জীৱনত সফল হোৱাৰ মূল মন্ত্ৰ By Nitumoni Saikia

แชร์
ฝัง
  • เผยแพร่เมื่อ 31 ม.ค. 2021
  • ‪@nitumonisaikiaunofficial‬
    Follow me on instagram / saqlainmustakahmed
  • บันเทิง

ความคิดเห็น • 522

  • @missrekha7768
    @missrekha7768 2 ปีที่แล้ว +51

    "জীৱন থাকিলেহে জীৱিকা থাকিব" - হয় ।
    আপোনাৰ ভাষণ শুনিলে শুনি থাকিব মন যায় ।

  • @dhirendutta7989
    @dhirendutta7989 3 ปีที่แล้ว +131

    "সকলো কামৰে মূল্য আছে" ভাষণটো বহুমূলীয়া.....

  • @rubiduttasaikia3872
    @rubiduttasaikia3872 3 ปีที่แล้ว +49

    জীৱনত বোধৰ তাত্বিক সাৰমম্মৰে ভৰপুৰ ৰসাল ভাষনেৰে হৃদয় চুই গৈছে,ম ই মাজুলীৰ দুগৰাকি সন্তানৰ মাতৃ।আপোনালৈ বহু ত ধন্যবাদ।

  • @taralipathak3436
    @taralipathak3436 3 ปีที่แล้ว +88

    প্ৰিয় সাংবাদিক জন🥰

    • @vjrex
      @vjrex 2 ปีที่แล้ว +3

      Yes ba

    • @ruhicreation1207
      @ruhicreation1207 2 ปีที่แล้ว +1

      Yes.

    • @nirugayan275
      @nirugayan275 2 ปีที่แล้ว +1

      প্ৰিয় ,মৰমিয়াল সাংবাদিক জন

  • @shankarmali1615
    @shankarmali1615 2 ปีที่แล้ว +3

    বহুত ভাল লাগিল। আপোনা লোকৰ নিচিনা মানুহৰ এই অসমত বহুত প্রয়োজন।

  • @kabitamahanta674
    @kabitamahanta674 2 ปีที่แล้ว +122

    মোৰ প্ৰিয় ব্যক্তি। তেখেতৰ বক্তিত্বই মোক আকৰ্ষিত কৰে।

  • @Pok649
    @Pok649 3 ปีที่แล้ว +24

    ইমান সুন্দৰ ভাষণ ,শুনিলে শুনি থাকিবৰ মন যায় ।এই কথা খিনি হৃদয়ংগম কৰিব পাৰিলেহে এজন প্ৰকৃত মানুহ হ'ব পাৰিব ।

    • @nitishkalita7423
      @nitishkalita7423 2 ปีที่แล้ว

      Moi abar xuni thakile gom a napau Keita video ses hoi jae matha tu akdom thanda hoi jae mor ekhet or vaxon xunile .Bhogoban nitu dak xodai kuxole rakhiba 🙏🙏🙏

  • @nituchangmai3620
    @nituchangmai3620 2 ปีที่แล้ว +2

    অপ্ৰিয় হ'লেও সত্য যে সফলতাৰ সংজ্ঞা দিয়া ইমান সহজ নহয়!!অৱশ্যে কথাখিনি ভাল লাগিল।সাৰুৱা বক্তব্য।ধন্যবাদ তেওলৈ।

  • @rumadewri7161
    @rumadewri7161 3 ปีที่แล้ว +4

    আপোনাৰ বহুমূলীয়া ভাষণে সকলোৰে হৃদয় চুই গৈছে 😇🙏🙏।

  • @premahazarikia7094
    @premahazarikia7094 3 ปีที่แล้ว +31

    আমাৰ ঘৰৰ ওচৰৰে ভাল পৰিয়ালৰ উপযুক্ত অসম সন্তান নিতুদা

    • @prodipdutta9794
      @prodipdutta9794 3 ปีที่แล้ว +2

      ফোন নাম্বাৰ টো পাম নি

  • @somimaparbinsobruja5550
    @somimaparbinsobruja5550 2 ปีที่แล้ว +9

    মই আজিলৈ আপোনাক লগ পোৱা নাই কিন্তু লগ পাবলে বহুত বহুত মন আছে,আপোনাৰ কথা শুনিলে,শুনি থাকিবলৈ মন যায়,আপোনাৰ নিচিনা মানুহ আজিৰ দিনত সঁচাই কম আছে

