Bhaal Nalage Jana By Dr. C S Shivaa

แชร์
ฝัง
  • เผยแพร่เมื่อ 31 ก.ค. 2018
  • #CS_Shivaa
    🎬Film : Hunarur Halodhiya Hanhi
    🎤Singer : C.S. Shivaa
    ✍️Lyrics,🗣️Tune & 🎹Music: C.S. Shivaa
    🎶Music arrangement:Arup Dutta
    ●Language : Assamese.
    ◆Lyrics :
    ভাল নালাগে জানা..
    তুমি নামাতিলে
    ভাল নালগে জানা..
    তুমি নাহাঁহিলে
    [বুকুতো নুফুলে ফুল
    ৰঙা কলিজাৰে ফুল]2
    যদি তুমি নিদিয়া
    মিঠা মৰমৰে বোল
    ভাল নালাগে জানা..
    তুমি নামাতিলে
    ভাল নালাগে জানা..
    তুমি নাহাঁহিলে l
    ভাল নালাগে জানা...
    তুমি নাথাকিলে..
    ভাল নালাগে জানা...
    তুমি আতঁৰিলে
    নবলে মলয়া জুৰ..
    নুশুনো চিনাকি সুৰ
    মৰহে আশা মোৰ..
    দুখৰো নপৰে ওৰ
    আঁতৰি নাযাবা..
    কাষতে থাকিবা মোৰ
    চিৰদিন চিৰকাল..
    বাজিব অমিয়া সুৰ
    জীৱনেও গাব আমাৰ
    মৰমৰে গান..
    ভাল নালাগে জানা..
    তুমি নামাতিলে
    ভাল নালাগে জানা..
    তুমি নাহাঁহিলে..
    জোনাকেও নাহাঁহে..
    মনৰ অকাশতে
    হিয়া মোৰ উঁচুপে..
    তোমাক নেদেখিলে
    তোমালে বাটে চাই..
    আছোঁ দিনে নিশাই
    নীৰৱে কান্দিছোঁ..
    তোমাৰে ছবিকে চাই
    নহবা বেলিটি
    পশ্চিম আকাশৰে ..
    হাঁহিহৈ থাকা মোৰ
    কলিজাৰ কোঁহে কোঁহে ..
    থাকা বৈ বুকুতে মোৰ
    মৰম নদী হৈ..
    ভাল নালাগে জানা..
    তুমি নামাতিলে..
    ভাল নালাগে জানা..
    তুমি নাহাঁহিলে.. ll
    ©Copyright Reserved By : C S SHIVAA OFFICIAL
    Our Social Links :
    ◆Find me on Facebook : / csshivaa.shivaa.1
    ◆Like Our Facebook Page : / মাজুলীলৈ-যাওঁ-10635074...
    ◆Our Facebook Group : groups/11055...
    ●📧Email : csshiva27@gmail.com
  • เพลง

ความคิดเห็น • 1K

  • @CSSHIVAAOFFICIAL
    @CSSHIVAAOFFICIAL  ปีที่แล้ว +237

    প্ৰথমে সকলোলৈ নমস্কাৰ🙏। আপোনালোকৰ প্ৰত্যেকটো কমেণ্টৰ Reply দিব পৰা নাই তাৰ বাবে ক্ষেমিব ।🙏 শ্রোতাসকল.. আপোনালোকক অশেষ ধন্যবাদ 🙏❤

    • @zubeengargjukebox
      @zubeengargjukebox ปีที่แล้ว +27

      চেনেল টো monitaz হোৱা নাই নেকি???

    • @user-rs2qr7bd9g
      @user-rs2qr7bd9g ปีที่แล้ว +7

      Everlasting and heart touching song for every body.

