MOVE ON | Assamese Short Film | With Subtitles| Bedabrat Borah | Boibhabi | Manash Pritom | Dikshita
ฝัง
- เผยแพร่เมื่อ 2 เม.ย. 2024
- RED ACES PRODUCTION PRESENTS :
" MOVE ON" An Assamese Short Film
(English subtitles available in caption and you can select auto translate to watch it in your own language., have a fun good watch.)
STARRING :
BEDABRAT BORAH,BOIBHABI GOSWAMI,DIKSHITA DAS,MANASH PRITOM(TUNGISH MOHITRA)
STORY AND CONCEPT :
MANASH PRITOM SAIKIA
SCRIPT & DIALOUGES :DHRITIMOY KALITA
DOP/EDITING/COLOUR GRADING:
AMAL ROY
PRODUCER : AKASH PRITAM SAIKIA
BACKGROUND SCORE : ALAK NATH,DHRUV THAKURIA,DAVID KASHYAP
SCRIPT TYPIST : JULI BORO
DUBBING : MERAKI STUDIO
PRODUCTION MANAGER : LAKHAN LAL MEHTA
MAKEUP UP ARTIST : JUPITARA DAS
SUPPORTING CAST : ARINDAM KASHYAP,LAKHAN LAL MEHTA,JUPITARA DAS,SONJOY GAFFARI,ENZAMAMUL HOQUE,SHIBANGI,ARMAN AHMED
HUMMING : ALAK NATH
SPECIAL THANKS TO : DIPALI SAIKIA (MAA)
TRIBUTE TO : LATE AJIT SAIKIA(PAPA)
Follow Me On Instagram:
/ manashpritomsaikia
Bhalpuwa Bare Bare is now available on
JioSaavan:rb.gy/tjz7ak
Wynk Music:rb.gy/8xzbv8
Spotify:rb.gy/ysz010
Amazon Music : rb.gy/3d16xj
AUDIO CREDITS
"BHAL PUWA BARE BARE"
SINGER: MANASH PRITOM SAIKIA(TUNGISH MOHITRA),AKANGSHYA
LYRICS &Composition : ALAK NATH
MUSIC: PINKAL PRATYUSH
MIX & MASTERED : KAUSTAV SAIKIA,PINKAL PRATYUSH
#newassameseshortfilm
#moveon
#assameseshortfilm
#bedabratborah
#bhalpuwabarebare
#assameseshortfilm2024
#lovestory
#manashpritom
#MoinaKolija
#webseries
#assamesewebseries
#assamesemovie
#assamesefilms
#Boibhabi
#trending
#assam - บันเทิง
Part 2 kak kak lage like kora...aru channel tu subscribe kori thua sobe part 2 eyate ahibo 😉
Moi roi asu de jldi lage amk part 2
Part 2 ❤
💞Jlid lage amk part 2😊dada🥰
Lage ❤
2 3 4 5.......Lage ❤
Vote for part 2
Joldi lge bro....vl lgise...
Takei
Hobo de gotay 😂
I am not 18+ so I can't vote 😂😂😂
Vote for bjp
ঠিকে কৰিছে দুয়োৱে…মূল্য নিদিয়া, মৰমখিনিক গুৰুত্ব নিদিয়াৰ পৰা আঁতৰি যাৰ লগত থাকি মন ভালে থাকে তাৰ লগতে থকা উচিত❤️ বাকী আগতে মূল্য নিদি পিছত পষ্টাই লাভ নাই😊
প্ৰীতিৰ গাত ভুল নথকা নহয়, যতীনে এৰাটো স্বাভাৱিক। কিন্তু মোৰ দৃষ্টিকোণৰ পৰা ঋষিক মেঘলীয়ে এৰিব লগা তেনেকুৱা ভুল নাছিলেই...
প্ৰকৃত ভালপোৱাত সন্দেহ থাকিবই..., যাৰ লগত সন্দেহ কৰিছিল শেষত তাকেইটো হ'ল😢
Loratule kunuba suwali e msg kora holeu swali jnie halla korile hoi..... eneke eri jai niki...... aru lorai tym dibo ketyaba thki jai karone nijor life tuk loi hokolu pahori thoka hoi.........
"ভুলবোৰ শুধৰাব পাৰি কিন্তু অভ্যাস বোৰ থাকি যায়ʼ"
কথাষাৰ যেন ক'ৰবাত স্থায়ী হৈ ৰʼল
😊❤️🩹
সচাঁকৈয়ে......
