Ubhoti Nahe || C. S. Shivaa || Jagat Maheesh || Assamese New Song || C S SHIVAA OFFICIAL ||

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 พ.ย. 2024

ความคิดเห็น • 1.1K

  • @pabitriboruah2422
    @pabitriboruah2422 ปีที่แล้ว +5

    বৰ ভাল লাগিছে। বিভূৰ অভিনয় বৰ সুন্দৰ হৈছে।

  • @anubhabff5225
    @anubhabff5225 ปีที่แล้ว +8

    ই কেৱল গীত নহয় বৰঞ্চ হৃদয়স্পৰ্শী অনুভূতি❤

  • @ChayanikaYogiASSAM
    @ChayanikaYogiASSAM ปีที่แล้ว +5

    Bohut bohut val lagise peha...... Kalyani di 🔥🔥🔥🔥

  • @shikhaborgohain264
    @shikhaborgohain264 ปีที่แล้ว +5

    এয়া গান নহয়৷এয়া জীৱনৰ জীয়া দলিল! আমাৰ সকলোৰে সোণালী শৈশৱ❤️ ইমান সুন্দৰ Vdo 😊

    • @CSSHIVAAOFFICIAL
      @CSSHIVAAOFFICIAL  ปีที่แล้ว

      মন্তব্যৰ কাৰণে আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ🙏🙏💖

  • @sunandabhuyan8113
    @sunandabhuyan8113 ปีที่แล้ว +5

    ইমান সুন্দৰ গান ৷ল’ৰালিৰ ছবিখন দেখি চকুপানী ওলাই গ’ল৷সঁচাকৈ উভতি যাব পৰা হ’লে৷

  • @youtubetv9392
    @youtubetv9392 ปีที่แล้ว +4

    ভাল লাগিল , আপোনি আগৰ হোনাৰু হালধীয়া নিচিনা চিনেমা এখন বনাবচোন সেই দিন বোৰ বৰ মনত পৰে বহুত ভাল লাগা কথা সুৰ

  • @raniprabhabordoloi987
    @raniprabhabordoloi987 ปีที่แล้ว +4

    Bohut dhuniya lagise video tu sai huru kalar dinbur dekhi ❤️❤️❤️❤️

  • @dibonbarua5233
    @dibonbarua5233 2 หลายเดือนก่อน +2

    নষ্টালজিয়া❤❤😢
    সকলো দিশতে সুন্দৰ এটি গীত উপহাৰ দিয়া বাবে দাদালৈ অলেখ মৰম আৰু ধন্যবাদ থাকিল🎉

  • @jayantaboruah4839
    @jayantaboruah4839 ปีที่แล้ว +4

    ভাল লাগিল।। স্মৃতি ৰ পাতত হেৰাই গল। দিন বোৰ।।

  • @digantadeka4335
    @digantadeka4335 ปีที่แล้ว +3

    এৰি অহা সেই সোনালী দিনবোৰলৈ মনত পৰি গল। গীতটো লগতে ভিডিঅ সুন্দকৈ উপস্থাপন হৈছে। ভাল লাগিল ।

  • @abhilekhburagohain5342
    @abhilekhburagohain5342 ปีที่แล้ว +5

    Bhut val lagila dada haru kalor din bur monot pori hiyaa sui gol। Aru notun video pm buli bat salu❤