  • @drs7522
    @drs7522 3 ปีที่แล้ว +3

    এনেধৰণৰ ভাষণ মোৰ সন্তানৰ বাবে বাস্তৱিকতে বিচাৰিছিলো, কিন্তু সময়োপযোগি ভাবে নাপালোঁ, এতিয়াও মুল্যবান বক্তৃতা ৰ বাবে শইকীয়া দেশলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ,এনে ধৰণৰ কথা কিছুমান ছাত্ৰ ক কবৰ বাবে তৃতীয় ব্যক্তি ৰ পৰামৰ্শ প্ৰদানে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।🙏👍

    • @drs7522
      @drs7522 3 ปีที่แล้ว +2

      শইকীয়া দেৱলৈ 🙏🙏

    • @pompithakuria4366
      @pompithakuria4366 2 ปีที่แล้ว

      @@drs7522 um

  • @priyansu6398
    @priyansu6398 3 ปีที่แล้ว +103

    কিন্তু ; ছাত্র ছাত্রী সকলে এই খিনি বুজি পাই, বুজি নাপাই তেওলোকৰ অভিভাবক সকলে। আপোনাৰ এইটো কেৱল ভাষণ নহয়৷ আপোনাৰ অতি দুৰ্লভ পাঠদান। আপোনালৈ 🙏🙏🙏

  • @maheswardeka9920
    @maheswardeka9920 2 ปีที่แล้ว +4

    (অষ্টম মান শ্ৰেণীৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় পৰ্যন্ত সামৰি)
    ছাত্ৰ ছাত্ৰ জীৱনত সফল পাৰিব তেতিয়া যেতিয়া ছাত্ৰ এজনে দৈনিক ৯/১০?১১ ঘন্টা অধ্যয়ন কৰিব, উৎকৃষ্ট মানৰ পাঠ্যপুথি পঢ়িব, পাঠ্যপুথিৰ অন্তৰ্গত পাঠসমূহৰ প্ৰতিটো বাক্যৰ অৰ্থ বুজি পাবলৈ বুজিবলৈ সক্ষম হ'ব । নুবুজাকৈ অধ্যয়ন কৰাৰ ফল শূণ্য । প্ৰথম লক্ষ্য হ'ল পাঠ এটাৰ ভিতৰত থকা কথা খিনি বুজি পোৱাটো । ইংৰাজী ব্যকৰণৰ নিয়মাবলী নজনাকৈ ইংৰাজী বাক্য গঠন কৰিব নোৱাৰি ।গতিকে, ছাত্ৰ ছাত্ৰী সকলে অষ্টম, নৱম মান শ্ৰেণীৰ পৰাই ইংৰাজী ব্যাকৰণৰ নিয়মাবলী শিকি বুজি ল'ব লাগিব । ছাত্ৰ ছাত্ৰী সকলে ইংৰাজী শিকিবলৈ হলে তেওঁলোকক পঢ়ুৱা শিক্ষকৰ ইংৰাজীৰ নির্ভুল জ্ঞান থাকিব লাগিব ।অপ্ৰিয় হলেও সত্য যে অসমৰ উচ্চ মাধ্যমিক পৰ্য্যায়ত ছাত্ৰ ছাত্ৰীক ইংৰাজী শিকাব পৰা শিক্ষকৰ সংখ্যা তাকৰ । চোৰ গলে বুদ্ধি উলিয়াই লাভ নাই । গতিকে, সময় থাকোতেই ছাত্ৰ ছাত্ৰী সকলে অধ্যয়ন কৰাৰ কৌশলবোৰ জানিব লাগিব আৰু হাতে কামে লাগি যাব লাগিব।

