১১ দিনৰ হনুমান সংকল্প কেনেকৈ ল'ব ! আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'ত আছে ।

แชร์
ฝัง
  • เผยแพร่เมื่อ 23 พ.ย. 2024

ความคิดเห็น • 703

  • @jillborthakur4054
    @jillborthakur4054 14 วันที่ผ่านมา +1

    সেৱা জনাইছোঁ।
    মইও হনুমানৰ ভক্ত।
    তেওঁ আহিছিল মোৰ মন্দিৰলৈ।
    কিন্তু দেখাই দেখিছে বেলেগক কোৱা নাই কাৰণ মানুহে সকলোৱে নামানে।
    আপোনাৰ গোঁসাই ঘৰত থকা হনুমান জনক প্ৰভু শ্ৰী ৰামক প্ৰনাম জনাইছোঁ।🙏🙏🙏

  • @rumidutta7496
    @rumidutta7496 หลายเดือนก่อน +5

    ময়ো আপোনাৰ সেই নামঘৰভাগিত সেৱা ধৰিছোঁ । আমাৰ ল'ৰা দুটা । ডাঙৰটোৰ বৰ্তমান বহুত সমস্যা হোৱাৰ ঊপৰিও তাৰ লিভাৰ তদেমেজ হৈছে । সেয়ে মই ইয়াৰ পৰাই সেৱা ধৰিছোঁ । 🙏🙏🙏

  • @minapatowary3176
    @minapatowary3176 17 วันที่ผ่านมา +1

    বহুত ভাল লাগিল, জয় শ্ৰীৰাম 🙏🙏🙏

  • @ranjanasarma9237
    @ranjanasarma9237 2 หลายเดือนก่อน +3

    ময়ো সদায় পঢ়ো। মনলৈ শান্তি আহে। বহুত বিপদৰ পৰা পৰিত্ৰাণ পাইছোঁ।
    জয় শ্ৰীৰাম ❤ সীতাৰাম হনুমান ❤

  • @MousumiSaikia-z5q
    @MousumiSaikia-z5q หลายเดือนก่อน +4

    আপোনাৰ নামঘৰ টোত ইয়াৰ পৰাই সেৱা লৈছোঁ আৰ্থিক ভাৱে বহুত ভাগি পঢ়িছোঁ আশা কৰিছোঁ আহিব লগা সময় ভাল হওঁক,কৃষ্ণ❤ জয় হনুমান❤

  • @NiruDeka-q2b
    @NiruDeka-q2b 2 หลายเดือนก่อน +11

    ইবিয়াত সমুৱা চাৰি বছৰ পাৰ হল এটা সন্তানৰ মাতৃ হব পৰানাই বহুত দুখত ভুগি আছো সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছো । অনুগ্ৰহ কৰি মোৰ কাৰণে অকণমান প্ৰাৰ্থনা কৰি দিব চোন। ❤❤❤

    • @nayanitasarmah5109np
      @nayanitasarmah5109np 2 หลายเดือนก่อน

      Honumane salisa porhoke sundor kande pathe koroke Dali. Katiau mongolbarer dintute mase mankho nakhabo sabe apunare dukhhe dure hobo

    • @Dipalidevi-du1pg
      @Dipalidevi-du1pg หลายเดือนก่อน

      Joy Shri Ram,,,,❤❤❤ .Joy Honuman,,,,❤❤❤.Sang kalpa .... ki atiyahe buji paisi . Thanks. ❤❤❤

    • @nirodkumarmahanta3778
      @nirodkumarmahanta3778 หลายเดือนก่อน

      আপোনাৰ নাম আৰু গোত্ৰটো দিব , মই সংকল্প লম।

  • @SikhaSarmahborah
    @SikhaSarmahborah 2 หลายเดือนก่อน +2

    মই হনুমান ছালিচা পঢ়ো বাকিখিনি তেওঁৰ ওপৰত এৰি দিছো। তেওঁক বহুত বিশ্বাস কৰো।জয় ৰাম 🙏 জয় হনুমান 🙏

  • @jayantabarman4902
    @jayantabarman4902 2 หลายเดือนก่อน +49

    হনুমান চালিচা মই দিনটোৰ ভিতৰত তিনিবাৰ পঢ়ো। সঁচাকৈ হনুমান চালিচাৰ শক্তি আচৰিত 🙏🙏🙏জয় শ্ৰীৰাম 🙏🙏🙏

    • @techtipssupported8958
      @techtipssupported8958 หลายเดือนก่อน +4

      Jai bajarangbali🙏🙏🙏

    • @Junvlogs295
      @Junvlogs295 หลายเดือนก่อน +1

      Jai shree Ram ♈ Jai hanuman ❤

    • @provloggertikuraja
      @provloggertikuraja หลายเดือนก่อน

      Joi shree Ram. Joi hanuman.

