পাগল প্ৰেমিক ৰিশি এতিয়া কি অৱস্থাত আছে?🤔🤔 | Rishi Barman

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ธ.ค. 2024

ความคิดเห็น • 1.1K

  • @Alpi938
    @Alpi938 10 หลายเดือนก่อน +190

    এজনী ছোৱালীৰ কাৰণে গোটেই ছোৱালী জাতিক বদনাম কৰাটো ভাল নহয়। যদি সকলো ল'ৰাৰ গাত ৰাৱণৰ গুণ থাকিলে হেঁতেন আজি ধৰ্ষণৰ সংখ্যা বাঢ়ি নগ'ল হেঁতেন। সকলো ল'ৰা বেয়া নহয় কিন্তু বহুত ল'ৰাই বহুত ছোৱালীৰ জীৱন ধ্বংস কৰে। আৰু সকলো ছোৱালী একে নহয় কিন্তু বহুত ছোৱালীয়ে বহুত ল'ৰা জীৱন ধ্বংস কৰে। গতিকে কিছুমানৰ বাবে সকলোকে দোষ নিদিব। অলপ practically কথাবোৰ ভাৱিব। ইমান আৱেগিক হ'লে নহ'ব কিন্তু।‌ আপোলোক একমত হয় নে ? মই ছোৱালীক সন্মান কৰোঁ কাৰণ মোৰ মা ও ছোৱালী হয়।

    • @mamonisvlogsandother9132
      @mamonisvlogsandother9132 9 หลายเดือนก่อน

      Right 🙏

    • @pryka4
      @pryka4 9 หลายเดือนก่อน +4

      Thik kotha koise, manuh mantally strong hbo lge ,prem dhkha khaisu buli tu nijok hekh krile nhbo no, krn maa deutatkoi swali jonir Prem dangr hbo nware, swali ba lora krne Mori juatu Prem buli nkoi eitu apuni zid loisile , vale thkk nijor life enjoy korok 👍👍nijok loi happy thkibloi try kribo 🙏🙏

    • @garc9192
      @garc9192 9 หลายเดือนก่อน

      Hosa ktha❤

    • @nishitabharali111
      @nishitabharali111 9 หลายเดือนก่อน +2

      লৰা হিচাপে বহুত আবেগিক ঋষি ।এনেকে হলে নহব,,,,যোৱা মানুহ যাব দিয়ক। পৃথিৱীত ছোৱালী কমি আছে নেকি? আৰু এজনীৰ কাৰনেই গোটেই ছোৱালী জাতিক এনেকৈ কিয় কব ?

    • @rupaschannel5856
      @rupaschannel5856 9 หลายเดือนก่อน

      @@nishitabharali111 taro mentality val nhoi. Hoito suali jonir pora dhoka khai, tar mentality anekua hol

  • @MonjuSonouwal
    @MonjuSonouwal 7 หลายเดือนก่อน

    Oo❤❤❤❤❤❤

  • @kanghonrongchihonpi4293
    @kanghonrongchihonpi4293 10 หลายเดือนก่อน +326

    ঋষি তুমি বহুত বেয়া কৰিছা । তুমি যেনেকৈ কথা বোৰ কৈছা যে জোনে যিমান বুজালেও মই তাইক পাহৰিব নোৱাৰিম । তুমি পিছৰ কথা টো এবাৰ ভাবি চোৱা । এদিন হলেও তোমাৰ জীৱনত কোনোবা নহয় কোনোবা এগৰাকী আহিবই যদি তেওঁ এই video টো চাই তেতিয়া তাই তোমাৰ লগত সুখী হব পাৰিবনে ? যদি তাই ভাবি লয় যে আগৰ জনীক এতিয়াও পাহৰিব পৰা নাই ভিতৰি তাইক মনত পেলাই থাকে নেকি ? এইবোৰ কথা যদি মনত সুমুৱাই লয় তেনেহলে জীৱনটো তুমি অকলেই পাৰ কৰিব লাগিব । চবেই ভয় খাব আৰু সন্দেহ কৰিব কিজানি তুমি আগৰ জনীক পাহৰিব পৰাই নাই । কাৰণ কোনো এগৰাকী নাৰীয়েই নিবিচাৰে যে নিজৰ মানুহ জনে আন কাৰোবাক মনৰ মাজত ৰখাটো। সন্দেহ টো কিন্তু বহুত বেয়া বস্তু। পিছৰ জীৱনটো আগুৱাই নিবলৈ হলে তুমি এইবোৰ কথা পাহৰি আন কাৰোবাক আপোন কৰি লবই লাগিব । নহলে অকলেই থাকিব লাগিব।

    • @481nahortolil.p.school8
      @481nahortolil.p.school8 10 หลายเดือนก่อน +2

      ঋষি তুমি তোমাৰ মা দেউতা বাবেই জীয়াই থাকিব লাগিব।কেতিয়াও আত্মহত্যা নকৰিবা।তুমি যিমান কষ্ট পাইছা তোমাৰ মা দেউতাই তাটোকৈ বেছি কষ্ট পাইছে তোমাক লৈ।

    • @Eassy_game-yt
      @Eassy_game-yt 10 หลายเดือนก่อน

      June hosa antote val pai, jar montu ake bare safa hi he bujib fake manuhe tu aku anubho nohoi. Muru ake hoise

    • @swapnaskitchenlifevlog7798
      @swapnaskitchenlifevlog7798 10 หลายเดือนก่อน +5

      এতিয়া তেখেতৰ লগত ইমান খিনি হৈ গৈছে কাৰণে তেখেতে এতিয়া তেনকৈ কৈছে সেইটো সকলোৰে লগত হব বা হৈ জেনেকৈ আমাৰ ছোৱালী ৰো লগত ঘটে বহুত তেনেকুৱা হৈ মিছা সপোন দেখাই ছোৱালীৰ মনটো বহুত বেছি আঘাত দিয়ে তেতিয়া আমাৰো এইবোৰ ভাৱ হৈ কিন্তু যাৰ লগত ঘটিছে তখেত সকলক যদি বহুত বেছি মৰম কৰা মানু্হ এজন বা এজনি পাই এদিন নহয় এদিন মন সলনি হবয়... আৰু তেখেতে সকলো কথা নিজৰ মনত যি আহিছে বা ভাবিছে সেয়েহে প্ৰকাশ কৰিছে আৰু বহুত ভাল কাম কৰিছে এতিয়া তেখেতৰ কথা আৰু মনতো জানি বুজি এজনী ছোৱালী আহিব আৰু জিজনি ছোৱালী পাব তেখেতক বহুত ভাল পোৱা মৰম কৰা বুজি পোৱা ছোৱালী পাব আৰু তেখেতে এদিন নিজে পাহৰি যাব জিজনিৰ কাৰণে তেখেতে ইমান পাগল আছিল হিজনি তেখেতৰ লগত ইমান কৰিলে আৰু আজি মই এনেকোৱা এজনী পালো জাক মই ইমান ভাল পাইছিলো তাতকৈও বেছি ভাল পোৱা এজনী পাইছোঁ তেতিয়া তেখেতে নিজে ঠিক হব...

