Assam Assembly Budget Session LIVE | চাওক সদনৰ বাজেট অধিৱেশনৰ পোনপটীয়া সম্প্ৰচাৰ | N18L

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024
  • Assam Assembly Budget Session LIVE | চাওক সদনৰ বাজেট অধিৱেশনৰ পোনপটীয়া সম্প্ৰচাৰ | N18L
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #assamassemblynews #assamassemblybudgetsession #budgetnews #assambudget #cmhimantabiswasarma
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

ความคิดเห็น • 238

  • @dulalikhoundthakurdulalikh545
    @dulalikhoundthakurdulalikh545 8 หลายเดือนก่อน +13

    অখীল গগৈ ডাঙৰীয়া, আপোনাক আন্তৰিক ধন্যবাদ জনালো, লগতে আশা চুপাৰভাইজাৰ সকলো বহুত শোষিত হৈ আছে, কাৰণ অতি কম পাৰিতোষিকত আমি অশেষ কষ্ট কৰিব লগা হৈছে, আমাৰ বিষয়েও যেন অকনমান চিন্তা কৰে 🙏যেন,আমাৰ যিটো দৰ্মহা, এটা পৰিয়াল চলোৱা অসম্ভৱ।কাৰণ আমাৰ লৰা ছোৱালীৰো শিক্ষাৰ অধিকাৰ আছে🙏

  • @basudevkurmi5402
    @basudevkurmi5402 8 หลายเดือนก่อน +4

    অতি সুন্দৰ পদক্ষেপ শুভেচ্ছা জনাইছো, শুভৰাএী।

  • @BenumaiDas
    @BenumaiDas 8 หลายเดือนก่อน +3

    আমি আশা কমী সকলে কেতিয়াও মাহত 10/15 হাজাৰ টকা পোৱা নাই।এইতো সচাকৈ বহুত মিচা কথা কৈছে। মই এজনী আশা কমীয়ে কৈছো।

  • @tetulertolchaparsalkocha7963
    @tetulertolchaparsalkocha7963 8 หลายเดือนก่อน +20

    Thanks Akhil Gogoi sir❤

  • @shiprasarkardas3879
    @shiprasarkardas3879 8 หลายเดือนก่อน +7

    Akhil da Thank you .AWW

  • @villagelife2718
    @villagelife2718 2 หลายเดือนก่อน +1

    কোনো মাহত ইমান টকা নাপাই, কেতিয়াবা ৩ মাহ, ২মাহৰ পিছত ৫০০০ বা ৬০০০ টকা পাই, এইটো মই ভাল দৰে জানো।

