Tomar Kotha (Official Music Video) | Papon | Keshab Nayan | Assamese Song

แชร์
ฝัง
  • เผยแพร่เมื่อ 27 ธ.ค. 2024

ความคิดเห็น • 4.6K

  • @paponmusic
    @paponmusic  3 ปีที่แล้ว +3599

    Thanking you all for showering so much love on this song! 🙏🏼❤️

    • @pari1360
      @pari1360 3 ปีที่แล้ว +132

      🙏 ❣️

    • @VishalVK0
      @VishalVK0 3 ปีที่แล้ว +48

      ❤️💘

    • @nabazyotibarman329
      @nabazyotibarman329 3 ปีที่แล้ว +41

      Heart touching Papon daa,,,❤️❤️👌

    • @ranjitboro1612
      @ranjitboro1612 3 ปีที่แล้ว +20

      🙏💘💘

    • @mitalisarma6019
      @mitalisarma6019 3 ปีที่แล้ว +16

      Lots of love Dada💞.. May you shine forever💐💐.. Loved it😍..

  • @bishalborah8409
    @bishalborah8409 2 ปีที่แล้ว +365

    গীতটো শুনিলে অতীতৰ সেই সুমধুৰ স্মৃতিবোৰলৈ মনত‌ পৰি যায় , যাক হাজাৰ চেষ্টা কৰিও পাহৰিব নোৱাৰি।💞💞❤️❤️

    • @lxcreation5581
      @lxcreation5581 2 ปีที่แล้ว +9

      Monor kotha koi dili vai🥺❤️

    • @bhubannath2786
      @bhubannath2786 ปีที่แล้ว +3

      Hoi

    • @I_kaushik-das
      @I_kaushik-das ปีที่แล้ว +10

      সকলোৰে জীৱনলৈ এদিন এজাক ধুমুহা আহেই সেই ধুমুহা যাক পাহৰিবলৈ চেষ্টা কৰিও নোৱাৰি ।

    • @mirjahanali4051
      @mirjahanali4051 ปีที่แล้ว +1

      😢

    • @mirjahanali4051
      @mirjahanali4051 ปีที่แล้ว +2

      😢

  • @ffgc1093
    @ffgc1093 2 ปีที่แล้ว +260

    ভগৱানে মোক ধন সম্পত্তি নিদিলে যদিও ,মা দেউতা আৰু এটি সম্পূৰ্ণ পৰিয়াল দিয়াৰ বাবে অশেষ ধন্যবাদ ❤️

  • @durlavsonowal2600
    @durlavsonowal2600 2 ปีที่แล้ว +37

    প্ৰেম চাগে এনেকুৱাই বুকুখন শিল হৈ ৰয় । সুন্দৰ অনুভূতি ।

  • @mikuneo1733
    @mikuneo1733 ปีที่แล้ว +77

    কেতিয়াবা আনৰ সুখৰ কাৰণে নিজৰ সুখ বোৰ ত্যাগ কৰিব লগা হয়😊
    প্ৰেম এনেকুৱাই 🙂

  • @shyamalbaruah9391
    @shyamalbaruah9391 4 ปีที่แล้ว +818

    এই শ্ৰেণীৰ গানেই যে কেৱল থাকিব লাগে সেইটো নকও কিন্ত্ত এনে ধৰণৰ গানেহে মোৰ অন্তৰত স্হান পাই। জালুকবাৰীৰ পৰা বিজয়নগৰ অভিমূখে গাড়ীত উঠিয়েই গীতটি দৰ্শনেৰ অবেগৰ অশ্ৰু নিগৰিল।
    পাপন পাপনেই 🙏❤

  • @ruhitdas4308
    @ruhitdas4308 3 ปีที่แล้ว +65

    ব্হুত ভাল লাগিল গানটো শুনি .....অন্তৰ চুই গল......Thank you ...পাপন দা ইমান ধূনীয়া গান উপহাৰ দিয়াৰ বাবে....

  • @dipankar7161
    @dipankar7161 4 ปีที่แล้ว +132

    গানটো বাৰু প্ৰিয় আছিলেই, এতিয়া ভিডিঅটি এ মন চুই গল।❤

  • @bijoymili9338
    @bijoymili9338 2 ปีที่แล้ว +28

    আনৰ কথা নাজানো, কিন্তু মোৰ হৃদয় চুই গল,, বহুত দুখ লাগিল।

  • @northeastnaturelover5769
    @northeastnaturelover5769 4 ปีที่แล้ว +63

    ইমান ধুনীয়া ভিডিঅ এটা পাম বুলি ভৱাই নাছিলো দাদা ৷ সচাই হৃদয়খন চুই গল ৷ বহুত বহুত মৰম দাদা ৷ also কেশৱ নয়ন দা ৷

  • @BanditaBRAssam
    @BanditaBRAssam 4 ปีที่แล้ว +322

    পাপন দা আপোনাৰ কণ্ঠ বৰকৈ প্ৰিয় মোৰ। গানটো প্ৰথম যেতিয়া শুনিছিলো তেতিয়াই ইয়াৰ এটা এটা শব্দই অনুভূতি ৰঞ্জিত কৰিছিল হৃদয়ত। এতিয়া ভিডিঅটোত সকলোখিনিয়ে উপলদ্ধি কৰিব পাৰিছো। অতীতৰ এখন জীয়া ছবি চকুৰ আগত ভাহি উঠিছে প্ৰেমময় মিঠা আলোকৰ সজ্জাৰে যেতিয়া তাইৰ লগত গোটেই জীৱন পাৰ কৰি দিয়া সপোন দেখো। সেই সপোন যেতিয়া এনেকৈ ভাঙি চুৰমাৰ হৈ যায়। সঁচাকৈ ভিডিঅটো চাই চকুপানী ৰখাব নোৱাৰিলো।
    (অনুভূতিৰ এডোলা মৰম বিশ্বাসৰ
    তাত তোমাৰ কথা ভাবিলে আজীৱন জোনাক উপচি পৰিব)
    এতিয়া মোৰ এই কমেণ্ট যিসকলে পঢ়ি আছে সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল। ❤️❤️