    • @dipaliborah3726
      @dipaliborah3726 10 หลายเดือนก่อน +1

      মানুহৰ জীৱনত হাত প্ৰতি হাত থাকেই, গতিকে দুখৰ মাজতে সুখ বিচাৰি জীয়াই থাকা এই অন্যায়ৰ ফল তুমি নিজে ই দেখিবা, বিপদত ধৈর্য হৈছে মহান গুন তুমি জীৱন যুদ্ধত জয়ী হবাই পে্মৰ বাবে পাগল নহবা জেদ লোৱা আগবাঢ়ি যোৱা জীৱনে নিশ্চয় এদিন সুখ দিবি তাই আছিল তোমাৰ জীৱনৰ কাল নাগিনী, ভাগ্য ভাল আছিল বাবে বাচিলা, সত্যৰ সদায় জয় দুষ্ট ৰ দিন বাৰিয়া ৰ বান পানীৰ দৰে খন্তে কুয়াংচৌ সদায়ে সুখত থাকা, কামত মনোযোগ দিয়া,

    • @saikiatrishna
      @saikiatrishna 10 หลายเดือนก่อน

      Sob kotha aneke nokoba Mr Rishi suwali aneke kua adhikar kune dise ha.. prithibi t ki lora kimm beya ase najana nki kotha vlke koba suali r uprt aneke kotha kua right ni .apat taal okle nabaje bujisa

  • @lilyprovadutta1203
    @lilyprovadutta1203 8 หลายเดือนก่อน

    2:47

    • @lilyprovadutta1203
      @lilyprovadutta1203 8 หลายเดือนก่อน

      Swalir karone morib loga lorabilakk noradham buli kai

  • @thaneswarboruahthaneswarbo3477
    @thaneswarboruahthaneswarbo3477 8 หลายเดือนก่อน +3

    ঋষি দা আপোনাৰ কাহিনী টো আজিৰ লৈকে মই দহ বাৰ মান চাই বহুত বেয়া লাগিছে। আপোনাৰ প্ৰতিটো কথা কান্দি উঠিছো

  • @tinumaisaikia1694
    @tinumaisaikia1694 7 หลายเดือนก่อน +7

    ধন্যবাদ ঋষি তোমাৰ মুখৰ হাঁহি দেখি ভাল লাগিছে।তুমি যে মা দেউতাক নিঠাৰুৱা নকৰিলা ভগৱানে তোমাক ভালে ৰাখক ❤❤❤🥰🥰🥰

  • @NamitaBaro-s9o
    @NamitaBaro-s9o หลายเดือนก่อน

    God.bless.you

  • @sitaranibarua5363
    @sitaranibarua5363 10 หลายเดือนก่อน +61

    Rishi , তোমাক এটা কথাই কওঁ যে ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে। এতিয়া তুমি এনে এটা কাম কৰা যিটো দেখি বা শুনি তাই দহি দহি নিজকে শেষ কৰি দিয়ে। আৰু সেইটোৱেই তোমাৰ জীৱনৰ সফলতা হওঁক। ভালে থাকা সদায়।

    • @gitanjalidas2282
      @gitanjalidas2282 10 หลายเดือนก่อน

      Yes thik ktha koise taik vl kri dekhai diok jate tai vbe je mi tar lgt nthki bht bea krilu buli onuvob hy ...ru rishi dada aapuni bht vl songi pbo sinta nkribo ...

  • @rickygamex3237
    @rickygamex3237 7 หลายเดือนก่อน +1

    Methinga lite version Love from earth

  • @JayashreeTalukdar-mj6fn
    @JayashreeTalukdar-mj6fn 10 หลายเดือนก่อน +21

    কাৰোবাক সচাঁ অন্তৰেৰে ভাল পালে কাকো পাহৰিব নোৱাৰি , মইয়ো এজন মানুহক বহুত ভাল পাইছিলোঁ নিজতকৈও বেছি ...অকল ছোৱালী বুলি নহয় কিছুমান লৰাও থাকে ভাল পাও বুলি জানিলে সেই ভালপোৱাত আঘাত কৰে আহি..হাজাৰ জনে বুজালেও বুজি নাপায় মনটোৱে ... যিজনে ভাল পায় তেওঁহে অনুভৱ কৰিব পাৰে কিমান কষ্ট,কিমান যন্ত্ৰণা,কেনেকৈ পাৰ কৰিবলগীয়া হয় প্রতিটো দিন প্ৰতিটো পল,প্রতিটো ৰাতি তেওঁ কি অনুভৱ কৰিব বাৰু?পাহৰি যোৱা তুমি কবলৈ সহজ কিন্তু যিজনে ভাল পায় তেওঁহে জানে ,তেওঁ কেতিয়াও বুজি নাপালে মোৰ ভালপোৱাক তেওঁ জানি বুজি মোৰ ভালপোৱাত আঘাত কৰিছে...সচা ভালপোৱাজনে কেতিয়াও কাকো পাহৰিব নোৱাৰে হাজাৰ চেষ্টা কৰিলেও..মোৰ এটাই অনুৰোধ কাকো মিচা আশা নিদিব ,সপোন নেদেখুৱাব যদি পূৰণ কৰিব নোৱাৰে কাৰণ এজন মানুহে সেই সপোন,আশাৰে জীয়াই থাকে ভাঙি নেপেলাব,যদি ভাল পাব নোৱাৰে মিচা ভালপোৱা নেদেখুৱাব কাৰণ কোনোৱাই সচা অন্তৰেৰে ভাল পায় থাকে আপোনাৰ লগত সপোন ৰচে সেই সপোনক ভাঙি নেপেলাব কাৰণ বহুত কষ্ট হয়,হাজাৰ ঠিক হলেও কেতিয়াবা বহুত বেয়াকৈ ভাঙি পৰা যায়..ভাষাই নাই বুজাবলৈ কি কম মই যিজনে সচা ভাল পায় তেওঁহে বুজিব...

