"যাত্ৰা"ৰ "ৰেন্ মৌ"ত আইচেংফাৰ স'তে গায়িকা/অভিনেত্ৰী দীপলিনা ডেকা | Jaatra EP04 feat.
ฝัง
- เผยแพร่เมื่อ 7 ก.ย. 2024
- Welcome to Jaatra, your ultimate destination for entertainment and inspiration! On our channel, we are thrilled to introduce you to a brand new chapter called "Ren-Mou." In Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. But that's not all! We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel.If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content.
Credit -
Host and Concept - Aichengfa Boruah
Cinematographer - Chandra Kumar Das , Nihar , Azijul
Music and Audio Production - Xulfi Nawaz
Video Editor - Vedant
Make-Up - Manas Rabha
আইছেংফা বা আপোনাক দেখিলে কহিনুৰৰ মঞ্চৰ অসীমত যাৰ হেৰাল সীমা লৈ মনত পৰে। অনুষ্ঠান টো ভাল লাগিল ❤
Deeplina bak val loga ru val puar bohut karon ase. Logote apuniu priyo aichengfa ba❤
Two decent Ladies having a Gentle Conversation 👌🏼👏😇🥰
বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো।দীপলীনা ডেকা অসমৰে এগৰাকী উদীয়মান আৰু প্ৰতিভাশালী সুন্দৰ, সুৰীয়া আৰু অনূভৱী গায়িকা।
⁶6666
দুটি সুন্দৰ কণ্ঠৰ অধিকাৰী দুয়োগৰাকী ❤️❤️ সুন্দৰ অনুস্থান . . . 😊
দীপলীনা সদায় প্ৰিয় মোৰ❤️❤️আইচেংফাও প্ৰিয়❤️
Deeplina, tumar voice tu bahut sweet , asomiya songit jagat tumar geetere bhorai Tula ...... Natun prajanmoi siradin monot rakhibo porakoi. Bahut Shubheshya thakil.
Iman dhunia gothon mulok alosona hoise…khosake bohut val lagil…deeplina baa i kuar nisina ke যাত্ৰাৰ যাত্ৰা সদাই এনেকৈয়ে অৱ্যাহত থাকক💐।
খুব সুন্দৰ অনুষ্ঠান, বহুত ভাল লাগিল । দুয়োগৰাকীৰ যাত্ৰাত সুন্দৰ সমাহাৰ ।
Always my favourite deeplina ba❤❤❤❤🎉🎉🎉🎉
Meghranjani baa k invite koribasun baa please it’s a humble request….Deeplina baa r dre Megha ba r kotha bur xunibo mon jai
Both are my favourite ❤😊
খুউব ভাল লাগিল অনুষ্ঠানটো চাই , দুয়োগৰাকীৰ ব্যক্তিত্বই প্ৰভাৱিত কৰে মোক, চৌপাশৰ পৰিৱেশ যোগাত্মক হৈ পৰে আপোনালোকৰ কথাবোৰ শুনিলে ,এনেকৈয়ে ভাল কামবোৰ হৈ থাকক , শুভকামনা সদায় আছে আৰু থাকিব ।❤️❤️❤️
Invite Tanmoy Saikia..the kid of music industry making hits every time. Hope to see him
Salute from.... Kashmir.. Pulwama(indian army.). Protectors of pulwama
Hum kupwara se ___
stop commenting on these disgusting topics that are not related to this beautiful podcast environment.
কি ক’ম ! বৰ ভাল লাগিল ৷যাত্ৰাৰ যাত্ৰা অব্যাহত থাকক তাৰ কামনাৰে ❤❤❤
দুয়োগৰাকীয়ে বৰ প্ৰিয় 💕 ❤️ বৰ সুন্দৰ হৈছে অনুষ্ঠানটি 👌
Good ❤
Sweet feeling..
To be honest I never knew you before You're really very talented woman Aichengfa ba. and Deeplina Deka evergreen beautiful by soul'
Beautiful episode with pretty Deeplina ma'am❤
Bhut besi val lgil....ru 2u goraki a bhut priyo hoi.... যাত্ৰা নিয়মীয়া সহযাত্ৰী হয়❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Great episode ...ভাল লাগিল চাই
Sob falor pa perfect deeplina ba jni.bak val pua bht karon ase🥺💕
Always my favourite deeplina ba ❤
Bhal lgile ❤
দীপলিনা বা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ সংগীত কেইটামান লৈ কভাৰ এলবাম এটা কৰক চোন। আপোনাৰ কন্ঠত ৰাভা দেৱৰ গীত শুনিবলৈ বৰ অপেক্ষাৰে ৰৈ আছোঁ।
মোৰ আটাইতকৈ ভাল লগা বা জনী as a singer as a dancer ♥️❤❤❤ from nalbari ....