    • @birajborah1853
      @birajborah1853 ปีที่แล้ว +2

      Siba da আজি কালি আপুনি গান কিয় নবনাই

    • @dipendas1823
      @dipendas1823 ปีที่แล้ว

      ​@@zubeengargjukebox .i nii u88,+😂😊'7❤😅M:⁠0o⁠:⁠-⁠)

    • @dipendas1823
      @dipendas1823 ปีที่แล้ว +2

      ​@@zubeengargjukebox !m
      ,,M,hvZnn 😅😢❤❤

  • @jyotishmoypatar5941
    @jyotishmoypatar5941 6 หลายเดือนก่อน +201

    2024 everyone like ata kori jba❤😊

  • @Bhaitidoley7472
    @Bhaitidoley7472 2 หลายเดือนก่อน +28

    2024 চনত এই গানটো কোনে কোনে শুনি আছে লাইক কৰি যাবা ।❤❤❤❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 3 หลายเดือนก่อน +14

    এৰা কৈ শেষ নহব সেই দিনবোৰৰ কথা, মনটোহে মৰহি যায় মোৰো, আৰু তেতিয়াই এই গীতটো মনলৈ আহে বৰকৈ, গম পাইছা সমভব্, আজিলৈ থাওক,কেতিয়াবা জনাম তোমাক কাষত পালে,,,,,, কোহে কোহে,

  • @thejknath6017
    @thejknath6017 ปีที่แล้ว +61

    সোণাৰু ৰ হালধীয়া হাঁহি প্ৰথম 2008 শুনিছিলোঁ তেতিয়া আমাৰ বয়স 19 ,,,তেতিয়াৰ পৰা আজিলৈ শুনি আছোঁ,,,,,আকৌ বনাব এনেকুৱা গান বোৰ,,,♥️,,

    • @lolitmorangofficial.8460
      @lolitmorangofficial.8460 2 หลายเดือนก่อน +1

      মোৰ বয়স তেতিয়া 5 বছৰ আছিল আৰু তেতিয়াৰ পৰা গান গাই শিকিছো আপুনি এতিয়াও hunise বহুত ভাল লাগিছে মই মাজে মাজে গুণ গুণাই থাকো এতিয়াও ❤❤

  • @THUNDERSTORM_Music
    @THUNDERSTORM_Music ปีที่แล้ว +35

    আপুনি উভতি আহক এনেকুৱা গানবোৰ লৈ আকৌ ❤️😣 উফফ !! ইমান ধুনীয়া কন্ঠ ❤️

  • @chandamitarajbongshi4773
    @chandamitarajbongshi4773 2 ปีที่แล้ว +109

    দিনটোত কমেও তিনি বাৰতকৈ বেছি শুনো....পুৰণি কথাবোৰ মনত পৰে গানটো শুনিলে... কাৰোবাক যে বহুত miss কৰো ...

    • @dhananzoyroy4860
      @dhananzoyroy4860 ปีที่แล้ว +1

      Hyy nekii kaknuu amnkee miss koraa oo ❤

  • @santanujaishreeram7582
    @santanujaishreeram7582 ปีที่แล้ว +33

    মই অকলে নিজে গাৰী চলাই থাকিলে এইটো গীত প্ৰায়েই লগাই দিও আৰু শুনি শুনি driving কৰা মজাতো বেলেগ।। ❤ লগতে এই গীত তোৰ লগতে মোৰ জীৱনৰ এটা বিশেষ মধুৰ স্মৃতি আছে।।

  • @anujtirkey8716
    @anujtirkey8716 ปีที่แล้ว +26

    গানটো শুনিলে নষ্টালজিক হৈ যাওঁ ।তাহানিৰ মিঠা মিঠা দিনবোৰত প্ৰিয়জনীয়ে ঠেহ ধৰিলে,অভিমান কৰিলে এই গীত আওৰাই প্ৰিয়জনীৰ ঠেহ অভিমান ভাঙিছিলো । দৰৱৰ দৰে কাম দিছিল ।কি যে মধুৰ গীত ,সৰগৰ অনূভূতি ।চিৰসেউজীয়া হৈ থাকক এই গীত ।