  • @manashsaikia8860
    @manashsaikia8860 2 ปีที่แล้ว +5

    আটাইতকৈ প্ৰিয় মানুহজন ❤️

  • @kalpananath391
    @kalpananath391 2 ปีที่แล้ว +5

    😭Jibon songram ot hari golu but ketiyau har namanu jibon thoka loi jibon mane tu songram. Apunar kotha bur muk jiyai thokar prerona jogale 😭💞

  • @udaykalita6319
    @udaykalita6319 3 ปีที่แล้ว +29

    আপোনাৰ বক্তব্য শুনিলে শুনি থাকিবৰ মন যায় দাদা । মুখ্য মন্ত্ৰীৰ লগত আপোনাৰ টক সো অনুষ্ঠান এটা চাব পালে বহুত ভাল লাগিব । আশা কৰো নিশ্চয় পাম ?

  • @ankurjyoticreation3126
    @ankurjyoticreation3126 2 ปีที่แล้ว +3

    আন্তৰিক ধন্যবাদ ছাৰ। কিমান প্ৰেৰণা পাইছোঁ আপোনাৰ কথাখিনিৰ পৰা সেয়া ভাষাৰে বুজাব নোৱাৰিম।

  • @shankarmali1615
    @shankarmali1615 2 ปีที่แล้ว +2

    সচাই আপোনাৰ কথাখিনিয়ে হৃদয় চুই গ'ল ।

  • @Suna_Khatun
    @Suna_Khatun 3 ปีที่แล้ว +15

    ধন্যবাদ sir 🙏🙏🙏 অতি সুন্দৰ মন্তব্য ভাল লাগিল

  • @dibyagogoi7823
    @dibyagogoi7823 3 ปีที่แล้ว +27

    নিতু মণি তোমাৰ বক্তব্য ই নৱপ্ৰজন্মক সৎজীৱন গঢ়িবলৈ প্ৰেৰণাদায়ক হৈ উঠক ভগৱন্তপুৰুষৰ ওচৰত প্ৰাৰ্থনা জনালো 🙏। আমি এগৰাকী অ:প্ৰা:শিক্ষয়িত্ৰী।ফোনত তোমাৰ সৈতে এদিন কথা পাতিছিলো।মংগল কামনা কৰিলো।👍

    • @bonzobibek3863
      @bonzobibek3863 3 ปีที่แล้ว +1

      Nitu da o nbr tu dibo nki Baidau

    • @parimitadasofficial52
      @parimitadasofficial52 3 ปีที่แล้ว +1

      দাদা জন বহুত প্ৰিয় নম্বৰ টো কত পাম ?

    • @prodipdutta9794
      @prodipdutta9794 3 ปีที่แล้ว +1

      বাইদেউ নাম্বাৰ টো দিয়ক ছোন

    • @southmovies3241
      @southmovies3241 3 ปีที่แล้ว +1

      Begena dile jenei paisu

  • @surendrasarma3471
    @surendrasarma3471 2 ปีที่แล้ว +5

    বৰ সুন্দৰ অৰ্থবহ আৰু গুৰুত্বপূৰ্ণ ভাষণ, বহুত ভাল লাগিল ।

  • @gayatreekalita6459
    @gayatreekalita6459 3 ปีที่แล้ว +6

    Nitumoni sir apuni iman hundor bakteta dias jjj jibont katiau pahoribo nuara ...apunar ai baktetar joriote hakalua parona pabo.......you are great sir 👌👌👌👌...Mur I.P.S huar issha asa aru sir moi apunar baktetar joriota nija kanakoi lakhyat uponita hm tak thirang karibo parisu

  • @nituchangmai3620
    @nituchangmai3620 2 ปีที่แล้ว +2

    সফল হোৱাৰ মন্ত্ৰ দিয়াটো একেবাৰেই সহজ!কিন্তু বাস্তৱত ইমান সহজ নহয়।আজিকালি ভাষণ শুনাৰ দিন উকলিল।অৱশ্যে শইকীয়া দেৱক ধন্যবাদ জনালো।

