ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
বহুত ভাল লাগিছে ভাষন শুনি।আজি কালি সত্ৰ বা নামঘৰত থাকি ধৰ্মীয় শিক্ষা বা নৃত্য আদিৰ কোনো মূল্য আজিৰ সমাজে নিদিয়ে ভাল ইংৰাজী স্কুলত বা ভাল ভাঙৰ কলেজৰ পৰা শিক্ষা লাভ কৰা জনৰ হে এই সমাজত বহুত মূল্য।কাৰন বুজি পালো বৰ্ত্তমান মানুহৰ ভাৱধাৰা ধৰ্মীয় শিক্ষাতকৈ উচ্চশিক্ষাৰ প্ৰয়োজন বেছি।সৌ সিদিনা বৰপেটাৰ মানুহৰ পৰা বুজাগল।একেবাৰে সৰুৰে পৰা সত্ৰত থাকি গোতেই জীৱন সত্ৰৰ নামতে ত্যাগ দিলে কিন্তু বৰপেটাৰ ৰাইজে বুজাই দিলে যে ধৰ্মীয় শিক্ষা থাকিলেও নহব উচ্চশিক্ষা থাকিলেহে সত্ৰাধিকাৰ হব পাৰে।
❤❤❤
সুন্দৰ আৰু সছাঁ কথা । ভাল লাগিল🙏🙏
কৃষ্ণ কৃষ্ণ ♥️🙏
100 percent right 👍👍👍👍
Nice Netomoni da
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🌹🙏🙏🙏
Bhut val kotha koise sir dhanyabad
Monar kotha bor kowa babe val lagil thanks you nitumoni 20:39
Mur monor kothabur koise bap,,xundor🙏🙏🙏
সুন্দৰ অতি সুন্দৰ বক্তব্য ৰাখিছে ।
অতি সুন্দৰ প্ৰদৰ্শন সঁচা কথা কথা কৈছ জয় শ্ৰী ৰাম কৃষ্ণ হৰি বিষ্ণু নাৰায়ণ হৰি 😊👌👍🙏
Bhout val lagisa
ভাওনাৰ বিষয় টু বৰ। ভাল লাগিল নিতৃদা ।
Bahut dhunia kotha koi che bhal lagil
বহুত ভাল কথা ক'লে নিতুদা, ধন্যবাদ থাকিল ।
সত্য কথা কোৱাৰ বাবে ধন্যবাদ।
সুন্দৰ,সচাঁ কথা কৈছে। ভাল লাগিল🙏
Excellent.bahut Val lagil apunar kotha khini huni.thank you so much nitu da
বহু ভাল লাগিল জয শ্ৰী ৰাম জয শ্ৰী ৰাম জয শ্ৰী ৰাম জয শ্ৰী কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
❤nitumoni dewak bohut bhal lage❤❤❤❤❤
অতি সুন্দৰ মন্তব্য। কৃষ্ণ কৃষ্ণ
Dhynyo bapjon ajir homajkhonot anakoi bujoni dia babe aru ajir manob akou ghuri sao akhir dokhokor homaj khonoloi dhonyabad
কৃষ্ণ কৃষ্ণ কৃষ্ণ সকল কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Aponar kathA suni. Bhal lagil
কৃষ্ণ কৃষ্ণ,।।🙏
জয় গুৰু শঙ্কৰ । ভাল লাগিল ।
Krishana 🙏🙏🙏🙏🙏🙏🙏
আপুনি ভণ্ডসকলৰ মুখা খুলি দিছে।ধন্যবাদ।
ইমান সুন্দৰ ভাষণ, মোৰ শুনি বৰ ভাল লাগিল। নিতুমনি শইকীয়া দেৱ লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।🙏
Joy Sri Guru Sankar dev 🙏 ❤️ ❤️ ❤️ 🙏 🙏 Krishna Krishna Krishna Krishna Krishna Krishna 🙏🙏❤️🙏🙏❤️🙏🙏❤️🙏🙏❤️🙏🙏❤️🙏🙏
আপোনাৰ কথা হচাই ভাল লাগিল ।নিতূমণী শুনি থাকিব মণ যায় ।
Bahut hundar bhakhan dise dhanyabad .