  • @r.tantabai7340
    @r.tantabai7340 ปีที่แล้ว +35

    হৃদয় স্পৰ্শ কৰি যোৱা গীত

  • @jugalkalita4104
    @jugalkalita4104 ปีที่แล้ว +24

    এই চিনেমা খনৰ লগত বহুতো স্মৃতি জড়িত আছে পাৰ হৈ যোৱা দিন বোৰলৈ উভতি যাৱ মন যাই😰😰

    • @karabigogoi629
      @karabigogoi629 6 หลายเดือนก่อน

      আই ঐ দেহি

    • @jugalkalita4104
      @jugalkalita4104 6 หลายเดือนก่อน

      @@karabigogoi629 what happened

  • @manjugohain6786
    @manjugohain6786 หลายเดือนก่อน +2

    কি যে সুৱদী আৰু অৰ্থ পূৰ্ণ মিঠা কণ্ঠ । শুনিলেই শুনি থাকিবৰ মন যায় ।

  • @dibonbarua5233
    @dibonbarua5233 23 วันที่ผ่านมา +2

    অসমত এনে সুন্দৰ গীত সৃষ্টি হয়৷আমি গৌৰৱ কৰো অসমীয়া সংগীতক লৈ❤৷

  • @Mr.Madhurjya
    @Mr.Madhurjya 2 ปีที่แล้ว +80

    শৈশৱৰ দিনবোৰে আকৌ হাত বাউলী দি মতাৰ দৰে লাগিল❤️❤️❤️ইমান সুন্দৰ কণ্ঠ

    • @deepjyotideuri1040
      @deepjyotideuri1040 ปีที่แล้ว

      ,,

    • @PuthiMas
      @PuthiMas ปีที่แล้ว +2

      Horu kalote suwa film hon...ei geet tu hunile foru kalor smriti bur monot pore

  • @putumaibora9829
    @putumaibora9829 9 หลายเดือนก่อน +5

    ৰৎ উতলোৱা মোৰ। ফুলনি উজ্জ্বলী উঠিছে ৰঙা ৰৎ বোৰ সিচিছে আবেলি হালধিয়া বেলিকা ৰৎখিনি দেখি প্ৰাণ পাই উঠিল মোৰ কোমল হৃদয়ৰ তুলি কা সযতনে বোলোৱা মোৰ আঙলি পৰশত এখন ধুনীয়া ছবি ৰৎ ৰৎ ৰৎসনা সুন্দৰ পৃথিৱী ইতি তোমাৰ মৰমৰ বন্ধু প্ৰিয়ে মোৰ চিঠিৰ ভাজতে অযুত মধুৰ কল্পনা জিয়াই ৰাখিবা বন্ধু চিৰ যোগমিয়া কৰি ৰাখিবা প্ৰিয়ে জয় গুৰু কৃষ্ণ

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 หลายเดือนก่อน +2

    এইগীতটো শুনিলে মই যেন কাৰোবাক খুবেই মিচ কৰিছো এনে ভাৱ লাগে, কিন্তু কি নো কম বা থম চোৱাচোন বাৰু, তোমাক নেদেখিলে বৰকৈ চিন্তিত হৈ পৰোঁ কাৰণ তুমি যে নাহাহা,

  • @sumidas3332
    @sumidas3332 2 หลายเดือนก่อน +2

    Dhuniya lagise❤

  • @pankhisarmah2072
    @pankhisarmah2072 3 ปีที่แล้ว +67

    সুৰ আৰু কণ্ঠই মন মুহি লৈ যায় ৷

  • @bhaitiperme7763
    @bhaitiperme7763 2 ปีที่แล้ว +28

    স্কুলীয়া দিনৰ খেল-ধেমালীত শুনা সেই ভাল লগা গীত, শুনি থাকিলে মনলৈ আকৌ ঘুৰি আহে ভাল লগা সময় বোৰ 🤗

  • @borntofly9967
    @borntofly9967 2 ปีที่แล้ว +25

    সোণাৰুৰ হালধীয়া হাঁহিৰ প্ৰতিজন প্ৰতিটো গানেই প্ৰিয়।শৈশৱলৈ মনত পৰে।দাদা সেইখন চিনেমাৰে আপুনি গোৱা 'নাচাবি কাকো,নিদিব কাকো,মোৰ মন তোৰ বাবে' শীৰ্ষক গানটি আপলোড কৰিব প্লিজ🙏

