ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
হেৰোৱা নাই.. লুকুৱাই থৈছে.. জেইলৰ পৰা ওলোৱা পাছত কাম আহিব 😅😅
Right
Umm take😂
Take😂😂😂😂
একো হেৰুৱা নাই , লুকাই থৈছে কৰবাত এই জনী কথা শুনে নেকি ? বতমাচ মাইকী
এই জনীক আৰু ৰাইজে অভিনেত্ৰী হিচাপে আদৰি লব নালাগে।
জেইলত কয়দীৰ পচন্দ মতে খানা যোগান ধৰে বুলি আজিহে জানিলোঁ । অহাকালি আনজনী হত্যাকাৰিনীয়ে) কব মোক বিৰিয়ানী আনি দিয়ক😂
বান্দৰ কেকোৰা আৰু বিহলঙনীৰে কোবালে হীৰাৰ আঙুঠি ওলাই যাব।লুকুৱাই থৈ মিছা মাতিছে।চুমীয়ে টি ভিত দিয়া সাক্ষাতকাৰত দেখোন চুমি আৰুতাৰ্কিকৰ ইচ্ছামতে হৈছিল বুলি কৈছিল এতিয়া মিছা মাতিছে হাৰামজাদীজনীয়ে।সাংবাদিক চক্ৰপাণি পৰাশৰে চুমীৰ ককায়েকৰ মেডিচিনৰ দোকানখন ত সাক্ষাৎকাৰ লোৱা দেখা পাইছিলো।
Plau dile kio
Na na. Jegat bhut jolokia logai dilei everything will be clear.
Angothi ulai jabo electric shock dile😂😂😂
ভালকে এপিতন দিলে হীৰাৰ আঙঠি ওলাই যাব।
এইজনী সচাকে বৰ নতঙ্গী দেই
এই জনিয়ে আঙঠিতো লোকোৱাই থৈছে, পিটন দিলে ওলাই যাব।
আঙুঠিটো হেৰোৱা নাই, লুকাই হে আছে অকণমান
আঙঠি হেৰুৱা নাই জেলৰ পলাই উলাই ভিক্ষাৰী হৈ যাব যে বিক্ৰী কৰি খাব
চুমীৰ সেইখনৰ বাবেই বিশালে সকলো হেৰুৱালে
আম্বানীৰ জীয়েক ।
অ শকুন্তলা দুস্মনতৰ দিয়া আঙুঠিতু ক'ত হেৰুৱালা
ইহঁতক গৰু পিতন দিছে নে নাই দিয়া সেইটো লাগে।বিশালে নকয় নৱম শ্রেণীতেই বিবাহ বিচ্ছেদ হোৱা মৰমৰ বায়েকৰ কথা আকৌ বায়েকে নকয় ভায়েকৰ কথা।এইবোৰ কিহৰ নাটক কৰি আছে মানে আৰক্ষীয়ে ৫ দিন যেনে তেনে যি তি কৰি জেৰা চলোৱাৰ নামত ফৌ ফৌ ফৌ।বহুতেই কব বিচাৰিছে ৰাতি ৰাতি প্রেম পিৰিতি জাগিছে নিকি NH52 ত।৫/১০ হাজাৰ টকা চুৰ কৰা বোৰক বা হাঁহ,পাৰ চুৰ কৰা বোৰক পিতি পিতি লেঙেৰা লগতে চকু মুখ ফোলাই দিয়া হয়।তেতিয়া সিহঁতৰ উপৰত ধাৰা উপৰত ধাৰা ভালকৈ লগাব জানে।হাজাৰ হাজাৰ কৌটি কেলেংকাৰী কৰা বাবে আৰক্ষীয়ে বাকলি গোচোৱা কলৰ টুকুৰা,আপেলৰ টুকুৰা খুৱাই উৎসাহ উদ্দিপনা যোগোৱা পৰিলক্ষিত হৈছে।সেইবাবে অপৰাধ কৰিলে হাজাৰটা পুলিচ কিনি লব পৰাকৈ অপৰাধ কৰিব লাগে তেতিয়া কোনো চিন্তাৰ প্রয়োজন নাই।অপৰাধীয়ে যি কয় সেয়াই সত্য হ'ব আৰু তাকেই মানি ল'ব আইন আদলতে।
অঙুঠিটো পলাই গল |
বান্দৰ কেকুৱা লগাই দিলে হীৰাৰ আঙঠি ওলাই যাব ।কান্দি ৰণ জিকিব আহিছে ।
Bhut jalakia diba lage tair pitha khanat...