একদম সত্য কথা,,,এইবিলাক বন্ধ হব লাগে।।।গুৰু বাদ্য অকল গুৰু আসনৰ ওচৰত প্ৰকাশ হব লাগে।।এক শৰণৰ মাজত থাকিব লাগে।।
🙏🙏👍👍
bahut val lagise xuni.
সুন্দৰ আৰু সঁচা কথা❤❤❤। ভাল লাগিল ❤❤❤
Bohut bohut val lagil Dada
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏
ধন্যবাদ নিতুমনি দা |
Krishna krishna krishna
Sundar bhaykha natu dada Sundar ligalil bhut bhut dhanybad namaskar❤❤
Jai Guru SANKARA sarbo gunakara. Mahapurus joner sristibur abaru ulekh nokori udyukta sokolok somalusonahe korile.
😊😊😊😊😊❤❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤
সকলো নামঘৰীয়া অধাৰ্মীক নহয় ৷ সমাজত বহুত সৎ নামঘৰীয়া আছে ৷ সমাজত বহুত সৎ মানুহ আছে ৷ সকলো মানুহ বেয়া নহয় ৷
সচা কথা কৈছে ।
Bohut hundor kotha koise apuni mohan
নাৰায়ন পোৰ বাখিক বহুত বহুত শলাগ জনাইছোঁ সমস্ত জনলৈ সেৱা জনালোঁ কৃষ্ণ 🙏
সুন্দৰ অতি সুন্দৰ, বক্তা জনলৈ বহু ধন্যবাদ।
১০০% সচা কথা কৈছে। অসমীয়া সাহিত্য সঙ্কৃতিৰ অপভ্ৰংশ অথবা অৱক্ষয় কাৰণ বিশ্লেষণ আগবঢ়াইছে। তেওঁ যুক্তি পূৰ্ণ ভাৱে অতি সৰল ভাৱে ব্যাখ্যা আগবঢ়াইছে। তেওঁ লৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো।
🙏
সুন্দৰ বক্তৃতা শুনি ভাল লাগিল
ভাল কথা কৈছে এনেকৈ কৈ যাওক
বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ শইকীয়া ডাঙৰীয়া।।মূকলি ভাৱে সকলো সঁচা কথা প্ৰকাশ কৰা বাবে আপোনাৰ সৎ সাহসী মনক সহস্ৰ প্ৰণাম।।
Moja koise
বৰ ভাল লাগিল নিতুমনি দা
Krishna
Valei lagise dei sir
সত্য কথা গুৰু বাদ্য অকল গুৰু আসন বজাৱ লাগে ডাঙৰ মানুহ আহিব বুলি গায়ন বায়ন বজায় আনিব নালাগে
Krishna 🙏🙏.
❤❤❤❤
নিৰ্ভিক ভাষণ ভাল লাগিল
কৃষ্ণ
ৰাম কৃষ্ণ হৰি সেৱা nitu দা বহুত ভাল প্ৰাসংগিকতা মূল্যবান ভাষণ ৰাখিলে
কমলপুৰ বাসিলৈ শুভেচ্ছা ও আশীৰ্বাদ থাকিল।
কৃষ্ণ কৃষ্ণ মাধৱ ♥️🙏
বৰ সুন্দৰ লাগিল ভাষন শুনি,🎉
অতি সুন্দৰ কথা আৰু সঁচা কথা কৈছে
সচাই ; তেতিয়া হে সাৰ্থক হ'ব ।
Bohut sundar kotha kole
Rightrightrightrightkotha🙏🙏🙏🙏bap
KRISHNA 🙏🙏🙏🙏🙏🙏🙏🙏
আপোনাক শতকোতি সেয়া জনালো
Bhriya lagil
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
Sundar Barta
Krishna krishna 🙏🙏🙏🙏🙏
নিতুমনি শইকীয়াদেৱে বহুত ভাল কথা কৈছে। মতলবী এচাম মানুহৰ বাবেই ধৰ্ম সংস্কৃতি সাহিত্য ৰাজনীতি সকলোতে আজি গড়াখহনীয়া আৰম্ভ হৈছে। ইয়াৰ পৰিত্ৰাণ সম্ভৱনে___চিন্তাত এতিয়া বিৰাট ডাঙৰ প্ৰশ্নবোধক চিহ্ন।
❤❤❤🙏🙏🙏
মই স্বাগতম জনাইছো।সময়পযোগি ভাষন।
Bap jon , apuni somajoloi bohut janiblogia kotha kole.somaj khone Jen ai kothat...mon..die .moi take kamona korisu.somaj valei amar val.somajot akota huwatu pahori goise.manobiotatu naikia hoi hoise.mur vab hoise ami sokolu jagi uthibor hol. Ceneltik koisu Ane dhornor bakhya somuh di thake jen.
