Good News // What is UNIFIED PENSION SCHEME (UPS) // কৰ্মচাৰী সকলে কিমান টকা পেঞ্চন পাব / NPS Vs UPS
ฝัง
- เผยแพร่เมื่อ 17 ก.ย. 2024
- @NaliniKantaDeka
Good News // What is UNIFIED PENSION SCHEME (UPS) // কৰ্মচাৰী সকলে কিমান টকা পেঞ্চন পাব / NPS Vs UPS
whatsapp.com/c...
শিক্ষক আৰু বিদ্যালয় Related খবৰ বোৰ পাবলৈ সকলোৱে ওপৰৰ লিংকত ক্লিক কৰি join হব বুলি আশা কৰিলো ।
/ nalinikantadeka
আপোনালোকে ওপৰৰ লিংকটোত ক্লিক কৰি আমাৰ Facebook Page টো Fallow কৰি লব । শিক্ষক, ছাত্ৰ ছাত্ৰী, চাকৰি আৰু You Tube/ Facebook Related Information সমূহ নিয়মিত ভাৱে পাব ।
Pay Structure ki hay / Basic Pay কি হয় / Pay Band কি হয় /
• Pay Structure of Govt ...
গুনুৎসৱৰ সকলো Video তলৰ লিংকত পাব
• Gunotsav Assam
What is NEP 2020👇👇
• NEP 2020 // National E...
Nipun Assam কি হয় ? Nipun Bharat কি হয় ?
• NIPUN ASSAM কি // NIPU...
Salary Structure of an Employee
• Salary Structure of an...
How to Creat NPS Account
• How to Creat A NPS Acc...
How to Download Pay Slip/Salary Slip
• What is Payslip ॥ What...
Death Cum Retirement Gratuity of NPS Employee
• DCRG ॥ NPS কৰ্মচাৰী সক...
How to Transfer NPS account to one job to Another Job
• How to Transfer NPS Ac...
Difference Between NPS and OPS . কোনটো লাভজনক।
• Difference between NPS...
Media Link ::
My Instagram Link : / nalinikantadeka
My Twiter Link : home
Our Facebook Page : / nalinikantadeka
........................................................................
নমস্কাৰ মোৰ নাম নলিনী কান্ত ডেকা । অপোনালোক সকলোকে মই মোৰ You Tube Channel নলিনী কান্ত ডেকালৈ স্বাগতম জনাইছো । Hi I am Nalini Kanta Deka. I wellcome all of you to my You Tube Channel Nalini Kanta Deka.
........................................................................
About This Video:
By this video I am trying to describe about Unified Pension Scheme (UPS) for the govt employee of india as well as State. It is new Pension Scheme introduce by the Govt after NPS for the Govt Emplyoee.
...................................................................
STUDENTS QUEEN ASSAM You Tube Channel for Class IX,X,XI,&XII Students:
/ @studentsqueenassam
My Vlogging Channel Nalinis Vlog
/ @nalinisvlog3419
Job and General Knowledge based Channel
/ @movingtowardsdigital
.......................................................................
You Can Join as Membership by the Following link
/ @nalinikantadeka
_________________________________________
OUR OTHER PLAYLIST :
Swaccha Vidyalay Puraskar ৰ সকলো video ইয়াত পাব
• SWACCHA VIDYALAYA PURA...
NISHTHA Training ৰ সকলো video ইয়াত পাব
• NISHTHA ASSAM
RIIMS ৰ সকলো video ইয়াত পাব
• Mutual Transfer
Mutual Transfer ৰ সকলো video ইয়াত পাব
• Mutual Transfer
Gunotsav ৰ সকলো video ইয়াত পাব
• Gunotsav Assam
Geography Class for all students
• Geography Class
Class IX (Nine) Social Science video
• Class IX(Nine) Social ...
o
Class X (Ten) Social Science video
• Class X(Ten) Social Sc...
Class IX (Nine) Advance Geography video
• Class IX(Nine) Advance...
Class X (Ten) Advance Geography video
• Class x(Ten) Advance G...