  • @shahinurrahman5087
    @shahinurrahman5087 3 ปีที่แล้ว +64

    আপোনাৰ দৰে সুদক্ষ মানুহৰ আমাৰ সমাজত বহুত বেছি প্ৰয়োজন আছে।🙏

  • @dharam1107
    @dharam1107 2 ปีที่แล้ว +10

    আপোনাৰ ব্যক্তিত্ব আৰু স্বভাৱ কাৰণে আপোনাক শ্ৰদ্ধা আৰু সন্মান কৰোঁ । জয় আই অসম ।

  • @rinagogoi4853
    @rinagogoi4853 2 ปีที่แล้ว +2

    নিতুমনি নিতুমনি য়েই সকলোৱেই আদৰ্শ

  • @pankulphukan3138
    @pankulphukan3138 2 ปีที่แล้ว +3

    আটাইতকৈ প্ৰিয় মানুহ জন❤️❤️🙏

  • @manoranjanpegu3905
    @manoranjanpegu3905 2 ปีที่แล้ว +4

    100% সৰ্মথন কৰিছো দাদা।

  • @rabiulhussainahamed8943
    @rabiulhussainahamed8943 3 ปีที่แล้ว +3

    বহুত ভাল লাগিছে আপুনাৰ উপদেশমূলক ভাষণটো ।আপুনাৰ লগতে আৰু দশজন আগুৱাই যাব পাৰিব

  • @binuddeka7799
    @binuddeka7799 3 ปีที่แล้ว +4

    মোক সাহসী কৰি তুলিলে
    আপোনাৰ ভাষণে 🙏🙏
    ধন্যবাদ নিতুমনি দা

  • @AsthaMahanta
    @AsthaMahanta 2 ปีที่แล้ว +2

    আপোনাক বহুত বহুত ভাল লাগে ।

  • @ranjubhuyan262
    @ranjubhuyan262 10 หลายเดือนก่อน +1

    আপোনাৰ বহুমূলীয়া ভাষণ আমাৰ হৃদয় চুই যায় ।

  • @sauravgogoi1471
    @sauravgogoi1471 9 หลายเดือนก่อน +3

    One of the most inspirational person in Assam👌🏼👏😇🥰💕

  • @irfanvolgs1180
    @irfanvolgs1180 2 ปีที่แล้ว +2

    প্রিয় সাংবাদিক💓🙏

  • @ranjubhuyan262
    @ranjubhuyan262 10 หลายเดือนก่อน

    সততা আৰু সাহস নাথাকিলে এনে বক্তব্য ৰাখিব নোৱাৰে । নিতুমনি শইকীয়া দেৱক লগ পাবলৈ মন যায় ।তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ।

  • @Bordoichila
    @Bordoichila 3 ปีที่แล้ว +2

    সঁচাকৈয়ে আপোনী মহান

  • @palkidas3336
    @palkidas3336 3 ปีที่แล้ว +75

    Dada আপুনি এবাৰ বিজনীত আহিছিল ,আপোনাৰ ভাষন বিলাক এতিয়া মনত পৰে, আপোনাৰ কথা কোৱা style বহুত ভাল লাগে ,আপোনাৰ সাহস আছে ,আপোনাৰ news এ অসমক আগুৱাই নিব....

  • @gitikadevi877
    @gitikadevi877 ปีที่แล้ว

    সুন্দৰ বক্তৃতা। জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত বহুত প্ৰয়োজন ছাৰ।

