ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
News tu sune palae bohute dhunia lageacha bhale paisu thanku
OPS must be to us
Only #OPS
Only OPS
ই একে নহয় আমাক পুৰণি পেন্সন লাগিবই।
একে নহয় ।
We want ops
It. Is danger than. Nps
We want only ops
Bibanti. Nokoribho sir only ops
2023 t retirement sakale ups pabane janaboson.
Ups nalagae ops lagae
চৰকাৰী কৰ্মচাৰীক NPS/UPS ৰ প্ৰলোভনৰে মু্ৰ্খ বনাইছে। নেতা মন্ত্ৰীসকলৰ ক্ষেত্ৰত NPS/UPS ৰ সলনি OPS প্ৰযোজ্য কিয় ?? তেওঁলোক জনপ্ৰতিনিধিহে চৰকাৰী কৰ্মচাৰী নহয়।
2013 চনৰ চৰকাৰী কৰণ হোৱা ভেঞ্চাৰ স্কুলৰ শিক্ষক সকলৰ ওপৰত চৰকাৰে কি ব্যৱস্থা লব???এইখিনি চাকৰিয়ালৰ বেছি ভাগে বিনা বেতনত ভেঞ্চাৰ স্কুলত জীৱন দি দিছে ।। এই সকলৰ কথা অসম চৰকাৰে অলপ চিন্তা কৰক
OPS aru UPS ketiau ek nohoy. Eito gokat misa kotha.
আমাক পুৰণি পেঞ্চন লাগে।
Old pension ঘূৰি অহা নাই মহোদয়
কাৰ্যকৰী কেতিয়াবা ২০২৫চনৰএপ্ৰিল ১তাৰিখ বুলি কয় আৰু কেতিয়াবা ২০২৫ চনৰ ১জানুৱাৰী পৰা বুলি বাতৰি পৰিবেশন কৰে , প্ৰকৃত সত্য কোনটো?
Ulta pension scheme
পু ৰ নি পেঞ্চন যদি ঘূৰি আহিছে তেনেহলে নামটো কিয় ups hol
ষ্টেট ফেদ কৰ্মচাৰীৰ কি হব। জনাব ।
Apuni NPS pua kholok insult nokoribo misa batori di
10 বছৰৰ তলত চাকৰি কৰি মৃত্যু বৰণ কৰা সকলৰ কি হ'ব ?Please জনাব।
D.A link nai
U p s ললে n p s জমা টকা কি হব
2013 চনৰ শিক্ষক সকলৰ কি হ'ব জনাব বুলি আশা কৰিলো
OPS Pabalai sakarir karjyakal 20 bassr haba lagishil, kintu UPS r khetrat 25 basar Kiya ?
MLA and MP hokole 5 year daitto hamuriye OPS pay aru ji keita dekhor rokhok heikeitar karone 25 years, KIO?
Vadore kobo pora nai,last 12 month avarage basic pay
আমাক পুৰণি পেঞ্চন লাগিব
আমাক NPS আৰু UPS নালাগে অকল পুৰণি পেঞ্চন লাগে
😢ups kota nuhuna nps kota nuhuna sir only ops
১জানুয়াৰী নে ১ এপ্ৰিল ?
Nps Of joma huwa toma to keneke Pam bujai dibo
Nps 10% কাট হৈছে ৷এতিয়া এই scheme ৰআওতাত গলে কি হব ? সেইটোহে লাগে৷ভালকৈ জানি বুজি উত্তৰ দিব ৷
MP ,MLA bilake 5 basar r mure kimane pention lay. Ami 20-30 basar kam kari Amar pora kata tokadi pention pam.aia ki aain
npst জমা হোৱা টকা খিনি ops ক দিয়াৰ দৰেই দিবনে? gps আৰু nps বহুত পাথক্য আছে। চৰকাৰে নিজৰ লাভা লাভহে ছাইচে কিন্তু কৰ্মচাৰীৰ নহয়।
Only OPS not NPS and UPS.আমাক এই পেঞ্চন নালাগে। পুৰণি পেঞ্চন প্ৰদান কৰিব লাগে।
Central r napai naki
Ak dom gaja hisab ops Lage
Ops
Caly handicapped mohila moi 2023 1,6 dated 4th grade post at join koricilu kintu moi atiaaha 31,12,2024 at aborkhar lom. Tar babe muk ke dharanar pansion dibo ? Hunkale janabosun. .