Right 😥
Right 😥
ভুলবোৰ শুধৰাব পাৰি... কিন্তু অভ্যাসবোৰ থাকি যায়... This line✨🙃
😢hmmm
মই এইটো সন্মতি নেদিয়ো দেই। 😅
Manhui darks ari dibo pare aru nu ki
@@itsuddhav moi val puar khetrot koisu😊 jia cheat kore teo heitu sovab ba oivakh aribo nuare
@@JanmaniRay june xosa val pai xi aribo pare aru arabo o pare
এজন থকাৰ পিছতো বেলেগক বিচাৰি থকাবোৰৰ পৰা আঁতৰি দিব লাগে...নহ'লে কষ্ট পোৱাৰ বাহিৰে একো নাই😊
U r right 👍🏻
Just move on... কথাষাৰ কবলে যিমান সহজ, কৰিবলৈ সিমানে কঠিন 🤧🥀
Hoi😢
Bohut kothin..
Hmm broh… but ata ktha ki… jdi knubai real love kre no… tnehole xi ketiyao eri njay… vul obyash sob kisui xi thik kri dibo but ketiyao eri njay 🙂
Right 😢
এই সৰু সৰু ভুলৰ বাবেই কিমানে ভালপোৱাৰ মূল্য হেৰুৱাইছে😢! সেইকাৰণে সম্পৰ্ক থাকোঁতেই ইজনে সিজনক বুজা উচিত কিয়নো ঘৰ খন ভাঙি যোৱাৰ পিছত সেই একেখন ঘৰত থকাটো অনুচিত হৈ পৰে। #love is not life but love just part of life ❤.
প্ৰতিটো সম্পৰ্কত সময় থাকোঁতে সন্মান আৰু
গুৰুত্ব দিবলৈ শিকিব লাগে তেতিয়া সম্পৰ্কবোৰ চিৰস্থায়ী হৈ থাকে ☺️
Short film ❌ reality for relationship ✅
Fuck
বুজিও যেতিয়া অবুজন হৈ পৰে , তেওঁক কেনে বুজাব পাৰে , যদি তেওঁ পৰিছে মই নোহোৱাকে, মইও সুখী তেওঁৰ সুখতে💗,
আৰু কি জীৱন !পাৰ হৈ যাব এনেকেই তেওঁৰ স্মৃতিবোৰ ধীয়াই , তেওঁৰ হাঁহিবোৰ মনত পেলাই মইও হাঁহি দিম , কেতিয়াও বেয়া নাপাওঁ তেওঁক ,
যতেই আছা সুখত থাকা মোৰ জান❤️🥀
দিনটোৰ ব্যস্ততাৰ মাজতো যদি ভালপোৱাজনক অলপ সময় দিয়ে সেইখিনিয়ে বহুত যথেষ্ট ব্যস্ততা সকলোৰে জীৱনত থাকে কিন্তুু ভাল পাইছে যেতিয়া সময় দিবলৈও শিকক
Understanding main
এটাই বুজি পালোঁ, আজিৰ এই সময়ত চলি থকা প্ৰেম ভাল পোৱা বোৰৰ প্ৰকৃতি মূল্য আৰু ব্যৱহাৰৰ উদাহৰণ, One wants to keep the relationship alive and the other doesn't👀,
যদিওঁ স্মৃতিক সাৱটি জানো কোনোবাই ৰৈ যায়.!?😌
এজন থকাৰ পিছতো যিজনৰ অন্য এজনৰ প্ৰতি মোহ থাকি যায় তেওঁক এনেই দিলেওঁ নালাগে
"ভুলবোৰ শুদ্ধৰাব পাৰি, অভাসবোৰ থাকি যায়".. সচাঁকৈ❤ চুই গৈছে প্রতিটো শব্দই।
❤
সছা ভাল পোৱা আগত পৃথিৱী হাৰ মানে অভ্যাস তো কি ডাঙৰ কথা সেইটো u chang কৰিব পাৰিব । সছা ভাল পোৱাতকৈ একুৱে ডাঙৰ হব নোৱাৰে । হি তু তোমি এৰা পাছত অকলে কষ্টত থাকিল কিন্তু তুমি বেলেগ লগত সময় কটাই তাক পাহৰি গলা এতিয়া ভুল টো কাৰ । এজনে এজনৰ ভুল টো শুধৰাই আগ বাঁহী যোৱা টোৱে টো ভাল পোৱা ❤
