি কি Upload দিয়া হৈছিল জনাবা চোন, list এখন দিবা । সেইবোৰ মই আকৌ Upload নিদো আৰু ।
Luitor balite tumar naam likhi rakhim bihu geet tu upload koribosun, aikhon cassette rei.
Palu palu, apunar channel otei palu. Luitor balite nohoy Brahmaputra r balite, horutei huna j pahori goisilu.
W