Thank you so much Everyone for your amazing response towards our "Premor Pakghar" . Big shout out to Tanmoy & Dhurba for this lovely song . Full song xunkaley d asu 🤗🤗🤗
"Tumake Napale" r dore hridoy sui jua song ata akou duya na amar majot 🙏 Khub val pao tumar voice ❤️❤️ Tumake Napale song2 ketiyaba Loop ot xuni thaku🤗🤗
কাহিনীটোৰ উপস্থাপন শৈলী অতি সুন্দৰ, প্ৰেমৰ অনুভব দুজনৰ মাজত বেলেগ আছিল যদিও শেষত প্রেমৰে জয় হোৱা দেখা যায়! আচলতে কি জানা ভাল লগা মানুহবোৰেই জীয়াই থকাৰ প্ৰেৰণাৰ উৎস।
সকলো কথা মুখেৰে কৈওঁ বুজাব নোৱাৰি নহয়, কিছুমান নিজেই নিজেই বুজিও ল'ব লাগে...😌 “আবেগত percentage নোলাই” I couldn't control my tears...🥺❤️ You guys are awesome… Thank you all ‘the team’ for gifting(us) such a beautiful short film...🌸💜
দাদা আৰু বা সকল, কবলৈ কোনো ভাষা নাই মোৰ আজি। কি কম, অসমীয়া Film industry আকৌ আগবাহিব তোমালোক থাকিলে ❣️❣️❣️❣️❣️❣️❣️, কিছূমান লিখিব নোৱাৰা প্ৰম মাজুলীৰ পৰা
Mrm valpwa bilak hdai anedore thakile jibont aru ki Lage,,heart touching ❤❤ short film love you bedobrot da n madhushmita ba val pwa manuh jn lgt thakile jiyai thaki hsake val lage 😊
জুই য়ে পুৰিলেও তই মোৰ,মাটিয়ে ফুটিলে ও তই মোৰ| বতাহে উৰুৱাই নিলেও তই মোৰ, পানী তিয়ালেও তই মোৰ| মহাকাশত বিলীন হ'লেও তই মোৰ| Uffff...Such impressive words...The entire video along with the soothing voice is just amazing...😍 Kudos to the entire team..👍 তুমি মোৰ, মই তোমাৰ|💕
Zeroth drama has always taught us how love should be. The little details,the little phases of life where you can find love. Very beautifully portrayed, and noone should ever settle for less than these special bondings!❤️
This is the best Assamese short film that I have seen. It is heart touching and emotional at the same time. Beautifully displayed how we easily pass a judgment to another person without knowing their actual situation 👏🏻👏🏻
After a long breath, this is something that the everyone should feel. I'm short tempered person, but my gf holds me in every situation, I'll improving myself in the same. Its not only a video it will save many life. Thanks before the end.....
Thank you so much Everyone for your amazing response towards our "Premor Pakghar" . Big shout out to Tanmoy & Dhurba for this lovely song . Full song xunkaley d asu 🤗🤗🤗
❤️
দাদা অন্তৰ স্পৰ্শ কৰি গল।।❤️🥺।।
Jui lgai dsa bhai
Biki daa tumar love r explanation tu jar heart t lagise dem sure xi ajon bhal premik
Baki bohut bhal lagil ❤️❤️❤️ xosake sokupani uliai dla 🥺
sai moja lage ....you are the best vai
🤗xosai bor dux logs😣
Dimpu da bhut dinor murot sun
সঁচাই অতি সুন্দৰ ।
Big fan
Hoi dada vl lagil
So far. It is THE best of yours beda. So proud
Thanks Harpal 😍
Hello ❤️
সঁচাই দাদা কি অভিনয় অহ: কবলৈ ভাষা নাই😘😘😘😘. সুন্দৰ সুন্দৰ অতি সুন্দৰ
চকুৰপানী নিজে নিজেই ওলাই গ'ল॥॥😘😘😘
ধুনীয়া ☺️
Harpal দা
2024 audiences attendance??like👥😢😏💌🎀
Bohut bhal lagil sai ❤️❤️❤️
👀
Bakoli
সম্পৰ্কত অংক নেথাকে... সম্পৰ্কত আবেগ থাকে, অাৰু আবেগ পাৰ্ছেন্টেজত নোলায়❤️🔥
bohut besi bhal lagil.Your story is really heart touching.