Teacher Related Video
• Teacher Related Video
#nalinikantadeka
#In_Assamese
#fln
#NIPUN_ASSAM
#NIPUN_BHATAT
#NEP_2020
#StudentsQueenAssam
#nalinisvlog
#movingtowardsdigital
#samagra_Shiksha_assam
#General_Election_2024
#gunotsav_Assam
#HSLC_2025
#SHIKSHA_SETU_ASSAM
No NPS No UPS only for OPS
Ai bilak apatti ekhetak janale ki haba he???
Good news nohoi.... najani besi jopiwabo nalage. NPS r toka khini ki hobo...
Right 👍
Amar gute contribution khini ghurai napau..kihor bhal news
10বছৰ হলে 20% পাব নেকি?
Casual musterul বোৰৰ বিলাকৰ কি হ'ব?
2013 চনত প্ৰাদেশিকীকৰণ হোৱা বিদ্যালয় সমুহৰ বাবে OPS হে প্ৰয়োজ্য হ'ব লাগে। কাৰণ 56/57 বয়সত নিয়মীয়া চাকৰি পোৱা শিক্ষক সকল কেনেকৈ NPS অৰ্থাৎ 2004 চনৰ পিছত নিযুক্তি হ'ল? গতিকে 2013 চনৰ শিক্ষক OPS যোগ্য। চৰকাৰে এবাৰ অনুভূতি সহকাৰে ভাৱি চাবলৈ অনুৰোধ জনালোঁ।
এই সকল শিক্ষকৰ টকা কেইটা দেখি সিহঁতে লোভ সামৰিব পৰা নাই সেইবাবেই বিভিন্ন ধৰণৰ নীতি নিয়ম উলিয়াই ঠগি খাবৰ বাবে এইবোৰ নিয়ম বনাইছে খাওক দে ভোকত আছে।
আমি পেঞ্চন নাপালেও নাই আমাৰ ভগৱান আছে চিন্তা নাই 😢
NPS চৰকাৰৰ মতে বৰ ভাল আচনি আছিল। তেনে হ'লে নতুন plan ৰ দৰকাৰ নাছিল।
দেখিলে হে লেখিম।
আপুনি জনাশুনা মানুহ হৈ,কিয় ভাল খবৰ বুলি কৈছে নুবুজিলো,
তাকেই। Old pension ৰ বাহিৰে কোনো চিষ্টেম আমাৰ বাবে অমংগল।
@madhabRmedhi1322 Right 👍
চৰকাৰৰ মুখপাত্ৰ নি আপুনি?কিবা এটা কলেই ভাল বুলি কৈ দিয়ে যে???
agent
ভালকৈ UPS খন পঢ়ি লৈ পিছত ভিডিঅ' বনাবলৈ অনুৰোধ জনালোঁ
Eman gurai pokai nokoi cida kolei hol. One nation one pension after all OPS lagibo
UPS স্কিম MP আৰু MLA সকলৰ বাবেও lagu হব লাগে কাৰণ তেওঁ লোকে 5 বছৰ নেতা গিৰি kori ফুল পেঞ্চন পাব আৰু কৰ্মচাৰীৰ কাৰণে 60 বছৰ বয়স লৈকে চাকৰি kori পাব UPS গতিকে বিজেপি চৰকাৰে চৰকাৰী কৰ্মচাৰী সকল বুৰ্বকৰ পাইছে , মোদী ডাঙৰীয়াই কৈ থাকে এক দেশ এক আইন কিন্তু আজি দেখা পাই আছোঁ দেশত দুটা আইন এটা হল নেতা সকলৰ বাবে আৰু আন এটা হল চৰকাৰী কৰ্মচাৰী সকলৰ বাবে ,
Hoi,ami iman yrs korio pension napam,and MLA hokole 5 yrs kori gutei jibon pension pai
যদি এক দেশেই হয় তেতিয়া হলে ভাৰতত কিছুমান ৰজ্যই OPS দিছে বাকী ৰাজ্যই কিয় দিব নো ৱাৰে। এখন দেখতেই বৈষম্য কিয়?