    • @duttakishore1847
      @duttakishore1847 3 ปีที่แล้ว +2

      বৃষ্টি প্ৰিয়া তোমাৰ কি সুন্দৰ অনুভৱৰ লিখনি তোমালৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালো

    • @dipankarboruah6436
      @dipankarboruah6436 3 ปีที่แล้ว +2

      Love u janmanu.but tumr h hbo nuwarelu.same gan tur dorei.love u

    • @mridulkalita6395
      @mridulkalita6395 3 ปีที่แล้ว +2

      Tyy

    • @yasminahmed9921
      @yasminahmed9921 3 ปีที่แล้ว +1

      Lyrics2 huni a mon2 bht vl lge ..

    • @chowprokhanto8728
      @chowprokhanto8728 3 ปีที่แล้ว +1

      Makosom gaan tuye soku pani ulai diye....muur jibonotu enwkai hol ge...

  • @RockstarJNB742
    @RockstarJNB742 4 ปีที่แล้ว +374

    গীতটি সদায়েই প্ৰিয় আছিল, এতিয়া নতুনকৈ সংযুক্ত কৰা কাহিনীটিয়ে সোণতে সুৱগা চৰালে। সঁচাকৈ হৃদয় চুই গ'ল ❤

    • @gunajitdas6366
      @gunajitdas6366 4 ปีที่แล้ว +2

      একদম মনৰ কথা কলা ভাই

    • @moon...632
      @moon...632 4 ปีที่แล้ว +1

      Bohut vl lge

    • @lyricsovera2zagenuinelyric859
      @lyricsovera2zagenuinelyric859 4 ปีที่แล้ว

      Lyrics of this Amazing Song is Here: www.lyricsovera2z.com/2021/01/tomar-kotha-lyrics-papon-assamese.html

    • @himanidas2095
      @himanidas2095 3 ปีที่แล้ว

      Xosa ka😍

  • @archanadas450
    @archanadas450 2 ปีที่แล้ว +105

    তোমাক .. তোমাক লগ নোপোৱা হ'লে ভাল আছিল কিজানি ❤️। এতিয়া জানা 😔 তোমাৰ কথা ভাবিলে জোনাক উপচি পৰে ❤️ । সচাকৈ গানটো যিমানেই নুশুনো কিয় সদায় জীপাল । সুখী হোৱা ❤️ তোমাৰ কথা ভাবিলেই নজনাকৈৱে চকুলো বৈ 😔 । কিছুমান কথাই বহুত বেছিকৈৱে আমনি কৰে ...!!!! ভালে থাকা ।

  • @jintudihingia
    @jintudihingia 3 ปีที่แล้ว +231

    7 মিনিটৰ এক স্বৰ্গ যাত্ৰা 💜

  • @simideka6899
    @simideka6899 4 ปีที่แล้ว +319

    দীৰ্ঘ দিনৰ মূৰত মৃদুলা বৰুৱা বাইদেউক দেখি ভাল লাগিল।।। চিৰসেউজ তেওঁ।।🙏🏼🙏🏼😘😘👌👌💚💚

  • @dhirajkalita2099
    @dhirajkalita2099 4 ปีที่แล้ว +65

    চকু চলচলীয়া হৈ পৰি ৰ'ল.. গীতটিয়ে আগতেই মোক মুগ্ধ কৰিছিল আজি সেই গীতটিত এই ভিডিঅ'টো দেখি সচাই খুবেই ভাল পালোঁ.. 🌹 তুমি বুলিলেই আজি হেজাৰ গোলাপে ৰঙা কলি মেলে🌹

  • @sewalibormudoi4731
    @sewalibormudoi4731 ปีที่แล้ว +11

    কিছুমান গান মাথোঁ শব্দ নহয়, সুৰ নহয় হৃদয়ৰ অনুভূতি বোৰৰ মুক্ত প্ৰকাশ 🧡🧡 সেই ঠাইত থকাবোৰক ৰাতিৰ নিজানত এই গান বোৰে বাৰুকৈয়ে কন্দুৱাই 😢😢

  • @bishalgogoi1644
    @bishalgogoi1644 4 ปีที่แล้ว +178

    সঁচা কথা কবলৈ গলে,
    পাপন দাৰ গান নিজানৰ গান❤️
    ভাল লাগিল 👍

  • @Manoj_Barua
    @Manoj_Barua 4 ปีที่แล้ว +16

    #কেশৱ_নয়ন দা, আপোনালৈ প্ৰথমে বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ গীত এটি উপহাৰ দিয়া বাবে লগতে পাপন দাক আৰু কি বুলি ধন্যবাদ দিম, তেওঁৰ এইবোৰ গীতত টো কণ্ঠৰ কথা কবই নেলাগে। সঁচাকৈ গীত টিৰ Audio টি পোৱাৰ পৰা আজিলৈকে সদায় দিনত কমেও ১০ বাৰ কৈ শুনিছোঁ। Video টোও যথেষ্ঠ ভাল লাগিছে সুন্দৰকৈ সজাই তুলিছে। ধন্যবাদ গোটেই team টো লৈ। এনেকুৱা গীত বোৰ দি যাওক কেশৱ দা আগলৈ।

  • @kiddlynikha
    @kiddlynikha 4 ปีที่แล้ว +58

    উফ ক'বলৈ ভাষা নাই বহুদিনৰ মুৰত অন্তৰ চুই যোৱা গান ভিডিও দেখিবলৈ পালো|কুশলে থাকক অংগৰাগ দাদা😘😘😘😘😘😘

  • @barnalidekavideos
    @barnalidekavideos ปีที่แล้ว +32

    😊এই গীতটো প্ৰথমবাৰৰ বাবে শুনিলোঁ, হৃয়স্পৰ্শী গীতটোৱে কন্দুৱাই পেলালে 😢

  • @manjitrabhaa
    @manjitrabhaa 4 ปีที่แล้ว +137

    এই গানটো মোৰ বহুত বেছি প্ৰিয় হয়। প্ৰায়েই মই এই গানটো শুনি ৰাতি টোপনি যাও।
    সুন্দৰ গান। 💖💖💖💖💖

  • @blueberry9693
    @blueberry9693 3 ปีที่แล้ว +142

    "ছায়া হৈ আহা‌ এবাৰ কাষৰলে দিঠকত নালাগে আহিবলে " 😊💔 touched ..