This line was really heart touching 🔥🔥🔥
Abeg be.c dinole nathake....
Fine dialogue
শব্দৰ অভাৱ হৈছে শলাগ লবলৈ । এক কথাত কবলৈ গলে প্ৰতিটো মূহুৰ্তয়ে হৃদয় চুই গৈছে ❤️❤️ আবেগ- অনুভূতি সকলো বুজাই গৈছে series খনে ❤️ সুন্দৰ অভিনয় সুন্দৰ script সুন্দৰ concept ❤️❤️❤️❤️
When Bedabrat said, " ভালপোৱা মানুহজন লগত থাকিলে জীয়াই থাকি ভাল লাগে " I felt it ♥️
সকলোৰেই যদি কাহিনীবোৰ এনেকুৱাই হলহেঁতেন ☺
প্ৰত্যেকজনী ছোৱালীয়েই বিচাৰে জীৱনত এনেকুৱা এজন জীৱন সংগী পোৱাটো যিজনে ভাল,বেয়া প্ৰতিটো মুহূৰ্ততে সাহস হৈ থিয় দিয়ে।🤗❤
Tumi suwali ni
😂Aru Tai bf/ husband tuk jenekoi Mon Jai use Kori jabo pare aru noh😅😅
"অকলে থকা আৰু অকলশৰীয়া হৈ যোৱা মাজত পাৰ্থক্য আছে" what a line ❤️❤️❤️❤️
হয় বাৰু
Tumi nubujiba
Okol xoriya bule bujibo
@@majulideka9072 mo o
th-cam.com/video/DjGhZMYWS_4/w-d-xo.html
"ভালপোৱা মানুহজন লগত থাকিলে জীয়াই থাকি ভাল লাগে দেখোন।"
মন চুই গৈছে।
Hosake val lagil sai ♡... Every words are like a fire 🔥
When he said, "ভালপোৱা মানুহজন লগত থাকিলে জীয়াই থাকিও ভাল লাগে 🥀😊"
I felt that😌❣️
Compromise নহয় adjust হে সম্পর্ক এটাক জীয়াই ৰাখে💝🌸
সম্পর্কত অংক নাথাকে🙂সম্পর্কত আবেগ থাকে😌🥀আৰু আবেগ Perchantage ত নোলায়😘❣️
অকলে থকা আৰু অকলশৰীয়া হৈ যোৱাৰ মাজত পাৰ্থক্য আছে 🍂🍁
True lines👀❣️🤧nd can feel it
@@anubhavsaikia5196 😌
Exactly right sis
th-cam.com/video/DjGhZMYWS_4/w-d-xo.html
@meme 2.3m what's this 🙄
ভাল পোৱা মানুহজন লগত থাকিলে জীয়াই থাকিয়ে ভাল লাগেসোণ ।।। Lovely line ❤❤
""ভালপোৱা মানুহজন লগত থাকিলে জীয়াই থাকিয়েই ভাল লাগে দিয়কচোন। ♥️♥️♥️""
""Compromise নহয় অ'।। adjust ""
""সম্পৰ্কত অংক নাথাকে, আবেগ থাকে। আৰু আবেগ percentageত নোলায়।
অকলে থকা আৰু অকলশৰীয়া হৈ পৰা মাজত পাৰ্থক্য আছে অ'
°°°°°°°°°°°°Best line ♥️♥️♥️♥️♥️♥️
A master piece. Great salute to you team Zeroth drama
Aitu comments fb t suar pst.. sbo ahsu
Aji apunar ei2 cmmt famous hoi gl ❤️ moi njei share krsu
Apunr comment tu bhut famous hol..moi fbt pai yat sable ahilu 😁
❤❤
কান্দি গ'লো😢 ইমান মৰম দেখি কেনেকুৱা অনুভৱ হৈছে বুজাব নোৱাৰো ❤️ সচাঁই ভালপোৱা মানুহজন লগত থাকিলে জীয়াই থাকি ভাল লাগে ❤️প্ৰিয়জন সদায় এনেকুৱা হ'ব লাগে সুখৰ লগতে দুখতো কাষত থাকিব লাগে 😊
Aww🥺😁
Hahah
th-cam.com/video/DjGhZMYWS_4/w-d-xo.html
Moi adha sai a kndilo aro gf k phn kri salo tar pist aro salo
Nissoi apunar ajn khasa bht mrm kra bhalpoa ase so mr dre abegt Uzi bhai gyse aro kndise ..
