এজন সঁচাকৈ আচৰিত মানুহ - He created his own language for privacy - Dimpu Baruah

แชร์
ฝัง
  • เผยแพร่เมื่อ 25 ต.ค. 2024
  • #assamese #dimpubaruah
    man created his own language

ความคิดเห็น • 861

  • @samudrabaishya1060
    @samudrabaishya1060 ปีที่แล้ว +22

    এইটো ভাষা নহয়.....
    ভাষা হল এজনৰ মনৰ ভাৱ আন এজন এ বুজি পোৱা এটা মাধ্যম কিন্তু তেওঁ কথাবোৰ কোনেও বুজি নোপোৱাকৈ কিছুমান Code হে ব্যবহাৰ কৰিছে, যেনেকৈ Raw বা intelligent Agency সমূহে কৰে ...

  • @invisibletreack1624
    @invisibletreack1624 ปีที่แล้ว +2

    ভাষাই হৈছে ইজনে আনজনক বুজাৰ একমাত্ৰ মাধ্যম। ভাষা অকল এজনৰ কাৰণে সৃষ্টি হ'ব নোৱাৰে। তেখেতৰ সেইটো ভাষা নহয়। সেইটো এটা কʼড হে । যেনেকৈ কম্পিউটাৰৰ বাইনেৰী কʼড থাকে।

  • @nabajyotikharai1254
    @nabajyotikharai1254 ปีที่แล้ว +29

    দিম্পু দা তেওঁ এতিয়া কাকো শিকাব নোৱাৰে.. আৰু তেওঁ ভূল হে লিখিছে নে শুদ্ধ হে লিখিছে কেনেকৈ গম পাম.. তেওঁ ভাষাটো শিকাব পাৰিব লাগিব তেতিয়া হে আমিও জানিব পাৰিম আকৌ...বাৰু যি নহক ভিডিঅ'টো ভাল লাগিল । ধন্যবাদ 🙏

  • @hirakpatowary1279
    @hirakpatowary1279 ปีที่แล้ว +38

    বুঢ়াই ও সাংঘাতিক বেয়া কাম কৰিছিল চাগে,সেইকাৰণে কোনেও বুজি নোপোৱাকৈ ভাষা বোৰ লিখিছে😂৷৷যি নোহোৱক ককাৰ telent ক ধন্যবাদ👍৷

    • @dipakboro1555
      @dipakboro1555 ปีที่แล้ว +1

      Hoi

    • @sonmoinadoley1529
      @sonmoinadoley1529 ปีที่แล้ว +1

      যোৰহাটৰ ৭২ বছৰীয়া বুঢ়াটোৰ লগৰ হয়😁😁😁

    • @nibirmerebhai872
      @nibirmerebhai872 ปีที่แล้ว +1

      Agla ktha kenekoi mathat ahe🤣🤣🤣jdi belg a prhiba nore ki hol

    • @amlanmusic6326
      @amlanmusic6326 ปีที่แล้ว

      🤣🤣😆

    • @mehmudhassan5382
      @mehmudhassan5382 ปีที่แล้ว +2

      Homosexual kotha likha ase koise..tarmane teu uporor mal

  • @eimonkakati4193
    @eimonkakati4193 ปีที่แล้ว +38

    ভাষা হৈছে এজনে আনজনৰ লগত ভাৱ প্ৰকাশ কৰা মাধ্যম । যদি তেওঁৰ ভাষাটো কোনেও বুজি নাপায় তেন্তে ইয়াক ভাষা বুলি ক'ব নোৱাৰি ।

  • @gautambaruah5560
    @gautambaruah5560 ปีที่แล้ว +2

    Moi gam napalu dimpu da log pabole mn asile apunak? Moi narengi cempote thaku. Bhut Miss korilu apuna. ❤❤❤

  • @sajjadanwar3109
    @sajjadanwar3109 ปีที่แล้ว +11

    এখেতৰ তাত মই গড়ি চলাইছিলো,,,,,it's really great men

    • @baishyavlogs
      @baishyavlogs ปีที่แล้ว +1

      Address tu dib parib neki ebr log korib bisaru🙏

  • @justenjoy2639
    @justenjoy2639 ปีที่แล้ว

    যি খিনি বাক্য তেও কলে সেয়া সম্পূৰ্ণৰূপে বেংগলী ভাষা। কিন্তু লিখা আখৰবোৰ বেলেগ কিন্তু অলপ মিল আছে। ডিম্পু দাৰ পৰা এনেকুৱা ভিডিও আশা কৰা নাছিলো।

