ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

Evening News | ঢকুৱাখনা কাণ্ডৰ তদন্তত সুনীলৰ পুত্ৰসহ ৪জনক লাই ডিটেক্টৰেৰে CIDৰ জেৰা |

แชร์
ฝัง
  • เผยแพร่เมื่อ 13 ก.ค. 2024
  • Evening News | ঢকুৱাখনা কাণ্ডৰ তদন্তত সুনীলৰ পুত্ৰসহ ৪জনক লাই ডিটেক্টৰেৰে CIDৰ জেৰা |
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #sunilgogoi #lakhimpur #guwahatinews #saraighatbridge
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

ความคิดเห็น • 43

  • @user-iz5et9bw1l
    @user-iz5et9bw1l หลายเดือนก่อน +1

    মানিছো সুনিল জীয়াই আছে। পুলিছে এই দৰে নাবাঢ়ে কিয়, দ্বিতীয় পক্ষয় সুনিল গগৈক পৰিকল্পিত ভাবে ব্যৱহাৰ কৰি অপসৰন কৰি ৰাখিছে। সেই পৰিয়ালটোক সাৰাহস্টি হে কৰা যেন পাওঁ। অসমৰ ৰাইজে কথাবোৰ মুঠেই ভাল পোৱা নাই।

  • @pulakkonwar5082
    @pulakkonwar5082 หลายเดือนก่อน +8

    পৰিয়ালৰ মুৰব্বী জন নোহোৱা হ'ল
    পৰিয়ালটোৰ প‌্ৰতি সহানুভূতিশীল হোৱাহে যুগুত
    পৰিবৰ্তে হাৰাসাস্তি কৰাৰ ৰহস্য সবসক্তিমান জনেহে জনাব পাৰে

  • @bhabenborah6730
    @bhabenborah6730 หลายเดือนก่อน +8

    অসম পুলিচৰ নাক ঢকাৰ কৌশল মাথো এই বিলাক ।

  • @user-lg3ng9ke4n
    @user-lg3ng9ke4n หลายเดือนก่อน +6

    এটা পৰিয়ালক যদি ইমান শাচঠী দিব পাৰে কিন্তু জোনমণী ৰাভাৰ কেচত আৰখীয়ে কি কৰিলে।

  • @MERABHARATMAHAAN-wo5vg
    @MERABHARATMAHAAN-wo5vg หลายเดือนก่อน

    দিনে ৰাতিয়ে ৰাজ্যত চোৰ হৈছে, হত্যা কাণ্ডক ঢাকিবলৈ বিয়াগোম বিভাগটোয়ে উঠি পৰি লাগে, জীয়েক মৰাৰ পাছটো জোনমনি ৰাভাৰ মাকক ওলোটাই হুংকাৰ দিয়ে, সুনীল গগৈৰ কি হল, আছে নে মৰিল সেইটো বিচাৰ কৰাটো পুলিচৰ কাম, বিনা প্ৰমানত কাৰোবাক হাৰাশাস্তি কৰাটোও যে আইনমতে দণ্ডনীয় সেইটো তেওঁলোকে মনত ৰখা প্ৰয়োজন। হাঁহৰ ওপৰত শিয়াল ৰজা হোৱাৰ দৰে কথা এইবোৰ।

  • @amu536
    @amu536 หลายเดือนก่อน +4

    অপৰাধী বিচাৰিব নোৱাৰি মানুহঘৰক শাৰাশাস্তি কৰা যেনহে লাগিছে।বিফল আৰক্ষী। নাটকৰ অভিনয় যেন লাগে।

  • @SunsunTai-kn3jb
    @SunsunTai-kn3jb หลายเดือนก่อน

    Bohut beya paisu ajiloi k aku ata result dibo pora nai

  • @user-yo9hn4md4j
    @user-yo9hn4md4j หลายเดือนก่อน

    যদি CID য়ে নোৱাৰে ভাল বেজ লগাওক |

  • @user-ch8bw8lm6w
    @user-ch8bw8lm6w หลายเดือนก่อน +1

    জোনমনি কান্দোৰ দৰেই হব যেনহে গৈ আছে

  • @sulatadasbarman6966
    @sulatadasbarman6966 หลายเดือนก่อน +4

    RE, JUNEMONI RABHA ER SAME...

  • @Rubulgogoi209
    @Rubulgogoi209 หลายเดือนก่อน +25

    ইমান অত্যাধুনিক যুগত অসম আৰক্ষীয়ে এনেকুৱা ঘটনাবোৰ ধৰা পেলাব নোৱাৰাটো এক সাথঁৰ । নেপথ্যত কোনোবা ওপৰৰ মানুহ থকা যেনহে লাগে । ঘটনাটো ঢ়াকি ৰখাৰ চেষ্টা চলিছে । জলজীৱন আচঁনিৰ কোটি কোটি টকা কাৰ কাৰ জেপলৈ যায় বা গৈছে আজিকালি সাধাৰণ মানুহেও বুজি পায় । নেপথ্যত বহু ডাঙৰ ৰৌ বৰালি থকা যেন লাগিছে ।😮

  • @debajitneog6207
    @debajitneog6207 หลายเดือนก่อน

    Pament lobola vl.not working properly.

