ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

Sunil Gogoi News: সুনীল গগৈ জীয়াই আছে! আৰক্ষীৰ হাতত আহি পৰিছে তথ্য-প্ৰমাণ

แชร์
ฝัง
  • เผยแพร่เมื่อ 12 ก.ค. 2024
  • সুনীল গগৈ জীয়াই আছে! আৰক্ষীৰ হাতত আহি পৰিছে তথ্য-প্ৰমাণ। সুনীল গগৈৰ নামত আন এটা GMAILৰ তথ্য।
    #assam #nd24live #livenews #assamesenews #nd24assamese #nd24news
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 TH-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    ▶️ ৰাজপাট কাৰ?
    • ৰাজপাট কাৰ? | 2024 Lok...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

ความคิดเห็น • 76

  • @joypadun7771
    @joypadun7771 หลายเดือนก่อน +44

    নতুন ম'বাইল আৰু নতুন চিম কাৰ্ড লৈছে যেতিয়া,লোকেচন টেক কৰক। এনে ভুকি থাকি লাভ নাই।

    • @Glorious58-o6p
      @Glorious58-o6p หลายเดือนก่อน +1

      Ekdom correct..enai eibure faal2 siyori thaake.

  • @manjubarman1855
    @manjubarman1855 หลายเดือนก่อน +47

    জোনমণিৰ ক্ষেত্ৰত CIDয়ে কিয় এনেকুৱা তদন্ত নহ'ল?

    • @chinmoyb11
      @chinmoyb11 หลายเดือนก่อน +2

      Dangoria BJP r kiba ata nasil janu! Xeikarone eman activeness dekhuwaise..😅

  • @minakshiborgohain7378
    @minakshiborgohain7378 หลายเดือนก่อน +9

    সংযুক্তা পৰাশৰ ‌এগৰাকী সুদক্ষ মহিলা লগতে সাহসী প্ৰসাশনিক বিষয়া কম কথাৰে নিজৰ দায়িত্বশীল ব্যক্তিত্বৰ গৰাকী তেখেতক জনাৰ সৌভাগ্য হৈছিল‌ তেওঁ যেতিয়া যোৰহাটৰ আৰক্ষী অধীক্ষক পদত কাৰ্য্যনিৰ্বাহ কৰি থকা সময়ত.. মোৰ বিশ্বাস নিশ্চয়কৈ সকলোৱে মিলি এটা সঠিক সিদ্ধান্তই দিব অপেক্ষাৰ অন্ত পেলায়... সাগৰৰ বক্ষ যেতিয়া অধিক শান্ত ‌ দেখা যায় তেতিয়া ‌ প্ৰবল ঢৌ আৰু ছোনামিৰ ‌আগমন হয়..!

  • @user-yo9hn4md4j
    @user-yo9hn4md4j หลายเดือนก่อน +5

    উক্ত সময়ছোৱাত সূ্নীল গগৈয়ো জীৱিত অৱস্থাত থাকিব পাৰে আৰু মোবাইলো এক্টিভ হৈ থাকিব পাৰে কিন্তু পরবর্তী সময়ছোৱাত এক্টিভ থকাটোহে ডাঙৰ কথা ।

  • @dsaikia8980
    @dsaikia8980 หลายเดือนก่อน +10

    সুনীল গগৈ জীয়াই আছে যদি ধৰি আনি হাজিৰ কৰাওক

  • @lilakantagogoi3711
    @lilakantagogoi3711 หลายเดือนก่อน +10

    নতুন মোবাইল ব্যৱহাৰ কৰিছিল বুলি দেখুন আগৰ পৰাই কৈ আছিল, নতুনত্ব কত?

  • @mridulduwarah7897
    @mridulduwarah7897 หลายเดือนก่อน +4

    যদি জীয়াই আছে তেতিয়া হলে সুনীলক সহযোগ কৰা মানুহ বহুত উলাব চাগে.