  • @gamingwithbijit1486
    @gamingwithbijit1486 ปีที่แล้ว +105

    Language is the medium of conversation.. if nobody knows that language except that inventor, there is no value for that job

  • @KeshobRajkhowa-gn5jc
    @KeshobRajkhowa-gn5jc ปีที่แล้ว +41

    ভাষা হবলৈ হলে 2জন বা তাত কৈ বেছি মানুহৰ মাজত আদান প্ৰদান হব লাগিব যদি তেওঁ নিজে লিখি নিজে বোজে সেই টো ভাষা হব নোৱাৰে

    • @বিতোভাই
      @বিতোভাই ปีที่แล้ว +1

      Umm right ktha koisa

    • @mompisaikia7898
      @mompisaikia7898 ปีที่แล้ว +2

      Are code language hoi Bhai , eku bhakha sakha nohoi 😂 , bhakha 1ta ba 2ta manuhe bonaboi nware 😂 bhakha eta bonibo karone hazar bosoru lagi jabo pare 😂

    • @shd483hiya
      @shd483hiya ปีที่แล้ว +1

      Enekoi aamiu tu likhibo parim noh😆

  • @ankurrajbongshi2178
    @ankurrajbongshi2178 ปีที่แล้ว

    একো অদ্ভুত নহয় ।মইয়ো লিখিব পাৰো নিজা নিজা ভাষাৰ সৃষ্টি কৰি

  • @anantagogoi1493
    @anantagogoi1493 ปีที่แล้ว +2

    Dimpu তোমাৰ video চাই বহুত ভাল লাগে কিন্তু এইটো কোনো ভাষা নহৈ ।steno ajoneu নিজৰ sign language ব্যৱহাৰ কৰি কাম কৰি আছে ।।।।thank q।।।।

  • @dnjlovelove5998
    @dnjlovelove5998 ปีที่แล้ว +28

    ঠিকে কৰিছে 20 বছৰ মান ডায়েৰী লিখি মইয়ে বিপদত পৰিছিলো যোৱা জানুৱাৰী মাহৰ পৰা লিখা এৰি দিলো

    • @jurimabegum9222
      @jurimabegum9222 ปีที่แล้ว +1

      Kio

    • @dnjlovelove5998
      @dnjlovelove5998 ปีที่แล้ว +2

      ডায়েৰী লিখিলে জীৱনৰ সচাঁ কথাবোৰ লিখা হয়, মনৰ অনুভৱবোৰ লিখা হয় কিন্তু সেইবোৰ যদি চুৰ কৰি কোনোবাই পঢ়িলে বৰ বেয়া কথা হয়. স্মৃতিবোৰ বহি পাতত ৰৈ থাকে ভাল আৰু বেয়া... খং ক্ষোভ বোৰ বাঢ়ি বাঢ়ি গৈ থাকে....গতিকে মই ভাৱিলো লুকুৱাই লুকুৱাই ডায়েৰি লিখাত কৈ নিলিখাই ভাল... কোনেও বুলিও নাপাব মোৰ মনৰ কথা. সেই বুলি এৰি দিলো.. মৃত্যু আগলৈকে ডায়েৰী লিখি যাম বুলি ভাৱিছিলো...ৰেৰ্কড কৰাৰ সপোন দেখি ক্লাছ V ৰ পৰা লিখি আহিছিলো..

