ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগীতশিল্পী🙏🙏🙏
মোৰ ককা আৰু দেউতা আৰু মাৰ মুখত শুনিছিলো ৮৩ চনৰ কথা মোৰ ককা ৮৩ আন্দোলন কৰিছিল আৰু সক্ৰিয় কৰ্মী আছিল লগতেই ভাষা আন্দোলনৰ মুক্তিযুঁজাৰু আছিল জেলো খাটিছিল কিন্তু আজি দুমাহ আগতেই মোৰ ককা চিৰদিনৰ বাবে নেদেখা জনৰ ওচৰলৈ গুচি গল 😢😢😢😭😭😭
😊
😊@@assame026vloger
সময় সছাকৈয়ে বৰ নিষ্ঠুৰ দেই । ক'ত মে হেৰাই গল এনে এক অপূৰ্ব কণ্ঠ । ভূপেন দা, আপুনি চিৰদিন অমৰ হৈ থাকক ।
কতনো পাম এনে অসমীয়াৰ একপ্ৰকাৰ ভগৱান সদৃশ পুৰুষ জন । য'ত আছে অসমৰ হকে চাই থাকক ।আৰু শান্তিত থাকক ।
Bahut dukha lagil
@@gunamaidevi4570 ok👌
@@putulkalita3115 😊
মোৰ হৃদয়ত এই গৰাকী মহান ব্যক্তি সদায় আছে আৰু থাকিব। কি মাত, কি সুৰ
গানটো শুনিলে চকুপানী উচুপি আহে। কত ডেকা ল'ৰা শ্বহীদ হ'ল দেশক ভাল পাই, জাতিক ভাল পাই, নিজৰ অধিকাৰ বিচাৰি। ক'ত হেৰাই গ'ল সেই সময়, সেই মানুহবোৰ? আমি জানোঁ মনত ৰাখিছোঁ নে তেওঁলোকৰ আত্মত্যাগ?আশীৰ দশকৰ অসম আন্দোলন সমগ্ৰ অসমীয়া জাতিৰ বুকুত যি অভূতপূৰ্ব আবেগ সৃষ্টি কৰিছিল, যিদৰে মানুহক ৰাজপথলৈ ওলাই আনিছিল, শাসকৰ ৰঙা চকুৰ ভয় উপেক্ষা কৰি বন্দুকৰ আগত বুকু পাতি দিছিলে, সেয়া সমগ্ৰ অসমীয়া জাতিৰ বাবে এটা গৌৰৱোজ্জ্বল অধ্যায়। এফালৰ পৰা চাব গলে কলঙ্কৰ ও। কাৰণ এই সমগ্ৰ জাতিৰ আবেগ, আত্মত্যাগক হাইজেক কৰি লৈ গৈছিল এচাম স্বার্থন্বেষী নেতাই। ডাঙৰ ৰাজনৈতিক শক্তিবোৰৰ হাতত নিজক বিক্ৰী কৰিছিল, নিজৰ জাতিৰ লগত বেইমানী কৰিছিল, আন্দোলনক বিপথে পৰিচালিত কৰিছিল, 'অসম চুক্তি' নামৰ প্ৰবঞ্ছনাৰ ফান্দত পৰিছিল যি অসমৰ মূল বিদেশী সমস্যাৰ সমাধানৰ ক্ষেত্ৰত একো ব্যৱস্থা নললে। তাৰ পিছত এই আন্দোলনৰ এচাম নেতা সমগ্ৰ অসমীয়া জাতিৰ আবেগ উদ্দীপনাৰ প্ৰতীক ৰূপে ৰাজনৈতিক ক্ষমতা দখল কৰি সমগ্ৰ জাতিক ঠগিলে, অৰ্থ লুণ্ঠনৰ বাহিৰে জাতিৰ কাৰণে একো contribute কৰি নগ'ল। শ্বহীদ বিলাকৰ আত্মত্যাগ বিফলে গ'ল। এয়া অত্যন্ত মৰ্মান্তিক।
সচাঁ কথা
Ai comant to mour bhout bhal lagesa ateya BJP AGP Assam Khon bongali gotai dela
@@rajibtalukdar7218এইবাৰ চৰকাৰে কা বলবৎ কৰিব নহয় আমিও বন্দুকৰ আগত বুকু পাতি দিব পাৰো তথাপিও কা নামানো প্ৰতিবাদ হবই ৰাজপথেৰে কোনো এজন মন্ত্ৰী বিধায়ক যাব নোৱাৰা হব প্ৰতিবাদৰ কোবত
আপোনাৰ কমেণট বহুত ভাল লাগিল ।
সেই গোটেই ঘটনাবোৰ চকুৰ আগত পুনৰ জীৱিত হৈ উঠিল।
