ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
এসময়ত এই গীতটো নিজে ঢোল বজাই নিজে বহু ত গালো । আজি বহু বছৰৰ মূৰত শুনি গা তো কিবা লাগি গ'ল । পুৰণি স্মৃতি ভাহি আহিল ❤❤❤
@@JaganathLalung-tx6xe হয় দেই, বৰ মনত পৰে সেই দিনবোৰলৈ ।
ভাল verson পুণৰ upload দিম।
Bohut val lagil.bohu dinor pora bisari asilu...
অশেষ ধন্যবাদ জনালোঁ ।
Moi jibonot xuna prothom bihu cassette. 5 years man boyokh asile mur. Gutei gan gita mukhostho korisilu. Aji youtube t pai bhal lagile.
@@coversongsmazikmaniadipank9952, গুৰুত্বপূৰ্ণ মন্তব্যৰ বাবে অশেষ ধন্যবাদ জনালোঁ.।
Purana Assamese Bihu geet block 🤲🤲🤲🤲🤲🤲🤲👍👍👍👍👍🏃🏃🏃🏃🌹🌹🌹🌹🌹🌹
Old is gold, হেৰাই যোৱা বিহুগীত
বহুত দিনৰ(প্ৰায় ৩০বছৰ)পৰা বিচাৰি ফুৰা গীতটো শুনিবলৈ পায় নথৈ আনন্দিত হৈছোঁ।
@@subhanchangmai5703 অশেষ ধন্যবাদ জনালোঁ ।
গাত লাগি জাই দেই।
উঁমহ্...
Hundor geet
Ajjoi
Sowonsiri bihu aru soanpokhili r rubul borah gotei gaan khini upload Kori dibosun please quickly dibosun please dibosun. Dipankar Borah. Golaghat. Duliagaon. Missamora.
Gaan upload korar babe bhohut dhanyabad disu.bor val lagil gaan tu suni aji. Dipankar Borah. Missamora.Duliagaon.
Wel come wel come.... তোমাৰ মূল্যবান commentএ মোক আৰু উৎসাহী কৰি তুলিছে।
আগৰ সেই গীত সমূহ কিবা এটা বেলেগ আছিল যিতু আজিকালি নাই
হয়, সেইটো মাদকতা এতিয়াৰ বিহুগীতত নাই।
Moi,aapunar bihu bilak bisari furu bohut val lagae.xadori cassator geet keita aasey jodi diboxun.
হয় আছে, Convertingৰ problems অলপ চলি আছে। বিহুৰ আগে আগে দিয়া হ'ব ছাগে, চেষ্টা কৰি আছোঁ ।
jape dim dusangot ei gaan tu diok sun
th-cam.com/video/cFc3eYfZZsU/w-d-xo.htmlfeature=shared
☝️☝️☝️জাপে দিম মই দিচাঙত...
Thank you. Sunpakhila keset tur mur jaan kolija geet tu dibo
চেষ্টা কৰিম।
এই এলবামখনতে তুমি দিয়া চিঠিখনিৰ উত্তৰে মই পোৱা নাই গীতটো আছে চাগে !
নাই।
তুমি দিয়া চিঠিখনিৰ... মই Upload দিমেই চিন্তা নকৰিবা, মোৰো প্ৰিয় তথা আগতে শুনা লগতে মই গোৱা।
@@puranibihugita এ.... ইমান দিনে লুকুৱাই ৰাখিছিল ☺️☺️☺️☺️☺️ !!!
বৰ্তমান নাই মোৰ লগত, collection কৰিমেই তাৰ পাছত দিম বুলি কৈছোঁ।বুজিলা....
এই বিহুগীতটোৰ প্ৰথম কলিটো তেনেকৈ আছিল জানো ?
দাদা sound quality আৰু অলপমান ভাল কৰি আকৌ আপলোড দিব নেকি... পাৰিলে দিবচোন। কিয়নো এইবোৰ গীত আৰু কেতিয়াও নাপাওঁ যে। ধন্যবাদ
@@dhrubajyotigogoi518, উঁম, দিম বুলি ভাবি আছো । Quality ঠিক কৰিলোৱেই, দিব হে পৰা নাই ।

☝️☝️☝️
জাপে দিম মই দিচাঙত...
Thank you. Sunpakhila keset tur mur jaan kolija geet tu dibo
চেষ্টা কৰিম।
এই এলবামখনতে তুমি দিয়া চিঠিখনিৰ উত্তৰে মই পোৱা নাই গীতটো আছে চাগে !
নাই।
তুমি দিয়া চিঠিখনিৰ... মই Upload দিমেই চিন্তা নকৰিবা, মোৰো প্ৰিয় তথা আগতে শুনা লগতে মই গোৱা।
@@puranibihugita এ.... ইমান দিনে লুকুৱাই ৰাখিছিল ☺️☺️☺️☺️☺️ !!!
বৰ্তমান নাই মোৰ লগত, collection কৰিমেই তাৰ পাছত দিম বুলি কৈছোঁ।
বুজিলা....