আহক মোৰ গাওঁৰ ঘৰখন চাওঁ ॥ এতিয়া এনেকেই আছো 🫶🏻॥ HOME TOUR 🫣

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024

ความคิดเห็น • 1.9K

  • @karabidutta1418
    @karabidutta1418 7 หลายเดือนก่อน +50

    মানুহ সুখী হ'বলৈ অট্টালিকা নালাগে। আপোন ঘৰখনতেই সুখ বিচাৰি পোৱা যায়। সদায় সুখত থাকা তুমি।

    • @dhirajdas50
      @dhirajdas50 2 หลายเดือนก่อน

      মানুহ সূখী হবলৈ ঘৰ নেলাগে কিন্তু গাড়ী লাগে নে কি 😂😂😂

    • @mridulborah4505
      @mridulborah4505 16 วันที่ผ่านมา

      তথাপি কিন্তু সকলোৱে পকা ঘৰ বিচাৰে । দুটকা ইনকাম কৰিলেই মানুহে পকা ঘৰ সাজে ৷

  • @Mindrefreshing1
    @Mindrefreshing1 6 หลายเดือนก่อน +29

    আপোনাৰ সহজ সৰলতাবোৰ দেখা পাই সঁচাই মনটো ভাল লাগি গল ।। ঘৰ খন পকাই হওঁক বা কেঁচাই হওঁক, নিজৰ ঘৰখন সদাই নিজৰ।। আপুনি আগবাঢ়ি যাওঁক, বহুত কৰিবলগীয়া আছে ।। ❤

  • @Low_key573
    @Low_key573 8 หลายเดือนก่อน +188

    চোতালত লাখ টকীয়া বাহন পৰি আছে, তথাপিও ঘৰ খন Traditional ।😌 বহুত ধুনীয়া লাগিছে ঘৰ খন😊❤️

    • @mintubora7998
      @mintubora7998 7 หลายเดือนก่อน +4

      Aikhon nijor ghor nhoi , kiyo Mane aibur.

    • @BipinSaikia-rl9sy
      @BipinSaikia-rl9sy 2 หลายเดือนก่อน

      ❤❤❤

  • @Mk_musical_show777
    @Mk_musical_show777 6 หลายเดือนก่อน +12

    ঘৰখন তেনেকুৱা এ নহযক কিয় ঘৰৰ মানুহবোৰৰ মাজত মৰম আৰু মিল থকাটোহে আচল কথা আৰু আপুনাৰ ঘৰখন চাবা চিজিল সেইবাবে বৰ ভাল লাগিছে ❤❤❤❤❤

  • @PolakhChangmai
    @PolakhChangmai 7 หลายเดือนก่อน +17

    গাহৰি মেইন 😅❤

  • @DipankarDhemajibuzz
    @DipankarDhemajibuzz 6 หลายเดือนก่อน +9

    সুন্দৰ এখন ঘৰ , গাৱঁলীয়া পৰিবেশৰ মাজত সদায় থাকো ভাল লাগে গাঁৱৰ জীৱন। কছু প্ৰিয় মোৰ❤

  • @khabard5311
    @khabard5311 8 หลายเดือนก่อน +105

    কেঁচা ঘৰ যদিওঁ বা য়ে ইমান ধুনীয়াকৈ বস্তু বাহিনী সজাই থৈছে বহুত ভাল লাগিছে..সুন্দৰ গাৱৰ পৰিৱেশ

    • @bikashhazarika4791
      @bikashhazarika4791 6 หลายเดือนก่อน

      😂😂gari kinib kot pale ghr tuhe kesa 😂

    • @93911
      @93911 4 หลายเดือนก่อน

      ​@@bikashhazarika4791turnu ki poka ghortu ase 3:46 r😂😂

  • @jaiaaiaxom9884
    @jaiaaiaxom9884 7 หลายเดือนก่อน +15

    গাাওঁৰ সুন্দৰ পৰিবেশ দেখি বহুত ভাল লাগিল । সদাই এনেদৰে সুখী হৈ থকা তাৰে কামনা কৰো চুম্পি 🙏🙏 বহুত মৰম যাছিলো কাশ্মীৰ পৰা । 🎉🎉