  • @minakshiborgohain7378
    @minakshiborgohain7378 หลายเดือนก่อน +5

    ইয়াক সোনকালেই উপযুক্ত শিক্ষা দিয়াৰ ব্যৱস্থা কৰা উচিত কিয়নো সি পৰিয়ালৰ লগতে‌ প্ৰসাশনৰ লগতে ডুবাৰু সকলকে আদি কৰি সকলোকে হাৰাশাস্তি কৰিছে নিজেই নিজক সাপ হৈ খুটি বেজহৈ ‌ জৰাৰ যি অভিসন্ধি ৰচিবলৈ সাহস কৰিছিল...!!! এনেকুৱা ধুৰন্ধৰ মানুহক ঐতিহাসিক শাস্তি দিব লাগে সেই চাউদাঙ সকলৰ দৰেই....

    • @Glorious58-o6p
      @Glorious58-o6p หลายเดือนก่อน

      Aapuni dhurandhar buli koise teok...but Apuni kenekoi gom pale je he y murder korise? Taat je 3rd party o involve hoi thakibo paare.

  • @JyotikaKuli
    @JyotikaKuli หลายเดือนก่อน +2

    সুনীল গগৈ নামত দুষ্ট ঢক্ৰ কামবিলাক কৰি আছে। মানে চুপাৰি কিলাৰিক লগাই।

  • @binoynath9605
    @binoynath9605 หลายเดือนก่อน +6

    ইমান দিনে জীয়াই আছে জীয়াই আছে কিমান শুনিম।

  • @mkxofficial7722
    @mkxofficial7722 หลายเดือนก่อน +9

    New sim kela kot uliaise ako . Kr pora uliaise ki sim tak detection krb pora ni ne

  • @user-qm7iy4kc3e
    @user-qm7iy4kc3e หลายเดือนก่อน +3

    অসমীয়া ল'ৰা এটাক লৈ ইমান নিউজ বজায় , বাংলাদেশী এটাৰ ক্ষেত্ৰত কিয় নিউজ নবজায়

  • @CS-jy9ix
    @CS-jy9ix หลายเดือนก่อน +8

    কমিচন খোৱা বিষয়া কৰ্মচাৰী, ঠিকাদাৰ আৰু চৰকাৰৰ ওপৰৰ মহলত বহি থকা তেনেই নিমাখিত ভাৱৰীয়া মন্ত্ৰী নেতা সকলৰ দ্বাৰা ৰচিত সুন্দৰ নাটকখন আৰু কিমান দিনলৈ মঞ্চস্থ কৰি ৰাখিব হয়নে? আৰক্ষীৰো কমিচন কমিচন অৱস্থা হৈছে নেকি 🤣

  • @ParamBorodoloi
    @ParamBorodoloi หลายเดือนก่อน

    আমাৰ দৰে সাধাৰণ মানুহে কিবা এটা ভূল কৰোঁচোন লগত লগত সকলো ধৰা পেলাব বা যি কোনো ডাঙৰ ঘটনা নহওঁক কিয় যদি শুদ্ধ পথেৰে তদন্ত আৰম্ভ কৰে বেছি সময় নালাগে সকলো জল জল পত পত কৈ ওলাব । কিন্তু জুন মনি আৰু সুনীল গগৈ কাণ্ড বোৰত আমাৰ দৰে সাধাৰণ মানুহ জৰিত থকা নাই কাৰণে এইবোৰ নাটক ইমান দীঘলীয়া । আৰু কোনো দিন শেষ নহব দৰ্শকে আমনি পায় চাবলৈ বা শুনিবলৈ এৰি দিব তেনেকৈয়ে এদিন কাহিনী টো কোনো অৰ্থ নোলোৱাকৈ নাইকীয়া হৈ যাব । এইবোৰ আৰু শুনিবলৈ ইচ্ছা নোযোৱা হল ।

  • @Runjunborah-un5zk
    @Runjunborah-un5zk หลายเดือนก่อน +1

    আমনি লাগিছে এইটো নাম শুনি শুনি

  • @SabitaThakuria-jz1px
    @SabitaThakuria-jz1px หลายเดือนก่อน +2

    জীয়াই আছে বুলি বহু দিন শুনিলো কিন্তু সুনিল গগৈক ধৰি আনিব কেতিয়া জীয়াই আছে যদি ধৰি আনিলে হল

  • @bhaskarjthakuria5538
    @bhaskarjthakuria5538 หลายเดือนก่อน +6

    পৰিয়ালক 3rd degree দিয়ক !!