  • @RojoniProvaBoruah
    @RojoniProvaBoruah หลายเดือนก่อน +1

    মুঠৰ ওপৰত পিতায়ে কোৱাতোৱেই। উদাহৰণ জোনমণি ৰাভা।একো দাল ফালিব নোৱাৰে।

  • @dipankarkhargharia9952
    @dipankarkhargharia9952 หลายเดือนก่อน +1

    AJI ETA KAILOI ETA SI RABHA NISINA NOHOLE HOL

  • @lilakantagogoi3711
    @lilakantagogoi3711 หลายเดือนก่อน +1

    এটা কথা স্পষ্ট হৈছে, চৰকাৰৰ ডাঙৰ ডাঙৰ নেতা আৰু চৰকাৰি বিষয়া জৰিত হৈ আছে। সেইকাৰণেই একপক্ষীয় ভাৱে কাৰোবাৰ নিৰ্দেশত তদন্ত চলাই আছে আৰু মিছা অভিযোগত কাৰোবাক গেপ্তাৰ কৰি নাটকখন শেষ কৰিব।

  • @sanku189
    @sanku189 หลายเดือนก่อน

    Jo baiden is the main calprit. He is the main calprit person of Ukrain Russia war.

  • @ashokkumarrabha9103
    @ashokkumarrabha9103 หลายเดือนก่อน +1

    আৰক্ষী ৰাইজৰ ৰোষৰ পৰা বাচিবলৈকে এই বোৰ ভিন ভিন নাটক কৰি আছে। অতি দুৰ্ভাগ্যজনক।
    জোনমনি ৰাভা লেখিয়াই হব শেষত।

  • @fosongsp2301
    @fosongsp2301 หลายเดือนก่อน

    HC / SC T file korok against Assam Police or CID for their longterm act...
    Mind it,it may cause of activities of investigating officers for belonging a title of Goswami.....

  • @sulatadasbarman6966
    @sulatadasbarman6966 หลายเดือนก่อน +1

    SO SAD🙏

  • @ManoranjanBrahma-og7qk
    @ManoranjanBrahma-og7qk หลายเดือนก่อน +1

    ইমান দিন সময়,অৰ্থ বা চৰকাৰী শাসন যন্ৰ অপ ব্যৱহাৰ কৰি অসম আৰক্ষীৰ কি কাম কৰিছে, লাইদিটেক্টৰ আগতেই কিয় ব্যৱহাৰ নকৰিলে কিয়? চৰকাৰী দলালৰ বাবে এনে হল নে কি?

    • @user-yo9hn4md4j
      @user-yo9hn4md4j หลายเดือนก่อน

      ভালেই হৈছে এতিয়া জয়ন্ত গোস্বামী আৰু অনুচৰ সকলোকো লাই ডিটেক্টর ৰ লগাব লাগিব আৰু নহলে চৰকাৰৰ উচ্চ পদস্থ বিষয়া জড়িত আছে বুলি বিশ্বাস কৰা হব আৰু চরকাবো জড়িতবুলি ভাবিবলৈ বাধ্য হব |

  • @KHARGESWARHAZARIKA-zm7pf
    @KHARGESWARHAZARIKA-zm7pf หลายเดือนก่อน +1

    Dukhar hamayat manuhak chantana diba lage ne mantel hiesman diba lage.

  • @KHARGESWARHAZARIKA-zm7pf
    @KHARGESWARHAZARIKA-zm7pf หลายเดือนก่อน +2

    Jon mani ravar tadantar natak khanake aramva kari dise .

  • @sulatadasbarman6966
    @sulatadasbarman6966 หลายเดือนก่อน

    RE, JAYANTA GOSWAMI...

  • @ChandraKharka-jw8iq
    @ChandraKharka-jw8iq หลายเดือนก่อน

    lll

  • @prasantarai3921
    @prasantarai3921 หลายเดือนก่อน

    Smart Assam policer nakat fapor lagil, raijar taka khai pet dangar,sampoti dangar karisa. Ehatak sori garu,mah rakhia kora val.

  • @sulatadasbarman6966
    @sulatadasbarman6966 หลายเดือนก่อน

    LORATUR LIFE TU BORBAAD KORI ASEY... JUSTICE⚖

  • @sunitphukan6454
    @sunitphukan6454 หลายเดือนก่อน

    Real drama

  • @user-wn6xz1cw9e
    @user-wn6xz1cw9e หลายเดือนก่อน

    Aku hosato uliyab nuare poisat biki juwa akhom arokhir

  • @HemadaSonowal
    @HemadaSonowal หลายเดือนก่อน

    Akdom policer natak pulicer aku Kam nai udaharan junmonir kanda

  • @puranjitbarua8820
    @puranjitbarua8820 หลายเดือนก่อน

    Wife & son of Sunil Gogoi is the main person in this case.

    • @lilakantagogoi3711
      @lilakantagogoi3711 หลายเดือนก่อน

      আপোনাৰ হাতত প্ৰমাণ আছে?

  • @madanchandrakarjee2283
    @madanchandrakarjee2283 หลายเดือนก่อน +1

    উত্তৰ সেই পৰিয়ালতে আছে । মেচিন নহয় , আৰু কিবা কিবি কৰিলেও তাতেই হ'ব । বেলেগৰ ঘৰত নহয় ।
    অবশ্যে দুখ জনক হৈছে ।

  • @dineshsarania4834
    @dineshsarania4834 หลายเดือนก่อน +1

    মুছলমানক বিশ্বাস নাই

    • @sanku189
      @sanku189 หลายเดือนก่อน

      Eyatu hindu muslim.