পল-অনুপল II অসমীয়া চুটি ছবি II PAL ANUPAL II Asaamese short film

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.ย. 2024
  • সুহৃদ দৰ্শক আৰু আমাৰ শুভাকাংক্ষী সকলৰ মৰম আৰু আশীৰ্বাদ লাভ কৰি আমি নিউজট্ৰেকে একবছৰ অতিক্ৰম কৰিলোঁ !
    এটি বছৰত ৰাইজৰ আশীৰ্বাদত আমি অবিৰতভাৱে নিতৌ নতুন নতুন কাহিনীৰে চুটি ছবি বনাই ৰাইজৰ মনোৰঞ্জনৰ বাবে আমাৰ চেনেল যোগে প্ৰচাৰ কৰি আহিছোঁ !
    সিমিত সা-সৰঞ্জামৰে ছবিবোৰ বনাও! সঠিক নোহোৱাটো স্বাভাবিক !
    মাথোঁ এটি নাট্য ধাৰা অব্যাহত ৰখাৰ চেষ্টা কৰিছোঁ ৷
    সৃষ্টি হল অভিনেতা অভিনেত্ৰী! সৃষ্টি হল নাট্যকাৰ !
    অন্তত কেমেৰাৰ সন্মুখত কথা কোৱাৰ ভয় আতৰিল আমাৰ নবাগত সকলৰ! আমাৰ এইয়া আছিল প্ৰধান লক্ষ্য ৷
    #assamesefilm #assamesemovies #assameseshortfilm #assameseshortmovie #lumixg85

ความคิดเห็น • 31

  • @swapnalisaikia1326
    @swapnalisaikia1326 ปีที่แล้ว +6

    Bhut Val lagil❤

  • @ronjubegum7745
    @ronjubegum7745 ปีที่แล้ว +1

    Nice ♥️♥️♥️

  • @mukulgoswami5119
    @mukulgoswami5119 ปีที่แล้ว +1

    অতিজৰ পৰা শাহু বোৱাৰীৰ সম্পৰ্ক এইদৰেই তিতা মিঠা পল অনুপলৰ মাজৰে চলি আহিছে।
    সৰু নৈমিত্তিক ঘটনা এটিক
    পৰিচালক অভিনেতাই অতি সুন্দৰ কৰি দেখুৱাইছে। অভিনয় যেন লগাই নাই!।সময় আহি আছে এদিন অসমৰ ৰাইজে পুৰা চিনেমা পাব।
    শুভেচ্ছা থাকিল

    • @ntacinema
      @ntacinema  ปีที่แล้ว

      ধন্যবাদ Sir

  • @ranjitachakraborty7997
    @ranjitachakraborty7997 ปีที่แล้ว +2

    বঢ়িয়া।বৰ ভাল লাগিল।বিশেষকৈ আইজনী বৌৰ অভিনয়

  • @rivaboruah1245
    @rivaboruah1245 ปีที่แล้ว +2

    খুব ভাল লাগিল। সকলোৰে অভিনয় অতি সুন্দৰ হৈছে।

  • @debabratasharma4539
    @debabratasharma4539 ปีที่แล้ว +2

    বৰ ভাল্ল লাগিল । সুন্দৰ হৈছে ।

  • @anupaxomiya1258
    @anupaxomiya1258 ปีที่แล้ว +4

    পল অনুপলৰ আৱহ সংগীত ভাল! দৃশ্যবোৰ ভাল! আইজনী মেডামৰ চিঞৰ বাখৰ ভাল! ৰক্তিমৰ শালীনতা ভাল! বনত ঠাইসৰাটোও ভাল! টেপৰ পানী আতুৰ ধনীক সমাজ থকাটো ভাল! বোৱাৰী গৰাকী মৰমলগা বহুত ভাল! অৱশ্যে গিৰিয়েক এইটো সেইটো কোৱা নাৰী আজি নথকা নহয়! বোৱাৰীক দমন কৰা নাৰী থকাটোও হয়! ওৰণি লৈ দেউতাক সন্মান কৰা বোৱাৰী নগন্য আজিকালি ! নিচাগ্ৰস্ততাক দূৰ কৰিবলৈ প্ৰয়াস কৰা কাহিনীটোক সন্মান জনাইছোঁ। নাৰীৰ কুটিল প্ৰায়শ্চিত্তই চুই গ'ল। সুন্দৰ উপহাৰ। ভাল!

