ডাঙৰ খবৰ।এইবাৰ বানপীড়িতাই মন্ত্ৰী পীযুষক দিলে পহু খেদা।/virel news

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ต.ค. 2024

ความคิดเห็น • 197

  • @amarjoytidas8141
    @amarjoytidas8141 3 หลายเดือนก่อน +2

    মানুহ জনে সচা কথা কৈছে।

  • @harmohankalita2903
    @harmohankalita2903 3 หลายเดือนก่อน +31

    দম্ভালি মাৰি মঠাউৰি বনাম বুলি কোৱা ইহঁতৰ দৰে মন্ত্ৰীক তপিনাত কোবাব লাগে ।

  • @jiya3424
    @jiya3424 3 หลายเดือนก่อน +55

    পূযীষ হাজৰিকাৰ বে আইনী সম্পত্তিৰ CBI দাৰা তদন্ত আৰম্ভ কৰিব লাগে অথৱা ইয়াৰ তদন্ত ৰাইজৰ হাতত দিব লাগে। আমি ৰাইজে ইয়াৰ উচিত বিচাৰ কৰিম।

  • @balendas2049
    @balendas2049 3 หลายเดือนก่อน +25

    মুখ বেকাকৰি ৰাজহুৱা ভাষণ দিয়া মন্ত্ৰীবোৰেই হৈছে মিচা কথাৰ ভাণ্ডাৰি। আমি অসমবাসী ৰাইজে অনুভৱ কৰিছো।

  • @kakoligayan2065
    @kakoligayan2065 3 หลายเดือนก่อน +33

    পীমুষ হাজবিকা এজন অভদ্ৰ মন্ত্রী

  • @hiteshsaikia6121
    @hiteshsaikia6121 3 หลายเดือนก่อน +21

    এই জনে ৰাজনীতি ত্যাগ কৰাই নাই নেকি?

  • @kabitadebnath01
    @kabitadebnath01 3 หลายเดือนก่อน +1

    Ae dada janak bahut thank you

  • @MridleSaikia
    @MridleSaikia 3 หลายเดือนก่อน +25

    ওপৰৰ মাল দেই বেয়াকৈ নকব ।

  • @punyalatakonwar6599
    @punyalatakonwar6599 3 หลายเดือนก่อน +37

    মন্ত্ৰী বোৰে ৰাইজৰ কথা চিন্তা নকৰে ।

  • @bhabensaikia5028
    @bhabensaikia5028 3 หลายเดือนก่อน +2

    2026 ত এইবোৰ কথা মনত ৰাখিব ৷

  • @mamitasaikia6194
    @mamitasaikia6194 3 หลายเดือนก่อน +10

    বানপানীৰ সমস্যাটোৰ গুৰুত্ব দিম বুলি কৈ এতিয়াও একো নহ'ল। ৰাইজে কথাবোৰ পাহৰি যাব নেলাগে।

  • @babulsaikia462
    @babulsaikia462 3 หลายเดือนก่อน +12

    বহুত বেয়া লাগিল। বান-পিড়ীত ৰাইজক এৰেষ্ট কৰিব কয়?

  • @anilgoswami2238
    @anilgoswami2238 2 หลายเดือนก่อน

    বঢ়িয়া 👌👌👌👌👌👌👌👌👌👌👌👌👌

  • @MONIKAKOCH-e7l
    @MONIKAKOCH-e7l 3 หลายเดือนก่อน +1

    ওপৰৰ মাল

  • @dmandolin8433
    @dmandolin8433 3 หลายเดือนก่อน +2

    অসমৰ বানপানী সমস্যাটো আজিলৈকে ৰাষ্টীয় সমস্যা ঘোষনা কৰিব নোৱাৰিলে অথচ double engine চৰকাৰ !!!

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go 3 หลายเดือนก่อน +36

    হাতী বনলৈও নেযায়,দিনগল বহু দিন খালে ৰাজভোগ বিদায় আসন্ন

  • @ratuldutta2207
    @ratuldutta2207 3 หลายเดือนก่อน +1

    ভাল কৰিলে।।।।।

  • @BhabenBorah-l8o
    @BhabenBorah-l8o 3 หลายเดือนก่อน

    ওপৰৰ মাল । ৰাইজৰ দুখ দুৰ্গতিৰ কথা নুবুজে । এয়াই প্ৰতিনিধি

  • @bharatbaruah5702
    @bharatbaruah5702 3 หลายเดือนก่อน +1

    ইয়াক খেদি পঠিয়াই দিয়ক ই কমিছন বিচাৰি ফুৰিছে

  • @mohendradohutia-dj5km
    @mohendradohutia-dj5km 3 หลายเดือนก่อน +39

    পিঁয়াজৰ টো মন্ত্ৰী হোৱা চেহেৰা নায়েই। জ্ঞান ও নাই।এনে এইগৰাকী বান পিড়িত মহিলাক কেনে কথা কব লাগে সেইটো নাজানে।