বহুত বহুত ভাল লাগিল
Tumaluk aguwai juwa -nicoy bahut struggle lagib ,sangitor maje maje samajor babeu Kam
Kori juwa .
Assamesot one piece I ase multitalented suali, heiya amar moromor deeplina baa❤❤
দুয়োগৰাকী মোৰ অতি প্ৰিয় ।অনুষ্ঠানটি চাই বহুত ভাল লাগিল ❤❤
মই সহযাত্ৰীয়ে কৈছোঁ, দীপলিনা ডেকা এক বহুমুখী প্ৰতিভাৰ অধিকাৰী দীপলিনা অনন্যা
Tarali Sharma, Subasana Dutta, Zublee ba & Priyanka baa hokolok matibo 👍
দিপলিঙা দেকা বাৰ কথাবোৰ ভাল লাগিল
Mojja
My favourite singer ❤
Aaisenfa baa k njnu kyo imn vl lge apunar avinoy akow sabo bisaru baa plz.....
Duyu goraki priya nari lg hoi ki xundar jugalbandi kori tulisa.. khubei vl lgil anusthanti..morom thakil❤
Val lagil baa . Deeplina baa val lge❤
Hi , good morning for you both Deeeplina ❤ . Have a nice and beautiful day. Very good and free Frank discussion attracting each and every one.
আমি গানৰ বাবে বৈশিষ্ট্য বিচাৰ নকৰাকৈ কাৰ কিমান গান গায় গৈছে লক্ষ্য নকৰি গায়ক, গায়িকা সকলৰ কণ্ঠ নিগৰোৱা দিশলৈ চাও ভাল লাগিলে শুনো কেতিয়াবা বহু বাৰো শুনিবলৈ মন যায় নিৰ্দিষ্ট শিল্পীৰ, উদাহৰণ স্বৰূপে মাননীয় মহেন্দ্ৰ হাজৰিকাৰ সকলো মাটিৰ গানে আপ্লুত কৰি ৰাখে,ৰভাদেৱ, জ্যোতি প্ৰসাদ, স্বাভিমানী জাতীয় গায়ক অতি শ্ৰদ্ধাৰ গায়ক ভূপেন হাজৰিকা দেৱ, খগেন মহন্তদেৱ , ৰামেশ্বৰ পাঠক দেৱ, দীপালী বাইদেউ, সান্তা উজীৰ,অনিমা পাঠক, আৰু বৰ্তমানৰ দ্বিজেন বৰুৱা দেৱ, জুবিন গাৰ্গ,পাপণ মহন্তকে ধৰি ন পুৰণি বহু গায়িকা,গায়কৰ সৃষ্টি অসম মুলুকত জন্মগ্ৰহণ হৈছে বহুতো হ'ষ্টীৰ নাম লৱলৈ অসমৰ্থ নহ'লো ক্ষমা প্ৰাৰ্থনা অৰ্চনা কৰা হ'ল।। শুভ সন্ধ্যা প্ৰেৰণ কৰিলো ❤🎉❤।। আপোনাৰ অনুষ্ঠানৰ উন্নতি কামনাৰে অষ্ট্ৰেলিয়াৰ প্ৰাৰ্থনা জনালোঁ।।
Xundr
good morning very very sweet and beautiful jaatra god bless you
Aichengfa ba has been one of my most favorite since childhood ,wanna meet someday.