Belg news khabr tu powa nai apuni kot pale
GOOD News
দহ বছৰতকৈ কম সময় চাকৰি কৰা সকলৰ কি অবস্থা হ'ব ? যি সকলে ২৫ ৰ পৰা ৩০ বছৰ পৰ্যন্ত ভেঞ্চাৰ স্কুলত খাতি খাতি ২০১৩ চনত নিযুক্তি পাই ইতিমধ্যেই অৱসৰ গ্ৰহণ কৰিলে তেওঁলোকৰ কি হ'ব ?
Same question
তুমি বি জে পি ৰ লৰা যেন লাগিছে
ভেঞ্চাৰৰ বছৰবোৰ গন্তি হ'ব নে? ধৰক এজন মানুহ ২০০১ ত ভেঞ্চাৰ কলেজত সোমালে আৰু ২০২১ চনত প্ৰাদেশিকৃত হ'ল। তেওঁ যদি (২০ বছৰ ভেঞ্চাৰ + ১০ বছৰ চৰকাৰী চাকৰি কৰি) ২০৩১ চনত অৱসৰ গ্ৰহণ কৰে তেওঁৰ পেঞ্চন কিমান হ'ব?
Basic pay আৰু last drawn pay কাক বোলে প্ৰথমে জানি লওক তাৰ পাছত লেকচাৰ মাৰিব।
নতুন নাম কিয় ups আমাক লাগে অকল ops গোটেই জীৱন ভেঞ্চাৰ স্কুলত বিনা বেতনে কাম কৰাৰ পিছত চাকুৰি নিয়মীয়া হোৱাৰ পিছত কিছুমান শিক্ষকে এমাহ পিছত অবসৰ লৈছিল তেনেকুৱা শিক্ষককে ops হব লাগেMLA minister সকলে কমেও 5 বাৰ এম এল এ মিনিষ্টাৰ হোৱাৰ পিছতহে যাতে পেঞ্চন পায় সেই আইন চৰকাৰে প্ৰনয়ন কৰিব লাগে।
Very good news. 19:22 19:25
শেষৰটো মাহৰ দৰমহাৰ ৫০% পেঞ্চন আকাৰে পাব বোলা কথাষাৰ সম্পূৰ্ণ সত্য নহয়।কিয়নো মাহেকীয়া দৰমহাত Basic, DA, HRA, SAA, Conveyens allowance আদি আন কিছুমান সুবিধাৰ বাবে অধিক ধন পায়। কিন্তু অৱসৰ কালিন সময়ত মাত্ৰ Basic ৫০% আৰু তাৰ ওপৰত সেই সময়ত প্ৰযোজ্য হাৰত DA পায়। SAA, HRA, CONVEYANCE ALLOWANCE আদি শিতানৰ ধন পেঞ্চনৰ লগত নাহে ।
যেতিয়া দিব তেতিয়াহে কম সছা
I want ops but not like ups
Good news
Apuni correcty explanation korib pora nai
দিল্লীৰ লাড্ডু আমাৰ নালাগে ভাই । অসমৰ NPS কৰ্মচাৰীৰ সমস্যা বেলেগ বেলেগ।অসম চৰকাৰৰ কি সিদ্ধান্ত হয় সেয়া হ'ব পাৰে good news or bed news.#ops
Apuni val koi study korok
কথাবোৰ অধ্যয়ন কৰিহে কব লাগে।চৰকাৰৰ চাটুকাৰ হ'ব নালাগে।
Bondha karok bom futowa kothaa 25 basor r vl kintu 2 3 basor Matra sakori pow sakalor ki hob 4:59
Kiba koi ase
Bal fight pension.