God bless you netu moni .
31:49
P@@nabindutta7565
😊
জয় জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ
শুদ্ধ ❤ তোমাৰ কথাত এক একমত
Kotha khini xuni val lagil dada
Very good
সছা কথা কৈছে নিতুমনি ডাঙৰীয়া দেৱ।মই আজি বহুত সুখি । ধন্যবাদ ও আশীৰ্বাদ থাকিল।আমি সৰু মানুহ কথা কবলৈ আছিল কিন্তু ---.মোৰ উপাধি সুধিলে অসমীয়া মানুহে মোক সূত কি মানুহ প্ৰশ্ন কৰে ।
Krishna Krishna KRISHNA.
Krishna.. Krishna.... Krishna....xotkuti prona....apunar ai vaxon
right
ভাষন ভাগ শুনি বৰ সন্তোষ পালো। কৃষ্ণ, কৃষ্ণ,।সেৱা আগ বঢ়াইছো।
Thanks
Nitimoni bhai Aaponar kotha bor mor montok hei 10 bosaria boyhor homayat loi goise ,Aapuni mok honrai dise je aamar asomiya jaati ,krishti bhakar je abonomito hoise moi upolabdhi karisu,aaru asomiya manuhe bujse kintu Buji taar bebohar koribo buli mor asha,
শ ইকীয়াৰ কথাখিনি শতকৰা৯৫ ভাগেই গুৰুত্বপূৰ্ণ, কিন্তু ,মোৰ ভাৱেৰে এজনক খালত পেলাই আনজনক বামত তুলি ধৰিব লাগিছিল,।কাৰণ সকলোৱে তেনেকুৱা নহৱ ওটো পাৰে।কাৰণ একনিষ্ঠ ভাৱে সেৱা কৰা লোকো আছে। এয়া আমি উপদেশ দিছো বুলি আপোনি কিঞ্চিৎ মানো নেভাৱিব,কাৰণ কথাখিনি আমি আপোনাৰ লগত মিলাই লৈছো,কাৰণ চাউলো সিজক মিতিৰো ৰক্ষা পৰক। কৃষ্ণ, কৃষ্ণ, কৃষ্ণ 😊😊😊
সঁচা শুদ্ধ।
ধন্যবাদ জনালোঁ কথাখিনি কোৱা বাৱে৷
ধন্যবাদ আপোনাক। আপোনাৰ কথাবিলাক মোৰ কিন্ত ভাল লাগে। এইকাৰণেই আপুনি সচা কথা ক্য়।❤🙏🙏🙏🙏🙏🙏
বাপজনে সঠিক সময়ত সঠিক কথাই কৈছে।
Right
ভাল নালাগিল
মা ধ বে বো লোন্ত শ্ৰুতি স্মৃতি মোৰ আজ্ঞা বাণী জানা নিষ্ঠি।আঁক উলঙ্ংঘিয়া প্ৰ ব ত্ত্যই যিটো জন সিটো ভৈলা মোৰ আজ্ঞা ছেডি।। মোৰ ভক্ত হ নতু বৈষ্ণৱ সিটো নুহ য়।।শইকীয়া দিবলৈ অভিনন্দন হৃদয়ৰ পৰা জনালোঁ।।আজিৰ সমাজত লোং তাই ভক্তই নামঘৰ মন্দিৰ নামত প্ৰদান কৰা টকা খোৱা ডকাইত বোৰ বিদ্যমান।।মন্দিৰ নামত উঠা দ্ৰব্য টকা আত্ম সাত বেবাজী বেশ বা চেলেং গামোচা ব্যৱহাৰ কৰি ভণ্ড লোক প্ৰতি অঞ্চল বিশেষত বিদ্যমান।।সমাজৰ টকা মদ মাংস পাৰ্টি ও অসমত নোহোৱা নহয়।।পাছ শ বছৰ আঁগতযিখন শংকৰ মাধৱ দামোদৰ গুৰুৰ আদৰ্শ একখন মাত্ৰ সমাজ আজিকিছুমান বিভাজিত শক্তি উত্তৰণ হোৱা যেন অনুমান।।