  • @tilamatalukdar7875
    @tilamatalukdar7875 หลายเดือนก่อน +4

    Thikei koise

  • @pulakkonwar5082
    @pulakkonwar5082 หลายเดือนก่อน +8

    ঘটনটোৱেই ৰহস্যৰ আবত্বত আছে
    তোমালোকে আকৌ সন্দেহ জনক কাহিনী বোৰ কৈ আছা

  • @shine960
    @shine960 หลายเดือนก่อน +2

    Rong drama of police

  • @anowara.begum23
    @anowara.begum23 หลายเดือนก่อน +4

    গদাপানি কত গ'ল জয়মতী য়ে কিয় গম নাপাই🎉

  • @nilimakalita7018
    @nilimakalita7018 หลายเดือนก่อน +2

    Third party thakare hambhabana besi prashansak divert Kariba pare

  • @basisthaacharya6590
    @basisthaacharya6590 หลายเดือนก่อน +1

    Thanks to Assam Police for using modern technology to trace out any suspected offender. এতিয়া চিম কোন এজেন্টৰ পৰা লৈছিল সেইটো ওলালে অনুসন্ধানৰ নতুন পথ ওলাব।

    • @digantadeka7201
      @digantadeka7201 หลายเดือนก่อน

      Thanks dili a 😂😂😂atyale confirm a koribo nai pora kot ase kor pora olaise😂

  • @dibayjyotiborah442
    @dibayjyotiborah442 หลายเดือนก่อน +1

    Morile insurance poisa dib lgib
    Aru kot moril police uliab ketiau nuare tar krne jiai ase buli koi dilei case hekh

  • @dibayjyotiborah442
    @dibayjyotiborah442 หลายเดือนก่อน +1

    Um he okora nijr nmt sim uliab nijr nmt Gmail account khulib amibur pagol he aru police ji kb mani lbole

  • @rajkumarpatir2204
    @rajkumarpatir2204 หลายเดือนก่อน

    Ki sim card tu uliyangte photo copy nalageneki ajikali.

  • @mamonisaikia39
    @mamonisaikia39 หลายเดือนก่อน

    জীয়াই জদি আছে ইমান দিনে খাবলৈ কোনে দিব

  • @DipankaSharma
    @DipankaSharma หลายเดือนก่อน

    Moi agotei koisu. CID better organization than CBI. CID can solve this case. Good job CID branch.

  • @navaborthakur528
    @navaborthakur528 หลายเดือนก่อน +3

    New drama........

  • @sibaninath8483
    @sibaninath8483 หลายเดือนก่อน +1

    Ki boki ase..Kam nai

  • @pabitrasaikia5831
    @pabitrasaikia5831 หลายเดือนก่อน +2

    ফালটু

  • @BipulBipul-wl1ud
    @BipulBipul-wl1ud หลายเดือนก่อน +1

    Sunil nay jahangir aase ki kowahe

  • @user-kj9cb8zz5q
    @user-kj9cb8zz5q หลายเดือนก่อน +1

    Oxomor ejonhe Sunil Gogoi aseneki?

  • @islammstv6852
    @islammstv6852 หลายเดือนก่อน

    জাহাংগিৰ ৰ পৰিয়ালৰ কি‌হব?

  • @user-yo9hn4md4j
    @user-yo9hn4md4j หลายเดือนก่อน

    পুৰণি বাতৰি | প্রথম অবস্থাতে কোৱা হৈছিল দুয়োজনৰ লোকেচন তাত পোৱা গৈছিল | এতিয়া আৰু তাক বেলেগকৈ ব্যাখ্যা কৰাৰ প্রয়োজন নাই | এ_ ইটো হাই প্রফাইল মাৰ্ডাৰ দ সকলো মেনেজ হৈ আছে |