Bisbsor.krasklr.babe.nkleje.
No NPS No UPS, We want only OPS. Unless we may be chenge............
It's no a good news. We want only OPS
Ups ত কম কাৰ্যকালৰ কৰ্মচাৰী সকলে nps ৰ সমান পেঞ্চনহে পাব আৰু nps ৰ জমা টকাখিনিও নাপাব৷
We want OPS
Sir 20 years hole liman person pabo Sir
একে বাৰে বেয়া পদ্ধতি হৈছে।
Sir aappuni bhal buli koiche UPS ekebarei bhal loga nai it's a worst scheme than NPS. We demand only @OPS
মহাশয়, কৰ্মচাৰীৰ nps ত জমা টকাখিনিৰ কি হ'ব ? অলপ বিতংকৈ জনাব বুলি আশা কৰিলোঁ।
চৰকাৰৰ ঘৰলৈ যাব
Aibilak buji paisu kintu ata kotha bujinapalu kisumane 10 bosor uporot naiba 25 bosor tolot jene- 22 bosorhe sakori koriboloi pabo aikeijonor kiman pension aahibo ...
Bohut loksaan tene boror
@@kabitachoudhury4954 UPS dise logot Battery tu diyanai, aadhoruwa korile
Percentage tu komi ahibo
24 bosor holey 48 percent pension pabo
Ki lav ase 25 years dhori dise
OPS is best. We want ops only
NPS t long term t besi tokai palehoi. India r nisina growning economy t NPS r value ase. june 30 bosor maan sakori koribo tahator definitely laav hoboi because of stock market. Growing economy like india china eiburor long term t stock market r value barhatu khatang !!!
Yes corpus fund bohut besi hbo...
We want to OPS.কিয়নো ভেঞ্চাৰ খাতি বহু দিন পাৰ হৈ ২০১৩ প্ৰাদেশিকৰণ হোৱা সকলৰ গতি কি হ'ব কাৰণ যিটো ১০ বছৰ ২৫ বছৰ হোৱাটো নিৰ্দ্ধাৰিত কৰিছে । ভেঞ্চাৰ পয্যায়ত খতাৰ পৰা ধৰিব নে অসমৰ বাবে বিপদ হ'ব যেন পাইছোঁ।
Ops hbo lage. Hokolore babe good news nhy. Same hbo lage.
Beya khbr...10 basoror oporot aru 25 basoror talot hole ki hbo...aitu he lge amak
কম কাৰ্যকালৰ সকলে বিশেষ একো পেঞ্চন নাপাব যেন পাও৷
কৰ্মচাৰী জনৰ মৃতু পাছত ফেমিলি পেনচনন পাল কিন্ত জীয়াই থকা ১০ বছৰ তলৰ কৰ্মচাৰী বিলাক কিহব মহাশয় ?এবাৰ বুজাই কওকচোন ।
Ups start only for mp, minister,mla and for redouble for that minister mla not for State govt employees
এইটো কেনেকৈ বহুত ভাল ভাল খবৰ হ'ল
It's unfortunate.you should not make your tongue with government.you known better our demand is OPS.
আজিকালি পেঞ্চন ও optional hol dekhun....Kam nai aru aitu govt
Old is gold
Amar NPS r joma rokha toka mari khai Pension dile ki hobo
ছাৰ আপোনাৰ জনদিছ হৈছে
Example is better than precept-- so goes the saying.The MPs of both the chamber should first accept the OPS, then the otheremployees will surely them without objection.Why is the goverment beating about the bush ?Is it their paternal property to offer the employees gratis?Moreover, the employees arenot demanding pension as donation from the government. They should ponder over the matter realistically, not fanatically. Our slogan shoulde---No Compromise with OpS(GPF).It is our our lot--we must have it after retirement unconditioned to make our life free from tension with this pens
Sion
20 or 22 years service korile kiman pension ahib ? Minimum 25 years jodi nhoi
Ups bhal hobo joodihe 28.5% joma tokar at least 60% gurai diye otherwise hopeless
Whether DA will be given on basic pension, revision of pension with new pay revision etc will be available under UPS pension scheme.