এই চৰকাৰ দিনত,শ্ৰেণী বিভাজন কৰাত উস্তাদ।৫ বছৰ পিছত, মৃত্যু হলে,তেওঁৰ পৰিবাৰ কেনেকৈ চলিব।যাৰ ঘৰ বাঢ়ি নাই,পৰিবাৰ নাই,, সি কি জানিব, আৰ্থিক সমস্যাৰ কথা।
Kobo Jona nai bar bar at first u read
একো নহব।ওপি এছ লাগিব
Not 1st January but 1st April 2025
😂😂😂... মুৰটোত একো আছে নে নাই... কি বকি আছা...ইউটিউবত ইতিমধ্যেই সকলো ফাদিল হৈ গৈছে.. কোনোটো কি....মোডী বিজেপি আৰু ডলাৰ মন্ত্ৰীৰ ভেকোঁভাওনা চৰকাৰী কৰ্মচাৰীয়ে গ্ৰহণ নকৰে
Thank you sir.
দহ বছৰৰ তলৰ সকলে পেঞ্চন নাপাব নেকি ?
Repeat kare kio
Apuni English bhalke buji paine?
Batdihya
There is a huge difference between OPS vs UPS here.So don't support with UPS scheme. Support only one scheme # restore OPS
আমাক পুৰনি পেনঞন লাগিব।
Aituei dibo
Only ops.....😭😭😭there is no any option. We want ops 😊😊in any circumstance.
U should not compare UPS to OPS
ইয়াতে সময়ৰ ব্যৱধান ৰাখিছে। আচলতে এবছৰ কাল চৰকাৰী চাকৰি কৰিলেও সম্পূৰ্ণ পেঞ্চন পোৱাৰ ব্যৱস্থা কৰিব লাগে।
Very.good.desation.of.Govt..of.India
হেৰ' বেচিকৰ আধা।দৰমহাতোৰ আধা নহয়।আপোনালোকও কথাবোৰ এনেধৰণে কৈ টুপি পিন্ধাই দিয়ে।আপুনিও শুদ্ধকৈ কোৱা নাই।
Lgt DA lgbo,ops t same basic r adha hoi jai
Ups is not profitable to the employees.
OPS আৰু UPS ৰ মাজত পাৰ্থক্য কি আছে বহলাই ক'বলৈ অনুৰোধ কৰিলোঁ।
Not applicable for less than 10 years.What will happen for those employees?
There is a huge difference between OPS vs UPS here.
২০১৩ চনত প্ৰভিঞ্চিয়েলাইছ হোৱা সকলৰ কি হ'ব। তেওঁ লোকৰ সৰহ সংখ্যক বছৰ ভেঞ্চাৰত ই গ'ল।এই সকলৰ মৰণ ।
এইসকলৰ প্ৰতি কি ব্যৱস্থা ল'ব
2013 sonor khinik commeety appointment dia date dhorok ami selary kom hoi thakil safale mar kham
2013 চনৰ শিক্ষক সকলৰ ক্ষেত্ৰত বিশেষ বিবেচনা কৰাৰ থল আছে। নহলে সেই শিক্ষক সকলৰ আক্ষেপ এটা সদায়েই থাকিব।
Jar jar 10 years complete hol teuluke pbo nai@@bharatch.phukan.phukan8703
Ji hokol chakurkal 10 bochor Kom heai hokol chakoriyal a pension neapaboneaki?
২০২৫ এপ্ৰিলত কাৰ্য্য কৰি হ'ব।
একো ঘূৰি অহা নাই ops
What about less years ofservice age than 10 years.
Don't mislead people without knowing what UPS is.