জন্ম ৰ পৰা লৰালি পৰা একত্ৰিত সমাজ খন কা ৰুবাৰ পৰোঁ চনা ত পৰি যেন আমু কৰ প্ৰসাদ নাখাবা আদি সমজত জী ঘিনা সৃষ্টিকৰ্তা বিলাক সমাজৰ কৃতা নু ৰ উদ্ভৱ হল।।কোনো গুৰুৱে কৃষ্ণ উপসনা বাদে একো ভূত প্ৰেতক পূজা শ ৰণ ভজন নিদিয়ে।। নিজকে গুৰু জাহিৰ কৰি কলৈ নিজে সমাজ অত্তি স্পৰ্শ কাত ৰ কৰি এখনবিভাজিত সমাজ? ৰত্নাৱলিত খো দিত ভেদ দুৰ ভৈ লে কৰে নিষ কাম ভক্তি।।ভাদ মাহত ভাগ ভাগ হৈ দিন ভগোৱা কেইটা বৈষ্ণৱ নহয় খা টাং।। আঠাই শ হাজাৰ বেদত পাৰ্গত ঋষি স কলে নিৰ্জনঠাইত নইমিসাৰ ন্যত শুনিছিল ওঠৰ পূৰাণ।।মাইক ত চিঞৰি।গলা ঘূৰাই সমাজ ত বিষ বাস্প বিয়পুৱাটো বিদ্যমান।।নুসুনাবা বুলি লিখা পদ দম্ভী আদিক সুনাব মনা কৰা কিয় শুনাই।।আধুনিকতাৰ ধৰ্ম খুমীয়াত সমাজ ক নীতি ৰ বিধিক জলঞ্জলি।।কৃষ্ণ এৰীলতইটো ভূমণ্ডল।অধ্বৰ্মে যোৰিলা ৰাজ।শ্ৰী ধৰ্ম ধ্ৰিতি শৌচ সৈত্য নীতি কৃষ্ণৰ।লগতে গৈ ল।।মহন্তৰ মহা মিলীল বিষাদ।দুর্জ্জনে কৰে উল্লা স।।জটায়ু পক্ষী যে নাৰীৰ সতী ত্ব ৰক্ষাৰ বাবে প্ৰাণ উচৰ্গা।।আৰু আমাৰ প্ৰজন্ম ক কোনে শিক্ষা দিব? শইকীয়া দেৱক লগ পোৱাৰ মানস থাকিল ও দিৰ্ঘায়ো কামনা।।ইন্দ্ৰ কান্ত লস্কৰে।বাখ্যা চাৰ্য্য অসম বৈদিক মহা সভা ও অসম সত্ৰ মহা সভা।।নমস্কাৰ গুৰু বৈষ্ণৱ সমস্ত প্ৰন্মম।।
কৃষ্ণ,
ধৰ্মীয় শিক্ষাতকৈ উচ্চশিক্ষাৰ প্ৰয়োজন বেছি কাৰন গোতেই জীৱন সত্ৰৰ নামতে উচুৰ্গা কৰা এনেও একো সমাদৰ লাভ নকৰে।টকা লাগে টকা মানে উচ্ছ শিক্ষা। সত্ৰাধিকাৰ হ'বলৈ সত্ৰৰ শিক্ষা নালাগে উচ্ছ শিক্ষাৰ প্ৰয়োজন কাৰন উচ্ছ শিক্ষিত সত্ৰাধিকাৰ হ'লে গুৰুদোজনাক বিশ্বদৰবাৰত উপস্থাপন কৰিব পাৰিব বুলি কৈছে বৰপেটাৰ ৰাইজে।কিছুসংখকে।
Fine
বহুত ভাল লাগিছে ভাষন শুনি।আজি কালি সত্ৰ বা নামঘৰত থাকি ধৰ্মীয় শিক্ষা বা নৃত্য আদিৰ কোনো মূল্য আজিৰ সমাজে নিদিয়ে ভাল ইংৰাজী স্কুলত বা ভাল ভাঙৰ কলেজৰ পৰা শিক্ষা লাভ কৰা জনৰ হে এই সমাজত বহুত মূল্য।কাৰন বুজি পালো বৰ্ত্তমান মানুহৰ ভাৱধাৰা ধৰ্মীয় শিক্ষাতকৈ উচ্চশিক্ষাৰ প্ৰয়োজন বেছি।সৌ সিদিনা বৰপেটাৰ মানুহৰ পৰা বুজাগল।একেবাৰে সৰুৰে পৰা সত্ৰত থাকি গোতেই জীৱন সত্ৰৰ নামতে ত্যাগ দিলে কিন্তু বৰপেটাৰ ৰাইজে বুজাই দিলে যে ধৰ্মীয় শিক্ষা থাকিলেও নহব উচ্চশিক্ষা থাকিলেহে সত্ৰাধিকাৰ হব পাৰে।