    • @PaharitaSaikiadutta
      @PaharitaSaikiadutta หลายเดือนก่อน

      Jai shree Ram

    • @bgogoi4935
      @bgogoi4935 16 วันที่ผ่านมา

      gukhai ghort path kore na roomt u porhibo pare

  • @Amgurikathalguri
    @Amgurikathalguri 2 หลายเดือนก่อน +2

    আপোনাৰ আশীৰ্বাদৰ বাবে আমাৰ পৰিয়াল সুখী হৈছো জয় শ্ৰীৰাম ধন্যবাদ

  • @dipikabora5793
    @dipikabora5793 2 หลายเดือนก่อน +4

    জয় হনুমান ❤❤কৃপা কৰিবা প্রভু

  • @nirugogoi1466
    @nirugogoi1466 2 หลายเดือนก่อน +3

    জয়‌ শ্ৰীৰাম জয় হনোমান।দা দা মোৰ লৰাটোৱে মদ খাবলৈ শিকাছে আপুনি দয়া কৰি চকি এগজ দিব চোন।

  • @hemdattanath2697
    @hemdattanath2697 2 หลายเดือนก่อน +19

    মই আপোনাক সুধিম বুলি ভাবীছিলো ,,সংকল্প কেনেকৈ কৰে ,,,আজি পাই গলো আপোনাৰ ভিডিঅ টো ,,Thank you 🙏

  • @SabaKharia-gq5ee
    @SabaKharia-gq5ee หลายเดือนก่อน +3

    Honuman chalisa moiu pohislu aru bohut hanti paislu aru atia bohut poha ni but atia apunar ktha tu huni val lagil akow pohim moi.tq ktha khini jonuar babe

  • @rashmirekha32
    @rashmirekha32 2 หลายเดือนก่อน +2

    তোমাৰ কথাবোৰ শুনি বহুত ভাল লাগিল। মইও আজি 3 দিন হৈছে পঢ়িছোঁ।। সমস্যা বহুত আছে। সমাধান হব নিশ্চয় । জয় শ্ৰী ৰাম

  • @madhabidas3142
    @madhabidas3142 19 วันที่ผ่านมา

    জয় শ্ৰী ৰাম 🙏তুমি মোৰ ধাৰ শেষ হোৱাৰ কাৰনে এবাৰ প্ৰাৰ্থনা কৰিবাচোন🙏🙏🙏

  • @kalyanikalita2729
    @kalyanikalita2729 หลายเดือนก่อน +1

    বহুত বেছি অৰ্থ সংকতত ভুগিছু , অনুগ্ৰহ কৰি মোৰ বাবেও এগছি ছাকি জ্বলাবছোন 🙏🙏🙏🙏🙏

  • @monubora2136
    @monubora2136 2 หลายเดือนก่อน +1

    মই প্ৰতিদিনে হনুমান চালিসা গধূলি পঢ়ো।ভাল লাগিল কথাবোৰ জানি।
    জয় শ্ৰীৰাম,জয় হনুমান 🙏🙏🙏

  • @deeshitachutia3576
    @deeshitachutia3576 หลายเดือนก่อน +1

    জয় জয় হনুমান জয় শ্ৰী ৰাম🙏🙏

  • @PurabiBaishya-zx7iw
    @PurabiBaishya-zx7iw หลายเดือนก่อน +1

    আপোনাৰ কথাখিনি শুনি বহুত ভাল লাগিছে

  • @triptisaikia2752
    @triptisaikia2752 2 หลายเดือนก่อน +1

    ভাল লাগিল কথাখিনি জানি। 🙏 জয় শ্ৰী ৰাম 🙏🙏🙏

  • @sawpna.hazarika8849
    @sawpna.hazarika8849 23 วันที่ผ่านมา

    মই আপোনাৰ নামঘৰত আমাৰ পৰিয়ালৰ হৈ সেৱা কৰিছোঁ দুৰৰ পৰাই ।জয় হনুমান বাবা কৃপা কৰিবা ।

  • @bhanukakoti5681
    @bhanukakoti5681 หลายเดือนก่อน

    পুৱাৰ শুপ্ৰভাত আপোনালৈ হনুমান চালিকা বিযয়ে জনোৱা বাবে বহুত বহুত ধন্যবাদ, মাজে মাজে পাই থাকিলে শক্তি পাই থকা য়েনলাগে।

  • @prayashsharma9018
    @prayashsharma9018 26 วันที่ผ่านมา

    জয়।হনুমান।জয়।শ্ৰী।ৰাম।পভু।কৃপা।কৰিবা।"

