পাণৰ উৎপাদন বঢ়োৱাৰ বিজ্ঞানসন্মত কৌশল । Scientific Method to increase Betel Leaf production

แชร์
ฝัง
  • เผยแพร่เมื่อ 27 พ.ค. 2022

ความคิดเห็น • 26

  • @harakantatamuli1053
    @harakantatamuli1053 ปีที่แล้ว +1

    Vedio tu bor bhal lagil . Thank you .

  • @paraggogoi405
    @paraggogoi405 ปีที่แล้ว

    ❤❤❤❤❤❤❤❤❤❤

    • @borahskitchengarden2487
      @borahskitchengarden2487  ปีที่แล้ว

      ধন্যবাদ

    • @usmanali-ek2cn
      @usmanali-ek2cn 16 วันที่ผ่านมา

      ​@@borahskitchengarden2487Dada please send me your contact number kindly

  • @christianboruah2568
    @christianboruah2568 ปีที่แล้ว

    Val lagil

  • @soinikaassam6347
    @soinikaassam6347 ปีที่แล้ว

    Apunr ghrr kun jegat sir

    • @borahskitchengarden2487
      @borahskitchengarden2487  ปีที่แล้ว

      মোৰ ঘৰ গুৱাহাটীৰ পাঞ্জাবাৰীত।

  • @Ankuran_Saikia
    @Ankuran_Saikia ปีที่แล้ว

    ভাল লাগিল আপনার ঘৰ কত

    • @borahskitchengarden2487
      @borahskitchengarden2487  ปีที่แล้ว

      বহুত বহুত ধন্যবাদ। গুৱাহাটীৰ পাঞ্জাবাৰীত।

  • @bhudevdas3834
    @bhudevdas3834 ปีที่แล้ว

    আপোনাৰ ঘৰ কত বাৰু জানিব পাৰিম নেকি? ভিডিঅ বঢ়িয়া হৈছে।

    • @borahskitchengarden2487
      @borahskitchengarden2487  ปีที่แล้ว

      ধন্যবাদ । মোৰ ঘৰ গুৱাহাটীৰ পাঞ্জাবাৰীত।

  • @gunakantabaruah6243
    @gunakantabaruah6243 ปีที่แล้ว

    পান গছ উখকৈ বগালে বা আগত পান গুড়িত পান কমি গলে এনে কৰিব লগা হয়।সেয়ে মৈইতা বা জখলা বিৱহাৰ কৰা হয় যাতে সমভাৱে পানপৰা হয়।পথাৰৰ আলিৰ মাটি আনি বৰষুণ আৰম্ভ হ'লেই মাটিৰ ভেটি বনাই এক বাঁহৰ গজালবনাই পানডাল মাটিৰ গুজিযাব লাগে যাতে গাঠিত নতুন শিপা ও পুখা মেলিব।পুখাটো পোনাই অঘয়া গছৰ লগত বান্ধ দিলে নৱজাগৰণৰ পান সোনকালেই খামুচি ধৰি বগাই যাব। সদায় পানৰ গিৰিহতেহে পান চিঙা দৰকাৰ নহ'লে আনৰ হাতত গুড়িলঠৰা পানবাৰী দেখাত আপচু ও উত্পাদন কমহৈ আহে।আমাৰ পানৰ বাৰীত কামকৰি দেউতাহতৰ পৰা জনা কথা।

    • @borahskitchengarden2487
      @borahskitchengarden2487  ปีที่แล้ว

      হয়।পাণৰ যত্নৰ ওপৰতে উৎপাদনৰ সাফল্যতা নিৰ্ভৰ কৰে।

  • @rishahussain659
    @rishahussain659 ปีที่แล้ว

    Dada moi o ntunkoi pan gos lgaisu kintu pan gsor agtu mri goise ki krile vl hob jnab sun 🙏🙏🙏

    • @borahskitchengarden2487
      @borahskitchengarden2487  ปีที่แล้ว

      এবিধ পোকে কাটে, নাইবা ভাইৰাছৰ কাৰণেও হয়। নিমৰ তেল ৩/৪দিনৰ অন্তৰে অন্তৰে ছটিয়ালে ভাল হ'ব। ধন্যবাদ।

    • @rishahussain659
      @rishahussain659 ปีที่แล้ว

      @@borahskitchengarden2487 Thank you dada

  • @ZwitterAssam
    @ZwitterAssam ปีที่แล้ว

    ডাঙৰ আকাৰৰ পাণ কিদৰে পাব পাৰি ?
    নিশ্চয় জনাব।।

    • @borahskitchengarden2487
      @borahskitchengarden2487  ปีที่แล้ว

      এই বিষয়ে মোৰ vedeo দিয়া আছে।

  • @rajibgogoi4946
    @rajibgogoi4946 ปีที่แล้ว

    দাদা পানৰ পুলি পাম নেকি

    • @borahskitchengarden2487
      @borahskitchengarden2487  ปีที่แล้ว

      পানৰ পুলি মোৰ প্ৰয়োজনৰ বাবেহে উৎপাদন কৰো। মোৰ পদ্ধতি টো ভাল দৰে চাব আৰু নিজে কৰিব পাৰিব।কেৱল মথনীয়া( বেছি কোমলো নহয় বেছি পুৰঠো নহয় )ডাল ল'ব।পুলি বনোৱাৰ বাবে চত আৰু বহাগ মাহ উপযুক্ত সময়।প্ৰথম ১০/১২দিন জাত ৰাখিব। চেষ্টাৰ অসাধ্য একো নাই।

  • @ronjitbasumatary1908
    @ronjitbasumatary1908 11 หลายเดือนก่อน

    Het sala burbok anekuwa pan kheti nokore sop bemar hobo

    • @borahskitchengarden2487
      @borahskitchengarden2487  11 หลายเดือนก่อน

      মাননীয় বসুমতাৰী ডাঙৰীয়া, পৰম্পৰাগত কৃষিৰ লগতে বিজ্ঞানসম্নত পদ্ধতিৰে আগবাঢ়িলেহে উৎপাদন বাঢ়িব।আমি বিজ্ঞানসম্নত পদ্ধতিৰ তথ্যৰ ওপৰত ভিত্তি কৰিহে দেখুৱাইছো। ফলাফল লাভ কৰিছো।কথা সিমানেই। ধন্যবাদ।