ফুলকবিৰ লগত ৰৌ মাছৰ জোল, নুহুৰ লগত দুপৰীয়া এসাঁজ ।
ฝัง
- เผยแพร่เมื่อ 25 ส.ค. 2024
- We the villagers of Assam (India) live far away from cities and the madding crowd. Our lifestyle is very simple in a small village amidst the verdant of nature. The lushly green plants, the exotic flora and fauna, echo of the chirping of birds that mesmerize us. Apart from these, our village is rich in culture and tradition, cuisine that make our mouth run with water, the exotic weaving, ancient fishing system and harvesting of crops etc. Through this channel we would like to introduce our lifestlye to the world. Hope you will like the contents and bear us with all our mistakes.
We hope to grow and flourish with your love and support. Without your kind efforts and wishes, it would be a herculean task for us to march ahead.
with love from Amar Gaon
আমাৰ গাঁও channel টোৰ জৰিয়তে আমাৰ গাঁওৰ নিয়ম প্ৰণালী, লোক- সংস্কৃতি ,খেতি-বাতি , খাদ্য প্ৰণালী , জীৱন-ধাৰণ প্ৰণালী , উৎসৱ-পাৰ্বন, প্ৰাকৃতিক সৌন্দৰ্য , চৰাই চিৰিকটি , ঘৰচীয়া জীৱ জন্তু ইত্যাদি বিলাক দেখাবলৈ চেষ্টা কৰা হৈছে । আমাৰ অসমৰ ঠাই বিশেষে এই ক্ষেত্ৰত যিহেতু কিছুমান অমিল দেখিবলৈ পোৱা যায় গতিকে আমাৰ নিয়ম নীতি , উৎসৱ পাৰ্বন , নিয়ম প্ৰণালী , লোক- সংস্কৃতি ইত্যাদি ক্ষেত্ৰত কাৰোবাৰ লগত সাদৃশ্যতা নাথাকিবও পাৰে । আমাৰ channel টোৰ জৰিয়তে কাৰোবাৰ community বা society ক দুখ বা আঘাত দিব কেতিয়াও নিবিচাৰিম । তথাপিতো আমাৰ অজানিতে কিছুমান ভূল ভ্ৰান্তি হব পাৰে । গতিকে আমাৰ পথ পদৰ্শক হিচাপে আমাৰ কিবা ভূল ভ্ৰান্তি হলে আপোনালোকে আঙুলিয়াই দি শুধৰণি কৰি দিয়ে যেন ।
আপোনালোকৰ মৰম ,চেনেহ ,আশীৰ্বাদ বিচাৰি নতুন ভিদেও এটা দিবলৈ ওলাইছোঁ । আশা কৰোঁ আদৰি লব ।
মৰমেৰে "আমাৰ গাঁও"
Our Facebook link- / amargaon12
Our Instagram link- ...
Watch all my videos - / @amargaon3296
some other videos.....
* Nature gives us all everything- • প্ৰাচুৰ্যময় পাহাৰৰ বনৰ...
*The lifestyle of the people on the bank of our Disang river- • ম'হৰ এঠা দৈৰ সৈতে কোমল...
*A special fishing day- • ঠলুৱা মাছৰ আঞ্জা | A s...
*A beautiful day of the harvesting season to reap our golden paddy fields- • মাতে পকা ধানে ৰিঙীয়াই ...
#villagelifestyle
#villagecooking
#ethnicfood
#amargaon
#assam
th-cam.com/video/49yO_QKoi4o/w-d-xo.htmlsi=aBlNjNhQRz9yqCV0 plz visit our 2nd channel ,
Bor dhuniya lagise Maas or Aanja khn...💗
ধুনীয়া
Ai mah bidh amar pine septi kalai buli koi...khub moja lage aloo r logt vaji khai...phool kobi r julkon luvonio hoise..
Hosakoi bohut val lagile aru apunar hokolu bur recipe ye moi saw bohut vall lage
ফুলকবি আৰু লাইশাক শুকানকৈ আমাৰ নেপালী সম্প্ৰদায়ৰ মানুহে সংৰক্ষণ কৰা পদ্ধতিটো জানি ভাল লাগিল। ধুনীয়া ভি ডি অ'। কণমানিৰ মোহনীয়া কথা।
Eman dhuniya video sai se jatiya like atao di jaboson raij.
Baido apunar video Sai bohut bhal lage,asomiya culture,gaon aru khaido bur dekhi khub val lage.
ভাল লাগিল ভিডিঅ'টো চাই। কটাৰী দবুৱা মাহ মোৰ দেউতাৰ বৰ প্ৰিয় আছিল, মনত পৰি গ'ল তেওঁলৈ,,,,
👌👌👌❤️❤️❤️
🎉 nice. Thanks from andharpradesh nellore district. Meil.