Moromor Bhupen Hazarika da sirujugomiya hoi robo . Kouti kouti pranam Bhupen da.🙏🙏🙏🙏
ছাত্ৰ অৱস্থাত একো গম পোৱা নাছিলো দেশৰ বাবে জয় আই অসম
প্ৰথম কমেন্ট বহুত ভাল লাগিল
হে মহান মানব জাতিৰ এই সন্ধিক্ষনত এতিয়া আমাৰ পথ প্ৰদৰ্শক হিচাবে পোৱা হ'লে নিশ্চয় আমি আপোনাৰ আৰ্শীবাদ শিৰত লৈ নিশ্চলা দুক্ষীৎ জনৰ প্ৰক্ৰিয়া প্ৰগ্ৰতিৰ হকে প্ৰাৰ্থনা জনাৱ পাৰিবলৈ আমি এতিয়াও প্ৰতিজ্ঞা বদ্ধ।। প্ৰণাম প্ৰভু প্ৰনাম কৃষ্ণ কৃষ্ণ কৃষ্ণ।। শুভ বিয়লি।।
ভূপেন দা এই গীত টো এ আজি ও মনত আছে গাঁও মাজে মাজে ❤ সোধে কি গাইছো মই শুনাই দিও
2024 ত কোনে কোনে এই গীতটি শুনিছে কমেণ্ট কৰা
শুনি থাকিলে শুনি থাকিবলৈ মন যায়
অসমৰ এক ক'লা অধ্যায় ইমান ধুনিয়া কে গাই গ'ল।
It's ultimate,,no words, missed you BHUPEN MAMA.
অহ্ ।। কমেন্ট লিখিব ভাষা নাই মোৰ। মিছ ইউ ভূপেন ছাৰ
গানটো শুনিলেই আজিও গাৰ নোম শিয়ঁৰি উঠে!!তেতিয়া আমি স্কুলত পঢ়ি আছিলো!
Pranam janalo Bhupen Da,....Apuni geet t next generation k bujai dile, but Lidar bore Rajbhog khale aru pujipati hol..,aibor ami dekhiso..namaskar
Kobolagiya ekoye nai...Ai geet2r paraye tekhetok hoi2 prothom bar bujisilu... Dhuniya geet..sokolowe sunibo buli asha rakhilu
অতীত অতি মধুৰ সোণালী দিন বোৰ আজিও মনত পৰে ৷
No other can replace respected Dr. Bhupen Hazarika ❤
Yes
অপাৰেচন বজৰংগে কিমান অসমীয়া তেজাল ডেকাৰ তেজ কাঢ়ি লৈ গ'ল।
Axomiya nohoi Niriha Axomiya , jak misate Mari pelaisile Indiae
সছাকৈ ইমান ভাল লাগে এইবোৰ গান i m very nostalgic this songs
সদায় শুনি থাকিলেও হেঁপাহ নপলায়।
I'll call you don't worry I write my diary
চকু পানি ওলাই যায়।
বৰ দুখ লাগে ।
বহুত ভাল লাগিল
মানুহ জন গুছি গ'ল মিঠা মিঠা ভাল লগা বোৰ থাকি গল ।
Today's songs are meaningless but old songs every line have a meaning
🙏🙏🙏vupen da❤
সঁচাকৈ হিয়া মন জ্বলি উঠা,,? ভুপেন হাজৰিকা ৰচিত সেই কথা শুনি
Anebor dekh prem ganare dr Bhupen Hazarika dev siradin sirakale amar hoi thakibo aamar majot i miss you dr Bhupen Hazarika dev
Among the outstanding Indians youare the best
বহুত ভাল লাগিল।
বহুতো সুন্দৰ লাগিল।
It's Very heart touching song❤
বহুত ভাল লাগে।
Axom totha biswar meroodanda hazarika dev....atulonio......