❤❤❤
সুন্দৰ আৰু সছাঁ কথা । ভাল লাগিল🙏🙏
কৃষ্ণ কৃষ্ণ ♥️🙏
100 percent right 👍👍👍👍
Nice Netomoni da
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🌹🙏🙏🙏
Bhut val kotha koise sir dhanyabad
Monar kotha bor kowa babe val lagil thanks you nitumoni 20:39
কৃষ্ণ কৃষ্ণ ♥️🙏
Mur monor kothabur koise bap,,xundor🙏🙏🙏
কৃষ্ণ কৃষ্ণ ♥️🙏
সুন্দৰ অতি সুন্দৰ বক্তব্য ৰাখিছে ।
কৃষ্ণ কৃষ্ণ ♥️🙏
অতি সুন্দৰ প্ৰদৰ্শন সঁচা কথা কথা কৈছ জয় শ্ৰী ৰাম কৃষ্ণ হৰি বিষ্ণু নাৰায়ণ হৰি 😊👌👍🙏
Bhout val lagisa
ভাওনাৰ বিষয় টু বৰ। ভাল লাগিল নিতৃদা ।
কৃষ্ণ কৃষ্ণ ♥️🙏
Bahut dhunia kotha koi che bhal lagil
কৃষ্ণ কৃষ্ণ ♥️🙏
বহুত ভাল কথা ক'লে নিতুদা, ধন্যবাদ থাকিল ।
সত্য কথা কোৱাৰ বাবে ধন্যবাদ।
কৃষ্ণ কৃষ্ণ ♥️🙏
সুন্দৰ,সচাঁ কথা কৈছে। ভাল লাগিল🙏
কৃষ্ণ কৃষ্ণ ♥️🙏
Excellent.bahut Val lagil apunar kotha khini huni.thank you so much nitu da
বহু ভাল লাগিল জয শ্ৰী ৰাম জয শ্ৰী ৰাম জয শ্ৰী ৰাম জয শ্ৰী কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
❤nitumoni dewak bohut bhal lage❤❤❤❤❤
অতি সুন্দৰ মন্তব্য। কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ ♥️🙏
Dhynyo bapjon ajir homajkhonot anakoi bujoni dia babe aru ajir manob akou ghuri sao akhir dokhokor homaj khonoloi dhonyabad
কৃষ্ণ কৃষ্ণ কৃষ্ণ সকল কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Aponar kathA suni. Bhal lagil
কৃষ্ণ কৃষ্ণ,।।🙏
কৃষ্ণ কৃষ্ণ ♥️🙏
জয় গুৰু শঙ্কৰ । ভাল লাগিল ।
Krishana 🙏🙏🙏🙏🙏🙏🙏
আপুনি ভণ্ডসকলৰ মুখা খুলি দিছে।ধন্যবাদ।
ইমান সুন্দৰ ভাষণ, মোৰ শুনি বৰ ভাল লাগিল। নিতুমনি শইকীয়া দেৱ লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।🙏
Joy Sri Guru Sankar dev 🙏 ❤️ ❤️ ❤️ 🙏 🙏 Krishna Krishna Krishna Krishna Krishna Krishna 🙏🙏❤️🙏🙏❤️🙏🙏❤️🙏🙏❤️🙏🙏❤️🙏🙏
আপোনাৰ কথা হচাই ভাল লাগিল ।নিতূমণী শুনি থাকিব মণ যায় ।
কৃষ্ণ কৃষ্ণ ♥️🙏
Bahut hundar bhakhan dise dhanyabad .
