মিঞা শব্দ ত্যাগ কৰিলে হিমন্ত বিশ্ব শৰ্মাই
ฝัง
- เผยแพร่เมื่อ 13 ก.ย. 2024
- মিঞা শব্দ ত্যাগ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। কাইলৈৰ পৰা মুখ্যমন্ত্ৰীৰ মুখত শুনিবলৈ নাপাব মিঞা শব্দ। সদনত ঘোষণা কৰিলে খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে।
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx
এজন সুবিধাবাদী চৰিত্ৰৰ মুখ্যমন্ত্ৰী, খিলঞ্জীয়া অসমীয়া সকলো জাতি জনগোষ্ঠীয়ে এইজন নিচিনা সকলক চিনি থোৱা ভাল।
এখেতে চেগ বুজি ৰং সলায়, বিষাক্ত সাপ। সাৱধান ৰাইজ।
Yes bro
Baki bor ki kabo son bujai
ইমান BJP ক সমালোচনা কৰা, অলপ আখিলুদ্দিনকো কৰা, তেখেত টো মহান আত্মা, 2024 চনৰ মিঞা ৰ প্ৰেমত হাবু ডুবু খোৱা ছাহজাহান😅
Right 👍
Axomiya nam di kora miya comment....😂😂😂😂😂😂
সদনত জ্ঞানী মানুহৰ এইবিলাক আলোচনা।এটা নিম্ন মানসিকতাৰ আলোচনা।এইবিলাক সদনত উন্নয়নৰ আলোচনা?ছিঃ ছিঃ অসমৰ সংসদ।
ৰাতি সপোনত সংবিধান পঢ়িলে হবলা |
😂😂😂
পিছে সপোনবোৰ বেছি দিনলৈ মনত নাথাকে নহয়......তেৰাৰ পিছে কেইদিনলৈ মনত থাকে বা.....
এই জনে গোষ্ঠী সংঘৰ্ষ কৰাইহে এৰিব যেন পাওঁ
কিমান দূৰ সঁচা আপোনাৰ জিভাৰ কোনো গেৰান্তি নাই।
20 ta dol shong gothine president loi sithi likhise je..CM ye proman korile..Nijor podot koi mukhor kothai dangor nhy..
🤑🤑🤑 oxomiya koleo dexun Miya a kuwa jabo....maane oxo - miya 😝
Aru aponar kiba ase neki geranti ne warenti
Miya aru AssoMiya prai Akey.....Assomiya sakale puroni Dinor katha Smaran Kari Ass Ass koi thake....Aya Mor kotha nohoi....Syed Abdul Malik Sahabe kowa kotha.....Akhon Granthat Teo likhisil 😂😂😂😂
Right😂
আপোনাৰ চটোরালি রাইজে বুজি পায় cmডাঙৰীয়া। কি লাজ লগা কথা কয় এজন CM হৈ।
দোমোখিয়াই মোখ সলাইছে ৰাইজ
হিমন্ত বিশ্ব শৰ্মাৰ জিভা কেইডাল জানে নে ? হিমন্তৰ কথা কোনে বিশ্বাস কৰে । ৰাতিপূৱা এটা , দুপৰীয়া এটা , সন্ধিয়া এটা কেতিয়া কি কয় ।
এজন মুখ্যমন্ত্ৰী ৰ মুখত এনে কথা শোভা নাপায় ।নিজৰ মানদণ্ড নিজেই লাঘৱ কৰিছে ।
তৰ মুৰা মুখ্যমন্ত্ৰী জি কৰিছে ভালেই কৰী আছে অসমৰ মাতি প্ৰাই 70% মিয়াৰ দখলত গল তোমাৰ যদি ইমান দয়া লাগিছে মিয়াৰ প্ৰতি তুমি bangladesh গুচি যোৱা
HBS r wife r BRC company t kiman Mia manuhok Kam Kori ass apuni jany@@simantarabha8890
Miyak miya nokoi ki kobo lagey.
Maharaj, sir, your honour?????
@@khanjanchoudhury3441 ohh akou
@@simantarabha8890tohotor aibur acting r kaam nai hindu majority asu ami faltu hawa ulai nathak murkho hupw
মীঞা যদি সন্মানীয় কথা তেনেহলে মীঞা কিয় খেদিব বিচাৰিছে।
চকিখন যোৱাৰ ভয়ত।।
Leura gida axmia khini krne amr axmia support krile besie bipokhye mat mate
@@xtt_gamerrcm r bipokhe mat matile Miya hoi jay niki
100000000%
@@amnztube mc tur gat lgise nki kua krne hoie kukurr nisina puali jnmo dia mia.
