আপুনি আপোনাৰ সন্তানটিক যদি সঁচা অৰ্থত গঢ় দিবলৈ বিচাৰিছে,এই ভিডিঅ'টো চাওঁকচোন

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024
  • আপুনি আপোনাৰ সন্তানটিক যদি সঁচা অৰ্থত গঢ় দিবলৈ বিচাৰিছে,এই ভিডিঅ'টো চাওঁকচোন#srimanta_motivator
    Copyright Disclaimer Under Section 107 of the Copyright Act 1976, allowance is made for "fair use" for purposes such as criticism, comment, news reporting, teaching, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favor of fair use.

ความคิดเห็น • 138

  • @harnathkakati4230
    @harnathkakati4230 ปีที่แล้ว

    I salute you ma'am, Great congratulations

  • @anjoyrajkhowa5808
    @anjoyrajkhowa5808 ปีที่แล้ว

    Good Bohut Suvasha Jasilu

  • @archanasarma1911
    @archanasarma1911 ปีที่แล้ว

    Val lagile bohut

  • @tutumanim3016
    @tutumanim3016 2 ปีที่แล้ว +1

    বাইদেউৰ কথা খিনিয়ে মোক আৰু উৎসাহিত কৰিলে।মোৰো ল'ৰা এটা আছে যদিও সি বিশেষ ভাৱে অক্ষম। ছোৱালী জনী আগবঢ়ায় নি আছোঁ বাইদেউৰ কোৱা নিয়মেৰে। ময়ো তাইক কোনো দিনে ই পঢ়িবলৈ ক'ব লগা হোৱা নাই।শুই থাক বুলি হে ক'ব লাগে। এতিয়া ভগৱানে কি কৰে নাজানো আৰু।

  • @srsroadcentralguwahati2805
    @srsroadcentralguwahati2805 ปีที่แล้ว

    সচাকৈ আপুনি সচেতন মাতৃ

  • @rashmiborah1103
    @rashmiborah1103 2 ปีที่แล้ว

    🙏🙏🙏🙏

  • @manjukalita9624
    @manjukalita9624 2 ปีที่แล้ว

    বহুত ভাল লাগিল । ধন্যবাদ বাইদেউ🙏🙏❤❤

  • @BobiPhukan
    @BobiPhukan 2 ปีที่แล้ว

    Krishna Krishna 🙏🙏

  • @prasantabhatta3428
    @prasantabhatta3428 2 ปีที่แล้ว +2

    Bohut bohut dhonyabad mam aru Srimonta Duttadev . agoloiu ane alap alusona asha korilu.

  • @sun7088
    @sun7088 2 ปีที่แล้ว

    বাইদেউ মোৰ ডাঙৰজন লৰা আৰু ছোৱালী এজনী

  • @junmonideka4116
    @junmonideka4116 2 ปีที่แล้ว +2

    Thank you very much khub val lagil nahana kotha khikilu bhut bhut dhanyawad apupunalokoi