My listeners recommended this! And I couldn’t stop commenting ❤️ this is beautiful 💚 kudos to the team
O daide gaan gela olp tanmoy daa hotor dore bonoa kora sun ake dhoronor best gela xuni va nalge to
Aji bijnit tumak dekhi bahut vl lagil Vicky da
😙😙
"Tumake Napale" r dore hridoy sui jua song ata akou duya na amar majot 🙏 Khub val pao tumar voice ❤️❤️ Tumake Napale song2 ketiyaba Loop ot xuni thaku🤗🤗
Your listeners?? 🙄🤨🧐🤔... Sorry who are you or who’s he?
বেয়া বুলি আতঁৰি যোৱাজন নহয় বেয়া বুলি জানিও কাষত থাকি ভাল কৰিব চেষ্টা কৰাজনহে বহুত বেছি আপোন❤
"অকলে থকা আৰু অকলশৰীয়া হৈ যোৱাৰ মাজত পাৰ্থক্য আছে অ...!!"
Such a masterpiece..... 😢💕❤️🎉🥺
Hosake
প্ৰশংসা কৰিবলৈ শব্দৰ অভাব হৈ গৈছে 🥺❤️.... হৃদয় চুই যোৱা এটা কাহিনী 💕
সচাঁই হৃদয় চুই যোৱা❤,
(সম্পৰ্কত ত অংক নাথাকে সম্পৰ্কত আবেগ থাকে আৰু আবেগবোৰ % নোলায় )
(ভাললগা মানুহ জন লগত থাকিলে জীয়াই থাকি ভাল লাগে দেখোন)🥺❤ ufff those lines.... .. really amazing... 😍
''Priorities dada, apunar karone apunar-khini, mur karone AMAAR-khini''....Really good one, thank you for such a beautiful presentation of life!
That scene when Bedabrat was explaining about how much he loved her 😍 really i was crying 😢💓
Sm 😢😢
Same
Same 🥺
Same
Same ❤
চকু পানী ওলাই গৈছে সঁচাকৈ হৃদয় স্পৰ্শ কৰি গ'ল এনেকুৱা চুটি ছবি চাবলৈ সদায় বাত চাই ৰম দাদা🥲✨
প্ৰত্যেকটো linet এক আবেগ আৰু মৰমৰ অনুভৱ আছে... ❤️❤️
অনুভৱ কৰিছো সেয়া...💞💞
মৰম ভালপোৱাবোৰ এনেকুৱাই ছাগে
কন্দুৱাই দিছে কিন্তু
হৃদয় চুই গ'ল ❤️❤️
Hosake de
Hosa oo vaal pua manuh jon kakhot thakile jiai thaki vaal lage❤❤❤
" ভালপোৱা মানুহজন কাষত থাকিলে জীয়াই থাকিও ভাল লাগে " such a hearttouching speech ....I felt this ❤️❤️❤️
"ভালপোৱা মানুহজন লগত থাকিলে জীয়াই থাকিয়ে ভাল লাগে♥"
Right
Break up হৈ থকা relation সমূহ আকৌ একেলগ হবলৈ বহুত help কৰিব ,এই series খনে , কিছুমান সৰু সৰু কথাত relation শেষ হৈ যায় ,কিন্তু এই series খন ই বহুত ৰ আকৌ ভাঙি যোৱা realtion ঘূৰাই আনিছে