  • @rijaldas1472
    @rijaldas1472 ปีที่แล้ว +1

    Dimpu da Moja 🌺🌺🌺🌺

  • @so_very_sad_song_43
    @so_very_sad_song_43 ปีที่แล้ว +28

    বহুত ধন্যবাদ দাদা অদ্ভুত 😮

  • @sonmoinadoley1529
    @sonmoinadoley1529 ปีที่แล้ว +20

    আচলতে তেওঁ বৰ্ণমালা উলিয়াইছেনে ভাষা উলিয়াইছে মই ধৰিব নোৱাৰিলো।

    • @mahbubkhan8189
      @mahbubkhan8189 ปีที่แล้ว +1

      বৰ্ণমালা উলিয়াইছে code word

    • @barnalimedhi7038
      @barnalimedhi7038 ปีที่แล้ว

      😂😂

  • @edunation19
    @edunation19 ปีที่แล้ว

    Sorry Dimpu Baruah Sir, At 0:53 আপুনি উল্লেখ কৰিছে যে সেই বিশেষ ব্যক্তিৰ জনৰ বাদে আন কোনেও সেই বিশেষ Langauge টো নাজানে - কব নোৱাৰে - লিখিব নোৱাৰে । কিন্তু মই যিমান দূৰ জানো;
    ভাষা কি বা কাক বোলে ? (What is a Langauge ?)
    ভাষা হল এক প্ৰকাৰৰ লিখিত আৰু কথিত সংকেটিক চিহ্ন বা লিপি যাক এটা সামাজিক গোটৰ সদস্যৰ দ্বাৰা নিজৰ চিন্তা, ধাৰণা আৰু অনুভৱ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা হয় । ইয়াৰ ওপৰিও ইয়াত দ্বাৰা গতানুগতিক কথোপকথন বা যোগাযোগ স্থাপন হব লাগিব ।
    মোৰ মনলৈ এইটো কথা আহিল সেয়েহে ইয়াত প্ৰকাশ কৰিলো। কিবা যদি ভুল হৈছে ক্ষমা প্ৰাৰ্থনা।

  • @sadhanasultanajehirblogs4600
    @sadhanasultanajehirblogs4600 ปีที่แล้ว +1

    Bhal lagil .Thank you Dimpu.

  • @sahidakhtarahmed
    @sahidakhtarahmed ปีที่แล้ว +284

    Actually, bhaakhaa aaviskar Kora nai ... Belege buji nupuwar karone code language type korise... Jibilak Neet , upsc , jee etc. Entrance or karone prepare kore baa ene o students jaar bohut vast syllabus likhibo laage, xihoteo nija nija xubidhaarthe short form, symbols, baa jenekoi easy and fast hoy , xenekoi likhe . Karon teoloke bohut bostu bohut Kom timeot e likhibo loga hoy aru normally likhibo gole slow hoy, heikarone fast likhiboloi enekoi likhe jaar folot aan kuneo teolokor notes bilak bujibo nuare. Moi o enekua koru .

    • @henry-vj6rw
      @henry-vj6rw ปีที่แล้ว +8

      Egjekliiii , jetya teu pohi asil hunute bengolit koi thoka jen lagile... If notun language bonaise hunuteu notun typ lgibo lgisil juntu buji npabo kuneu

    • @mraaz1246
      @mraaz1246 ปีที่แล้ว +11

      উম যেতিয়া মই notes বিলাক লিখো । কেতিয়াবা ডট ডট দিয়েই ১০ মাৰ্কৰ note এটা বনাই পেলাওঁ । মোৰ বাদে কোনেও বুজি নাপায় ।