  • @NurjamalHoque-by4zm
    @NurjamalHoque-by4zm 2 หลายเดือนก่อน +2

    অখিল দা সদনত ন্যায় কথা কোৱাৰ বাবে অখিল উদ্দিন হয়।

  • @rajeshsaikia7942
    @rajeshsaikia7942 8 หลายเดือนก่อน +14

    (Asha karmi) .. excellent cmnt .....akhil da

  • @HemadaSonowal
    @HemadaSonowal 8 หลายเดือนก่อน +2

    Akkhil da apunak thanks

  • @sonapuja5964
    @sonapuja5964 8 หลายเดือนก่อน +2

    Akhil gogoi sar thankyou

  • @ThomasPegu-it4zg
    @ThomasPegu-it4zg 8 หลายเดือนก่อน +2

    Thanks

  • @gitadevigitadevi7973
    @gitadevigitadevi7973 2 หลายเดือนก่อน +1

    অখিল গগৈ ছাৰে সঁচা কথা কৈছে ।আমি কোনো দিনে পোৱা নাই ।10 /15 হাজাৰ টকা নাপাও

  • @rafiakhatun2460
    @rafiakhatun2460 8 หลายเดือนก่อน +3

    Thanks,okhil Gogoi sir

  • @MilanpurBongaon
    @MilanpurBongaon 8 หลายเดือนก่อน +2

    Thanku akhil sir

  • @Parijanbegum-tt5sz
    @Parijanbegum-tt5sz 8 หลายเดือนก่อน +1

    Thank akhil sir

  • @silikalindi3771
    @silikalindi3771 8 หลายเดือนก่อน +1

    মন্ত্ৰী মহোদয় আপুনি জানে নে নাই j আশা কৰ্মী সকলে যিটো ৩০০০ পাই সেই পইচা ফ্ৰী কে নিদিয়ে ১৯ খন বহি মেইণ্টেন কৰাৰ বাবত দিয়ে তাৰ উপৰিও ৭২ টা কামৰ বাবত ১/২ কৰী খুব বেছি কিছুমান কামত৫০০ টকা তাকো মাহে মাহে সেই পইচা নাপায়। কেতিয়াবা ৩/৪মাহলৈকে এটা delivery nohoi তেতিয়া HBNC/HBYC একোৱেই নাথাকে। সেই ৩০০০ ৰৰ বাহিৰে একোৱেই নাথাকে তাকো কেন্দ্ৰীয় চৰকাৰে ২০০০ অসম চৰকাৰে ১০০০ তাকো ১০০০ টো নিয়মীয়াকৈ নিদিয়ে তেতিয়া আশা কৰ্মীসকলে মাহত ২০০০পায় সেই টকাৰে এখন ঘৰ চলেনে।

  • @shiulimandal-tu8hd
    @shiulimandal-tu8hd 8 หลายเดือนก่อน +1

    Akhil sir I support you. Right questions.

  • @pradipkalita6363
    @pradipkalita6363 8 หลายเดือนก่อน +2

    Prosar Kora babe , bahut bahut dhanybaad

  • @urmilanarzary4810
    @urmilanarzary4810 8 หลายเดือนก่อน +1

    Apuni bohut bhal queition korise Akil sar.Aww aru AwH karone

  • @mongalkisku8314
    @mongalkisku8314 8 หลายเดือนก่อน +28

    সদনত তেতিয়া বিধায়ক অখিল গগৈই ডাঙৰীয়াই কথা কবলৈ আৰম্ভ কৰে। তেতিয়াই অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই বাধা আৰোপ কৰে। ব্যক্তিগত ভাবে কিবা আছে নেকি

    • @davidbhuyan7523
      @davidbhuyan7523 8 หลายเดือนก่อน +4

      Hoi hay.. Opposite party a kiba kolei please bohok na silent heten koi dominate kore but ruling party a korile hobo hobo buli hahi diye kio ba

    • @Motionguy.
      @Motionguy. 8 หลายเดือนก่อน +1

      Enquiry nokore kio sir

    • @JyotishMandal-v3p
      @JyotishMandal-v3p 8 หลายเดือนก่อน

      বিৰধী পক্ষক কথাই ক'ব নিদিয়ে,

    • @MuktiDoleyMuktiDoley
      @MuktiDoleyMuktiDoley 2 หลายเดือนก่อน

      Ppp
      l​@@davidbhuyan7523

  • @arupadutta6185
    @arupadutta6185 8 หลายเดือนก่อน +1

    Akhil sir apuni hosa kotha koi tar karone hokolue apunak beya pai

  • @nikuhazarika6599
    @nikuhazarika6599 8 หลายเดือนก่อน +2

    thank অখিল গগৈ ছাৰ

  • @GunjaSaikia
    @GunjaSaikia 8 หลายเดือนก่อน +1

    Thanks Akhil Gogoi Sir

  • @highlighteditin
    @highlighteditin 3 หลายเดือนก่อน +1

    আমাৰ গোৱালপাৰা জিলাৰ দ্বাৰকা গাওঁ পঞ্চায়তত ছালৰ লাইট বিকল হৈ আছে এন জী ও মেৰামতি কৰিবলৈ
    আজিৰ পবিত্ৰ সদন আলোচনা কৰিবলৈ অনুৰোধ কৰিলোঁ?

