খোলত ৰগৰ দিবলৈ শিকোঁ আহক | খোলৰ ৰগৰ আৰু ইয়াৰ প্ৰয়োগ |

แชร์
ฝัง
  • เผยแพร่เมื่อ 24 ก.ย. 2024
  • গুৰু বাদ্য খোলৰ, বাজনা , বোৰ আৰু গীত-নৃত্যৰ তাল সমূহ বজাবলৈ যাওঁতে ইয়াত “ৰগৰ” প্ৰয়োগ কৰাটো সমীচিন, কাৰণ ৰগৰ প্ৰয়োগ কৰি এই বাজনা, তাল সমুহক শুদ্ধ আৰু স্পষ্ট ৰূপত বজাব পাৰি। সেয়েহে ৰগৰক খোলৰ প্ৰধান অলংকাৰ হিচাপে গন্য কৰা হয়। এই ভিডিঅ'ৰ জৰিয়তে ৰগৰ কেনেকৈ দিব পাৰি আৰু বিভিন্ন বোল, বাজনা, তালত ৰগৰ কেনেকৈ প্ৰয়োগ কৰা হয় সেই সম্পৰ্কত বিস্তৃত ৰূপত দাঙি ধৰা হ'ল।
    #assam
    #lohor
    #khul

ความคิดเห็น • 57