    • @TheOcibul_Oc
      @TheOcibul_Oc ปีที่แล้ว +1

      Aibot trivks hoi, teo natun keyword sristi korise,xeitu bhakha nohoi

    • @slasshy_2
      @slasshy_2 ปีที่แล้ว +2

      ​@@henry-vj6rw exactly* bhai first word hiki lo

    • @villageartanddrawing96
      @villageartanddrawing96 ปีที่แล้ว

      Apuni thikei koise aibilak moiu banabo parim

  • @shinchan.nohara2105
    @shinchan.nohara2105 ปีที่แล้ว

    Aji Dimpu daa r karone Axomor manuhar eman khini talent sabo pora goise❤

  • @rijaldas1472
    @rijaldas1472 ปีที่แล้ว +1

    Dimpu da Moja Lagise Video tu Sai 😍😍🥰🥰

  • @rijaldas1472
    @rijaldas1472 ปีที่แล้ว +1

    Dimpu da Love From Bongaigaon 👍👍💓💓

  • @theweardo912
    @theweardo912 ปีที่แล้ว +2

    Love from Tamil Nadu. Shoutout please

  • @prabal832
    @prabal832 ปีที่แล้ว +1

    Assamese manur talent next level jui hoy 👥

  • @Gaming_Galaxy123
    @Gaming_Galaxy123 ปีที่แล้ว +2

    Dimpu daa ভৱিষ্যতে আপোনাক লগপোৱা আশা থাকিল ❤
    Love from dibrugarh

  • @rahulkundu628
    @rahulkundu628 ปีที่แล้ว +8

    Dimpu means unexpected videos ❣️

  • @ankurchamuachannel5191
    @ankurchamuachannel5191 ปีที่แล้ว +4

    Love from dibrugarh khowang 🥰🥰

  • @manibankalitanath3648
    @manibankalitanath3648 ปีที่แล้ว +1

    অদ্ভুত 👍

  • @dipamanibaro5103
    @dipamanibaro5103 ปีที่แล้ว +1

    Wow ,, ki asorit !!!! Salute him 🙏🏼🙏🏼🙏🏼

  • @bika19292
    @bika19292 ปีที่แล้ว +28

    কি ?পাগল মানুহ বে ,ভাষা উলিয়াই আকৌ এই টো ভাষা কাকো নিশিক্ষাই কি মানে???এই টো ভাষা আমাৰ অসম ত সৃষ্টি নহয় 😂👍। এই টো telent নহয় বে👍👍👍

  • @reeshabsarma6647
    @reeshabsarma6647 ปีที่แล้ว

    Moja hoise dimpu da 👍👍👍👍

  • @Khanantarabha
    @Khanantarabha ปีที่แล้ว +4

    আচলতে ভাযা নহয় বোধকৰো, লিপিহে আৱিষ্কাৰ কৰিছে তেখেতে....... ।

  • @bishnuboruah743
    @bishnuboruah743 ปีที่แล้ว +1

    সঁচাকৈ অদ্ভুত

  • @anantamoranvloge7255
    @anantamoranvloge7255 ปีที่แล้ว +1

    সুন্দৰ

  • @villagecomedianboy7803
    @villagecomedianboy7803 ปีที่แล้ว

    Dimpu da..apunar poti2 video saw bohut val lage,kin2 ai2 video kiba ata vl nalagil..

  • @mrtulsizglover721
    @mrtulsizglover721 ปีที่แล้ว +3

    Moja lgil Dimpu daa ❤

  • @gamerlakshya4168
    @gamerlakshya4168 ปีที่แล้ว +1

    Sob bhal lagil kintu thumbnailt dia emoji dutar meaning bji nplu ...

  • @priyankasharma93658
    @priyankasharma93658 ปีที่แล้ว +32

    আচলতে মানুহ জনে নিজৰ মাতৃ ভাষা বাংলা এ গোপন আখৰেৰে লিখিছে। Code word 😺

  • @ManjuRoy84
    @ManjuRoy84 ปีที่แล้ว +2

    Love from Bangladesh 🇧🇩🇧🇩🇧🇩

  • @RDcration2883
    @RDcration2883 ปีที่แล้ว +2

    দিম্পু দা আপুনি টংলাত আহিব বোলে লগ পোৱাৰ আশা থাকিল।🌼🌼🌼🌼

    • @mrigankajyotideka9533
      @mrigankajyotideka9533 ปีที่แล้ว

      কেতিয়া আহিব??

    • @RDcration2883
      @RDcration2883 ปีที่แล้ว

      @@mrigankajyotideka9533 15 মে ত জুবিন দা আহিব লগতে দিম্পু দা

  • @traveller-paban987
    @traveller-paban987 ปีที่แล้ว +6

    Manuhtu bohut advanced... কাৰণ সিমান দিনৰ আগতে তেও homosexuality কথা অৱগত। Thanks খুৰা। কাৰণ concept of homosexuality is need to be learn now a days by everyone....💗💚💚

    • @AMARFOOD24x7
      @AMARFOOD24x7 ปีที่แล้ว +1

      Manhu jon homosexuality val pai naki ?

    • @traveller-paban987
      @traveller-paban987 ปีที่แล้ว +1

      @@AMARFOOD24x7 May be..

    • @amarendramedhi075
      @amarendramedhi075 ปีที่แล้ว +2

      Yes , it's should be learn by everyone. I m a victim of homosexuality.