    • @PampiSenapati-sj6bz
      @PampiSenapati-sj6bz 10 หลายเดือนก่อน +1

      Jie Jak jenekoi kosto dise sobeo paok khasti.

    • @monalishadevi8888
      @monalishadevi8888 9 หลายเดือนก่อน

      মনৰ কথাবোৰ কৈছা।

  • @JyotshnaborahJyotshnaborah
    @JyotshnaborahJyotshnaborah 14 วันที่ผ่านมา

    Val lage apunalukor kotha bur huni ❤❤❤

  • @joutisankarpatowary2836
    @joutisankarpatowary2836 10 หลายเดือนก่อน +10

    তাই কৰা পাপৰ ফল দেখা পোৱাৰ বাবে ভগৱানে তোমাক জীয়াই ৰাখিছে মা দেউতাৰ কাৰণে নতুন কে আগবাঢ়ি যোৱা

  • @MadhurimaGogoi-s2h
    @MadhurimaGogoi-s2h 4 หลายเดือนก่อน

    Rishi dada love you ❤

  • @earinhazarika5407
    @earinhazarika5407 10 หลายเดือนก่อน +18

    Suali jnir name tu lge ru insta id lge amiu sau tair mukhkhon😂😂

    • @zabeentasmin1291
      @zabeentasmin1291 10 หลายเดือนก่อน

      Muru sab mon ase😂

    • @queengogoi2516
      @queengogoi2516 9 หลายเดือนก่อน +1

      sbo lgisil taikk bht essa ase dkhb😂

    • @UttamTamuli
      @UttamTamuli 7 หลายเดือนก่อน +1

      Mu ki baat chin liya aapne😂

  • @manmohanrai6158
    @manmohanrai6158 7 หลายเดือนก่อน

    God bless you

  • @BijumoniGogoi-dz3pb
    @BijumoniGogoi-dz3pb 10 หลายเดือนก่อน +9

    তুমি সচাই বহুত ভাল লৰা, তোমাক মোৰ নিজৰ আপোন ভাইটিৰ দৰে লাগে ,তুমি সচাই এজন সচাই অন্তৰ লৰা ,কিন্ত তোমাক মই এটা কথাই কব বিচাৰো তোমাৰ গোটেই জীৱন টো আগত ৰৈ আছে , তুমি কেতিয়াও ভুল নকৰিবা জীয়াই থাকিব লাগিব ঘাট প্ৰতিঘাটৰ মাজেৰেই, এদিন তুমি সুখী হবা আৰু আৰু আন দহজনক সুখী কৰিব লাগিব।

  • @barnalitalukdar9249
    @barnalitalukdar9249 3 หลายเดือนก่อน

    Risi tumi sob pahori aguyai juwa notun life start kora

  • @smitabhuyan2556
    @smitabhuyan2556 10 หลายเดือนก่อน +30

    যি প্ৰেমত সন্মান নাই যি প্ৰেমত মৰমৰ নাই বিশ্বাস নাই সেইবাবে প্ৰেম নহয় আপুনি হে প্ৰেম কৰিলে তাই প্ৰেম কৰা নাছিল..... পাহৰিবলৈ যত্ন কৰক জীৱনত আগুৱাই হওঁক

    • @flamingsaber5938
      @flamingsaber5938 10 หลายเดือนก่อน +2

      💯 right dae

    • @sudishnarabha7820
      @sudishnarabha7820 10 หลายเดือนก่อน

      আপুনি হে সচাঁ প্রেম কৰিলে, তাই কৰা নাছিল। তাই আপোনাৰ মৰম ভালপোৱাৰ যোগ্যই নাছিল। ভগবানে যি কৰে , ভালে কৰে। আগুৱাই যোৱা,,,,,,, সুখী থাকা।

    • @TonmoyBorthakur-z1d
      @TonmoyBorthakur-z1d 10 หลายเดือนก่อน

      Ami Sai biya patim tension nai

  • @manishabaro9109
    @manishabaro9109 10 หลายเดือนก่อน +8

    প্ৰেম কৰাজনেহে বুজি পায় প্ৰেমৰ মূল্য কি হুবহু কিছু কিছু কথা মোৰ লগত মিলি গৈছে l সঁচাকৈ মৰি মৰি জীয়াই থকা যায় স্মৃতিবোৰ মনত সদায় জীয়াই থাকে দিন ৰাতি সমান যেন লাগে l সঁচাকৈ বুজালেও সেই সময় খিনিত হে বুজি পোৱা যায় আৰু পিছত একেই হয় কাৰণ মইও এজনী ভুক্তভোগী ছোৱালী l কাৰোবাৰ সুখৰ বাবে মই নিজেই আঁতৰি আহিছো ভালেই থাকক সুখী হক l মোৰ নিচিনা যেন আৰু কাৰো জীৱনৰ লগত খেলা নকৰে কাকো যেন ইমান কষ্টত মৰি মৰি জীয়াই থাকিব নিদিয়ে ভালে থাকা সদায় সুখী হোৱা l