  • @nivamanidas321
    @nivamanidas321 ปีที่แล้ว +3

    উভতি নহাৰ দিনবোৰ সোণালী হৈ ৰৈ গ'ল ❤❤❤অনুপম ❤❤❤

  • @ranj193
    @ranj193 ปีที่แล้ว +7

    অতি সুন্দৰ গীত ভাগৱতী দাদা❤❤

    • @ranj193
      @ranj193 ปีที่แล้ว +2

      আপোনাৰ গীত বোৰ বহুত ভাল লাগে আমাৰ গাওঁত আহাৰ পৰা আপোনাক ভাল পাও ❤❤❤

  • @dhonmoni52
    @dhonmoni52 ปีที่แล้ว +4

    সুন্দৰ চিত্ৰনাট্য, ল'ৰালিকাললৈ মনত পৰি গ'ল |
    What a Nostalogia ❤❤❤❤

  • @anuragbasanta
    @anuragbasanta ปีที่แล้ว +11

    Bor dhuniya lagise... ❤❤❤

  • @abhinavrs6920
    @abhinavrs6920 ปีที่แล้ว +4

    অতি সুন্দৰ সংগীত আৰু গীতৰ কথা ৷❤❤🙏🙏🙏

  • @HunmoniGogoi-w3h
    @HunmoniGogoi-w3h ปีที่แล้ว +3

    বহুত ভাল লাগিল চাই 🎉❤

  • @MonAkash_Musical
    @MonAkash_Musical ปีที่แล้ว +3

    দাদাৰ মাতটো uffs❤❤❤ পুনৰ সোণাৰুৰ হালধীয়া হাঁহি ৰ গানবোৰলৈ মনত পৰি গল ❤আৰু নতুন নতুন গীত আশা কৰিলোঁ আপোনাৰ পৰা দাদা❤

  • @tuleswardoley3964
    @tuleswardoley3964 ปีที่แล้ว +2

    Bohut Xundor hoise....mnt pri jai xei dinbur

  • @santiraninathbaruah3803
    @santiraninathbaruah3803 ปีที่แล้ว +3

    অপূৰ্ব! আজিকালি নেদেখা এখন নিভাজ অসমীয়া গাঁৱৰ অকৃত্ৰিম প্ৰতিচ্ছবি দেখা পালোঁ গীতটিৰ জৰিয়তে। গীতৰ কথা,সুৰ,কন্ঠ আৰু দৃশ্যায়ন অতি মনোমোহা। এটা ব্যতিক্ৰমী আৰু সুন্দৰ সৃষ্টিৰ বাবে ভাগৱতী ধন্যবাদৰ পাত্ৰ। আগলৈও এনেধৰণৰ নান্দনিক গীতৰ আশাত ৰলোঁ। লগতে মালৈ সশ্ৰদ্ধ প্ৰণাম আৰু সু স্বাস্থ্যৰ বাবে ভগৱানৰ ওচৰত নিবেদন জনালোঁ 🙏

    • @CSSHIVAAOFFICIAL
      @CSSHIVAAOFFICIAL  ปีที่แล้ว +1

      আপোনাক আন্তৰিক ধন্যবাদ জনালো 🙏💖

  • @ratulhazarika7125
    @ratulhazarika7125 ปีที่แล้ว +4

    Bohut val lagil bhagawati daa..

  • @kunjalatabordoloi6209
    @kunjalatabordoloi6209 ปีที่แล้ว +4

    বহুত ধোনীয়া হৈছে গানৰ শুৰ মামা আৰু আগৰ দিন বোৰ দেখাইছে ভাল লাগিছে আৰু বনাব ছাব পাম বুলি আশা থাকিল

  • @dulugogoi2883
    @dulugogoi2883 ปีที่แล้ว +4

    সেই দিন আমি এতিয়া ছবিতহে চাব লগা হৈছে। তথাপিও কও,লʼৰালিটো ঘুৰাই পোৱা যেন লাগিল। ধন্যবাদ তোমাক।

  • @sumkisharma488
    @sumkisharma488 ปีที่แล้ว +6

    Xosai eti xukia onuvuti. Lorali dinor smriti monot pori gol.xokolure ovinoy bht dhunia hoise. Jantrikotar pora atorot thoka gaon khnr poribex tue monurom. Birat vl lgise.

  • @mantudeka4744
    @mantudeka4744 ปีที่แล้ว +2

    আকৌ এবাৰ শৈশৱ লৈ উভতি গলো। চাই ভাল লাগিল।

  • @karbikarbiborgohain6123
    @karbikarbiborgohain6123 ปีที่แล้ว +3

    Hosakoi dei bohut val lagil ❤❤❤

  • @deepokgogoi6633
    @deepokgogoi6633 ปีที่แล้ว +2

    Bohu dinr murt kokaidew..... Akha koru.... Always hitt houk.... Ru hokolue j adori louk

  • @shashank20able
    @shashank20able ปีที่แล้ว +5

    Awsm song. Don't know the language but still could sense the lyrics. This is the power of true music. Pure magic. ❤

  • @bhadrakonwar2027
    @bhadrakonwar2027 ปีที่แล้ว +2

    সচাকৈ বৰ ধুনীয়া লাগিল ,,,আগৰ দিন বিলাক মনত পৰি গল,,,গানতো। শুনিলে শুনি থাকিব মন যযায়