  • @ManujKoch-e2y
    @ManujKoch-e2y 2 หลายเดือนก่อน

    ৰাইজৰ খখন কৰে এনেকুৱা ৰাইজৰ প্ৰতিনিধিয়ে।তেওঁলোকৰ দৰমহা কম কেতিয়াও নলৈ।নিজৰ মন মৰ্জী মতে দৰমহা বঢ়াই লৈ,লগত পেঞ্চন মাহে মাহে।

  • @NabakumarKutum
    @NabakumarKutum 7 หลายเดือนก่อน +1

    Napai eku

  • @monbaribasumatary2928
    @monbaribasumatary2928 8 หลายเดือนก่อน +1

    Very good akhil sir

  • @Ikramulhoque998
    @Ikramulhoque998 8 หลายเดือนก่อน

    অৰুনোদই হিতাধিকাৰী সকলেও আশা কৰ্মী সকলোতকৈ বেছি টকা পায়।

  • @Ikramulhoque998
    @Ikramulhoque998 8 หลายเดือนก่อน +1

    ভাৰতৰ অন্যান্য ৰাজ্য‌ই দিব পাৰিলে আপোনালোকে দিব পাৰি।

  • @kanaklatachungkrang5925
    @kanaklatachungkrang5925 8 หลายเดือนก่อน +1

    Thank you Akil Sir

  • @Nayanmbbs2024
    @Nayanmbbs2024 8 หลายเดือนก่อน +2

    Akhil gogoi sir❤❤❤❤

  • @BinaSahu-qe3zg
    @BinaSahu-qe3zg 8 หลายเดือนก่อน

    Apunaloi okhek dhaynabad dada ...

  • @mirajdas988
    @mirajdas988 8 หลายเดือนก่อน +11

    anganwadi kormi xokolor salary barabo lage...

  • @okenaKhatun-nb2hx
    @okenaKhatun-nb2hx หลายเดือนก่อน

    Thanks for your okhil goi

  • @bishalnath3680
    @bishalnath3680 8 หลายเดือนก่อน +1

    Thank you Akhil Gogoi sir

  • @RekhaDevi-rr9xk
    @RekhaDevi-rr9xk 2 หลายเดือนก่อน

    Thanks gogoi sir

  • @LakhipriyaDoley-n3l
    @LakhipriyaDoley-n3l 8 หลายเดือนก่อน +1

    Thanks akhil gogoi sir

  • @BipulBaruah-oc6ys
    @BipulBaruah-oc6ys 8 หลายเดือนก่อน +2

    Bahut bhal lagil

  • @PallabiNath-t3t
    @PallabiNath-t3t 8 หลายเดือนก่อน +5

    কোনো আশাই দহ পোন্ধৰ হাজাৰ নাপাই মিছা কথা কৈছে

  • @Black__444-yo2uv
    @Black__444-yo2uv 8 หลายเดือนก่อน +2

    Akhil Gogoi Thankyou

  • @SongitaPatir-qh6hm
    @SongitaPatir-qh6hm 2 หลายเดือนก่อน

    A bar tik kaisha ukil da good poin

  • @pushpasingha423
    @pushpasingha423 8 หลายเดือนก่อน +1

    Akhil sir jindabad

  • @DeepaGogoi-lk7bv
    @DeepaGogoi-lk7bv 8 หลายเดือนก่อน +1

    Akhil. Gogoi. Dagaria. Thanks

  • @mirlikatokbipi7100
    @mirlikatokbipi7100 8 หลายเดือนก่อน +1

    20 25 thousand monthly pai ase buli kuwa tu 100%misa kotha

  • @ritamonibhuyan1116
    @ritamonibhuyan1116 8 หลายเดือนก่อน +1

    Asha angawadi worker and helperr bixhoye sadant uthapon korar babe apunalukk dhanyabad jonaisu.