  • @bhusanpathak2451
    @bhusanpathak2451 3 ปีที่แล้ว +12

    ভাল নালাগে জানা এই গানটো নুশুনিলে ৷আঃ কি সুন্দৰ

  • @DosomiBorah
    @DosomiBorah หลายเดือนก่อน +3

    শৈশৱৰ স্মৃতিবোৰ মনত পৰি গ'ল গীতটি শুনি ।

  • @nitulhazarika3000
    @nitulhazarika3000 3 ปีที่แล้ว +33

    সুন্দৰ গান৷

  • @munmikachari6189
    @munmikachari6189 16 วันที่ผ่านมา

    সঁচাকৈ কি যে সুন্দৰ গীত এতিয়ালৈকে কিমান বাৰ শুনিলে তাৰ হিচাব নাই। ❤❤

  • @mamonisaikia39
    @mamonisaikia39 ปีที่แล้ว +7

    সচাঁ কৈ অতি সুন্দৰ গীত শুনি থাকিলেও আমনি নালাগে এনেকুৱা গীত আৰু তোমাৰ পৰা বিচাৰো শুনিবলৈ voice তো ও অতি সুন্দৰ 👌🏿👌🏿👌🏿👌🏿👌🏿👌🏿👍👍👍❣️

  • @SAITAMA-wh5xm
    @SAITAMA-wh5xm หลายเดือนก่อน +5

    CS Shiva 😊 ... আপোনাৰ কথা নো কি লিখিম। মেঘালী VCD খনৰ পৰা যি কিতা গান শুনি মন টো শান্তি পাওঁ আৰু কটো নেপাও মই । আমাৰ ঘৰত কেছেট লগাব পৰা দেক আছিল এতিয়াও আছে কিন্তু বেয়া হল 😊 স্কুলৰ পৰা আহি বেগ ঠৈয়ে গান শুনি থাকো কিমান জে মন টো শান্তি পাওঁ। সঁচাই হেই দিনবোৰ কত যে হেৰাই গল 😢

  • @upendas8763
    @upendas8763 ปีที่แล้ว +10

    একেৰাহে কিমান বাৰ শুনিলো হিচাপ নাই। শেষত গাবলৈ চেষ্টা কৰিলো। এতিয়া গাড়ী চলাওতে,খোজ কাঢ়োতে গীতটি মনলৈ আহে। বহুত ভাল লাগে।

  • @monikanchanrajkhowa3078
    @monikanchanrajkhowa3078 27 วันที่ผ่านมา +1

    ❤❤🙏ইমান সুন্দৰ গান ৷কেতিয়াও আমনি নেলাগে৷হৃদয়ৰ গান❤❤❤

  • @y2kbiswajitff874
    @y2kbiswajitff874 2 ปีที่แล้ว +16

    ☝️💖💖সুনী হেপা নপলাই! 😌

  • @tinkuborman7585
    @tinkuborman7585 2 ปีที่แล้ว +22

    মোৰ প্ৰিয় এই গীতটো, কিছু পাৰ হৈ অহা ভাল মূহুৰ্ত মই বিচাৰি পাওঁ,,🤗Thank you for added ❤️

  • @gitanjali2043
    @gitanjali2043 2 ปีที่แล้ว +129

    বহুত ভাল লাগে এই সুনাৰুৰে হালধীয়া হাঁহি চিনেমা খনৰ প্ৰতিটো গীত 😘😘♥️♥️ প্ৰতিটো শব্দ শব্দ এ feel koru🤗🤗🙏🙏🙏

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 4 หลายเดือนก่อน +2

    এই গীতটো বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে দিয়ক চোন, ভাল নালাগে জানা তুমি নামাতিলে আৰু নাথাকিলে কাষত, কাৰণটো কবানে বাৰু,, কিযে হয় মোৰ, সকলোৱেই টো তোমাৰেই আছিল, কিন্তু কি যে কৰোঁ মই, কোনেও নকয়, নিজৰ বুলি নলয়,,,,

