চুমিক পুলিচে ধৰিব বুলি আমি সদায় হাগোতে মূতুতে নেত পেক তু চাই হেস কৰো। যদি পুলিচে ধৰিব নোৱাৰে আমি public কে নামানিম কিন্তু। ৰাইজ কথাতো হয় নে নহয় জনাব
Kotha tu hol j atya negotiations bur complete hol...buja buji hoi gol party buror majot...atya surrender koribo...kisu din pisot mukoli akakhor tolot ahi akou nasibo...😂😂
Goosebumps ahi goise😢 eman dukh loga kahini,ene vishalok ekebare jen nije jonmo dia xontan teneke bebohar,aru surrender kio korisa,lukai ase polai ase jiye kintu dukhi tu hoiye..jibon beya huar bhoyot aru lukai thakibo nuari oxanti
As mama said -jetia poisa hekh hobo tetia nije surrender koribo🗿
Mama Rocks Sumi Shock 😂
Chad Mama 🗿
iman jodi nirdukhie tumi...kio polai asila....sur he polai thake...tumi sur
😂😂😂
Exactly, polabo kiyo lage iman jodi sur nohoi a
Tai polai thoka ni henu olpman lukai he acl 😢
Sur police khelisile 😂😂😂
পলুৱা নাই অ', লুকাইহে আছিল অকনমান।😁😁
উম....আমাৰ বাইদেউ পলাই নাছিল , লুকাই হে আছিল ।...অতি সুন্দৰ বাইদেউ...আপুনি মিছা কথা কোৱা নাই, কিন্তু সচাৰ কাষেৰেও যোৱা নাই ।
পলাই কিয় আঁছা
ইমান দামি বিয়া কেনেকৈ পাতিছিল।।
Aha Sumi Aha Ulai Aha
Nasi Nasi Ulai Aha
Aru Hunakale Jail le Jua
Aha sumi oi oha nasi nasi
😂😂😂😂
😂😂😂😂
Nobow apuni jodi 90% dukhi nohoi tenehole eman din kio attmogupon kori asile 😂😂😂😂
এই ক্ষেত্ৰত মিডিয়া হয়তো দোষী নহয়। যিহেতু এইটো এটা বাতৰি। বাতৰিত ঘটনাৰ বিৱৰণী প্ৰচাৰ কৰাতো সংবাদ মাধ্যমৰ দায়িত্ব।
National award pbo suruni baideu ki acting😂😂
Oskar Pabo
@@Msdurlov1Raghav 2.0 loading 😂
Acting of the year😂
Assam ot award bonai ase aree karone
যদি এই বাচি যাই তেনে হলে নিশ্চিতভাৱে চৰকাৰে সহায় কৰিছে
Tenekua e hbo
Yes
সন্মান থকা মানুহে কাকো নথগে। কিমানক থগী নিজৰ বিয়া পাতিলা।সুখ শান্তি পাবা জানো ।আৰু এতিয়া নিজে দোষী নহয় বুলি কৈ মিদিয়াই তোমাক দোষী সজালে বুলি কবলৈ লাজ নালাগিল।বাকী আইন আদালতৰ উপৰত এৰিলোঁ।
অই পেহী,তোমাৰ চকুপানী আমাৰ কলিজাত নাই লগা ডাইৰেক্ট কিডনী ত লাগিছে।লোকৰ টকা লৈ বিয়া পাত,সোণালী কুমুদত হে গো ওলাই।আৰু পইচা থবলৈ যেগা নাই যদি দুখীয়া মানুহক দি নিদিয় কিয়?মুঠতে তোমাক ধৰিব লাগে আৰু ২০বছৰ মান জেল হব লাগে?নে কি কয় ৰাইজ।
Thik koisa...... level dekhisane aru interview burot kotha koute mukhor pakon keita monot porilei khong uthe
Yes
Sumi pehi😂
আইতা বুলিহে কব লাগিছিল নেকি 🤣
বায়েৰে নিৰ্দোষী কিন্তু দেই 😂😂😂
লগে লগে ধৰা নিদিলি কিয় জহৰী।
correct
😂😂
Aijoniye sabke burbok bonab bisarise
😂😂😂😂
Make Up নকৰা বাবে ধৰিবই পৰা নাই Sumi নে কোন 😂😂
Soku Pani ulai gol dei mur tur ktha huni😂😂
😂😂😂 tke hee acting swa jen njne e eku
@@sushmitapathak5263 horu suwali je haikrne aku njane ako 😂😂
আজি চুমিৰ লগত ময়ো কান্দিম কেলা 😂😂😂😂
😅
Hahahah😂😂
😂😂😂
সুখত নে দোষত??