  • @HimaniMandal-x8l
    @HimaniMandal-x8l 2 หลายเดือนก่อน +1

    Kesabmahanta r weif. Ki ASHAKARMI

  • @rakhiranidas4771
    @rakhiranidas4771 8 หลายเดือนก่อน +1

    Akhil sir loi moi moi antor ora dhanybad jnaisu

  • @mayurigogoi3590
    @mayurigogoi3590 8 หลายเดือนก่อน +2

    মহন্ত ডাঙৰীয়া. আপোনি যে কলে আশা কৰ্মী সকলে ২৫হাজাৰ টকাৰ লৈকে দৰমহা কোনোবা মাহত পাই বুলি মই কৈছোঁ আজি লৈকে কনো এগৰাকী আশা ২৫হাজাৰ টকা পোৱা নোলাব. আৰু আপোনি কৈছে card deliver আৰু বনুৱা নামত পইচা দিছো কিন্তু এতিয়া লৈকে সেই পইচা পোৱা নাই গতিকে আপোনি মিছা কথা নকব

  • @BenumaiDas-cp4gb
    @BenumaiDas-cp4gb 2 หลายเดือนก่อน

    মই এজনী আশা কমি কিন্তু মই কোনো মাহতে ১০০০০ টকা পোৱা নাই।আৰু আয়ুমান‌ কাড বনোৱা পইচা এতিয়া ও পোৱা নাই। যদি আপোনালোকক আশা কমি নালাগে। তেতিয়া হ'লে আমাক সহায় বাখৰক।

  • @birendrasingha
    @birendrasingha 8 หลายเดือนก่อน +1

    Napai

  • @KamleswariDoley
    @KamleswariDoley 3 หลายเดือนก่อน

    Akhil Gogoi Sir Good

  • @MinuNeogBharali
    @MinuNeogBharali 8 หลายเดือนก่อน

    আমি ১৯৯৫ চনতেই স্কুলত যোগ দিছিলো। এতিয়া ২০১৩ চনত স্কুল বিলাক চৰকাৰী নকৰি পদ চৰকাৰী কৰি জোৰ কৰি পেঞ্চন নিদিয়াতো পাতিলে। আমিতো চৰকাৰী ভাৱেই সকলো কাম কৰিছিলো। পেঞ্চন আমাৰ প্ৰাপ্য। আমাক লাগিবই। মন্ত্ৰী এম এল এয়েযে ৫বছৰ কাম কৰি পেঞ্চন লয় আমাৰ দৰে তেওঁলোকে দিনটো দিনটো ল'ৰা-ছোৱালীৰ লগত এক পইছা নোহোৱাকৈ কটালো সেইটো গম পাইনে নাপায়। কাম কৰিব পৰা সময়খিনি বিনা পইছাত গ'ল। আশা আছিল মাত্ৰ পেঞ্চনটো। তাকো চৰকাৰে বন্ধ কৰিছে। তেওঁলোকৰ কামবোৰ ডাঙৰ আৰু আমাৰ? আমাৰ বৃদ্ধকালৰ দুৰৱস্থা কৰিবলৈ কোনে অধিকাৰ দিলে? চৰকাৰে চৰকাৰী চাকৰিয়ালৰ বাবে সাংবিধানিক ৩৩ বছৰটো কিয় নকৰিলে? সেইটো কৰা হ'লে ৮৬/৮৭ চনত চাকৰিত যোগদান কৰা সকল যোৱা বছৰেই আজৰি হ'ল হেতেন।হয় ৩৩ বছৰ চাকৰি নহয় বয়স ৬০ বছৰ সাংবিধানিক নিয়মটো কিয় কাৰ্যকৰি নকৰিলে। আমাৰ পৰিয়ালবোৰক মানসিক ভাৱে ধ্বংস কৰাৰ অধিকাৰতো কিয় কাঢ়ি ল'লে। মন্ৰী পি হাজৰীকাই ১০০০/ ২০০০ টকাৰে এসাজো নাখায়। আমাক জন্তু বুলি ভাৱিছেনেকি যে আমি বাটৰ ঘাঁহ/বন বিছাৰি খাম। নিজৰটো জীৱনটো গ'লেই একো কৰিব নোৱাৰিলোঁ আৰু সন্তান সকলকো আথানি কৰালে। গতিকে ভাৱক আন ৰাজ্যৰ চৰকাৰে যদি পাৰে আপোনালোকেও পাৰিব।

