Very good.....aibur karonote amar gharat atay keita t Mobile ba tv atay news channel play hoi ba mai all mobile subscribe kri thoisu aitu hoise pratidin time ! Proud of you pratidin time ..we love you too much. Keep up ❤❤❤❤❤❤❤❤
টকা পয়চাৰ ব্যাপাৰ । সকলোৰে এটা আশা থাকে । গতিকে মিডিয়াত ওলাই থকা কথা বোৰ ক'ৰ পৰা উদ্ভব হৈছে সেইটো গৃহ বিভাগে জানিব। মিডিয়া ইমানেই শক্তিশালী নেকি যে আৰক্ষীকো বশ কৰি জিমখানালৈ গল? ৰাইজক আজি কালি আভুৱা ভাৰা দিন নাই। ৰাইজে সদায় থিকেই বুজি পায়, কেবল কেইটা মান দিন চকু-কাণ বন্ধ কৰি থাকিব লাগিব ।
Pratidin টাইম❤...সদাই যেন এনেকৈ থাকে ❤
অসমৰ একমাত্র এটা Media যত সদায় সত্য বাৰ্তাৰাবাৰ প্ৰচাৰিত ....PRATIDIN TIME jindabad
Dp t photo akhon logai loba bondhu,
@@rapidmindaxom8781hojom nohoi nh 😂
@@rapidmindaxom8781 kio?
আপোনি পদত্যাগ কৰক আৰু সৰ্বানন্দ সোনোৱালক মুখ্যমন্ত্ৰী পদত বহুৱাক ।
Good decision muk tu ketia ba hondeh hoi
Impossible
Sonowal sir k nalage
Right Sonowal lage
@@nayanmoniburagohain4087akhil miyak lagibo sage ne lurinok loi louk Jake mon jai
Thankyou potidin time, E kanakoi DGP hol. Moi takey bohut sinta koru.
Xihotor jagat jodi thke apunio xihotor nisina hoi jabo...ru jodi apuni xihotor kotha namane jodi apuni loyal hoi thke tnehole apuni korobat accident hoi jabo pare ...truck r agot
সকলো লোকৰ বাবে আইন সমান হব লাগে
প্ৰতিদিন টাইম লাগি থাকক । নহ'লে অসম লাহে লাহে গেলিব ধৰিছে।
প্ৰতিদিন Time jindabad.
পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী
এইখন এখন নাটক ।
Good job pratidin time ❤❤
সাংবাদিক সকলক এইক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Thank u protidin
👏👏👏 well said pratidin
times.. Action should be taken against DGP
ধন্যবাদ প্ৰতিদিন টাইম সদায় এনেকৈয়ে বাতৰি পৰিৱেশন কৰিবলৈ অনুৰোধ জনালোঁ, তেতিয়া অসমীয়া ৰাইজৰ মৰম আৰু আশীৰ্বাদ পাব
মই দেখোন প্রথমৰ পৰাই কৈ আছো আমাৰ আইন, আমাৰ পুলিচক কিনিব পাৰি।
Sob mili ase😊
CM sir.. good job.....but???
Good job Pratidin Time 👍👍👍
এয়া ৰাজ্যৰ প্ৰশাসনৰ দায়িত্বত থকা প্ৰধান গৰাকীক জবাব দিহি কৰিব লাগে ।
protidin time excellent
সচা কথা শুনিলে হিমন্ত যেতিয়া লাজত অগ্নিশৰ্মা হয় তেতিয়া নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিব নোৱাৰি প্ৰশ্ন কৰোতাক বা সাংবাদিকক পৰোক্ষভাৱে নিজৰ পাৱাৰ দেখুৱাই সকিয়নি দিবলৈ বা দম দি ভয় খোৱাবলৈ চেষ্টা কৰে। পগলা কুকুৰক জুকাই নলব বুলি কৈ সকলোকে ইতিমধ্যে সকীয়নি দিয়েই থৈছে।so... সাৱধান। চব হিমন্তৰ পকেটত। CM ক CM বাবে সকলোৱে ভয় কৰে নে কোটি টকাৰ মালিক হোৱাৰ বাবে ভয় কৰে? বুজি নাপাও।
যিকিনহওক, সচা কথা, প্ৰকৃত কথা ক'বলৈ ভয় নকৰা প্ৰতিদিন Time ৰ সাংবাদিকক বহুত ধন্যবাদ থাকিল।
Are rajnitiye ai dhoronor
We need this type of News channel in ASSAM.❤
চুৰ এই পুলিচ আৰু পুলিচে এই চুৰ এইখন অসমত
প্ৰতিদিন Time এ বৰ বেয়াকৈয়ে ধুইছে , বিনা ৱাছিং পাউদাৰ সৈতে ।।
Mamar natuk tu bohut dhuniya laagise dei.....