  • @travelingbitupanvlog4115
    @travelingbitupanvlog4115 8 หลายเดือนก่อน +253

    এনেকুৱা ঘৰ দেখিলে আমি অসমীয়া বুলি গৌৰব কৰিব পাৰোঁ...ডাঙৰ দামী ঘৰ বোৰ দেখাত হে ভাল শুৱনি হব লগা একো নাই..নাই তাত মৰম আছে, না তাত আদৰ আছে...বাঁহৰ কেঁচা ঘৰ খনত যিমান আদৰ সন্মান পোৱা যায় ৩০ লাখ টকীয়া ঘৰত পোৱা নাযায়।।।😊

    • @Bikiiiiiiiiiiiii
      @Bikiiiiiiiiiiiii 8 หลายเดือนก่อน +2

      Kiyo najai he

    • @rumihazarika5902
      @rumihazarika5902 5 หลายเดือนก่อน

      6:52

    • @DibakarDas-gu4pe
      @DibakarDas-gu4pe 4 หลายเดือนก่อน

      😮😮😮😮

    • @najiishaan_vlog
      @najiishaan_vlog 3 หลายเดือนก่อน

      Right ❤❤❤

    • @hiranyaeditisvlog2392
      @hiranyaeditisvlog2392 2 หลายเดือนก่อน

      Dhonia লগত ধুনীয়া ছোৱালীৰ গান বনাই দিলে ৰি মজা 👍🔥🔥🔥

  • @rupjyotidutta5739
    @rupjyotidutta5739 2 หลายเดือนก่อน +16

    ইমান পৰিপাটী, চাফ-চিকুণ ঘৰখন। মন ভৰি গ'ল❤

  • @poriaxom6847
    @poriaxom6847 8 หลายเดือนก่อน +97

    ভাল লাগে এনেকুৱা পৰিবেশ বিলাক ! শান্তি লাগে গাওঁৰ কেঁচা ঘৰ ,ডাঙৰ চোতাল, লগতে গঁড়াল, ভৰাল, শাকনি, ফুলনী এডৰা দেখি ! উস ৰাম কি যে---- মজা---- বাহিৰৰ পাকঘৰৰ চৌকা , মজাই বেলেগ...!

    • @najiishaan_vlog
      @najiishaan_vlog 3 หลายเดือนก่อน

      Right ❤❤

    • @mridulborah4505
      @mridulborah4505 16 วันที่ผ่านมา

      এইবোৰ কথা এনেয়ে ক’বলৈহে ভাল । কিন্তু কোনেও কেচা ঘৰত থাকিব নিবিচাৰে ৷

  • @pintubarzo448
    @pintubarzo448 7 หลายเดือนก่อน +7

    Apunar normal life ajihe dekhisu.. ki khundor aru ki dhuniya poribekh.. Nohole tu Beharbari t dekha jen bohut bhoyanok buli bhabisilu.

  • @Vishal-f4f
    @Vishal-f4f 8 หลายเดือนก่อน +86

    Kesa ghor is best, Kesa ghorote
    Khati Axomiya feel tu ahe😊😊😊😊😊😊😊😊😊

  • @KumudSaikia-cq5pm
    @KumudSaikia-cq5pm 7 หลายเดือนก่อน +3

    তোমালোকৰ গাঁও খন বহুত ধুনীয়া । তোমাৰ ঘৰতো সুন্দৰকৈ সজাই ৰাখিছা।

  • @himusgamingvlogs2082
    @himusgamingvlogs2082 7 หลายเดือนก่อน +30

    সঁচাকৈয়ে অতি ভাল লগা পৰিবেশ । এজন গাঁৱলীয়া হিচাপে এনে পৰিবেশ ভাল পাওঁ ও গৌৰৱ অনুভব কৰো । শান্তিৰ পৰিবেশ ।

    • @2focus342
      @2focus342 7 หลายเดือนก่อน

      Share subscribe comment NJS academy channel

  • @romenboruah5733
    @romenboruah5733 7 หลายเดือนก่อน +4

    Bohut dhunia ghor, bohut systematic, bohut bhal lagise

  • @pompidutta4326
    @pompidutta4326 8 หลายเดือนก่อน +64

    বৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত তোমালোকৰ গাওঁ খন ঘৰতো বৰ ভাল লাগিল কেঁচা যদিও ❤❤