Nice 😍😍😍😍😍😍😍
কটাৰী দবুৱা মাহ খাই মই বহুত ভাল পাওঁ। আজি কালি খাবলৈ নোপোৱাই হলোঁ। আজিৰ ভিদিও টো চাই ভাল লাগিল।লগতে নুহু লৈ বহুত বহুত মৰম।
অশেষ ধন্যবাদ, হয় আজিকালি প্ৰায় নাইকীয়া হৈ গৈছে এই মাহ বিধ ।
Bohut bhl lagise video tu sai
Mashor pis keta bor moja😊
ধুনীয়া বনাইছে বা,
Konmaniloi bohut morom❤❤❤❤❤from sivasagar
Dhuniya
সুন্দৰ😊
সুপ্ৰভাত। সুন্দৰ ❤
Bhut val lagil
আমি সেইটো মাহক উৰহী মাহ বুলি কও লখিমপুৰত 😮❤
Urohi nohoi kotari doba mahei hoi.okol guti he khabo pare.
এই বিধ দেখিবলৈ উৰহী মাহ ৰ দৰেই কিন্তু ই উৰহি নহয়, এই মাহৰ অকল গুটি টোহে খায়।।
Sundar vlog ❤
Anekoi heujiya heujiya poribekhor majot bonuwa vdo suwa moja blg
Vl lagil ❤
মাইনাক বহুত মৰম লাগে😘
Bohut Dhuniya Lagise ❤👌
Val lagil....sai.....❤❤
Gujarator pora ❤
বৰ সোৱাদ লগা হৈছে 😊
Mojja ❤baa
Very very nice ❤❤❤
mojja😊
So lovely 🌹🌹🌹🌹🌹
Nice video.. apunar loratu bohyt din videot dekha nai
Very nice video🎉🎉❤❤
Vall lagile sai ❤❤❤❤❤❤❤
These are precious scene of villages....one day your videos will be more precious than now.
আপোনাৰ সকলোবোৰ ভিডিও শলাগ লব লগীয়া কিন্তু background music ইমান ডাঙৰ volume অসহ্য লাগে background music ৰ sound টো কমাওক আৰু বেছি ভাল লাগিব
Val lagile sai.Baa aapuni bonowa proti to benjonei val lage😋😋😋❤❤❤
Thankyou so much 💕🙏
Moi o nepali sowali i love Gundrok 😊
👍👍👍👍💕💕💕💕
Gundruk is love ❤🤑
Lov❤ you. Nohu
Very tempting, colour is so nice should be very tasty
Thanks a lot
You are very welcome
Xsake o bhut besi xowad loga jen lagise.bor vl lgill ❤❤
সুন্দৰ
Beautiful
কটাৰী দবুৱা মাহ মোৰ বৰ প্ৰিয়।
Vl lgile baa video2 sai😍
Mojaaa
Hii baa ki khbr? ফুলকবিৰ সৈতে মাছ সুন্দৰ ৰেচেপি আৰু আমি এই মাহ বিধক উৰহী বুলি এ কয়। ভাজি খন কিন্তু দেখি খাব মন গল।।।।।
অতি সুন্দৰ 👌💕
Mur ghor guwahati t ami sepeti mah buli kow
😊😊❤❤ nuhu beti
❤❤❤
👍👍💕🙏🙏👌👌
নেপালী সকলৰ গুন্দুৰুক খাই বহুত ভাল পাওঁ
🙏🙏👍👍👍
কি হয় সেইটা
❤❤
Hi
Nepali manuh kotah huni val lagil .aru amiu hukai khu lai hak ,mula
😊❤
Baidew apunak kot log pam,moi naharkotiat thaku
❤ from me
❤❤❤❤
❤❤❤❤❤❤❤❤❤❤❤❤❤❤
👍👍🙏🙏
GOOD MORNING BA❤❤❤❤❤❤❤❤❤❤❤
Good morning 💕💕💕💕
Urohir naam je kotari dobua mag ajihe gom palu 😂
Enekoi bonabo bhallagy video bur koi koi bonale vhal nalagy Bou.
Nuhu maina ki khobor.kakaloi biskut rakhilane ? sob khai dila jen paisu .
🥰🥰🥰👍👍
কটাৰী ডবুৱা মাহ কি বস্তু নো l nalbari ফালে নাপায় চোন l খাব লোভ লাগিছে বহুত
এই বিধ দেখিবলৈ উৰহী মাহ ৰ দৰেই কিন্তু এই মাহৰ অকল গুটি টোহে খায়।।
🙋♀️🙋♀️🥬🥬🥦🥦
New supportr❤❤ hame bhi support kardena🙏🙏🙏