I love potidin time
পইচা থাকিলে ৰাজ আতিথ্য পায়।
এইজন মুখ্য মন্ত্ৰী বহুত চতুৰ হয় ,,দুই ফালে মাৰে ,,মিডিয়া আগত কব এটা ভিতৰি কৰিব আছে ,অসমৰ ৰাইজে তেওঁক প্ৰশংসা কৰক বুলি মিডিয়া আগত ঠিকেই কয় কিন্তু ভিতৰি কাৰবাৰ বেলেগ,,সকলো অংক এইজনেই কৰে জনা সকলে জানে ,,2026 এইজনক নেখিদিলে অসমৰ ৰাইজৰ তেজ টোপা ভালকৈ খাব,,প্ৰতিদিন টাইম ক মই চেলুত জনাইছোঁ❤❤❤
R u Miya
@@monjyotinath6891HEI KIHOR MIYA. ASE JODI KHEDOK NAA
Hosa kotha
Kele miya hole u nu ki hol ……kotha tu hosai koise….toi nu joliso Kio…?
naga kela@@monjyotinath6891
Pratidin Time 🔥🔥🔥
Protidin time, always fvrt n trust... Xdai jen anekoi thake
Good news i like it vidos ❤❤❤
Very nice n ultimate news Pratidin Time👍👍👍🙏
Pratidin Time best
Thanks ❤❤❤protidin Times
Good news
Good job news channel
Very good pratidin time
Sosai anekuwa news lage, I love pratidin time
মই তৰুণ গগৈয়ে কৈছো নেৰীব পতীদীন তাইম
Great work guys #Pratidin Times 🎉 apunaluke hosa tu manuhok dekhuar babe ❤
Sabologiya news aituhe...👍👍👍👍
Atia protidin vs himanta
প্ৰতিদিন Time এ হে লেংটা কৰিব পাৰে ইহঁতক.. ধন্যবাদ P Time...সুনিল কুমাৰ দা
Protidin Time ক ধন্যবাদ
প্ৰতিদিন টাইমেহে প্ৰকৃত বাতৰি দিয়ে । ধন্যবাদ ।
মুখ্য মন্ত্ৰী মিডিয়া দুখ দিয়কে পুলিচক চকু দিব লাগে
ভাগ্য ভাল।এচ পি চাৰৰ ঘৰত আতিথ্য গ্ৰহণ নকৰালে।
Assam of the best seneal protidintime I like you
ৰাজনৈতিক ভাষা আৰু সাংবাদিকৰ কথা একেই হয় ধৰিব নোৱাৰি দেই ❤ জয় গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱৰ জয়
Hska ami proud fil krisu hsa journalists protidin ❤❤❤
এখন চোৰৰ দেশত ইয়াতকৈ আৰু কি আশা কৰিব পাৰি....🤔🤔🤔 এই ৮, ৯ দিন পলাই থাকি সকলো চেটিং কৰি আহিছে... সকলোৱে নিজৰ ভাগ লৈ লৈছে...😮😮😮😮 বাকী খিনি ভেকো ভাওনা.... কাকো পৰে টালো সৰে...😮😮😮😲😲🤔🤔🤔🤔
Good portidin time
নাটক খন ভাল বনাই চে
Hosa
চুৰে হে চুৰক সহায় কৰে। জয় আই অসম।
Very good👍
টকা থাকিলে, সকলো সম্ভৱ। কেৱল টকা।
সকলো গেলিছে কে……
কি চৰকাৰ
কি পুলিছ প্ৰশাসন😂
❤❤❤ good reported..