    • @ranjitduttaey3967
      @ranjitduttaey3967 3 หลายเดือนก่อน +1

      এই জন মন্ত্ৰী নে পহু নামৰ জন্ত কথাত মন্ত্ৰী যেন অনুভৱ নহয়, কোনো বান পিৰিত মহিলাই কিবা অভিযোগ দিলেই পুলিচক এৰেষ্ট কৰিবলৈ কয়, সেয়ে এই পহু মন্ত্ৰী যি ঠাইলৈকে যায় তাতে ৰাইজে পহুখেদা দিলে বুলি টিভি চেনেলত বাতৰিৰ দেখিবলৈ পোৱা যায়, ইয়াৰ পৰাই জনা যায় যে এই চৰকাৰৰ প্ৰতি ৰাইজৰ মুহভংগ হৈছে আৰু আগন্তুক দিনত ৰাইজে পৰিবৰ্তন বিছাৰিছে আৰু বিৰোধী ৰাজনৈতিক নেতাসকলক ভোট দি জয় যুক্ত কৰিবলৈ ওলাছে বুলি জানি লওক

  • @pabitrasaikiasaikia5804
    @pabitrasaikiasaikia5804 3 หลายเดือนก่อน +1

    Very Good

  • @pobitraboruah9266
    @pobitraboruah9266 3 หลายเดือนก่อน +5

    ৰাইজৰ খঙ উঠিবলৈ বাধ্য কাৰণ এই বিলাক যে এতিয়া চাই নাৱত উঠি আগতে কিয় চিন্তা নকৰে ৰাইজলৈ ।

  • @apurbadas8059
    @apurbadas8059 3 หลายเดือนก่อน +15

    পদত্যাগ কেতিয়া কৰিব

  • @gouravburagohain597
    @gouravburagohain597 2 หลายเดือนก่อน

    খেদাখোৱা মন্তীয়ে খেদাখাবই এইবিলাক অহংকাৰ ফল ৷

  • @kinaramdas5198
    @kinaramdas5198 3 หลายเดือนก่อน +11

    মন্ত্ৰী ভৰি চেলেকা কেইটাক এষেকা দিব লাগিছিল।

  • @lulalu6707
    @lulalu6707 3 หลายเดือนก่อน +12

    🙏আমি গাওলিয়া মানু্হ নোবুজো ৰাজ নিতি আমি জানু
    বাম পানী আহিছে সহায় কৰিবলৈ অনোৰুধ কৰিলো জয় আই অসম গোলাঘাট

  • @dibyajyotigogoi4801
    @dibyajyotigogoi4801 3 หลายเดือนก่อน +13

    ইহঁতক কেবিনেট পাতি ভোজ খাবলৈ দিয়ক।

    • @anilgoswami2238
      @anilgoswami2238 3 หลายเดือนก่อน

      👌👌👌👌👌👌👌👌👌👌👌👌

  • @AimKla
    @AimKla 3 หลายเดือนก่อน +1

    Aru kheidibo lage

  • @hemalatachetia3765
    @hemalatachetia3765 3 หลายเดือนก่อน +14

    মন্ত্ৰী,, পীযুষ ভাই ওপৰৰ মাল হৈ থাকিব মন আছে যদি জনসাধাৰণৰ প্ৰতি সহানুভূতিশীল,নিষ্ঠাৱান হ'বলৈ চেষ্টা কৰিবা ।।বিপদৰ সময়ত সমভাগী হৈ সহায় সহযোগ কৰিব লাগে ।।মহিলা গৰাকীৰ দুখ বেদনা বুজিব লাগে নে গ্ৰেপ্তাৰ কৰাৰ কথা কব লাগে বাৰু 😭😟😭অহংকাৰেই পতন ।।।