  • @Kaushik632
    @Kaushik632 ปีที่แล้ว +8

    ভিচিডি খনৰ গোটেই গীত কেইটা আজিও কাণত বাজি থাকে। বহুত ভাল লাগে।❤️

  • @solomon1338
    @solomon1338 3 ปีที่แล้ว +12

    সুন্দৰ

  • @naharchandan8254
    @naharchandan8254 2 ปีที่แล้ว +12

    Beautifully crafted song for pure 💕 💞 ♥ from a pure soul

  • @user-em3ql7sv4d
    @user-em3ql7sv4d หลายเดือนก่อน +1

    মোৰ আটাইতকৈ প্ৰিয় গীত❤৷কি বুলি কম,ভাষা নাই৷বুকু ভৰি থাকিব সদায়❤

  • @user-em3ql7sv4d
    @user-em3ql7sv4d 23 วันที่ผ่านมา

    দুচকু সেমেকি যায়৷হৃদয় ভৰি যায়৷কি কণ্ঠ ৷যেন মায়া সনা৷যাদু যাদু লগা❤❤

  • @Dipali-Kumar
    @Dipali-Kumar ปีที่แล้ว +5

    Tammm vl lage song tu

  • @pain4195
    @pain4195 2 ปีที่แล้ว +15

    One of the Most melodious songs of Assamese film industry🥰🙏

  • @binitabaruah4654
    @binitabaruah4654 2 หลายเดือนก่อน +2

    গীতটো শুনি বৰ ভাল লাগে উৎপল দাস 👌💞👏

  • @abhijitabhijit5830
    @abhijitabhijit5830 2 ปีที่แล้ว +13

    বহুত ভাল লাগে গীতটো,,, শুনি থাকিলে আমনি নালাগে। My Best song

  • @Jyotishmitadeka-rx6br
    @Jyotishmitadeka-rx6br หลายเดือนก่อน +3

    My favorite song ❤❤ very very nicely 👌

  • @abhinabbordoloi7843
    @abhinabbordoloi7843 4 ปีที่แล้ว +43

    মোৰ অতিকৈ প্ৰিয় গীত😍😘😍

  • @parashmonigogoi2407
    @parashmonigogoi2407 2 ปีที่แล้ว +18

    মন মুহি যোৱা কন্ঠ

  • @bikashkalita8882
    @bikashkalita8882 ปีที่แล้ว +6

    Xoru kalor din bur mont pori gol... One of my favorite song ❤❤ love from kamrup(Baihata Chariali)

  • @nilutpoldeka4835
    @nilutpoldeka4835 3 ปีที่แล้ว +5

    Awesome .tune.lyrics.nd vdo.so nice

  • @mridudas450
    @mridudas450 2 ปีที่แล้ว +5

    এইবোৰ গান শুনি ঠাকিলেও আমনি নালাগে so nice song

  • @RekhaPaite
    @RekhaPaite 2 หลายเดือนก่อน +1

    Best song।bohut vhal lagil❤

  • @user-wi5wh7fl7b
    @user-wi5wh7fl7b หลายเดือนก่อน +3

    Ai gantu Mur bohut val loga gan

  • @dhunumonisaikia4470
    @dhunumonisaikia4470 หลายเดือนก่อน +3

    Bohut miss koru hai dinbur❤

  • @dipukalita9722
    @dipukalita9722 ปีที่แล้ว +7

    শৈশৱলৈ উৰা মাৰে মনতো খুৱ শুনিছিলো গীততো😘

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 8 หลายเดือนก่อน +1

    সচা কৈ ভাল নালাগে জানা তুমি নাথাকিলে আৰু তুমি আতৰিলে, ,সচাকৈ তুমি নামাতিলে আৰু জোনাকেওনাহাহে

  • @sangitahandique1539
    @sangitahandique1539 ปีที่แล้ว +4

    Ei geet tu e mur otit jibon monot pelai montu jipal kori pelal.thanks from all of us to you and I hope tumi agoloiu enekua gaan amak akou di jua❣️

  • @janmonikonwar4817
    @janmonikonwar4817 ปีที่แล้ว +6

    যিমান শুনিলেও আমনি নেলাগে👏

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 4 หลายเดือนก่อน

    দিনত বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে দিয়ক,,, ঘূৰি আহে বা নাহে সেই সময়ৰ সেই দিনবোৰ,, ভাল নালাগে জানা,, তোমাৰ সৈতে কটোৱা সময় কণ,, তোমালৈ আছোঁ বাত চাই চাই,,, তুমি নামাতিলে আৰু নাহাহিলে,,,

  • @dibonbarua5233
    @dibonbarua5233 23 วันที่ผ่านมา +1

    হিয়া মন বুজাব নোৱাৰা অনুভৱে হেঁচা মাৰি ধৰে❤

  • @gshskkalakrvrvdbje
    @gshskkalakrvrvdbje ปีที่แล้ว +2

    Dhemaji pora bohut bohut morom 🥰🥰🥰😊😊😊😍😍😍😍🤗🤗🤗🤗🤗🤗🤗🤗

  • @gshskkalakrvrvdbje
    @gshskkalakrvrvdbje ปีที่แล้ว +8

    swali joni val lgise mur 🌼🥰🥰🥰

  • @samirtaye7258
    @samirtaye7258 3 ปีที่แล้ว +6

    4 me Really an evergreen romantic song wao!

