স্বৰ্গদেউ চুকাফাৰ মৈদামত চাহ খেতি আৰু এটা অদ্ভূত ৰাস্তা //saulung sukafa

แชร์
ฝัง

ความคิดเห็น • 227

  • @hauravborah4517
    @hauravborah4517 2 หลายเดือนก่อน +5

    ইমান সংগঠন থকাৰ পাছত এই অৱস্থা দেখি দুখ লাগিল ।

  • @rajdeepgogoi3464
    @rajdeepgogoi3464 2 ปีที่แล้ว +32

    দুখ লাগিল । আজিহে গম পালো বৰ অসম গঢ়োতাৰ মৈদাম যে তাত আছে ।। ইয়াৰ ব্যৱস্থা লব লাগে চৰকাৰে ।

  • @mrigankashekharkashyap2525
    @mrigankashekharkashyap2525 6 หลายเดือนก่อน +16

    এনেকৈ ৰাইজৰ মাজলৈ কথাবোৰ লৈ অহাৰ বাবে ধন্যবাদ লাবু দা।

  • @priyakshi
    @priyakshi 6 หลายเดือนก่อน +14

    বৰ পৰিতাপৰ বিষয়, অসম চৰকাৰ, আহোম সংগঠন আৰু পূৰাতত্ব বিভাগ,আপোনালোকে অলপ কৃপা কৰক🙏

  • @m.g.4289
    @m.g.4289 ปีที่แล้ว +25

    লাবু বহুত ধন্যবাদ তোমাৰ সাহসী কণ্ঠ বাবে।

  • @nanghunpha
    @nanghunpha ปีที่แล้ว +24

    নৱ প্ৰজন্মৰ আহোম ভাইটি কেইজনৰ কাৰণে আজি এই ঠাইৰ দেখিলো সচাই দুখ লাগিল ।তোমালোকে উদ্ধাৰ কৰা । ।

    • @anjugogoi6536
      @anjugogoi6536 11 หลายเดือนก่อน

      এইবোৰ লৈ আমি যি চৰকাৰেই নহক ধৰিব ' মাত মাতিব লাগে। জয়মতী কোন কলে বি য়ে পঢ়া সকলেও নাজানিব । কাৰন চাহ বেপাৰী আহি গল ন ৰজা হৈ

  • @pbarman7369
    @pbarman7369 3 หลายเดือนก่อน +3

    Bhal kam korise...information khini dia babe...thank you

  • @tulumonisaikia580
    @tulumonisaikia580 2 ปีที่แล้ว +18

    বহুত দুখ লগা কথা । অসম চৰকাৰে অতি সোনকালে ইয়াৰ বিহীত ব্যৱস্থা লব লগে।

  • @jerinayein3123
    @jerinayein3123 2 ปีที่แล้ว +14

    আপুনি কোৱাৰ দৰে আমিও ভাবিছিলোঁ চাওলুং চুকাফাৰ মৈদামটো চৰাইদেও মৈদামৰ ভিতৰতে আছে বুলি আজিহে গম পালোঁ । বৰ অসম গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফাৰ সমাধি ক্ষেত্ৰ তথা মৈদাম টো এনেদৰে থকা দেখি বৰ দুখ লাগিল। ৰাজ্য চৰকাৰে সোনকালে ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা কৰক👏

    • @user-gt8or1lr4t
      @user-gt8or1lr4t 22 วันที่ผ่านมา

      Are ratiye ghor tu jue logay dile hol kunubai... aeya sorkaror mati...