    • @thomasbasu
      @thomasbasu ปีที่แล้ว +1

      @@AMARFOOD24x7 obviously yaar

  • @AnmolNew
    @AnmolNew ปีที่แล้ว

    যি কৰিছে ভালেই কৰিছে!
    তেখেতৰ ষ্টোৰত গৈ আহিছোঁ, আগতে নাৰেঙ্গী কেম্পত ডিউটি কৰোঁতে! বহুত ভাল মানুহজন!🙏🙏♥️♥️💐💐

  • @pikugogoivlogs88
    @pikugogoivlogs88 ปีที่แล้ว

    Val lagil video tu sai 👌

  • @LutfarTechnology
    @LutfarTechnology ปีที่แล้ว +1

    Wow very Unique Knowledgeable Idea's 8

  • @seviankhalkho4622
    @seviankhalkho4622 ปีที่แล้ว +2

    Love from Tezpur Balipara❤

  • @eitrajkoch9082
    @eitrajkoch9082 ปีที่แล้ว +1

    Mojja videos👍😅🎥 Congratulations🎉🎊🎉🎊🎉🎊 Nice

  • @HiteshSarmaTravelVlog
    @HiteshSarmaTravelVlog ปีที่แล้ว

    Absolutely great video in your youtube journey Dimpu.

  • @TechnicaLBoYJoY
    @TechnicaLBoYJoY ปีที่แล้ว +1

    Manuh tuk dekhi thaku kintu Jana nasilu tekhetor rohoisomoi talent tu aji gom palu😮

  • @asraful__4981
    @asraful__4981 ปีที่แล้ว

    তেওঁ আচলতে আখৰহে সৃষ্টি কৰিছে ভাষা নহয়।

  • @pankajsarania1034
    @pankajsarania1034 ปีที่แล้ว

    ভাষা নহয় সম্ভবত তেওঁ নিজস্ব এটা লিপিহে(চিহ্ন)সৃষ্টি কৰি লৈছে।।।।

  • @dipikalloveyoupapa6591
    @dipikalloveyoupapa6591 ปีที่แล้ว

    Mojja dimpu da ❤❤

  • @ishan875
    @ishan875 ปีที่แล้ว +1

    Nice

  • @Saifuliislam-l2i
    @Saifuliislam-l2i ปีที่แล้ว

    Awesome dimpu da

  • @Winflow1
    @Winflow1 ปีที่แล้ว

    Jethar diary t valot koi besi beya kotha bur ase 😂😂😂🔥🔥 इतिहास

  • @__bishalchoudhury__
    @__bishalchoudhury__ ปีที่แล้ว +10

    "অস সী স্বে ঘ্র কেৰম"
    কিবা বুজি পালেনে guys 😁........ মইও ভাষা আৱিষ্কাৰ কৰি দিলো 😌....

  • @Haliram-fx1no
    @Haliram-fx1no ปีที่แล้ว +3

    Love from dudhnoi Goalpara 💥❤️✌️🔥🔥

  • @mrsjcvlog5651
    @mrsjcvlog5651 ปีที่แล้ว

    Moza

  • @akkvideos999
    @akkvideos999 ปีที่แล้ว +1

    দিম্পু দা তেওঁ ভাষা আৱিষ্কাৰ কৰা নাই তাই বৰ্ণমালা হে বনাইছে আৰু বাংলা ভাষাত লিখিছে

  • @simantadas3676
    @simantadas3676 ปีที่แล้ว

    ভাষা এটা অকল এজন মানুহে সৃষ্টি কৰিব নোৱাৰে।কিন্তু লিপি এটা প্ৰস্তুত কৰিবলৈ বেছি সময় নালাগে। তেখেতে লিপি হে প্ৰস্তুত কৰি লৈছে, ভাষা সৃষ্টি কৰা নাই।

  • @jintudasofficial4364
    @jintudasofficial4364 ปีที่แล้ว

    নিজকে Privacy কৰি ৰখাৰ এটা Tips. Good । কিন্তু ভাষাটো বেংগলী যেন লাগে অলপ ।

  • @pabitradas5800
    @pabitradas5800 ปีที่แล้ว

    Love u Uncle&Dimpuda.

  • @khyatimanraja864
    @khyatimanraja864 ปีที่แล้ว +5

    Mojjaa❤❤❤❤

  • @mirjubora3651
    @mirjubora3651 ปีที่แล้ว

    দিম্পু আজিৰ পৰা 35 বছৰ আগতেই মই মোৰ নিজা ভাষা এটা আবিষ্কাৰ কৰিছো আৰু সেই ভাষাত মই মোৰ জীৱনৰ কাহিনী বোৰ লিখিছোঁ যাতে মোৰ বাহিৰে আন কোনেও বুজি নাপায়। মই ভাবো তেওঁ বা মই হয়তো অকলে লিখা নাই বিচাৰিলে আৰু বহুতো তেনে মানুহ ওলাব। আৰু তেওঁ যে কৈছে মৰাৰ আগতে কাৰোবাক ক'ব কেতিয়া মৰে কিবা
    গেৰাণ্টি আছে জানো? তেনেকুৱা ভাষা আবিষ্কাৰ কৰাতো একো ডাঙৰ কথা নহয়। আমি বহুত কথা সময়ৰ গতিত পাহৰি যাও সেয়ে কথা বোৰ লিখি ৰাখো

