এজন অনাঁতাৰ শিল্পীৰ কিছু মনোমোহা টোকাৰী গীত। তেওঁ স্বৰচিত টোকাৰী/দিহানাম ।।। ASSAMESE TUKARI GEET ।।

แชร์
ฝัง
  • เผยแพร่เมื่อ 9 ม.ค. 2025

ความคิดเห็น • 43

  • @jayantachetia4488
    @jayantachetia4488 ปีที่แล้ว +2

    অতি সুন্দৰ আগলৈ আৰু আমাক ভগৱন্তৰ অমিয়া ৰস প্রান কৰিবলৈ দিৱ ধণ্যবাদ ।

  • @Balamurali8039
    @Balamurali8039 2 ปีที่แล้ว +1

    সুন্দৰ মনোমোহা টৌকাৰী গীতটো সছাকৈ বহুতো ভাল‌লাগিছে ধন্যবাদ

  • @pradipgogoi3182
    @pradipgogoi3182 2 ปีที่แล้ว +1

    সুন্দৰ বহুতো ভাল লাগিল কৃষ্ণ কৃষ্ণ।

  • @rupachetia9089
    @rupachetia9089 5 หลายเดือนก่อน

    বৰ সুন্দৰ লাগিল

  • @dipanjoliborthakur
    @dipanjoliborthakur 2 ปีที่แล้ว +3

    Hoi dia bohut dhuniya 👍🏾👍🏾🙏🙏

  • @nivagogoi5779
    @nivagogoi5779 2 ปีที่แล้ว +3

    বহুত ভাল লাগিল শুনি।আগলৈ আৰু শুনাৰ আশা ৰাখিলো। বহুত সুন্দৰ কণ্ঠ।

  • @junugogoi4458
    @junugogoi4458 2 ปีที่แล้ว +3

    বৰ ধুনীয়া কণ্ঠ 🙏

  • @susilsonowal7687
    @susilsonowal7687 2 ปีที่แล้ว +2

    বৰ সুন্দৰ কন্ঠ, ভগৱানে আপোনাক কুশলে ৰাখক ।

  • @rajaniborgohain7476
    @rajaniborgohain7476 2 ปีที่แล้ว +1

    অতি সুন্দৰ

  • @kirangogoi7118
    @kirangogoi7118 ปีที่แล้ว

    খুব সুন্দৰ

    • @ezonihumtsoe1687
      @ezonihumtsoe1687 7 หลายเดือนก่อน

      Krishna.hori.ram....😢😢😢😢krish na.ram..

    • @ezonihumtsoe1687
      @ezonihumtsoe1687 7 หลายเดือนก่อน

      Krishna.hori.ram....😢😢😢😢krish na.ram..

    • @ezonihumtsoe1687
      @ezonihumtsoe1687 7 หลายเดือนก่อน

      Krishna.hori.ram....😢😢😢😢krish na.ram..

  • @sushilchgogoi7458
    @sushilchgogoi7458 2 ปีที่แล้ว +4

    সুন্দৰ কণ্ঠ,ভগৱানে মংগল কৰক --!

  • @sabitriduttas9249
    @sabitriduttas9249 2 ปีที่แล้ว +2

    বহুত সুন্দৰ টোকাৰী গীত ভাল লাগিল শুনি।

    • @jintuduttainformation3449
      @jintuduttainformation3449  2 ปีที่แล้ว +1

      ধন্যবাদ । তেখেতৰ স্বৰচিত টোকাৰী গীতৰ ভিডিঅ আৰু দিম

  • @mrfirex10
    @mrfirex10 2 ปีที่แล้ว +4

    Bahut bhal lagil

  • @Supernova1212-v6w
    @Supernova1212-v6w 2 ปีที่แล้ว +4

    🥰🥰🥰🥰🥰🙏🙏🙏🙏🙏
    এইবোৰ গীত জীয়াই থাকিব লাগে

    • @jintuduttainformation3449
      @jintuduttainformation3449  2 ปีที่แล้ว

      বহুতো তেখেতৰ গীত আছে । আপোনালোকলৈ আগবঢ়ায় যাম

  • @RatulAhom
    @RatulAhom 2 ปีที่แล้ว +5

    বহুত বহুত ভাল লাগিলে 🙏🙏

  • @khirudkonwar3197
    @khirudkonwar3197 2 ปีที่แล้ว +2

    দেউতালৈ বহু বহু ধন্যবাদ জ্ঞাপন কৰিছো আশা কৰিছো অসমীয়া সংগীত জগতত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি কিন্তু আগতে তেখেতৰ টোকাৰীগীত শুনা নাচিলো শুনিবলৈ পাম বুলি ধনবাদেৰে

    • @jintuduttainformation3449
      @jintuduttainformation3449  2 ปีที่แล้ว

      নিশ্চয় তেখেতৰ আৰু টোকাৰী গীতৰ ভিডিঅ আগবঢ়াই যাবলৈ চেষ্টা কৰিম ।

  • @prasantaborah5229
    @prasantaborah5229 2 ปีที่แล้ว +2

    সুন্দৰ কন্ঠ ।বহুত ভাল লাগিল। আগলৈও এনেকুৱা টোকাৰী গীত বোৰ শুনিবলৈ পাম বুলি আশা কৰিলো। ধন্যবাদ

    • @jintuduttainformation3449
      @jintuduttainformation3449  2 ปีที่แล้ว

      নিশ্চয় , তেখেতৰ বহুতো স্বৰচিত টোকাৰী গীত আছে । আগলৈ তেখেতৰ ভিডিঅ আগবঢ়ায় যাম ।।।

  • @jadumoniboruah4804
    @jadumoniboruah4804 2 ปีที่แล้ว +1

    🙏

  • @akhilburagohain381
    @akhilburagohain381 2 ปีที่แล้ว +1

    Krishna Krishna Krishna

  • @koushikofficial7121
    @koushikofficial7121 2 ปีที่แล้ว +1

    সুন্দৰ ।কৃষ্ণ । আমাৰ চেনেলটি চাব বুলি আশা ৰাখিলো

  • @umeshhatimuria7525
    @umeshhatimuria7525 ปีที่แล้ว +1

    Gibon hitol lagi goisa

  • @muhiboruah2104
    @muhiboruah2104 2 ปีที่แล้ว +1

    নামটো জনাব তেখেতৰ ,আৰু ঘৰ

  • @mridulgogoi3102
    @mridulgogoi3102 ปีที่แล้ว

    🙏