  • @pompiduttahazarika5016
    @pompiduttahazarika5016 2 ปีที่แล้ว +2

    খুব ভাল লাগিল বাইদেউ আপোনাৰ পৰামৰ্শ।

  • @nibeditaduttadutta3619
    @nibeditaduttadutta3619 2 ปีที่แล้ว +2

    Bah bah baideu u r great

  • @jogeshborgohain4533
    @jogeshborgohain4533 2 ปีที่แล้ว

    বাইদেউৰ কথাবোৰ শুণি উপকৃত হলো --

  • @aituneog3072
    @aituneog3072 2 ปีที่แล้ว +2

    Bohut vl kotha koise baidaw joniye,

  • @sun7088
    @sun7088 2 ปีที่แล้ว

    মই আৱেগিক হৈ গলো বাইদেউ

  • @rumiduarah7953
    @rumiduarah7953 2 ปีที่แล้ว +1

    বহুত বেছি ভাল লাগিল ধন্যবাদ 🙏🙏🙏

  • @puspakoch5517
    @puspakoch5517 2 ปีที่แล้ว +3

    বহুত ভাল লাগিছে বাইদেউ

  • @rupjyotigogoi9048
    @rupjyotigogoi9048 2 ปีที่แล้ว +1

    বৰ ভাল লাগিল।

  • @rekhamonibharali383
    @rekhamonibharali383 2 ปีที่แล้ว +3

    ধন্যবাদ বাইদেউ। ধন্যবাদ জনালো শ্ৰীমন্ত ভাইটিলৈ। মোৰ ও ছোৱালীজনীয়ে মাষ্টাৰ ডিগ্ৰী ও বিএড সম্পূৰ্ণ কৰি শিক্ষকতা কৰি আছে মোৰ লগত বান্ধবী ৰ দৰেই থাকে অন্যহাতে মোৰ মাৰ দুজনকৈ পুএ সন্তান থাকিও আজি মাৰ দায়িত্ব মোৰ ওপৰত এয়া মোৰ সৌভাগ্য বুলি ভাবো এটা সময়ত মায়েও পুএ সন্তানক বেছি গুৰুত্ব দিছিল। মোৰ লৈও প্ৰশ্ন আহে এজনীয়ে ছোৱালী লৰা নাই নেকি।মোৰ ছোৱালীজনীক লৈ ম ই বহুত সুখী।

    • @premlatadevi4484
      @premlatadevi4484 2 ปีที่แล้ว +1

      ধন্যবাদ থাকিল আপোনালৈ বাইদেউ। 🙏🙏

  • @gitamonihazarika5059
    @gitamonihazarika5059 2 ปีที่แล้ว +1

    100%right

  • @aparajitaphukan1371
    @aparajitaphukan1371 2 ปีที่แล้ว +1

    Bohut bhal lagil .

  • @SDSongeet
    @SDSongeet 2 ปีที่แล้ว

    নমস্কাৰ বাইদেউ । আপুনি সচাঁই এগৰাকী আদৰ্শবান শিক্ষয়িত্ৰীৰ লগতে এগৰাকী সফল মাতৃও ।আপোনাৰ লগতে দুয়ো গৰাকী সন্তান ক।অভিনন্দন জনাইছো ।🙏🏻🙏🏻🙏🏻

  • @arupbarman2068
    @arupbarman2068 2 ปีที่แล้ว +2

    Vl lagil.Bahut xikilu

  • @dipanjalimonjai6186
    @dipanjalimonjai6186 2 ปีที่แล้ว +1

    ভাল লাগিল ভিডিঅ'টো 👌👌🥰

  • @sushilkonwar7012
    @sushilkonwar7012 2 ปีที่แล้ว +1

    সফল নাৰী । তেওঁ এগৰাকী কৃতি শিক্ষয়ত্ৰযী । আমাৰ দেশত শিক্ষক সমাজ , মেডিকেল সিকিৎ সক সমাজ, পুলিচ প্ৰশাসন, পশাসনত বিভাগত কাম কৰা সকলো বিষয়া কৰ্মচাৰী নিৰপেক্ষ নহলে দেশৰ উন্নতি আশা কৰিব নোৱাৰে । কাৰন সকলোকে সমানে আগুৱাই নিব নোৱাৰিলে দেশৰ প্ৰগতি আশা কৰিব নোৱাৰি ।কিন্তু মাতৃ সকলৰ অধিকাৰ আৰু দ্বায়িত্ত ওপৰত বহু খিনি নিৰ্ভৰ কৰে । গতিকে তেওঁলোকক মানসিক ভাৱে সবল কৰি ৰাখিবলৈ যত্ন কৰিব লাগে । ধন্যবাদ এনে এগৰাকী মাতৃক দৰ্শকৰ আগত ওলিয়াই অনা বাবে । আমাৰ আশা সন্তানক সবল মানসিকতা গঢ় দিয়াৰ যাত্ৰাত ।

  • @samironbhagawati4567
    @samironbhagawati4567 2 ปีที่แล้ว +1

    Vaal lagil khub👍👍

  • @jayanagarsivasagarurban7777
    @jayanagarsivasagarurban7777 2 ปีที่แล้ว +1

    Bajhut Val lakl

  • @minakshiddutta2579
    @minakshiddutta2579 2 ปีที่แล้ว

    Khasakoi eman val lagil ..bohu kathai hikilu...

  • @debapriyabharali706
    @debapriyabharali706 2 ปีที่แล้ว +1

    It's a great video..