  • @anjalidutta8335
    @anjalidutta8335 3 หลายเดือนก่อน +1

    right

  • @Grbora94953
    @Grbora94953 3 หลายเดือนก่อน +14

    কৰ্মফল লাভ কৰিছে।

  • @rokibali817
    @rokibali817 3 หลายเดือนก่อน +1

    Publike..Bohut..deri..korile

  • @MintuDeka-x5c
    @MintuDeka-x5c 3 หลายเดือนก่อน +1

    Mojja

  • @AngieosKhan
    @AngieosKhan 3 หลายเดือนก่อน +1

    Lavh nai dada koi nu axu nepai jail loy pothai dibo

  • @MonjumoniSaikia-y8z
    @MonjumoniSaikia-y8z 3 หลายเดือนก่อน +1

    ধন্যবাদ। 🙏🙏🙏🙏🙏🙏🤣

  • @prodipbonia4182
    @prodipbonia4182 3 หลายเดือนก่อน +1

    সেই জনে কিবা কৰিব আমি জানো

  • @everythingisgood9472
    @everythingisgood9472 3 หลายเดือนก่อน +1

    সি উপৰৰ মাল

  • @bandanagayan1929
    @bandanagayan1929 3 หลายเดือนก่อน +7

    ৰাইজে চাই আছে চাওকচোন কাক এৰেচ কৰে হাজাৰ হাজাৰ মানুহৰ জীৱনৰ হা হা কাৰ হৈছে তাত তেওঁ দাঙৰ মাত

  • @tazpurorranjit1663
    @tazpurorranjit1663 3 หลายเดือนก่อน +1

    Kelo Kelo korila raijor kam nohobo..

  • @ambikakrishna5793
    @ambikakrishna5793 3 หลายเดือนก่อน +1

    অন্ন ,বস্ত্ৰ ,বাসস্থান হেৰুই চকুৰ টোপনি খতি কৰি দিহহাৰা নেতাই ক্ষোভত কলেই এৰেষ্ট কৰে,? এয়াই নেকি জননেতাৰ আচৰণ।প্ৰাপ্য বিচাৰিলেও এৰেষ্ট কৰে।নিৰ্বাহ জনগণৰ পৰা শিক্ষা ল ওক। জীয়াই থকাৰ সংগ্ৰাম কি বুজি পাব।

  • @JituAhmedRJFilms
    @JituAhmedRJFilms 2 หลายเดือนก่อน

    এইডালক অসমৰ পৰাই খেদিব লগে।।।

  • @amarjoytidas8141
    @amarjoytidas8141 3 หลายเดือนก่อน +2

    কথা কলে এৰেচ কৰিব দিয়ে।

  • @debojyotihazarika81
    @debojyotihazarika81 3 หลายเดือนก่อน +1

    পিযুষ‌ ৰেষ্ট্ৰ কৰিব লাগে

  • @KohinurBegom-m4k
    @KohinurBegom-m4k 3 หลายเดือนก่อน +5

    Good news

  • @JunmoniDutta-cq2zg
    @JunmoniDutta-cq2zg 3 หลายเดือนก่อน +1

    ৰাইজৰ কাষলৈ যাওতে গুন্দা বাহিনীৰ কি প্ৰয়োজন, তাকো বানপিৰিত?

  • @Kanak-n8m
    @Kanak-n8m 3 หลายเดือนก่อน +1

    Aha 26 t raije usit sikhya dibar ahban

  • @harshitkishorlaskar
    @harshitkishorlaskar 3 หลายเดือนก่อน +5

    ধন্যবাদ ।

  • @mizanurhussain3859
    @mizanurhussain3859 3 หลายเดือนก่อน +1

    Aibilak mantrir kheda khaiei thakibo

  • @puspadhardowarah1932
    @puspadhardowarah1932 3 หลายเดือนก่อน +7

    মৌ হাজৰিকা কি খবৰ! গৌৰৱৰ বদনাম গাবলৈ সময় নাইকীয়া হৈছে চাগৈ!এই কেইটাই বহুত দিন ৰাজপাট খালে।ইহতক বিদায় দিব লাগে!

    • @anilgoswami2238
      @anilgoswami2238 3 หลายเดือนก่อน

      সাংসদ গৌৰৱ গগৈৰ লগত ইহঁতকেইটাৰ কেতিয়াও তুলনা নহয়

    • @dibasrisaikia9878
      @dibasrisaikia9878 3 หลายเดือนก่อน

      😂😂😂

  • @unknown12840
    @unknown12840 3 หลายเดือนก่อน +1

    Photo session, enjoyment bad di raijor kotha ভাবক

  • @AzizulHoqueAnchary
    @AzizulHoqueAnchary 3 หลายเดือนก่อน +1

    Must be come congress govt in Assam 2026

  • @SamiranSaikia-bn5wh
    @SamiranSaikia-bn5wh 3 หลายเดือนก่อน +1

    Narik kiya apoman korise

  • @deepjyoti628
    @deepjyoti628 3 หลายเดือนก่อน

    Thikei

  • @minudey7657
    @minudey7657 3 หลายเดือนก่อน +1

    এই বিপদৰ সময়ত এৰেচ কৰা কথাটো কৈ ভাল কৰা নাই

  • @bhogeswarsaikia1520
    @bhogeswarsaikia1520 3 หลายเดือนก่อน +1

    Ujoni aru uttor asomot jolosompod montrik pohu kheda dibo lage...
    Ei dada brigade or pijush Hazorika Jayanta mallo boruah ,Digonta kalita, Bhabesh kalita pabitra margherita hote ujoni aru uttor asomor manuhok....manuh buli nabhabe

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js 3 หลายเดือนก่อน +1

    এই বোৰ কি ঘটিবলৈ ধৰিলে? তাৰ মানে বি,জে,পি,ক অসমবাসী ভাল না পায় নেকি?