মিছাৰ ওপৰত মিছা মাতি আছে চুমিয়ে।
এইবোৰ নাটক ! যিমান পাৰি শাস্তি প্ৰদান কৰিব লাগে
তাইক চুৱাত পাটতোৰে কুবালে শিৰা আঙঠি উলায় জাব
নেহাঁহি নোৱাৰিলো 😅😅😅
ইমান মূল্যবান আঙুঠি হেৰুৱাব লৈ ,তাই ইমান জধলি নে?ইমান জধলি যদি,কেনেকৈ ইমান বিলাসী বিয়া পাতিলে। দেশ,বিদেশত ভ্ৰমণ কৰিলে।কত,লুকুৱাই থৈছে, সেই টো জেৰা কৰিব লাগে।আঙুঠি উলিয়াই নিদিয়া লৈকে,লকাপত ৰাখিলে,বাপ বুলি উলিয়াই দিব।
এৰাপাই আমাক হে ১ টকাও জোৰকৈ দিয়া পাতিলোৱা ভাইটি নাই ।
ফাঁচি দিয়ক অ । আমনি লাগিছে আৰু লাজ লাগিছে। অসম খন অশুছি কৰিলে। এই নাৰীবোৰৰ বাবে আৰু দেখি নোপোৱা মাক দেউতাকৰ মৰম স্নেহ কেইটা।
মই বিচাৰি যাম, বিক্ৰী কৰি ট্ৰেডিং খুলিম, সাধাৰণ ৰাইজক ঠগি ঠগি খাম 😂😂😂😂😂
হেৰুৱা নাই। মানুহ ইমান মুৰ্খ নহয় ।এতিয়া ও তাই লোভ সামৰিব পৰা নাই। অতি চতুৰ ছোৱালী। ভাবিছে সকলো শেষ। পাছত মই কেনেকৈ চলিম। সেই বাবেই হীৰাৰ আঙুঠি হেৰাই বুলি কলেই আৰক্ষী ও বিচাৰ নকৰিব কোনেও বিচাৰ নকৰিব। তাই ভাবিছে জীৱন টো বহুত দীঘলীয়া অন্তত পাছৰ দিনবোৰত চলিব পাৰিম আঙঠি টো বিক্ৰী কৰি।
ইমান সুধিব দৰকাৰ নাই পিতন দিলেই হ'ল
চুমি মিছলিয়া
It is imposible...😮😮😮
Wah sumi tumi a koisila destination biya patar hopun asil etiya koisa vishal brother jur koi pati dise o my dogs 😂😂😂
আঙঠি হেৰুওৱা বুলি মিছা মাতিছেগৌৰৱেৰে সাংবাদিকক কৈছে তাইৰ হেনো সতি-সন্ততিক নিজৰ তেনে দামী বিয়া দেখুৱাব,,আৰু বিশাল ক দোষ দিছে এতিয়া😡
Raijor avixapot xoti xontuti hboloi paine npai ba
Bishal sumir boy friend 😂
চুমি বৰা আৰু তেওঁ লোকৰ কোম্পানীত জৰিত লোক সকলৰ প্ৰতি প্ৰশাসনৰ একাংশ কৰ্তৃত্ব শীতল বিষয়াৰ অহৈতুক প্ৰীতিৰ বাবে ভয়ংকৰ ঘটনাটো বুমেৰাং হোৱা সম্ভাৱনা ই অধিক ইয়াতো ৰাজনৈতিক আহিলা হিচাবে পৰিস্থিতি সাপেক্ষে ঢাল হিচাবে ব্যৱহাৰ কৰাৰ পুৰা মাত্ৰাই আশঙ্কা আছে । অন্যান্য আনুসংগিক কথাবোৰতো আছেই। গতিকে এতিয়াৰ ৰাজনৈতিক আৰু সামাজিক আৰু প্ৰশাসনিক অস্থিৰ অৱস্থাৰ দোহাই দি এটা বিৰাট শূন্যৰ বাহিৰে আন একো নহ'ব বুলিয়ে ঠাৱৰ কৰিব পৰা হৈছে ।
সেই মূল্য চুমিৰ বাবে 76000 টকাৰ সমানো নাছিল আজিৰ পৰা বিশ দিনলৈকে ৷
মিছা কথা কবও তো পাৰে!মিছা কথা কৈছে আৰু!জীবনত অকল সুখেই পাব লাগিব বুলি কথা নাই।ভাল%মানুহে সকলো সুখ দুখ মূৰ পাতি লয়।মই মোৰ"মানুহ জনীকে কাহানিও সচা কথা কৈ পোৱা নাই।কাৰণ তিৰী চৰিত্ৰৰ"বিষয়ে মোৰ জনা"আছে।