😭😭😭😭😭
😔😭😭😭
Right 👍
Na re vai, call kora khahokh kone gutabo pora nai sun,,,,,,,,,
🥺🥺
"সম্পৰ্কত অংক নাথাকে, সম্পৰ্কত আবেগ থাকে...আৰু আবেগ পাৰ্ছেন্টেজত নোলায়!"- ❤সকলো কথা শব্দেৰে প্ৰকাশ কৰিও বুজাব নোৱাৰি, কিছুমান কথা নিজেই নিজেই বুজিও ল'ব লাগে! 😌❤💙💚🥀ভাল লগা মানুহজন লগত থাকিলে জীয়াই থাকি ভাল লাগে দেখোন...👫❤ভাল লাগিল... হৃদয় চুই গ'ল 🥺❤
কাহিনীটোৰ উপস্থাপন শৈলী অতি সুন্দৰ, প্ৰেমৰ অনুভব দুজনৰ মাজত বেলেগ আছিল যদিও শেষত প্রেমৰে জয় হোৱা দেখা যায়! আচলতে কি জানা ভাল লগা মানুহবোৰেই জীয়াই থকাৰ প্ৰেৰণাৰ উৎস।
প্ৰতিজন অনুভূতিশীল মানুহৰ হৃদয়ত খাজ খাই যাব পৰাকৈ ZerothDrama ৰ 'প্ৰেমৰ পাকঘৰ' ৰ প্ৰতিশাৰী বাক্য শক্তিশালী।প্ৰথম পটৰ কিছুদূৰলৈকে গতানুগতিক হাস্যৰস পূৰ্ণ চিত্ৰনাট্যৰে উমান পাইছিলোঁ যদিওঁ "মই থাকিলেওঁ নোৱাৰাঁ ন'" বুলি ৰাহুলে এষাৰ কথা প্ৰক্ষেপ কৰাৰ ঠিক পিছৰেই পৰাই যি সংবেদনশীলভাৱে ভিন্ন ৰসৰ সমাহাৰ ঘটিল,তাত আৱেগবিহ্বল হৈ পৰিলোঁ।কাহিনীটোৰ শক্তিশালী উপস্থাপনত মুগ্ধ হ'লোঁ।...দুটা প্ৰজন্মৰ দুটা প্ৰেমিক যুগলৰ যি ভিন্ন প্ৰেমিক দৰ্শনৰ বৰ্হিপ্ৰকাশ ঘটিছে,সেয়াওঁ মানুহৰ জীৱন দৰ্শনৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় বুলি নসাৎ কৰিব নোৱাৰি।... কাহিনীটোত থকা সংলাপৰ দৰেই "অকলে থকা আৰু অকলশৰীয়া হোৱাৰ মাজত বৃহৎ ব্যৱধান আছে"সেয়াওঁ অন্তঃকৰণেৰে উপলব্ধি কৰিব পাৰো,পাৰিছোঁ।....মুঠৰ ওপৰত ক'ব বিচাৰো ZerothDrama is one of the best 👌👍
th-cam.com/video/EiZYlvx4fAw/w-d-xo.html
🥲🫂
সকলো কথা মুখেৰে কৈওঁ বুজাব নোৱাৰি নহয়, কিছুমান নিজেই নিজেই বুজিও ল'ব লাগে...😌
“আবেগত percentage নোলাই”
I couldn't control my tears...🥺❤️
You guys are awesome…
Thank you all ‘the team’ for gifting(us) such a beautiful short film...🌸💜
Lakhta prajil bro ✨
@@abinashduttaas5334 Hey brother...🤝🌸
"সম্পৰ্কত অংক নাথাকে,, সম্পৰ্কত আৱেগ থাকে আৰু আৱেগ পাৰ্চেণ্টেজত নোলায় ।।" 🥀❤️
"অকলে থকা আৰু অকলশৰীয়া হৈ পৰাৰ মাজত পাৰ্থক্য আছে অ' ।" 🍂
"ভালপোৱা মানুহজন লগত থাকিলে জীয়াই থাকিয়েই ভাল লাগে দিয়কচোন" ❣️❣️
