এগৰাকী মাতৃৰ গৰ্ভত চাৰিটাকৈ সন্তানৰ জন্ম

แชร์
ฝัง
  • เผยแพร่เมื่อ 30 ก.ย. 2024
  • ধুবুৰীৰ কলেজ ৰোডৰ এগৰাকী মাতৃৰ গৰ্ভত চাৰিটাকৈ সন্তানৰ জন্ম ।
    ধুবুৰীৰ ১৪নং ওৱাৰ্ডৰ বাসিন্দা সুবৰ্না সৰকাৰ স্বামী নীতিশ সৰকাৰ।
    ঈশ্বৰৰ কৃপাত যোৱা ২৮ এপ্ৰিল ২০২১ ইং তাৰিখে সুবৰ্না সৰকাৰৰ চাৰিটাকৈ কেচুৱা সন্তানৰ জন্ম
    দিবলৈ সক্ষম হয়। ইয়াৰে দুজন ল'ৰা আৰু দুজনী ছোৱালী।কেচুৱা বিলাকৰ মাতৃৰ মতে তাইৰ আৰ্থিক অৱস্থা খুবেই বেয়া।তাইৰ স্বামীৰ তেনেকুৱা আয়ৰ
    সুবিধা নাই। এই চাৰিটা কেচুৱা সন্তানৰ খোৱা বোৱাত বহুতো টকা পইচাৰ দৰকাৰ হয়। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনায় যে চৰকাৰৰ ফালৰপৰা যদি কিবা কৰি দিয়ে এই চাৰিটা কেচুৱাৰ সুবিধাৰ বাবে তেন্তে উপকৃত হম বুলি মত প্ৰকাশ কৰে।তাইৰ মতে যদি কোনো সদাশয় মহোদয়ে এই চাৰিটা কেচুৱাৰ বাবে আৰ্থিক ভাৱে সহায় কৰিব বিচাৰে তেন্তে 6000832050 এই মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে
    গৌৰীপুৰৰ পৰা মফিজুৰ ৰহমান তালুকদাৰ ৰিপোৰ্ট ।

ความคิดเห็น • 52

  • @jonalirabha1508
    @jonalirabha1508 2 ปีที่แล้ว +30

    বহুত মৰম লগা হয় ।যিমানেই দুখ নহঁক কিয় নিজে জন্ম দি আনৰ ওচৰত কেতিয়া ও এজনী মাকে দিব নোৱাৰে। ভগবান আছে এনেকৈ এই ডাওৰ হৈ যাব ভগৱানে ভালে ৰাখক লৰা ছোৱালী কেইজনক আৰু মাক দেউতাকক 🙏🏼

  • @bigraidaimary7765
    @bigraidaimary7765 2 ปีที่แล้ว +10

    ভালে ভালে থাকক চাৰিজন লৰা ছোৱালী য়ে।

  • @miranath5257
    @miranath5257 2 ปีที่แล้ว +4

    এটা শিশু মোক দিক মই বোৰ দুভগীযা মোৰ সন্তান নাই বহুত বিচাৰি আছো পোৱা নাই

    • @padminiborah5570
      @padminiborah5570 2 ปีที่แล้ว

      Sinta nokoriba bhagwana aapunaku hunkal apunar kulat santan dibo....hai mata di

    • @sabitakalita7096
      @sabitakalita7096 2 ปีที่แล้ว +1

      😭😭😭ভগৱানে আপোনাৰ মনৰ আশাটো পুৰা কৰক মনৰ পৰা আশীৰবাদ দিছো🙏🙏🙏🙏🙏

  • @Deepamoni.saikia
    @Deepamoni.saikia 3 หลายเดือนก่อน +1

    Mok.at.deyasun

  • @korobidas5121
    @korobidas5121 2 ปีที่แล้ว +16

    আটাইকেইটা শিশু মৰমলগা ❤❤❤❤ ভগৱানে শিশুকেইটাৰ লগতে মাককো কুশলে ৰাখক

    • @dipalipathak7447
      @dipalipathak7447 2 ปีที่แล้ว

      Ata lora baa soyali mok dibo naki

    • @korobidas5121
      @korobidas5121 2 ปีที่แล้ว

      @@dipalipathak7447মোৰ নহয় মই কেনেকৈ দিম লোকৰ লৰা-ছোৱালী

  • @mainulhoque8118
    @mainulhoque8118 2 ปีที่แล้ว +6

    আল্লাহ তাল্লাই বহুত মৰম লগা কেচুৱা চাৰিজনীক ভালেই ৰাখক তাৰেই কামনা থাকিল।

  • @digantaborah2779
    @digantaborah2779 8 หลายเดือนก่อน

    Bhogoban ase apuni sinta no koribo, dangor hole apunar nam rakhibo, ,dc , sp hobo

  • @bkp9774
    @bkp9774 ปีที่แล้ว

    বৰ মৰম লগা লৰা ছোৱালী কেতা লগতে মাক জনিও মৰম লগা। ৰাইজে সহায় কৰিব লাগে।

  • @assamesesongsanddihanaam8493
    @assamesesongsanddihanaam8493 2 ปีที่แล้ว +3

    এজনী ছোৱালী মোক দিবনেকি

  • @goutambarman988
    @goutambarman988 2 ปีที่แล้ว +2

    হে ভগৱান তুমাৰ যে কি লীলা তুমি হে জানা

  • @swapnanalbaria-eo2zm
    @swapnanalbaria-eo2zm ปีที่แล้ว +2

    Bebikita dhuniya

  • @tularamchutia535
    @tularamchutia535 2 ปีที่แล้ว +2

    Misa kotha

  • @dipanjalipatowary54
    @dipanjalipatowary54 2 ปีที่แล้ว

    Baby nothoka manuhok diyok apunaluk e bht bht upokar hbo...akhirbad ooo pabo aru....