  • @AnantaDasDas-lb2zl
    @AnantaDasDas-lb2zl หลายเดือนก่อน

    আৰক্ষীৰ নাটকসন বন্ধ কৰক

  • @user-fj6pr2os9f
    @user-fj6pr2os9f หลายเดือนก่อน

    Gereptar nakore kiwo porial tuk shunilor vaginok kiwo Lokhimpur police

  • @user-hr4md8gh6o
    @user-hr4md8gh6o 29 วันที่ผ่านมา

    😮😮😮😮😮😮😢😢😢😢😢

  • @ashokkumarrabha9103
    @ashokkumarrabha9103 หลายเดือนก่อน +7

    বিশ্বাস নহয়। নাটক।

  • @aidyou6440
    @aidyou6440 หลายเดือนก่อน +1

    Natak

  • @TutumoniHira-jm3vy
    @TutumoniHira-jm3vy หลายเดือนก่อน +1

    Natok

  • @gouravgogoi318
    @gouravgogoi318 หลายเดือนก่อน

    Direct uliai dekhuauk tetiahe bujim ene koi thaki lav nai

  • @AnilGogoi-rm3lh
    @AnilGogoi-rm3lh หลายเดือนก่อน

    Val katha kaise hangbadika

  • @SubashSharma-tl8xq
    @SubashSharma-tl8xq หลายเดือนก่อน

    Policewala, ya cid maha murkho

  • @prodipkumarbora3354
    @prodipkumarbora3354 หลายเดือนก่อน +2

    হেৰা, এইবিলাক কথা বন্ধ কৰা আৰু বেলেগ বাতৰি কৰা।
    এইটোনো কি নে ডাঙৰ বাতৰিটো দিছা যে তাৰ সহায়ত সুনীলক ধৰিব।
    একো নহয়, একো নাপাই, প্ৰকৃত কথাটো কোৱা, কোন কোন ৰৌ বৰালি জৰিত হৈ আছে।

  • @ArunBorah-je1ws
    @ArunBorah-je1ws หลายเดือนก่อน

    Sudurbhai kot ase ko

  • @dipankarchamuah7727
    @dipankarchamuah7727 หลายเดือนก่อน

    😂😂😂

  • @Danirojasfc6
    @Danirojasfc6 หลายเดือนก่อน +6

    ৰহস্যৰ আঁৰত কোন মহানায়ক!

    • @CS-jy9ix
      @CS-jy9ix หลายเดือนก่อน

      হয়তো ঘোচখোৰ বিষয়া কৰ্মচাৰী, ঠিকাদাৰ আৰু সকলোৰে পৰিচিত মামা নেতাৰ সংগীবৃন্দ 🤣🤣

    • @user-yo9hn4md4j
      @user-yo9hn4md4j หลายเดือนก่อน

      এইবাৰ ৰ পিছত ভাওৰীয়া হব কেশব কুমাৰ ?

  • @anamikatamuli7161
    @anamikatamuli7161 หลายเดือนก่อน +1

    odorkari kotha boki lav ni.

  • @kalyansingha2775
    @kalyansingha2775 หลายเดือนก่อน

    News bilak kamur hoi gol..... Matha ghegla kori dele

  • @dipakgohain8946
    @dipakgohain8946 หลายเดือนก่อน

    Ru kimn vauna kribo.......

  • @bijitboro5117
    @bijitboro5117 หลายเดือนก่อน

    Nd 24 very gd news

  • @mrinalphukan5425
    @mrinalphukan5425 หลายเดือนก่อน

    😂

  • @pranabjaibajrangbalideka959
    @pranabjaibajrangbalideka959 หลายเดือนก่อน

    Baanpani r video dekhauk hey.... Brahmaputra t pani kimn bahrile dekha ni 😂😂😂😂😂😂

  • @joychandra6254
    @joychandra6254 หลายเดือนก่อน

    👍

  • @user-kj9cb8zz5q
    @user-kj9cb8zz5q หลายเดือนก่อน

    Banpanit bhukatur manuhar protibad bur taul pelabole ,eibur batori.

  • @lakshmibasumatary8834
    @lakshmibasumatary8834 หลายเดือนก่อน

    Sunil r wife,putek, vayek jorito ase .....xexhot prove hobo.

  • @bimanbaruah
    @bimanbaruah หลายเดือนก่อน

    😂