  • @jahanuddin2018
    @jahanuddin2018 3 หลายเดือนก่อน +1

    চামচা বিলাকৰ কটিত বিষাইছে ।

  • @kashmiridas8089
    @kashmiridas8089 3 หลายเดือนก่อน +1

    Garu piton dibo lage.Banpani ahile e mathauri banabo khabar pai.Manuhor khabo nuha hoesa ru ehotor cabinet meetingr menu ki saba...

  • @haribabusingha9691
    @haribabusingha9691 3 หลายเดือนก่อน

    Vote nidibo khel khotom...

  • @rituneog683
    @rituneog683 3 หลายเดือนก่อน

    Beya kotha hoise dei.

  • @BabulGogoi-ej2ee
    @BabulGogoi-ej2ee 3 หลายเดือนก่อน

    উপৰ মাল ্্্্্্্।।😢😢😢😢

  • @promudborgohain7920
    @promudborgohain7920 3 หลายเดือนก่อน +1

    ক্ষমতাই মূৰত ধৰিছে ইয়াৰ।অসমত ই হে মন্ত্ৰী হৈছে।

  • @KIRANSAIKI
    @KIRANSAIKI 3 หลายเดือนก่อน

    Good

  • @umanandagogoi4997
    @umanandagogoi4997 3 หลายเดือนก่อน +7

    Thanks bohot val korise

  • @soneswarrajbongshi2332
    @soneswarrajbongshi2332 3 หลายเดือนก่อน +1

    এই পাহুটো যাত জাই তাতে খেদা খোৱা হৈছে

  • @HiteshPadi
    @HiteshPadi 3 หลายเดือนก่อน +1

    Kouravar partytu ईमान ओभोंग जुजारू nasil c m दीर्योधन dangriya

  • @AjijrRahman
    @AjijrRahman 3 หลายเดือนก่อน +1

    Piyush Hazarika ajon gunda kenekoi ai jon manuh muntrre holl 😮

  • @ajitnarah6687
    @ajitnarah6687 3 หลายเดือนก่อน +7

    .mojja big brother.

  • @anowara.begum23
    @anowara.begum23 3 หลายเดือนก่อน +3

    হয় দিয়ক 🎉🎉🎉🎉

  • @joshnaray3117
    @joshnaray3117 2 หลายเดือนก่อน

    ওপৰৰ মাল তল কৰি দে , মুখন লেপ লেপ জি পায় তাকে কয়

  • @AijaniBegum-w1g
    @AijaniBegum-w1g 3 หลายเดือนก่อน +1

    Vote bor bjp k nidiye jano

  • @JugeshGogoi-y1t
    @JugeshGogoi-y1t 3 หลายเดือนก่อน +2

    You are right

  • @ashimpanyang9253
    @ashimpanyang9253 3 หลายเดือนก่อน

    Bhal palu chendelere khubahok

  • @MamuBorah-l6v
    @MamuBorah-l6v 3 หลายเดือนก่อน

    50/60টা.মানুহক.এহেজাৰ.মানুহে,অভিমন্যুৰ. দৰে.বধিব.লাগে....আইনৰ.তাত.কাম.নাই. আইনখন.কেৱল.সৰুমানুহৰ.বাবে
    সজাই. লোৱা....সুৰুঙাই. থব.নালাগে

  • @shantanubhattacharjee2607
    @shantanubhattacharjee2607 3 หลายเดือนก่อน +1

    Pukarat bhut jalakiya bharabo lage uparar malok

  • @jitulsaud9050
    @jitulsaud9050 3 หลายเดือนก่อน

    Vote tu diwtei sinta koribo lagisil, gotike 26 sonot vote diwte abar sinta kori dibo..