  • @rishavkarmakar2839
    @rishavkarmakar2839 7 หลายเดือนก่อน +1

    Bhal naam dise Pagol Rishi 😂

  • @abinashdas7174
    @abinashdas7174 10 หลายเดือนก่อน +6

    Specially thanks baa apunak aku Richi dak apunar showt matar babe 💗😊

  • @kalyanbaruah8447
    @kalyanbaruah8447 4 หลายเดือนก่อน

    💯 write

  • @rahulburagohain7714
    @rahulburagohain7714 10 หลายเดือนก่อน +48

    Phto sabo mon goise suwali joni

  • @mandadevi2201
    @mandadevi2201 9 หลายเดือนก่อน

    ❤❤❤❤🎉

  • @tulikabaishya8659
    @tulikabaishya8659 10 หลายเดือนก่อน +21

    সকলো ছোৱালী একে নহয় আৰু সকলো লৰাও একে নহয়

    • @ajmal_ali_a
      @ajmal_ali_a 9 หลายเดือนก่อน +1

      90% suyali a anekuya.... 10% suyali he val

    • @Vipergaming_000
      @Vipergaming_000 9 หลายเดือนก่อน

      You are right ​@@ajmal_ali_a

  • @RupomDhar-gz4jq
    @RupomDhar-gz4jq 6 หลายเดือนก่อน

    Bhout duniya lagiche

  • @NiyorOfficial
    @NiyorOfficial 10 หลายเดือนก่อน +6

    ভালে থাকক দাদা, ভাল দিন আহিব। জীৱন এবাৰেই পাইছে, শেষ কৰাৰ কথা নাভাৱিব। নিজক ভাল পাবলৈ শিকক। ভাল ভাল motivational book পঢ়াৰ অভ্যাস কৰক। জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ শিকক। হাৰি নাযাব, সমস্যাৰ সৈতে যুঁজি যুঁজি আগবাঢ়িব পৰাটোৱেই জীৱন।

  • @tamimkhan78
    @tamimkhan78 9 หลายเดือนก่อน +1

    Xhuwalik koboloi akow nai😢😢

  • @raceartist4700
    @raceartist4700 10 หลายเดือนก่อน +22

    সচাকৈ তাই এজনী দুৰ্ভগীয়া ছোৱালী কাৰোবাৰ পৰা ইমান মৰম ভাল পোৱা পোৱাটো ভাগ্য লাগিব। তুমি সুখী হোৱা সকলো দেখিবা এদিন

    • @bonolatavlog5580
      @bonolatavlog5580 10 หลายเดือนก่อน +2

      সছাকৈ তাই দুৰ্ভগীয়া ছোৱালী আজি কালি সছা ভালপোৱা পাবলে নাই তাই যেতিয়া এনেকুৱা প্ৰেম বুজি নাপালে এদিন তাই প্ৰস্থাব লাগিব তাই কেতিয়াওঁ সুখ নহয় কৈ থলো।

  • @RanjanSangma-b5n
    @RanjanSangma-b5n 2 หลายเดือนก่อน +1

    Rishi da tar kori buhut vl suwali paba❤❤❤😢😢

  • @parhanabegum9534
    @parhanabegum9534 10 หลายเดือนก่อน +6

    চৰিত্ৰহীনা এজনীৰ কাৰণে নিজৰ জীৱনটো কিয় শেষ কৰিব লাগে।যিদিনা তোমাক ঘৰত থাকিব মাতিছিল সেইদিনাই তুমি বুজিব লাগিছিল কেনেকুৱা ছোৱালী।তুমি ভুল কৰিলা।

  • @KalpanaDevi-s4j
    @KalpanaDevi-s4j 2 หลายเดือนก่อน

    ৰিশি তোমাক ভগৱানে ভালেইকৰে তোমাৰ লগত বিয়া হোৱা হলে পাচতো বেলেগৰ লগত সম্পক ৰাখিলে হয়তো সদায়ে সঁচা ৰ জয় হব তুমি বহুত ভাল ছোৱালী পাবা তোমাৰ ভাল হব আশিবাদ কৰিচো

  • @priyankasaikia5302
    @priyankasaikia5302 10 หลายเดือนก่อน +6

    বহুতে কৈ আছে তেওঁক যে তাই ইমান বেয়া ছোৱালী তথাপি আজীৱন তাইকে ভাল পাওঁ,, বহুত ভাল পাওঁ,,,, আচলতে এয়াই প্ৰেম,,,,তাই যিয়েই নহওক,,, তেওঁৰ প্ৰেম নিভাঁজ আৰু সছা আছিল,,, ভাল পাই ন,,, ভাল পোৱা শব্দ টো সাধাৰণ যেন লাগে কিন্তু বহুত কিবা কিবি আছে জানা এই শব্দটো ৰ ভিতৰত,,,,,,,বাকী সকলো ভালে থাকক,,, আনক ঠগি কোনেও ডাঙৰ মানুহ নহয়,,, ভগৱান আছে ন,, বিশ্বাস ৰাখক,,, অভিশাপ বোলা শব্দ এটা আছে ন,,, গতিকে 😊,,,,,,😢😭

  • @KakuliMedi
    @KakuliMedi 6 หลายเดือนก่อน

    Video to Sai bahut Val lagisa

  • @mallikasarmah5303
    @mallikasarmah5303 10 หลายเดือนก่อน +6

    ঈশ্চৰে যি কৰে ভাললৈ কৰে জীৱনতো সুুন্দৰকৈ সজাই তোলক তাকে কামনা কৰিলোঁ ।

  • @POBANDAS-qn5th
    @POBANDAS-qn5th 4 หลายเดือนก่อน

    Rishi da tumi aku sinta nokoreba, tumer jibontu dhoja dhora

  • @tutumanibarman5384
    @tutumanibarman5384 10 หลายเดือนก่อน +12

    ইমান বেয়া চৰিত্ৰ বুলি জানিও যে তাইৰ পিচত লাগি আছে পৃথিৱীত আৰু বেলেগ ছোৱালী নাপাব নেকি যি হয় ভালৰ কাৰণে হয় বুলি কই তাইটকৈ কিজানি বহুত ভাল ছোৱালী আপোনাৰ ভাগ্যত আছে তাইৰ কথা পাহৰিব নোৱাৰিলে আহিব লগা জনিও কিন্তু সুখ নাপাব তাইৰ নিচিনা চৰিত্ৰ হিনা এজনীৰ কথা ভাবি থাকি কি লাভ ভাল এজনী চাই সুখী হওক তাকে কব বিছাৰিলো আহিব লগা জনিক সুখ দিব বিচাৰক আহিব লগা জনিক দুখ নিদিব আৰু এটা কথা কও সকলো ছোৱালী একে নহয় মইও ভাল পায়ে বিয়া হৈছোঁ তাই আচলতে আপোনাক ভাল পোৱা নাছিল আপোনাৰ টকাক হে ভাল পাইছিল তাই টকা লুভিয়া

  • @ranjita2567
    @ranjita2567 9 หลายเดือนก่อน

    😊❤

  • @DF1111DM
    @DF1111DM 10 หลายเดือนก่อน +8

    Eyaak bujai ekku labh nai.... nije jetia loike bujibo nukhuje kuneu bujabo nuware.... ejoni suwalir karone pagol hua burok moi bhal napau... prithivi t okol bhal puai sb nohoi... bohut kaam aase kori jaboloi...