  • @D.J.Tamuli
    @D.J.Tamuli หลายเดือนก่อน +2

    Apunar Ghor khon dekhi hanti lagi gol.. really 😊 apuni aguai jauk. God bless you 🙏😊

  • @gopalkrishnadas3754
    @gopalkrishnadas3754 8 หลายเดือนก่อน +94

    বহুত ভাল লাগিল ৷ঘৰ অট্টালিকা নালাগে মনতোহে ডাঙৰ হ’ব লাগে ৷❤❤

  • @sunitkalita84
    @sunitkalita84 2 หลายเดือนก่อน +2

    Vonti tumar eikhon gaon ne resort !!! Eman e well maintained... Mur birate goi kine sabole mon goise ... Its beautiful 🥰🥰 Love from Guwahati 😇

  • @moitrayeedas5109
    @moitrayeedas5109 8 หลายเดือนก่อน +14

    বা আপোনাৰ ঘৰ খন বহুত ধুনীয়া আৰু ইমান চাফ-চিকুন কৈ ৰাখিছে । আৰু ফুলনি বাগিছা খন বহুত ধুনীয়া লাগিছে বা । এনে ও গাওঁলীয়া পৰিৱেশ বোৰ ভালেই লগে🥰 !! .....Love from chhaygaon❤.....

  • @b2s339
    @b2s339 6 หลายเดือนก่อน +3

    ধুনীয়া পৰিৱেশ, বাকী গাহৰিটো বৰ মজা বনাইছে😋

  • @nabanitasaikia8749
    @nabanitasaikia8749 8 หลายเดือนก่อน +21

    বহুত দিনৰ পাছত দেখিলো ❤ ভাল লাগিল video to , বেহাৰ বাৰিলৈ সোনকালেই আহা.. তোমালোকক বহুত miss কৰিছো❤❤

  • @himashreekalita652
    @himashreekalita652 16 วันที่ผ่านมา +1

    Xundar gaonliya poribexh.....mon sui gol❤

  • @chiranjibbordolai6332
    @chiranjibbordolai6332 8 หลายเดือนก่อน +8

    আপোনাৰ ঘৰখন চাই ভাল লাগিল বহুত neat and clean

  • @anuragsharmaeducator
    @anuragsharmaeducator 2 หลายเดือนก่อน +1

    Ghor tu birat cozy aru comfortable dekhun. Khub dhuniya! ❤

  • @22nabajyoti
    @22nabajyoti 8 หลายเดือนก่อน +9

    সকলোৱে কৈছে...মইও কওঁ সঁচাকৈ বৰ মনোমোহা পৰিবেশ এটা..সুন্দৰ ঘৰ এখন ❤

  • @jimpeedevigogoi9383
    @jimpeedevigogoi9383 7 หลายเดือนก่อน +1

    Kesa ghor jodiu eman dhunia k rakhisa.ghor2 dekhi bohut bohut dhunia lagise ru mur anekuwa ghort thaki bohut vl lage

  • @dipanwitasarma6353
    @dipanwitasarma6353 8 หลายเดือนก่อน +50

    এক শান্তিৰ পৰিবেশ। স্বৰ্গীয় সুখ।

  • @PurnimaDihingia-s5u
    @PurnimaDihingia-s5u 15 วันที่ผ่านมา +1

    Apunar ghrt jab mon goise sumki ba birat val lagise

  • @lakhichayavlog7519
    @lakhichayavlog7519 8 หลายเดือนก่อน +12

    ভাল লাগিল সুন্দৰ পৰিবেশ ।বেহৰ বাৰী আউট পষ্ট সদায় চাও তোমাৰ অভিনয় বিৰাট ভাল লাগে ।❤️❤️

  • @hridaychoudhury5981
    @hridaychoudhury5981 7 หลายเดือนก่อน +1

    বহুত ধুনীয়া পৰিবেশ, সোনকালে বিদুৰভাই চাবলৈ ৰৈ আছো |

  • @HappyHazarika-go7fc
    @HappyHazarika-go7fc 7 หลายเดือนก่อน +4

    বিউটি বা তোমাক এদিন দেখিছিলো । কিন্তু তোমাক মতিবলেই নাপালোঁ । সোমাই গলা গে। মন টো বহুত বেয়া লাগিলে ।

  • @lopamudrakowshik8690
    @lopamudrakowshik8690 6 หลายเดือนก่อน +1

    Ghortu bohut bhal lagil. Iman poripatikoi thoise.