  • @gdeepvlog1629
    @gdeepvlog1629 ปีที่แล้ว

    ভাষা আৱিস্কাৰ কৰাতো ভাল কৰিছে ।কিন্তু তেওঁৰ জীৱনত ইমান বেয়া কথা আছেনে কাকো ক'ব বা শিকাব নোৱাৰে।

  • @mrtrinayan4772
    @mrtrinayan4772 ปีที่แล้ว +12

    ኗዘሁቻቻጕረዐሃቻቻጕ :aku buji nai pua😂🤣😂🤣

  • @chandanallrounder3611
    @chandanallrounder3611 ปีที่แล้ว +2

    Great salute 😊

  • @theweardo912
    @theweardo912 ปีที่แล้ว +1

    Assam audience is amazing please shoutout

  • @binudtayeng6035
    @binudtayeng6035 ปีที่แล้ว

    সেইটো talent যাতে বিদেশত নাযাই
    Nasai গম পালে তেওঁক লৈ যাব।

  • @saibarrahman9584
    @saibarrahman9584 ปีที่แล้ว

    Moja Dimpu da❤❤❤

  • @I_kaushik-das
    @I_kaushik-das ปีที่แล้ว

    Dada tumar video amar may bohut val pay ma koi thake dimpuk mor bohut morom lage

  • @rupamyyybaruah7642
    @rupamyyybaruah7642 ปีที่แล้ว

    কিছুমান আখৰ আহোমৰ টাই আখৰৰ দৰে লাগিল দেখাত ।
    তথাপি কিন্তু selut জনালোঁ তেওঁৰ চেষ্টাক

  • @ambikaborah4125
    @ambikaborah4125 ปีที่แล้ว +1

    Beautiful vlog

  • @dhanjitzg1022
    @dhanjitzg1022 ปีที่แล้ว

    Frist lick dimpu daa

  • @veg_talk
    @veg_talk ปีที่แล้ว

    Eibur moi class 8 ot korisilu. Moi class 7 ot morse code use kori diary likhisilu... Pisot class 8 nija language bonaisilu,,, mane likhisilu heitu language ot but porhile assamese hunibo, I mean ussaron assamese... But diary bur jolai pelaisu.. aji jodi likhibo lage notun language bonabo lagibo.. good work

  • @khushivlogs2319
    @khushivlogs2319 ปีที่แล้ว +13

    Amazing ❤️

  • @Vijoy_entertainment9990
    @Vijoy_entertainment9990 ปีที่แล้ว +2

    মই বিশ্বাস নকৰোঁ কাৰণ ই জহা তাহা লিকি বেলেগ কে কৈ দিব পাৰে ন

  • @JollywoodUnofficial
    @JollywoodUnofficial ปีที่แล้ว

    ভাষা হলে কব আৰু লিখিব পাৰিব লাগিব। তেখেতে লিখিছে চিহ্ন ব্যৱহাৰ কৰি কিন্তু পঢ়িছে বাংলাতেই। গতিকে এইটোক কোনো ভাষা বুলি কব নোৱাৰি।

  • @rizwan_siddik
    @rizwan_siddik ปีที่แล้ว +10

    language usually refers to the spoken language, a method of communication. A script refers to a collection of characters used to write one or more languages