    • @garc9192
      @garc9192 9 หลายเดือนก่อน +2

      Hokolu manuh apunar nisina practical nhoi ru hokolu Rishi r nisina imman emotional u nhoi. Sob blg blg ami. Bya pabo logia tat aku nai. Ami accept koribole hikibo lge individual difference❤

    • @chandangogoi4164
      @chandangogoi4164 9 หลายเดือนก่อน

      Jar logt hoi se hi gom pai

    • @DF1111DM
      @DF1111DM 9 หลายเดือนก่อน

      @@garc9192 bhulor pora jodi nihike tente tar logot xodai eke ghotonai hobo... besi practical jenekoi beya thik heidore besi emotional u beya... balance thakibo lage... but eyaar khetrot emotional tu besi... aaru eyaar baabe he nijei jogoriya jodi emman manuh r support r pisotu jodi he ekekhini kotha loiye dukh kori aase... eibur Karmic cycle ... lesson hikaboloi aahi lesson hikai gusi jaai... accept kori aag barhibo lage... soul growth tetia heh hobo... eyaat over emotional manuh k jaar jenekua nature buli excuses di taak aakow bhul buli jani moi respect dibo nuwaru dei... practically kom jate aakow heikhini nubhugok... olp practical manuh buror porau hikibo lage..
      Practical manuh yeu kande... but eketa kotha ke haboti bohi nathake...

    • @DF1111DM
      @DF1111DM 9 หลายเดือนก่อน

      @@chandangogoi4164 aamar protyek r logotei kom besi porimane ene ghotona kiba nohoi kiba etaa hoise... taar karone prothome bhukto bhugi jonoloi onukompa jage... but eketa ghotona ke haboti bohi thakile hobo ne ??? Soul growth kenekoi hobo ??? Aan manuh buror support pautei teulukor pora advice bur loi aagbarhibo laage... karon advice diya protyek manuh r life te tene ghotona ghoti goise etimodhye... aaru teuluke taak overcome koribo parise... so eke kotha ke haboti bohi nathaki practically tene manuh r advice lobo lage...

  • @mkrabha7976
    @mkrabha7976 8 หลายเดือนก่อน

    Val kotha

  • @riyanmunudas7780
    @riyanmunudas7780 10 หลายเดือนก่อน +20

    আজী দাদাৰ হাঁহি তু দেখি ভাল লাগিছে,,,, ও দাদা তুমি এজনী ছোৱালীৰ বাবে নিজৰ জীৱনটো ধ্বংস কৰিব খুজিচিলা 😢, সেই ছোৱালীৰ বাবে এই পৃথিৱী খন দেখা নাই দাদা মা, দেউতাৰ বাবে হে দেখিচা দাদা

    • @pryka4
      @pryka4 9 หลายเดือนก่อน

      Thikei, suwalik pai kisumne mak dewtak pahori jai,thik tnkoiye dada Jone vbile ,Tai nhle moi jiyai nthku Mori jam but gharr mnhr ktha ebaru nvbile 😱😱😱

  • @SipahiBhagat-o3s
    @SipahiBhagat-o3s 4 หลายเดือนก่อน

    😭😭😭😭❤️❤️❤️❤️

  • @bindassbintu
    @bindassbintu 10 หลายเดือนก่อน +59

    বন্ধু @ Rishi Barman ৰ কথাত দুখ লাগিছে সঁচা কিন্তু সমান্তৰালভাৱে তেওঁৰ প্ৰতি পুতৌও জন্মিছে ৷ এজনী প্ৰেমত অভিনয় কৰিব পৰা ছোৱালী , এজনী চৰিত্ৰহীনা ছোৱালী যিজনী ছোৱালীৰ প্ৰেমিকৰ সংখ্যা অগণন , যিজনী ছোৱালীয়ে নিজৰ পিতৃতুল্য এজন মানুহৰ মানুহৰ লগত শাৰিৰীক সম্পৰ্ক ৰক্ষা কৰিব পাৰে সেইজনী ছোৱালীক নিজৰ পৱিত্ৰ অন্তৰখনত ঠাই দি ৰাখিছে এতিয়াও ৷ বন্ধু ঋষিয়ে তাইক ভাল পাইছিল সঁচা অন্তৰেৰে কিন্তু তাই কেৱল আৰু কেৱল অভিনয় কৰিব জানিছিল ৷ সেইখিনি জনাৰ পাছতো এতিয়াও মন-মগজুত ঠাই দি থকাটোও এক প্ৰকাৰৰ পাপ বুলিয়ে ভাবোঁ ৷ বন্ধু ঋষি এবাৰ আমাক ফোন কৰিবা তোমাৰ সকলো দু:চিন্তা দূৰ কৰিবলৈ চেষ্টা কৰিম Good luck for your future life

  • @RupomDhar-gz4jq
    @RupomDhar-gz4jq 6 หลายเดือนก่อน

    Right

  • @durbaphukan2170
    @durbaphukan2170 10 หลายเดือนก่อน +38

    ৰিশিক ভগৱানে কিয় জীয়াই ৰাখিছে জানা ছোৱালী জনীৰ পিছৰ বেয়া হোৱাটো দেখা পাবলৈ ।তাই কৰা পাপ ৰিশিয়ে দেখা পাবই

  • @pujagogoi2126
    @pujagogoi2126 4 หลายเดือนก่อน

    Good blass you

  • @user-lg8ob3lx7o
    @user-lg8ob3lx7o 10 หลายเดือนก่อน +22

    Rishi tumar vaal houk ____ Hodaai hukhot thaka ❤

  • @NirodaDas-r4i
    @NirodaDas-r4i 6 หลายเดือนก่อน

    Thik. Koisa. Dada

  • @nazirabegum1637
    @nazirabegum1637 10 หลายเดือนก่อน +5

    Anjoli . Anjoli me tomhe bhul jao a hone nehi dunga . Or Tom mujhe bhul jao a hone nehi donga .😂 (Dharkan )

  • @ChandramaKhanikar
    @ChandramaKhanikar 9 หลายเดือนก่อน +3

    আপোানা কাহিনীটো শুনি পথম হুনিচিলো আৰু সাহস হৈছিল যে মইও কম এদিন মই ও কৈছিলো tq দাদা