    • @bitupongogoi5722
      @bitupongogoi5722 3 ปีที่แล้ว +2

      Nice song 👌👌 ছুপাৰ পাপন দাদা তুমি সদায় এনে গান গায় আমাৰ মন আকৰ্ষণ কৰা

  • @miturajsaikia306
    @miturajsaikia306 4 ปีที่แล้ว +22

    গীতৰ কথাৰ লগত ভিডিঅ'টি খাপ খাইছে। উপস্থাপন মনোগ্ৰাহী,অভিনয় শলাগনীয়।।

  • @manjimanambiar3811
    @manjimanambiar3811 2 ปีที่แล้ว +198

    I'm from Kerala. One of my friends suggested this song and i added into my music list. Without knowing the language i can feel it ❤️😊

    • @dancewithbristi2127
      @dancewithbristi2127 ปีที่แล้ว +2

      Woww 👏👍👍

    • @aruparup3863
      @aruparup3863 ปีที่แล้ว +3

      This song is my most special. I would even die on this song. papon da my best singer

    • @ahmedsoikat8929
      @ahmedsoikat8929 ปีที่แล้ว

      @thepiash9999

    • @s.k.anupkumar
      @s.k.anupkumar ปีที่แล้ว +2

      Dear elder sister,
      Language don’t matter.I'm from Bangladesh.I also don't know the exact meaning of this song. I'm impressed. Inspired of that i want to learn lt.

    • @ripunbaruah99
      @ripunbaruah99 ปีที่แล้ว

      @@s.k.anupkumar ❤️ from India 🇮🇳

  • @parthabaruahsvlogs4568
    @parthabaruahsvlogs4568 4 ปีที่แล้ว +24

    এই গানটোৱে মন মগজু চুই যায় ,অতি সুন্দৰ গীত ,ধন্যবাদ পাপন দা।ইমান ধুনীয়া গীতটো আমাক উপহাৰ দিয়া বাবে ।গানটো কাৰ কাৰ প্রিয় জনাবছোন।💓😊😊💚

  • @মহাকাল-ৰুদ্ৰ
    @মহাকাল-ৰুদ্ৰ 3 ปีที่แล้ว +19

    পাপন দাৰ সদায় সুকীয়া নিজস্বতা আছে । আৰু মানুহ জনে সদায় বিতৰ্কৰ বাহিৰত থাকিব বিচাৰে । বাকী বেছিভাগ গায়কে টো বেপাৰী হ'ল আজিকালি । সুন্দৰ পাপন দা ।

  • @Rk-py8hp
    @Rk-py8hp 3 ปีที่แล้ว +607

    প্ৰথম প্ৰেম চাগে এনেকুৱা ই। তোমাক নেদেখা বহুত বছৰে হ'ল তথাপি আজিও তোমাৰ স্মৃতি সজীৱ হৈ আছে 😔

  • @NeverEver-mg4do
    @NeverEver-mg4do 9 หลายเดือนก่อน +3

    যিমানবাৰ‌ গানটো শুনো‌ প্ৰতিবাৰেই চকু সেমেকি উঠে। এই গতিশীল জীৱনত স্মৃতিবোৰ‌ সদায়েই স্থবিৰ... সেই সময়ৰ সাঁচ বহুৱাই যোৱা মূহুৰ্তবোৰ‌ সদায়েই সুমধুৰ। গানটোৰ মাজত নিজকে বিচাৰি পাওঁ ❤ প্ৰতিবাৰেই..

  • @nikhitagogoi9587
    @nikhitagogoi9587 4 ปีที่แล้ว +13

    ধ্রুৱ জো্্যতি ৰাজবংশী ককাইদেউ ইমান সুন্দৰ কনচেপ্ট কত পায় হে!!! যোগেশ ককাইদেউ, আইমী বা, মলয়া বাইদেউ, ৰাজীৱ গোস্বামী ককাইদেউ, ৰাজ, ৰাগ ঐনিতম,ককাইদেউ সঁচাই আপোনালোকৰ অভিনয় খুউব বেছি ভাল হৈছে।লগতে, child artist কেইজন কি কম ভাষা নায়। জোনাক..... জোনাকী...🤗 আগোৱাই যোৱা love you papon da🤗

  • @kishurkumar2443
    @kishurkumar2443 4 ปีที่แล้ว +20

    বহুদিনৰ মূৰত বিচাৰি থকা আগন্তুকৰ দৰে কিবা এটা পোৱা যেন অনুভৱ হৈছে ❤️

  • @dimpapathak4855
    @dimpapathak4855 2 ปีที่แล้ว +50

    গানটো শুনি নিজকে হেৰুৱাই পেলাইছে আকৌ এবাৰ ,যাক সঁচাকৈ ভাল পোৱা যায় কেতিয়াও পোৱা নাযায় ,কিন্তু মনত ৰৈ যায় অতীতৰ সুমধুৰ স্মৃতি বোৰ ,যিমান মন কৰিলেও পাৰিব নোৱাৰি 🥺🌼 love you Papon da❤️

  • @sunilkhanikarsivasagor3905
    @sunilkhanikarsivasagor3905 2 ปีที่แล้ว +3

    Hosai Prothom prem enekuai ni.. Bohudinor murt akou tumer smrtibur monot porile...🥰😍🥰 Papan hosai Paponei...