Every line and dialogue hits my soul. It's a masterpiece. " আপোনাৰ কাৰণে আপোনাৰখিনি, মোৰ কাৰণে আমাৰখিনি ।" জীৱনৰ আঞ্জা ❤️
বাপৰে… অভিনয়, সংলাপ, নিৰ্দেশনা, ভিডিঅ' গ্ৰহণ, শব্দ, মিউজিক আদিৰ কি যে অপূৰ্ব সংমিশ্ৰণ ৷ মানি গৈছো ৷ গোটেই টিমটোক চেল্যুট ৷
অসমীয়া জগতৰ তোমালোক অনন্য আজি সমগ্ৰ জগত এ দেখিছে অসমীয়া অনুভূতিৰ, অসমীয়া ভাব ধাৰা , অসমীয়া মনৰ ভালপোৱা কিমান মিঠা আজি দেখিছে সকলোৱে। শুভেচ্ছা থাকিল।
এক বুজাব নোৱাৰা আবেগে চুই গল,,এক বুজাব নোৱাৰা অনুভূতিয়ে অন্তৰ খন চুই গল,,মনত ৰোৱা চকুৰ পানীৰে আজি এখন বোৱতী নৈ হৈ বৈ গল,,🙏❤️❤️❤️❤️
I wish there was a superlike option here. I will press that button thousand time.
This was amazing 🔥
Hosa de.. Aji jugot fokotia vidio bur sai sai amoni lage ketiaba anekua uncommon vidio pale bohut val lage
Hosake 😣
বৰ ভাল লাগিল । সংশ্লিষ্ট সকলোলৈকে শুভেচ্ছা জনালোঁ ।
"ভাল পোৱা মানুহ জন কাষত থাকিলে জীয়াই থাকিও ভাল লাগে "..❤️
এনেকুৱা ও কিবা বনাব পাৰে বুলি কেতিয়াও ভবা নাছিলোঁ... সঁচাকৈ মন চুই গৈছে ।। বহুত বাৰ্তা প্ৰদান কৰিছে সঁচাকৈ বহুত ভাল লাগিল ।। আগলৈ আৰু পাম বুলি আশা কৰিলো।।
"ভালপোৱা মানুহজন লগত থাকিলে জীয়াই থাকিয়ে ভাল লাগেচোন! "
সঁচাই ভাল লাগিল নাটকখন। ❤আৰু আগুৱাই যাব বুলি আশা থাকিল। আমি সদায়ে আপোনালোকক লৈ গৌৰৱান্বিত।
🥺❤️ইমান ধুনীয়া ইমান ধুনীয়া অ' । মধুস্মিতা বাৰ অভিনয় খুব সুন্দৰ হৈছে😍।বাকীবোৰ percentage ত নোলালেও কিন্তু ভিদিঅ' টো 100%য়েই ধুনীয়া হৈছে আকৌ🔥👌
Khsake khmoibur bhl loga mnuhr lgote kotaboloii mon jaii...🤗💕most lovely story 🌹💐
অকলে থকা আৰু অকশৰীয়াকৈ থকাৰ মাজত পাৰ্থক্য আছে । This is the masterpiece line that i have ever heard . ❤️❤️
বৰ ধুনীয়া concept ❤️দুটা প্ৰজন্মৰ প্ৰেমক বৰ ধুনীয়াকৈ উপস্থাপন কৰিছে💞বৰ ভাল লাগিল চাই💕🌷
অদ্বিতীয় প্ৰেম-কাহিনী , পাৰ্শ্ব সংগীতে বহুত মধুৰ কৰি তুলিছে, আৱেগিক হৈ পৰিলোঁ💞♥️🌹🙏🐽😍
Hoi nki
Sai mojja lage ❤❤😢❤
কান্দিব মন গৈছে দাদা 😟😟😍😍 বহুত সোন্দৰ হৈছে
*ফিলমখনৰ পৰা বহুত কথাই শিকিলোঁ । ফিল্ম খনৰ প্ৰতিটো পলেই যেন একো একোটা অনুভৱ দি থৈ গল ।*