  • @sumanborthakur3515
    @sumanborthakur3515 8 หลายเดือนก่อน +6

    বহুত ধুনীয়া লাগিছে সৰু কালটো মনত পৰি গ'ল। বহুত বহুত ধুনীয়া

  • @dimbeswarsaharia4278
    @dimbeswarsaharia4278 7 หลายเดือนก่อน +2

    গাওলীয়া পৰিবেশ সঁচাই মনোমোহা ❤

  • @pratibhabaruah7780
    @pratibhabaruah7780 8 หลายเดือนก่อน +33

    বহুত সুন্দৰ পৰিবেশ 🙏। এই পৰিবেশতেই অধিক শান্তি 👍

  • @tikendrajitdutta3143
    @tikendrajitdutta3143 2 หลายเดือนก่อน +1

    Val lagil apunar gharar....Environment tu....

  • @dhunhimashree
    @dhunhimashree 8 หลายเดือนก่อน +11

    বা মই বাৰু বহুত সৰু তথাপিও মই ভাবো যে যিটো সুখ আমি গাঁৱৰ ঘৰত পাওঁ সেইটো সুখ কোনো অট্টালিকাই দিব নোৱাৰে ❤ আৰু সুখ টো মেইন যদি তুমি এনেকৈ থাকিও সুখত আছা তেন্তে অট্টালিকাৰ কি প্ৰয়োজন কোৱা 😊 যদি তোমাৰ তাত অট্টালিকা আছে সুখ নাই তেতিয়া কি হব কোৱা। Love from darrang magaldoi lakshmipur ❤ সদায় এনেকৈয়ে সুখী হোৱা বা ভগৱানে তোমাক সদায় যেন সুখত ৰাখে

  • @nayanjittalukdar5080
    @nayanjittalukdar5080 7 หลายเดือนก่อน +1

    বহুত ধুনীয়া আপোনাৰ ঘৰৰ পৰিবেশ। পকী ঘৰত কৈ সুন্দৰ আৰু পৰিস্কাৰ।

  • @subarnaborphukan2207
    @subarnaborphukan2207 8 หลายเดือนก่อน +69

    Apunak ekebare nijor ba dore lage ❤

    • @ChumkiBora
      @ChumkiBora 8 หลายเดือนก่อน +8

      Abar usoror pora log pua

    • @SaraswatiKalita-x7p
      @SaraswatiKalita-x7p 3 หลายเดือนก่อน

      ​❤@@ChumkiBora

    • @mr.anonymous6144
      @mr.anonymous6144 2 หลายเดือนก่อน

      Kio ki hoi nu​@@ChumkiBora

  • @parthadutta3160
    @parthadutta3160 7 หลายเดือนก่อน +1

    Bohut dhunia lagise gaonor poribekh

  • @shyamnushyamnu3318
    @shyamnushyamnu3318 8 หลายเดือนก่อน +5

    Val lagil aapunar video 2 sai. Attalika nhleo bhut hundrkoi rakhise ghar2 aru foolni barikhon.Gaon r pribekh tenekuwai,bhut hundr,ata nijan niribili pribekh.. Kasu tarkari bnua dekhi khabloihe mon goise, Ba. 😋🌹👌

  • @leenabordoloi8045
    @leenabordoloi8045 2 หลายเดือนก่อน +1

    Enekoi kiya koise ghor tu eman cute laghise.eman dhuniya koi phool kari rakhise bor morom laghise.

  • @SangitaPachani-e6w
    @SangitaPachani-e6w 8 หลายเดือนก่อน +7

    ভাল লাগিল চাই।ভালে থাকা চুমকি। তোমাৰ অভিনয়, নৃত্য সব ভাল পাওঁ।

  • @leenabordoloi8045
    @leenabordoloi8045 6 หลายเดือนก่อน +1

    Kiman dhuniya aru bhal laghise tomar ghor khon dekhi.moi o kesa ghor ekhon banam buli bhabisu.bharal tu o eman bhal laghise ki kom.oti dhuniya.