  • @bhumikasaharia3724
    @bhumikasaharia3724 หลายเดือนก่อน +1

    আপোনাৰ ভিডিঅ দুয়োটা চালো৷ বৰ সুখ পাইছো৷ মই কামৰ তাগিদাত সদায় হনুমান চালিচা পঢ়িব নোৱাৰো৷ কিন্তু মই পুৱাতেই ডিউটিলৈ ট্ৰেইনত যোৱাৰ সময়ত কাণত হেডফোন লগাই হনুমান চালিচা শুনি চকুমুদি মনে মনে গাই যাও৷ লগতে হনুমান কবচ ও শুনো আৰু মনে মনে গাও৷ মোৰো মুখস্থ হৈ গৈছে৷ আপোনাৰ দৰে৷ ধন্যবাদ যাচিলো আপোনাক৷
    জয় শ্ৰীৰাম৷ জয় বজৰংগবলী৷

    • @bhumikasaharia3724
      @bhumikasaharia3724 หลายเดือนก่อน

      মই সংকল্প লম বুলি ভাবিছো৷ সেইকেইদিন পিয়াজ নহৰু ও খাব নোৱাৰি নেকি জনাব চোন৷

  • @RumiBasumatary-y8x
    @RumiBasumatary-y8x หลายเดือนก่อน +1

    বৰ ভাল লাগিল আপোনাৰ অনুভৱ

  • @premalama4725
    @premalama4725 22 วันที่ผ่านมา

    Jai shree ram jai Hanuman 🙏🙏🙏

  • @pallabigogoi1232
    @pallabigogoi1232 18 วันที่ผ่านมา

    জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম ❤❤

  • @ruprammedhi9327
    @ruprammedhi9327 หลายเดือนก่อน +2

    মই সদায় আমাৰ গোসাঁই ঘৰত হৰিৰ কীৰ্ত্তন কৰো । তেনেস্থলত হনুমান চালিশাখন কেনেধৰণে পাঠ কৰিব লাগিব কবচোন।

  • @prayashsharma9018
    @prayashsharma9018 26 วันที่ผ่านมา

    জয়।হনুমান।জয়।শ্ৰীৰাম।মনৰ।আশা।কৃপা।কৰিবা।

  • @eloraborah4643
    @eloraborah4643 หลายเดือนก่อน +1

    মোৰ কৰ্মক্স্থানত ইমান শত্ৰু যে মোৰ চাকৰি কৰিবলৈ মন নোযোৱা হৈছে।চাৰিওফালৰ পৰা বেঢ়ি ধৰিছে।শত্ৰুয়ে যিকোনো ধৰনেৰে বিপদত পেলাবলৈ বাট চাই থাকে।মই মংগলবাৰে নিৰামিষ খাওঁ আৰু সন্ধীয়া হুনুমান চালিচা পঢ়ো।সেইকাৰনে অলপ বাচি আছো।তথাপি শত্ৰুয়ে মোৰ পাচ এৰা নাই।

  • @kishorkakati5845
    @kishorkakati5845 หลายเดือนก่อน

    দাদা আপোনাৰ অনুভৱ ব্যক্ত কৰাৰ বাবে বহুত ভাল লাগিছে।

  • @KalayanDas-nz9qh
    @KalayanDas-nz9qh 23 วันที่ผ่านมา +1

    Jai jai jai honuman xomosa bur xunkale xomadhan hoy provu🙏🙏🙏

  • @SumuDeep-f4n
    @SumuDeep-f4n 2 หลายเดือนก่อน +1

    মইও হনুমান বাবাৰ ভক্ত।মইও প্ৰত্যেক মংগলবাৰৰ দিনা উপবাসে থাকি পুৱা গধূলি হনুমান চালিশা পাঠ কৰোঁ।জয় শ্ৰী ৰাম।জয় বজৰংবলী বাবা।🙏🙏🙏🙏🙏

  • @anjalideka6311
    @anjalideka6311 2 หลายเดือนก่อน +5

    মই সদায় পঢো বহুত শক্তি পাওঁ এদিন পঢিব নোৱাৰিলে মনটো বেয়া লাগে

  • @janmonivlogs1381
    @janmonivlogs1381 2 หลายเดือนก่อน +5

    Mur manuhjone juwa mongolbaror pora 11dinor shonkolpo loi pohise. Jai shree ram🙏 jai hanuman