Val koi study korar pisot news bonabo lage
14 bosor chakori korile kiman panson pabo
পাৰ্থৰ বড়া ছাৰ,আপোনাৰ বাতৰিটো চালো , কিন্তু এটা কথা উল্লেখ কৰাৰ নুশুনিলো । কথাটো হ'ল, সম্পূৰ্ণ ৪০ ( চল্লিশ ) বছৰ কেন্দ্ৰীয় চৰকাৰৰ চাকৰি কৰি ২০১৬ চনত অৱসৰ গ্ৰহণ কৰাৰ ব্যক্তিয়ে শেষ মাহৰ বেতনৰ ৫০ % পেন্সন লাভ কৰিব নে নকৰে? জানিব পাৰিলে ভাল আছিল ! পাৰিলে জনাবচোন বড়া ছাৰ! ৰ
আপোনি কোৱা কথাখিনিত অলপ অমিল দেখিছো । তেওঁলোকে কোৱা মতে ১-৪ - ২৫ ৰ পৰাহে প্ৰযোজ্য হব । আনহাতে শেষৰ মূল বেতনৰ আধা নাপায় হেনু । শেষৰ ১২ মাহৰ গড় বেচিকৰ পঞ্চাশ শতাংশহে পাব ২৫ বছৰ সম্পূৰ্ণ কৰা সকলে । অসমত আজি অৱসৰ লোৱা জনে কি পাব ?
একো ভাল খবৰ নহয়
Apuni first buji lob tar pasot batori korib
ভালদৰে বুজি নোলোৱাকৈ এনেধৰণৰ বাতৰি পৰিবেশন কৰি বিভ্ৰান্তুি নকৰিব । পঢ়ি শিকি বুজি পৰিবেশন কৰিব । লিখিত অৰ্ডাৰ আপুনি পালে নেকি ??
Thumbnail ত ভূল কথা কিয় লিখিছে?মূৰ্খৰ দৰে বাতৰি পৰিবেশন কৰি মানুহক বিভ্ৰান্ত কৰিব নালাগে।
Very good news
N r h m kormochari bilakor ki hobo matro keaitaman dormoha di daito hamorise pens duror kotha
Please mention about NPS funds..
সুন্দৰ আৰু স্পষ্টকৈ বিশ্লেষণ কৰিলে !
Not at all, he's confused and he's confusing all of us here.
It is not a ops at all
News tu sune palae bohute dhunia lageacha bhale paisu thanku
OPS must be to us
Only #OPS
Only OPS
ই একে নহয় আমাক পুৰণি পেন্সন লাগিবই।
একে নহয় ।
We want ops
It. Is danger than. Nps
We want only ops
Bibanti. Nokoribho sir only ops
2023 t retirement sakale ups pabane janaboson.
Ups nalagae ops lagae
চৰকাৰী কৰ্মচাৰীক NPS/UPS ৰ প্ৰলোভনৰে মু্ৰ্খ বনাইছে। নেতা মন্ত্ৰীসকলৰ ক্ষেত্ৰত NPS/UPS ৰ সলনি OPS প্ৰযোজ্য কিয় ?? তেওঁলোক জনপ্ৰতিনিধিহে চৰকাৰী কৰ্মচাৰী নহয়।
2013 চনৰ চৰকাৰী কৰণ হোৱা ভেঞ্চাৰ স্কুলৰ শিক্ষক সকলৰ ওপৰত চৰকাৰে কি ব্যৱস্থা লব???
এইখিনি চাকৰিয়ালৰ বেছি ভাগে বিনা বেতনত ভেঞ্চাৰ স্কুলত জীৱন দি দিছে ।। এই সকলৰ কথা অসম চৰকাৰে অলপ চিন্তা কৰক
OPS aru UPS ketiau ek nohoy. Eito gokat misa kotha.
আমাক পুৰণি পেঞ্চন লাগে।
Old pension ঘূৰি অহা নাই মহোদয়
কাৰ্যকৰী কেতিয়াবা ২০২৫চনৰ
এপ্ৰিল ১তাৰিখ বুলি কয় আৰু কেতিয়াবা ২০২৫ চনৰ ১জানুৱাৰী পৰা বুলি বাতৰি পৰিবেশন কৰে , প্ৰকৃত সত্য কোনটো?