  • @pratibhabaruah7780
    @pratibhabaruah7780 8 หลายเดือนก่อน +85

    বহুত সুন্দৰ পৰিবেশ 🙏। এই ‌পৰিবশতেই অধিক শান্তি

    • @romenmili6323
      @romenmili6323 7 หลายเดือนก่อน

      Moza bai tks y❤.

  • @ruhihiya2947
    @ruhihiya2947 7 หลายเดือนก่อน +1

    ইমান ধুনীয়া ঘৰ আৰু প্ৰাকৃতিক সৌন্দৰ্য্য অতি ধুনীয়া ।

  • @pompydevi769
    @pompydevi769 8 หลายเดือนก่อน +5

    Bohut xundor ghor . Aru ba tumi behabarit aha bakoli

  • @chittaranjandeka1984
    @chittaranjandeka1984 7 หลายเดือนก่อน +1

    সুন্দৰ প্ৰাকৃতিক গাৱলীয়া পৰিবেশ

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 8 หลายเดือนก่อน +7

    বিউটি, বহুত ধুনীয়া লাগিল❤️❤️❤️❤️❤️❤️❤️👌

  • @jibongogoi6940
    @jibongogoi6940 7 หลายเดือนก่อน +1

    গাঁৱৰ পৰিৱেশ ই ধুনীয়া l ডাঙৰ এখন চোতালৰ সৈতে ভৰাল গোহালি, গৰাল, এখন ধুনীয়া ফুলনি থকা যিকোনো ঘৰৰ পৰিৱেশ ই বেলেগ l বাইলুং ৰ ঘৰ খনত তেনে পৰিৱেশ ই আছে l ভাল্ লাগিল l

  • @overpower000official5
    @overpower000official5 8 หลายเดือนก่อน +27

    Your papa is hero 👌তেওঁক ভগৱানে কোখলে ৰাখক 🙏

  • @TileswariTanti-z8e
    @TileswariTanti-z8e 7 หลายเดือนก่อน +1

    অট্টালিকাতকৈ বেছি ধুনীয়া লাগিছে 👌👌

  • @hopunbastob598
    @hopunbastob598 8 หลายเดือนก่อน +9

    বহু ধুনীয়া ফুল আছে ঘৰটো পাকা নহলে বহুত ধুনীয়াকে থৈছা।
    বহুত ধুনীয়া ❤baa❤❤❤❤

  • @parthajitborah674
    @parthajitborah674 7 หลายเดือนก่อน +1

    Bohut val lagil anakua poribakh ha val laga attalika amar Krna ai khon a

  • @BobitaHazarika-w1z
    @BobitaHazarika-w1z 8 หลายเดือนก่อน +6

    বিউতি বা তুমাৰ ঘৰখন ইমান ধুনীয়া ❤❤❤❤❤❤❤❤

  • @MitaliTalukdar-l4n
    @MitaliTalukdar-l4n 7 หลายเดือนก่อน +1

    Bahar ghr hleo ghror votar khn bohut dhunia lgise,dhuniakoi xjai parai rakhise

  • @mayabinihandique708
    @mayabinihandique708 8 หลายเดือนก่อน +4

    অ বিউটি তোমাৰ অভিনয় বৰ ভাল লাগে তোমাক লগ পাবলে বৰ মন আছে

  • @GautamDey-y8v
    @GautamDey-y8v 21 วันที่ผ่านมา +1

    ভাল লাগিছে। গাঁওখন বৰ ধুনিয়া।

  • @parulborgohain8511
    @parulborgohain8511 8 หลายเดือนก่อน +6

    বহুত ধুনীয়া ঘৰৰ পৰিৱেশ ।ভাল লাগিল ।

  • @BinitaDeka-u1i
    @BinitaDeka-u1i 7 หลายเดือนก่อน +1

    মাটিৰ ঘৰ যদিও বৰ ধুনীয়া,, ইমান সুন্দৰ পৰিপাটিকৈ সজাই ৰাখিছা,,বৰ ভাল লাগিছে,,

  • @SangitaPachani-e6w
    @SangitaPachani-e6w 8 หลายเดือนก่อน +4

    তোমাৰ ঘৰৰ পৰিবেশ বৰ ধুনীয়া।

  • @bidyutbikashcreation6274
    @bidyutbikashcreation6274 7 หลายเดือนก่อน +1

    বা তোমাৰ লগতে তোমাৰ ঘৰ খন আৰু পৰেশটোও অতি মনোমোহা , ভাল লাগিল ।❤️ from Golaghat.