  • @rupamborgohain6581
    @rupamborgohain6581 2 หลายเดือนก่อน +4

    Akow abr hoikhobor din burole monot pori gol❤❤❤kiman je hundor asil din bur

  • @jotinbora5653
    @jotinbora5653 ปีที่แล้ว +2

    Oti hundor hosai hai dinbur jen kiman nivas 👌👌👌

  • @chiranjyoti52
    @chiranjyoti52 ปีที่แล้ว +3

    বৰ ভাল লাগিল❤️❤️❤️

  • @brindasumangal3417
    @brindasumangal3417 ปีที่แล้ว +6

    ❤❤❤❤❤❤ইমান সুন্দৰ পৰিকল্পিত গীত৷মন মগজু চুই গ’ল❤❤❤❤

  • @RupamRajbonshiVlogs
    @RupamRajbonshiVlogs ปีที่แล้ว +4

    Roi asilu sabo loi aji ahi gol bahut Vall Lagil 👍❤

  • @rishaanjituu5018
    @rishaanjituu5018 ปีที่แล้ว +2

    অতি সুন্দৰ গান সৰু কালৰ লৰালি দিন বোৰ মনত পৰি গল❤

  • @monisvlog3212
    @monisvlog3212 ปีที่แล้ว +4

    বহুত অপেক্ষাৰে ৰৈ আছিলোঁ আপোনাৰ এই মধুৰ কণ্ঠৰে নতুন গীত শুনিবলৈ। আমাৰ বন্ধু-বান্ধৱৰ মাজত আলোচনাৰ ও বিষয় হৈ পৰিছিল আপুনি কেতিয়া যে শিৱা দাই নতুন কিবা কৰিব বুলি, কত কি কৰি আছে, যোগাযোগ কৰিব পৰা হলে ইত্যাদি ইত্যাদি🥰
    যিয়ে নহওক অৱশেষত আপোনাৰ পৰা ভাল উপহাৰে পালোঁ। ধন্যবাদ দাদা🙏
    সুন্দৰ গীত❤❤❤

    • @CSSHIVAAOFFICIAL
      @CSSHIVAAOFFICIAL  ปีที่แล้ว

      আপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো🙏🥰

  • @santanarayandeka6274
    @santanarayandeka6274 ปีที่แล้ว +2

    বহুত ধুনীয়া হৈছে 🥰🙏🥰
    আৰু ভাল ভাল কাম কৰিবলৈ ঈশ্বৰে কৃপা কৰক

  • @sunandabhuyan8113
    @sunandabhuyan8113 ปีที่แล้ว +3

    ❤❤❤সুখানুভূতি
    বুজাব নোৱাৰো
    মন ভৰি গ’ল!

    • @CSSHIVAAOFFICIAL
      @CSSHIVAAOFFICIAL  ปีที่แล้ว

      মন্তব্যৰ কাৰণে আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ🙏🙏💖

  • @pranjalburagohain8912
    @pranjalburagohain8912 ปีที่แล้ว +2

    দৃশ্যবোৰে ল’ৰালিৰ দিনবোৰলৈ ওভতাই লৈ গ’ল ৷ আমি এনে পৰিবেশতে ডাঙৰ হৈছিলোঁ ৷ প্ৰতিটো দৃশ্যতে নিজকে বিচাৰি পাইছো ৷ বহুত ভাল লাগিল ৷

  • @jayantakumarrabha1972
    @jayantakumarrabha1972 3 หลายเดือนก่อน +2

    ভাল ও লাগিল, মনত এক অনুভৱ হয় কিবা যেন বহু হেৰুৱায় থৈ আহিলো এই ধৰণৰ গীত বোৰ শুনিলে।

  • @SiranBordoloi
    @SiranBordoloi ปีที่แล้ว +3

    ❤🎉❤❤❤ bhal lagil

  • @robinborah2920
    @robinborah2920 ปีที่แล้ว +2

    পাৰ কৰি অহা লৰা'লি দিনবোৰলৈ মনত পৰি গ'ল কিমান যে মধুৰ আছিল, গীতটো জৰিয়তে শৈশৱ ৰ এখন জীয়া ছবি মনলৈ আহিল। সুন্দৰ হৈছে ❤❤❤

    • @CSSHIVAAOFFICIAL
      @CSSHIVAAOFFICIAL  ปีที่แล้ว

      আপোনাক আন্তৰিক ধন্যবাদ জনালো 🙏🥰

  • @imdadulali3311
    @imdadulali3311 ปีที่แล้ว +3

    Moja lagisa❤

  • @komolThakuria
    @komolThakuria ปีที่แล้ว +3

    A pure Nostalgic drama.Excellent❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @Ramdhenumusic02
    @Ramdhenumusic02 ปีที่แล้ว +4