😂😂😂😂😂😂
Best actres off the year
Indeed😂😂
Nice acting
Right nice acting
ঘৰিয়ালৰ চকু পানী....বিস্বাস নকৰো আমি
এনেকুৱা মানুহ বাচি যাব, সাধাৰণ মানুহ হে নাবাচে, কথাৰ সুৰ তে গম পাই
Thik koisa tumi
নিজে দোষ কৰি এতিয়া media ক দোষ দিব আহিছোঁ । আজি media নথকা হলে তোমাক আমাৰ স্মাৰ্ট আৰক্ষীয়ে উলিওবাই নোৱাৰিলে হৈ । পিছে তুমি ইমান ভয় খাই কথাবোৰ কৈছা যে....
Vishal eri polai thakibo pora nai😂
Tumi thik kotha koisa 7 din thakil aru jene tene aru nuware thakibo
পলাই আছিলো❌️ লুকাই আছিলো✅️
Rrendii😅
dukhi nohole manuh polai nethake
Biya patibolea hahokh gutalea ako . Poisa khuwa dalal. Polai thoka nai lukai asilea . 😂
Bht .... Mjaaa acting
Emotional card
Kidney touching acting
Bishal - Come fast I miss you so much !!!😂😂
ৰাইজ সকল যিহেতু ধৰা দিবলৈ ললেই অতি সোনকালে তাইৰ কাৰণে আপোনালোকৰ সকলোৰে ফটা চিঙা জোতা চেন্দেলৰ মালা তৈয়াৰ কৰিবৰ সময় আহি গ’ল ৷ কাৰণ মিছলীয়া চুৰুণী এক্টৰনি বাইদেউৰ কাৰণে ইয়াতকৈ দামী উপহাৰ কি হব পাৰে ৷ National Award ৰ যোগ্য যেতিয়া এইয়াই উত্তম Award .👌
এতিয়া কেলা এইটুৰ মাত সূনিবলৈও মন নজোৱা হল দেখিবলৈও একেবাৰে মন নোযোৱা হল, এইটুক জেলত সূমোৱালে হে অলপ ভাল লাগিব
মামা - ঠিক কথা কৈছিল পইছা শেষ হ'লে ওলাই আহিব 😅😅
Vaitik ari kenekoi polai thakila ou bai...😅😅😅
তোমাৰ কথা শুনি হুৰাহুৰে কন্দিছোঁ। তুমি ওলাই আহা
Lukor poisa enjoy kio korila eman😂🎉
Kiman toka khali raijor lgt.eman jaldi eman dhoni nhoi
পলাই আছিল ❎
Practice কৰি আছিল এইখিনি কবলৈ ✅
এই ৭ দিনত কি কলে মই বাচিম, সেইটোকে ভাবি আছিলা আই। এতিয়া উপায় নাপাই এইবোৰকে কৈছা।।। লাভ নাই, দেৰি হ'ল। গাত অকনো দুখ নথকা মানুহে এনেকৈ পলাই ohh sorry লুকাই নাথাকে। আজি যদি মই কৰা ভুল মানুহৰ আগত ধৰা পৰে, মই তেতিয়াহে লুকাম,কিন্তু মোৰ ভুল নোহোৱাকৈ যদি মানুহে মোক লৈ ভুল কথা উলিয়াই। যেতিয়া শুনিম তেতিয়াই সেই মানুহ বোৰৰ আগত থিয় হম।
আই ঐ দেহি, দুঃখ লাগি গল ,উপায় নাই
Polwa ny ❌ Lukai asilu ✅
কান্দিলে কি হব ?
লগে লগে Surrender কৰিলে হয়তো আজিৰ দিন নাহিলহেঁতেন !