@@amnztube তেন্ত মিঞাৰ বিৰুদ্ধে মাত মতা এজন বিৰোধী দেখাই দিয়া, অখিলুদ্দিন ৰ কথা কি কম তেখেত টো মহান আত্মা, 2024 চনত মিঞা ৰ প্ৰেমত হাবু দুবু খোৱা ছাহজাহান নহয় জানো ।
Mia mia kori মুছলমান নিৰ্যাতন কৰি আছে এতিয়া নাটক
Muslim ko nijaton korele hoi jodi Miya used nokorele hoi , Assamese muslim assamor ai kintu Miya bangadesh sor
আজমলে শপত খুৱালে নেকি আজি?
Ajmal perfume company ত মামীৰ share আছে!❤
Leura amr geda axmia khini krne support krisil bt leura khinie bipokhye matile
@@dewanyashinali9077Miya Maksudu kela...Geda😅😅😅
Upor pora call ahile sage . Karn Congress y cash diya babe sage ....
Miya Sivasagar r pora jab y lagib nhle beya hob ktha .....
ভূত ৰ মুখত ৰাম নাম আৰু উপ নিৰ্বাচনৰ কথা মনত পৰিলে নেকি
Iam muslim I respect To Rama
But Krishna was greater than Rama
@@julmatbhuyan1571Kune koise tuk ki baal bujabo khujisa toi.......!!
@@user-fr3uo9mu3s toi ki bal Jana ya pora Mahabharatar giyan mor asei
Julmat bhunya toi pagol holi. Ram aru krishna missa. Ramayan aru Mahabharat hol Mahakabya. Mahakaya t sab mone hoja kahini likha thake. kunu buanjir tathyo proman nethake.
মুখ্যমন্ত্ৰী জনে নিজকে পগলা কুকুৰ বূলি ঠিকেই কৈছিল। তেখেতৰ কথা বতৰা বিলাক তেনেকুৱা ই লাগিছে।
Election ahise natok solise😂
Right😂
Ekdom.
ধিঙ ৰ নিচিনা ঘটনা এটা যেতিয়া ঘৰত সংঘটিত হ'ব তেতিয়া গম পাবা এই ৰাজনীতি ৰ কিমান প্ৰয়োজন।
হে দেউ , আপোনি পৈনত শব্দৰ ব্যৱহাৰ কৰক ; যাতে ভৱিষ্যতত দুবাৰ এনে নহয়।
বহু দিন ৰ মূৰত বুজি পালে, এতিয়া
Vote ahel na bjp miya areat bjpt bohu miya manuhok Join korai asea apuni jane na ? 😂 Aibilak sob natok
FIR dise karone change hoise 😂😂
এই মুখ্যমন্ত্ৰী জনে ইমান কথা। লুতিয়াব পাৰে নহয় ।বিৰোধিয়ে যেতিয়া কেচ দিলে বুলি গম পালে তাৰ পিছত তেওঁ কথা বোৰ নৰম হৈছে।
Assamese ot ko...Axom hoi aikhon UP nohoi @Pitambhunia-v5t
Ghenta koribo paribo case di.......!! Miyak Miya nokoi ki sad Kobo Roja maharaja buli Kobo nki
নিচা কমিল ।প্ৰথমে গৰম পিচত নৰম।
🙏
😂
কালি কব বহিৰাগত মুছলমান সকলে অসমৰ মাটি কিনি নিলে কগজ পত্ৰ থকাৰ পাছত মিয়া বহিৰাগত হব লাগে লাজৰ কথা আৰু কি আছে
অসমৰ মুখ্যমন্ত্ৰীয়ে সদনত 'মিঞা' শব্দ আজিৰপৰা নক'ও বুলি মিঞাৰ আগত স্বীকাৰ কৰিলে । বৰ ডাঙৰ কথা হ'ল ।
সকলো তোমাৰ লীলা , তোমাৰ লীলা বুজাই বুজে ।তোমাৰ দিন উকলিল ।জনগন ইমান মূখ নহয় ।
মুখ্য মন্ত্ৰী আপোনাক ধন্যবাদ সংবিধান ৰক্ষা কৰা আপোনাৰ কৰ্তব্য এইতুয়েই গিয়ানি পৰিচয়
Podo teyagor pora basiboloi atiya mukhor mat xolaise
কলা আৰু বোবা মানুহৰ বাবে তেওঁ সদায় মহান
baideur mon bhal heikarone teu maaf kori dile aru teu hanti bisare ....