  • @BipulGogoi-tv9xb
    @BipulGogoi-tv9xb หลายเดือนก่อน

    কথাখিনি শুনি ভাল লাগিল আৰু বহুত নজনা কথা শিকিলোঁ জয় শ্ৰীৰাম।

  • @MinuBoro-dx6rl
    @MinuBoro-dx6rl หลายเดือนก่อน +2

    🙏🙏🙏 জয় শ্ৰী ৰাম 🙏🙏🙏

  • @babuldas5961
    @babuldas5961 หลายเดือนก่อน

    সুন্দৰ পৰিবেশ দা দা ❤ অকণমান পাৰিলে মৰ কাৰনে ভগৱানৰ ওচৰত
    প্ৰাৰ্থনা কৰিব আমাৰ ঘৰ খনত যেন ভাল দিন আহে যেন ময় যেন ভাল কৰ্ম কৰি যাব পাৰো Jay Shri Ram Jay Hanuman ki Jay❤❤❤

  • @nivakonwar572
    @nivakonwar572 หลายเดือนก่อน +1

    জয় শ্ৰী ৰাম জয় বজৰংবলী 🙏🙏🙏

  • @dncreative6497
    @dncreative6497 11 วันที่ผ่านมา

    জয় জয় হনুমান কি জয়🙏 প্ৰতিদিনে পঢ়িব পাৰি নে?

  • @satyabatidas.8815
    @satyabatidas.8815 หลายเดือนก่อน +1

    জয় শ্ৰী ৰাম ,জয় হনুমান🙏

  • @AnimaSaharia1
    @AnimaSaharia1 26 วันที่ผ่านมา

    জয় হনুমান

  • @nibirbarman3820
    @nibirbarman3820 22 วันที่ผ่านมา

    আপোনাৰ নামঘৰ ভাগত মই ইয়াৰ পৰাই সেৱা আগবঢ়ায়ছো

  • @DipaliBorah-qb9se
    @DipaliBorah-qb9se 2 หลายเดือนก่อน +1

    Sachakoi Dada moio proman paisu . Bhal lagil apuner kotha khini .jai shree Ram .

  • @hemantasaikia776
    @hemantasaikia776 18 วันที่ผ่านมา

    শ্ৰী শ্ৰী জয় হনুমান

  • @malamonimahantakalita5257
    @malamonimahantakalita5257 หลายเดือนก่อน

    Bohut bohut dhonyabad. Apunar Namghor vagot amar hoi egosi bonti jolai dibosun. Ami bohut beymarot pori asu. 🎉

  • @moonjeet40
    @moonjeet40 หลายเดือนก่อน +3

    মোৰ বিয়া ৭ বছৰ হ'ল, বেবি হোৱা নাই। ম‌ই ইয়াৰ পৰাই সেৱা জনাইছো, মোৰ হৈ বন্তি এগছ দিলে সুখী হ'ম। ম‌ই বহুত ভাগি পৰিছো। বহুত দেখাইছো ফল পোৱা নাই। কৃপা কৰক হে বজৰংবলী জয় ‌শ্ৰী হনুমান কি জয়,জয়,জয়।

  • @sanjibdas5042
    @sanjibdas5042 หลายเดือนก่อน +2

    আপোনাৰ এই সুন্দৰ কথাবোৰ শুনি বহুত ভাল লাগিল। আপোনাৰ ঘৰ কোন ঠাইত বাৰু।

  • @tinaboruah3894
    @tinaboruah3894 27 วันที่ผ่านมา

    জয় শ্ৰী ৰাম জয় হনুমান

  • @lakhyaneog28
    @lakhyaneog28 2 หลายเดือนก่อน

    Thnku Gunjan da❤for sharing your real experience ❤jai shree Ram❤❤jai Hanuman ji❤

  • @assameseffgaming405
    @assameseffgaming405 หลายเดือนก่อน +1

    Aaponar kothasini suni bahut val lagil

  • @Mithu409
    @Mithu409 หลายเดือนก่อน +1

    ভাল লাগিল মই ওওও আপুনি কৰা দৰে কৰি যাম🙏 শ্ৰীশ্ৰী হনুমন্তে নম

  • @mamugogoichutia7697
    @mamugogoichutia7697 หลายเดือนก่อน +3

    প্ৰভূ মোৰ ছোৱালী জনী তুমি দয়া কৰা ।তাই হৈ তুমি এগছি চাকি দিবা দে। মই হনুমান জী নামত সাত দিনৰ সৎকল্প লৈছোঁ।আজি মোৰ শেষৰ দিন। মই তাই মাক হৈ চাই থাকিব পৰা নাই । ছোৱালী জেনীৰ বহুত বেয়া হৈ গৈ আছে। তাইৰ যাতে মোৰ বোকুলৈ উভতি আহে তাৰে কামনা লৈ কথা খিনি লিখিলোঁ।তাইহৈ এভাগি চাকি দিব দে ।😂😂