Dimpu Baruah k Matibsun val pab hokalowe❤
Deeplina baa ❤ xosakoi vl lgile sai😊
love you both....nice program
Bhal lagile dei.....❤duigorakike dhuniya lagise
Fvrt one ❤
Good night thank you most beautiful jaata god bless you
সুন্দৰ অনুষ্ঠান ❤
Two favourite ❤️
Love from arunachal pradesh ba ❤
Very nice conversation ❤
So good talk Show ❤❤❤
Deeplina deka baa jnir kono ohangkar ni dei ..n dress patio bht marjit so bhtt vl lge baa jnik
9.18 Am ৰবিবাৰে এই interview টো চাই থাকো হঠাৎ মোৰ ভন্টি অনুষিকাই tv টো লগাই হত্যাত বা য়ে কোৱা জিদ্দি কাঞ্চা গান টো বাজি উঠে । কিবা এটা ভাল লাগে বা আপোনাৰ গান শুনি । মইও কিবা লিখাৰ আগত নিজকে feel লৈ লিখিব চেষ্টা কৰোঁ আৰু সেই feel টো আনিবৰ কাৰণে আপোনাৰ গান শুনি থাকো । Thank you so আমাক ইমান ধুনীয়া ধুনীয়া গান উপহাৰ দিয়াৰ বাবে ❤
১০ দিনৰ পাছত এই অনুষ্ঠানটি চালো 😊ভাল লাগিল বহুত বেছি। দুগৰাকী বহু প্রতিভাবান নাৰী আৰু দুগৰাকী মোৰ খুব প্রিয় ❤বহুত দিনৰ পাছত এটা ভাল প্রাসঙ্গিক অনুষ্ঠান চালো। দুগৰাকীলৈ শুভকামনা থাকিল ❤
🙏
Khub val ata podcast❤
বৰ সুন্দৰ অনুস্থান। মোৰ বৰ প্ৰিয় আইচেংফাৰ যাত্ৰা অনুস্থান।যাত্ৰা অব্যাহত থাকক । আগবাঢ়ি যাওঁক।
মই লিখা গানৰ -- কণ্ঠ নিগৰাব কনো -- যদি তুমি -- আতৰি যোৱা
দীপলিনাতকৈ তুমি বহুত বেছি ধুনীয়া হয় ❤
Val gaisa
Neel da❤k lage oti xunkale🥰
Baa❤️❤️
Val lagil
Nice❤❤
Wow❤❤❤
Dhuniya lagela
আইছেংফা বা আপুনি অৰুন্ধতী ভানুপ্ৰিয়া বাক আনিবছোন।
দুয়োগৰাকী প্ৰিয়❤️❤️❤️
একে বহাতে অলপো স্কিপ নকৰাকৈ চাই শেষ কৰিলোঁ।।❤❤❤
Bhal lagil baa 😊
আপোন বুলি ভাৱে কাক -- যাৰ থাকে নেকী প্ৰতিভা --- মই ভাৱো সাহসেই হল --- মানুহৰ আচল প্ৰতিভা --- সেই য়ে জানিবা -- প্ৰতিভা নেওচি -- আনৰ মৰম বুটলিববৈ নাযাবা --- তোমাৰ লজিক নাথাকিলে --- কাকো একো নকবা --- প্ৰতিভা নিজে নিজে -- তোমাৰ মনত, ভাৱত, কল্পনাত --- প্ৰতিভাই লগ দিব--পাৰিবা জানো মনত ৰাখিব --- কল্পনাই কি কয় --- ভাৱত কি উদয় হয় -- মনত কি ক্ৰীয়া কৰে -- নিজৰ ব্যক্তিত্বক সদায় -- সমালোচনা দিশেৰে চাবা --- ইন ফিউচাৰ মে বি ফিল চুইট ফুল মভমেন্ট ফ্ৰম দি হাৰ্টিচ ফ্লৱাৰচ
অনুভৱ যাকলৈ তাৰণাৰ সৃষ্টি হয় -- এই টো মানুহৰ ক্ষেত্ৰতে হয় নে ---পক্ষু পক্ষী ক্ষেত্ৰতো হয় ---কাৰণ মানুহে মৃত্যু দিনাৰ লৈকে ---জীয়াই থাকিম বুলিও ভাৱে-- কেতিয়াও মৰিম বুলি নাভাৱে - এই ধাৰণা কাৰ হব পাৰে -
- নিয়তি যদি আহে -- মোৰ অতি আপোন জনেই -- হয়তু আনৰো অপ্ৰিয়--- ভাজন হব পাৰে --
মানুহৰ হয় যদি --- এনে প্ৰবৃতি --- ভাৱি জানো লাভ আছে ---
Prabin Borah Da k Matibo sun Please ❤❤❤ Purona Zubben Da r vibes diya manhu jon ❤
Tanmoy Saikiak mata please ba
Aaji first saisu, bhal laagise apunar show sai... Baidow
Nice ba❤
Hi farst cament bohut vl lagil
❤
Dipandita bar interview lage
Nice
❤❤❤❤
Tonmoy saikia
Tumaluk duyuke bor val lage.
Invite debo
tai bhakhat hope naiba sapon r shabda duta ki nu .
Neel akash k anibosun
#vivekmadahi thanks for all views ❤
Aichengfa baar maat tu eman morom loga oiii
প্ৰথম comment
আপুনি ইমান ভাল ভাল মানু মাতিছিল ।
কিন্তু এইবাৰ এই হেৰি জনিক কিয় মতিলে নি ❓
আপোনাৰ এইটো episode kin2 বেয়া পালোঁ দেই বা
দিদি, feel ki Kumar শানু attitude...?
Moi o confuse Dangar kun hoi aru Horu kun
Deeplina mur khub prya.maram lage.
Apuni theater nokore neki baa agote korisil nh
Mam... Business..
Bisrut Saikia k matibo
Question bur hundor lagil,,,,, kintu answers bur kiba ulta pulta lagil,,,,hudhese kiba koi kiba!!!!......j ki nohok duwuke bohut bhal lage
Koushik dak matibo sun . Niribilir writer.😊
Sukur Alik lage baido