  • @প্ৰাঞ্জলতালুকদাৰ
    @প্ৰাঞ্জলতালুকদাৰ 3 ปีที่แล้ว +86

    নিজানত বহি যেতিয়া দূৰ আকাশলৈ চাই কিবাকিবিবোৰ ভাবি থাকি এই গানটো শুনোঁ, নিজে ক'ব নোৱাৰাকৈয়ে চকুপানীৰে দুগাল তিতি যায়।
    ধন্যবাদ পাপন দা এটি ইমান মনপৰশা গীত সকলোৰে মাজলৈ আগবঢ়াই দিয়াৰ বাবে।..
    🙂❤️🦋🥀

    • @archanadas450
      @archanadas450 2 ปีที่แล้ว

      গানটো যিমান দিনে হওক সদায় জীপাল ❤️❤️

    • @প্ৰাঞ্জলতালুকদাৰ
      @প্ৰাঞ্জলতালুকদাৰ 2 ปีที่แล้ว +2

      @@archanadas450 বিশেষকৈ পাপন দাই গোৱা সেই শাৰীটিয়ে মন চুই যায়-
      " ছাঁয়া হৈ আহা এবাৰ কাষৰলে
      দিঠকত নেলাগে আহিবলে'।''😌💗🦋

    • @archanadas450
      @archanadas450 2 ปีที่แล้ว +1

      @@প্ৰাঞ্জলতালুকদাৰসচাকৈৱে 😔❤️ যিজনক বিচাৰোঁ তেওঁক দেখোন নাপাওঁৱে

    • @প্ৰাঞ্জলতালুকদাৰ
      @প্ৰাঞ্জলতালুকদাৰ 2 ปีที่แล้ว +1

      @@archanadas450 তেওঁক নাপাওঁ বুলি জানিও পাগলৰ নিচিনাকৈ তেওঁকেই ভালপাই থকাৰো এক সুকীয়া মাদকতা আছে__🙂💗🦋

    • @archanadas450
      @archanadas450 2 ปีที่แล้ว +1

      @@প্ৰাঞ্জলতালুকদাৰ ঠিক কৈছা তুমি 😔 কিছুমান কথাই খুউব আমনি কৰে

  • @akshyagaming3625
    @akshyagaming3625 2 ปีที่แล้ว +35

    এইয়াই প্ৰেম..
    কল্পনা বহুত,সপোনো বহুত..
    কিন্তু পোৱাহে নাযায় কেতিয়াও ❤😒

  • @binayarnav8781
    @binayarnav8781 4 ปีที่แล้ว +84

    Touched🤗🤗❤️.....এটা বস্তু শিকিলোঁ ভিডিও টোৰ পৰা ,বেয়া সংগই কিমান ক্ষতি কৰে আপুনি বেয়া নহলেও আপোনাক মানুহে বেয়া বুলিয়ে ভাবিব।

  • @silmisangma4774
    @silmisangma4774 9 หลายเดือนก่อน +1

    ছায়া হৈ আহা এবাৰ কাষৰলে দিতকত নেলাগে আহিবলে সপোনত আহাঁ এবাৰ কাষৰলে।
    এই গীতটি সদাই শুনি হেঁপাই মোৰ নপলাই শুনিয়ে থাকিম যেন লাগে। ❤❤❤❤❤❤❤❤❤❤

  • @hemarabha8322
    @hemarabha8322 4 ปีที่แล้ว +43

    উফফ বহুত বেছিয়ে ভাল লাগে পাপন দাৰ এই গানটো । হৃদয় চুই যায় একদম ❤️ আশা কৰোঁ এই ২০২১ বৰ্ষত আৰু সুন্দৰ সুন্দৰ গীত উপভোগ কৰিব পাৰো । জয় আই অসম 🙏

  • @chaikirajkumar
    @chaikirajkumar 3 ปีที่แล้ว +40

    লিখাজনলৈ বহুত ধন্যবাদ ;পাপন দাৰ কণ্ঠই জীয়াই তুলিছে গীতটি---আইমী বা অতিকে প্ৰিয় মোৰ --

  • @dharitrigogoi365
    @dharitrigogoi365 3 ปีที่แล้ว +6

    Khasake ... Gaan to jimanei khunu khimanei hepaah nopolai ... Gaan to khunile gaar khire khire gaan to boi jaai ..... Awesome papon daa ... Anedore gaan bur gaai thaka nd aamk mugdho Kori Tula ...

  • @barashatalukdar2787
    @barashatalukdar2787 10 วันที่ผ่านมา +1

    যাক সঁচাকৈ ভাল পোৱা যায় তাক কেতিয়াও পোৱা নাযায়🥺 ভালে থাকা প্ৰিয়জন❣️

  • @marulidharrabha8339
    @marulidharrabha8339 3 ปีที่แล้ว +18

    ♥️♥️পাপন দাৰ গানত মোৰ প্ৰথম কমেন্ট,,,,
    💚💚যাক মনে-প্ৰানে ভালপোৱা যায় সেইজন হেৰুৱাৰ পিছত আৰু আন কোনোবা থাকিব পাৰে,,? পাপন দাৰ এই গানৰ লগতে ভিডিঅ'টো চাই অতীতৰ বিচ্ছেদ প্ৰেমৰ কথা মনত পৰি গ'ল। সঁচাই হৃদয় চুই গ'ল এই ভিডিঅ'টোৱে,,,।💔💔
    ভাল লাগিল,,,,।💚♥️

  • @mousumichangmai525
    @mousumichangmai525 3 ปีที่แล้ว +84

    ইমান অনুভৱ কৰি গীতটি গাইছে পাপন দা.. কেৱল ভাল লাগিছে বুলি ক'লে উপযুক্ত নহ'ব|মোৰ শব্দৰ অভাৱ|