@@amnztubeKune podotyag korabo paribo Sharmak Bangladeshi miyar ekhini dom nai
মিঞাক সদায় মাঞাই কব অসমীয়া নকয়
এনে ধৰণৰ মানুহ CM পদ ত্যাগ কৰিব লাগে 🤬🤬
মানুহ জনৰ মাজত নাটকৰ সাগৰ
এই কথাতো দিগন্ত কলিতা পিযুশ হাজৰিকা,জয়ন্ত মল্ল বৰুৱা ৰ লগতে মানব ৰুপমে কিবা বুজি পালেনে ?
ধন্যবাদ আপোনালৈ
@@SatyajitGogoi-ft8wn চবে বুজি পালেও জয়ন্ত, পীযুষ সেই দুজন হিমন্তৰ ভৰি চেলেকা কেতিয়াও নুবুজে
আপোনাক চিনী পোৱালি টান আপুনি এজন ভেটী খোৱা চালবাজ আপুনি বামুন নহয় কাৰন আপুনি ও মীয়া
এইয়াকে কয় ৰাজনীতি
মুখ্যমন্ত্ৰী মহোদয়ে মিঞাক ভয় কৰে।
সদনত হিন্দু -মুছলীম এইবোৰ বাৰু হৈ আছে অসমৰ মানুহে দেখিছে কিন্তু বজাৰত বস্তুৰ দাম বৃদ্ধি, ৰাইজৰ মুৰত থকা টেক্সৰ বোজা কমাবলৈ কিবা সিদ্ধান্ত গ্ৰহণ কৰিলেনে নাই ? খিলঞ্জীয়া মানুহৰ কথা যদি চিন্তা কৰে এইবোৰ কমাব লাগে।
নিৰ্লজ্য মুখ্য মন্ত্ৰী এইজন। পাগল
অসমত মিঞা ৰাজনীতি কৰি থকাতকৈ অসমৰ বহুতো সমস্যাৰ সমাধানৰ ওপৰত ৰাজনীতি কৰাতো ভাল।
100 %Right
কিমান ৰূপ সলাবি আৰু❤❤❤
The most talented, powerful, wise, clever , famous, and respectables chief Ministers of India in 2024, are Nitish Kumar of Bihar and Chandra Babu Naidu of Andhra Pradesh.Two of them are Indian King makers in 2024.❤❤
হাৰ মানিলী কিয়❤❤❤
BJP ৰ B টিম AIUDF ৰ ভোটত মিঞা হেঙাৰ হোৱাৰ ভয়ত মিঞা শব্দটো ঘূৰাই ললে মামাই 😊
@@IddnanAhmed O huye naaki ? Etiyahe ulal julungar mekuri....
Cm হৈ এনে কথা কোৱা শোবা নাপায়
মিঞা বিষেশ্য পদ-মিঞা-বাবু,মহাশয়,ভদ্ৰলোক
Ajon mukhyo mantri hoi iman pek pek karibo nalage 🤔🤔
সৰু ল'ৰা এটাই বেয়া শব্দ এটা কোৱাৰ কাৰণে বাপেকে কোবাবলৈ ধৰাত , "মই আজিৰ পৰা এই শব্দটো নকও নকও" বুলি ল'ৰাটোৱে কোৱাৰ লেখিয়া হৈছে। ই অতি দুৰ্ভাগ্যজনক কথা ।
এইজনা পূৱাএটা গধুলিএটা কোৱা লোক । তৰল মন্তব্য ।
Himanta sir apuni judi Miya sabda tu nokoi... Axom miyaland hoboi aru besi din nai...... Sir please assam bosabolui try korok apunar bahire kunu nai axom bosabolui 😢
ভয় খালে নেকি মিঞাক
পাভ লুটি মাৰিব বুলি ভাবিছিলোৱেই।
আমি অসমীয়া
আমি minority Muslim
আমি নহয় মিজ্ঞা
অসম+মীয়া= অসমীয়া
Sau + Diya = Saudiya
Cha + Miya = Chamiya
মিঞা শব্দ ব্যাবহাৰ নকৰিবলৈ লোৱা সিদ্ধান্ত ভাল হৈছে । লগতে অনাহক বিদ্বেষ ভাব পৰিত্যাগ কৰি ৰাজ্য খনৰ উন্নয়নত লাগক । ইতিমধ্যে মূখ্যমন্ত্ৰীৰ এইবোৰ কামৰ তীব্ৰ সমালোচনা ৰাষ্ট্ৰীয় পৰ্যায়ত ভীষণ ৰূপ লৈছে ।
মামাই মীয়া লৰা বুলিহে হেলিকপ্টাৰৰ উঠাইছিলে
झुकते वही है जो ज्ञानी होते है❤
CM शर्मा SIR दिल जीत लिया आपने❤❤❤❤
Gentlemen মিঞা শব্দৰ অৰ্থ ভদ্রলোক বুজিলে চাগে সেয়ে নকয়।
অসম জিমান কেইজন মন্ত্ৰী বিধায়ক আছে মিয়াঁ, মিয়াঁ কৰি থাকে বেছিদিন নাই এইকিটাইওঁ মিয়াঁ উপাধি পাব আৰু,,,,ৰাইজে কি কয়বা,,?