  • @MarryBorgohain
    @MarryBorgohain 9 หลายเดือนก่อน

    I lov vebo❤

  • @karishmasaikia5279
    @karishmasaikia5279 10 หลายเดือนก่อน +25

    বিয়া নপতা আগত যি প্রেম হয় সেই প্রেম বিভেচাৰ ......শুনিৱলৈ অলপ বেয়া লাগিব পাৰে কিন্তু এয়াই সত্য.... প্রেম কৰক বিয়া পতা পাচত প্রেম কৰক .......(সমগ্ৰ পৃথিৱী বিভেচাৰত ডুব গৈ আছে)

  • @nishadas7056
    @nishadas7056 8 หลายเดือนก่อน +1

    Aguai jowa rice da apuna loi bht basi dhuk lagisa

    • @ihatepolitics9799
      @ihatepolitics9799 8 หลายเดือนก่อน

      Rice 🍚 da... Direct vat da buli kobo parila hoy 😂😂😂 how funny..

  • @mainudowarah287
    @mainudowarah287 10 หลายเดือนก่อน +6

    আগৰ ভিডিঅটো মই বহুত বাৰ চালো। আজি হৰ্থাৎ আকৌ একে কলা ৰংৰ চোলা দেখি আচৰিত হৈ ভিডিঅ চাইছো। কি বা হল আজি,,,
    নিজৰ জীৱনৰ কথা ভাৱক দাদা😘😘 মা-দেউতা আছে। ভাল ৰ্কম কৰি যাওঁক। 🙏🙏

  • @dhanentertainment5597
    @dhanentertainment5597 8 หลายเดือนก่อน

    Vle thak xdai vaiii😊😊😊

  • @LijumaniTalukdar
    @LijumaniTalukdar 10 หลายเดือนก่อน +3

    Rishi,tumi swaliaru bowari bhal koi paba diyaoh.ok.❤❤❤❤❤❤

  • @HimakshiDas-l3t
    @HimakshiDas-l3t 9 หลายเดือนก่อน

    📸👍

  • @riyahiya3182
    @riyahiya3182 10 หลายเดือนก่อน +5

    Be strong Rishi da....❤

  • @jaykhanikar5566
    @jaykhanikar5566 10 หลายเดือนก่อน

    😭😭😭

  • @anuboruah4928
    @anuboruah4928 10 หลายเดือนก่อน +10

    ৰ্ৰিশি তুমি নতুন চিন্তাধাৰা কৰা চোন । ভাগি নপৰিবা

  • @sskevines5077
    @sskevines5077 6 หลายเดือนก่อน

    Rishi God Bless you ❤️

  • @nirmalipathak3571
    @nirmalipathak3571 10 หลายเดือนก่อน +8

    Akal suwali tenekuwa nahay larao ase.Apunar lagat beya hol buliye anar lagat nahabo pare, please agal suwalik dukh nidiba. All the best and go-ahead your life.

  • @krishnamili2723
    @krishnamili2723 9 หลายเดือนก่อน

    😢😢😢😢😢😢😢

  • @gitimabarman1272
    @gitimabarman1272 10 หลายเดือนก่อน +7

    ঋষি এতিয়া তুমি সুখী বুলি ভাবা।

  • @JamunaDas-zc3fp
    @JamunaDas-zc3fp 4 หลายเดือนก่อน

    Dada apuni adin bohut bhal suwaly pabo

  • @bishnupriyagogoi50
    @bishnupriyagogoi50 10 หลายเดือนก่อน +23

    ঋষি মানুহৰ জীৱনত দুখ থাকেই ।আমিও পাৰ কৰি আগবাঢ়ি আহিছো।ধনাত্মক কথা পতা লোকৰ লগত থাকা।

  • @JyotshnaborahJyotshnaborah
    @JyotshnaborahJyotshnaborah 14 วันที่ผ่านมา

    Jiyai thoka dinbur upobhug korok amar ashibad hodai thakibo

  • @Deepbora-w2u
    @Deepbora-w2u 10 หลายเดือนก่อน +3

    Dada aponi sosake ajon val lora ....ajon val lorai hoi Maa deotar Jibont sukh aro santi diyok ....ajoni sadharn sowalir karne jibon dan diya Maa deotak mont dukh nidib .... Aponak vgbane jibonto sukh aro santit thakibor karne taik aponar pora atorai nise....aponar interview agte saiso ...aibar dekhi val lagil ...vgbane vale rakhk aponak ... Maa deotak aagt rakhi ntonkoi jibon2 aguwai niba ...god bless you🙏🙏🙏

  • @bornalidevi2322
    @bornalidevi2322 หลายเดือนก่อน

    ধয্য ধৰি আগ বাঢ়ি যোৱা। তোমাৰ হয়তো বিয়া পতাৰ পিচত হোৱা হ'লে তোমাৰ আৰু বিপদ হ'ল হয়।

  • @anjanabezbaruah9617
    @anjanabezbaruah9617 10 หลายเดือนก่อน +5

    আপোনাক বিপৰীতজনে কিমান ভাল পাই সেইজনক ভাল পাওক, আপুনি বহুত ভাল ছোৱালী পাব চিন্টা নকৰিব,আগলৈ আগুৱাই যাওক,তাইক অনাৰ পিছত কিজানি ভবিষ্যতে আপোনাৰ বেয়াই হ'ল হয়, নিজকে ভুল নকৰিব,তাই এসময়ত ফল পাব ধৈৰ্য আৰু সাহস ধৰক ☝️👍

  • @kalitadiganta6104
    @kalitadiganta6104 9 หลายเดือนก่อน

    ভাল থাকে

  • @malabikamunu7437
    @malabikamunu7437 10 หลายเดือนก่อน +49

    Ketiyaba jdi Rishi dadai biya pate o tenehole baa Abar interview loba sn para jdi❤

  • @sunildas5563
    @sunildas5563 8 หลายเดือนก่อน

    ৰিচি দাৰ দাউলক মজা

  • @nilamd676
    @nilamd676 10 หลายเดือนก่อน +3

    Being a girl or a lady, moi okonman beya palu j hokolu suwalik hanguri apuni suwali hokolok xaap buli kole… hokolu suwali beya nohoi Dada, don’t judge everyone for a single lady… Hoi,apunar logot beya hoise bohut aru suwali gorakir vul hoise aru beya Kintu don’t use the word ‘hokolu’… bohut val suwali ase june example set korise true love’r… lorau ase val tenekoiye… Thik tenedore beya lora- suwali duyuta thake…. Kintu hokolu nohoi… correct your words and choose word wisely. Sob lora val buli example dise teu kintu 98% percent beya buli koise, statement dise which is wrong.Aru Himashree, don’t accept such statement and correct that…Its your duty and responsibility as a host. By the way,Wish you a good life ahead❤