  • @tulikakalita9447
    @tulikakalita9447 8 หลายเดือนก่อน +1

    Kam koribo dibo buhut kintu poisa diy konoba to mohot 5000 konoba mahot bisi 6000hajar toka tatkoi bisi napai

  • @asomiyayoutubepathshala2090
    @asomiyayoutubepathshala2090 8 หลายเดือนก่อน

    Akhil Gogoi Zindabaad

  • @simabarman2030
    @simabarman2030 7 หลายเดือนก่อน

    Tq akhil gogoi sir

  • @hirokmahanta5132
    @hirokmahanta5132 8 หลายเดือนก่อน +13

    কাম কৰাই পইচা নিদিয়ে ফ্ৰি কে আঁচনি কৰি ভোট লয়

  • @kuldipchandrabania
    @kuldipchandrabania 8 หลายเดือนก่อน +1

    notun koi puwa forestor sakori burr dormoha bondho hoi ase xunkale amr dormoha bur regular hb lage

  • @Aborkon
    @Aborkon 8 หลายเดือนก่อน

    Good ❤

  • @manujbaruah1601
    @manujbaruah1601 2 หลายเดือนก่อน +1

    K m halth minister go back plash b domairey with go back.

  • @TulendraSaikia-tj1hn
    @TulendraSaikia-tj1hn 3 หลายเดือนก่อน

    বিজেপি জিন্দাবাদ,

  • @RinaBasumatary-z1o
    @RinaBasumatary-z1o 8 หลายเดือนก่อน

    Good News

  • @ramenpegu5016
    @ramenpegu5016 8 หลายเดือนก่อน

    Gogoi sir right

  • @manojtalukdar1461
    @manojtalukdar1461 8 หลายเดือนก่อน +2

    10 bosor hoi gol contractual job kori asu, amar jibon borbad

  • @umeshkuli849
    @umeshkuli849 8 หลายเดือนก่อน +2

    আশাক লৈ সদনত যি প্ৰশ্ন উত্থাপন অখিল গগৈ ডাঙৰীয়াই কৰিছে, এইটো সচা কথা। কিন্তু স্বাস্থ্য মন্ত্ৰী জনৰ কথাটো সম্পূৰ্ণ মিছা।

  • @Ikramulhoque998
    @Ikramulhoque998 8 หลายเดือนก่อน

    বিধায়ক সকলো স্বেচ্ছাসেৱী তেখেত সকলো one lakh seventy thousand পায় । আশাকৰ্মী সকলে ১০০০ পায় তাকো নিয়মীয়াকৈ নহয়।

  • @reemagogoi4583
    @reemagogoi4583 8 หลายเดือนก่อน +1

    Nhm staff nurse belak permanent korok hokoluka, hetu news huni bola roi asu sir

  • @aobaida6794
    @aobaida6794 8 หลายเดือนก่อน

    Akhil gogoi jindabt

  • @SulamaKulsum
    @SulamaKulsum 7 หลายเดือนก่อน

    Amin,,puanai

  • @MridulaBoruah-kz5lk
    @MridulaBoruah-kz5lk 8 หลายเดือนก่อน +1

    Ashha karmi hokal jadi sesa sebik 72 ta Kam dise adinu ghart thakib napi kisuman kamt 1 tka diye Amar charideo Distikat kunu asha karmiye 10 15 hajar napai