উকিলৰ ফিজ দিছে😂
অ চুকুন তলা দুচ্চমন্তৰ আঙঠী কতে শেৰুৱালা
লুকুৱাই ৰাখিছে
বহুত মিছলীয়া হীৰাৰ আঙুঠি হেৰুৱাইছে বোলে কথা কয় I
এইজনীৰ দাদা বৌৰ কি হ'ল?? সেই কেইটাক বিচাৰি নাপাবই নেকি
জেলৰ ভিতৰত সুখৰ ভাত লাগে মন পচন্দ
তাইযিচোৰ,ভুমিতলুকঙৱাইছে।ঠিক,পিটনদিবলাগে,মামাই,ক্ইছেদুষিক,শাস্তিদিমেই,
পিতন দিলে ওলাই যাব।
76 লাখ টকাৰ হিৰাৰ আঙঠি হেৰাইছে আমাৰ হে বুকু হম হমাইছে সিহঁতৰ কি আছে চোৰ বোৰৰ কোটি কোটি টকা আমাৰ হে লৰা এটা বাহিৰত পঢ়াবলৈ চিন্তা
নাঙঠ কৰি পিটন দে উলিয়ায় দিব।
নাখালে নাই বিয়া ঘৰত আছে বুলি ভাবিছে জেলত আছে যে পাহৰি গল । বেয়া কাম কৰোতে কাৰ কথা ভাবিছিলি
এইক্ওলিয়াই,দিয়ক্একেমাৰে,মাৰিব,ৰাইজে।বনৰী।ৰ্,অৰ,নাচ,পকৰ,হিলাই,।পামলোৱা
কোনোবাই যদি হেৰুৱা সামগ্ৰী পাইছে ওভতাই দিয়াটো যুগুত হব যেন অনুমান হয় কাৰণ যি উপহাৰ পাইছে তেওঁহে গৰাকীঅন্যৰ হাতত শুভা নপাবযেনেই লাগে চোন
বিচাৰিব লাগিব আঙুঠি টো। মাল কমাব লাগিব । কত পৰিল বা । কামত লাগিব লাগিব আজিৰ পৰা । বানিপুৰ পিপল গছৰ তিনি আলি ওচৰত পৰিল niki
ভাতৰ লগত প্ৰচাব কৰি খোৱা ব লাগে।
Misa kotha lukai asa
আনৰ টকা খোৱা মজাই বেলেগ
আৰু বহুত কিবাকিবি বোৰ হেৰাব,দুখীয়াৰ টকা নহয় যেতিয়া আমাৰনো কি ডাল যায়,,,,
Wah police a pulao jugar korise
জেলত সোনৰ বিছনা এখন লাগিছিল মামাক কলেই হল মামাই দিব
Surunik pulau khuwai ki dekhuwaise dibrugarh thanai ?
তাৰ কি দৰকাৰ আচিল জেলত শিৰা আঙঠি পিন্ধিবলৈ মিচা
ভালকৈ পিতন দিব লাগিব
Ami Hadharan raije eko nejano khana hale quality fresh thaka diba lagiba bass heituye jano. 4:15
তাইৰ,ভূমিত,থলেও,সচাকথা,নকয়,বনৰীজনীক।আৰুজেলতেই,ৰাখক। মই মামাক্অনুৰোধ,জনাম 4:42
Bishale etiya he valke sini pabo sumik
Good nice
Khana Online order kori dibo Zomato pora😂😂😂
doctor actor sobore naam bur prakakh hobo lage
Doctore misa koise jen lagise
গুু খাবা দি সিহতক
Dusat man di dile kot lukuyai those koi dibo
2 saat man koti tikat porile khosa kobo
Moja😂😂
Aijonia missa kotha koise lukuai thoise tar manutua ki koi taku hudhibo lage
Missa kotha,.loraburok hodai enekuwai fosai suwalibure,..
Good
Jail pora ulw pst sei 2 besi soliba ru jibn2 seikrne thai ahise kbt....
Really .? .