দাদা আৰু বা সকল, কবলৈ কোনো ভাষা নাই মোৰ আজি। কি কম, অসমীয়া Film industry আকৌ আগবাহিব তোমালোক থাকিলে ❣️❣️❣️❣️❣️❣️❣️, কিছূমান লিখিব নোৱাৰা প্ৰম মাজুলীৰ পৰা
Mrm valpwa bilak hdai anedore thakile jibont aru ki Lage,,heart touching ❤❤ short film love you bedobrot da n madhushmita ba val pwa manuh jn lgt thakile jiyai thaki hsake val lage 😊
ভালপোৱা মানুহজন লগত থাকিলে,, জীয়াই থাকিয়েই ভাল লাগে দিয়কচোন ❤ উফ্ প্ৰতিটো শব্দই, প্ৰতিটো বাক্যই হৃদয় চুই যোৱা 😢💚💚 মানুহবোৰৰ ভাল লগা মানুহজন লগত থাকক সদায় 🌸🍁
অনুভৱশীল এটা কবিতাৰ আবেশে চুই গল।''''''🚞🚞🚞🚞💚
...প্ৰেমৰ পাকঘৰ...
সচাকৈয়ে, এক অনুপম সৃষ্টি।
অসমৰ ইউটিউবাৰ সকলৰ বৰ্তমানলৈ সকলো ভিডিঅ'ৰ ভিতৰত শ্ৰেষ্ঠতম ভিডিঅ' Love you bhai
অভিমানিত প্ৰেম বেছি মধুৰ হৈই পৰে । এজনে আনজনৰ অভিমান খিনি মনাই সম্পৰ্ক টো সুন্দৰ কৈই চলাই নিয়াত যেতিয়াই বেছি গুৰুত্ব দিয়ে তৈতিয়াই আনফালৰ পৰা বিভিন্ন অজুহাতৰ দোৱাই দি কিছু লোকে আতৰাৰ চেষ্টা কৰে । সম্পৰ্কত এজনে আন জনক কিমান গুৰুত্ব দিয়ে তাৰ ওপৰতে নিৰ্ভৰ কৰে । গুৰুত্ব দিয়া জনে হাজাৰ চেষ্টা কৰিও গুৰুত্ব নিদিয়াজনক ৰাখিব নোৱাৰে কাৰণ গুৰুত্ব নিদিয়াজনৰ সম্পৰ্কটোৰ লগত কোনো কথাই নাই থাকক বা নেথাকক ।
"সম্পৰ্কত percentage নোলাই " হৃদয় চুই গল লাইন টোৱে !!! হাজাৰ বাৰ চালেও হেপাহ নপলায় 💞💞
If someone ask me 'What is love?'... I will say it is very well defined in ' Premor Pakghor'... 'Premor Pakghor' the definition of love...
অংক থাকে.....high স্কুলতে অংক বাদ দি আবেগ ধৰোঁতে job মেলা ত rejection খাব লগীয়া হৈছে (on a light note😅)। সুন্দৰ চুটি ছবি...Zeroth drama always wins hearts😊😊
হৃদস্পৰ্শী...। 💕
তন্ময় শইকীয়াৰ আৱহ সংগীতে অন্য এক মাত্ৰা প্ৰদান কৰিছে।
Sosa ka
Sosa ka
হৃদয় চুইগল কাহিনীটো ❤😢 হচা অ ভালপোৱা মানুহজন কাষত থাকিলে জীয়াই থাকি ভাল লাগে ।❤ ❤
সচাকে ইমান ধুনীয়া লাগিলে কাহিনী। অভিনয় গাৰ নোম সিয়ৰি ওঠা এটা কাহিনী আৰু আগবাঢ়ি যোৱা ❤️😥😘
প্ৰেম এটি মীঠা অনুভব 🌼 বহুত ভাল লাগিল কাহিনী টো প্ৰেমত ,% নাথাকে ❤️
Xub dhuniya hoise dada sokur pra pani olai gol. ❤
কান্দোই দিলা অ দাদা ❤️.