  • @rekhasaikia7336
    @rekhasaikia7336 ปีที่แล้ว

    Muk boy baby eta dibo neki

  • @majiburrahman1878
    @majiburrahman1878 2 ปีที่แล้ว

    Ejoni sowali dibo ne

  • @kalpananath3301
    @kalpananath3301 2 ปีที่แล้ว +4

    মৰম লগা

  • @maryborah584
    @maryborah584 2 ปีที่แล้ว +4

    God bless you

  • @gitadeka1520
    @gitadeka1520 2 ปีที่แล้ว +10

    May God bless these cute four babies.

  • @bishnuramkutum1890
    @bishnuramkutum1890 2 ปีที่แล้ว +3

    Vagobaner vale rakhok

  • @M17-f5l
    @M17-f5l 2 ปีที่แล้ว +3

    Vogabana valla rakha Jan. Beautiful baby.,🙏🙏🙏🙏

  • @rajaboro177
    @rajaboro177 2 ปีที่แล้ว

    Missa neki

  • @nayajyotidoley3837
    @nayajyotidoley3837 2 ปีที่แล้ว +3

    God bless you 🙏🙏🙏🙏🙏

  • @junaliborah1110
    @junaliborah1110 2 ปีที่แล้ว +13

    Vogobane vale rakhok dei 🙏🙏🙏🙏

  • @pradipdas-dj1hp
    @pradipdas-dj1hp ปีที่แล้ว

    Bigdoybaby❤🎉❤ 3:08

  • @jumpisaikia32
    @jumpisaikia32 2 ปีที่แล้ว

    Lora ata muk Di diyak.

  • @sagarikadas5627
    @sagarikadas5627 ปีที่แล้ว

    ❤❤

  • @sewalidevi8661
    @sewalidevi8661 2 ปีที่แล้ว +2

    মৰম লাগিল

  • @pallabikalita9217
    @pallabikalita9217 2 ปีที่แล้ว +4

    মৰম লগা

  • @reshminhaque4247
    @reshminhaque4247 2 ปีที่แล้ว

    Muk diok baby ata

  • @kabitamoran6158
    @kabitamoran6158 2 ปีที่แล้ว

    Suwali Ajoni muk di diyok

    • @radhabhuyan2593
      @radhabhuyan2593 2 ปีที่แล้ว

      মৰম লগা ভগৱানে ভলে ৰখক

  • @Dikshitaborpatragohain830
    @Dikshitaborpatragohain830 2 ปีที่แล้ว +1

    God bless them

  • @palashibaruah8926
    @palashibaruah8926 2 ปีที่แล้ว

    Bhagwane bhale Rakhok xakoluke

  • @lulalu6707
    @lulalu6707 ปีที่แล้ว

    🔥🔥🔥🔥মামা এটিয়া কী হ'ব

  • @labanayathakuria3083
    @labanayathakuria3083 2 ปีที่แล้ว

    Vogobane vale rakhok sariotake

  • @sukuramkachari72
    @sukuramkachari72 2 ปีที่แล้ว

    Bababa baideo vgwane kripa krise..

  • @ranadas-fy9bw
    @ranadas-fy9bw 2 ปีที่แล้ว

    Pabhu kipa koriba baby keita uporot

  • @dharitridekachowdhury9966
    @dharitridekachowdhury9966 2 ปีที่แล้ว

    bah bha sarita vogbane vale rahk de 🥰😍😍🥰😍cute baby keta

  • @monjuarabegum5927
    @monjuarabegum5927 ปีที่แล้ว

    God bless you babes

  • @jyotishman6349
    @jyotishman6349 2 ปีที่แล้ว

    God bless you

  • @PradipDas-or8oo
    @PradipDas-or8oo 2 ปีที่แล้ว +2

    God bless you baby.

  • @joondevisarma1917
    @joondevisarma1917 2 ปีที่แล้ว

    God bless you all

  • @shankartalukdarofficial5822
    @shankartalukdarofficial5822 2 ปีที่แล้ว

    Eman morom lga

  • @mridupobanborah453
    @mridupobanborah453 2 ปีที่แล้ว

    God bless

  • @rukminibaishya76
    @rukminibaishya76 ปีที่แล้ว

    Halp her

  • @abhijitthakuria7978
    @abhijitthakuria7978 ปีที่แล้ว +1

    So cute baby ❤️❤️❤️