আধুনিকতাৰ ধামখুমিয়াত আমি পাহৰি গৈছোঁ আমাৰ সম্পৰ্ক বোৰ, পাহৰি গৈছো মা দেউতাই আমাৰ লগত কৰি অহা কষ্ট বোৰ আচলতে নাপায় মই ও কাৰোবাৰ পুত্ৰ মোৰ ও মা দেউতা আছে মই বুজি পাওঁ মা দেউতা কি হয় যদি আপোনালোকে এই বাতৰিটো চাইছে মোৰ এটা এ অনুৰোধ আপোনালোকে অনুগ্ৰহ কৰি আপোনালোকৰ মা দেউতাক নিজৰ ঘৰলে লৈ যাওঁক বৰ কষ্ট পাইছে শেষৰ এই সময় খিনিত এনেকৈ কষ্ট নিদিব 🙏🙏
আগৰ পৰা লৰা বিলাক ভালে থাকে যেতিয়া বিয়া পাতিব তেতিয়া তিৰিৰ তলত থাকি মাকক পাহৰি যায় ৷ তিৰিৰ কথা মতে চলে ৷ তিৰি বিলাকে আকৌ আনৰ কু বুদ্ধি শুনি শুনি ঘৰত কাইজিয়া সৃষ্টি কৰে ৷ 😮😂😅
ল'ৰা ছোৱালী জন্ম দিলে শাস্ত্ৰ সন্মত ভাৱে বা শাস্ত্ৰই দিয়া সিদ্ধান্ত গ্ৰহণ কৰি জন্ম দিলে এনে হৱ নোৱাৰে। লগতে সৰুৰ পৰাই আধ্যাত্মিক গিয়ান দিব লাগে এনে যেনে মনে জন্ম দিলে এনে হয়।
কোনো পিতৃ মাতৃক যাতে এনেকুৱা অৱস্থা কৰিব নোৱাৰে আইনে তাৰ কঠোৰ ব্যৱস্থা ল'ব লাগে।
আধুনিকতাৰ ধামখুমিয়াত আমি পাহৰি গৈছোঁ আমাৰ সম্পৰ্ক বোৰ, পাহৰি গৈছো মা দেউতাই আমাৰ লগত কৰি অহা কষ্ট বোৰ আচলতে নাপায় মই ও কাৰোবাৰ পুত্ৰ মোৰ ও মা দেউতা আছে মই বুজি পাওঁ মা দেউতা কি হয় যদি আপোনালোকে এই বাতৰিটো চাইছে মোৰ এটা এ অনুৰোধ আপোনালোকে অনুগ্ৰহ কৰি আপোনালোকৰ মা দেউতাক নিজৰ ঘৰলে লৈ যাওঁক বৰ কষ্ট পাইছে শেষৰ এই সময় খিনিত এনেকৈ কষ্ট নিদিব 🙏🙏
হয় বহুত বেয়া লাগে এইবোৰ দেখিলে।
আইন আছে আপোনালোকে আইনৰ সহায় লোৱক ।।
কি হব সন্তানক পঢ়াই শুনাই এয়াই পৰিনতি😢❤❤
Maa apuni agaraki dorbhagia .Good bless you.