  • @RajuDeka-se2eh
    @RajuDeka-se2eh 8 หลายเดือนก่อน +13

    মন্ত্ৰী মহোদয় মিছা কথা কৈছে

  • @NabakumarKutum
    @NabakumarKutum 7 หลายเดือนก่อน

    Akhil Gogoi jindabad gogoiok 80pursen Manu vall pai

  • @rumilahansepi399
    @rumilahansepi399 3 หลายเดือนก่อน

    Akhil sir right✔

  • @jogamayapatgiri8342
    @jogamayapatgiri8342 8 หลายเดือนก่อน +2

    City bas t uthilei 15toka dib lage.bhara komabo lage dam komib lage.gao burha bilake bohut toka pay.bojali kurohat akhon cartificat tot loy30/40 toka. Thik teneke sokolore pora loy kiman toka pay bhabibo logiya. jikono Kam kore tokar binimoyot Toka nidile kono kam nokore.Mor Arunodoy pora toka nidiyar karone namto listor pora Kati dise.

  • @bibharajbongshi6396
    @bibharajbongshi6396 8 หลายเดือนก่อน +1

    Amar khokolu asha krmi khokole 10-r pora 15hajar toka napai

  • @assamsamiron6424
    @assamsamiron6424 8 หลายเดือนก่อน +1

    News channel tu plz delete kori deok TV t aku ata sab nepau 😢plz 🙏

  • @RinuKoch
    @RinuKoch 2 หลายเดือนก่อน

    মন্ত্ৰী মহোদয়া তোমালোৰ এই আশা কম্মী অংগনৱাদী কমী ক লৈ আভুৱভাৰী কওতেই গৈছে ।এই চৰকাৰে এওঁলোকৰ বাবে ভাবিবলৈ সময় নাই ।

  • @manjuranigogoi-rz4yl
    @manjuranigogoi-rz4yl 8 หลายเดือนก่อน +2

    ময় এগৰাকী আশাছুপাৰভাইজৰ।মোৰ এগৰাকীও আশাই আজিলৈকে 15000 টকা পাই পোৱা নাই

  • @KrishnaTamuli-bm4js
    @KrishnaTamuli-bm4js 3 หลายเดือนก่อน

    স্বাস্থ্যমন্ত্ৰী জন ইমান জ্ঞানী নহয় যেন লাগিল।

  • @asadalimollah196
    @asadalimollah196 8 หลายเดือนก่อน

    মন্ত্ৰী সকলোৰ ধৰ্মহা আৰু এক লাখ টকা বঢ়াব লাগে। কাৰণ তেওঁলোকে বহুত পৰিশ্ৰম কৰে

  • @khagenkakati6380
    @khagenkakati6380 8 หลายเดือนก่อน +2

    এওলোকৰ Venture teacher সকলৰ ওপৰত চকু নপৰে?

  • @SugrimsingBasumatary
    @SugrimsingBasumatary 8 หลายเดือนก่อน +7

    Each and every employees deserve old pension scheme

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 3 หลายเดือนก่อน

    অঙ্গন ৱাড়ী কৰ্মী- সহায়িকাৰ ওপৰত কি ব্যৱস্থা কৰা হ'ব ??????? সিহঁতৰো এটা এটা পৰিয়াল আছে ।

  • @sampadaas9271
    @sampadaas9271 8 หลายเดือนก่อน +2

    Ashaa karmi kuneu nasai e... Kasto besi kintu salary kom😢❤❤

  • @santoadhikarylokokristi4068
    @santoadhikarylokokristi4068 8 หลายเดือนก่อน +1

    কেৱল প্ৰতিশ্ৰুতিৰ ধুমুহা......