    • @sansitakonwar4050
      @sansitakonwar4050 3 ปีที่แล้ว +1

      ❤️❤️❤️❤️❤️🩸☝️👌👌👌ttyrujd to how to maintain kaise

    • @TsG260
      @TsG260 3 ปีที่แล้ว +1

      Agreed👍

  • @BhargijDas
    @BhargijDas 11 หลายเดือนก่อน +2

    Papon da r ktha nu ki km xorur prai teo mor favourite aru in future t o teo mor favourite hoyei thakib .
    Teor prottyek tu gan xuni manxik xanti pao moi ❤

  • @nixachor2726
    @nixachor2726 3 ปีที่แล้ว +67

    কথাবোৰে হৃদয় চুমী যায়। স্মৃতিত সদায় এ এই গানটো থাকিব। video টো story টো লগতে পাপন দাৰ voice সঁচাকৈয়ে কন্দুৱায়…❤️❤️❤️ নপোৱাৰ নাম এ চাগে প্ৰেম ❤❤❤

  • @joymathew9383
    @joymathew9383 3 ปีที่แล้ว +217

    I am from deep down south. Kerala. I don't understand the language but I totally understand the feel of this song. Awesome voice. Stay blessed

    • @ranjitchetia9361
      @ranjitchetia9361 3 ปีที่แล้ว +1

      #pulimurugan one of my favorite Malayalam movie

    • @GiGaChadAF
      @GiGaChadAF 2 ปีที่แล้ว

      Someone has correctly said, pure art doesn't always need a language.

    • @kaushallimbachia1546
      @kaushallimbachia1546 ปีที่แล้ว +2

      same here brother, I'm from Gujarat but I understand the deep feeling of this song .

  • @abhikchatterjee9454
    @abhikchatterjee9454 3 ปีที่แล้ว +80

    Hi.. this is Abhik from Kolkata. Just loved the content to the fullest, could not control my tears for a while. Will be expecting more such heart touching videos from your end. Best wishes!

  • @alakeshbarman5054
    @alakeshbarman5054 ปีที่แล้ว +6

    Thnk uu for this song papon daa.... I was feeling so lonely 🥺😭 Thnk uu...🥺❤️

  • @CHANGTheMisingAo
    @CHANGTheMisingAo 4 ปีที่แล้ว +36

    সদায় প্রিয় তুমি মোৰ পাপন দা 💖❤️ ঈশ্বৰে তোমাক কুশলে ৰাখক সদায় ❤️❤️❤️❤️ বহুত মৰম আৰু প্ৰেৰণা তোমালৈ 😍💖❤️❤️❤️❤️

  • @jadabbordoloi1224
    @jadabbordoloi1224 3 ปีที่แล้ว +81

    অসমৰ বিনন্দীয়া পৰিবেশৰ লগত , কি এই সুন্দৰ গীত উপহাৰ দিছে পাপন দাই♥ সচাকৈ ধন্যবাদ♥ আমাৰ অসম জয় আই অসম ♥ i love you Assam❤

    • @sansitakonwar4050
      @sansitakonwar4050 3 ปีที่แล้ว

      🤬🤬🤬🤧😷🤕🤢🤮😖😩😵😱🥵😥💔💢💢💢💢💢💢💢💢💢💢🙇

  • @anubhab525
    @anubhab525 4 ปีที่แล้ว +7

    এক অভূতপূৰ্ব সমাৰোহ ,,,গীত টো প্ৰিয় আছিলেই,,,,,এতিয়া কাহিনী আৰু চিত্ৰনাট্য ই ,,,মন চুই গল 👌👌❤️❤️

  • @GOHAIN_69
    @GOHAIN_69 ปีที่แล้ว +77

    মই জন্ম হওঁতে মোৰ দেউতা মৰিল। হইটো মোৰেই সেইয়া বেয়া ছায়া আছিল যাৰ বাবে মোৰ মা বিধবা হব লগা হল । এই গানটো শুনি দেউতালৈ মনত পেলাই কেতিয়াবা চকুলো তুকো।মনত পৰে তুমালৈ দেউতা।🥺❤️

  • @biplobbarhoi972
    @biplobbarhoi972 3 ปีที่แล้ว +617

    Alone- at night- light of- eyes close- earphone in- volume medium- Remembering old memories😥

  • @prantoshduarah9997
    @prantoshduarah9997 3 ปีที่แล้ว +11

    এইয়াই প্ৰেম..
    কল্পনা বহুত,সপোনো বহুত...
    কিন্তু পোৱাহে নাযায় কেতিয়াওঁ💓

  • @manjitraabha
    @manjitraabha 4 ปีที่แล้ว +35

    এই গানটো মোৰ বহুত বেছি প্ৰিয় হয়। প্ৰায়েই মই এই গানটো শুনি ৰাতি টোপনি যাও। বুকু উচুপি উঠে যেতিয়া এই গীতটি শুনো । 😢😢
    🎊💖
    সূন্দৰ গান। 💖💖💖💖💖

  • @ipshitabarman
    @ipshitabarman 2 ปีที่แล้ว +2

    Dada, u r just 🔥
    Love from Cooch Behar ❤️🌻
    প্রণাম 🙏😊

  • @saqleinmostak5589
    @saqleinmostak5589 4 ปีที่แล้ว +20

    মনপৰষা video...
    best videography..everything is natural ....just wow.