  • @manyqueen7727
    @manyqueen7727 2 ปีที่แล้ว +1

    এই বোৰ TH-cam channel hee Subscription kri ৰাখিব লাগে,,,বহুত ভাল লাগিল Sir,,, Apunar kothakhini aru Baideujnir kotha বহুতেই ভাল লাগিছে।

  • @rekhachetia3477
    @rekhachetia3477 2 ปีที่แล้ว +1

    বহুত ভাল লাগিল৷

  • @akhilgogoi1869
    @akhilgogoi1869 2 ปีที่แล้ว +1

    Bhout bhal lagil

  • @bibharanikalita1939
    @bibharanikalita1939 2 ปีที่แล้ว +2

    xosakoi Baidew aru aponar kothabore hriday sui goise. Eibor amar onukoronio aru ei xokol mahiyaxi amar preronar utsa. Akou ebar dhanyabad duojonoloi.

  • @lakhyajyotidutta2153
    @lakhyajyotidutta2153 2 ปีที่แล้ว +1

    Bhal lagil👌👌👌

  • @padmadas6751
    @padmadas6751 2 ปีที่แล้ว +1

    Val lagil video tu sai

  • @asbgamer8823
    @asbgamer8823 ปีที่แล้ว +1

    Apunar kathabor pora sahos paisu daadaa

  • @kalpana8185
    @kalpana8185 2 ปีที่แล้ว +1

    Bohut bohut dhoinyabad baideu.logote takhetoko monor pora bohut dhoinyabad didu.teor mat tu bor mitha.apuni bohu prativer nari aru sposto badiya.

  • @অকণিৰৰামধেনু
    @অকণিৰৰামধেনু 2 ปีที่แล้ว +1

    সুন্দৰ ।

  • @trailukyagogoi204
    @trailukyagogoi204 2 ปีที่แล้ว +1

    Bohut val lagil👏

  • @krishnaborah5146
    @krishnaborah5146 2 ปีที่แล้ว +5

    বহুত ভাল লাগিব । সঁচাকৈ অনুপ্ৰাণিত হ'লো ।

  • @rinisvlogs473
    @rinisvlogs473 2 ปีที่แล้ว

    Lদাদ আপুনি কোৱা তেজপুৰৰ জোতিষী জনৰ ফুন নংটো আছে যদি দবছোন

  • @niranjanhazarika7814
    @niranjanhazarika7814 2 ปีที่แล้ว +1

    ছাৰ আপুনি ইমান অভিজ্ঞ হোৱাৰ পাছতো লৰা বা পুৰুষৰ জীৱনটো অলপ অধ্যয়ন কৰক আপুনি বাইদেউ গৰাকীক মানসিক শান্তি দিব গৈ পুৰুষক কটাক্ষ্য কৰিছে যেন পাও । যদি কিবা ভুল কৈছো তেনতে ক্ষমা কৰিব ।

  • @lunamahanta6254
    @lunamahanta6254 2 ปีที่แล้ว +2

    বহুত ভাল লাগিল কথা খিনি

  • @pradumnahazarika6940
    @pradumnahazarika6940 2 ปีที่แล้ว +2

    Thanks

  • @tutuborah4801
    @tutuborah4801 2 ปีที่แล้ว +3

    বন্তি বৰগোহাঞি ভূঞা বাইদেউলৈ প্ৰণাম জনাইছোঁ। বৰ সুন্দৰ সুন্দৰ কথা ক'লে বাইদেউ। শেষত ককাইদেউক লৈ কোৱা কথাখিনিত আমিও আপোনাৰ লগত একমত বাইদেউ।

  • @pankajaborah390
    @pankajaborah390 2 ปีที่แล้ว +1

    বহুত ভাল লাগিল। এনেবোৰ কথাই বহুত অনুপ্ৰেৰণা দিয়ে।

  • @karabidutta1654
    @karabidutta1654 2 ปีที่แล้ว +1

    ভাল লাগিল

  • @runumonibordoloi7969
    @runumonibordoloi7969 2 ปีที่แล้ว +1

    Hosakoi baidew aapunar kothabur re antor sui gole

  • @evagoswami8826
    @evagoswami8826 2 ปีที่แล้ว +1

    বাইদেউ সকলোৰে বাবে আদৰ্শ। ম ই ভাল পোৱা বন্তি bhuya বাইদেউ।

  • @karabihazarika2748
    @karabihazarika2748 2 ปีที่แล้ว +1

    উপকৃত হলোঁ

  • @archanabora5471
    @archanabora5471 2 ปีที่แล้ว

    Bido aupunk cai bohut kotha cikilu.Muru ajni suwali asa taiku ajni vl suwali aru Tai namara porecoi moi u mak hicapa hb becaru

