বিজেপীক বাই বাই দিবনেকী বিধায়ক প্ৰশান্ত ফুকনে।গৰজি উঠিল প্ৰশান্ত ফুকন।/virel news

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ต.ค. 2024

ความคิดเห็น • 27

  • @PranabBorah-qb3eb
    @PranabBorah-qb3eb 7 ชั่วโมงที่ผ่านมา +3

    তেওঁ কথা বিলাক শুনি c amok তেল মাৰি থকা যেন লাগিছে আপুনি পিয়াজৰ মালা কথা পাহৰিল চাগে

  • @bisheswarborah4141
    @bisheswarborah4141 7 ชั่วโมงที่ผ่านมา +3

    Prashanta Phukon r kam nai...Resign dibo lage..4 times MLA, but nothing can be done by P Phukon..So he is not promoted as a minister...

  • @prabitachutia448
    @prabitachutia448 7 ชั่วโมงที่ผ่านมา +2

    অনুষ্ঠানটো বিশেষ ভাল নালাগিল , অৰ্থ নাইকিয়া কথা ,

  • @HaidarAli-ik2pp
    @HaidarAli-ik2pp 7 ชั่วโมงที่ผ่านมา +3

    ভোট আহিলে কিৱা কিবি কয় আৰু কিমান নাটক দেখিম

  • @monoBibi-h4x
    @monoBibi-h4x 8 ชั่วโมงที่ผ่านมา +1

    Good. News

  • @imdadali9519
    @imdadali9519 5 ชั่วโมงที่ผ่านมา

    এই জনক কোনেও গুৰুত্ব নিদিলে।খুৱ পুৰনা বি জে পি আছিল।

  • @AbbasAli-p6r
    @AbbasAli-p6r 5 ชั่วโมงที่ผ่านมา

    প্ৰশান্ত ছাৰৰ কিছুমান ভুলৰ বাবে আজিলৈকে মন্ত্ৰী হ'বলৈ সক্ষম হোৱা নাই।
    বিজেপি দলৰ প্ৰতি আস্থা আছে কিন্তু দলৰ হৈ কাম কৰা নাই প্ৰশান্ত ছাৰে। কাৰণ বিজেপিত থাকিলে বা বিজেপিৰ পৰা কিবা পাব বিচাৰিলে। মুছলিম বা মিঞাৰ বিৰুদ্ধে কথা ক'বলৈ জানিব লাগিব।
    বিজেপি দলৰ হৈ মন্ত্ৰী হ'বলৈ হ'লে মিঞাৰ বিৰুদ্ধে ধ্বনি দিবই লাগিব। নহ'লে আজীৱন বিধায়ক হ'লেও মন্ত্ৰী হব নোৱাৰে।

  • @hndekari8011
    @hndekari8011 7 ชั่วโมงที่ผ่านมา +4

    যি দেখা গৈছে, প্ৰশান্ত ফুকনে বিহাৰী ভোটাৰ দুটকীয়া চাহ খোৱাই বহুমূলীয়া ভোট কিনিবলৈ ।
    অবশ্যে তেওঁৰ মুখখন মিঠা বাবে টিকি আছে । আজিৰ পৰিবৰ্তিত পৰিস্থিতিত কাৰ কি হয় কোনে জানে । এজন বৰ্ষীয়ান নেতা হিচাপে প্ৰশান্ত ফুকন ডাঙৰীয়াৰ সুনাম নিশ্চয় আছে যদিও, ৰাজনৈতিক নেতা হিচাপে তেওঁৰ ভণ্ডামি ৰাইজে দেখা পাইছে কিন্তু ।।

  • @saratnath5823
    @saratnath5823 7 ชั่วโมงที่ผ่านมา

    Yes

  • @BojenChutia-s7b
    @BojenChutia-s7b 8 ชั่วโมงที่ผ่านมา

    At a time you congress.

  • @ripunjoygohain8164
    @ripunjoygohain8164 7 ชั่วโมงที่ผ่านมา

    Prasanta Phukan dangaria you are a upper Assam people so that CM not select as a Minister. Because CM is Lower Assam Minister.

  • @KishorHazarika-zk5ev
    @KishorHazarika-zk5ev 5 ชั่วโมงที่ผ่านมา

    ইয়াক মানুহ বুলিয়েই নাভাবো

  • @Arun-un5ix
    @Arun-un5ix 6 ชั่วโมงที่ผ่านมา

    Da da moy ajon 1983 r pora bjp kintu ae cur bilakor karjo kolap dekhi bortoman bohi achu moy 2007 conot ponchytot election kheli jiki chilu 2012 seshol tar pichor pora bohi achu mur nam Arun das hojai distice ajarbari g p

  • @ManuSaloi
    @ManuSaloi 5 ชั่วโมงที่ผ่านมา +1

    Piyajar maladal kot ?

  • @ImranAli-u3b
    @ImranAli-u3b 5 ชั่วโมงที่ผ่านมา

    Alu piaz potibad kora jon

  • @স্মৃতিহাজৰিকাগগৈ
    @স্মৃতিহাজৰিকাগগৈ 8 ชั่วโมงที่ผ่านมา

    Timea kb

  • @jagatgohain199
    @jagatgohain199 7 ชั่วโมงที่ผ่านมา +1

    হেৰৌ ফুকন ডাঙৰীয়া আপোনাক এটা কথা শুধো দাম বৃদ্ধি ৰ বাবে চৰকাৰৰ বিপক্ষে বহুত কিবা কৰিছিল এটা সময়ত। আজি আপোনালোকৰ চৰকাৰ আপোনালোকে এই দাম বৃদ্ধি ৰ সময়ত আমি টিউটৰ সকল জীয়াই নাথাকিব নেকি আমি অসমৰ মানুহ নহয়নেকি আমাৰ জীয়াই তথা লৰা ছোৱালী য়ে নাখাব নেকি আপুনি এটা মালা তথা গায়ন বায়ন আৰু কিবা কিবি কৰিছিল আজি আমি টিউটৰ সকলে কি কৰিলে চৰকাৰৰ দৃষ্টিগোচৰ হব জনাবচোন

    • @hebaldaimari3495
      @hebaldaimari3495 7 ชั่วโมงที่ผ่านมา

      Piyajor bepar korisil sagui?

  • @majnurali2930
    @majnurali2930 3 ชั่วโมงที่ผ่านมา

    piyajor Mala kot atiya...pahorile sage

  • @marufraja7386
    @marufraja7386 7 ชั่วโมงที่ผ่านมา

    KI. KOM. BHAI. SONALI. KHUJOG. GOL. JIWBNOT. ARU. MONTRI. HOB. NOWARA.

  • @pramodchoudhury6598
    @pramodchoudhury6598 7 ชั่วโมงที่ผ่านมา

    Tal Jor thik thakile haba.

  • @Arun-un5ix
    @Arun-un5ix 6 ชั่วโมงที่ผ่านมา

    Da da moy ajon 1983 r pora bjp kintu ae cur bilakor karjo kolap dekhi bortoman bohi achu moy 2007 conot ponchytot election kheli jiki chilu 2012 seshol tar pichor pora bohi achu mur nam Arun das hojai distice ajarbari g p