Pension দিব বিচাৰিছে যদি ২৫ বছৰ, ১০ বছৰ, এইবোৰ কিয়?
উৱা , এইটো গৈ থৈ বহুত বেছি ভাল খবৰহে হ'লগৈ নেকি !
NPS and UPS nalage OPS lagib.
UPS t 10% Deduction to gotei service period t Kati thakibo.....kintu retirement r pisot poisa to ghurai nidiye.....
For more than 25 years service
NPS>UPS
আমাৰ নিযুক্তি কমিটিৰ দিয়া মতে ১৯৯০ (ভেঞ্চাৰ) । কিন্তু চৰকাৰী অৰ্ডাৰ পালোঁ ২০১৩ ত ৰেগুলাৰ হিচাবে। ১৫ বছৰ মান চৰকাৰী দৰমহা পাম বাচি থাকো যদি । এতিয়া কথাটো হ'ল আমি ২৫ বছৰৰ ups পেঞ্চন পাম নে নাপাওঁ অনুগ্ৰহ কৰি জনাব চোন । আমাৰ নিযুক্তি ১৯৯০ চনৰ ।
10000+Da pano
What do 2013 porventialist
চাৰ,দুবছৰ চাকৰি কৰা সকলে পাবনে
১০বছৰ নোহবা কৰ্মচাৰী সকলোৰ কি হব ।১৩চনৰ বিদ্যালয় পদ প্ৰাদীশিকৰণ শিক্ষকৰ অবস্থা।জনাব চোন
MLA aru MP r babe ai ups pension haba lage ak desh ak pension niti prayug hauk
NO NPS NO UPS ONLY FOR GPS (OPS)
It is bad news . We want only ops .
Basic salary ৰ 50% that means salary ৰ 4 ভাগৰ 1 ভাগও নহব. Apuni besi tap tapai ase .Full pension pabor babe 33 nohoi 20 bosor he sakori koribo lagisil
What will be the NPS money?
Yes
একো ভাল খবৰ নহয়।।। সবকে বাঁহ দিব আহিছে আকৌ।।।
UPS is also not good for service holder. We want only OPS.
Only OPS No UPS or NPS
এই বোৰ আমাক নালাগে,এই UPS আগত MLAআৰু MP সকলে লৈ লওক ।
Ei jonai eko buji npai ne kiba eta holei good news e vabe.
কি ঘেথাই গেথাই বাতৰি (Video ) পঢ়িছে ? আপূনি কোৱা কথাখিনকে বাৰে বাৰে ওলোটা পিলটাকৈ কৈ থাকে।Like /Share / Suscribe পাবলৈ হ"লে অলপ ভালদৰে পৰিবেশন কৰিব লাগিব ।অসমীয়া video বুলি মনোযোগেৰে শুনি আছিলো পিছে খুব বিৰক্তি পালো ! Hindi news কি সুন্দৰকৈ
detail দিছে সেই বিলাক অলপ চাব লাগে ।দৌৰাদৌৰিকৈ আধা মাথা কলেই নহব নহয় ।
দহ বছৰৰ তলৰ খিনিৰ কি হ'ব। তুমি জানা নেকি।
Thank. You
#OPS only.