Xosa kotha koisa xosa val puwar agot sbe har mane .👍
Hosa vl puat beleg r agt insult o dibo nuare,,,lagile okole thokat beya k kowk,,,taik to hodai beya k koi hi lagile drinks kori e thakibo,but tik dibo time ni
কাহিনী এনেকুৱাই সচা সচা লগা...ইমান ধুনীয়াকৈ সজাইছে প্ৰত্যেকটো চৰিত্ৰ...ভাল লাগিল দেখি...যেন কোনোবাখিনিত মই নিজেই নিজৰ কাহিনী চাই আছো...কাৰোবাৰ অনুভৱকো ইমান ধুনীয়াকৈ সজাইছে...বুজাব নোৱাৰো বহুত ভাল লাগিছে...কোনোবাই মোক কৈছিল জীৱনটো আৰম্ভ হৈছেহে তোমাৰ পাবলগীয়া আৰু বহুত আছে...কি বুলি কম শব্দৰ অভাৱ 🥺🤍🌸Best best best 🤍🌸
You are the best best best 🤍🌸
😢❤
🥺❤️❤️
You are best❤️❤️❤️
❤❤
Best Friend ❌
Second Option ✅
Bhut vl lgile saii❤
THANKS
আন্ধাৰ যিমানেই গভীৰ নহওঁক কিয় এদিন পোহৰ হবই 💗
ঠিক তেনেদৰে মানুহৰ জীৱনটো যিমানেই দুখ নাথাকক কিয় এদিন সুখে হাঁহি মাৰিবই। 😌👍💗..
😢
Thank you❤
Right
Right 👍
Right
ভালপোৱাজনক ইমান সোনকালে পাহৰি যাব পাৰে জানো... আৰু ভালপোৱাজনক পাহৰি ইমান সোনকালে পাহৰি যোৱাটো প্ৰেম নহয়
Yes broo
Sob best friend r kamal 🤣🤣🤣
Mukhor ktha karhi nila bhai.....❤❤❤
Soritroheen manuhbure paree bro
Part 2
DhuniYa 🙂❤️ji hoi vle hoi 🥲🫂
Kori loi bhai suwali e move on...amar dara hee nhoi
যদি এই ভুলবোৰ সময় মতে শুধৰাই লব পাৰি তেন্তে কেতিয়াও ইজনৰ পৰা সিজনে আঁতৰি যাব লগা নহয়
ভালপোৱা জনক পাহৰি ইমান সোনকালে আনৰ হোৱাটো জানো প্ৰেম হয়...?
Xt kla thik koise bh
এইটো হে ঠিক কথা দেখা পালো । ❤
Aitu thik koisa bondhu 👍
😂😂😂
Xosa kotha xudhisa 😊
Vl lagil ❤❤❤❤❤
Thank you ❤
move on kri ako relationship t ahi gol.... waaah... nice
Take tu 😂
Prank আৰু মিছা শব্দ দুটাহে বেলেগ বেলেগ বাকীখিনি সকলো একে। মানুহে যে কেনেকৈ পাৰে সচাঁ ভালপোৱা এৰি তৃতীয় জনক সেই স্থান দিব🙂
Nice series 👍👍 great job... reality of current relationship
thanks
@@ManashPritomSaikia welcome
Buhut val lagise sai karone❤
Val lagil sai...xei babe manuhe xomoi thakute gurutto dibo Lage... nohole pist kosto hoi
Right
এই যে খঙটো,এইয়াও ভালপোৱাই,যেতিয়া আপোনজনক হেৰুওৱাৰ ভয় থাকে , তেতিয়া তেনেকুৱা হয় , ভালপোৱা ইমানো ঠুনুকা নে এইখিনিতে এৰি গুছি যাব.... সচাঁ ভালপোৱাই মানুহৰ অভ্যাসো সলনি কৰে.....