Ulta pension scheme
পু ৰ নি পেঞ্চন যদি ঘূৰি আহিছে তেনেহলে নামটো কিয় ups hol
ষ্টেট ফেদ কৰ্মচাৰীৰ কি হব। জনাব ।
Apuni NPS pua kholok insult nokoribo misa batori di
10 বছৰৰ তলত চাকৰি কৰি মৃত্যু বৰণ কৰা সকলৰ কি হ'ব ?
Please জনাব।
D.A link nai
U p s ললে n p s জমা টকা কি হব
2013 চনৰ শিক্ষক সকলৰ কি হ'ব জনাব বুলি আশা কৰিলো
OPS Pabalai sakarir karjyakal 20 bassr haba lagishil, kintu UPS r khetrat 25 basar Kiya ?
MLA and MP hokole 5 year daitto hamuriye OPS pay aru ji keita dekhor rokhok heikeitar karone 25 years, KIO?
Vadore kobo pora nai,last 12 month avarage basic pay
আমাক পুৰণি পেঞ্চন লাগিব
আমাক NPS আৰু UPS নালাগে অকল পুৰণি পেঞ্চন লাগে
😢ups kota nuhuna nps kota nuhuna sir only ops
১জানুয়াৰী নে ১ এপ্ৰিল ?
Nps Of joma huwa toma to keneke Pam bujai dibo
Nps 10% কাট হৈছে ৷এতিয়া এই scheme ৰআওতাত গলে কি হব ? সেইটোহে লাগে৷ভালকৈ জানি বুজি উত্তৰ দিব ৷
MP ,MLA bilake 5 basar r mure kimane pention lay. Ami 20-30 basar kam kari Amar pora kata tokadi pention pam.aia ki aain
npst জমা হোৱা টকা খিনি ops ক দিয়াৰ দৰেই দিবনে? gps আৰু nps বহুত পাথক্য আছে। চৰকাৰে নিজৰ লাভা লাভহে ছাইচে কিন্তু কৰ্মচাৰীৰ নহয়।
Only OPS not NPS and UPS.আমাক এই পেঞ্চন নালাগে। পুৰণি পেঞ্চন প্ৰদান কৰিব লাগে।
Central r napai naki
Ak dom gaja hisab ops Lage
Ops
Caly handicapped mohila moi 2023 1,6 dated 4th grade post at join koricilu kintu moi atiaaha 31,12,2024 at aborkhar lom. Tar babe muk ke dharanar pansion dibo ? Hunkale janabosun. .
Belg news khabr tu powa nai apuni kot pale
GOOD News
দহ বছৰতকৈ কম সময় চাকৰি কৰা সকলৰ কি অবস্থা হ'ব ? যি সকলে ২৫ ৰ পৰা ৩০ বছৰ পৰ্যন্ত ভেঞ্চাৰ স্কুলত খাতি খাতি ২০১৩ চনত নিযুক্তি পাই ইতিমধ্যেই অৱসৰ গ্ৰহণ কৰিলে তেওঁলোকৰ কি হ'ব ?
Same question
তুমি বি জে পি ৰ লৰা যেন লাগিছে
ভেঞ্চাৰৰ বছৰবোৰ গন্তি হ'ব নে? ধৰক এজন মানুহ ২০০১ ত ভেঞ্চাৰ কলেজত সোমালে আৰু ২০২১ চনত প্ৰাদেশিকৃত হ'ল। তেওঁ যদি (২০ বছৰ ভেঞ্চাৰ + ১০ বছৰ চৰকাৰী চাকৰি কৰি) ২০৩১ চনত অৱসৰ গ্ৰহণ কৰে তেওঁৰ পেঞ্চন কিমান হ'ব?