Pranam 🙏🙏🙏
এটি গীত নহয় এখন বুৰঞ্জী
দেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ আৰু সৰু সিংহ ম, টুটু আছে বুলি জিয়া
Old is always gold 👍
Old.song.is.very.good.i.like
@@biplabray84375:38
qr0:28 0:25 Arr 0rrrr rqr 0:3 0:45 rqarrrrrrqrqrrqqqrqrrrrrrrrrrrrqqqqqrrrrrrrrrrrrrrrr4rrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrqqqrqrrrrrrrrrrr4rrrrrrrrrrrrrqrqrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrr❤❤rrrrrrr4r4rrq 1:43 1:49 ❤ 1:54 ❤🎉❤😂🎉❤❤qq🎉❤
@@Bhugeshr-nx8mt😂😂😂
😮😮😮😮😮😮😮😮😮😮😮😮😅😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮 6:38 @@BhugeswarBoruah-nl3jc
Perfect 😢
Best song, my favorite song, Marvelous, superb, evergreen, world no 1 best song
U r great sir
Miss you legend always 😔😔
Old is gold❤
🙏🙏🙏🙏Apuni amor o bhupen da
Jibonto hoi utha gaan
bahut dhuniya lage apunar gaan xuni
Beautiful singing 😻
এই গীত টো শুনাৰ পিছত অসমৰ বাকি সকলো গায়কে গান কী বলে লাজ পাব লাগে
Old is Gold. ❤❤❤
সুন্দৰ।
Goosebumps
Nice
Satay, bhabana, asil, ❤❤❤❤❤
আহিছে বুলি কোৱা হয় অসমত বৰ্তমান খেতিয়ক সিংহ
Bor val git moja
বৰ ভয়াবহ সময় আছিল। আমিও ভুক্তভুগী আছিলোঁ।
বৰ দুখ লাগে
মোৰ চকুৰ আগতে হোৱা ঘটনা।
old,is,good,no,1
It actually touched my soul .
Joi ai axom
Mojja lagisa
Favorite song 💗
জয় আই অসম
❤❤❤❤❤❤
🙏🙏🙏
Speechless😑
🙏🙏🙏🙏🙏🙏
🙏🙏🙏🙏🌷
🥰🥰♥️♥️♥️💗💗💗💓💞💕
Most emotional song forever
❤❤❤
Old 🎉is gold
Thnks for the song
😢❤
Deuta loi bht mnt pora 😢😭
❤❤❤❤❤❤❤
Feel lyrics 😢😢
Very nice song
Old is gold
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
👌
Nic song
Thanks
Monsuijowa gan
ভাষাহীন... বৰ্ণনা..।
He maa assam
Kot je herai gol..apuni.. 🇮🇳
🙏🙏😌🥺
Unbelievable
💔💔💔
😭😭😭😭🙏🏾🙏🏾🙏🏾🙏🏾
HIYA BHANGI JAI
Nostalgia, Mur soishob
Most harth full song
Guinness book of the world record book world no 1 best song, my favorite song, Marvelous, awesome, superb, evergreen, world no 1 best song, my favorite song, I love you this song video, awesome, superb, evergreen, world no 1 best song video
😢😢😢
😢😢😢😢😢
Good