    • @ntacinema
      @ntacinema  ปีที่แล้ว

      অশেষ ধন্যবাদ মৰমৰ অনুপ অসমীয়া!

  • @khagendutta3646
    @khagendutta3646 10 วันที่ผ่านมา +2

    Bhaĺabhànay 26:12

  • @prasantakumarborah4053
    @prasantakumarborah4053 ปีที่แล้ว +1

    ❤ধুনীয়া😊

  • @bijitkumarbharali3530
    @bijitkumarbharali3530 ปีที่แล้ว +3

    সুন্দৰ ছবি

  • @alishasaikia1523
    @alishasaikia1523 ปีที่แล้ว +1

    Each an everyone is amazing ❤️

  • @rubulpatangia8158
    @rubulpatangia8158 ปีที่แล้ว +1

    ❤ xundor

  • @danishbhuyan9874
    @danishbhuyan9874 ปีที่แล้ว +1

    Khub val lagil.❤❤

  • @vedicastrologyassam555
    @vedicastrologyassam555 ปีที่แล้ว +2

    Bor val lagil .বোৱাৰীও তো কাৰোবাৰ জীয়ৰী !নিজৰ ঘৰখনৰ লগতে পিতৃ মাতৃক ত্যাগ কৰি স্বামীৰ ঘৰখন নিজৰ কৰি লোৱাতোৱেই বোৱাৰীৰ দোষ?অৱশ্যে এয়া শাহু আইৰ ৮ম পতি মংগলৰ দশাৰ অশুভ প্ৰভাৱৰ ফলত অষ্টিভঙ্গৰ যোগ।

  • @bhupenbaruah404
    @bhupenbaruah404 ปีที่แล้ว +1

    সুন্দৰ হৈছে।

  • @user-do3qz7qg6s
    @user-do3qz7qg6s ปีที่แล้ว +1

    সুন্দৰ হৈছে

  • @ranabora.2477
    @ranabora.2477 ปีที่แล้ว +1

    Buwarir acting bor Val hoise.
    xokolu acting perfect hoise.
    Welcome.

  • @udi748
    @udi748 ปีที่แล้ว +1

    Oti xundor

  • @animabora4105
    @animabora4105 ปีที่แล้ว +1

    খুব ভাল লাগিল, প্ৰশান্ত বৰাৰ এটি সুন্দৰ প্ৰচেষ্টা ৰ শলাগ লৈছো ..লগতে শুভেচ্ছা থাকিল৷❤

  • @munnasichoudhari1678
    @munnasichoudhari1678 ปีที่แล้ว +1

    সুন্দৰ ❤

  • @BarbeesTezpur
    @BarbeesTezpur ปีที่แล้ว +1

    Moja

  • @AxomiaPakghor
    @AxomiaPakghor ปีที่แล้ว +1

    very nice.

  • @rubulpatangia8158
    @rubulpatangia8158 ปีที่แล้ว +1

    Very nice 👌

  • @mousumisharma4914
    @mousumisharma4914 ปีที่แล้ว +1

    Very nice

  • @PujaDevi-zd2od
    @PujaDevi-zd2od ปีที่แล้ว +1

  • @dibyasingha5305
    @dibyasingha5305 ปีที่แล้ว +1

    ❤❤❤❤

  • @bhupenbaruah404
    @bhupenbaruah404 ปีที่แล้ว +1

    সুন্দৰ হৈছে।

  • @chinmoyjyotisarmah1217
    @chinmoyjyotisarmah1217 ปีที่แล้ว +1

    Very nice