ভয় খালে নেকি
কব টো বহুত মন যায় কিন্তু জেলত থকাৰ ইচ্ছা মোৰ নাই সেই কাৰণে হে লিখিব নোৱাৰি।।।
সুন্দৰ ।
Mission complete
অসমত মিঞা, ঢাকেয়া , মৈমনচিঙা, বাংলাদেশী, চিলঠীয়া , ৰংপুৰীয়া, এনে বহুত নাম, ।
কিন্তু এই জনগোষ্ঠীটোৰ আছল নাম হৈছে বঙালী।
Correction..Bangladeshi not bangali...
Kharidpur, Dhaka,maimansingh all these are Regions of Bangladesh
ৰাজ নীতিটো হৈছে মিঞা আৰু হিন্দু মুছলমান ৷
Hindur karne "sarkar" nhoii nijor "jati" dangor❤
স্হিতি থাকিলে ভাল ৷
মাননীয় বদৰ উদ্দিন আজমল মহাশয়ে কৈছিল যে মিঞা নহলে অসমীয়া শব্দটো সম্পূৰ্ণ নহয়। তেন্তে সিহঁতক মিঞা বুলি ক'লে বেয়া পাব কিয় ?
Mia drama khon ses hol.
একেটা কথাকে এশ বাৰ কব নালাগে
Vote lagibo 26
ৰাজ্য পালে দম দিছে কাৰণে আৰু মিঞা নকয় ।
মামা তুমি হৈছা দুমুখিয়া সাপ.........situation বুজি ৰং chng kori thaka
এএয়া কথাত একাংখ চোবা খোবা মিয়া ভূল নাযাব
কিবা, চিনেমা চিনেমা লাগে অ....😢
Government hindu muslim সকলো ৰে কাৰণে ❤❤
Cm sir always right
বুলি ভাবিছিল।।।
জেলত যোৱাৰ ভয়ত মিয়া শব্দ নকয়।
এতিয়াই ফাটি গল।।।। পিছে লাজ লাগিল।।।। ইমাম নো লগ আছে নে ইয়াৰ।।
Good decision
Jada nahi cholega
মামা হাত দাঙিলে নেকি?
Bah bah dilu
কেলা বামুনৰ জাত
thanks
Eyar nisina mookhyamontry World. te nai
যিয়ে নৰকক ৰাজনীতি টো হৈছে হিন্দু মুছলমান
যিয়ে হওক মিয়া খেদিব লাগে।
Drama sobei Jane.... kintu sobei nokore.....mama you are......gone.....
মিয়া মিয়াই আৰু হদাই কম।।
মিয়া মানে বাংলাদেশী
Down to earth
MAMA MIYA NOKOBO.....pliz.............Ehot Gada hoi
Mama tumi jui
Good decision mama.
Holeu ji kribo bisarise amar akhomiya jatitu karne kribo bisarise..mama ❤️❤️
Korobar pora pressure pale babe rong bodlaise. Himonto pabho mas
কটাক্ষ করে বলতেন মহাশয় আমরা কি?বুঝি না।
🙈🙉🙊
শুভ লক্ষণ, ওপৰৰ ছৱি কেইটা মানি চলক @ মিথ্যাচাৰ এৰক 💯💯💯
Cm voi খাই নি মিয়া লৈ
মুছলমান ভাই এইবোর কথায় ভূলি না যায় !
কেলে গছত উঠাই গুৰিত কাটিছে নেকি নে ভয়ত কৈছে
উপনির্বাচন আহিছে রাইজে ভালো করে জানে।
নিলাজ হিমন্ত
CM Sir you are now a national leader in a such a great post it's a shame to here by calling in the name of caste
MIYA বুলি নোকব গেদা বুলি কব ।।।