  • @As23trading
    @As23trading 2 ปีที่แล้ว +17

    সুন্দৰ উপস্থাপন কৰিছে অশেষ ধন্যবাদ

  • @dipsikhachetia111
    @dipsikhachetia111 2 ปีที่แล้ว +18

    ইমান‌ বেয়া অৱস্থাত আছে আমাৰ উপৰিপুৰুষৰ ,আমাৰ পিতৃ পুৰুষৰ ‌মৈদাম 😭 বুকু কপি যায় ।

  • @GreenBull-qf7tl
    @GreenBull-qf7tl 5 หลายเดือนก่อน +9

    সেইটো আহোমৰ আছল জেগা সম্পূৰ্ণকৈ ওলাব লাগিব😮

  • @budheswarnath6516
    @budheswarnath6516 2 ปีที่แล้ว +9

    বাঃ লাবু কি সুন্দৰ পদক্ষেপ.... আগুৱাই যোৱা 👍👍

  • @jayantarajkonwar9425
    @jayantarajkonwar9425 10 หลายเดือนก่อน +8

    বহুত দুখ লাগিল ।আমাৰ মহান পৃতিপুৰুষজনৰ এনেকুৱা অৱস্থা।ইয়াৰ উষিত মৈয্যাদা তেখেত পাওক।কামনা কৰিলো।

  • @Shreyancreatureshorts5754
    @Shreyancreatureshorts5754 5 หลายเดือนก่อน +5

    বৰ দুখ লাগিল। অসমৰ বৰ ৰজা জনৰ আজিৰ এই অৱস্থা

  • @bhaylinasaikia5940
    @bhaylinasaikia5940 11 หลายเดือนก่อน +5

    সচাকৈয়ে দুখ লাগিল।যি গৰাকী স্বৰ্গদেউৰ নাম শুনিলে গাৰ নোম শিয়ৰি উঠে তেওঁৰ মৈদাম এনেদৰে অনাদৃত হৈ আছে দেখি বহুত দুখ পাইছো

  • @MR.K9519
    @MR.K9519 2 ปีที่แล้ว +12

    সুন্দৰ লাবু...অসম চৰকাৰৰ কথা কি কবা দুখ লাগে !!!

  • @anamikadutta8912
    @anamikadutta8912 3 หลายเดือนก่อน +2

    বহুত ভাল পালো , আপোনালোক ডেকাচাম ওলাই আহক .....এতিয়া সকলো আপোনালোকৰ হাতত , আমি লগত আছো .

  • @pradeepiolinda3804
    @pradeepiolinda3804 ปีที่แล้ว +6

    You are the best youtuber in Assam

  • @bituponvlogs7212
    @bituponvlogs7212 2 ปีที่แล้ว +6

    বহুত বহুত ধন্যবাদ লাবু দা , এই video টো ফেচবুক টো ডিওক সম্পুৰ্ণ কৈ , সকলোৱে জানক কথা টো ।

  • @nitirajkhowa6521
    @nitirajkhowa6521 2 ปีที่แล้ว +9

    চৰকাৰে এটা সিদ্ধান্ত লোৱা উচিত।🙏🙏🙏

  • @gauritalukdar564
    @gauritalukdar564 23 วันที่ผ่านมา

    অৱস্থা দেখি বহুত দুখ লাগিল।

  • @bituponbharali2176
    @bituponbharali2176 2 ปีที่แล้ว +5

    সুন্দৰ আৰু সত্য উপস্হাপন ৷ বৰ বেয়া লাগিল ৷

  • @monalishadhekialphukan620
    @monalishadhekialphukan620 2 ปีที่แล้ว +6

    বৰ দুখ লগা। অতি সোনকালে সংৰক্ষণ কৰিব লাগে। ভিডিও টো যিমান পাৰো মই চেয়াৰ কৰি আছো।

  • @helindraboro8357
    @helindraboro8357 2 ปีที่แล้ว +8

    I'm from Boko , so it's too distant, Let's start a social media movement #save the heritage of Assam🙏

    • @mrigankashekharkashyap2525
      @mrigankashekharkashyap2525 6 หลายเดือนก่อน +1

      So good. Arombho kori diya bhai #saveheritageofAssam, ami asu logot. Aag bohai niya kaam amar

  • @samudranath3321
    @samudranath3321 2 ปีที่แล้ว +12

    ধন্যবাদ লাবু 🙏🙏 সুন্দৰ উপস্থাপন

  • @TheofficialGRALLNEWHOPE
    @TheofficialGRALLNEWHOPE 2 ปีที่แล้ว +7

    অসমৰ ৰাইজে জনাটো দৰকাৰ কি হৈ আছে প্ৰকৃত তে। ভাল লাগিল এনেকে দেখুৱাবলৈ আগবাঢ়ি অহা কাৰণে