  • @animadas6967
    @animadas6967 2 หลายเดือนก่อน +2

    মোৰ সৰু লৰাটোৱে বিশ্ববিদ্যালয়য়ৰ শিক্ষা লোৱাৰ পিচতো আজি ২০২০ চনৰ পৰা ১৫০০০/- টকাত কোম্পানীৰ চাকৰি কৰি আছে।অনবৰতে মোবাইল আৰু বাথৰুমতে ব্যস্ত থাকে।স্বভাৱটো একেবাৰে ভাল নলগা হৈছে।বহুত দুখত আছো। জয় শ্ৰী ৰাম🙏🙏🙏

    • @UtpalKalita888
      @UtpalKalita888 2 หลายเดือนก่อน +1

      Yellow page r dairy eta lobo tat 369 technique use koribo lage.
      Morning 3 times likhibo Red ink r Pen a re
      Thank you God, mur horu lora tu Bhagwaan Ram r Param bhakta hoi gol likhi apuni imagine kori je khi Ram puja kori ase. Duporia 6 baar likhibo same kotha khini nd imagine koribo. Rati 9 baar likhibo same kotha khini nd imagine koribo. Nd Rati tuponi ahar agot o imagine kori hui jabo. Enekoi 45 days koribo lage tothapio kori a thakibo jidi a hoi khi Ram bhakta hoi najai. Neem Karoli Baba k dhan kori yellow cloth ekhon ot 101 toka bandhi monor issa khini koi nijor mandir thoi dile o hoi jai kintu problem solve hoi juar pisot Babar dham t jabo lagibo Uttrakhand t ase Dham

  • @hiragoswami4191
    @hiragoswami4191 2 หลายเดือนก่อน

    জয় শ্ৰীৰাম জয় হনুমান প্ৰভু

  • @tinaboruah3894
    @tinaboruah3894 27 วันที่ผ่านมา

    মই সদায় পঢ়োঁ হনুমান চালিছা কিন্তু গোটেইখন পঢ়িব সময় নহয় বাবেই মই কেতিয়াবা 1টা পৃষ্ঠা পঢ়োঁ কেতিয়াবা গোটেই খন পঢ়োঁ ঘৰৰ মানুহৰ পৰা পঢ়িবলৈ সময় নাপাওঁ ❤

  • @Rivaranirajkonwar
    @Rivaranirajkonwar 2 หลายเดือนก่อน +3

    Nice bohut bhal remadi Thanki. YOU😊❤❤❤❤ 🎉🎉🎉🎉

  • @pritilekhasingha9598
    @pritilekhasingha9598 หลายเดือนก่อน

    Bohut bhal lagil kothakhini apunar dada .মই ও কেইদিনমান ৰ পৰা হনুমান চালিশাখন পঢ়িব লৈছো মা্জে মাজে মন্দিৰত যাও চাকি জলাই আহো মনত বৰ শান্তি লাগে কিবা এটা।

  • @chandralekhagogoi4177
    @chandralekhagogoi4177 20 วันที่ผ่านมา

    হয়.আপোনাৰ ভিডিঅ ভাল. লাগিল

  • @suntobora9806
    @suntobora9806 หลายเดือนก่อน

    জয় শ্ৰী ৰাম,জয় হনুমান

  • @deepbhumij5424
    @deepbhumij5424 หลายเดือนก่อน +2

    Jay Shree Ram, Jay হনুমান

  • @rumidutta7496
    @rumidutta7496 หลายเดือนก่อน

    তাৰ যেন সকলোফালে মঙ্গল হয় সেয়ে আপুনিও অনুগ্ৰহ কৰি সেৱা এভাগি জনাব বুলি আশা কৰিলোঁ । পুনৰ আপোনাক লগ পোৱাৰ আশা থাকিল । সেৱাহে🙏🙏🙏

  • @pbtiensgroup4208
    @pbtiensgroup4208 หลายเดือนก่อน

    Thank you so much. Jay Shree Ram . Jay Shree Hanuman ❤❤❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉

  • @maheshtalukdar4820
    @maheshtalukdar4820 2 หลายเดือนก่อน

    জয় শ্ৰী ৰাম জয় শ্ৰী হনুমান জয় সীতা মা

  • @monidevi95
    @monidevi95 2 หลายเดือนก่อน +1

    জয় শ্ৰী ৰাম জয় জয় বজৰঙবলী

  • @simakshikalita8319
    @simakshikalita8319 2 หลายเดือนก่อน +2

    জয় শ্ৰীহনূমান।। মই বহুত বিপদত‌ পৰিছো। মোৰ হৈ এবাৰ পঢ়িবছোন

  • @sabitaojah7925
    @sabitaojah7925 2 หลายเดือนก่อน +4

    আপোনাৰ কথাখিনিয়ে মনটোক সাহস যোগালে । মই মংগলবাৰে অসমীয়া হনুমান চালিছা পাঠ কৰো।

    • @magnum9750
      @magnum9750 2 หลายเดือนก่อน

      অৱধি ভাষাত লিখা মূল হনুমান চালিচা খনহে পঢ়ক।

  • @ATHENa-w1x
    @ATHENa-w1x 26 วันที่ผ่านมา

    মইও পঢ়ো যদিওঁ।মোৰ মনটো স্থিৰ নহয়।হয়তু সেইকাৰণেই আশাবোৰ পূৰণ নহয়।আপোনাক মই সুধিব খুজিছো যে মোৰ থাপনাত হনুমানৰ এখন ফটোৰ লগতে এটা পঞ্চমূখী হনুমানৰ মূৰ্তিও ৰাখিছো।আৰু ব্ৰক্ষ্মা বিষ্ণু মহেশৰ তিনিও ৰে এখন ফটোও আছে।তাৰ আশে পাশে লক্ষ্মী সৰস্বতী কোবেৰ গনেশ শিৱ ভগৱান উপৰিও এটি ৰাধা কৃষ্ণৰ প্লাষ্টিকৰ মূৰ্তিও থোৱা আছে।মই যদি ধূপ জ্বলাই ঈশ্বৰক স্তুতি প্ৰাৰ্থনা কৰো।সকলোৱে নাম লওঁতে লওঁতে প্ৰায় ধূপ কেইদালৰ আধা শেষেই হৈ যায়।হনুমানৰ ভগৱানৰ নাম কেতিয়াবা মাজত কেতিয়াবা আকৌ একেবাৰে শেষত হে লোৱা হয়।মোৰ একবছৰ মানেই হ'ল চালিশা পাঠ কৰি থকা।কিন্তু মই মাত্ৰ এবাৰহে পঢ়ো।শনিবাৰ বা মঙ্গলবাৰে।বা কেতিয়াবা আন বাৰতো।আগতে মই ৰাতিপুৱা সময় পালে ৰাতিপুৱাই পঢ়িছিলো।আৰু গধূলি সময় পালে গধূলি পঢ়িছিলো।কোনোবা এটা ইউটিউৱ চেনেলত কলে বুলে ৰাতিপুৱা হনুমান চালিশা ভূলটো পাঠ নকৰিব।সেইকাৰণে এইকিছুদিনৰ পৰা এৰাধৰা হ'ল।প্ৰায় বন্ধই হৈ আছে।কাবা এটা মই জনা নাই।হয়তু ত্যাগ স্বীকাৰো হব পাৰে।এনেলাগে যেন হনুমান মূৰ্তিখন ঘৰলৈ অনা দিনাৰ পৰাই মই ভালেমান ধাৰোৱা হে পৰিছো। বেংকত হিচাপ কৰি কৰি লোন লোৱা মানুহটোৱে কোনো হিচাপ নিকাচ নোহোৱাকৈ অধিক লোনৰ বোজাত পৰিছো।আৰু ভালেমানখিনি টকা আনৰ লগত সোমাই আছে ঘূৰাই পোৱাৰো খাখবৰ নাই ইত্যাদি ইত্যাদি।নিচা এৰো এৰো বুলি মনে বহুবাৰ পদক্ষেপ লওঁ।পূণৰ কিছুদিনৰ পিছত আকৌ একেই গতি হয়।বহু টকা লোন ধাৰত ফছি যোৱা বাবে কেতিয়াবা অনলাইন গেম খেলো।সেই তাতো আকৌ বাট কেনাহে লাগি ধৰে।এই অনলাইন গেমটো ঠিক পঞ্চমূখি হনুমান মূৰ্তিটো অনাৰ কিছুদিন আগৰ পৰা খেলিপালো।কিছুদিন লাভতে আছিলো লাহে লাহে সেইটোৰ কাৰণতো যথেষ্ট টকা নষ্ট হ'ল।বহু কথা বিৱৰণ আপোনাক মই কলো বৰ্তমান বহু দুধুৰ মূধুৰ হৈ আছে মোৰ জীৱন পৰিক্ৰমা।কি কৰিম বুজিবই নোৱাৰিছো।কেতিয়াবা এনে হয় ।প্ৰভু হনুমানকো খুজো যে এই অনলাইন গেমটোতেই মোক অলপ টকা জিকাই দিয়ক।যাতে বহতু সৰুসৰু ধাৰ কিছুমান মাৰি দিব পাৰো।নাই মৰাতু হয় যদিও আকৌ আন এফালৰ পৰা লব লগীয়া হয়েই।ইমানখিনি আপোনাক ভাঙিপাতি কলো।আপোনী মোক যিকোনো প্ৰকাৰে যিমান পাৰে কিছু পৰামৰ্শ দিব বুলি আশা কৰিলোঁ।জয় শ্ৰী ৰাম জয় সীতাৰাম।পৱনপুত্ৰ বীৰ শ্ৰী হনুমান জি কি জয়।ৰঘৃপতি পৰম ভক্ত জানকীৰ শুক নাশন শ্ৰী হনুমান জি কি জয়।সংকটমোচন মহাবীৰ বজৰংৱলী কি জয়।