  • @dipankarborahvlogs6225
    @dipankarborahvlogs6225 4 ปีที่แล้ว +17

    Uff ki গান আৰু vedio তো কবই নালাগে ভালপোৱা তাকেই কয় যত স্বাৰ্থ নাথাকে ,ভুক্তভোগী মই

  • @nahiedmia
    @nahiedmia 3 ปีที่แล้ว +14

    খুব ভালো লাগে পাপন দার কন্ঠে অসমীস গান শুনতে ।
    কেন জানি খুব আপন মনে হয়
    মনে হবে না কেন কত পূরব পুরুষ পড়ে আছে
    আসামে ।
    সালাম নিবেন দাদা ।

  • @pdaschb
    @pdaschb 2 ปีที่แล้ว

    গানটো শুনাৰ পৰা বেলেগ গান শুনিবলৈ মন নোযোৱা যেন হৈছে। বাৰে বাৰে যেন শুনি থাকিম। পাপন লৈ ধন্যবাদ ইমান সুন্দৰ গীত আগবঢ়োৱাৰ বাবে।

  • @ranahazarika6679
    @ranahazarika6679 3 ปีที่แล้ว +256

    It's been 5 years since I lost my sister.. This song always reminds me of her.. specially those lines "ছায়া হৈ আহা এবাৰ কাষৰলে, দিঠকত নালাগে আহিবলে ..."
    thank u so much Papon da for this soulful song ❤❤ and yess... I miss my sister😘 miss u baa!

  • @pritthishdutta6409
    @pritthishdutta6409 3 ปีที่แล้ว +91

    I am a bengali...i just can understand "tomar kotha vabile"...but the whole song is so soothing...i just fell in love with the song and Papon's voice never disappoints❤️

    • @agentgaming3375
      @agentgaming3375 2 ปีที่แล้ว +6

      Papon is one of the most underrated singer of India....He deserved a lot of appreciation...💕

    • @mkharshavardhan1551
      @mkharshavardhan1551 11 หลายเดือนก่อน

      💝😍

    • @mkharshavardhan1551
      @mkharshavardhan1551 11 หลายเดือนก่อน

      🇮🇳🌸😇☮️💝

  • @lil_wanye7777
    @lil_wanye7777 2 ปีที่แล้ว +7

    মন চুই যায় এই গানটো শুনিলে পাপন দা আপুনি অসমৰ মানুহক এটা অতি আমোদজনক বৈশিষ্ট্যপূৰ্ণ lyrics লিখি ব্যক্ত কৰাৰ বাবে অশেষ ধন্যবাদ
    অসমৰ মানুহৰ পৰা আপোনাক বহুত বহুত মৰম জাচিলো ❤️২৩/০৩/২০২২ ৰাতি ১০:২৬ ভালপোৱা স্মৃতিবোৰ আকৌ এবাৰ মনত পৰি গল। Big Thank you Papon da

  • @masumrohman9217
    @masumrohman9217 2 ปีที่แล้ว

    Khub hundar eti geet Dil sui Jai..hosa papon da apunr voice really sooo NYC...Ashirwad thakil..aru aguwai jauk...apunk tv dekhu real dekha nai pabo akha ase Jodi kismat ase sure paam...lv u bro...❤️❤️🙏🙏

  • @Thagunna90vlogs
    @Thagunna90vlogs 4 ปีที่แล้ว +1435

    I am from Nepal i didnt understand your language but understand your feeling your sound ❣️❣️❣️

    • @KallulKotoky
      @KallulKotoky 3 ปีที่แล้ว +30

      Love from Assam

    • @hpvlogers4158
      @hpvlogers4158 3 ปีที่แล้ว +15

      Same to u bro❣️❣️❣️

    • @bikisharma7735
      @bikisharma7735 3 ปีที่แล้ว +13

      Wah vhai , mo bujam lyrics?😊

    • @bhabakonwor2431
      @bhabakonwor2431 3 ปีที่แล้ว +4

      thaku brother love from assam

    • @vishalsonowal5373
      @vishalsonowal5373 3 ปีที่แล้ว +11

      That is the power of music bro ... Lots of love from Assam ❤️

  • @bikashdeka2996
    @bikashdeka2996 4 ปีที่แล้ว +9

    ওফফ! যেতিয়াই গীতটি শুনো গাৰ নোম শিয়ৰি উঠে ♥️।। Love u papon daa....love from Gogamukh (Assam)

  • @visible4324
    @visible4324 2 ปีที่แล้ว +51

    🤗❣️those lines... "তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে ❣️
    ছায়া হৈ আহা এবাৰ কাষৰলে দিঠকত নালাগে আহিবলে "🌿
    "শেষ বুলিলেই ভালপোৱা জানো শেষ হৈ যায়!!! তুমি নাই একো নাই তথাপি তুমি বুলিলেই এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে "❣️🌿🤗

  • @ananyasweethearts2593
    @ananyasweethearts2593 2 ปีที่แล้ว +7

    I'm living in assam since 2020, i don't know Assamese but I love songs played in bihu.. i love this soulful song too .. stay blessed .. music has no language but connects to the soul deeply ..

  • @arunavburagohain1687
    @arunavburagohain1687 4 ปีที่แล้ว +6

    সছাই অতুলনীয় এটি সংগীত....... প্ৰেম এনেকুৱাই নি বাৰু? যত তেওঁ নাথাকিলেও এহেজাৰ গোলাপে ৰঙা ৰঙা পাহি মেলে............❤️❤️❤️❤️♥️♥️♥️❤️🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

  • @priyanujblogs5873
    @priyanujblogs5873 3 ปีที่แล้ว +6

    Complete gun Tu huni soku pani ulai gol. Bohut besi bhal hoise, ata motivational song. Papon da keep rising.

  • @PSpsps12345
    @PSpsps12345 4 ปีที่แล้ว +98

    সঁচাকৈ এখন movie ৰ নিচিনা লাগিল ❤❤❤❤🤗

  • @mkharshavardhan1551
    @mkharshavardhan1551 11 หลายเดือนก่อน +1

    Blessed them and their cute family😍 Papon da too babu apunak hospital thakute apunar logt rati asil he is a 😇 🧚‍♂️💝🕉☮️ bow maina🧚‍♂️🧚‍♀️💝

  • @zneegogoi9748
    @zneegogoi9748 3 ปีที่แล้ว +31

    পাপন দা সদায় পাপন দা ই......💐 গান তোৰ শেষ ৰ অংশ জোনাকী বুলি মতাৰ পাছতেই ❤️❤️সেমেকি গল দুচকু।।

  • @hkamrul94
    @hkamrul94 4 ปีที่แล้ว +28

    Proud to be an assamese. Proud to be a villagers. Love the song. It's really very heart touching. Song with the video it's like icing on the cake. This video is much better than some of 3 hours movie. My eyes are getting watery... keep making like this evergreen song....❤❤❤ Really love never end. We can't delete our memories.....