  • @bhagyashreenath5819
    @bhagyashreenath5819 2 ปีที่แล้ว +1

    Vl lagil

  • @bontigogoi3155
    @bontigogoi3155 2 ปีที่แล้ว +1

    ভাল লাগিল বাইদেউ কোৱা কথাখিনি

  • @dipakgogoi5255
    @dipakgogoi5255 2 ปีที่แล้ว

    Wow ki apunar thinking lora suwali doiti praujan kintu amar hamazat suwalir maak bapak huwatu kostadiyak amaar ejoni suwali hamazar manuhar apatti suwalijani pohat val Dada amar homaz khanar kiba future asana eibur video pora hikiya lobona

  • @barnadhyaphukan8882
    @barnadhyaphukan8882 2 ปีที่แล้ว +2

    Bohut vaal lagil 🙏🙏 Duiujonoloi bohut dhoinyobaad thakil🙏🙏

  • @jiboniman
    @jiboniman 2 ปีที่แล้ว +2

    Val lagil

  • @parulhazarika9541
    @parulhazarika9541 2 ปีที่แล้ว +1

    কথাখিনি ভাল লাগিল।

  • @bhimkantaboruah8613
    @bhimkantaboruah8613 2 ปีที่แล้ว +1

    Ekebare hosa kotha . N Boruah

  • @chinmoy1839
    @chinmoy1839 2 ปีที่แล้ว +1

    বাইদেউৰ কথোকথন তেখেতৰ আদৰ্শ সঁচাই অনুকৰণীয় । সুন্দৰ নিদৰ্শন আমাৰ মাতৃসকলৰ বাবে , বাইদেউলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ🙏
    লগতে এনে এগৰাকী সফল মাতৃৰ লগত চিনাকি কৰি দিয়া বাবে দাদালৈ শ্ৰদ্ধা নিবেদিলোঁ 🙏 ।

    • @dwijendranarayanbhattachar4309
      @dwijendranarayanbhattachar4309 2 ปีที่แล้ว

      তেখেতৰ আদর্শ সমাজ তথা নৱপ্ৰজন্মৰ বাবে অনুকৰণীয়।
      তেখেত এগৰাকী সফল মাতৃ আৰু আদৰ্শবান শিক্ষাবিদ তথা সমাজসেৱী।শুভেচ্ছা জনালোঁ।

  • @digantadas5413
    @digantadas5413 2 ปีที่แล้ว +2

    Srimantra motivator ৰ ফোন নম্বৰটো দিবছোন।

  • @tapansaikia5798
    @tapansaikia5798 2 ปีที่แล้ว +1

    Great Mother congratulation 🙏🙏🙏

  • @rumibaruah1555
    @rumibaruah1555 2 ปีที่แล้ว +1

    বৰ ভাল লাগিছে দাদা

  • @dipjyotiborgohain8771
    @dipjyotiborgohain8771 2 ปีที่แล้ว

    বা আপুনি স্কুল বন্ধ কৰিবলৈ অহা মানুহবোৰক আপুনি নাজিৰাৰ জীয়ৰী পৰিচয়তো কিয় নিদিলে ?

  • @bijuhazarika913
    @bijuhazarika913 2 ปีที่แล้ว +1

    সফল মাতৃ আপোনাক সেৱা জনাইছো 🙏🙏🙏

  • @rajasriacharjya1236
    @rajasriacharjya1236 2 ปีที่แล้ว +2

    Xosake bohut xukhi holu.Amiu anuparona paisu

  • @ddyoutubeworld4937
    @ddyoutubeworld4937 2 ปีที่แล้ว +2

    বাইদেউ লৈ বহুত অভিনন্দন জনালো🙏

  • @bobysarmah4833
    @bobysarmah4833 2 ปีที่แล้ว +2

    সুন্দৰ👌, অতি প্রয়োজনীয় আৰু গ্রহণ যোগ্য

  • @padmadas6751
    @padmadas6751 2 ปีที่แล้ว +1

    Aamaru dujoni suwali duyujoni enjeeniar NIT silchart porha

  • @daisybharali9469
    @daisybharali9469 2 ปีที่แล้ว +1

    Salute the special mother

  • @lakhyajyotidutta2153
    @lakhyajyotidutta2153 2 ปีที่แล้ว +1

    Subscribed karilu apunar channel tu..

  • @leenaboragogoi4135
    @leenaboragogoi4135 2 ปีที่แล้ว +6

    সঁচাকৈ বহুত শিকিব পাৰিলো বাইদেউৰ পৰা।

  • @digantaborphukan7802
    @digantaborphukan7802 2 ปีที่แล้ว

    aji moi bohut hukhi halu.perana palu . Jibantu kenekaoi agbahiba lage boidew para perana palu .