  • @NiharDas-f1q
    @NiharDas-f1q 28 วันที่ผ่านมา

    জয় শ্ৰী ৰাম মোৰ নাম নিহাৰ জ্যোতি দাস ম ই এইবাৰ মেট্ৰিক পৰীক্ষা দিম মোৰ কাৰণে এগুচি চাকি জলাই দিয়ে যেন আশা কৰিলোঁ 🙏🙏🚩🚩

  • @jagatjyoti-lc9tv
    @jagatjyoti-lc9tv 2 หลายเดือนก่อน

    জয় শ্ৰী ৰাম। জয় বজৰংগবলী।🙏🙏🙏

  • @rumidas4087
    @rumidas4087 2 หลายเดือนก่อน +1

    সচা কথা জয় শ্ৰী ৰাম

  • @mainaborah6443
    @mainaborah6443 2 หลายเดือนก่อน

    দাদা বহুত ধন্যবাদ আপোনাক 🙏🙏🙏❤️❤️❤️

  • @alpanapakgharandvlog6312
    @alpanapakgharandvlog6312 2 หลายเดือนก่อน +1

    দাদা আপোনাৰ কথাখিনি বহুত ভাল লাগিল 🙏🙏🙏

  • @bhaktisagargroup
    @bhaktisagargroup หลายเดือนก่อน

    জয় বজ্ৰৰঙবলী জয় শ্ৰীৰাম 🙏🏻

  • @sangitaroy8098
    @sangitaroy8098 23 วันที่ผ่านมา

    Pun prothome apunaloi morom dada!...moi mur ghr khnr hoi apunr namghrt jn amr hoi Xewa loi mne apunr Dara amr prarthona kon kobo hujisu...mur ghrt bht toka poisa r khomoissa a dekha di ase...ovab,poisar dhar aru kaam bur t xofolota nahi badha bighini hn hoi heiye he apunaloi anurudh mur ghr khnr hoi apuni jn Xewa eta loi dhanyawad 😊

  • @ranimahanta7351
    @ranimahanta7351 2 หลายเดือนก่อน

    Bohut bhal lagil apunar kotha khini.Moiu Hanuman ji bohut biswas koru,manu 🙏🏻

  • @anamikasaikia3124
    @anamikasaikia3124 4 วันที่ผ่านมา

    Moi hanuman salisa manta at hdi matu baut vl hoisa mur nate jne medical admed huar pr bsala hanuman vaktai jai hanuman ji❤

  • @hiyangkanatalukdar1828
    @hiyangkanatalukdar1828 2 หลายเดือนก่อน

    মই সদায় গধূলি পঢ়ো আৰু মঙ্গলবাৰে ৰাতিপুৱাও পঢ়োঁ

  • @rinkudas5760
    @rinkudas5760 2 หลายเดือนก่อน +2

    Bohut val upadakh paisu 🙏🙏🙏

  • @minudutta8768
    @minudutta8768 2 หลายเดือนก่อน +1

    মোৰ লৰাটোৰ বহূত অশান্তি হৈছে ।লগতে আমাৰো ।তুমি কিবা এটা কৰি দিবাছোন ।বহূত আশিবাদ পাবা ।

  • @nanigogoi3183
    @nanigogoi3183 2 หลายเดือนก่อน +1

    মোৰ ছোৱালীজনী বহুত দুখ আৰু সময্যা পৰিছে ।আপোনা নামঘৰত বন্তি দিবচোন ।

  • @sarajudas971
    @sarajudas971 2 หลายเดือนก่อน

    Apunaloi bhuot bohut bohut dhanibad thakil ai video diyar babe. Morigaon

  • @Xun12310
    @Xun12310 หลายเดือนก่อน +2

    Apuni name Ghar ot সেৱা kori dibo amr Ghar bohut axanti hoiase .deutai md khai axanti hoi ru aku Kam bon nkre ki ba kamot jate xot goti lge aru md tu jate ari diya ake bare jate ari diya drinks kora jate bondho kore Ghar khonot jate xanti ahe parthona koribo moiu jate job ata pau poha xuna kori .🙏🙏jai Bajrangbali

