তিয়হৰ উপযুক্ত প্ৰতিপালন কেনেকৈ কৰা হয়?(How To Properly Nurture Cucumber Plant)

แชร์
ฝัง
  • เผยแพร่เมื่อ 14 ต.ค. 2024

ความคิดเห็น • 23

  • @sabitatailoringcooking8918
    @sabitatailoringcooking8918 6 หลายเดือนก่อน +1

    Ati Sundar

  • @monalishakutumkutum2296
    @monalishakutumkutum2296 5 หลายเดือนก่อน +1

    গুটি কোন টো দিছে জনাব

    • @borahskitchengarden2487
      @borahskitchengarden2487  5 หลายเดือนก่อน

      Hybrid জাতৰ গুটি। ধন্যবাদ।

  • @bharartidoley9044
    @bharartidoley9044 6 หลายเดือนก่อน +1

    Botta sika guti kiyo hukan hoi hey bikoye video ata bona Bo xun parile plz 🙏

    • @borahskitchengarden2487
      @borahskitchengarden2487  6 หลายเดือนก่อน

      কি কৈছে,একো বুজি পোৱা নাই। ভালদৰে বুজাই ক'ব। ধন্যবাদ।

  • @sachindraphukan9993
    @sachindraphukan9993 5 หลายเดือนก่อน

    মহোদয় কেঁচা গোৱৰ দিব পাৰিম নে। ময়ো ঘৰুৱা ভাৱে কৰিছোঁ । আপোনাৰ ভিডিঅ' চাই উপকৃত হৈছোঁ

    • @borahskitchengarden2487
      @borahskitchengarden2487  5 หลายเดือนก่อน

      খুউব ভাল কথা। দিব পাৰি। কিন্তু গছৰ গুৰিত নলগাকৈ অলপ দূৰৈত দিব লাগিব। ধন্যবাদ।

  • @RJHMvideoblogs
    @RJHMvideoblogs 6 หลายเดือนก่อน

    Amar gharat tiyah lagisei..kintu patbur olp boga Boga dag Parise. gharua pratikar kiba asene?

    • @borahskitchengarden2487
      @borahskitchengarden2487  6 หลายเดือนก่อน +1

      জেকা লাগিব নালাগে।গুৰিত মৰা গোবৰ বেছিকৈ দিলে ভাল।লগত ছাইও দিব পাৰি।১০০গ্ৰাম মান খলিহৈ ৩/৪দিন তিয়াই থৈ সেই খিনিৰ লগত ১৫ লিটাৰ মান পানী মিহলাই সপ্তাহত এবাৰকৈ গছৰ গুৰিত ১লিটাৰ মানকৈ দিব। লগতে ৫ml নিমতেল ১লিটাৰ পানীৰ লগত মিহলাই ১০দিনৰ অন্তৰত গছৰ পাতত spray কৰি দিব। ধন্যবাদ।

    • @RJHMvideoblogs
      @RJHMvideoblogs 6 หลายเดือนก่อน

      @@borahskitchengarden2487 Nissai tenekua karim. Dhanyawad 🙏

    • @jaydeeplahon7017
      @jaydeeplahon7017 6 หลายเดือนก่อน +1

      আমাৰ ঘৰত মাছৰ বাকছত তিয়হৰ পুলি লগাইছো ;কিন্তু ফুলবোৰ সৰি পৰিছে এটাও ৰোৱা নাই ৷ইয়াৰ ঘৰুৱা প্ৰতিকাৰ আছে নেকি লগতে জিকা গছবোৰৰপাত বোৰ হালধীয়া হৈ মৰহী যোৱাৰ লগতে কলি বোৰ শুকাই সৰি গৈছে ?কিয় এনেকুৱা হৈছে ? জনাবলৈ নাপাহৰিব ৷

  • @SD-ff1wc
    @SD-ff1wc 5 หลายเดือนก่อน

    দাদা নদীৰ পাৰৰ ক’লা বালি চহীয়া মাটি পাচলি খেতিৰ বাবে উপযোগী হয় নে নহয় জনাবচোন

    • @borahskitchengarden2487
      @borahskitchengarden2487  5 หลายเดือนก่อน

      নদীৰ পাৰৰ পলসুৱা মাটি সকলো খেতিৰ বাবে উপযোগী। ধন্যবাদ।

  • @BabulNath-j8d
    @BabulNath-j8d 6 หลายเดือนก่อน

    Bhal lagil

    • @borahskitchengarden2487
      @borahskitchengarden2487  6 หลายเดือนก่อน

      বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।

  • @dhrubajyotikalita8255
    @dhrubajyotikalita8255 6 หลายเดือนก่อน

    দাদা জলকীয়াৰ প্ৰতিপালনৰ ওপৰত ভিদিও বোনাৱ!মোৰ জলকীয়া বোৰ পাত মুচোৰা বেমাৰ হৈছে।

    • @borahskitchengarden2487
      @borahskitchengarden2487  6 หลายเดือนก่อน

      জলকীয়াৰ বিষয়ে মোৰ দুই তিনিটা video আছে। সেই বোৰ চাব পাৰে। পাছলৈ আৰু দিয়া হ'ব।এই বেমাৰটো নহওঁতেই chillicon,admireবা indofil ঔষধ টো ব্যৱহাৰ কৰিব লাগে।chlicon 2mg 1লিটাৰ পানীত,admire 2mg 1লিটাৰ পানীত,indofil 5mg 1লিটাৰ পানীত মিলাই পাতত ভালকৈ spray কৰিব লাগে। ইয়াৰ যিকোনো এবিধ 9/10দিনৰ অন্তৰত ব্যৱহাৰ কৰিব লাগে। ধন্যবাদ।

    • @borahskitchengarden2487
      @borahskitchengarden2487  5 หลายเดือนก่อน

      Chillicon টো chilliron হ'ব।

  • @dhrubajyotikalita8255
    @dhrubajyotikalita8255 6 หลายเดือนก่อน

    দাদা জলকীয়াৰ প্ৰতিপালনৰ ওপৰত ভিদিও বোনাৱ!মোৰ জলকীয়া বোৰ পাত মুচোৰা বেমাৰ হৈছে।

    • @borahskitchengarden2487
      @borahskitchengarden2487  4 หลายเดือนก่อน

      জলকীয়াৰ বিষয়ে video দিয়া হৈছে। ধন্যবাদ।