ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
বাৰ্তা লাপ চালো , ইমান ভাল লাগিল। শুভেচ্ছা জনালোঁ 🎉
কথাখিনি জানিবলৈ পায় বহুত বহুত ভাল লাগিল লগতে তেখেতলৈ বহুত বহুত শুভেচ্ছা থাকিল।
চাহ বাগানৰ ছোৱালী ইমান ধুনীয়া অসমীয়া বৰ ভাল লাগিল আৰু ঘৰৰ
We all Assam adhibasi proud your success.🎉🎉🎉.logote chackrapani da k bohut bohut dayanbad.🙏🙏🙏🙏🙏.
কিৰণ মাজনী ,,,তোমাক আজি কেইবাবছৰ পাছত দেখা পাই ভাল লাগিল। ।তোমাক বহুত বহুত অভিনন্দন জ্ঞাপন কৰিলো ।।আগুৱাই যোৱা মাজনী ।।
মাজনী তুমি এজনী আদিবাসিছোৱালী তোমাৰ সফলতাৰ বাবে মই বৰ সুখী আকৌ আগলৈ আগুৱাই যোৱা
আপোনাৰ সৰলতাখিনি বহুত ভাল লাগিল বাইদেউ 💗
God bleesings to you and congratulations for your success❤❤❤
আৰু আগবাঢ়ি যাওক। ভগৱানে কৃপা কৰক। প্ৰতিখন চাহ বাগিচাত হাজাৰ হাজাৰ কিৰণ কু্মী জন্ম হওঁক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় সেৱা ধৰিলো।
ভাল লাগিল সাক্ষাৎকাৰ টো চাই। কিৰণ কুৰ্মীলৈ অভিনন্দন ও শুভ কামনা জনালোঁ
ভাল লাগিল।চাহ জনগোষ্ঠীৰ এগৰাকী বাইদেউৰ মুখত ইমান সুন্দৰ অসমীয়া কৈছে। কিন্তু একেটা জনগোষ্ঠীৰ মানুহে যেতিয়া অসমীয়াৰ বিৰুদ্ধে কোনোবা লোকে বিৰূপ মন্তব্য কৰে তেতিয়া দুখ লাগে।
Thank You Chakrapani Da for bringing up her journey ❤ and we were eagerly waiting for this ... she inspires not only me but also many alike..
😢ধন্যবাদ মানুহৰ মাজত থাকিব নিছলা আৰু গৰিৱৰ লগত ।
চক্ৰপাণি চাহজনগোষ্ঠীলোক সকল সমাজৰ পাচপৰা বুলি কোৱাটো এটা তথাকথিত ভদ্ৰতাৰ পৰিচায়ক ৷তুমি চোৱা শিৱ চৰন দাস / পদ্ম কৈৰী /গজেন তা৺তী শেহতীয়াকে পদ্মশ্ৰী দুলাল মানকী /সঙ্গীত শিল্পী চাজন নায়ক ৷তেখেত সকলক পিচপৰা সম্প্ৰদায়ৰ পৰা আাহি এই স্হান পাইছে বুলি poadcast কৰাতকৈ তেওঁক এগৰাকী সফল কৃতকাৰ্য্যৰ অসমৰ ছোৱালী হিচাৱে প্ৰতিষ্ঠা কৰাওক ৷
Exception is not the norm brother
Congratulations Baa.. Much proud of you as our Montfortian senior as well as our university senior...Shine ahead. ❤❤
Congratulations, really commendable,felt very happy also.
Congratulations ma'am ❤️
কথাখিনি ভাল লাগিল। শুভেচ্ছা জনালো।
Congratulations Kiron kurmi, I'm feel proud,go ahead in life. I'm from Tezpur born in Dikom T.E.
Val lagil kotha khini huni 😊... Congratulations Baa
অভিনন্দন জনাইছোঁ সুখী হোৱা
She is really a hardworking girl..❤Congratulations Kiran ba
Lots & lots of love & blessings to you, and congratulations for your success. Saah jonogusthtir honmaan aag borhaisa, GOD bless you and your family members abundantly.
কথা খিনি মন চুই গৈছে বহুত ভাল লাগিল❤❤❤❤❤❤
কি-সূনদৰ 🎉🎉🎉🎉😊
Hard work is always rewarded🎉 congratulations Baidew
খুব সুন্দৰ ।ভাল লাগিল ।আৰু আগুৱাই যাওক শুভেচ্ছা থাকিল ।চক্ৰপাণি পৰাশৰ চাৰলৈ য়ো অশেষ ধন্যবাদ থাকিল এনে এটি অনুষ্ঠান আগবঢ়োৱাৰ বাবে ।
❤ ইমান ভাল লাগিল
Bhut beci val lgill congratulations🎉
প্লথমেই অন্তৰভৰা স্নেহাশীষ জনাইছো কিৰণলৈ ।মুখখন দেখিয়েই কথা বতৰাৰ গাম্ভীৰ্যতায়েই পৰিচয় দিছে তেওৰ ব্যক্তিত্বৰ । খুউৱ সহজ সৰল যেন অনুমান হয়
Congratulations Sister keep it up ❤
বিনিতা, আপোনাক আন্তৰিক অভিনন্দন জনাইছোঁ। বহুত ভাল লাগিল অনুষ্ঠানটো ❤❤
Hosakoie brattatu Sai gowrob onuvob korisu Kiron tumaloi bohut bohut suvessa asilu.