❤❤❤
হৃদয় চুই গল তোমাৰ কথা
টো শুনি। প্ৰেম ঠুনুকা নহয় থুনুকা হয় আমাৰ নিজৰ স্বভাৱৰ ফলত। প্ৰেম সৃষ্টিৰ বাবে যদি কৰা ইয়াৰ সমান সুখ নাই যদি ধাংখৰ বাবে কৰা ঠুণুকা হব নালাগে।
Aibur sob best friend r kamal 🤣 jot best friend ulabo tat vl puwa nathake lagile gutei jibon2 vl puwa nahouk kio.. adinr best friend 2a sob hekh kri diye 😁😁😁
@@user-bo1mo2gc9ktrue love ❌best friend ✅😂
গোটেই part টো চাই থাকোতে মনটোত উত্থাপিত হোৱা কথাষাৰেই তুমি কৈ দিলা ভাই 👍🏼👍🏼 আৰম্ভণিত ভাল বাৰ্তা এটা আছিল শেষত 😢
এটা কামে বাৰে বাৰে কৰাটো ভুল নহয় অভ্যাস। আৰু অভ্যাস সলনি কৰিব পৰা নাযায় কাৰণ কৰিবই নিবিচাৰে, যʼত ভালপোৱা মানুহ জনৰ বাবে সময়ে নাথাকে তাত ভালপোৱা কি থাকিব সেই ভালপোৱা নহয় আৰু যদিহে ভালপোৱা মানুহ জনতকৈ লগৰ কোনোবাই বুজে সময় দিয়ে কষ্টৰ সময় খিনিত সাহস দিয়ে নিশ্চয় কৈ তাৰ লগত থাকি ভাল লাগিবই এজন ভাল বন্ধু হিচাপে যিয়ে কষ্টৰ সময়ত সংগ দিছে, কাৰণ আপোন জনেই নুবুজিলে, থাকিব লগা জনেই নাথাকিলে। তাৰ সময় নাথাকে আৰু সেইজন মানুহৰ কাৰণে দুখ কৰি নিজৰ লগ বন্ধু বোৰ এৰি কি হ'ব যাৰ ইচ্ছা নাথাকে সময় নাথাকে তাত ভালপোৱা ও নাথাকে তাৰকাৰণে তাৰ পৰা গুছি অহাই শ্ৰেষ্ঠ কাৰণ তাত অৱহেলাৰ বাহিৰে একো পোৱা নাযায় মাথোঁ কষ্ট যিয়ে দিয়ে সদায় চকুপানী।
Kintu jitu vaal pua r pora eman hohozotey ulay ahibo pari haitu u ki vaal pua .. ?❓❔❓
@@Dhandita ওলায় আহিব নোৱাৰাৰ বাবে তোমাৰ মোৰ দৰে বহুতে কষ্ট পায় আছে আৰু যিয়ে গুৰুত্ব ই নিদিয়ে তেওঁ বিন্দাছ আছে।
@@karabitalukdar7778 yes aitu a tu vaal pua 🙃
@@karabitalukdar7778 yes aitu a tu vaal pua 👍🏻
Waiting for Part 2 🎉❤
ভাল লাগিল কাহিনীটো; কিন্তু Move on কৰা মানে টো এটাক এৰি আন এটাৰ লগত হলি গলি কৰাক নুবুজাই, সচা ভালপোৱাত কোনো Break up নাই, আৰু দুয়োফালৰ পৰা efforts বোৰ মিলাই চলিলে সম্পৰ্কবোৰ এনেই ধুনীয়া আৰু সুগভীৰ হয়।
❤❤
Kone kone bedabrat dak main rolt sai besi val puwa like ata kri diya
"jijon manuhe valpujonk xonman kribo najane teur logot jibon kotuatu vabibo nuari "❤❤
Nijok bisari palu short film khonor majot 🥺❤
ভাল পোৱা হেৰাই নোযোৱাৰ আগতে এ, কেয়াৰ কৰিব লাগে। হেৰাই যোৱাৰ পিছত নহয়।
ভলপুৱাক সন্মান কৰিবলৈ হিকা , মিঠা এটা অনুভূতি।,
Umm koriselo kinto pisot tire obohelar patro holo aru adin nije beleg ata poti loi gusi gol mok ari
ভাল হৈছে আৰু শব্দ বোৰত অলপ গুৰুত্ব দিবা।কিছুমান লাইনে চুই গ'ল ❤। বহুত মৰম ❤। From Borhat
Moral : last t logor tu a lover hoy
today's relationship reality 💯
Bdw song2❤
Thanks ❤
ভাল পোৱাটো সকলোৱে বুজি পাই কিন্তু নিজৰ প্ৰিয় মানু্হ জনক হেৰুৱাই পেলোৱাৰ পিছতহে ❤️❤️
Moving On is better than waiting for something that isn't going to happen.
Such a fair highlight.. great job.
Part 2 lgee😊
Good decision...