    আপোনাৰ প্ৰতিটো গীত হৃদয় চুই যায় দাদা

  • @PranjitSHARMA-ej9hv
    @PranjitSHARMA-ej9hv ปีที่แล้ว +3

    Bor val lgil mama

  • @shivamshivam9734
    @shivamshivam9734 ปีที่แล้ว +4

    O my God!what a masterpiece dada!keep growing 💗💗💗

  • @jyotidas6895
    @jyotidas6895 ปีที่แล้ว +4

    Bahut bhal lagil bahut

  • @musharafahmedchoudhury531
    @musharafahmedchoudhury531 ปีที่แล้ว +3

    Wonderful recreation of ethnicity of village days ❣️
    Loved it 💝

  • @dipenkumarboruah5436
    @dipenkumarboruah5436 ปีที่แล้ว +3

    অতি সুন্দৰ

  • @papulborah1902
    @papulborah1902 3 หลายเดือนก่อน +3

    চকুৰ পৰা কেইটোপাল মান চকুৰপানী সৰি পৰিল। সঁচাকৈ বৰকৈ অনুভৱ কৰোঁ লৰালিৰ দিনবোৰ। আকৌ এবাৰ video আৰু আপোনাৰ সুমধুৰ কণ্ঠত লৰালিৰ স্মৃতিবোৰ দেখা পালোঁ।
    6 : 30 ছেকেণ্ডৰ বাবে নিজকে এৰি থৈ অহা অতিতক বিচাৰি পালোঁ।😢
    ধন্যবাদ থাকিল আপোনালৈ ভগৱানে ভালে ৰাখক আপোনাক 🙏❤

  • @AnshibailoverAnuj
    @AnshibailoverAnuj ปีที่แล้ว +3

    Everything excellent,exceptional,unexpressable😊 oh my God what a beautiful creation.Thanx dada for the beautiful gift to the Assamese film industry❤

  • @dibonbarua5233
    @dibonbarua5233 ปีที่แล้ว +2

    বহুদিনৰ পিছত অসমে এটি কেঁচা মাটিৰ গোন্ধ থকা মন প্ৰাণ চুই যোৱা গান উপহাৰ পালে৷কথা সুৰ কণ্ঠ কৰিয়গ্ৰাফী অভিনয় সকলো দিশ চমকপ্ৰদ❤

    • @CSSHIVAAOFFICIAL
      @CSSHIVAAOFFICIAL  ปีที่แล้ว

      আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ🙏🥰

  • @meditation8409
    @meditation8409 ปีที่แล้ว +3

    Nice acting. It reminds me of my childhood. Excellent music.

  • @meghaliboruah9743
    @meghaliboruah9743 ปีที่แล้ว +2

    পেহা,, বহু কথাই মোৰো মনত পৰি গ'ল 🙏🙏❤️👍

  • @shashishekharmarandi7755
    @shashishekharmarandi7755 ปีที่แล้ว +3

    Wow... wonderful voice and heart touching video ❤❤

  • @debanandamili9846
    @debanandamili9846 ปีที่แล้ว +2

    বাল্য জীৱন মধুৰ স্মৃতচিহ্নসমূহৰ এক সুন্দৰ নিদৰ্শন। আপোনৰ সৃষ্টিশীল video বাবে অভিনন্দন জনালোঁ। বাল্যকালৰ মধুৰ চিস্মৃতি চাই মনৰ শোক ৰখাৱ নোৱাৰিলোঁ দেই😢 আপোনাক মাত্ৰ শুভেচ্ছা জনালোঁ অসমৰ জনসাধাণৰ এনে এক সুন্দৰ video উপহাৰ দিয়াৰ বাবে।🎉🎉🎉🎉

    • @CSSHIVAAOFFICIAL
      @CSSHIVAAOFFICIAL  ปีที่แล้ว

      আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ🙏💙

  • @NandeeshNK
    @NandeeshNK ปีที่แล้ว +13

    Listening to this song takes me on a beautiful journey down memory lane. It's like a time capsule, transporting us back to a simpler and more carefree era of my life. The melodies and lyrics evoke such strong emotions, reminding us of cherished moments, old friends, and sweet memories. Nostalgia has a way of tugging at our heartstrings, and this song certainly does that in the most heartwarming way. Every note is a treasure, every word a glimpse into the past. It's amazing how music can connect us to the past and make us feel so alive in the present. This song will always have a special place in my heart, reminding us of the beautiful moments that have shaped who we are today.