  • @jabedali9128
    @jabedali9128 2 ปีที่แล้ว +4

    One of the favorite man in assam

  • @travelvlogs5093
    @travelvlogs5093 2 ปีที่แล้ว +4

    নৈতিকতা আৰু মূল্যবোধৰ অভাৱ হৈছে আজিৰ ছাত্ৰ ছাত্ৰীৰ মাজত।

  • @joysrikakoti6746
    @joysrikakoti6746 2 ปีที่แล้ว +2

    মোৰ প্ৰিয় ব্যক্তি জন যাক মই সদায় অনুসৰণ কৰো ।

  • @saitanyadeka4290
    @saitanyadeka4290 2 ปีที่แล้ว +3

    আপোনাৰ চেনেলটো পাই মোৰ বহুত ভাল লাগিল।মোৰ প্রিয় সাংবাদিক জন।

  • @nishikeshkakati3275
    @nishikeshkakati3275 2 ปีที่แล้ว +2

    আপোনাৰ ভাষন মোৰ বহুত প্ৰিয় 🙏🙏

  • @heujmajuli2977
    @heujmajuli2977 2 ปีที่แล้ว +3

    বৰ্তমান আমাৰ ৰাজ্যত নিতুদাৰ নিচিনা ব্যক্তিৰ অতি আবশ্যক।

  • @KrishnaDas-nz9vo
    @KrishnaDas-nz9vo 3 ปีที่แล้ว +4

    ধন্যবাদ । হৃদয় চুই গৈছে

  • @perveenkhatun9333
    @perveenkhatun9333 3 ปีที่แล้ว +6

    Nice your speech 100% real

  • @sewalihaloi5090
    @sewalihaloi5090 2 ปีที่แล้ว +3

    মোৰ প্ৰিয় ব্যক্তিজন😊

  • @kushalnath4652
    @kushalnath4652 2 ปีที่แล้ว +2

    আপুনি নিউজ লাইভত থকাৰ পৰা আপোনাৰ পৰা আজিলৈকে বহু কথাই শিকি আহিছোঁ । দূধনৈ মহাবিদ্যালয়ত মাননীয় হোমেন বৰগোহাঞি দেৱৰ দৰে এজন বিদগ্ধ পণ্ডিতে আপোনাৰ দক্ষতাৰ কথা চিকাৰ কৰিছে । এজন প্ৰকৃত মানুহ হোৱাৰ পথপ্ৰদৰ্শক হিচাপে বৰ্তমান সময় আপোনাৰ আদৰ্শ অনুসৰণ কৰি আহিছোঁ ।

  • @novel125
    @novel125 3 ปีที่แล้ว +4

    আপোনাৰ দৰে মানুহ আমাৰ সমাজৰ গৌৰব ।।

  • @rupaleekuch3404
    @rupaleekuch3404 3 ปีที่แล้ว +4

    অসমৰ আৰু আসমীয়াৰ গৌৰব আপুনি নিতুমনি দা......

  • @arupmixvlogs8681
    @arupmixvlogs8681 2 ปีที่แล้ว

    Bohut val lagil bohut hikibo parilu Tq so much

  • @jurannath5467
    @jurannath5467 2 ปีที่แล้ว +3

    মোৰ প্ৰিয় এই ব্যক্তিজন।😍😍

  • @rijumanirajbongshi403
    @rijumanirajbongshi403 3 ปีที่แล้ว +79

    আপোনাৰ দৰে মানুহ আমাৰ সমাজত বহুত প্রয়োজন

    • @nextwayeducrafts5567
      @nextwayeducrafts5567 2 ปีที่แล้ว +1

      I don't think, he is from his heart. He is good businessman. Selling.

  • @moromiboro2842
    @moromiboro2842 3 ปีที่แล้ว +7

    Nitumoni sar আপোনাৰ মন্তৱ্য খিনি আমাক সাহস দিয়ে!! আপোনালোকৰ কিছুমান কথা শিকিৱ পৰাটু আমাৰ দায়িত্ব প্ৰত্যকৰে নিচ্ছয় ই এক শিক্ষা বুলি ভাৱো !! 🙏🙏

  • @medhilogichouse7859
    @medhilogichouse7859 ปีที่แล้ว

    এতিয়া আপোনাৰ পৰা জীৱনৰ মূল মন্ত্ৰ ল'ব লাগিব। ইমানেই যদি জানে। আপুনি আপোনাৰ জীৱনৰটো সফল হোৱা বুলি ভাবে নে।