  • @lichidoke406
    @lichidoke406 2 ปีที่แล้ว +3

    বৰ দুখ লগা কথা.... বিষয় টো অতি গৰুত্বপূৰ্ণ

  • @jintusgallery3417
    @jintusgallery3417 2 ปีที่แล้ว +4

    ধন্যবাদ জনাইছো আপোনাক দাদা

  • @bakulnath7500
    @bakulnath7500 2 ปีที่แล้ว +6

    সত্যৰ উন্মোচন আৰু ভিত্তিগত তথ্যৰ যোগান ধৰে বাবেই চেনেলটো ভাল লাগে। Subscribed কৰিলোঁ 😊

  • @nashbaskerville2824
    @nashbaskerville2824 หลายเดือนก่อน

    Dekhi bor dukh lagil dei. Government should do something for the Father of Assam

  • @rajibnath8282
    @rajibnath8282 2 ปีที่แล้ว +3

    আপোনাৰ বিষয় বস্তু বিলাক মোৰ বহুত ভাল লাগে..

  • @user-jk5mp3vt6v
    @user-jk5mp3vt6v 2 หลายเดือนก่อน

    ভাল কথা কৈছে দেই

  • @anjusonowal513
    @anjusonowal513 2 ปีที่แล้ว +6

    Val lagil aru hosai aia oti dukh loga kotha .

  • @rebotaye9561
    @rebotaye9561 11 หลายเดือนก่อน +3

    Good news

  • @bithikasaikia3247
    @bithikasaikia3247 2 ปีที่แล้ว +12

    Very Real talk, I left assam very early age,so had no time to learn about assam, through Labu’s video I can watch all about hidden gems of assam...just great...and very very useful for new generation. Exclusive video LABU, many thanks for showing us the memorable place’s

    • @oikikhobor8914
      @oikikhobor8914 ปีที่แล้ว +2

      এইবোৰ ভিডিও মামাক দেখাব লাগে

    • @almasali3964
      @almasali3964 ปีที่แล้ว

      Thank you so much

  • @hamantagogoi8904
    @hamantagogoi8904 6 หลายเดือนก่อน +5

    Grass level ot dekhua babe hosai dhanyabad...real picture khn dekhi bohut dookh lagil... amar nijar jonaw protinidhi kijone ki step loise...kot asu ami....hosai chintonoyo.. 🙏

  • @msgohainmustardoilmill9191
    @msgohainmustardoilmill9191 6 หลายเดือนก่อน +1

    Like your motivation faithfully.

  • @assamesevauna3184
    @assamesevauna3184 11 หลายเดือนก่อน +3

    Good work❤

  • @jamigogoi
    @jamigogoi 2 ปีที่แล้ว +5

    বৰ দুখৰ কথা লাজৰ কথা

  • @optiontradermanash
    @optiontradermanash 2 ปีที่แล้ว +1

    1st time gom paisu....#assam government please do the needful... keep it up bro...

  • @sarojinichaudhury179
    @sarojinichaudhury179 ปีที่แล้ว +2

    সঁচাই, এশবাৰ পঢ়িলেও এবাৰ দেখাৰ সমান নহয় ৷ ভাব হৈছ , তেন্তে আমি চৰাইদেউত কাৰ মৈদাম চাইছিলোঁ ? চাওলুং চ্যুকাফাৰ মৈদামৰ এই অৱস্থা? তাতে আকৌ চাহ বাগিছা ? হায় হায় ! আপোনালোকে দেখুৱাই নিদিয়াহ’লে নজনাকৈয়ে মৰিব লাগিলহেঁতেন ৷ বৰ দুখ লাগিল৷ আপোনালোকে ইয়াতকৈ বেছি কৰিব নোৱাৰে ৷ (প্ৰসংগতঃ, বহুদিনৰ মূৰত এগৰাকী অসমীয়াক এখনি শুদ্ধ অসমীয়া ৰীতিৰে বোৱা গামোচা লোৱা দেখিলোঁ -মানে এমূৰে ফুল বছা , আড়ম্বৰৰ প্ৰকোপবিহীন )৷ বৰ ভাল লাগিল (মানে সত্যটো জানি - আপোনাৰ কথাতেই আপোনাৰ অন্তৰৰ বেদনা ফুটি উঠিছে ৷