  • @sumitraphukan6916
    @sumitraphukan6916 3 หลายเดือนก่อน +4

    সাধাৰন মানুহ নহয় পীযুষ ওপৰৰ মাল হয় যি মন যায় কব পাৰে

  • @Protim-b1l
    @Protim-b1l 3 หลายเดือนก่อน +9

    Right❤❤❤

  • @jhoondeka8568
    @jhoondeka8568 3 หลายเดือนก่อน +2

    মন্ত্ৰী ডাঙৰীয়া কেনে মজা ? চেলা সমুণ্ড কেইটাৰ উৎপাট বেছি আকৌ , মন্ত্ৰীৰ লগত আহিছে টো ।

  • @GobinBaruah-u8c
    @GobinBaruah-u8c 3 หลายเดือนก่อน +10

    অসমত এতিয়া চৰকাৰী Licence holder গুন্দাবাহীনিৰ প্ৰয়োভৰ হৈ পৰিছে, কিন্তুএইবাৰ যোৰহাট লোকসভা সমষ্টিৰ শ্ৰদ্ধাৰ জনসাধাৰণে বাৰুকৈয়ে ইয়াৰ বিৰোধিতা কৰি জনমত দিলে। তাৰ বাবে Licence holder গুন্দাবাহীনি সকলৰ ভয় হোৱা পৰিলক্ষিত হৈছে।

    • @anilgoswami2238
      @anilgoswami2238 3 หลายเดือนก่อน

      👌👌👌👌👌👌👌👌

  • @subrataborgohain
    @subrataborgohain 3 หลายเดือนก่อน

    Tumiu huda nohoi

  • @rajibgohain1476
    @rajibgohain1476 3 หลายเดือนก่อน

  • @nelegend5044
    @nelegend5044 3 หลายเดือนก่อน +2

    নেৰিব নেৰিব ।

  • @FakhruddinAli-i7d
    @FakhruddinAli-i7d 3 หลายเดือนก่อน +1

    Piyus Hazarika, you are a crank! It is like ,"To add fuel to the fury,"

  • @prasantadihingia359
    @prasantadihingia359 2 หลายเดือนก่อน

    Khed ihatak khed

  • @ManjulaKalita-n2c
    @ManjulaKalita-n2c 3 หลายเดือนก่อน

    যি পাই বলকি ঠাকে কয় আমাৰ অসমীয়া মানুহ বিলাক অন লাইনত বছতুু আনি চলিব ৰাস্তা ঘাত নালাগে আমাৰ দেশ আমি কৰিব লাগিব 😂😂😂

  • @prodipgowala9945
    @prodipgowala9945 3 หลายเดือนก่อน +1

    ওপৰৰ মাল হয়।

  • @abadullah3503
    @abadullah3503 3 หลายเดือนก่อน

    KENE. MOJA EATA HOMPODAI

  • @kusumbaruah2336
    @kusumbaruah2336 3 หลายเดือนก่อน

    আপোনাৰ কাম ni পীযুষ

  • @rohinibrahma3519
    @rohinibrahma3519 3 หลายเดือนก่อน

    😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂

  • @BabitaPokhrel-so5vb
    @BabitaPokhrel-so5vb 3 หลายเดือนก่อน +13

    Very good job Bjp sarkar kam nai falthu ledar go back

  • @MohanHaloi-n6d
    @MohanHaloi-n6d 3 หลายเดือนก่อน +1

    Aru vot dibi bjpk kana maja

  • @alpishkmomin6612
    @alpishkmomin6612 3 หลายเดือนก่อน +1

    Sir aru bjp pik vote dibo borpal😊😊😊😊

  • @SewaliDas-s6f
    @SewaliDas-s6f 3 หลายเดือนก่อน +1

    মামাই‌ এইবোৰ ‌ দেখা পাইনে‌‌ নাপায় ‌

  • @subantigogoi1957
    @subantigogoi1957 3 หลายเดือนก่อน

    পিষুজ নামৰ মানুহটুৱে সবকে ৰেচ কৰিবলে ষায় ই পসাখন তাৰ জুইহাল নেকী?

  • @SamiranSaikia-bn5wh
    @SamiranSaikia-bn5wh 3 หลายเดือนก่อน

    Besi din nai aulukor

  • @omprakashgogoi1225
    @omprakashgogoi1225 3 หลายเดือนก่อน

    😂😂😂 mja

  • @jhoondeka8568
    @jhoondeka8568 3 หลายเดือนก่อน +1

    Power দেখাব অহা পিযুষক খেদি পঠাব লাগে ।

  • @kristipriyachutia1124
    @kristipriyachutia1124 3 หลายเดือนก่อน

    Aku kamnai. Gupana. Taka. Pale. Bahi thakib

  • @JibanSaikia-ke3pc
    @JibanSaikia-ke3pc 3 หลายเดือนก่อน

    Hat vori bandhi panit pelai dio lage P hazarikak