  • @brajennath3818
    @brajennath3818 2 ปีที่แล้ว +1

    Good advice sir

  • @gautambora403
    @gautambora403 2 ปีที่แล้ว

    অতি সুন্দৰ মন্তব্য।নিতু দা আপোনাৰ কথাই আমাক সহাঁৰি দিব।।।

  • @deepagogoi-dp2wi
    @deepagogoi-dp2wi ปีที่แล้ว

    আপোনাৰ মূল্যবান কথাখিনি নিশ্চয় সাৰুগত কৰি জীৱনত আৰু এখোজ আগবঢ়ি যোৱাৰ সাহস পালোঁ। এইদৰেই আপুনি আমাৰ জ্ঞানৰ উৎস হৈ থাকক । ভগৱানে আপোনাৰ মংগল কৰক তাৰেই প্ৰাথনা কৰিলোঁ।

  • @pranitasaikiabora1482
    @pranitasaikiabora1482 3 ปีที่แล้ว +4

    অতি সুদৰভাষন আগবঢ়াইছে ।বৰ্তমান সময়ত এই উপদেশবিলাকৰ যথেফ্ট প্ৰয়োজন আছে ।

  • @glorishamuchahary6695
    @glorishamuchahary6695 3 ปีที่แล้ว +16

    Very good advice thank you brother

  • @jerifawahid2423
    @jerifawahid2423 2 ปีที่แล้ว +1

    M y favorite journalist,apunar nisina manuh Amar সমাজত লাগে

  • @manojgogoi4222
    @manojgogoi4222 3 ปีที่แล้ว +2

    Mur val loga priyo hangbadik jon, antor sui jai apunar kothare, hokolu manuhei jodi apunar dore holhoi, akhom khon hantit thakil heten

  • @bumonvlogs3222
    @bumonvlogs3222 2 ปีที่แล้ว +1

    আপোনাৰ কথাবোৰ শুনি ভাল লাগে। আপোনাৰ সুন্দৰ কথাখিনি সকলোৱে আদৰ্শ বুলি ভাবি ললে বহু উপকৃত হব।

  • @monjurahmed2557
    @monjurahmed2557 2 ปีที่แล้ว +3

    প্ৰিয় সাংবাদিক ❤️

  • @manashdutta9589
    @manashdutta9589 2 ปีที่แล้ว +2

    Nitu daa apuni mahan mnnuh ... God bless you nitu daa..

  • @devajitmahanta
    @devajitmahanta 2 ปีที่แล้ว +12

    Good motivational speech. APJ Kalam said "Bet brain of the Nation we may found last benches of the class room....."

  • @INDIANXxhgpp9907
    @INDIANXxhgpp9907 2 ปีที่แล้ว +2

    💜💜💜10:30 jiwan thakilehe jiwikar mulyo ase

  • @chillvibe___8938
    @chillvibe___8938 3 ปีที่แล้ว +10

    Great sir🙏

  • @dipikamili5052
    @dipikamili5052 2 ปีที่แล้ว +2

    Very good sir 👌🙏👌

  • @ganeshpegu3065
    @ganeshpegu3065 2 ปีที่แล้ว +1

    Sokupani ulal sir...... ❤️❤️❤️❤️❤️❤️

  • @ajijulhaque1173
    @ajijulhaque1173 3 ปีที่แล้ว +3

    মোৰ হৃদয়ৰ অপোন মানুহজন।

  • @binoyhazarika6054
    @binoyhazarika6054 3 ปีที่แล้ว +22

    অতি সুন্দৰ কথা কৈছে আপুনি ৷ কিন্ত আজিৰ দিনৰ কেইজন লৰাছোৱালীয়ে আদৰ্শ গ্ৰহণ কৰে ? আজিৰ দিনৰ লৰাছোৱালীয়ে বিচাৰে এটা Android মবাইল মাথোঁ ৷

  • @upasanagogoi7298
    @upasanagogoi7298 2 ปีที่แล้ว +4

    মোৰ প্ৰিয় সাংবাদিক জন 🥰

  • @vjrex
    @vjrex 2 ปีที่แล้ว +2

    Yes sir you best 🙏🙏

  • @palashborah8609
    @palashborah8609 2 ปีที่แล้ว +1

    Dhuniya lagise aponar kthabor khuni

  • @bubulbaruah4926
    @bubulbaruah4926 3 ปีที่แล้ว +7

    আপুনি ‌অসমৰ সন্মানীয় এজন।🌱🌹

  • @thevillagelifewithastudent2693
    @thevillagelifewithastudent2693 ปีที่แล้ว +1