  • @sunilboruah3157
    @sunilboruah3157 ปีที่แล้ว +4

    Excellent❤

  • @bdsworld8870
    @bdsworld8870 ปีที่แล้ว +3

    Val lagil❤

  • @bhaskarnilim
    @bhaskarnilim ปีที่แล้ว +3

    Beautiful kokai❤

  • @ashwinlophong3344
    @ashwinlophong3344 ปีที่แล้ว +4

    মন প্ৰাণ হৰি নিলে❤❤❤
    অশেষ মৰম গোৱালপাৰাৰ পৰা🎉❤❤🎉❤❤

    • @CSSHIVAAOFFICIAL
      @CSSHIVAAOFFICIAL  ปีที่แล้ว

      আন্তৰিক ধন্যবাদ জনালোঁ🙏💮

  • @MintumoniKhataniar
    @MintumoniKhataniar ปีที่แล้ว +3

    10bar xunilu waoooo❤❤❤❤❤

  • @melexoff7321
    @melexoff7321 ปีที่แล้ว +3

    Priceless 😊💌

  • @debanandamili9846
    @debanandamili9846 ปีที่แล้ว +2

    বহুত ভাল লাগিল 🎉❤

  • @gdmixtures3546
    @gdmixtures3546 9 หลายเดือนก่อน +3

    সুন্দৰ উপস্থাপন কৰিছে গীতটো ।। গানটো শুনি থাকোতে দুচকুত অতিতৰ কথাবোৰ ভাহি আহিছে।। বহুত বহুত ধন্যবাদ ইমান ধুনীয়া গীতটি উপহাৰ দিয়া বাবে।। ভালে থাকক আপুনি ❤❤❤❤

    • @CSSHIVAAOFFICIAL
      @CSSHIVAAOFFICIAL  9 หลายเดือนก่อน

      🥰🥰 Thank you

    • @rockya2259
      @rockya2259 9 หลายเดือนก่อน

      ​@@CSSHIVAAOFFICIALSir plz tel diya pitha song tu dibo plz

  • @ankurkblogger3931
    @ankurkblogger3931 ปีที่แล้ว +6

    আপোনাৰ গানত কিবা বেলেগ সোৱাদ এটা পাও ককাই ।

    • @CSSHIVAAOFFICIAL
      @CSSHIVAAOFFICIAL  ปีที่แล้ว +1

      মন্তব্যৰ কাৰণে আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ🙏🙏💖

    • @lachitsaikia9044
      @lachitsaikia9044 ปีที่แล้ว

      মইও একেই সেইবাবে মোৰ এই গীত বোৰ বহুত প্ৰিয় ❤❤

  • @paragdeka1465
    @paragdeka1465 ปีที่แล้ว +3

    Dhuniyaa.....

  • @tridibburagohain9346
    @tridibburagohain9346 ปีที่แล้ว +2

    সৰাপাতৰ কাহিনী চাই বহুত ভাল লাগিলে।❤❤

  • @rojleenapegu
    @rojleenapegu ปีที่แล้ว +24

    সুন্দৰ কণ্ঠ,সুন্দৰ পৰিবেশন , সুন্দৰ কথাৰে সুন্দৰ গীতটি উপহাৰ দিয়া বাবে আপোনালৈ অশেষ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছো । সঁচাই চকু সেমেকি গ'ল ...অতীতৰ সেই উভতি নহা ল'ৰালিৰ ছবিবোৰ দেখি আবেগিক হৈ পৰিলো । সুন্দৰ উপহাৰ আমাৰ বাবে ...আশাকৰো এই গীতটি মানুহৰ বুকুত সাঁচ বহুৱাব ।❤❤