  • @chiranjeevneog5362
    @chiranjeevneog5362 2 ปีที่แล้ว +2

    Bhal lgil video 2 👍 proud of you

  • @poluknower1086
    @poluknower1086 5 หลายเดือนก่อน +1

    Kunu din a nedekha ru nojona to dekhi tumk dhoinabad jonalu.deki bht dukh lagil.sorkar a Jan kotha to mon diyok🙏

  • @deepaliamphichetia1551
    @deepaliamphichetia1551 11 หลายเดือนก่อน +1

    বৰ দুখ লাগিল ।

  • @abhilashbora9795
    @abhilashbora9795 2 ปีที่แล้ว +1

    Hundor dada . hundor uposthapan

  • @vairvlog
    @vairvlog 2 ปีที่แล้ว +1

    Good morning dada apuna video sai bohut val lage

  • @BarnilAssam
    @BarnilAssam 3 หลายเดือนก่อน

    বৰ দুখ লাগিল ৷ শাসক পক্ষই এইবোৰ দেখিও নেদেখাৰ ভাও ধৰে 😞😞

  • @crazynhealthy4990
    @crazynhealthy4990 2 ปีที่แล้ว +2

    Moiu Sibsagarore hoi, kintu sukafa maidam j belegkoi ase ajihe janilu, aru Bor axomor pitri purux jonor maidam tur ei dukh loga obostha dekhi asorit hoisu, Assam Government a hunkalei jaga dukhor bedokhol mukto kori hundor koi tourist spot rupot hojai hongrokhyon koribo lage

  • @kishorekangkan1672
    @kishorekangkan1672 2 ปีที่แล้ว +5

    Bidda moi class 9 ত শিক্ষামূলক ভ্ৰমণত যাওঁতেও, চৰাইদেওত সুমাওঁতে আমাৰ স্কুলৰ আচাৰ্য মানে sir, madam সকলক সুধিছিলোঁ, তেওঁলোকেও ইয়াৰে কোনোবা এটা হয় বিচাৰি চোৱা বুলি হে কৈ থলে, আজি লৈকে কোনেও গম নাপায়, মোৰ বোধেৰে।

  • @user-vn3zj9nn3m
    @user-vn3zj9nn3m 11 หลายเดือนก่อน

    Bohout vl lagel video tu si🌏🌎

  • @MfactorSHORTS
    @MfactorSHORTS 2 ปีที่แล้ว

    বৰ পৰিতাপ ৰ কথা।
    অতি সোনকালে ইয়াৰ বিহিত ব্যবস্থা লব লৈ অনুৰোধ জনালোঁ চৰকাৰলৈ।

  • @bakulgogoi9955
    @bakulgogoi9955 7 หลายเดือนก่อน +1

    ধন্যবাদ জনালোঁ ❤❤❤❤

  • @tapashsaikia9423
    @tapashsaikia9423 2 ปีที่แล้ว +1

    Val lgy apunar videos r bikhoi bur 🔥

  • @KabitaBaruah-jl9xg
    @KabitaBaruah-jl9xg 2 หลายเดือนก่อน

    বৰ অসম গঢ়ি লে কোনে আৰু খাইছে কোনে

  • @onlyforentertainment9507
    @onlyforentertainment9507 ปีที่แล้ว

    Dukh lagil dekhi, aji ame hojag nahou tatia axom rokhatole jabo 🙏

  • @AGLEADERYT
    @AGLEADERYT 2 ปีที่แล้ว +1

    Hosa kotha dada ❤️

  • @dadugogoi5548
    @dadugogoi5548 3 หลายเดือนก่อน

    আজিকালি মানুহবোৰ স্বাৰ্থলোভী । দুঃখ লাগে । আমাৰ অসমৰ শাসক সকলৰ চিন্তাধাৰা বোৰ কিমান মানদণ্ডৰ, ইয়াতে ধৰা পৰে।