কথাখিনি শুনি ভাল লাগিল। অভিনন্দন জনালো
তোমালৈ বহুত বহুত অভিনন্দন জ্ঞাপন যাচিছো আগবাঢ়ি গৈ থাকা ।❤
বহুত বেছি শুভেচ্ছা ❤🎉
আন্তৰিক অভিনন্দন জনালোঁ। সদায় সুখী হৈ থাকা।
Val lagil video tu sai.
Congratulations 🎉 boht vhol lagil ❤❤❤❤
বহুত বহুত শুভকামনা জনাইছোঁ বা 🎉
Congratulations baa🎉 your hard work and dedication truly paid off...... ❤
Thank u so much barta laap.
Heartiest congratulations! We are proud of you.
Good luck Kiron, heartiest congratulations ❤
Abhinandan jonaisu..
Congratulation kurmi baideo.God bless you.
Bhut bhut dhanyabad baidew, very good congratelation❤🎉🎉🎉🎉
আমাৰ অঞ্চলৰ গৌৰৱ ❤️
Congratulations dear sister. Good job you are an example of all the tea tribes brother and sister. Best wishes for your new journey
বহুত উপযোগী সাক্ষাৎকাৰ। নতুন প্ৰজন্ম নিশ্চিতভাবে উৎসাহিত হ'ব।
Congratulations dear... We feel very proud about u & ur success... Thank you God ...👌👌👍👍👏👏🙏🙏💐💐
Congratulations to Kiron kurmi.May God bless you.
Bhogobane mongol korok bhal lagil, ❤
Sachin saikia।Bohut bhal lagil।Amarea Gowrab
Bhut hundor ...koble bhakha nai ,mam salute you
বহুত বহুত শুভেচ্ছা জনালোঁ ।ভাল লাগিল অনুষ্ঠানটো ।🎉🎉🎉
Congratulations Bai..apuni aru aguwai jawok..
Congratulations Kiran ,tumar jibonor pora aneke anupranita houk
খুব ভাল লাগিল।বৰ অমায়িক ছোৱালী গৰাকী।আৰু ভাল লাগিল।মাক আৰু ককায়েক ক দেখাব লাগিছিল।ভুল কৰিলে তেওঁলোকক নেদেখাই।
Bhal lagise
Congratulations we are proud of you .
Good job
Bohut val lagil ❤❤❤
Bohut vl lgl video tu sai...Apunar mukhere bohut khini kotha janibo parilu baa... Apunaloi bohut bohut xuvessya thakil🙌
Best of luck
Bhal lagila news to Pai Kurmi maam
Bohut bhal lagil. Congratulation
Thank you dada for the blog. I am proud of my Lil sister.
Best wishes, congratulations......
আপোনালৈ বহুত বহুত শুভেচ্ছা ❤
Congratulations🎉dhuniya interview vl lagil💕💕💕
Your APSc result will encourage the aspirants and like it most
Congratulations Baidew ...
Congratulation bahut vala lagil suni
Iman duniya bhartalaf aji loy moy deka na asele . Bohut duniya sorol prasno aru sorol uttar gute duniya.
Congratulation go ahead next time attempt for upper post Guwahati
Val Lagil 👍
অভিনন্দন জনালো ❤🎉
Val lagil Sai .
বহুত শুভকামনা যাঁচিলো বাইদেউ লৈ।🎉💐
অতি সুন্দৰ বাইদেউআন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ
Vhl lagil Congratulations ma'am 💫🎉
Hard work is the key . Main things.
i proud of you because i belong to tea tribe adivasi
Ei interview bohute bhal lagil ! ! Strong questions & Strong answers
Hundur val lagil
Congratulations ma'am
অভিনন্দন থাকিল বাইদেউ
Congratulations..
proud to be tea tribe comunity ❤
Congratulation ma'am...proud of you 👏
ভাল লাগিল জীৱনত আগবাঢ়িজোৱা।
Proud of you ma'am ❤
লক্ষ্য কৰক শ্ৰী পৰাশৰৰ জ্ঞানৰ অভাৱ । এজনী অসমীয়া ছোৱালীয়ে অসমীয়া ভাষাত ভাৱ প্ৰকাশ কৰাত জ্ঞানৰ অভাৱৰ বাবে তেওঁ ওচৰত হৈছে । কি দুৰ্ভাগ্য । আমি অসমীয়া ভাষা আৰু অসমীয়া জাতি গঠনত থকা জনগোষ্ঠী সমূহৰ জ্ঞানৰ অভাৱ পৰাশৰৰ মুখত শুনি আমি দুঃখিত হৈছোঁ।
Best episode ❤
Many Many Congrulations Didi.
Bhagabane aru aguwai niyak akirbad karisu
Truely deserving❤🎉
বৰ ভাল লাগিল ।
Congratulations sister ❤🎉🎉🎉

She is really a hardworking girl..❤
Congratulations Kiran ba

অতি সুন্দৰ বাইদেউ
আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