  • @rashmiphukon5552
    @rashmiphukon5552 2 ปีที่แล้ว +2

    সাক্ষাৎকাৰটো খুব ভাল লাগিল

  • @lachuboruah6360
    @lachuboruah6360 2 ปีที่แล้ว +1

    বাইদেউৰ কথাখিনি শুনি বহুত ভাল লাগিল,,,আপুনি সঁচাই এগৰাকী সফল মাতৃ,,,এটা সন্তানৰ মাতৃ হিচাপে মইয়ো আপোনাৰ পৰা ন- ন কথা শিকিলোঁ।লগতে আপোনাৰ দুই কন্যালৈ অজস্ৰ শুভকামনা

  • @Ishanborah5678
    @Ishanborah5678 2 ปีที่แล้ว +1

    এটা অতি সুন্দৰ ভিডিঅ' ! বাইদেউ এগৰাকী সচাই এগৰাকী সফল মাতৃ লগতে এগৰাকী সফল শিক্ষয়িত্ৰীও , বাইদেৱে কোৱা কথাখিনি অণুকৰণ কৰিবলৈ চেষ্টা কৰিম । লগতে সুখী হৈছোঁ বাইদেউ এগৰাকী অনুশীলন গ্ৰুপৰ সন্মানীয় সদস্যা বুলি জানিব পাৰি ।বাইদেউক অভিনন্দন জ্ঞাপন কৰাৰ লগতে শুভ কামনা জনাইছোঁ🙏🙏 । ছাৰ ,আপোনালৈও অশেষ ধন্যবাদ জনালোঁ ,ইমান সুন্দৰ এটা ভিডিঅ আমাৰ বাবে আগবঢ়োৱাৰ বাবে🙏🙏

  • @assmesvideo6000
    @assmesvideo6000 2 ปีที่แล้ว +7

    বাইদেউৰ লগতে পৰিয়ালৰ সুকামনা ঈশ্বৰৰ ওচৰত আৰু শ্ৰীমন্ত ই এই অনুষ্ঠান দিয়াৰ বাবে নথৈ আনন্দিত হলো বহুত ভাল লাগিল ধন্যবাদ

    • @Priya-nh5qj
      @Priya-nh5qj 2 ปีที่แล้ว

      Thank you Baidow

  • @sangitabora9652
    @sangitabora9652 2 ปีที่แล้ว +2

    বাইদেউলৈ শ্ৰদ্ধা জনাইছোঁ। সকলো মাতৃ উপকৃত হ'ব তেখেতৰ আদর্শৰে। তেখেতৰ দুয়োগৰাকী জিয়াৰীলৈও শুভকামনা জনালোঁ।

  • @momsmagia8503
    @momsmagia8503 2 ปีที่แล้ว +1

    I am so happy to know you as successful mother.

  • @rivachiringphukan1440
    @rivachiringphukan1440 2 ปีที่แล้ว +5

    বহুত ধন্যৱাদ তোমালৈ আৰু তেখেতলৈ ।কথাবোৰ বৰ ভাল লাগিল !এনেধৰনৰ সাক্ষ্যাতকাৰে মাতৃ তথা ল'ৰা-ছোৱালীৰ উপকাৰ সাধিব ।

  • @aiveedeka
    @aiveedeka 2 ปีที่แล้ว +2

    মোক এনে ভিডিও হে লাগে।

  • @songitahazarika3900
    @songitahazarika3900 2 ปีที่แล้ว +3

    বাইদেউ লৈ শ্ৰদ্ধা জনাইছো শিকিবলগীয়া বহুত কথা আছে বাইদেউৰ পৰা লগতে এনেএক সাক্ষাৎকাৰ বাবে আপোনাকো শ্ৰদ্ধা জনাইছো🙏

  • @minuphukan372
    @minuphukan372 2 ปีที่แล้ว +1

    চালো , বাইদেউ ৰ কথাই বহুত প্ৰেৰণা দিলে , ভাল লাগিল।

  • @yesbite3380
    @yesbite3380 2 ปีที่แล้ว

    বহুত ভাল লাগিল বাইদেউ ।আপোনাৰ কথাবোৰ শুনি বহুত সাহস পাইছো ।

  • @diptimedhi9376
    @diptimedhi9376 2 ปีที่แล้ว +5

    বাইদেউৰ কথাবোৰে হৃদয় চুই গ'ল।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 ปีที่แล้ว +1

    Many many congratulations to All.She was real Hero of our society.Always be positive. Go ahead.