    ছাৰ আপোনাৰ পৰা মই বহু অনুপ্ৰাণিত হৈছোঁ। যাৰ বাবে মই আজিও পঢ়িব পৰিছো।🙏🙏

  • @deepanjaligarh4544
    @deepanjaligarh4544 3 ปีที่แล้ว +33

    Great Speach 🔥🔥 Nitumoni sir

  • @aditinath1756
    @aditinath1756 2 ปีที่แล้ว

    Bohut val lagil..

  • @dimbeswarhazarika3202
    @dimbeswarhazarika3202 2 ปีที่แล้ว

    ভাল লাগিল বহুত বহুত ধন্যবাদ

  • @luckyhazarika9145
    @luckyhazarika9145 3 ปีที่แล้ว +10

    My favorite nitumoni sir ❤️

  • @jituartcreation6301
    @jituartcreation6301 3 ปีที่แล้ว +7

    You are great sir

  • @debojanigogoi5991
    @debojanigogoi5991 2 ปีที่แล้ว +2

    ভাল লাগিল সুন্দৰ👌

  • @nijorabarman8585
    @nijorabarman8585 2 ปีที่แล้ว

    ভাল লাগিল বক্তৃতা শুনি

  • @khirudboruah1572
    @khirudboruah1572 2 ปีที่แล้ว +2

    ভাল লাগিল দাদা ।

  • @ikbalhussain6943
    @ikbalhussain6943 2 ปีที่แล้ว +2

    God bless you sir👍👍👍🙏🙏🙏🙏🙏

  • @nilanjanadevi2184
    @nilanjanadevi2184 3 ปีที่แล้ว +8

    Always favourite❤

  • @karunamaydas3584
    @karunamaydas3584 3 ปีที่แล้ว +3

    নমস্কাৰ
    আপোনাৰ ভাষণ বহু মূল্যৱান

  • @syabankr.mohela975
    @syabankr.mohela975 2 ปีที่แล้ว +5

    বহুত. ভাল. লাগিল🙏🙏

  • @abinashbora2999
    @abinashbora2999 2 ปีที่แล้ว

    Bhut val lagil sir apuner spece2 huni ru olp val giyan palu 🙏🙏

  • @JSBMCreativeAngel
    @JSBMCreativeAngel 2 ปีที่แล้ว +1

    অন্তৰ চুই গ'ল..... ধন্যবাদ জনাইছো

  • @runukuli2071
    @runukuli2071 3 ปีที่แล้ว +1

    খুব গুৰু্বপূৰ্ণ কথা। আপোনাৰ ভাষণ শুনি খুব ভাল লাগিল।

  • @pranabkachari4789
    @pranabkachari4789 3 ปีที่แล้ว +6

    Great Sir

  • @khodezanazneen1768
    @khodezanazneen1768 ปีที่แล้ว +2

    very very inspirational speech. Thanks Sir.

  • @ityadi1225
    @ityadi1225 ปีที่แล้ว

    আপোনাৰ কথাখিনি যদি ছাত্ৰ-ছাত্ৰী সকলে গুৰুত্ব দি জীৱন বাটত আগবাঢ়ে সফল হবয়৷

  • @promodborah3768
    @promodborah3768 ปีที่แล้ว +2

    Val kotha koise

  • @trishnanubezbourah7306
    @trishnanubezbourah7306 2 ปีที่แล้ว +1

    All time favourite sir

  • @khirojsvlog7180
    @khirojsvlog7180 2 ปีที่แล้ว +1

    So intaresting

  • @rupaligogoi6818
    @rupaligogoi6818 3 ปีที่แล้ว +25

    আপোনাৰ ভাষণ বহু সুন্দৰ ।শুনি ভাল লাগিল ।