  • @aadilrasheed2941
    @aadilrasheed2941 3 ปีที่แล้ว +96

    can't understand ...love your soulful voice
    Big fan sir
    love from Kashmir 🍁

    • @aadilrasheed2941
      @aadilrasheed2941 3 ปีที่แล้ว +1

      @Pinki Talukdar thank you sis ❤️

    • @aadilrasheed2941
      @aadilrasheed2941 3 ปีที่แล้ว +1

      @@duttakishore1847 I don't understand hindi brother

    • @aadilrasheed2941
      @aadilrasheed2941 3 ปีที่แล้ว +2

      @Pinki Talukdar Yes i love papon da ..i m his biggest fan thanks for translating

    • @pragyansaikia2862
      @pragyansaikia2862 3 ปีที่แล้ว

    • @getxfrank8148
      @getxfrank8148 3 ปีที่แล้ว

      Assalamu alaikum 😁

  • @Rajib-assam-
    @Rajib-assam- 5 หลายเดือนก่อน

    হেজাৰ বাৰ শুনিলেও মন নভৰা এটি গীত ❤❤❤ বহুত বহুত মৰম আজ্ঞাঠুৰী ৰ পৰাই।😊😊 পাপন পাপনে❤❤

  • @homelivings2790
    @homelivings2790 4 ปีที่แล้ว +5

    , সঁচাকৈ খুব সুন্দৰ উপস্থাপন গীত টোত video টো। শিশু শিল্পী তিনি তি লৈ আশীৰ্বাদ থাকিল। আৰু ভাল দৰে আগুৱাই যোৱা। লগতে সমূহ team টো লৈ শুভেচ্ছা থাকিল ।

  • @bidyutbikashdeka7228
    @bidyutbikashdeka7228 4 ปีที่แล้ว +7

    কি কম ভাষা নাই কবলে,,,,,
    গানটি যেনেকৈ শুৱনি ভিডিও টি ও বহু শুৱনি।।।
    ভগৱানে যাতে মোক এনেকুৱা নকৰে।।।।।।
    Love you papon da❤❤

  • @paglaminow803
    @paglaminow803 4 ปีที่แล้ว +78

    অতীতৰ আপোন জনক কেতিয়াবা হৃদয়ে আকৌ বিচাৰে নহয়নে❤️💛
    #debrajgolaghat

    • @ankurdas4889
      @ankurdas4889 4 ปีที่แล้ว +6

      Mur prothom preme muk kali 13 bosor pasot phone korile...aru Papon da ye ai video tu aaji release dile...ki kom iman dukh lagise...

    • @kishorbharali1350
      @kishorbharali1350 3 ปีที่แล้ว

      হয়

    • @user-nj8kq2dk6p
      @user-nj8kq2dk6p 3 ปีที่แล้ว +2

      😭😭😭😭😭😭

    • @duttakishore1847
      @duttakishore1847 3 ปีที่แล้ว

      কিন্তু সকলো অতীত হৈ যায়

    • @bigmagicticks2859
      @bigmagicticks2859 2 หลายเดือนก่อน

      😭😭😭😭

  • @debankanbanik2400
    @debankanbanik2400 ปีที่แล้ว +4

    Childhood love is the best thing to happen , you don’t know when it happens , how it happens , but its a mystery that you don’t even want to know ,.& then we grow up ,………..sometimes we stay in the same relationship or we loose that friendship forever…….. But its the best thing who had faced this thing …….😊

  • @ujjaldas2447
    @ujjaldas2447 3 ปีที่แล้ว +16

    কল্পনা বহুত, সপোনো বহুত...
    কিন্তু পোৱা নাযায় কেতিয়াও....
    প্ৰেম এক বলিয়া বতাহ...??🖤💔

  • @parishmitamahanta4677
    @parishmitamahanta4677 4 ปีที่แล้ว +43

    দিঠকত নালাগে আহিবলে সপোনত আহা এবাৰ ❤️❤️❤️

    • @akhimkalita1414
      @akhimkalita1414 3 ปีที่แล้ว +1

      I missed you a my fast love

    • @osmangani9634
      @osmangani9634 6 หลายเดือนก่อน

      Really I miss u 1st love 💕

  • @lavitadas636
    @lavitadas636 3 ปีที่แล้ว +9

    গান টো ইমান যে ভাল লাগিল শুনি কবলৈ ভাষা নাই।সঁচাই হিয়া চুই গল আপুনি কুখলে থাকক পাপন দা আৰু এনেকুৱা ভাল গান অনেক আমাক উপহাৰ দিব বুলি আশা ৰাখিলোঁ আপোনাৰ সকলো গানেই হৃদয় চুই যায়।lv uh papon da ❤️❤️😌☺️

  • @bobitadhar5990
    @bobitadhar5990 9 หลายเดือนก่อน +18

    Leaving this coment so that i can hear to this masterpiece everytime someone likes it

  • @raktimranjan985
    @raktimranjan985 4 ปีที่แล้ว +6

    পাপন দা ❤️
    তেওঁৰ কণ্ঠ আৰু গীত 💕💕💕।
    আপোনাৰ গীত বাজিলেই জোনাকৰ দেশত ফুৰিব যোৱাৰ দৰে এক বেলেগ অনুভৱৰ অনুভূতি হয় ❤️