    • @kirontamang8054
      @kirontamang8054 ปีที่แล้ว +1

      ককা দেউতা ও lorali কালৰ দিনবোৰ বৰকৈ মনত পৰিছে

    • @tridipbora5614
      @tridipbora5614 ปีที่แล้ว

      De❤ 7:33 😅😅

  • @ashwinlophong3344
    @ashwinlophong3344 ปีที่แล้ว +1

    কি এক অপূৰ্ব সৰাপাতৰ কাহিনী৷এয়া আমাৰ সকলোৰে ল’ৰালিৰ এক জীয়া কাহিনী ৷❤

  • @rinkukalita9349
    @rinkukalita9349 ปีที่แล้ว +3

    Val lagisy bhut

  • @dhrubaspoetryassamese3917
    @dhrubaspoetryassamese3917 ปีที่แล้ว +2

    এটা সঁচাকৈ ভাল লগা কণ্ঠৰ গীত,এই কণ্ঠ সদায় বিচাৰি থাকোঁ,সোণাৰু হালধীয়া হাঁহি পৰা আকৌ যেন উভতি আহিছে সৰা পাতৰ দৰে,উঠি আহক ন-কুঁহিপাত হৈ,নিভাঁজ গাঁও পৰিবেশ বহুত বহুত সুন্দৰ

    • @CSSHIVAAOFFICIAL
      @CSSHIVAAOFFICIAL  ปีที่แล้ว

      আপোনাক আন্তৰিক ধন্যবাদ জনালো 🙏🙏

  • @SEBAKCHANGMAI
    @SEBAKCHANGMAI ปีที่แล้ว +4

    শুনিয়েই থাকিম যেন । ভাগৰ নোহোৱা লৰালিক নিজৰ মাজত আকৌ এবাৰ যেন জগাই লম । নঙলামুখৰ ধেমালিবোৰ, মৈত উঠি মৈ ঠেকেছা খোৱাবোৰ, লোকৰ বাৰীৰ বগৰী-আম চুৰিবোৰ ইত্যাদি ইত্যাদি... সময়ে সকলোবোৰ লুটিয়াই পেলালে । নষ্টালজিক হৈ পৰিছোঁ আপোনা-আপুনি...😢😢❤❤ মনৰ জোখাৰে সুখী হলো গীতটিৰ এই ৮ মিনিট সময় ।

  • @gargeeboruah2643
    @gargeeboruah2643 ปีที่แล้ว +2

    Bohut bhal lagil , hei dinbur ghurai nupua bedonai aaguri dhorile .

  • @alakeshbarman171
    @alakeshbarman171 ปีที่แล้ว +11

    কিছুমান গায়ক আছে বছৰ টোত গান এ গায় থাকে কিন্তু এটা গান ও চিৰস্থায়ী নহয় । কিন্তু এইবোৰ গান 50 বছৰ পিছত ও শুনিব । সচাকৈ কিবা যিমান শুনিলেও আমনি এ নালাগে দেখো বৰঞ্চ ভাল হে লাগি যায় পুৰণি দিনবোৰ ও সুন্দৰকৈ মনত পৰি যায় । আচলতে এনেকুৱা সোৱাদ ভৰা গান সৃষ্টি হোৱাটো বিচাৰো । আপুনি ও বিচাৰে নে যদি বিচাৰে এটা লাইক দিব।

  • @paporiburagohain460
    @paporiburagohain460 ปีที่แล้ว +2

    Hosai bor bhal lagil.. poribekh tu sai lorali loi ubhoti golu..hundor kontho,hundor obhinoy..❤🎉

  • @kalpanadutta295
    @kalpanadutta295 ปีที่แล้ว +5

    konthat jaadu ase ❤❤

  • @GogoisVloG
    @GogoisVloG ปีที่แล้ว +2

    ককাইদেউ সঁচাই খুউব সুন্দৰ হৈছে,,,,,❤

  • @neels5990
    @neels5990 ปีที่แล้ว +4

    I am sure everyone will be nostalgic after listening this excellent song...keep going 👍

  • @Anjana_1add
    @Anjana_1add ปีที่แล้ว +1

    অতি মনোমোহা দৃশ্যগ্ৰহণ আৰু সুন্দৰ গীত পৰিবেশন, বৰ ভাল লাগিল ❤

  • @sangitrabha3374
    @sangitrabha3374 ปีที่แล้ว +3

    Bahut val lagile video da ♥️♥️👌

  • @trendingsonly6500
    @trendingsonly6500 ปีที่แล้ว +2

    মোৰ হেই লৰালি মনত পৰিল আজি,,, বহুত বহুত ধন্যবাদ থাকিল ইমান ধুনীয়া গান আৰু তথ্যচিত্ৰ দিয়াৰ বাবাবে ❣️❣️❣️

    • @CSSHIVAAOFFICIAL
      @CSSHIVAAOFFICIAL  ปีที่แล้ว

      আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো🙏🙏💕

  • @prosantaprotimborthakur4358
    @prosantaprotimborthakur4358 ปีที่แล้ว +3

    Xunder hoise

  • @DebajitDeka-oy4kn
    @DebajitDeka-oy4kn ปีที่แล้ว +2

    Xundar hoisha 🥰🥰

  • @DevarajBharali-y6q
    @DevarajBharali-y6q ปีที่แล้ว +3

    Dhuniya lagise gaan tu ✨️❤ .Apuni aru aaguwai jauk huva kamona thakil Sir 😊.