একদম সত্য কথা,,,এইবিলাক বন্ধ হব লাগে।।।গুৰু বাদ্য অকল গুৰু আসনৰ ওচৰত প্ৰকাশ হব লাগে।।এক শৰণৰ মাজত থাকিব লাগে।।
🙏🙏👍👍
bahut val lagise xuni.
কৃষ্ণ কৃষ্ণ ♥️🙏
সুন্দৰ আৰু সঁচা কথা❤❤❤। ভাল লাগিল ❤❤❤
Bohut bohut val lagil Dada
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏
ধন্যবাদ নিতুমনি দা |
কৃষ্ণ কৃষ্ণ ♥️🙏
Krishna krishna krishna
Sundar bhaykha natu dada Sundar ligalil bhut bhut dhanybad namaskar❤❤
কৃষ্ণ কৃষ্ণ ♥️🙏
Jai Guru SANKARA sarbo gunakara. Mahapurus joner sristibur abaru ulekh nokori udyukta sokolok somalusonahe korile.
😊😊😊😊😊❤❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤
কৃষ্ণ কৃষ্ণ ♥️🙏
সকলো নামঘৰীয়া অধাৰ্মীক নহয় ৷ সমাজত বহুত সৎ নামঘৰীয়া আছে ৷ সমাজত বহুত সৎ মানুহ আছে ৷ সকলো মানুহ বেয়া নহয় ৷
সচা কথা কৈছে ।
কৃষ্ণ কৃষ্ণ ♥️🙏
Bohut hundor kotha koise apuni mohan
নাৰায়ন পোৰ বাখিক বহুত বহুত শলাগ জনাইছোঁ সমস্ত জনলৈ সেৱা জনালোঁ কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ ♥️🙏
সুন্দৰ অতি সুন্দৰ, বক্তা জনলৈ বহু ধন্যবাদ।
১০০% সচা কথা কৈছে। অসমীয়া সাহিত্য সঙ্কৃতিৰ অপভ্ৰংশ অথবা অৱক্ষয় কাৰণ বিশ্লেষণ আগবঢ়াইছে। তেওঁ যুক্তি পূৰ্ণ ভাৱে অতি সৰল ভাৱে ব্যাখ্যা আগবঢ়াইছে। তেওঁ লৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো।
কৃষ্ণ কৃষ্ণ ♥️🙏
🙏
কৃষ্ণ কৃষ্ণ ♥️🙏
সুন্দৰ বক্তৃতা শুনি ভাল লাগিল
ভাল কথা কৈছে এনেকৈ কৈ যাওক
বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ শইকীয়া ডাঙৰীয়া।।
মূকলি ভাৱে সকলো সঁচা কথা প্ৰকাশ কৰা বাবে আপোনাৰ সৎ সাহসী মনক সহস্ৰ প্ৰণাম।।
কৃষ্ণ কৃষ্ণ ♥️🙏
Moja koise
বৰ ভাল লাগিল নিতুমনি দা
Krishna
কৃষ্ণ কৃষ্ণ ♥️🙏
Valei lagise dei sir
সত্য কথা গুৰু বাদ্য অকল গুৰু আসন বজাৱ লাগে ডাঙৰ মানুহ আহিব বুলি গায়ন বায়ন বজায় আনিব নালাগে
Krishna 🙏🙏.