  • @subhamsaha3521
    @subhamsaha3521 ปีที่แล้ว +9

    Love from bengali

    • @a.h-fu6li
      @a.h-fu6li ปีที่แล้ว

      Tumar Ghar bongali t😂😅🤣😂

    • @a.h-fu6li
      @a.h-fu6li ปีที่แล้ว

      Love from Assamese😅😅😅

  • @KuldharRabha
    @KuldharRabha ปีที่แล้ว

    ময়ো এটা সময়ত ডায়েৰীখন কোড লেংগুৱেজতে লিখিছিলোঁ৷ এতিয়া বাদ দিছোঁ৷

  • @rahulsarania1711
    @rahulsarania1711 ปีที่แล้ว

    Next level bro

  • @pranabhandique9063
    @pranabhandique9063 ปีที่แล้ว

    Love from Dhemaji 💥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥

  • @sarifulvlogs
    @sarifulvlogs ปีที่แล้ว

    1st like dimpu daa ❤️👍

  • @Parishmita_deka15
    @Parishmita_deka15 ปีที่แล้ว +1

    Love from Narengi ❤

  • @theunlimitedpower12
    @theunlimitedpower12 ปีที่แล้ว +23

    এনেকুৱা মানুহেই লাগে অসমত।😮😮

    • @arijitborah3243
      @arijitborah3243 ปีที่แล้ว +1

      Right

    • @mraaz1246
      @mraaz1246 ปีที่แล้ว +3

      কি কৰিবলৈ ?

    • @mompisaikia7898
      @mompisaikia7898 ปีที่แล้ว +5

      ​@@mraaz1246 sob burbok hoi Bhai 😂 , ki notun bhakha dekhise janu 😂 bas code language he hoi 😂 bhakha 1jon manuhe bonuatu impossible hoi , bhakha eta bonibo karone hazar hazar bosor lage 😂

    • @rajeshhazarika1663
      @rajeshhazarika1663 ปีที่แล้ว +1

      @@mraaz1246 🤣

  • @miniMINI-hf4pi
    @miniMINI-hf4pi ปีที่แล้ว

    কেনেকৈ প্ৰচাৰ হব
    যদি বেলেগক ভাষাটো নিষিকালেই

  • @assambblock8746
    @assambblock8746 ปีที่แล้ว +8

    Nice video ❤❤

  • @bitupan__07
    @bitupan__07 ปีที่แล้ว +1

    ভাবৰ আদান প্ৰদান কৰিব পৰা হ'লেহে ভাষা বুলিব পাৰি , যদি কোনো বেলেগ মানুহে নাজনেই তেনেহ'লে এইটো ভাষা বুলি ক'ব নোৱাৰি , (মোৰ বাৰু ভুল হ'ব পাৰে আপোনালোকে কি ভাবে জনাব )

    • @RinkuDas234
      @RinkuDas234 ปีที่แล้ว

      It's just secret code bro, thora samjo

  • @kamaleswarrajbongshi246
    @kamaleswarrajbongshi246 ปีที่แล้ว

    Tamam beh 😂😂🤣 lastot likha kuwa khini dimpuda

  • @Kim_Jong_Un___THE_ReaL
    @Kim_Jong_Un___THE_ReaL ปีที่แล้ว +2

    4:47 Yamraj A Invitation dibo 😂😂😂😂
    But dimpu da thumbnail OP😂😂

  • @abhijitsarma2858
    @abhijitsarma2858 ปีที่แล้ว

    Dimpu viiii amar darrang r e hyyyyy........love you broooooo......love you sipajhar...❤❤❤❤❤❤❤❤❤❤❤❤

  • @mrsjcvlog5651
    @mrsjcvlog5651 ปีที่แล้ว

    Dimpu da tumi main

  • @indiatravelandfood3288
    @indiatravelandfood3288 ปีที่แล้ว

    Tamamm...

  • @amitvlogs9078
    @amitvlogs9078 ปีที่แล้ว

    Tamam vdo dada mja👍

  • @success7936
    @success7936 ปีที่แล้ว +1

    Viewer of all videos

  • @himangshu3899
    @himangshu3899 ปีที่แล้ว +5

    সুন্দৰ 🌸

  • @nayanmoninath9416
    @nayanmoninath9416 ปีที่แล้ว

    Moi apunak bohut val paw i love you dimpu da 💓💓💓💓

  • @anupamborah6157
    @anupamborah6157 ปีที่แล้ว +1

    নিজৰ মনেৰে ক, খ, গ ,ঘ কেইটা সলাই অদ্ভূত চিহ্ন কেইটামান বনাই লৈছে যাতে বেলেগে বুজি নাপায়,, একো ঘটি দাল সৃষ্টি কৰা নাই । ভাষা সৃষ্টি কৰিবলৈ হলে শব্দও সৃষ্টি কৰিব লাগিব, ভাষা এনেকে সৃষ্টি কৰা বস্তু নহয়।

  • @tanbir8238
    @tanbir8238 ปีที่แล้ว

    Good one

  • @dhanjitdeka6038
    @dhanjitdeka6038 ปีที่แล้ว

    Moja dimp da tumar pora nojona kotha bohut janibo pari