Finally media jiki gol. Police e koribo nuara kam media news r dara kori pelale. Great
চুমিক পুলিচে ধৰিব বুলি আমি সদায় হাগোতে মূতুতে নেত পেক তু চাই হেস কৰো। যদি পুলিচে ধৰিব নোৱাৰে আমি public কে নামানিম কিন্তু। ৰাইজ কথাতো হয় নে নহয় জনাব
Class 9 t karobar tat polai jowa Swli tor emn level😂😂😂
ভাগ্য ভাল সেই নাইনত থাকোঁতে পলোৱাই নিয়া ল’ৰাটোৰ ৷ নহলে আজি সিও ফচি মৰিল হয় এইৰ লগতে
চুমি আহিচে আতৰি দিওক ৰাইজ
এইজনা কথা শুনি মাথা নষ্ঠ কৰাতকৈ ফোন অফ ৰখাই ভাল
আহা আইদেও অ,, আইদেও আহা নাচি নাচি 😂😂 তোমাক পুলীছে নচুৱাব অতি মৰমৰে । ৰাজলৈ জনোৱা চুমী শেৱা হে 😅😅
Kandi dile sob nohi and lokay xaklokhini thik korile loi atiya dhora dib u r the great
Master Acting 😅😂
Never believe a crying woman and a smiling man 😶
এজনে ফটো মাৰি আৰু আনজনে নাচি বাগি ১৫ কোটিটকীয়া বিয়া পাতিলে আৰু এতিয়া কৈছে সিহত দোষী নহয়, কাণতলীয়া চৰ দিব লাগে
Best actress of the year
Polai thoka nai lukai asilu mane ki gys 😂😂😂
Njnu😂
Hoi moi o buji nplo mne ki
Moio puji napalo😂
ওওও মা। Emotional Heart touching Acting 🥲🥲..... Your selected..... Movie নকৰাকৈ trailer Film Award পোৱা প্ৰথম নাৰি ।
নুনেশ্বৰি বৰা
এটা নতুন শব্দৰ লগত চিনাকি হলোঁ😂😂😂😂
😂
😂😂
Mojjaaa😂😂😂 bhal hobdho ata palu. Kun falor ?
একো যদি ভুলেই নাই কিয় পলাই আছিলা । তোমাৰ মান সন্মানৰো কথা কি কৈছা অ এইবোৰ আবোল-তাবোল বকিছা অ ।
Paisa ase jetia basie jabi, xoru xora sur bur he xasti pai, tohoti high class sur..
চুৰ কৰি পলাই থাকি কি লাভ বাইদেউ।লোকৰ টকাৰে বিয়া পাতি সামাজিক মাধ্যমত জনপ্ৰিয় হবলৈ নিজকে ইমান তললৈ নি কি পালা? এতিয়া সকলো শেষ তোমাৰ। যিমানৰ মানুহ হয় তাতে থাকিব লগে। ইমান বেছি মুখ মেলি কি পালা?
Emotional drama 😊
মিচলিয়া এতিয়া কোন. যদি আপোনাৰ গাত যদি একো দুখ নাই তেন্তে কিয় পলাই ফুৰিছিল,, ইমান বিচাৰি ফুৰিব লগা কৰিলে কিয় ,, আপোনাৰ দুখ নথকা হলে কেতিয়াও পলাই নুফুৰিলে হলে, আৰু আপুনি নিউজত ডাঙৰ ডাঙৰ কৈ বুকু ফিন্দাই কলে হলে এনেকৈ পলাই নাথাকিল হলে,, ১ সপ্তা কিয় পলাই আছিল? ইমান দিন কিয় একো কোৱা নাছিল আজি কান্দি দেখাইছে, পলাই হাৰিব নোৱাৰি এতিয়া কান্দি দেখাইছে
আসমীয়া বহুত ডাঙৰ ডাঙৰ অভিনেতা অভিনেত্ৰী পযোজক দেখিছোঁ। ইমান কম সময়ত ইমান টকা ইমান বিলাসী জীৱন কটোৱা প্ৰথম দেখিলোঁ। আৰু ইমান সম্পত্তি লতাৰী লাগিল নে আকাশ ফুটি পৰিল। আমি ইমান মূৰ্খ নহৈ দে।
Gys ghoriyalor soku pani hoi 😂
Olop Luka Vaku khelile ooo Assam Police r logot .... 0:09
just Try to understand guys... 😊
এগৰাকী নিৰ্দোষী লুকাই নাথাকে,কম দিনতে কেনেকৈ ধনী হলি তাৰ হিচাপ দিয়া পুলিচক পলৰি আৰু নাটক নকৰিবি।
Emotional blackmailing 😂😂
Atia kene 😅😅 mojahhh 😅😅😅
ইমান টকা থাকি অ আজি তই কিয় কান্দিব লগা হৈছে? গতিকে টকাৰে সুখ কিনিব নিবিচাৰিবা।
Time to play "VICTIM CARD"