  • @nitupanboruah5646
    @nitupanboruah5646 2 ปีที่แล้ว +1

    Superb bro

  • @himantarvlogs8128
    @himantarvlogs8128 27 วันที่ผ่านมา

    আমাৰ আহোম সংগঠন নামত হে জাতিৰ দালালি বাদে একো নাজানে চুকাফা মৈদাম এই অৱস্থা লাজ লগা নাই আহোম সংগঠন কেইটাৰ।

  • @ankuranjansaikia5209
    @ankuranjansaikia5209 3 หลายเดือนก่อน

    দুখৰ বিষয়

  • @mintuassamcreations3749
    @mintuassamcreations3749 2 ปีที่แล้ว +1

    Morning Dada apunar video Sai val lagil 👌♥️

    • @baponrock6343
      @baponrock6343 2 ปีที่แล้ว

      ইমান সোনকালে চোৱা হল নে

  • @jagadishsarmah.3933
    @jagadishsarmah.3933 3 หลายเดือนก่อน

    Raizor mama, buldozar ketia chalibo. Joi hind.

  • @rajb5595
    @rajb5595 3 หลายเดือนก่อน

    Oóoooo, asorit hoisu 😮😮😮

  • @mondildutta5757
    @mondildutta5757 2 ปีที่แล้ว +1

    Best disa dada

  • @manojbaruah7272
    @manojbaruah7272 3 หลายเดือนก่อน

    Anekoi haat jur kori kiba bisarile ajir jugot napabo.... Danda loboi lagibo... Moi o ahom r puali... Video Tu dekhi bht dukh aru khong uthise... Ami bur xsake atia o bht pagla hoi asu... Tumalukoloi dhainnyabad thakil

  • @Ak_Draws_
    @Ak_Draws_ วันที่ผ่านมา

    Watching after Maidams have been declared as UNESCO site

  • @dipikagogoi9483
    @dipikagogoi9483 ปีที่แล้ว

    Great 👍👍

  • @ju3678
    @ju3678 2 ปีที่แล้ว +2

    Dekhi dukh palu . Enekuwa j hobo voba nasilu

  • @hemantadasnjan1263
    @hemantadasnjan1263 2 ปีที่แล้ว +1

    ঠাই দখৰ ক'ত সচা দুখ লগা কথা

  • @mriduanil3342
    @mriduanil3342 2 ปีที่แล้ว +1

    আচৰিত

  • @SoldierBoy.123
    @SoldierBoy.123 2 ปีที่แล้ว +2

    Hosa k bor beya hoi asea aitu sorkare oti xon kale emar karne kiba bebosta hatot lobo lage take anurodh korisu 🙏🏻

  • @lalittaye308
    @lalittaye308 ปีที่แล้ว

    Bhut val lagise

  • @voratpegu8515
    @voratpegu8515 2 ปีที่แล้ว

    আগুৱাই যোৱা

  • @runkubhuyan6521
    @runkubhuyan6521 2 ปีที่แล้ว +1

    Bor dukh palu dekhi 😥

  • @bikashvlogs3732
    @bikashvlogs3732 2 ปีที่แล้ว

    Video vl lagish 👍👍

  • @Menamaaterofficial
    @Menamaaterofficial 2 หลายเดือนก่อน

    Hoklu Raije oti hun kale usit bisa kratu dorkar,🙏🙏🙏

  • @pankajphukan3136
    @pankajphukan3136 2 ปีที่แล้ว +1

    Right dada

  • @papulbora5285
    @papulbora5285 ปีที่แล้ว

    Apuni mohan you tuber 🙏🙏🙏🙏🙏🙏🙏

  • @sanjugaming9025
    @sanjugaming9025 2 ปีที่แล้ว +1

    Hosa kotha dai dada

  • @assamnitu1
    @assamnitu1 2 ปีที่แล้ว +1

    Moja labu da

  • @user-ji4kq7wp5t
    @user-ji4kq7wp5t 4 หลายเดือนก่อน +1

    কি আহোম আহোম কই থাকে। আমি অসমীয়া নহই নেকি

  • @jyotinvlogs629
    @jyotinvlogs629 2 ปีที่แล้ว +1

    Its the fault of the local people, the leaders who are not taking care of the sacred place. The result of only depending upon the leaders and contractors..