Bohut bhal lagile apunar kotha khunu kebol night hole bhal Lagib GD luk...apunak
সেই একেলুৱা জনীৰ হাতত আঙুঠি হেৰুৱা নাই লুকুৱাই ৰাখিছে
3rd degree dilei ulai jabo hirar anguthi.
Ajir jugot 100 Toka herale mnuh kiba hoi jai 76 l dimnd ring herale so funny 😂
Palu de kiba ke moi kot bikim etiya 5L paleo hobo
Kar ghorot thoi se dujat di hufhile ulau jabo😂
Kio pulaw khuwaise, heito panishment hol janu?
Misa kotha heruwa nai lukai thoise
Ako result nolai...sab essa nohua hoise
Police dile ne ayto upajugta bodhito
আচলতে কৰবাত বিক্ৰী কৰিছে ছাগে কাৰণ পলাই ফুৰা কেইদিনত টকা প্ৰয়োজন হোৱা বাবে
৭৪ লাখ টকাৰ হীৰাৰ আঙুঠি মই শুনিয়েই বেহুচ
Aku herua ni hirar ring ata kunubai jodhe modhe narakhe j heruabo tate emn expensive ti lukuai thoise😂
ইহঁতক ইলেকট্ৰিক চক দিলে সকলো কথা বমি কৰি দিব।নহলে কাম নাই।
আঙুঠি টোৱেও লুকাই আছে ,পাছত ওলাব 😂
Aru mosola pawk besi utpat bahisile nohoi
Misa kotha koise sumi borai
Valo
Kela ki khai ki nekhai Amar ki ahe jabo....
News live kot gol news diya nai
Ring 💍 tu kot heruwala kunubai paise jdi ghurai diyak ane bhut tenson hoi ase .
Comment porhiba Aha xokola Ata like kora
Bisale diya Angothi Heraboi Nuware Karon Iman Moromor
Misa kotha
Piton di diyak ulai jbo
Miss kotha lukuyai those police lbo buli tai hat ase
Crodail tear ,Mrs. Sumi bora
Herai juwa nai heruwai thuwa hoisea ...
তাই মিছা মাতিছে
হেৰোৱা নাই.. লুকুৱাই থৈছে.. জেইলৰ পৰা ওলোৱা পাছত কাম আহিব 😅😅
Right
Umm take😂
Take😂😂😂😂
একো হেৰুৱা নাই , লুকাই থৈছে কৰবাত এই জনী কথা শুনে নেকি ? বতমাচ মাইকী
এই জনীক আৰু ৰাইজে অভিনেত্ৰী হিচাপে আদৰি লব নালাগে।
জেইলত কয়দীৰ পচন্দ মতে খানা যোগান ধৰে বুলি আজিহে জানিলোঁ । অহাকালি আনজনী হত্যাকাৰিনীয়ে) কব মোক বিৰিয়ানী আনি দিয়ক😂
বান্দৰ কেকোৰা আৰু বিহলঙনীৰে কোবালে হীৰাৰ আঙুঠি ওলাই যাব।লুকুৱাই থৈ মিছা মাতিছে।চুমীয়ে টি ভিত দিয়া সাক্ষাতকাৰত দেখোন চুমি আৰুতাৰ্কিকৰ ইচ্ছামতে হৈছিল বুলি কৈছিল এতিয়া মিছা মাতিছে হাৰামজাদীজনীয়ে।সাংবাদিক চক্ৰপাণি পৰাশৰে চুমীৰ ককায়েকৰ মেডিচিনৰ দোকানখন ত সাক্ষাৎকাৰ লোৱা দেখা পাইছিলো।
Plau dile kio
Na na. Jegat bhut jolokia logai dilei everything will be clear.