  • @moniarmylover8788
    @moniarmylover8788 8 หลายเดือนก่อน +2

    Home guard regular korok Mama please 👏😢😢

  • @rhyzen.5429
    @rhyzen.5429 8 หลายเดือนก่อน

    Akhil Gogoi sir thanks A W W

  • @moonblog565
    @moonblog565 8 หลายเดือนก่อน

    Venture school provincialise কৰক বা কিবা এটা সকাহ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক।

  • @gogoisumitra
    @gogoisumitra 8 หลายเดือนก่อน

    পবিত্ৰ সদনত মিছা কথা নকব । সাধাৰণ ৰাইজে বৰ আশাৰে আপোনা লোক লৈ বাত চাই থাকে।

  • @SumitraSingh-ee6ml
    @SumitraSingh-ee6ml 8 หลายเดือนก่อน

    Akhil gogol jindabad .

  • @purnanandadas883
    @purnanandadas883 2 หลายเดือนก่อน

    Angkan badi school bilakot kiman studen thakib lage

  • @TulendraSaikia-tj1hn
    @TulendraSaikia-tj1hn 3 หลายเดือนก่อน

    সদনত মৰ্যদা ৰাখি কথা কোৱা ভাল।

  • @ilabotichutia3018
    @ilabotichutia3018 8 หลายเดือนก่อน +3

    মিচা কথা ৷ ৯০% আশাই স্বাস্থ্য মন্ত্ৰীয়ে কোৱাৰ দৰে নাপায় ৷

  • @nuralom3986
    @nuralom3986 8 หลายเดือนก่อน +1

    Icds a kam nokore neki?

  • @shwmdwnboro7738
    @shwmdwnboro7738 8 หลายเดือนก่อน +2

    Medical ot bemari niate vip gari bhara lobo lage asar mote khayar namot 200 dibo lage

  • @MindBloom5
    @MindBloom5 8 หลายเดือนก่อน

    asha karmi burok only dormohaye nohoy proper training bhalke diya bebostha korok. medicine kini dileo half poisa gayab hospital loi goleo dher poisa loy... dukhiya buror kosto hoi! okoman poisare ashak adha dibo hole sinta hoi pore ....

  • @mukulbora
    @mukulbora 8 หลายเดือนก่อน

    PH candidates 312 ta post kio hold kori thoise xunkale appointment diok sir

  • @lohitkonwar65
    @lohitkonwar65 8 หลายเดือนก่อน

    ami blg state t ki hoi ase compare kori thoka2 nebesaru...axom t ki hol hai2 ha lage.

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 3 หลายเดือนก่อน

    মন্ত্ৰী , বিধায়কৰ দৰমহা 5 লাখ টকা হ'ব আৰু আশা কৰ্মী , অঙ্গন ৱাড়ী কৰ্মী- সহায়িকাৰ দৰমহা বঢ়াব নালাগে । কাৰণ , সিহঁতৰ ঘৰ - বাৰী নাই , পৰিয়াল নাই আৰু ল'ৰা - ছোৱালী নাই । সিহঁতক আৰু সৰ্ব সাধাৰণ দুখীয়া ৰাইজক, এশ
    এনেকৈ ঠগি ঠগি জীয়াই জীয়াই মাৰিব লাগে । মন্ত্ৰী আৰু বিধায়কৰ দৰমহা বঢ়াই গৈ থাকিব লাগে । ঠগিৰাম , কৌতুকী , বেপাৰী , নিলাজি , BJP কাম নাই । অহা বিধানসভা নিৰ্বাচনত BJP খেদিৱ লাগিব ।

  • @kamalvlogs8742
    @kamalvlogs8742 8 หลายเดือนก่อน

    Animal husbandry maitri bilakor kotha ki hobo sir kunubai nokoi dekhun

  • @GyandeepGogoi-d7v
    @GyandeepGogoi-d7v 2 หลายเดือนก่อน

    স্কুল ৰান্ধনী হকলৰ কথা চিন্তা কৰিব লাগে কাৰন এই হকলক মজুৰি মাহত ১০০০দিয়া হয় তকো নিযমানুযায়ী নহয়