  • @rimashreedas3197
    @rimashreedas3197 8 หลายเดือนก่อน +7

    Baa bohut morom tumaloi ❤❤❤❤❤

  • @jharnarupa5408
    @jharnarupa5408 หลายเดือนก่อน +1

    ❤❤❤ bohut val lage apunar kotha bur

  • @Karabibhuyan-cy2nq
    @Karabibhuyan-cy2nq 6 หลายเดือนก่อน +4

    তোমাক বহুত ভাল লাগে

  • @putalimahanta6878
    @putalimahanta6878 7 หลายเดือนก่อน

    কেচা হলেও বৰ ধুনীয়া । বৰ পৰিপাটিকৈ ৰাখিছা । দেখি বৰ ভাল লাগিল । তোমালৈ শুভকমনা থাকিল।

  • @pulingogoi2485
    @pulingogoi2485 8 หลายเดือนก่อน +4

    গাহৰি মেইন সুন্দৰ 👌

  • @mamonidutta6607
    @mamonidutta6607 4 หลายเดือนก่อน +1

    এনেকুৱা ঘৰ বোৰৰ চুকে কোণে যেন নিভাজ মৰম চেনেহ বোৰ থুপ খাই থাকে।
    বৰ ভাল লাগিল 🎉❤

  • @GautamDa-j2b
    @GautamDa-j2b 8 หลายเดือนก่อน +5

    Ba apunar video sai bohut val lage❤❤

  • @RanjanBorah-u2p
    @RanjanBorah-u2p 23 วันที่ผ่านมา +1

    Ghor tu bohut vaal lgsay

  • @dannydaimary7885
    @dannydaimary7885 8 หลายเดือนก่อน +4

    ভাল লাগে আপোনাৰ video বোৰ চাই

  • @kongkisentertainment8274
    @kongkisentertainment8274 7 หลายเดือนก่อน +1

    Bohut bohut bohut vl lgise ghr khnr xoite poribex2❤

  • @monuj9513
    @monuj9513 20 วันที่ผ่านมา +13

    Tumar video sau,coment koru like koru .kintu tumi ketiyau reply nokora.jidina reply kora whatsap facebook sobote status logam .😢

    • @officialsumkikachari
      @officialsumkikachari  20 วันที่ผ่านมา

      Logai diya ❤️

    • @monuj9513
      @monuj9513 20 วันที่ผ่านมา +1

      @@officialsumkikachari aji tumi muk reply korisa? Thanks thanks thanks thanks

  • @sukanyadevibora6928
    @sukanyadevibora6928 วันที่ผ่านมา

    সুন্দৰ ,আটোমটোকাৰীকৈ সজোৱা এখন ঘৰ

  • @Pinkibora_
    @Pinkibora_ 8 หลายเดือนก่อน +9

    Ba room tu bohut dhuniyake hojaise❤❤❤❤

  • @সংস্থাপন-ঠ৮য
    @সংস্থাপন-ঠ৮য 7 หลายเดือนก่อน

    খুৱ সুন্দৰ পৰিৱেশ ❤❤❤ সুখী হৱলৈ মানুহক ওট্টালিকা নালাগে। 😊সুখী থাকা তাৰেই কামনা ❤❤❤😊

  • @mitalidutta5508
    @mitalidutta5508 8 หลายเดือนก่อน +6

    Love from gulaghat ❤ ba tmk bht val lage ❤ketiya ba log pua akha thakil ❤❤❤

  • @mydreams8997
    @mydreams8997 2 หลายเดือนก่อน +1

    Dhuniya ❤ kot ghor apunar

  • @kasturiBorman
    @kasturiBorman 8 หลายเดือนก่อน +4

    Baa apunar ghr golaghat Kun thait

  • @afiyabegum9366
    @afiyabegum9366 7 หลายเดือนก่อน +1

    Aji tumalukor ghor dekhilu dei. Maa barandat bohi asil.. Tumalukr ghr ghiladhari dolong khonor usrot no❤

  • @nituldas8088
    @nituldas8088 6 หลายเดือนก่อน +8

    Bailung dosti.....khaboloi jaam......