এইটো বয়সত ঈশ্বৰে যেন শান্তি দিয়ে। তাকেই প্ৰাৰ্থনা কৰিছো। 🙏
অভিশপ্ত হৈ মৰিব পুতেক হত।
Maa apuni haath jur 🙏 nokoribo..adin xiu pabo tar kormor fol 😢
এই বোৰ সন্তান নহয়, চন্দাল হয়। আৰু এটা কথা, সৰুতে অতি মাত্ৰা মৰম কৰাৰ ফল হয়তো।
চন্দাল সকলে ইমান বেয়া কাম নকৰে। তেওঁলোক বহু সৎ মানুহ হয়।
চন্দাল সকলে ইমান বেয়া কাম নকৰে। তেওঁলোক বহু সৎ মানুহ হয়।
ঠিকেই কৈছে খুৰা জনে মোৰ মাৰ লগতো একাংশ গাওঁৰ মানুহ মিলি মাটি কাঢ়ি লৈছিল পুলিচৰ কাৰণেই। আৰু বৰ্তমানো মাৰ ওপৰত নিৰ্যাতন চলাই আছে। আজি এইখিনি মাটিত কালি সেইখিনি মাটিত কাঢ়ি নিয়াৰ কাৰণে নিৰ্যাতন। পুলিচ ৰ ওচৰত গলে মোৰ অকলশৰীয়া মা জনি হে বেয়া বুলি কয়
কেনেকুৱা লৰা অ ইমান নিষ্ঠুৰ হৃদয় যি মা দেউতাকে হৰোৰ পৰা ইমান কষ্টত ডাঙৰ দীঘল কৰিলে এতিয়া তেনে মা দেউতাক আনেকোৱা কৰিছে নাপাই পাপ লাগিব 😢মা ৰ মমতা কোনে বুজিব অ
মাক দেউতাকক চিনি নোপোৱা বহুত ল'ৰা-ছোৱালি পু-বোৱাৰী আছে । তেও লোকে কেবল নিজৰ তিৰুতাৰ ঘৰখন চিনি পাই ।
এনেবোৰ পৰিস্থিতি আজিকালি তেনেই সুলভ। সন্তান-সন্ততিৰ প্ৰতি পিতৃ-মাতৃৰ ক্ৰমাৎ যেন বিশ্বাস হেৰাই গৈছে। ভাগৱতৰ দ্বাদশ অধ্যায়ত কলিৰ সন্তানৰ যি চৰিত্ৰৰ কথা বৰ্ণনা কৰা হৈছে সেয়া আজিৰ সমাজত বাস্তৱত প্ৰতিফলিত হোৱা দেখা গৈছে। যুগৰ এই পৰিবৰ্তন এতিয়া ভয়াবহ। বুজি পোৱা নাই সন্তানে বালীলৈ যি পাত সুগ্ৰীৱলৈও কিন্তু একেপাট শৰেই নিৰ্দিষ্ট হৈ আছে।
আপোনাৰ লোকে ঘৰ বাৰী এৰি নিদিব আৰু থানাত দি দিয়ক।
বৰ দুখ ৰ বিষয় । মা আৰু দেউতা। হায় অসম ।
পিতৃ মাতৃৰ অভিশাপ অথলে নাযায়???❓???
আইনি ব্যৱস্থালৈ তাক ত্যয্য পুত্ৰ কৰক
মানসিক ৰোগী ৰ সঙখ্যা বাঢ়িছে ।।লৰাজন মানসিক ৰোগী ।।Need treatment😢😢
Iss emn dukh lagil
আমাৰো বও্মান একেই দেউতাক ঢুকুৱাৰ পিযত নানা কুট কশৌল কৰি অলপমানেই মাটি তাকো কাঢ়ি নিব খুজিছিল নোৱাৰি এতিয়া লৰা ৱোবাৰীক মিঠা মিঠা মাত দি ঘৰ খন ভঙাৰ চেষ্টা কৰিচে ৷ মাকৰ পৰা আটৰ কৰিব লৈ চেষ্টা চলাই আচে ৷🎉🎉🎉
আগৰ দিনত গুৰুকুল আছিল। ৰজা প্ৰজা সকলোকে তাতে নৈতিকতা, জ্ঞান, আধ্যাত্মিক, পুৰুস্বাৰ্থৰ শিক্ষা লাভ কৰিছিল। কিন্তু, গুৰুকুল বন্ধ কৰাৰ পাছত মেকলিৰ শিক্ষা আৰু ন্যায় ব্যৱস্থা দেখিছেই। পিতা পুত্ৰৰ মাজত বিবাদ, ককাই ভাই বিবাদ, মাতৃ বোৱাৰী বিবাদ। সকলোতে কিবা নহয় কিবা মনোমালিন্য প্ৰায় দেখা যায়। ঘোৰ কলিৰ আগ্ৰাসন।
নাজানো কেনেকুৱা লৰা.....