Basic pay আৰু last drawn pay কাক বোলে প্ৰথমে জানি লওক তাৰ পাছত লেকচাৰ মাৰিব।
নতুন নাম কিয় ups আমাক লাগে অকল ops গোটেই জীৱন ভেঞ্চাৰ স্কুলত বিনা বেতনে কাম কৰাৰ পিছত চাকুৰি নিয়মীয়া হোৱাৰ পিছত কিছুমান শিক্ষকে এমাহ পিছত অবসৰ লৈছিল তেনেকুৱা শিক্ষককে ops হব লাগে
MLA minister সকলে কমেও 5 বাৰ এম এল এ মিনিষ্টাৰ হোৱাৰ পিছতহে যাতে পেঞ্চন পায় সেই আইন চৰকাৰে প্ৰনয়ন কৰিব লাগে।
Very good news.
19:22 19:25
শেষৰটো মাহৰ দৰমহাৰ ৫০% পেঞ্চন আকাৰে পাব বোলা কথাষাৰ সম্পূৰ্ণ সত্য নহয়।
কিয়নো মাহেকীয়া দৰমহাত Basic, DA, HRA, SAA, Conveyens allowance আদি আন কিছুমান সুবিধাৰ বাবে অধিক ধন পায়। কিন্তু অৱসৰ কালিন সময়ত মাত্ৰ Basic ৫০% আৰু তাৰ ওপৰত সেই সময়ত প্ৰযোজ্য হাৰত DA পায়। SAA, HRA, CONVEYANCE ALLOWANCE আদি শিতানৰ ধন পেঞ্চনৰ লগত নাহে ।
যেতিয়া দিব তেতিয়াহে কম সছা
I want ops but not like ups
Good news
Apuni correcty explanation korib pora nai
দিল্লীৰ লাড্ডু আমাৰ নালাগে ভাই । অসমৰ NPS কৰ্মচাৰীৰ সমস্যা বেলেগ বেলেগ।অসম চৰকাৰৰ কি সিদ্ধান্ত হয় সেয়া হ'ব পাৰে good news or bed news.#ops
Apuni val koi study korok
কথাবোৰ অধ্যয়ন কৰিহে কব লাগে।চৰকাৰৰ চাটুকাৰ হ'ব নালাগে।
Bondha karok bom futowa kothaa 25 basor r vl kintu 2 3 basor Matra sakori pow sakalor ki hob 4:59
Kiba koi ase
Bal fight pension.
এই চৰকাৰ দিনত,শ্ৰেণী বিভাজন কৰাত উস্তাদ।৫ বছৰ পিছত, মৃত্যু হলে,তেওঁৰ পৰিবাৰ কেনেকৈ চলিব।যাৰ ঘৰ বাঢ়ি নাই,পৰিবাৰ নাই,, সি কি জানিব, আৰ্থিক সমস্যাৰ কথা।
Kobo Jona nai bar bar at first u read
একো নহব।ওপি এছ লাগিব
Not 1st January but 1st April 2025
😂😂😂... মুৰটোত একো আছে নে নাই... কি বকি আছা...
ইউটিউবত ইতিমধ্যেই সকলো ফাদিল হৈ গৈছে.. কোনোটো কি....
মোডী বিজেপি আৰু ডলাৰ মন্ত্ৰীৰ ভেকোঁভাওনা চৰকাৰী কৰ্মচাৰীয়ে গ্ৰহণ নকৰে
Thank you sir.
দহ বছৰৰ তলৰ সকলে পেঞ্চন নাপাব নেকি ?
Repeat kare kio
Apuni English bhalke buji paine?
Batdihya
There is a huge difference between OPS vs UPS here.
So don't support with UPS scheme.
Support only one scheme # restore OPS
আমাক পুৰনি পেনঞন লাগিব।
Aituei dibo
Only ops.....😭😭😭there is no any option. We want ops 😊😊in any circumstance.
