Assam News: শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি JMCHত উত্তপ্ত পৰিস্থিতি
ฝัง
- เผยแพร่เมื่อ 6 ต.ค. 2024
- কাইলৈ এবছৰ হ’লহেঁতেন ছোৱালীজনীৰ। হাস্পতালৰ বিছনাত আজি পুৱা তাই খেলিছিল। এটা বেজী দিলেহি এগৰাকী নাৰ্ছে। ভুল চিকিৎসাৰ অভিযোগ JMCHৰ বিৰুদ্ধে। চিকিৎসক নাৰ্ছৰ ভুলৰ বাবে সুস্থ হ’বলৈ ধৰা শিশুটিৰ মৃত্যুৰ অভিযোগ।
#assam #nd24news #nd24live #livenews #nd24assamese #assamesenews
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 TH-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.
হে ভগৱান কি বেজী দিছিল ছোৱালীজনীক,,, উচিত তদন্ত কৰিব লাগে ,,, এনেকুৱা news বহুত দেখিলো চিকিৎসাৰ ভুলৰ বাবেই
কেনেকৈ কবলৈ বেয়া হল।কি বেজি দিলে ৰাজুৱা কৰক।আমিবোৰ সতৰ্ক হম।
আজিকালি প্ৰায় এনেকুৱা সমস্যা বাঢ়ি গৈয়ে আছে। মেডিকেল নিলে মানুহৰ মৃতদেহটোহে ঘূৰি আহে। অৱশেষত ঘৰৰ মানুহে কন্দিব/প্স্তাব লগা হয় ডক্তৰ নাৰ্ছ ৰ ওচৰত মাৰিবলৈ নিনি ঘৰতে মৰা হ'লেও অথচ আত্মাই শান্তি পায়। মেডিকেল বোৰত কিছুমান নাৰ্ছ (সকলোৰে ক্ষেত্ৰত কোৱা নাই)ৰ ব্যৱহাৰ কি চাব ইমানেই যদি নিজৰ কাম টোৰ প্ৰতি ভক্তি নাই নকৰিলেই হ'ল।(নিজে আৰু ঘৰখনে পাৰ কৰি অহা সময় ৰ কথা কৈছোঁ ) দুখীয়া ঘৰৰ মানুহক সুধিলে বুজিব হজিৰা কৰি কেইটকা মান টকা গোটাই মেডিকেল গৈ কেনেকুৱা অবহেলা ৰ দেখি আহে।
উচিত তদন্ত কৰিব লাগে
Ai nurse burok post dbo ye nlge injection tu janky dia jan kla kiba porua ye h kamurila bht bya k dia
Hospital jolai di bal kela
Doctor re ji likhise saitu he dibo nurse gorakia, nurse gorakia nise medicine likhi nidiye
নামতহে তদন্ত হ'ব,ফলাফল নিজৰ পক্ষত ৰাখিব.....অন্য চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞৰ দ্বাৰা তদন্ত&পোষ্টমৰ্টেম কৰিলেহে আচল তথ্য প্ৰকাশ পাব
Jar gol xi he buji paise ki herale
Assam or doctor buli kole bhoyei lage 😢😢😢
😢😢😢😢
suwali jani kai dakhuyai kio dia nai... vgawan maakar bukur pora anka atari gle kr beya nlagib ooo😭😭😭😭😭😭
😢😢😢😢😢😢
Mamai ki koy ba.
Hospital bur naam t he khuli thoise, asolote manuh mara r karone he khuli thoise, barpeta medical college khn o same, ebar manuh gole ghuri nahe
Ki bezi disil rajohuwa korok.
Sir a right ktha koise..
Goru piton dibo lage doctor keitak...
moi huwa hole okol glass navagilu hoi , direct Nurse aru Doctor k murder korilu hoi aru pasot enquiry holheten , enquiry holeu voi nokoru
doctoror advice motehe nurse agorakie treatment diye gotike doctore ki likhise sai lok sob likha thakibotu
Dr bhagaban buli vaba hoi kintu ki hol
JMC ত আগতেও হৈছে এনে ঘটনা
July ta juabar hoise 😢
Jell hob lage
Airu Mar kuita kitak
😢😢😢😢