এনে সন্তানথকাতকৈ বাজি হৈ থকাই ভাল
চৰকাৰে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব-----
বৰ দুখৰ এইদিন----
মা আপুনি বৰ্তমান থকা ঠাইখিনি এই আপোনালোকৰ বাবে নিৰাপদ ঠাই । যদি তাত গৈ কেতিয়াবা কাৰোবাৰ হাতত প্ৰাণ হেৰুৱায়। আপুনি প্ৰাপ্য সম্পত্তি খিনি লৈ আশ্ৰমতে থাকক।🙏
দুখ লগা
Govt should take some strict action against this type of son...
Mojja karon hiu Ane kosto pabo arji loise
লাজ আৰু মাথা নাইকীয়া এইবোৰ। লাজ পাইনে নাপাই জানো নিজৰ মাক দেউতাক ক এনেকুৱা কৰী সমাজত ঘুৰি বলৈ।
বেছি নিজৰ ল'ৰা ভাল বুলি কওঁ যে ভাল হৈছে
Bhut dukh lga😢
মই এইবোৰ একেবাৰেই চাব নোৱাৰোঁ, মুঠতে যি মাটি বাঢ়ি আছে সকলো মাক, দেউতাকৰ। মাক দেউতাক জিয়াই আছে যেতিয়া পুতেকে মাত মাতি ব নোৱাৰে। মা দেউতা আমাৰো আছে।
Anekua lora nothokai val
Bahut dukh lagila😢😢😢
প্ৰশাসনৰ সহায় লওক ।নিশ্চয় কামত আহিব ! কথা এষাৰ আছে যে একেডাল কান্ধমাৰি । সিহঁতৰ লৰা-ছোৱালীও তেনেকুৱাই কৰিব !যেনে কুকুৰ তেনে টাঙোন !
লৰা ক জেলত ভৰাই নিজে নিজৰ ঘৰ চাপক...
আনৰ ঘৰত কাম কৰি খোৱা ল'ৰা-ছোৱালীৱেও মাক-দেউতাকক চিনি পায় I গাত টোপ পৰিব নিদিয়াকৈ তোলা এচাম ল'ৰা-ছোৱালীয়ে আকৌ বুঢ়া বয়সলৈকে মাক-দেউতাকক প্ৰশ্ন কৰে ----- মোৰ কাৰণে কি কৰিছ ? ধিক্ এনে সন্তান ! মাক-দেউতাকৰ প্ৰতি থকা কৰ্ত্তব ্যৰ কথা পাহৰি গৈছে , মানুহ হয়ো জীৱ-জন্তুৰ দৰে ব্যৱহাৰ কৰিবলৈ লৈছে !
বহুত দুখ লাগে !
এনে সন্তান জন্ম দিব নালাগে 🙏
Krishna Krishna
Hosa dei anekuwa lorak hasti dibo Lage
😢😢😢 পৃথিৱীত কিমান কুলাংগাৰ জন্ম হয় 😢😢😢😢
এনেকুৱা লৰা ছোৱালী জন্ম দিয়াতকৈ নিদিয়া ভাল। বহুত বেয়া লাগে নিজৰ অভিভাৱক এনেবোৰ ব্যৱহাৰ কৰিলে।😢😢😢
সঁচাকৈ কি যে কম 😢
এনেকোৱা সন্তানক এনকাউন্টাৰ কৰি দিব লাগে
মৰি যোৱা এ ভাল এনে লৰা ছোৱালী থকাত কৈ ।
Please help them.please police praxaxon cm mama I mak dewtar uporot bohut niyom korise.xei khini Kori tewlukok xohai korok.
এইবোৰ সন্তানক অতি সোনকালে বিছাৰ কৰিব লাগে ।বহুত মাতৃয়ে এনেকৈ কান্দি আছে
Dukh lagise o Mur maa nisinake same please help korok mama
Dukh lagil
সম্পত্তি যদি আপোনালোকৰ নামত আছে,পুলিচত কমপ্লেইন দিয়ক। যেনে লৰা তাক তেনেকুৱাই কৰিব লাগে
আগৰ পৰা লৰা বিলাক ভালে থাকে যেতিয়া বিয়া পাতিব তেতিয়া তিৰিৰ তলত থাকি মাকক পাহৰি যায় ৷ তিৰিৰ কথা মতে চলে ৷ তিৰি বিলাকে আকৌ আনৰ কু বুদ্ধি শুনি শুনি ঘৰত কাইজিয়া সৃষ্টি কৰে ৷ 😮😂😅
Jonm diya maa deotak aane kora lorak raijehe gawor pora khedib lage.bohut dukh loga kotha
😢😢
নলবেইৰা আপা এনেহেনেই
খালি টকা-পইচা, ডা: , ইঞ্জিনিয়াৰৰ কথা চিন্তা কৰা সকলৰ এই গতি হবয়ে
Kenekua hontan o eibur...maa dewtar alp kiba eta holei buku vagi jai....keneke pare o enekua koribo..