  • @surajshandilya5019
    @surajshandilya5019 3 ปีที่แล้ว +13

    বুকু শাঁত পৰি যায়

  • @romonideka5158
    @romonideka5158 3 ปีที่แล้ว +9

    সুন্দৰ দাদা

  • @bulbul2790
    @bulbul2790 2 ปีที่แล้ว +5

    কথা - সুৰ. উফ্ 😍❤️

  • @pankajdutta2606
    @pankajdutta2606 6 วันที่ผ่านมา

    Emn dhuniya song .verry nice 👍❤

  • @user-gr4lw1it5f
    @user-gr4lw1it5f หลายเดือนก่อน +1

    Heart touching❤
    Love from Uttarakhand❤

  • @ranjanborah4601
    @ranjanborah4601 ปีที่แล้ว +5

    চিনেমা খনৰ প্ৰতিটো গান মোৰ বহুত প্ৰিয়,,,যিমান শুনি থাকিলেও আমনি নালাগে।

  • @haragauriganesha4753
    @haragauriganesha4753 3 ปีที่แล้ว +7

    সুন্দৰ গান

  • @dhunumonisaikia4470
    @dhunumonisaikia4470 หลายเดือนก่อน +1

    ❤❤❤kiman j vl paon bujabo nuaru. Mur sobse favorite gaan❤❤❤❤❤❤

  • @dibonbarua5233
    @dibonbarua5233 2 หลายเดือนก่อน

    চিৰযুগমীয়া৷চিৰসেউজীয়া❤
    আজীৱন বুকুৰ মাজত বাজি থাকিব❤❤❤

  • @riturajkonwar510
    @riturajkonwar510 3 ปีที่แล้ว +8

    4me evergreen song.fabulous

  • @sunandabhuyan8113
    @sunandabhuyan8113 ปีที่แล้ว +5

    মোৰ আটাইতকৈ প্ৰিয় গীত ৷😍
    ❤️❤️❤️😍😍😍👌👌👌

  • @indrajitgogoi4742
    @indrajitgogoi4742 หลายเดือนก่อน

    বাৰে বাৰে শুনিও আমনি নলগা এটি সুন্দৰ গীত।

  • @sunilpanyang5257
    @sunilpanyang5257 ปีที่แล้ว +6

    আপোনাৰ গান শুনি খুব ভাল লাগে, এনেধৰণৰ গান আৰু পাম বুলি আশা ৰাখিলোঁ।

  • @akanksha3473
    @akanksha3473 ปีที่แล้ว +7

    অতীতলৈ ঘূৰি যাবৰ মন❤❤❤

    • @satishdas2783
      @satishdas2783 ปีที่แล้ว

      Moro. Aru 15 bosor r pisot Janam lole val hol hoi

  • @Dammcare001
    @Dammcare001 ปีที่แล้ว +1

    The couple of eyes that makes me crazyyyy....hei prothom poster khon uluar homoyot rati ratiu monot porisil. Tetiyare pora ajirloike aijur sokuei The Most Beautiful Eyes I hv ever seen. Ketiyaba log pale honmukhot kobor issa ase...