  • @nikunjalatapayun3039
    @nikunjalatapayun3039 2 หลายเดือนก่อน

    মই সৰু লৰাজনৰ কাৰণে বহুত কষ্টত আছোঁ।জয় শ্ৰীৰাম
    জয় হনুমান বাবা

  • @bonitaneog2046
    @bonitaneog2046 2 หลายเดือนก่อน +11

    Apuni kunkhn porhe ...moi horu akhn pohisu hobo ne ...2 din hoise 7 time ke pohisu apunar vdo pai ...vaal lagil apunar kothabur ...amaku akhirbad koribo ..sualir exm ase class 10. Aru tai health tu vale thake jate.🙏

  • @LakhimaiBordoloi-nk1zx
    @LakhimaiBordoloi-nk1zx หลายเดือนก่อน +1

    Prabhu apuni mur Loratur babe akhirbad janabosun. Loratu exjamp ahi ase keepa karibo joi shree ram joi shree Hanuman

  • @binitaborah8531
    @binitaborah8531 22 วันที่ผ่านมา

    Moiiu apunar namghorot xewa loi apunar agot mur prarthana khini kobo hujisu jikhini khomoysha moi vugi asu... Moi mur jibon t biya khetrot ba job r khetrot bohut badha bighini ahi porise.... Hoi tu khomoy loise val hbo buli akha korisu... Apuni mur monor parthona khini apuni apunar namghorot ag bohrai dye jen... Jai bajrangbali jai shree ram 🙏

  • @dipabhuyan3684
    @dipabhuyan3684 2 หลายเดือนก่อน +1

    ভাল লাগিলে ম ই মাজ মৈধে পঢ়ো আজি লৈকে এঘাৰ দন কৰা নাই কৰিব লাগিব আপোনি কৰাৰ দৰে বহুত বহুত কাম আছে কৰীবলৈ কৰিব পৰা নাই ধন্যবাদ

  • @dipagogoi8641
    @dipagogoi8641 27 วันที่ผ่านมา

    জয় শ্ৰী ৰাম🙏🙏🙏জয় হনুমান🙏🙏🙏

  • @pallabipolhazarika6047
    @pallabipolhazarika6047 2 หลายเดือนก่อน

    জয় শ্ৰী ৰাম🙏❤

  • @jayareepaulbose2629
    @jayareepaulbose2629 26 วันที่ผ่านมา

    Dada apunar video tu dekar pisot behaut ata akha paisu.....ki je korim behaut obosta beya mur husband job puwar babe behaut try kori ase bahirot kintu aku huwa nai ....pls dada apuni mur husbandor naamot ata pls pray kori ditok jate job pai jai...🙏🙏🙏

  • @bhairabgogoi7691
    @bhairabgogoi7691 หลายเดือนก่อน +1

    Jai Sri Hanuman.
    Jai Sri Ram.

  • @gunajitbarman2066
    @gunajitbarman2066 2 หลายเดือนก่อน +1

    Jai Siya Ram 🕉️🚩🙏🏼❤️ Jai Shree Mahabali Bajrangbali Hanuman Maharaj Ji 🕉️🚩🙏🏼❤️... Hanuman chalisa jetiyar prai a porhisu mur Life change hoi goise...Jai Ho mur Baba Hanuman Ji 🕉️🚩🙏🏼❤️

  • @anjaliroy4080
    @anjaliroy4080 13 วันที่ผ่านมา

    mor deutar bikh bemar mor deutar bikh bemar vl hoi joar krne apunar mndirt parthna krib prabhu

  • @dipabhuyan3684
    @dipabhuyan3684 หลายเดือนก่อน

    বহুত বহুত ধন্যবাদ

  • @rajumonisaikia989
    @rajumonisaikia989 2 หลายเดือนก่อน

    ❤জয় হনুমান বাবা ।মই কৰিম

  • @hrishi6946
    @hrishi6946 2 หลายเดือนก่อน

    Jai shree ram Thanks you universe Thanks you Unkul 🙏 🎉❤krepa kori day jan 🙏 🎉❤make aserbad kai day jan

  • @minakhikonwar8945
    @minakhikonwar8945 20 วันที่ผ่านมา

    জয় হনুমান 🙏🙏🙏

  • @swarnalataboruah8368
    @swarnalataboruah8368 20 วันที่ผ่านมา

    Jay shree ram Jay Shri bajrang bali Jay Bageshwar Balaji Maharaj 🙏🙏🙏

  • @DipaliHajong-dz9ys
    @DipaliHajong-dz9ys 21 วันที่ผ่านมา

    Jay siya ram Jay bageshwar baba