ৰাগ-বিৰাগ IIRaag - Birag II

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ต.ค. 2024

ความคิดเห็น • 30

  • @rivaboruah1245
    @rivaboruah1245 ปีที่แล้ว +1

    সুন্দৰ কাহিনী ।খুব ভাল লাগিল।

  • @anupaxomiya1258
    @anupaxomiya1258 ปีที่แล้ว +1

    সুন্দৰ দৃশ্যায়ন। সঘন সমস্যাই জুমুৰিদি ধৰা পৰিয়াল কেন্দ্ৰীক কাহিনীভাগ চাই দৰ্শকৰ শাৰীত মুগ্ধ হৈছোঁ। মুদ্ৰাস্ফীতিৰ যুগত মধ্যবিত্ত শ্ৰেণীৰ উচ্চাভিলাষ আৰু নগৰীয়া সংস্কৃতিৰ লগত ফেৰ মাৰিব পৰা প্ৰত্যাহ্বানবোৰ স্পষ্ট হৈছে। ঘটনাৰ আঁ‌ত বিচাৰোতে ৰস এটাই আচ্ছাদিত কৰিলে। আচলতে এইবোৰ ঘটি থাকে। কিন্তু প্ৰতিবাদ কৰিবলৈ স্পষ্ট প্ৰতিবাদীৰ অভাৱ। কৰুণ স্বীকাৰোক্তিয়ে বিভূষিত কৰিলে। অভিনয় সকলোৰে নিপুণ হৈছে। সংগীত পৰিচালনা সুন্দৰ। best of luck . সীমাহীন আনন্দ প্ৰকাশ কৰিলোঁ।

  • @nikitaborah961
    @nikitaborah961 ปีที่แล้ว +1

    ভাল লাগিল কাহিনী টো। ধুনীয়া হৈছে ❤।

  • @lukudutta9962
    @lukudutta9962 ปีที่แล้ว +1

    বৰ ভাল লাগিল চাই 👌👌👌

  • @santanubaruah2649
    @santanubaruah2649 ปีที่แล้ว +1

    ৰাগ বিৰাগ চালো দেই ! ভাল লাগিল। সকলোৱে ভাল অভিনয় কৰিছে।

  • @AxomiaPakghor
    @AxomiaPakghor ปีที่แล้ว +1

    ভাল লাগিল দেই সুন্দৰ অভিনয় ।❤❤

  • @chinmoyjyotisarmah1217
    @chinmoyjyotisarmah1217 ปีที่แล้ว +1

    সুন্দৰ হৈছে ❤

  • @mrinal7388
    @mrinal7388 ปีที่แล้ว +1

    Dhunia....xundor message ata agg borhaisa....

  • @BakulBorah-g2d
    @BakulBorah-g2d ปีที่แล้ว +1

    সুন্দৰ ।👌👌

  • @rubulpatangia8158
    @rubulpatangia8158 ปีที่แล้ว +1

    ❤oti xundor

  • @Lkmusic443
    @Lkmusic443 ปีที่แล้ว +1

    Superb acting Gayatri 👐🥰...God bless you 🙏 keep it up 🤟🤟🤟

  • @JyotikaKeotJyotika
    @JyotikaKeotJyotika ปีที่แล้ว +1

    সুন্দৰ অভিনয়

  • @alishasaikia1523
    @alishasaikia1523 ปีที่แล้ว +1

    Each an everyone is excellent ❤️..... awesome 😍😍😍😍😍

  • @RohanSharma-re8of
    @RohanSharma-re8of ปีที่แล้ว +1

    Wow nice ❤️

  • @mamudeka1246
    @mamudeka1246 ปีที่แล้ว +1

    Bohut val lagise

  • @munnasichoudhari1678
    @munnasichoudhari1678 ปีที่แล้ว

    সুন্দৰ উপস্থাপন ❤❤❤

  • @madhumitagupta7050
    @madhumitagupta7050 ปีที่แล้ว +1

    Bohut val lagil. 👍🏻👍🏻

  • @akadebkharka2903
    @akadebkharka2903 ปีที่แล้ว +1

    ভাল লাগিল

  • @HIROKZGMANIA
    @HIROKZGMANIA ปีที่แล้ว +1

    ❤❤❤

  • @BabakanSaikia
    @BabakanSaikia ปีที่แล้ว +1

    Borhia

  • @mukulgoswami5119
    @mukulgoswami5119 ปีที่แล้ว +1

    সমাজক সাবধান কৰি দিয়া চিত্তাকৰ্ষক চুটিছবি। এনে লাগিছিল যেন আৰু অলপ দীঘল হোৱা হেতেন!!
    চাৰিত্ৰিক বৈপৰীত্য ই বহুু নোকোৱা কথা কৈছে। দক্ষ অভিনেতা অভিনেত্ৰীৰ পৰা
    মনে বিছৰা অভিনয় পৰিচালকে উলিয়াই ল'ব পাৰিলে।
    ১০০শতাংশ মনোগ্ৰাহী…
    তিনিটা কথা সকলোৱে বুজিলে…জিলিকিলে সোন নহয়।
    মনে মনে থকা মানেই অসত্য গ্ৰহণ কৰা নুবুজায়।
    পৰিশীলিত জীৱন ধাৰাই মানুহক সাহসী কৰে।
    Excellent ❤

    • @ntacinema
      @ntacinema  ปีที่แล้ว +1

      বাঃকি মন্তব্য আপোনাৰ! ইমান সুক্ষ্ম দৃষ্টিৰে উপভোগ কৰি প্ৰকৃত অৰ্থ বুজাই দিছে৷ অশেষ ধন্যবাদ আপোনাক!

  • @debabratasharma4539
    @debabratasharma4539 ปีที่แล้ว +2

    বৰ ভাল লাগিল । সুন্দৰ কাহিনী , মুগ্ধকৰ চিত্ৰ্নাট্য , দক্ষ অভিনয় , কাৰিকৰী দিশ উন্নত সৰ্বাংগ সুন্দৰ এখন উপভোগ্য চুটি চলচিত্ৰ ।

  • @dadulborkakoti2857
    @dadulborkakoti2857 ปีที่แล้ว +1

    Nice

  • @prasantakumarborah4053
    @prasantakumarborah4053 ปีที่แล้ว +1

    ভাল লাগিল !

  • @NayanMoniDas-r7r
    @NayanMoniDas-r7r ปีที่แล้ว +2

    Sorry beya napabo .apunar lora nububou pare .kinto maikik xonman koribo janibo lage

  • @NayanMoniDas-r7r
    @NayanMoniDas-r7r ปีที่แล้ว +1

    Apunare lora .swalik khela buli vabe

  • @dibyasingha5305
    @dibyasingha5305 ปีที่แล้ว +1

    ❤❤❤❤