ভালপোৱাৰ মৰমবোৰ সদায় এনেকোৱাই হ'ব লাগে ❤️❤️
🥺🥺🥺🥺💕💕💕
@@santonuprotimchetia1832 💕💕
"সম্পৰ্কত অংক নাথাকে,থাকে মাথো আবেগ" what a heart touching line
জুই য়ে পুৰিলেও তই মোৰ,মাটিয়ে ফুটিলে ও তই মোৰ|
বতাহে উৰুৱাই নিলেও তই মোৰ, পানী তিয়ালেও তই মোৰ|
মহাকাশত বিলীন হ'লেও তই মোৰ|
Uffff...Such impressive words...The entire video along with the soothing voice is just amazing...😍 Kudos to the entire team..👍
তুমি মোৰ, মই তোমাৰ|💕
আবেগৰ কোনো অন্ত নাথাকে, থাকে নতুনত্ব, হৃদয়ৰ ঢৌ তোলা আবেগবোৰে মাথো বব জানে মনৰ নিজৰাত ।
বৰ ভাল লাগিল। এখন উচ্চমানৰ ছবি। বিষয়বস্তু সময় উপযোগী হৈছে। মানসিক তৃপ্তি দিয়াৰ বাবে সকলো কলা-কৌশলীলৈ ধন্যবাদ জনালো।
কবলৈ ভাষা নাই কিমান যে ভাল লাগিছে😍😍হৃদয় চুই যোৱা এটা প্ৰেমৰ কাহিনী😍😍এনেকুৱা ভাল পোৱা মোৰ জীৱনটো আহে যে😷😷😁
"ভালপোৱা মানুহ গৰাকী লগত থাকিলে দেখোন জীৱনৰ কষ্টবোৰ কৰিবলৈও সহজ হৈ পৰে । "
This line from my side to my special one ❤❤❤
Thank you eman dhuniya love story diyar babe ❤
Had a great experience working on this project🤍
Title track releasing soon🌻
Waiting ❤️
Thank you for this Dhruba & Tanmoy 🥰
@@ZEROTHDRAMA ❤️❤️❤️ Big fan of Tanmay Saikia
Please release soon can't wait 😌
Bosu da op
হৃদয় হাত পেলোৱা এক কাহিনী। specially the song❣️
Happy Valentine day
জীৱন জীৱনেই। সঁচাকৈয়ে প্ৰিয়জন ওচৰত থাকিলে বহুত বহুত বহুত বেছি ভাল লাগে।💚💚💚
বহুত বেছি কান্দিলো।
This is the best shortflim that i have ever seen❤
হৃদয়স্পৰ্শী কাহিনী😌
সংলাপবোৰে মন্ত্ৰমুগ্ধ কৰি তুলিছে💚
অভিনয় খুবেই ভাল লাগিল💙
ZEROTH DRAMA- আজিলৈ চোৱা প্ৰতিটো কাহিনী সুকীয়া,একক , অনন্য... বহুত শুভকামনা❤
"সম্পৰ্কত অংক নাথাকে, আবেগ থাকে আৰু আবেগত percentage নোলায় "___ heart touching ❤️😊👍
Vakhare bujabo nwara anuvob ki bli km bhut bhut val lagil.. imotional carring sob khiniye best ❤❤❤❤
ভালপোৱা মানু্হ জন লগত থাকিলে জীয়াই থাকিয়েই ভাল লাগে দিয়কচোন....... উফ কবলৈ ভাষা নাই🥺❤️ প্ৰতিটো শব্দ প্ৰতিটো কথাই হৃদয় চুই গল❤️❤️ সকলোৰে জীৱনত এনেকুৱা এজন জিবনসংগী থাকক🥺❤️❤️
One of the best short film i had ever seen...💝
"সম্পৰ্কত অংক নাথাকে, আবেগ থাকে.. আৰু আবেগ percentageত nujukhe "😍..