  • @threeluminatii9494
    @threeluminatii9494 ปีที่แล้ว +2

    Sokulu ulaai gol, otitole monot poril. Hundar hoise.

  • @sanjaydas8747
    @sanjaydas8747 ปีที่แล้ว +3

    ৱাহ দাদা কি গীত একেবাৰে নষ্টালজিক হৈ পৰিছো ♥️♥️

    • @CSSHIVAAOFFICIAL
      @CSSHIVAAOFFICIAL  ปีที่แล้ว

      আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো🙏🙏💮

  • @bonditakhaklaribaruah2240
    @bonditakhaklaribaruah2240 ปีที่แล้ว +2

    বহুত ভাল হৈছে সঁচাকৈয়ে দেই... দুচকু সেমেকি গ'ল...

  • @2.0gamerff325
    @2.0gamerff325 ปีที่แล้ว +3

    সেই সৰু কালৰ দিনবোৰ পুনৰ ঘূৰাই পোৱা হলে,,,,,,,ভিডিঅটো চাই শৈশব লৈ মনত পৰি গল।কিমান যে আনন্দৰ দিন আছিল ।এতিয়া সকলো অতীত। ভিডিঅটো চাই ভাল লাগিল।

    • @CSSHIVAAOFFICIAL
      @CSSHIVAAOFFICIAL  ปีที่แล้ว

      আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো🙏🙏💮

  • @gulapichangmai9803
    @gulapichangmai9803 ปีที่แล้ว +2

    Ek gaoliya anuvoti,, bohut dhunia hoise hokolubur💕❣️, publicity management, *sebak changmai* ,, proud feel korisw ,,mur dada r babe ❤

  • @gitamoniborahhazarika3270
    @gitamoniborahhazarika3270 ปีที่แล้ว +3

    Bhut sundar

  • @urfavfictionalcharacter7592
    @urfavfictionalcharacter7592 ปีที่แล้ว +1

    Bhut hundor geet arru kontho
    Mon pran jur pori gol
    Puroni dinor smriti rumonthon hoi poril.💗❤️🙏🙏🙏

  • @gauravhimantakhaklari8200
    @gauravhimantakhaklari8200 ปีที่แล้ว +4

    This song hits differently, and the lyrics are so amazing

  • @DevarajBharali-y6q
    @DevarajBharali-y6q ปีที่แล้ว +2

    Dhuniya lagise gaan tu ❤ .Apuni Aru aaguwai jauk Sir tarai huvo kamona thakil 😊

  • @BiBeK_AxOM
    @BiBeK_AxOM ปีที่แล้ว +4

    Goosebumps 😢

  • @kolpochitra3869
    @kolpochitra3869 ปีที่แล้ว +3

    ভাল লাগিল।দুখো লাগিল।গীত আৰু দৃশ্যাভিনয়ে কলিজা চুই গ'ল।🙏❤️🙏

    • @CSSHIVAAOFFICIAL
      @CSSHIVAAOFFICIAL  ปีที่แล้ว

      আন্তৰিক ধন্যবাদ জনালোঁ🙏😍💮

  • @kushalchangmai1324
    @kushalchangmai1324 ปีที่แล้ว +3

    Excellent 👌👌👌

  • @ranjumonibhagawati3692
    @ranjumonibhagawati3692 ปีที่แล้ว +2

    অন্তৰ চুই গ'ল 💕🙏💕

  • @prabinboruah6187
    @prabinboruah6187 ปีที่แล้ว +4

    আপোনাৰ গান বোৰ মোৰ বহুত ভাল লাগে ❤

    • @CSSHIVAAOFFICIAL
      @CSSHIVAAOFFICIAL  ปีที่แล้ว +1

      ধন্যবাদ জনালোঁ🙏💕