First in Assam
1. Probanchonar poisare Destination wedding
2. Honimoon trip with director and pati lua bhaiti
3. And many more.....
😂😂😂
Nice acting 😂😂....kintu soku pani nolale😅
Nunnu touching performance 😂
Kotha tu hol j atya negotiations bur complete hol...buja buji hoi gol party buror majot...atya surrender koribo...kisu din pisot mukoli akakhor tolot ahi akou nasibo...😂😂
Fotuwami
Goosebumps ahi goise😢 eman dukh loga kahini,ene vishalok ekebare jen nije jonmo dia xontan teneke bebohar,aru surrender kio korisa,lukai ase polai ase jiye kintu dukhi tu hoiye..jibon beya huar bhoyot aru lukai thakibo nuari oxanti
মহাৰাণী দেখা দিলা মুখ চাবলৈ মন নাজাই আমনি লাগিছে ওলাই আহক আৰু আপুনি এনেই মোবাইল তো চাব পৰা নাই অকল চুমী
যদি সঁচাকে মা-দেউতাৰ কথা ভাৱিলেহেঁতেন নিউজ ওলোৱাৰ লগে লগে সকলোবোৰ কথাত সহযোগ দিলেহেঁতেন। নিৰ্দোষীয়ে নপলায়। দোষীয়েহে পলায়। সেয়েহে আপোনাক সকলোৱে বেয়া বুলিছে। নিউজক বা সমাজক দোষ দি একো লাভ নাই। এগৰাকী সাধাৰণ অভিনেত্ৰীয়ে অভিনয় কৰি ইমান টকা পোৱা হেঁতেন বৰষাৰাণী বিষয়া বাহঁতৰ দৰে অসমৰ ডাঙৰ ডাঙৰ অভিনেত্ৰীবোৰে সাংঘাতিক ধৰণৰ জীৱন প্ৰণালী ল'লেহেঁতেন। দুয়োজনে কষ্ট কৰি যিখিনি পাইছে সেইখিনিতে সুখী হোৱা হ'লে আজীৱন সকলোৱে আদৰি ল'লেহেঁতেন। এতিয়া পিছত যিমান ভাল কাম কৰিলেও সমাজৰ আগত আপোনালোক দুয়ো অপৰাধীৰ দৰে থাকিব লাগিব। মা-দেউতাই কষ্ট কৰি ডাঙৰ-দীঘল কৰিলে সন্তান ভাল মানুহ হ'ব বুলি… দোষ কৰাৰ পিছত মাক-দেউতাকক মনত পেলাইছে। পলাই ফুৰাটোৱে আপোনালোকৰ বেছি ভুল হ'ল।
Natok😂😂
Poisa xes atiyahe surender hol ,mama right kotha koise
বেটি লুকাই আছিলি,ও মাই ও চাপৰি যকে কুজা বুলি কয় এ,বেটি বেলেগৰ তেজ খাই হজম কৰা ইমান সহয নহয়এ
Tmr emotional bht dekhisu bru agte..😊😊
এনে একদম NKTVত আহিছে😂😂😂
সৱ চেনেলে নিজৰ নিজৰ এক কিমি লাম্বা ৱাটাৰমাৰ্ক লগাই ভিডিঅ’ আপল’ড দিছে😂
হাঁহি হে ওঠেঁ। আগৰ বাৰো এনেকৈ কৈছিল।
Finally pura ready sage basibole sob fale ready
Is raam ঘৰিয়ালৰ চকুপানী😢
চোৰকটো চোৰ বুলিয়ে কব ন ? 😅 লুকাই থকাকে পলোৱা বুলি কয় 😅?
Mama I thik koisil ... Poisa ses😂... Media k kio gali para ...!!!!!
😅😅😅😅পলাই থকা নাই বোলে লুকাইহে আছিল 😅😅😅😅😅
Range Rover khon delivery lobo lage aahok hunkale😂😂😂
Sowali r kandon ru lora r hahi k xohoje bissakh nokoriba😊😊😊
Investigation hole sob ulai poribo
তুমি আগতেও এবাৰ কান্দিছিলা মইনা
Polabo jaga nohuwa hoise toh
Aru police a arrest korile besi lajot poribi je .. xaikrne aitu decide korili ...
Kla belegor poisa di kio bahirot bia patisili ... ..
Nijor Toka di korili ... Aji enekoi kandibo loga nhol hoi
Speech khon ready koribole olop time lage baru deii...........
Ahhaaa aideu ye aideuu ahhhaaa nasi nasi,,,
RaijK januwa xewa hee
Umm ekelgye...
Ummm barhiyaaa 😂😂😂😂
Music.... 😢😂
ইমান দিনে VIP, VVIP য়ে পইচা বোৰ উলাই ললে চাগে তাইৰ পৰা, এতিয়া তাইক ধৰিব। Ultimately সাধাৰণ মানুহৰ পইছা বোৰ ঘূৰাই নাপাই। ডাঙৰ বোৰে উলাই ললে
দেহি ঐ... দেহি ঐ....দেহি ঐ.... তোৰ ....
আগতে social media news channel লাগে.. তেওঁ লোকেই তোমাক ওপৰত উঠাইছিল এতিয়া দুবাব ও।
অসমৰ একমাত্ৰ কৰিঅ'গ্ৰাফাৰ
হা ছালেনদাৰ কৰিলে না 😂😂😂😂