আমাক ops লাগে
We want OPS only
Ulunga hoi jabo srkr ops nidile
UPS tu faltu scheme hoi. Tat ruling party boror ongko xumai ase. Sakorial xokolor bujon porimanor Tokabor Company borok eri diya hobo. Mane, Public Property borok jene Privatisation kori Modi ba BJP ye Election xomoyot Company boror pora Electoral Bond namere crore crore toka Donation paise arw Election bor tokare kini jiti ahise. UPS scheme tu tare onyo eta formula hoi. Privatisation kora, arw Ruling Party ye toka luta. Kiman Lakh Crore Toka Companyr hatot thakibo Apuni gom paisene? It is meaningless scheme. No need to us☝️☝️☝️
Moi 22 years sakori koribo pam. Moi ups hisapot 50% pension pam ne
Moi u janibo bisaru , 23 years hole kiman pabo ups
সকলোতে কেৱল অপচন।
20 bosor sakori korile OPS pay 35 nohoi
Loksaan bohut
It's not a good news plz try to understand the behind
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মতে ইউ পি এছৰ পাঁচটা মূল বৈশিষ্ট্য আছে:
(১) নিশ্চিত পেঞ্চন: ইয়াৰ পৰিমাণ হ’ব এজন কৰ্মচাৰীৰ গড় মৌলিক দৰমহাৰ ৫০ শতাংশ, যিটো ২৫ বছৰৰ নূন্যতম যোগ্যতাসম্পন্ন সেৱাৰ বাবে চুপাৰ এনুৱেশ্যনৰ পূৰ্বে যোৱা ১২ মাহত উলিওৱা হয়। কম সেৱাৰ সময়ৰ বাবে, নূন্যতম ১০ বছৰৰ সেৱালৈকে এই ধনৰাশি সমানুপাতিকভাৱে হ্ৰাস পাব।
(২) নিশ্চিত নূন্যতম পেঞ্চন: নূন্যতম ১০ বছৰৰ সেৱাৰ পিছত চুপাৰ এনুৱেশ্যনৰ ক্ষেত্ৰত ইউ পি এছত প্ৰতিমাহে ১০,০০০ টকাৰ নিশ্চিত নূন্যতম পেঞ্চনৰ ব্যৱস্থা আছে।
(৩) নিশ্চিত পৰিয়ালৰ পেঞ্চন: অৱসৰপ্ৰাপ্ত ব্যক্তিৰ মৃত্যুৰ পিছত কৰ্মচাৰীজনৰ ওচৰৰ পৰিয়ালে তেওঁ শেষবাৰৰ বাবে লোৱা পেঞ্চনৰ ৬০% লাভৰ বাবে যোগ্য হ’ব।
(৪) মুদ্ৰাস্ফীতি সূচকাংক: ওপৰত উল্লেখ কৰা তিনিটা পেঞ্চনৰ মূল্যৰ সকাহ হ’ব, যিবোৰ ঔদ্যোগিক শ্ৰমিকৰ বাবে সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংকৰ ভিত্তিত গণনা কৰা হ’ব, যিদৰে সেৱা আগবঢ়োৱা কৰ্মচাৰীৰ ক্ষেত্ৰত হয়।
(৫) চুপাৰ এনুৱেচনৰ সময়ত এককালীন পেমেণ্ট: এইটো গ্ৰেচুইটিৰ উপৰিও হ'ব, আৰু সম্পূৰ্ণ হোৱা প্ৰতি ছমাহৰ সেৱাৰ বাবে চুপাৰ এনুৱেচনৰ তাৰিখ অনুসৰি মাহিলী ইমুলমেণ্টৰ ১/১০ ভাগ (পে+ ডিয়াৰনেছ এলাৱেন্স) হিচাপে গণনা কৰা হ'ব।
10 years chakori Kom hole UPS pabo ne nai , sir video bonabo...
ভিডীওটো শুনি ভাল লাগিল
নিগম/নিকায় বা ৰাজ্যৰ আণ্ডাৰ টেকিংৰ কথাও জনাবছোন। যেনে ASTC
Ups to choose korile deduction hoi a thkibo..aru sai amount khinio ghurai npao..pise ki lav hobo ups loi.nps a vl pise.atleast poisa khini tu ghurai pm.
We want Old penssion with GPF
Only OPS kanun atai
Thanks Sir
nps অৰ্থ বুজি নোপোৱাকৈ লাগে কলে হ'ব । আমাক ops লাগিবই ।
বাখ্যা বহুত বেছি হৈছে।
মোৰ Dob 13/06/1978. মোৰ ৰিটায়ামেন্ত 30jun2038.মই full bebefit পামনে?
যদি OPS দিয়ে লম নহলে NPS থাকক UPS ললে চৰকাৰৰ হে লাভ হব
Amar NPS r joma rokha toka khini ki hobo
ইয়াত ২৫ বছৰ আৰু ১০ বছৰৰ কথাহে উল্লেখ হল। ইয়াৰ মাজৰখিনিৰ কি হ'ব? লগতে আমি জমা থোৱা ধনৰ কি হ'ব ?