Chief miniter sire chabo laage
Kokor powalikitak susarai aanib lage,maa ,dehta haman hab pare janu,
এই অধম কিটা মই পোৱা হলে ভাল শিক্ষা দিলো হয়।মূৰ্খ বুৰ্বক কিটা নিজে মৰি যা তহঁত
Napai
বেংকত মডগেজ কৰি দিয়ক সকলো সম্পত্তি।
Take necessary action
আমি বিদ্যাল়সমূহত শিষ্টাচাৰ শিক্ষাৰ কিতাপ বাধ্যতা কৰিব লাগিব। kokrajhar
Ane putrak aku dib nalage
ল'ৰা ছোৱালী জন্ম দিলে শাস্ত্ৰ সন্মত ভাৱে বা শাস্ত্ৰই দিয়া সিদ্ধান্ত গ্ৰহণ কৰি জন্ম দিলে এনে হৱ নোৱাৰে। লগতে সৰুৰ পৰাই আধ্যাত্মিক গিয়ান দিব লাগে
এনে যেনে মনে জন্ম দিলে এনে হয়।
Bohut duk Lage
মোৰ ঘৰত থাকিব আহক।
ডাঙৰ লৰাই কি কৰি আছে?
হয়তো শিষ্টাচাৰ সৰুৰ পৰা সিকা নাই। অকল বিদ্যালয় শিক্ষা হে চিকাইছে।
Anekuwa khontan thokat koi gutei jibon nihkhontan hoi thokai Val.
লৰাতে মৰিলে মাটি খিনি লগত লৈ যাব
Kolija nai neki re..... enekuwa brr
Ayonor khohai lok .ukil loi case korok
Hoi ke ja hoisa aji kali mak bapakok sawa koriboloi baia pai kuabo nuara
আপুনাৰ লৰাতোক মানসিক চিকিৎসা কৰাওক
এই সন্তানক পিতৃৰ সকলো সম্পতিৰ পৰা বঞ্চিত কৰা উচিত, জেলত দিব লাগে কুকুৰ হতক
Hantank paha huna giyanar lgate shri krishna Gita giyan dib lage
এই বোৰ সমাজত মানৱতা হীন সময় কেনেকৈ হবলৈ পালে ও ভাই সকল
Vagwan hadrris Mak bapek k atyasar korile teolukor Wu beya abastha hobo..
Avisap pabo...
Anekuwa lora huwat koi nuhuwa I val ,sorkar xone eai ma , deuta k niai diok
Aji kali lora tuli lav nai.lorar bodli subali dujoni tulok,sob lora aru ake nohoi baru
Bin lora swaliy val .
কথা িখনি সচা.
Kathai Nai akebare DC, SDC , SP jonauk aru june Apunalukak kanduwaise bahir kori diyok. Khama nakarib.
Eyai adhunikotar parsokriya
Apunar lgt axomor raij ase hat jur nkribo
😢
Jail t thoi dyok
Putrak tezraputrakori ghoror pora ulai dibo lage
Ase Tenekua putro buari.
Pitrir matir nijor ghar matik thaki nedi, khab nedi, uli aai diye....Di nijor ga bolore mati bur nijor kori okole thaki khai...?
😭😭
Moi hai karone suwli bea napatu dai
Hat akhon Kati diok.
😢😥😢
Tezo purtar kori diyak..
ৰাম পিটন পোৱা নাই সি৷পিতন পালে লাইনত আহিব৷
কত ঘৰ
Moi loi ahilo hoi jodiahe🙏
QQ 0:31
Ji Mula bahe tupatote sin motigoti beya dekhile harutei mari pelabo lage aku pap nohai
Hind manhbilakr lrablak praye enekoa hoi. Bea lage.