U should not compare UPS to OPS
ইয়াতে সময়ৰ ব্যৱধান ৰাখিছে। আচলতে এবছৰ কাল চৰকাৰী চাকৰি কৰিলেও সম্পূৰ্ণ পেঞ্চন পোৱাৰ ব্যৱস্থা কৰিব লাগে।
Very.good.desation.of.Govt..of.India
হেৰ' বেচিকৰ আধা।দৰমহাতোৰ আধা নহয়।আপোনালোকও কথাবোৰ এনেধৰণে কৈ টুপি পিন্ধাই দিয়ে।আপুনিও শুদ্ধকৈ কোৱা নাই।
Lgt DA lgbo,ops t same basic r adha hoi jai
Ups is not profitable to the employees.
OPS আৰু UPS ৰ মাজত পাৰ্থক্য কি আছে বহলাই ক'বলৈ অনুৰোধ কৰিলোঁ।
Not applicable for less than 10 years.What will happen for those employees?
There is a huge difference between OPS vs UPS here.
২০১৩ চনত প্ৰভিঞ্চিয়েলাইছ হোৱা সকলৰ কি হ'ব। তেওঁ লোকৰ সৰহ সংখ্যক বছৰ ভেঞ্চাৰত ই গ'ল।এই সকলৰ মৰণ ।
এইসকলৰ প্ৰতি কি ব্যৱস্থা ল'ব
2013 sonor khinik commeety appointment dia date dhorok ami selary kom hoi thakil safale mar kham
2013 চনৰ শিক্ষক সকলৰ ক্ষেত্ৰত বিশেষ বিবেচনা কৰাৰ থল আছে।
নহলে সেই শিক্ষক সকলৰ আক্ষেপ এটা সদায়েই থাকিব।
Jar jar 10 years complete hol teuluke pbo nai@@bharatch.phukan.phukan8703
Ji hokol chakurkal 10 bochor Kom heai hokol chakoriyal a pension neapaboneaki?
২০২৫ এপ্ৰিলত কাৰ্য্য কৰি হ'ব।
একো ঘূৰি অহা নাই ops
What about less years ofservice age than 10 years.
Don't mislead people without knowing what UPS is.
Val koi study korar pisot news bonabo lage
14 bosor chakori korile kiman panson pabo
পাৰ্থৰ বড়া ছাৰ,আপোনাৰ বাতৰিটো চালো , কিন্তু এটা কথা উল্লেখ কৰাৰ নুশুনিলো । কথাটো হ'ল, সম্পূৰ্ণ ৪০ ( চল্লিশ ) বছৰ কেন্দ্ৰীয় চৰকাৰৰ চাকৰি কৰি ২০১৬ চনত অৱসৰ গ্ৰহণ কৰাৰ ব্যক্তিয়ে শেষ মাহৰ বেতনৰ ৫০ % পেন্সন লাভ কৰিব নে নকৰে? জানিব পাৰিলে ভাল আছিল ! পাৰিলে জনাবচোন বড়া ছাৰ!
ৰ
আপোনি কোৱা কথাখিনিত অলপ অমিল দেখিছো । তেওঁলোকে কোৱা মতে ১-৪ - ২৫ ৰ পৰাহে প্ৰযোজ্য হব । আনহাতে শেষৰ মূল বেতনৰ আধা নাপায় হেনু । শেষৰ ১২ মাহৰ গড় বেচিকৰ পঞ্চাশ শতাংশহে পাব ২৫ বছৰ সম্পূৰ্ণ কৰা সকলে । অসমত আজি অৱসৰ লোৱা জনে কি পাব ?
একো ভাল খবৰ নহয়
Apuni first buji lob tar pasot batori korib
ভালদৰে বুজি নোলোৱাকৈ এনেধৰণৰ বাতৰি পৰিবেশন কৰি বিভ্ৰান্তুি নকৰিব । পঢ়ি শিকি বুজি পৰিবেশন কৰিব । লিখিত অৰ্ডাৰ আপুনি পালে নেকি ??
Thumbnail ত ভূল কথা কিয় লিখিছে?
মূৰ্খৰ দৰে বাতৰি পৰিবেশন কৰি মানুহক বিভ্ৰান্ত কৰিব নালাগে।