Angothi ulai jabo electric shock dile😂😂😂
ভালকে এপিতন দিলে হীৰাৰ আঙঠি ওলাই যাব।
এইজনী সচাকে বৰ নতঙ্গী দেই
এই জনিয়ে আঙঠিতো লোকোৱাই থৈছে, পিটন দিলে ওলাই যাব।
আঙুঠিটো হেৰোৱা নাই, লুকাই হে আছে অকণমান
আঙঠি হেৰুৱা নাই জেলৰ পলাই উলাই ভিক্ষাৰী হৈ যাব যে বিক্ৰী কৰি খাব
চুমীৰ সেইখনৰ বাবেই বিশালে সকলো হেৰুৱালে
আম্বানীৰ জীয়েক ।
অ শকুন্তলা দুস্মনতৰ দিয়া আঙুঠিতু ক'ত হেৰুৱালা
ইহঁতক গৰু পিতন দিছে নে নাই দিয়া সেইটো লাগে।বিশালে নকয় নৱম শ্রেণীতেই বিবাহ বিচ্ছেদ হোৱা মৰমৰ বায়েকৰ কথা আকৌ বায়েকে নকয় ভায়েকৰ কথা।এইবোৰ কিহৰ নাটক কৰি আছে মানে আৰক্ষীয়ে ৫ দিন যেনে তেনে যি তি কৰি জেৰা চলোৱাৰ নামত ফৌ ফৌ ফৌ।বহুতেই কব বিচাৰিছে ৰাতি ৰাতি প্রেম পিৰিতি জাগিছে নিকি NH52 ত।৫/১০ হাজাৰ টকা চুৰ কৰা বোৰক বা হাঁহ,পাৰ চুৰ কৰা বোৰক পিতি পিতি লেঙেৰা লগতে চকু মুখ ফোলাই দিয়া হয়।তেতিয়া সিহঁতৰ উপৰত ধাৰা উপৰত ধাৰা ভালকৈ লগাব জানে।হাজাৰ হাজাৰ কৌটি কেলেংকাৰী কৰা বাবে আৰক্ষীয়ে বাকলি গোচোৱা কলৰ টুকুৰা,আপেলৰ টুকুৰা খুৱাই উৎসাহ উদ্দিপনা যোগোৱা পৰিলক্ষিত হৈছে।সেইবাবে অপৰাধ কৰিলে হাজাৰটা পুলিচ কিনি লব পৰাকৈ অপৰাধ কৰিব লাগে তেতিয়া কোনো চিন্তাৰ প্রয়োজন নাই।অপৰাধীয়ে যি কয় সেয়াই সত্য হ'ব আৰু তাকেই মানি ল'ব আইন আদলতে।
অঙুঠিটো পলাই গল |
বান্দৰ কেকুৱা লগাই দিলে হীৰাৰ আঙঠি ওলাই যাব ।কান্দি ৰণ জিকিব আহিছে ।
Bhut jalakia diba lage tair pitha khanat...
মিছাৰ ওপৰত মিছা মাতি আছে চুমিয়ে।
এইবোৰ নাটক ! যিমান পাৰি শাস্তি প্ৰদান কৰিব লাগে
তাইক চুৱাত পাটতোৰে কুবালে শিৰা আঙঠি উলায় জাব
নেহাঁহি নোৱাৰিলো 😅😅😅
ইমান মূল্যবান আঙুঠি হেৰুৱাব লৈ ,তাই ইমান জধলি নে?
ইমান জধলি যদি,কেনেকৈ ইমান বিলাসী বিয়া পাতিলে। দেশ,বিদেশত ভ্ৰমণ কৰিলে।
কত,লুকুৱাই থৈছে, সেই টো জেৰা কৰিব লাগে।
আঙুঠি উলিয়াই নিদিয়া লৈকে,লকাপত ৰাখিলে,বাপ বুলি উলিয়াই দিব।
এৰাপাই আমাক হে ১ টকাও জোৰকৈ দিয়া পাতিলোৱা ভাইটি নাই ।
ফাঁচি দিয়ক অ । আমনি লাগিছে আৰু লাজ লাগিছে। অসম খন অশুছি কৰিলে। এই নাৰীবোৰৰ বাবে আৰু দেখি নোপোৱা মাক দেউতাকৰ মৰম স্নেহ কেইটা।
মই বিচাৰি যাম, বিক্ৰী কৰি ট্ৰেডিং খুলিম, সাধাৰণ ৰাইজক ঠগি ঠগি খাম 😂😂😂😂😂
হেৰুৱা নাই। মানুহ ইমান মুৰ্খ নহয় ।এতিয়া ও তাই লোভ সামৰিব পৰা নাই। অতি চতুৰ ছোৱালী। ভাবিছে সকলো শেষ। পাছত মই কেনেকৈ চলিম। সেই বাবেই হীৰাৰ আঙুঠি হেৰাই বুলি কলেই আৰক্ষী ও বিচাৰ নকৰিব কোনেও বিচাৰ নকৰিব। তাই ভাবিছে জীৱন টো বহুত দীঘলীয়া অন্তত পাছৰ দিনবোৰত চলিব পাৰিম আঙঠি টো বিক্ৰী কৰি।