  • @bhanitarvlogs4924
    @bhanitarvlogs4924 9 หลายเดือนก่อน

    😥😥😥

  • @Xandilyacration
    @Xandilyacration 9 หลายเดือนก่อน +12

    ভাল হওঁক আপোনাৰ , ভগৱানে যিকৰে ভালৰ বাবেই কৰে কিছুমান ❤

  • @JyotishnaDas-u1v
    @JyotishnaDas-u1v 8 หลายเดือนก่อน

    ❤😢

  • @hemalatasarma291
    @hemalatasarma291 10 หลายเดือนก่อน +5

    আগুৱাই যোৱা।

  • @nalinisaharia8078
    @nalinisaharia8078 8 หลายเดือนก่อน

    Tumi maditetion +counceling kara .God is All.dhajya param bandhu .God bleass you Rishi .

  • @jyotishnadas9113
    @jyotishnadas9113 10 หลายเดือนก่อน +3

    Love from jorhat❤❤

  • @hemawatiborahboruah7485
    @hemawatiborahboruah7485 9 หลายเดือนก่อน +1

    প্ৰেম মানেই বিবাহ নহয়টো , প্ৰথম ভালপোৱাত বহুতেই সফল নহয় , সেয়েহে বাকি থকা সময় খিনিৰ সদব্যৱহাৰ কৰি আগবাঢ়ি যোৱা । তাইকে দেখুৱাই ভাল ছোৱালী এজনী বিয়া পাতা আৰু মা দেউতাৰ অন্তৰত অলপ সুখ দিবা বুলি আশা কৰিলো

  • @PriyankaChetia-xc6fm
    @PriyankaChetia-xc6fm 10 หลายเดือนก่อน +5

    Jar jibnt hoi ase ....hei a buji pai...kene kua lge....kimn kosto jiyai thkibo lge😢....

  • @allindiatravelskformassam2186
    @allindiatravelskformassam2186 9 หลายเดือนก่อน

    Next level vai

  • @rashmidas8922
    @rashmidas8922 10 หลายเดือนก่อน +3

    Emn vl puwa mnh amr life t he nahe 😢

  • @NilutpalKakoti-he7gf
    @NilutpalKakoti-he7gf 10 หลายเดือนก่อน

    🥺🥺🥺 Buji pau

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 10 หลายเดือนก่อน +11

    Comming soon 300k subscribers🎉❤️🔥

    • @Shivanya00006
      @Shivanya00006 9 หลายเดือนก่อน

      300k hoi gol aji

  • @champakpatgiri851
    @champakpatgiri851 10 หลายเดือนก่อน

    5:55 5:57 5:57 5:58 5:58

  • @minto_choudhury
    @minto_choudhury 10 หลายเดือนก่อน +3

    Aponake lag pab bhut essa ase ba I from Mangaldai ❤❤

  • @prabalpratim2029
    @prabalpratim2029 9 หลายเดือนก่อน

    Fetisapor Dailog to nice bro

  • @chandanburagohain276
    @chandanburagohain276 10 หลายเดือนก่อน +6

    The heart of a woman is not united; it is divided.
    While she is talking with one man, she looks lustfully at
    another and thinks fondly of a third in her heart.
    😂😂😂Pubali botah he utuwai loi nodid pelai thoi gol 😢😢😅😅😅

  • @হাঁহিৰখোৰাক-ট১র
    @হাঁহিৰখোৰাক-ট১র 9 หลายเดือนก่อน

    Same mur lgt o hoisil.।। Atiaw pahoribo pora nai. Taik😭

  • @chayanika198
    @chayanika198 10 หลายเดือนก่อน +4

    Jak bht besi val pua jai,,,teok ketiao pahoribo nuari...

  • @mantuchoudhury5401
    @mantuchoudhury5401 11 วันที่ผ่านมา

    Girlfriend love cannot be superior to Parents love

  • @dipamanidas444
    @dipamanidas444 10 หลายเดือนก่อน +3

    Dada apunar vall houk . Hodai hukhot thaka ❤❤ love from bajali❤❤

  • @shivanishivani6576
    @shivanishivani6576 3 หลายเดือนก่อน

    Risi da apuni aguai jauk please past r kotha vbi nijr bortomanor hmoi khini neheruabo..❤