    • @SrideepkonwarSrideepkonwar
      @SrideepkonwarSrideepkonwar หลายเดือนก่อน

      😊🎉😂😢😮😅❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @sureshzg8962
    @sureshzg8962 7 หลายเดือนก่อน +1

    বাকলি... ধুনীয়া পৰিৱেশ 🥰

  • @apurbadas1929
    @apurbadas1929 8 หลายเดือนก่อน +5

    Lot's Of Love bailung dsoti ❤️❤️❤️

  • @mainulhoque8231
    @mainulhoque8231 7 หลายเดือนก่อน +1

    আপোনাৰ পৰিৱেশৰ সুবিধাবোৰ মোৰ আটাইতকৈ ভাল লাগে।😊

  • @rdxgohainassam
    @rdxgohainassam 8 หลายเดือนก่อน +4

    Hundor fuloni bari...

  • @sangitabordoloi5648
    @sangitabordoloi5648 วันที่ผ่านมา +1

    Bohot dhuniya baa❤❤❤

  • @SewaliMahanta-kg5sv
    @SewaliMahanta-kg5sv 4 หลายเดือนก่อน

    একদম মইনামতী ঘৰটো দেখি খুবেই ভাল লাগিল একেবাৰে সুখৰ ঘৰখন দেই আৰু নিজেও সাধাৰন সেইকাৰনে এনেকুৱাহে বেছি ভাল পাও.

  • @CreatorAbhi-we1fc
    @CreatorAbhi-we1fc 8 หลายเดือนก่อน +13

    ধুনীয়া❤

  • @ArupJyotiDas-hi3hs
    @ArupJyotiDas-hi3hs 2 หลายเดือนก่อน

    আপুনি বহুতৰ বাবে প্ৰেৰণা বা । ধুনীয়া ধুনীয়া কামেৰে আৰু আগুৱাই যাওক ।

  • @rekharanidevi8695
    @rekharanidevi8695 8 หลายเดือนก่อน +19

    বৰ সুন্দৰ পৰিবেশ ❤

    • @arpanakalita3329
      @arpanakalita3329 8 หลายเดือนก่อน +1

      সুন্দৰ পৰিবেশ

  • @moinachoudhary5030
    @moinachoudhary5030 2 หลายเดือนก่อน +1

    Bahut val lage tumalukar ghar kan ba❤❤❤❤❤❤❤❤

  • @bitupansaikia8430
    @bitupansaikia8430 8 หลายเดือนก่อน +4

    Bohut dhuniya

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 6 หลายเดือนก่อน +1

    বহুত ধুনীয়া আৰু পৰিপাটি ঘৰ।

  • @TutumoniMaruti
    @TutumoniMaruti 8 หลายเดือนก่อน +7

    সুন্দৰ পৰিবেশ ❤

  • @chandanadas1722
    @chandanadas1722 หลายเดือนก่อน +1

    Mor lora jon 10 years r hoi .He is your big fan . Ami America t thaku . Eibar India ahile aponak ebar log korar mon ase. Lots of Love from my family 💗

  • @Rhkitchenandvlogar
    @Rhkitchenandvlogar 8 หลายเดือนก่อน +6

    Beautiful sharing 👍❤❤❤

  • @PaporiRay
    @PaporiRay 5 หลายเดือนก่อน

    Ghorkhon matir holew Bohut val lagise Style Tu mojah akdom muru matir ghorei val lage ba..... (val lagil video tu sai❤) I m from dudhnoi ketiyaba aapunak Log pam aakha thakil Thank you ❤🌹😘

  • @KalyanRoy-w7g
    @KalyanRoy-w7g 7 หลายเดือนก่อน +4

    Baa apuni kio beharbari outpost tat ovinoy nokora