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগীতশিল্পী🙏🙏🙏
মোৰ ককা আৰু দেউতা আৰু মাৰ মুখত শুনিছিলো ৮৩ চনৰ কথা মোৰ ককা ৮৩ আন্দোলন কৰিছিল আৰু সক্ৰিয় কৰ্মী আছিল লগতেই ভাষা আন্দোলনৰ মুক্তিযুঁজাৰু আছিল জেলো খাটিছিল কিন্তু আজি দুমাহ আগতেই মোৰ ককা চিৰদিনৰ বাবে নেদেখা জনৰ ওচৰলৈ গুচি গল 😢😢😢😭😭😭
😊
😊@@assame026vloger
সময় সছাকৈয়ে বৰ নিষ্ঠুৰ দেই । ক'ত মে হেৰাই গল এনে এক অপূৰ্ব কণ্ঠ । ভূপেন দা, আপুনি চিৰদিন অমৰ হৈ থাকক ।
কতনো পাম এনে অসমীয়াৰ একপ্ৰকাৰ ভগৱান সদৃশ পুৰুষ জন । য'ত আছে অসমৰ হকে চাই থাকক ।আৰু শান্তিত থাকক ।
Bahut dukha lagil
@@gunamaidevi4570 ok👌
@@putulkalita3115 😊
মোৰ হৃদয়ত এই গৰাকী মহান ব্যক্তি সদায় আছে আৰু থাকিব। কি মাত, কি সুৰ
গানটো শুনিলে চকুপানী উচুপি আহে। কত ডেকা ল'ৰা শ্বহীদ হ'ল দেশক ভাল পাই, জাতিক ভাল পাই, নিজৰ অধিকাৰ বিচাৰি। ক'ত হেৰাই গ'ল সেই সময়, সেই মানুহবোৰ? আমি জানোঁ মনত ৰাখিছোঁ নে তেওঁলোকৰ আত্মত্যাগ?
আশীৰ দশকৰ অসম আন্দোলন সমগ্ৰ অসমীয়া জাতিৰ বুকুত যি অভূতপূৰ্ব আবেগ সৃষ্টি কৰিছিল, যিদৰে মানুহক ৰাজপথলৈ ওলাই আনিছিল, শাসকৰ ৰঙা চকুৰ ভয় উপেক্ষা কৰি বন্দুকৰ আগত বুকু পাতি দিছিলে, সেয়া সমগ্ৰ অসমীয়া জাতিৰ বাবে এটা গৌৰৱোজ্জ্বল অধ্যায়। এফালৰ পৰা চাব গলে কলঙ্কৰ ও। কাৰণ এই সমগ্ৰ জাতিৰ আবেগ, আত্মত্যাগক হাইজেক কৰি লৈ গৈছিল এচাম স্বার্থন্বেষী নেতাই। ডাঙৰ ৰাজনৈতিক শক্তিবোৰৰ হাতত নিজক বিক্ৰী কৰিছিল, নিজৰ জাতিৰ লগত বেইমানী কৰিছিল, আন্দোলনক বিপথে পৰিচালিত কৰিছিল, 'অসম চুক্তি' নামৰ প্ৰবঞ্ছনাৰ ফান্দত পৰিছিল যি অসমৰ মূল বিদেশী সমস্যাৰ সমাধানৰ ক্ষেত্ৰত একো ব্যৱস্থা নললে। তাৰ পিছত এই আন্দোলনৰ এচাম নেতা সমগ্ৰ অসমীয়া জাতিৰ আবেগ উদ্দীপনাৰ প্ৰতীক ৰূপে ৰাজনৈতিক ক্ষমতা দখল কৰি সমগ্ৰ জাতিক ঠগিলে, অৰ্থ লুণ্ঠনৰ বাহিৰে জাতিৰ কাৰণে একো contribute কৰি নগ'ল। শ্বহীদ বিলাকৰ আত্মত্যাগ বিফলে গ'ল। এয়া অত্যন্ত মৰ্মান্তিক।
সচাঁ কথা
Ai comant to mour bhout bhal lagesa ateya BJP AGP Assam Khon bongali gotai dela
@@rajibtalukdar7218এইবাৰ চৰকাৰে কা বলবৎ কৰিব নহয় আমিও বন্দুকৰ আগত বুকু পাতি দিব পাৰো তথাপিও কা নামানো প্ৰতিবাদ হবই ৰাজপথেৰে কোনো এজন মন্ত্ৰী বিধায়ক যাব নোৱাৰা হব প্ৰতিবাদৰ কোবত