When 2022 started I thought I'll stay single due to some family problems, but after watching this I got one more reason to fall in love again ✨🖤
ভাল পোৱা মানুহজন লগত থাকিলে জীয়াই থাকিয়ে ভাল লাগে চোন......😍❤😘
That line " সম্পৰ্কত অংক নাথাকে ...... অকল আবেগ থাকে আৰু আবেগ percentage ত নুলাই !" ❤️❤️❤️
Zeroth drama has always taught us how love should be. The little details,the little phases of life where you can find love. Very beautifully portrayed, and noone should ever settle for less than these special bondings!❤️
th-cam.com/video/EiZYlvx4fAw/w-d-xo.html
প্ৰেমৰ অনুভূতি বোৰ জীয়াই থাকিব দিয়া... এনেদৰেই♥️
অতি সুন্দৰ আকৰ্ষণীয়।
This is the best Assamese short film that I have seen. It is heart touching and emotional at the same time. Beautifully displayed how we easily pass a judgment to another person without knowing their actual situation 👏🏻👏🏻
বেদ দা আপোনাৰ অভিনয় সঁচাই অতুলনীয়🔥🔥
Beautifully scripted and presented 💓 beautiful team work..Congratulations 💐💐💐 Happy Valentine's Day ❤️
"Biswakh kora daily daily mur jangiya tur bahire aku a change hwa nii o" this line is very funny...😂😂😂🤣
হৃদয় চুই যোৱা কাহিনী ❤মৰমবোৰ এনেকুৱা হব লাগে 😍 ভালপোৱা মানুহজন লগত থাকিলে জীয়াই থাকিয়ে ভাল লাগে দেখোন 💓 ধুনীয়া হৈছে , মোৰ জীৱনলৈও আহক এনেকুৱা ভালপোৱা ❤😁😉
🥰🥰
চকুপানী ৰখাব নোৱাৰিলো😥
One of the bst assmse short film❤
সম্পৰ্কত অংক নেথাকে ✨
সম্পৰ্কত আবেগ থাকে আৰু সেই আবেগ পাৰ্ছেণ্টেজত নোলায় 🌻❤️
❤🦋
Oii munu 😽
@@jintudihingia deha 😗
@@bikashdeka2996 Munu 😘
Parisaaa moina 🥺❤️
Wah mozza lge tmr vdeo bur sabo.... 👍👍👍
"ভালপোৱা মানুহজন লগত থাকিলে জীয়াই থাকি ভাল লাগে দেখোন"😌❤️
After a long breath, this is something that the everyone should feel. I'm short tempered person, but my gf holds me in every situation, I'll improving myself in the same. Its not only a video it will save many life. Thanks before the end.....
কিছুমানে সুখ বিচাৰি কান্দে, কিছুমানে দুখৰ বুকুত কান্দে, আচৰিত এই জীৱনৰ পৰিক্ৰমা, কিছুমানে বিশ্বাসৰ কাৰণে কান্দে, আৰু কিছুমানে বিশ্বাস কৰি কান্দে ।
Copy korisu dada
এবছৰৰ পাছত আকৌ এবাৰ ❤️🩹 পুৰণা স্মৃতিবোৰ মনত পেলাই 🥺
Hoi dei moiu akou abar❤ salu😊
প্ৰত্যেক শব্দ,প্ৰত্যেক বাক্য যে মন চুই গল...With lots of love ❤️
-Pankaj
From Biswanath
Literally made me cry, what a masterpiece💜 " সম্পৰ্কত অংক নাথাকে, আবেগ থাকে "
হৃদয় স্পৰ্শী কাহিনী!! 🥺❤সচাঁকৈয়ে বহুত ভাল লাগিল, এনেদৰেই সকলোৰে নিভাঁজ ভালপোৱা বোৰ সজীব কৰি ৰাখক!!
Immmmmmaaaaannnn Dhuniya vdo moi aji dakhilu immmmmman vll lgilll ufffff 💞💞💞💞💞💞💞💞💞💞