Akhomot ejon akhomiya DGP yei hbo lge ❤❤
Aji news tu Sai vl lagise Ane news hb lge
মজাৰ কথা কৈছে ❤
Very good.....aibur karonote amar gharat atay keita t Mobile ba tv atay news channel play hoi ba mai all mobile subscribe kri thoisu aitu hoise pratidin time ! Proud of you pratidin time ..we love you too much. Keep up ❤❤❤❤❤❤❤❤
Right Mama ❤❤❤
মামাই কেছতুত লাগিবৈ লাগিব নহ'লে নিযৰো ভয় আছে চাগে,,?
Pratidine time 🫡🫡
Best channel pratidin 👍💪🏆
Exactly aetu news e hothik palu
টকা পয়চাৰ ব্যাপাৰ । সকলোৰে এটা আশা থাকে । গতিকে মিডিয়াত ওলাই থকা কথা বোৰ ক'ৰ পৰা উদ্ভব হৈছে সেইটো গৃহ বিভাগে জানিব। মিডিয়া ইমানেই শক্তিশালী নেকি যে আৰক্ষীকো বশ কৰি জিমখানালৈ গল? ৰাইজক আজি কালি আভুৱা ভাৰা দিন নাই। ৰাইজে সদায় থিকেই বুজি পায়, কেবল কেইটা মান দিন চকু-কাণ বন্ধ কৰি থাকিব লাগিব ।
Pratidin Time Jindabad ❤❤❤
Pratidin Time jindabad
Pratidin time 🔥
Very Good News N Very Good Powerful Exclusive
No 1 news channel.. Assam
অসম চৰকাৰ হাই হাই .....
Mojaah jari dise👍🏼👍🏼
ইমান নৰম ।Dgp আৰু আমাৰ মুখ্যমন্ত্ৰী যে মিলি আছে কথাতে প্ৰমাণ ।হাঁহি কথা কৈছে যেন চিনেমা কৰিছে ।
Very good n true news by you
গৃহ মন্ত্ৰীজনে গৃহৰ কথা গম নাপাই 😢
Goooood pratidin time
❤ good mama great dicision
গৃহ মন্ত্ৰীৰ অধীনত গৃহ বিভাগ। গৃহ বিভাগত টকা দিলেই যদি সচাঁটো মিছা আৰু মিছাটো সচাঁ হৈ যায় তেনেহলে এয়া সুবিচাৰ হলেন? এইখন সনাতন ধর্মীয় দেশ। ইয়াত কেৱল মাত্ৰ সৈয়্তৰ বিচাৰ হে হয়। কিন্তু ইয়াত সুবিচাৰৰ বিপৰীতে পক্ষ পাতি মূলক হে দেখা গৈছে। চৈয়দ সাখীক কোনেওঁ ফাকি দিব নোৱাৰে। মনত ৰখা উচিত টকাই সকলো নহয়৷
ক'ত আইন আছে টকা আছে যদি যি মন যাই তাকে কৰা
Good news👍
কথাটো এনেকুৱা লাগিছে চুমী বোলা অপৰাধী জনী প্ৰকৃততে লেন্দী আছিল , গতিকে সকলোৱে মৰম কৰি আছে তাইক ।
প্ৰতিদিন time jinda বাদ
Yes CM jindabad
অতি সুন্দৰ প্ৰদৰ্শন 👍👍
Pratidin 🔥
মাননীয় মূখ্যমন্ত্ৰী মহোদয়েও বৰ সুন্দৰ অভিনয় কৰে ।
Bohut baya kotha
গৃহ বিভাগ কাৰ হাতত আছে
দাদা গোটেই বিলাক মিলি ভকত
Mama tumi jui😂😂😂
Pratidin time❤❤❤❤
NICE News
খালে 50%50 হিমন্ত ই
সকলো গেলিছে
Protidin time 🙏🙏🙏🙏
Good job pratidin time ...
অন্যায়ৰ পৰিণতি ভয়াবহতাৰ হয়।
🎉এইবোৰ,ছব,ফকতিয়া,কথা,এইবোৰ,শুনা,জনসাধৰনহে,ক্ষতি,হব,কোনো,ৰাইজে,নুশুনিব,,এনেকুৱা,ৰাজনীতিৰ,বাবে,অসম,শেষ,হল,