  • @mousumiboruah9661
    @mousumiboruah9661 2 ปีที่แล้ว +2

    বহুত ভাল লাগিল বাইদেউ ৰ কথোপকথন। বাইদেউলৈ শ্ৰদ্ধা জনালো।

  • @jinagogoi118
    @jinagogoi118 2 ปีที่แล้ว +8

    ইমান ভাল লাগিল। সকলোৱেই শুনিব দেই এবাৰ । মনটো ভৰি গল কথাবোৰ শুনি।

  • @chandanborbora3844
    @chandanborbora3844 2 ปีที่แล้ว +2

    দুবাৰ চাইছো দাদা।বহুমূলীয়া ভিদিঅ।

  • @santanaphukon1527
    @santanaphukon1527 2 ปีที่แล้ว +1

    বাইদেউ গৰাকীৰ কথায়ে সকলোকে উপকৃত কৰিব। বৰ ভাল লাগিল। আপোনাকো অশেষ ধন্যবাদ জনালোঁ দেই

  • @ranjumonibora5588
    @ranjumonibora5588 2 ปีที่แล้ว +4

    বাইদেউক শ্ৰদ্ধা জনাইছো |
    বাইদেউ সচাকৈ এগৰাকী স্পষ্টবাদী আৰু সফল মাতৃ 🙏🙏

  • @kakoliborah6514
    @kakoliborah6514 2 ปีที่แล้ว +1

    বৰ ভাল লাগিল বাইদেউৰ কথাখিনি শুনি।

  • @lotikahazarika8717
    @lotikahazarika8717 2 ปีที่แล้ว +2

    বাইদেউক শ্ৰদ্ধা জনালোঁ। এগৰাকী সফল আৰু আদৰ্শ মাতৃ হোৱাটো বহুত জটিল । বাইদেউ স‍ঁঢাকৈয়ে সৌভাগ্যৱতী

  • @jyotikadas2036
    @jyotikadas2036 2 ปีที่แล้ว +3

    Salute you ma'am, we are very glad to see you here. Dada thanks for this inspirational video.

  • @jyotimalagoodjobborah928
    @jyotimalagoodjobborah928 2 ปีที่แล้ว +1

    বাইদেউৰ দৰে ময়ো মোৰ একমাত্ৰ কন্যাক পঢ়া বুলি কব লগা হোৱা নাছিল। তাইৰ লগত মই বান্ধৱী দৰে থাকো। তাইক লৈ আমি মাক-দেউতাকে বহুত গৌৰৱ অনুভৱ কৰোঁ। ভাল লাগিল বাইদেৰ কথা খিনি।

  • @binitabhuyan432
    @binitabhuyan432 2 ปีที่แล้ว +2

    বাইদেউৰ অনুপ্ৰেৰণামুলক কথোকথন শুনি সচাঁ কৈয়ে সকলো মাতৃৰ লগতে সন্তানসকলো উপকৃত হব।🙏🙏

  • @mohanchbhuyan3118
    @mohanchbhuyan3118 2 ปีที่แล้ว +1

    Vàl lagil videotur bartalap

    • @nonyborgohain6109
      @nonyborgohain6109 2 ปีที่แล้ว

      ভাল লাগিল বাইদেউ মোৰো দুজনী ছোৱালী

  • @lipadas312
    @lipadas312 2 ปีที่แล้ว +2

    খুব ভাল লাগিল ভিডিঅটো চাই । বাইদেউৰ প্ৰতিটো কথাই বহুত প্ৰেৰণা যোগালে ।

  • @gardeningwithlipika3537
    @gardeningwithlipika3537 2 ปีที่แล้ว +2

    বাইদেউ কথাখিনি জানিবলৈ পায় সূখী হলো। আৰু এয়া সম্ভৱ হ'ল আপোনাৰ বাবে।

  • @mouchumi2821
    @mouchumi2821 2 ปีที่แล้ว +1

    ভাল লাগিল বাইদেউ আদৰ্শ মূল কথাখিনি। আদৰ্শ মাতৃ সুশিক্ষত্ৰী বাইদেউ লৈ অভিনন্দন জনালোঁ 🙏( মৌচুমী খনিকৰ)