  • @chanakya555
    @chanakya555 6 หลายเดือนก่อน +1

    তাইৰ স্মৃতিবোৰ বুকুত লৈ জীয়াই আছো (miss u kutu🥺)

  • @manikadevi9308
    @manikadevi9308 2 ปีที่แล้ว +12

    সুন্দৰ গান 💞💞

  • @sagarneelim2455
    @sagarneelim2455 3 ปีที่แล้ว +4

    বৰ সুন্দৰ হৈছে ৷

  • @DuranaHajong
    @DuranaHajong 2 หลายเดือนก่อน +1

    Bhal bhal lagse

  • @Vishal-mt3zf
    @Vishal-mt3zf ปีที่แล้ว +2

    Bahut dinar murat gaan tu manat parile aaji huni kiba ata bhal lagixe.🥰🥰

  • @nasimabegum1304
    @nasimabegum1304 ปีที่แล้ว +3

    Mur atikoi priyo git 😍❤️

  • @janmonikonwar4817
    @janmonikonwar4817 3 ปีที่แล้ว +5

    My favorite cs shiva da.so nice song

  • @user-dl1rh2kf3l
    @user-dl1rh2kf3l หลายเดือนก่อน +1

    অতি সুন্দৰ হৈছে

  • @RaniRaja-bs1rc
    @RaniRaja-bs1rc ปีที่แล้ว +2

    Lovely song bhal lagise 👌👌

  • @raghunathtaw6594
    @raghunathtaw6594 ปีที่แล้ว +5

    কিয় জানো তাহানি দিনলৈ গুৰি যাৱলৈ মন্ Jay ওঁ

  • @mr.champakchungkrang9562
    @mr.champakchungkrang9562 3 ปีที่แล้ว +5

    Morom loga song 2😍😍😍😍😍😍😍😍😍

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 8 หลายเดือนก่อน +2

    এই গীতটো শুনি মই অতিকৈ আনন্দ পাও সেয়ে বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে সেয়ে, শুনি শুনি মনত সচা কৈ দূখোলাগে,দোখো লাগে,

  • @bhaskarnilim
    @bhaskarnilim 6 ปีที่แล้ว +1

    Mur khub vl loga gaan ai2...aji ako hunilu..bohut vl lgil

  • @papumonihazarika9715
    @papumonihazarika9715 ปีที่แล้ว +7

    সদায় ভাল লাগি থকা এটা গীত।

  • @TECPBSOPORTE
    @TECPBSOPORTE 8 หลายเดือนก่อน +2

    প্ৰেমৰ নামত বহুত পতৰণা কৰিলে মোৰ ভাল পুৱাই আৰু এতিয়া এই গান বোৰে একমাত্ৰ সঙ্গী😢💔

  • @RakeshBorborah
    @RakeshBorborah 24 วันที่ผ่านมา +1

    বহুত বহুত বিচাৰোঁ আপোনাক আকৌ হুৱদি গীতেৰে

  • @seemarekhaborah7167
    @seemarekhaborah7167 10 หลายเดือนก่อน +4

    My favourite song...... Can't explain how much I love this song.❤️

  • @RavindraKumar-wc3di
    @RavindraKumar-wc3di 4 ปีที่แล้ว +5

    Very beautiful

  • @bjray6922
    @bjray6922 ปีที่แล้ว +2

    Aibur Gan huni huni amar schooliya zibon bur par Hoi goise Kiman j val loga asil hei din bur Bohut miss koru

  • @AbhijitDas-yl8dt
    @AbhijitDas-yl8dt 5 หลายเดือนก่อน

    Apunar gaan bur hunile automatically loralir dinburoloi mon tu ubhati jai. Apunar konthot kiba 1ta bishekh nisa ase. Enekuwa gaan aru pam buli aaxha karilu..

  • @chatrapatigogoi1852
    @chatrapatigogoi1852 ปีที่แล้ว +7

    দিনটোত এবাৰ নুশুনিলে ভাল নালাগে।
    🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰

  • @manojsamant4677
    @manojsamant4677 2 ปีที่แล้ว +4

    বিৰহৰ সৰ্বোত্তম ভাৱপ্ৰকাশক😊😊😊

  • @AnjaliDas-vv2fw
    @AnjaliDas-vv2fw 5 หลายเดือนก่อน +1

    হৃদয় ছুই যায় গীতটিয়ে ❤❤

  • @himakshidas4154
    @himakshidas4154 10 หลายเดือนก่อน +1

    Jiman xunileu jiman saleu hepah nopolai ...❤

  • @niharikajannat5618
    @niharikajannat5618 ปีที่แล้ว +3

    I really miss you n school time 😢❤️

  • @mahantarabha1665
    @mahantarabha1665 ปีที่แล้ว +4

    এইবিলাকহে গীত! কি সুন্দৰ