স্কেলৰ লগত DA plus hobone jonabo sun.
If someone completed 10 years on 2022 could he eligible for UPS
Unified মানি unufied.আন উফাই। যেনেকৈ ( national nps= no pension scheme)
চৰকাৰৰ টকা নাই। দেশৰ কৰ্মচাৰী বোজা বহন কৰিব নোৱাৰা হৈছে।আমি চাকৰি আৰম্ভণিৰ পৰা ops কিন্তু নতুন নিয়মত সন্দেহ আছে।
বিশেষ লাভ নহব।।। অভাৱৰ মাজতে ঘৰখন চলাৱ লাগিব যেন পাও।
Ops ত Family pension 60%
কথাবোৰ বৰ দিঘলীয়া হৈছে । কম কৰি ভাল হ'ব। কিছুমান কথা বাৰে বাৰে কৈ থকা হৈছে ।
NPS ব্যৱস্থাত যিহেতু আমাৰ জমা ধনৰ 60%ওভটাই দিয়াৰ ব্যৱস্থা আছে কিন্তু UPS ব্যৱস্থাত আমাৰ জমা ধন ঘূৰাই দিয়াৰ ব্যৱস্থা আছে নে নাই ,,,
sir jodi nps r soloni UPS aha then NPS r fund khini Ghurai pbo na nii please jonabo
Tutor 's will get pension Or not get pension?
Where is the other points of UPS----lumpsum and gratutity not full information provided.
Ops ৰ মতে Gpf ক্ষেত্ৰত ৩৩ বছৰ আছিল।১০ বছৰ বা তাৰ উপৰত গলে পেনচনৰ ক্ষেত্ৰত Besic ৰ ৫০%আৰু DA পাইছিল ।
২০১৩চনত প্ৰাদেশী কৰণ হোৱা শিক্ষক/শিক্ষয়িত্ৰী সকলৰ কিছু সংখ্যকে ইতিমধ্যে অবসৰ গ্ৰহণ কৰিলে।UPSৰনিয়ম মতে ১০বছৰ নোহোৱা সকলে পেঞ্চন নাপায়।কথা হ'ল এওঁলোকেও যদি নূণ্যতম ১০ হাজাৰ টকা পালে হেতেন 'বৰ ভাল হ'ল হেতেন?এই UPS ব্যবস্থাৰ জৰিয়তে সকলো কৰ্মচাৰীয়ে পেঞ্চন পোৱাৰ ব্যবস্থা কৰিব নোৱাৰিনে?এই অসহায় কৰ্মচাৰী সকলৰ দূৰ্দশা নিৰাময়ৰ ব্যবস্থা কৰিবলৈ চৰকাৰক বিনম্ল অনুৰোধ জনালোঁ।
Agor pora amar NPS poisa kati achile yito ki hobo
Scale ৰ ওপৰত দিব নে salary ৰ ওপৰত
Lum sum amount calculation কেনেকৈ হব?
Sir pls jonabo ,NPS r Toka aami withdraw koribo paro ne?
27 bosor venture school ot kam korar pisot amar kilab hol
we want OPS only..
Umar service atiyaloike regular howa nie mor service 39years hol
How this is good news??Nothing can't be good news except OPS.
মূৰ্খ নহয় যদি ভাল খবৰ বুলি কোৱাৰ প্ৰয়োজন নাছিল । কম চাকৰি কৰাসকলৰ বাবে কিডাল লাভ হ'ব আগতে বুজি ল'ব । আগ গুৰি নজনাকৈ ভিডিঅ বনালেই হ'ল ।
10 basr r talar sakori kra bilke kiman pab. Tekht xakaleo pab lge kosta kori kori kom time t return ment pab lga hol
21 years service period hole kiman pension dibo apuni jonabo sun.mur mote OPS hobo lage.nps,ups system t bohut problem arise hobo.