  • @pradyut_69
    @pradyut_69 4 ปีที่แล้ว +9

    এই গানটো শুনিলেই স্মৃতিবোৰে আমনি কৰে,, বহুত ধুনীয়া গাইছে পাপন দাই ❣️❣️Love You papon Da ❣️❣️Love from Nagon,,

  • @সপ্তসিন্ধুকলামণ্ডল

    শুৱাৰ আগত সদায় শুনো। এইটো মোৰ অভ্যাসৰ পৰিণত হ'ল, ভিডিঅ" টি চাই ভাল লাগিল।

  • @hridoyoronuvuti5903
    @hridoyoronuvuti5903 2 ปีที่แล้ว +7

    বিচৰা প্ৰিয় জনক পোৱাৰ সৌভাগ্য সকলোৰে নাথাকে,
    কিছুমান বাধ্যত পৰি আঁতৰি যায় আৰু আন কিছুমানে নতুন কাৰোবাক বিচাৰি পায়। ☺️💔

  • @kavyasrideka9401
    @kavyasrideka9401 2 ปีที่แล้ว +7

    Uff papon da Ki voice oo Tomar mon 2 jor Pori jai oo🧡🧡

  • @varnamshazarika1344
    @varnamshazarika1344 3 ปีที่แล้ว +61

    This song has a touch of old Assamese touch with ultimate and mesmerizing classical Melody...may Lord Almighty bless you always...

  • @kishorsarania9176
    @kishorsarania9176 4 ปีที่แล้ว +7

    Thank you so much papon da for giving this masterpiece
    Video tur pora ata kotha। শিকিলোঁ যে আমি এখন judgemental সমাজত বসবাস কৰো

  • @ubtotalcoverup3688
    @ubtotalcoverup3688 8 หลายเดือนก่อน +2

    সচাঁ প্ৰেমত সপোনবোৰ কেতিয়াও সম্পূর্ণ নহয়😢😢😢
    কিন্তু তথাপিও তাত কোনো স্বাৰ্থ নাথাকে, থাকে কেৱল ত্যাগ❤❤❤

  • @udayshankardas2001
    @udayshankardas2001 3 ปีที่แล้ว +42

    For me this song is nostalgic..Many Assamese song will come and go but the lyrics and the feel of the song will still remain for me aftr many yrs. Papon da has really justified this song by singing in his own voice..Whenever I listen to this song it reminds me my long dist. relnship memories. I want to dedicate this song to my gf who will be my wife some day. ❤️

    • @rohanpariyar7082
      @rohanpariyar7082 ปีที่แล้ว

      Hey guys, thanks for tuning in to my channel. If you enjoy watching my content and want to see more, please hit the subscribe button below. It really helps me out and motivates me to create more awesome videos for you all. Also, don't forget to give this video a thumbs up if you enjoyed it. Thank you for your support! #bickeyentertainment

  • @DiamondAasamese
    @DiamondAasamese 4 ปีที่แล้ว +9

    চিনাকি মুখবোৰ ধুনীয়া গীত যেন সোণত সুৱগা হে ...😍😍

  • @nikusarma555
    @nikusarma555 4 ปีที่แล้ว +161

    অসমৰ so called ৰেপাৰ বোৰে এই গানবোৰ শুনি শিকিব লগা বহুত আছে...

    • @Hridaya123
      @Hridaya123 3 ปีที่แล้ว +3

      U mm right

    • @nikusarma555
      @nikusarma555 3 ปีที่แล้ว +5

      @@Hridaya123 একদম...আজিকালিৰ কোনোৱে পাত্তা নাপাই...

    • @Crue778
      @Crue778 3 ปีที่แล้ว +2

      Mane ki khihotor telent nai nki😑

    • @debasishmedicinescollectio2775
      @debasishmedicinescollectio2775 3 ปีที่แล้ว +1

      Right

    • @kanuproy9017
      @kanuproy9017 3 ปีที่แล้ว +6

      Spreading hates and nothing else! C'mon rap is completely a different genre!! Those rappers no matter renowned or amateur, write themselves and expresse the happenings in and around through their rap!! You need different mindset to understand rap!!

  • @iliasahmed2156
    @iliasahmed2156 ปีที่แล้ว +3

    অতীত আজিও যেন অনুভৱ হয় 🥰😍

  • @boraananta830
    @boraananta830 4 ปีที่แล้ว +1679

    Dislike মৰা কেইজন চাগৈ অসমৰ ৰেপ song ৰ ভক্ত 🙄😡😡
    Love u Papon Daa❤️

    • @subratdeka944
      @subratdeka944 4 ปีที่แล้ว +6

      😂😂🤘

    • @deebya1095
      @deebya1095 4 ปีที่แล้ว +11

      Baperr murtu

    • @imzeher7901
      @imzeher7901 4 ปีที่แล้ว +3

      Kiba bokixila nki baru ?

    • @nasimahmed1867
      @nasimahmed1867 4 ปีที่แล้ว +8

      Thik koise eyat unlike maram ki ase
      Papon da 😍

    • @pranjaltamulimusical3617
      @pranjaltamulimusical3617 4 ปีที่แล้ว +26

      নিশ্চয় unlike মৰা কেইটা বিদেশী হ'ব লাগিব।

  • @tutumonigogoi4573
    @tutumonigogoi4573 2 ปีที่แล้ว +5

    Hosakoie bohut val lage gantu ....antor sui Jai ....thx papon da ....❤️🙏🌼🌺

  • @chaobg7717
    @chaobg7717 4 ปีที่แล้ว +6

    হৃদ়স্পৰ্শী দৃশ্যপট। ❤️❤️❤️❤️❤️❤️
    গানটো সদায় প্ৰিয় আছিল। ভিডিঅ'টো বহুত বহুত বেছি ভাল লাগিছে।❤️❤️❤️❤️❤️

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 9 หลายเดือนก่อน +1

    বাৰ বাৰ শুনিও আমনি নালাগে,
    ইমান সুন্দৰ ❤❤❤❤