উমাকান্ত বৈৰাগীৰ টোকাৰী গীত Umakanta Boiragir tukari geet হৰিনাম ল'বলৈ আহিছিলোঁ, ভক্তিমূলক গীত

แชร์
ฝัง
  • เผยแพร่เมื่อ 9 ม.ค. 2025

ความคิดเห็น • 13

  • @DimbeswarKochari
    @DimbeswarKochari 5 หลายเดือนก่อน +7

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @anantaborgohain3971
    @anantaborgohain3971 6 หลายเดือนก่อน +3

    কৃষ্ণ 🙏

  • @RohiniDas-ui7df
    @RohiniDas-ui7df 2 หลายเดือนก่อน +2

    ৰাম ৰা -আ -ম ।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 7 หลายเดือนก่อน +3

    টোকাৰী গীত শুনিবলৈ পালে মনতে বহু কথাই কয় কিন্তু এই গীতৰ গিটিকাৰ জনাৰ মৃত্যু হোৱা বুলি শুনি মনত টো বৰকৈ চিন্তিত কৰি তোলে,, তেখেতৰ গীত সমূহ আজিও আমাৰ মাজত শুনিবলৈ পালে মনতেদুখেৰে পূৰ হৈ পৰে,,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 7 หลายเดือนก่อน +3

    সুন্দৰ আছিল এই টোকাৰী গীত টো শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন অনুভৱ হয় মোৰ কিন্তু এই যে গীত গোৱা গায়ক জন ৰ মৃত্যু ত বহু তেই হেৰোৱালো আমি,, তেখেতৰ গীত শুনিবলৈ পালে খুবেই আশা কৰোঁ আৰু শুনিও ভাল লাগে কিন্তু মনুষ্য জীৱনতে এনে বোৰ ঘটে বৰকৈ চিন্তিত হৈ পৰোঁ বৰকৈ,

  • @JagotDehingia
    @JagotDehingia 4 หลายเดือนก่อน +2

    Jai shri krishna

  • @MonujGogoi-c8z
    @MonujGogoi-c8z 3 หลายเดือนก่อน +1

    Nice

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 7 หลายเดือนก่อน +3

    সুন্দৰ অতি সুন্দৰ আৰু সুমধুৰ হৈছে শুনিও ভাল লাগিল,,, টোকাৰী গীত শুনিলে শুনিয়েই থাকিবৰ মন যায় মোৰো বৰকৈ, এৰা কিন্তু এই ক্ষেত্রত মনটো শাঁত পৰি যায় মোৰো বৰকৈ কিন্তু আনন্দ ও পাওঁ বৰকৈ চিন্তিত কৰি তোলে সুখ দুখৰ কথাটো আহি পৰে,

  • @NabinKachari
    @NabinKachari 3 หลายเดือนก่อน +3

    হৰি হৰি ৰাম ৰাম বৰ সুন্দৰ কণ্ঠ তেখেতৰ টোকাৰী গীত শুনি বহুত ভাল লাগে। 🙏🙏🙏🙏

  • @Pahigogoi3329Pahi
    @Pahigogoi3329Pahi 4 หลายเดือนก่อน +5

    Joi,,kesno

  • @kalpanadevi8624
    @kalpanadevi8624 4 หลายเดือนก่อน +1

    ❤❤

  • @ProkhantaGogoi-zo2qc
    @ProkhantaGogoi-zo2qc 3 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ😂

  • @chandradharkakoti6238
    @chandradharkakoti6238 ปีที่แล้ว +3

    Sundar 🙏 Moi tekhetor tokari Geet sodai sunu 🙏🙏