  • @bhubanchburagohain5398
    @bhubanchburagohain5398 2 หลายเดือนก่อน

    আমি তালৈ যাম বুলি ভাৱিছিলো, বহুতেই কলে তালৈ যাব নোৱাৰে, জংঘলৰ মাজত বোলে। যোৱা নহ'ল। এইবাৰ চামেই।

  • @seemagogoi6440
    @seemagogoi6440 11 หลายเดือนก่อน +1

    Hosakoi dukhor kotha.......sorkare iman anudan dise,iman khros korise.....aibur kio nedekhe sorkare.....

  • @nirupamamedhi2904
    @nirupamamedhi2904 2 ปีที่แล้ว +6

    Amar gaon Tu anekuwa ata kam ahisil new ke, bohut toka kam ahisil, kintu, kam akua huwa ni, anki gaon manuh burork Jopcard korisil tar poisaw aji nahil,, Amar gaon khnr nam Tu DUANi (Morigaon)

  • @paramanandabora1047
    @paramanandabora1047 3 หลายเดือนก่อน

    Sibasagar has much memorials of Ahom reign, Some these have been preserve d for the outsiders. But there are many for which go
    vernment has no any concern
    The archeological survey is
    not feeling the necessity of preserving of these memorials in time so as to attract tourists from inside and outside of the country Such negligence of these memorials
    tor tourism have been gone into criminal negligence of the relevant
    departments of the government as well as people. Some of such valuable past have been on the way
    extinction. many of these are covered by dense jungles for lack of
    care Such things can happen and happening in Assam only. 10:07

  • @bishwavai3331
    @bishwavai3331 2 ปีที่แล้ว +1

    Mojja

  • @jaanmoniborphukan2109
    @jaanmoniborphukan2109 2 ปีที่แล้ว +1

    Omg♥️🙏🙏

  • @dipanjaligogoi8851
    @dipanjaligogoi8851 3 หลายเดือนก่อน

    ধিক্ অসমীয়া জাতি

  • @chansal5313
    @chansal5313 ปีที่แล้ว

    বহুত দূখৰ কথা 🥺

  • @Jugoshmita
    @Jugoshmita 11 หลายเดือนก่อน

    Moja lagi thak narebe

  • @pabanboruah6801
    @pabanboruah6801 3 หลายเดือนก่อน +1

    😢 দুখৰ বিষয়

  • @just4yo952
    @just4yo952 2 ปีที่แล้ว

    hosa kotha support t

  • @satyendradeka6343
    @satyendradeka6343 2 ปีที่แล้ว

    দূখ লাগিল

  • @tigerbarhai2454
    @tigerbarhai2454 3 หลายเดือนก่อน

    thanks sir

  • @ranjanborah6352
    @ranjanborah6352 2 หลายเดือนก่อน

    video টো দেখি গম পোৱা গল কিছুমানে এনেই চিঞৰি থাকে আছে হেংদাং লোৱা নাই ললে হেংদাং ৰইখা নাই

  • @nashbaskerville2824
    @nashbaskerville2824 หลายเดือนก่อน

    Dekhi bor dukh lagil dei. Government should do something for the Father of Assam. Kun thait ase dada? Sivasagar neki? Bor dukh lagil dada

  • @Saruprabha8081
    @Saruprabha8081 11 หลายเดือนก่อน

    Axom pratisthata r aaji elagi hoi role 😢

  • @dutta22
    @dutta22 2 ปีที่แล้ว +1

    👌