আপোনাৰ কমেণট বহুত ভাল লাগিল ।
সেই গোটেই ঘটনাবোৰ চকুৰ আগত পুনৰ জীৱিত হৈ উঠিল।
Moromor Bhupen Hazarika da sirujugomiya hoi robo . Kouti kouti pranam Bhupen da.🙏🙏🙏🙏
ছাত্ৰ অৱস্থাত একো গম পোৱা নাছিলো দেশৰ বাবে জয় আই অসম
প্ৰথম কমেন্ট বহুত ভাল লাগিল
হে মহান মানব জাতিৰ এই সন্ধিক্ষনত এতিয়া আমাৰ পথ প্ৰদৰ্শক হিচাবে পোৱা হ'লে নিশ্চয় আমি আপোনাৰ আৰ্শীবাদ শিৰত লৈ নিশ্চলা দুক্ষীৎ জনৰ প্ৰক্ৰিয়া প্ৰগ্ৰতিৰ হকে প্ৰাৰ্থনা জনাৱ পাৰিবলৈ আমি এতিয়াও প্ৰতিজ্ঞা বদ্ধ।। প্ৰণাম প্ৰভু প্ৰনাম কৃষ্ণ কৃষ্ণ কৃষ্ণ।। শুভ বিয়লি।।
ভূপেন দা এই গীত টো এ আজি ও মনত আছে গাঁও মাজে মাজে ❤
সোধে কি গাইছো মই শুনাই দিও
2024 ত কোনে কোনে এই গীতটি শুনিছে কমেণ্ট কৰা
শুনি থাকিলে শুনি থাকিবলৈ মন যায়
অসমৰ এক ক'লা অধ্যায় ইমান ধুনিয়া কে গাই গ'ল।
It's ultimate,,no words, missed you BHUPEN MAMA.
অহ্ ।। কমেন্ট লিখিব ভাষা নাই মোৰ। মিছ ইউ ভূপেন ছাৰ
গানটো শুনিলেই আজিও গাৰ নোম শিয়ঁৰি উঠে!!
তেতিয়া আমি স্কুলত পঢ়ি আছিলো!
Pranam janalo Bhupen Da,....Apuni geet t next generation k bujai dile, but Lidar bore Rajbhog khale aru pujipati hol..,aibor ami dekhiso..namaskar
Kobolagiya ekoye nai...Ai geet2r paraye tekhetok hoi2 prothom bar bujisilu... Dhuniya geet..sokolowe sunibo buli asha rakhilu
অতীত অতি মধুৰ সোণালী দিন বোৰ আজিও মনত পৰে ৷
No other can replace respected Dr. Bhupen Hazarika ❤
Yes
অপাৰেচন বজৰংগে কিমান অসমীয়া তেজাল ডেকাৰ তেজ কাঢ়ি লৈ গ'ল।
Axomiya nohoi Niriha Axomiya , jak misate Mari pelaisile Indiae
সছাকৈ ইমান ভাল লাগে এইবোৰ গান i m very nostalgic this songs
সদায় শুনি থাকিলেও হেঁপাহ নপলায়।
I'll call you don't worry I write my diary
চকু পানি ওলাই যায়।
বৰ দুখ লাগে ।
বহুত ভাল লাগিল
মানুহ জন গুছি গ'ল মিঠা মিঠা ভাল লগা বোৰ থাকি গল ।
Today's songs are meaningless but old songs every line have a meaning
🙏🙏🙏vupen da❤
সঁচাকৈ হিয়া মন জ্বলি উঠা,,? ভুপেন হাজৰিকা ৰচিত সেই কথা শুনি
Anebor dekh prem ganare dr Bhupen Hazarika dev siradin sirakale amar hoi thakibo aamar majot i miss you dr Bhupen Hazarika dev
Among the outstanding Indians you
are the best