Right
ইমান সুধিব দৰকাৰ নাই পিতন দিলেই হ'ল
চুমি মিছলিয়া
It is imposible...😮😮😮
Wah sumi tumi a koisila destination biya patar hopun asil etiya koisa vishal brother jur koi pati dise o my dogs 😂😂😂
আঙঠি হেৰুওৱা বুলি মিছা মাতিছে
গৌৰৱেৰে সাংবাদিকক কৈছে তাইৰ হেনো সতি-সন্ততিক নিজৰ তেনে দামী বিয়া দেখুৱাব,,আৰু বিশাল ক দোষ দিছে এতিয়া😡
Raijor avixapot xoti xontuti hboloi paine npai ba
Bishal sumir boy friend 😂
চুমি বৰা আৰু তেওঁ লোকৰ কোম্পানীত জৰিত লোক সকলৰ প্ৰতি প্ৰশাসনৰ একাংশ কৰ্তৃত্ব শীতল বিষয়াৰ অহৈতুক প্ৰীতিৰ বাবে ভয়ংকৰ ঘটনাটো বুমেৰাং হোৱা সম্ভাৱনা ই অধিক ইয়াতো ৰাজনৈতিক আহিলা হিচাবে পৰিস্থিতি সাপেক্ষে ঢাল হিচাবে ব্যৱহাৰ কৰাৰ পুৰা মাত্ৰাই আশঙ্কা আছে । অন্যান্য আনুসংগিক কথাবোৰতো আছেই। গতিকে এতিয়াৰ ৰাজনৈতিক আৰু সামাজিক আৰু প্ৰশাসনিক অস্থিৰ অৱস্থাৰ দোহাই দি এটা বিৰাট শূন্যৰ বাহিৰে আন একো নহ'ব বুলিয়ে ঠাৱৰ কৰিব পৰা হৈছে ।
সেই মূল্য চুমিৰ বাবে 76000 টকাৰ সমানো নাছিল আজিৰ পৰা বিশ দিনলৈকে ৷
মিছা কথা কবও তো পাৰে!মিছা কথা কৈছে আৰু!জীবনত অকল সুখেই পাব লাগিব বুলি কথা নাই।ভাল%মানুহে সকলো সুখ দুখ মূৰ পাতি লয়।মই মোৰ"মানুহ জনীকে কাহানিও সচা কথা কৈ পোৱা নাই।কাৰণ তিৰী চৰিত্ৰৰ"বিষয়ে মোৰ জনা"আছে।
উকিলৰ ফিজ দিছে😂
অ চুকুন তলা দুচ্চমন্তৰ আঙঠী কতে শেৰুৱালা
লুকুৱাই ৰাখিছে
বহুত মিছলীয়া হীৰাৰ আঙুঠি হেৰুৱাইছে বোলে কথা কয় I
এইজনীৰ দাদা বৌৰ কি হ'ল?? সেই কেইটাক বিচাৰি নাপাবই নেকি
জেলৰ ভিতৰত সুখৰ ভাত লাগে মন পচন্দ
তাইযিচোৰ,ভুমিতলুকঙৱাইছে।ঠিক,পিটনদিবলাগে,মামাই,ক্ইছেদুষিক,শাস্তিদিমেই,
পিতন দিলে ওলাই যাব।
76 লাখ টকাৰ হিৰাৰ আঙঠি হেৰাইছে আমাৰ হে বুকু হম হমাইছে সিহঁতৰ কি আছে চোৰ বোৰৰ কোটি কোটি টকা আমাৰ হে লৰা এটা বাহিৰত পঢ়াবলৈ চিন্তা
নাঙঠ কৰি পিটন দে উলিয়ায় দিব।
নাখালে নাই বিয়া ঘৰত আছে বুলি ভাবিছে জেলত আছে যে পাহৰি গল । বেয়া কাম কৰোতে কাৰ কথা ভাবিছিলি
এইক্ওলিয়াই,দিয়ক্একেমাৰে,মাৰিব,ৰাইজে।বনৰী।ৰ্,অৰ,নাচ,পকৰ,হিলাই,।পামলোৱা
কোনোবাই যদি হেৰুৱা সামগ্ৰী পাইছে ওভতাই দিয়াটো যুগুত হব যেন অনুমান হয় কাৰণ যি উপহাৰ পাইছে তেওঁহে গৰাকী
অন্যৰ হাতত শুভা নপাবযেনেই লাগে চোন