  • @PranjitGhosh-z4v
    @PranjitGhosh-z4v 10 หลายเดือนก่อน +3

    Moi ata 16th year or lora hoi moi nijei kandisu

  • @Jahanabisvlog
    @Jahanabisvlog 9 หลายเดือนก่อน +1

    জীৱনত এনেকুৱা এজন ব্যক্তি লগ পাবলৈ বহুত ভাগ্য লাগিব। ইমান খিনি ভালপোৱাৰ পাছতো ইমানখিনি স্বাধীনতা দিয়াৰ পাছতো যে তাই বুজি নাপালে বহুত ভুল কৰিলে। জীৱনত কেতিয়াও তাই উধাৰিব নোৱাৰিব কিয়নো কাৰোবাক মনৰ লগত খেলি , ভালপোৱাৰ লগত খেলি কোনো ব্যক্তি সুখত থাকিব নোৱাৰে। হয়টো দুদিন দেৰি হব কিন্তু এদিন নহয় এদিন তেওঁ সেই কৰ্মৰ ফল ভোগ কৰিবই। ভগৱানেও সহ্য কৰি আছে এইবোৰ চাই তেওঁ যোনদিনা সহ্য কৰিব নোৱাৰিব সেইদিনা তেওঁ তাৰ পাপৰ চিন দেখাবই। ছোৱালী জনিয়ে যদি এই video টো চাই আছে,,, কেনেকুৱা লাগিছে বাৰু আপোনাৰ অকনো বেয়া নালাগিলে নে আপোনাৰ,, হয় আমি বুজিছোঁ যে আপুনি ঘৰৰ কথা মতে এনেকুৱা কৰিলে। তথাপিও আপোনি এবাৰ ৰিছি দাৰ কথা নাভাবিলে নে কিয় তেঁওৰ ভালপোৱা খিনিৰ লগত খেলিলে। তেওঁ কেনেদৰে জীয়াই থাকিব এবাৰো ভাৱি নাচালে। ভগৱানে আপোনাক কিন্ত এৰি নিদিব এই পাপ যে কৰিলে। ৰিছি দা আপোনাৰ এই video টো upload দিয়া দিনায়ে চালো সঁচাকৈয়ে বহুত মনটো দুখ লাগিলে 2 বাৰ 3 বাৰ চালো। মোৰ চাইয়ে কিবা লাগিলে মনটো। আপুনি এইবোৰ যন্ত্ৰণা সহ্য কৰি আহিছে কিমান কষ্টত আছে সেইটো আপুনি বুজি পাব। হাজাৰ আমি বুজালেও আপুনি বুজি পাবলৈ কষ্ট হব। তথাপিও আকৌ এবাৰ কৈছোঁ যি হল সেইবোৰ বাদ দি নতুনকৈ জীৱন টো আগুৱাই নিয়ক। নহলে এইবোৰ মনলৈ আহি থাকিলে আপুনি শান্তিত থাকিব নোৱাৰিব লগতে আপোনাৰ দুখ কষ্ট বোৰ দেখি আপোনাৰ মা দেউতাৰ বহুত কষ্ট হ'ব। অলপ মান মা দেউতাৰ কথা চিন্তা কৰিবছোন। নালাগে ভালপোৱা গৰাকী জীৱনৰ লগত থাকিবলৈ। মা দেউতাৰ লগতে থাককছোন মা দেউতাৰ মৰম ভালপোৱা বোৰ লগত লৈ। চাব সকলো বোৰ পাহৰি যাব।মা জনিয়ে 9 মাহ 10 দিন গৰ্ভত ৰাখি কিমান কষ্টৰে ডাঙৰ দীঘল কৰি মনত এগাল মান আশা পুহি আপোনাক লৈ আজি ইমান খিনি ডাঙৰ কৰিলে আপুনিও এগৰাকী ছোৱালী ক ভাল পাবলৈ খিকিলে চাওকচোন কিমান ডাঙৰ হল। দেউতাই কিমান কষ্ট কৰি আপোনাক পঢ়ালে আপোনাক লৈ এটা সপোন গঢ়ি কিমান কষ্ট কৰিলে ভাৱকছোন কিমান কষ্ট কৰিলে তেওঁলোকে আপোনাক লৈ। আপুনি কিয় এজনী সাধাৰণ ছোৱালীৰ কাৰণে নিজৰ জীৱনটো মৃত্যু মুখলৈ ঠেলি দিছে। এইবোৰ নকৰিব মা দেউতাই বহুত কষ্ট পাব। আমি সকলোৱে বুজিছো আপুনি অগাধ ভালপোৱাৰ পাছত কেনেকৈ এইবোৰ পাহৰিব পাৰিব। হলেও পাহৰিব লাগিবই তেওঁ যেতিয়া আপোনাৰ লগত এনেকুৱা কৰিলে আপুনিও তেওঁক দেখুৱাই ভালকৈ থাকক। চাব আপোনাৰ বহুত ভাল হব আপোনাৰ লগত ভগৱান আছে মা দেউতাৰ আশীৰ্বাদ আছে আমিও আছোঁ লগত। আপোনাৰ ভাল হবই। ভগৱানে আপোনাক এইবোৰ পৰীক্ষা কৰি চাইছে আপুনি কেনেকুৱা মনৰ হব পাৰে মাথোঁ আপুনি এইবোৰ সহ্য কৰি যাৱক। চাবছোন এজন এজন ভাল ব্যক্তিৰ জীৱনলৈ এনেকুৱা এটা বিষাদ ভৰা যন্ত্ৰণা আহেই। আপুনি এইবোৰ সহ্য কৰি যাৱক ভগৱানক মূৰ দুৱাই সকলো ভাল কৰিব ভগৱানে। আপুনি আনৰ কথা অহিত কথা চিন্তা নকৰিব ভগৱান আপোনাৰ লগত আছে। নিজৰ ভন্টিৰ দৰে কৈছোঁ এইবোৰ পাহৰি যাব ৰিছি দা নিজক এটা নতুন দিশত আগবাঢ়ি যোৱাত কষ্ট কৰক আমি আছোঁ আপোনাৰ লগত। আশা ৰাখিলোঁ আপুনি এইটো পৰিস্থিতিৰ পৰা আঁতৰি আহিব বুলি।😞🙏🏻 ভালকৈ থাকিব

  • @nitishdoley9288
    @nitishdoley9288 10 หลายเดือนก่อน +6

    জীৱন টো এবাৰ ,বয়স বহুত বেছি আছে। যি কৰে ভগৱানে ভালেই কৰে। জীৱন টো সুন্দৰকৈ ৰঙীন হ'ব। জীয়াই থাকক , ছোৱালী জনী চৰিত্ৰ কৈছে । বুজিবলৈ কি

  • @ajoyboro8486
    @ajoyboro8486 4 หลายเดือนก่อน

    Nice

  • @manibankalitanath3648
    @manibankalitanath3648 10 หลายเดือนก่อน +6

    তুমি যিমানেই হৃদয়ৰ পৰা ভাল নোপোৱা কিয় , ছোৱালী জনীয়েই যদি বদমাছ হয় , পৰপুৰুষৰ পৰা পইচাৰ বাবেই তোমাক লাঠ মাৰিব পাৰে । তেন্তে তোমাৰ প্ৰকৃত ভালপোৱা তেনে ছোৱালীৰ বাবে নহয়য়েই । ভগবানে যোৰ বনাই থৈছে তোমাৰ বাবে । ফালটু ছোৱালী এজনীৰ বাবে এবাৰ লাভ কৰা মানুহৰ জীৱনটো ধংস নকৰিবা ।তুমি এতিয়া তাইৰ কথা বা তোমাৰ প্ৰেমৰ চিন্তা কৰি অবাবত সময় নষ্ট নকৰিবা । ডেকা জীৱনটো আগুৱাই নিয়া । ভাল কৰ্ম কৰা। সময় নষ্ট কৰাৰ সময় নাই ডেকা লৰা । 👍