Bedabrat fvrt actor this generation 😊❤
থাকোঁতে গুৰুত্ব দিবলৈ শিকিব লাগে হেৰাই গ'লে টো সকলো মধুৰেই হয়😢
একমত
Part 2 jaldi lga ❤❤❤
সঁচা ভাল পোৱাবোৰ এনেকৈ এ ভাঙি যায়।
বহুত দিন আগতে পাব লাগিছিল এই খন short film 🥺 কৰবাত যেন মোৰ ভূলবোৰো অনুসুচনা কৰিছোঁ😔 ধন্যবাদ দাদা!! আকৌ এবাৰ ভূলবোৰ অনুসূচনা কৰালে ভূল বোৰ এবাৰ যদি সংশোধন কৰিব পাৰিলো হয়🥺শান্তি পালোঁ হয়!!এতিয়া অনুতপ্তত❤️🥺 গোটেই কাহিনীটো মাজত নিজক বিচাৰি পাইছোঁ!!
😢😢😢😢
🥺🥺❤️
I am from Karnataka I love this story....
So good to know, glad you loved it. Thank you.
14:11 আন্ধাৰ যিমানেই গভীৰ নহওঁক কিয় এদিন পোহৰ হবই ❤ ঠিক তেনেদৰে মানুহৰ জীবনটো যিমানেই দুখ নাথাকক কিয় এদিন সুখে হাঁহি মাৰিবই 🌷😊 .......... This line really touch my heart ❤️
❤❤❤
আজি কালি এইবিলাক সাধাৰণতে দেখিবলৈ পোৱা যায়, কাকো বিশ্বাস কৰিবই নোৱাৰি, ক'ত কেতিয়া কি হৈ যায়, যেনেকৈ বজাৰলৈ যাওতেই ফেণ্ডক লগ পাই নাম্বাৰ লৈ সকলোবোৰ খেলি মেলি লগাই দিলে। ভয়ৰ সৃষ্টি হ'ল ভালপোৱাক হেৰুৱাৰ, এনেকৈয়ে সন্দেহ বোৰ সৃষ্টি হয় আৰু সম্পৰ্কবোৰ ভাঙি যায়।
ভাল পোৱাক সদায় respect কৰিব লাগে। মানে ভাল পোৱা বুলিয়ে নহয় সকলো বস্তু যেতিয়া জখনট কৈ বেছি পোৱা যায় তেতিয়া importent নোহোৱা হয় যায়।
আৰু best frend বোলা বস্তুটো বহুত জহৰা হয়, কাৰোবাৰ যদি এতিয়াও best frsnd আছে আঁতৰি অহা টো better বুলি মই ভাবো।
আচল কথা হল যে ইয়াত প্ৰেম নাচিলেই। ইমান সোনকালে যে কোনোবাই কাৰোবাক এৰিব পাৰে নেকি। যত প্ৰেম থাকে তাত হেৰুওৱাৰ ভয়ৰ বাবে কিছু কথা কব লগীয়াও হৈ। অভ্যাস নো কি ডাঙৰ কথা, গোটেই জীৱন টো কে সলনি কৰিব পাৰি মাথোঁ লাগে ভাল লগা জনৰ বিশ্বাস আৰু চেষ্টা। অভ্যাস দিনক দিনে সলনি হৈ থাকে। আজি আপুনি ৫ বজাত হুই উঠাৰ অভ্যাস কাইলৈ ৭ বজাত উঠাৰ অভ্যাস টোলৈ পৰিণত হব। বাকী সকলোৰে জীৱনৰ কাহিনী বেলেগ বেলেগ। এজনে আন এজনৰ দুখ কেতিয়াও বুজি নাপাই আৰু বুজিবও নোৱাৰে। নিজৰ দুখ টো হে ভালকৈ বুজিব পাৰে। সকলোৰে জীৱনত যাতে প্ৰেম আৰু এবাৰ অংকুৰিত হব বুলি আশা ৰাখিলোঁ।
❤
Bohut val lagil sai❤
Thank you ❤
@@ManashPritomSaikia wlc
Boibhabi will look more beautiful with Rabani shoyam❤❤❤❤
Nice❤
Best fnd আৰু পাতি লোৱা দাদায়েক কেইটাৰ নিচিনা জ#ৰা কোনো নাই । ভূলেই নেদেখে সিহঁতৰ
maksuda best friend
maksudi best friend😅
💯
পুৰণি কথা বোৰলৈ মনত পেলাই দিলে🥹
Iman dhunia suali joni , acting skills u ase..