❤❤❤❤
কৃষ্ণ কৃষ্ণ ♥️🙏
নিৰ্ভিক ভাষণ ভাল লাগিল
কৃষ্ণ
কৃষ্ণ কৃষ্ণ ♥️🙏
ৰাম কৃষ্ণ হৰি সেৱা nitu দা বহুত ভাল প্ৰাসংগিকতা মূল্যবান ভাষণ ৰাখিলে
কৃষ্ণ কৃষ্ণ ♥️🙏
কমলপুৰ বাসিলৈ শুভেচ্ছা ও আশীৰ্বাদ থাকিল।
কৃষ্ণ কৃষ্ণ মাধৱ ♥️🙏
বৰ সুন্দৰ লাগিল ভাষন শুনি,🎉
অতি সুন্দৰ কথা আৰু সঁচা কথা কৈছে
সচাই ; তেতিয়া হে সাৰ্থক হ'ব ।
কৃষ্ণ কৃষ্ণ ♥️🙏
Bohut sundar kotha kole
Rightrightrightrightkotha🙏🙏🙏🙏bap
কৃষ্ণ কৃষ্ণ ♥️🙏
KRISHNA 🙏🙏🙏🙏🙏🙏🙏🙏
আপোনাক শতকোতি সেয়া জনালো
কৃষ্ণ কৃষ্ণ ♥️🙏
Bhriya lagil
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
Sundar Barta
কৃষ্ণ কৃষ্ণ ♥️🙏
Krishna krishna 🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ ♥️🙏
নিতুমনি শইকীয়াদেৱে বহুত ভাল কথা কৈছে। মতলবী এচাম মানুহৰ বাবেই ধৰ্ম সংস্কৃতি সাহিত্য ৰাজনীতি সকলোতে আজি গড়াখহনীয়া আৰম্ভ হৈছে। ইয়াৰ পৰিত্ৰাণ সম্ভৱনে___চিন্তাত এতিয়া বিৰাট ডাঙৰ প্ৰশ্নবোধক চিহ্ন।
কৃষ্ণ কৃষ্ণ ♥️🙏
❤❤❤🙏🙏🙏
মই স্বাগতম জনাইছো।সময়পযোগি ভাষন।
কৃষ্ণ কৃষ্ণ ♥️🙏
Bap jon , apuni somajoloi bohut janiblogia kotha kole.somaj khone Jen ai kothat...mon..die .moi take kamona korisu.somaj valei amar val.somajot akota huwatu pahori goise.manobiotatu naikia hoi hoise.mur vab hoise ami sokolu jagi uthibor hol. Ceneltik koisu Ane dhornor bakhya somuh di thake jen.
God bless you netu moni .
31:49
P@@nabindutta7565
😊
জয় জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ
শুদ্ধ ❤ তোমাৰ কথাত এক একমত
Kotha khini xuni val lagil dada
Very good
সছা কথা কৈছে নিতুমনি ডাঙৰীয়া দেৱ।মই আজি বহুত সুখি । ধন্যবাদ ও আশীৰ্বাদ থাকিল।আমি সৰু মানুহ কথা কবলৈ আছিল কিন্তু ---.মোৰ উপাধি সুধিলে অসমীয়া মানুহে মোক সূত কি মানুহ প্ৰশ্ন কৰে ।
কৃষ্ণ কৃষ্ণ ♥️🙏
Krishna Krishna KRISHNA.
Krishna.. Krishna.... Krishna....xotkuti prona....apunar ai vaxon
right
ভাষন ভাগ শুনি বৰ সন্তোষ পালো। কৃষ্ণ, কৃষ্ণ,।সেৱা আগ বঢ়াইছো।
Thanks
Nitimoni bhai Aaponar kotha bor mor montok hei 10 bosaria boyhor homayat loi goise ,Aapuni mok honrai dise je aamar asomiya jaati ,krishti bhakar je abonomito hoise moi upolabdhi karisu,aaru asomiya manuhe bujse kintu Buji taar bebohar koribo buli mor asha,
কৃষ্ণ কৃষ্ণ ♥️🙏