যেতিয়া ওচৰত থাকে তেতিয়া গুৰুত্ব দিব লাগে,,,কিমানখিনি কষ্ট আৰু অৱহেলা পোৱাৰ পাছ আতৰি আহিব লগা হয়,,হোৱা বোৰে গম পাই,,,🥹
আৰু অলপ film tu দীঘল হলে ভাল লাগিলে হৈ। ❤❤
Xomoy thakute guruta dia r pryjon❤
So beautiful you're story 👍❤️
dhunya lgise..part 2 jldi
Mur logot bohute milise story tu😢
Uff ki salu eikhon!! Ekdm reality dekhaise. Aru gaan tu je❤️
Thank you❤️
ল'ৰাবোৰে সদায় ছোৱালীবোৰক ছোৱালীজনীয়ে সছা ভালপোৱাৰ পিছত কামোৰ বুলি ভাৱে কিয় 🥺💔
Xsa Ktha xsa Vl pai kako ako lav nai , kbl hurt hb lga hy
Kintu lora Bure tai erar pasot u taikei val pi thke kintu Suwali Bure hunkle move on korib pre,,Lorai hunkle nuware
Aitu ktha jode hai suali jonik jode kua hoi
Aru suwali bure next boyfriend lobole dudinu nalage
@@nonimadhabborah9474 sb nhy misa xea lora swali bli ktha ni eixetrtt
Mjha
মই তাইৰ Birthday পাহৰিছিলো, তাইক নহয়। কিন্তু...
সময় থাকোতেই খুলি বুজাই কোৱাটো ভাল।
কথা বেছি নচলিলে, হাত চলিব আৰু হাত চলিলে কেৱল বস্তু ভাগেহে 😊
ভালপোৱাত দুয়োজনৰ মাজত বুজাবুজি , বিশ্বাস এইবোৰ থাকিব লাগে ।
Amazing ❤❤
Bedo dai fali disey rey🔥🔥🔥 ki acting korey rey
Bhai bhai mojja lagise dei anekoi aguwai jwya ❤️
Aru part 2 joldi lage
thank you ❤
অতি সুন্দৰ, পৰবৰ্তী খণ্ড লৈ অপেক্ষা থাকিল❤
মানুহৰ পিছত যিমান দৌৰিবা সিমানে বেয়া ব্যৱহাৰ আৰু কষ্টৰ বাহিৰে একো পোৱা নাযায় । কেৱল এজনে ভাল পালে কি হব সমানে পাব লাগিব সমানে সম্পৰ্ক টো ৰখাৰ ইচ্ছা হব লাগিব
Mur lgt ankai hoi movie mur lgt mile se
ooo its realy amazing , waiting for the second part ................
❤
খুৱ ভাল লাগিল তাতে আকৌ ভালপোৱা মানুহৰ হৈতে আগবঢ়াই দিছে ,❤
Best friend ❌ second option 😂✅
😢
Bestfriend u nai beh😢
Next level broh❤
thank you❤
❤❤❤❤woww
@bedabrat_borah tumi ekhon movie korana, I guarantee it will be a super duper hit.. Tumi bortoman mur favourite Assamese actor above all legends...
সৰুকৈ হলেও এটা ভাল বাৰ্তা প্ৰেৰণ কৰাৰ বাবে ধন্যবাদ , অপেক্ষাৰত মাথো দ্বিতীয় অংশটিলে ❤
সুন্দৰ কাহিনী ভাল লাগিল চাই
thank you
Respect jdi nkore tt thki ako lv ni thik keise😊
ভুলবোৰ শুধৰাব পাৰি কিন্তু অভ্যাসবোৰ কেতিয়াও সলনি কৰিব নোৱাৰি ❤
😮
❤️
Right😢
@@jontiroy6979 🤔
No val puajone xebur thik kora biporite move on kribo lage buli tu kotha ni no
Bedabratr karonehe ahisilu.. val hoise. Notun lora jonr video ajihe saisu. Nice.
❤❤
Val lagil
Vl lgil sai 🎉🎉
Very good 👍❤ video
Vl lgil sai❤❤Aneiu Beda is my favorite ❤❤
ধুনীয়া লাগিছে
Next episode ketia pam
Nice video❤😊
Thanks
Prem jonome jonome
Bedo Acting juii
Moja🔥🔥