শ ইকীয়াৰ কথাখিনি শতকৰা৯৫ ভাগেই গুৰুত্বপূৰ্ণ, কিন্তু ,মোৰ ভাৱেৰে এজনক খালত পেলাই আনজনক বামত তুলি ধৰিব লাগিছিল,।কাৰণ সকলোৱে তেনেকুৱা নহৱ ওটো পাৰে।কাৰণ একনিষ্ঠ ভাৱে সেৱা কৰা লোকো আছে। এয়া আমি উপদেশ দিছো বুলি আপোনি কিঞ্চিৎ মানো নেভাৱিব,কাৰণ কথাখিনি আমি আপোনাৰ লগত মিলাই লৈছো,কাৰণ চাউলো সিজক মিতিৰো ৰক্ষা পৰক। কৃষ্ণ, কৃষ্ণ, কৃষ্ণ 😊😊😊
সঁচা শুদ্ধ।
কৃষ্ণ কৃষ্ণ ♥️🙏
ধন্যবাদ জনালোঁ কথাখিনি কোৱা বাৱে৷
ধন্যবাদ আপোনাক। আপোনাৰ কথাবিলাক মোৰ কিন্ত ভাল লাগে। এইকাৰণেই আপুনি সচা কথা ক্য়।❤🙏🙏🙏🙏🙏🙏
বাপজনে সঠিক সময়ত সঠিক কথাই কৈছে।
Right
ভাল নালাগিল
মা ধ বে বো লোন্ত শ্ৰুতি স্মৃতি মোৰ আজ্ঞা বাণী জানা নিষ্ঠি।আঁক উলঙ্ংঘিয়া প্ৰ ব ত্ত্যই যিটো জন সিটো ভৈলা মোৰ আজ্ঞা ছেডি।। মোৰ ভক্ত
হ নতু বৈষ্ণৱ সিটো নুহ য়।।শইকীয়া দিবলৈ অভিনন্দন হৃদয়ৰ পৰা জনালোঁ।।আজিৰ সমাজত লোং তাই ভক্তই নামঘৰ মন্দিৰ নামত প্ৰদান কৰা
টকা খোৱা ডকাইত বোৰ বিদ্যমান।।মন্দিৰ নামত উঠা দ্ৰব্য টকা আত্ম সাত বেবাজী বেশ বা চেলেং গামোচা ব্যৱহাৰ কৰি ভণ্ড লোক প্ৰতি অঞ্চল বিশেষত বিদ্যমান।।সমাজৰ টকা মদ মাংস পাৰ্টি ও অসমত নোহোৱা নহয়।।পাছ শ বছৰ আঁগতযিখন শংকৰ মাধৱ দামোদৰ গুৰুৰ আদৰ্শ একখন মাত্ৰ সমাজ আজি
কিছুমান বিভাজিত শক্তি উত্তৰণ হোৱা যেন অনুমান।।জন্ম ৰ পৰা লৰালি পৰা
একত্ৰিত সমাজ খন কা ৰুবাৰ পৰোঁ চনা
ত পৰি যেন আমু কৰ প্ৰসাদ নাখাবা আদি সমজত জী ঘিনা সৃষ্টিকৰ্তা বিলাক সমাজৰ কৃতা নু ৰ উদ্ভৱ হল।।কোনো গুৰুৱে কৃষ্ণ উপসনা বাদে একো ভূত প্ৰেতক পূজা শ ৰণ ভজন নিদিয়ে।। নিজকে গুৰু জাহিৰ কৰি কলৈ নিজে সমাজ অত্তি স্পৰ্শ কাত ৰ কৰি এখন
বিভাজিত সমাজ? ৰত্নাৱলিত খো দিত ভেদ দুৰ ভৈ লে কৰে নিষ কাম ভক্তি।।ভাদ মাহত ভাগ ভাগ হৈ দিন ভগোৱা কেইটা বৈষ্ণৱ নহয় খা টাং।। আঠাই শ হাজাৰ বেদত পাৰ্গত ঋষি স কলে নিৰ্জন
ঠাইত নইমিসাৰ ন্যত শুনিছিল ওঠৰ পূৰাণ।।মাইক ত চিঞৰি।গলা ঘূৰাই সমাজ ত বিষ বাস্প বিয়পুৱাটো বিদ্যমান।।নুসুনাবা বুলি লিখা পদ দম্ভী আদিক সুনাব মনা কৰা কিয় শুনাই।।আধুনিকতাৰ ধৰ্ম খুমীয়াত সমাজ ক নীতি ৰ বিধিক জলঞ্জলি।।কৃষ্ণ এৰীলত
ইটো ভূমণ্ডল।অধ্বৰ্মে যোৰিলা ৰাজ।শ্ৰী ধৰ্ম ধ্ৰিতি শৌচ সৈত্য নীতি কৃষ্ণৰ।লগতে গৈ ল।।মহন্তৰ মহা মিলীল বিষাদ।দুর্জ্জনে কৰে উল্লা স।।জটায়ু পক্ষী যে নাৰীৰ সতী ত্ব ৰক্ষাৰ বাবে প্ৰাণ উচৰ্গা।।আৰু আমাৰ প্ৰজন্ম ক কোনে শিক্ষা দিব? শইকীয়া দেৱক লগ পোৱাৰ মানস থাকিল ও দিৰ্ঘায়ো কামনা।।ইন্দ্ৰ কান্ত লস্কৰে।বাখ্যা চাৰ্য্য অসম বৈদিক মহা সভা ও অসম সত্ৰ মহা সভা।।নমস্কাৰ গুৰু বৈষ্ণৱ সমস্ত প্ৰন্মম।।