গীতেৰে কথাৰে | ডঃ ভূপেন হাজৰিকা | GEETERE KOTHARE | AN INTERVIEW WITH DR. BHUPEN HAZARIKA

แชร์
ฝัง
  • เผยแพร่เมื่อ 25 มี.ค. 2021
  • Geetere kothare... An Interview with Dr. Bhupen Hazarika
    Interviewer : Ratna Oja
    Producers : Bharati Sarma & Minati Choudhury
  • บันเทิง

ความคิดเห็น • 400

  • @user-iy8cq6dh6h
    @user-iy8cq6dh6h 2 หลายเดือนก่อน +22

    2024 t kon kon sai ase ai xundar programme.

  • @ujjalghosh2637
    @ujjalghosh2637 2 ปีที่แล้ว +18

    কিমান বিশাল ব্যক্তিত্বৰ অধিকাৰী তথাপিও কি যে অমায়িক ভুপেন দা। সচাঁই অনুষ্ঠানটো উপভোগ কৰি অভিভূত হলোঁ।

  • @manalishadas2421
    @manalishadas2421 3 ปีที่แล้ว +29

    আমি ভালকৈ ভূপেন মামা আপোনাক লগ নাপালো 😢😢মই ক্লাছ সপ্তম শ্ৰেণীত থাকোতে আপোনাৰ দেহাৱসান হৈছিল 😢😢আপোনাৰ কৃতিত্ববোৰ অতুলনীয় মামা ❤❤❤😍😍
    # বহুত বেছি ভাল লাগিল অনুষ্ঠানটো চাই ❤

  • @manashjyotihandique49
    @manashjyotihandique49 3 ปีที่แล้ว +10

    আপুৰুগীয়া সম্পদ এইবোৰ ... বহুত বহুত ভাল লাগিল.. Thank you so much

  • @j.swargiari1323
    @j.swargiari1323 3 ปีที่แล้ว +18

    শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱলৈ শত শতবাৰ প্ৰনাম জনাইছোঁ 🙏🙏🙏🙏🙏

  • @biseswarbarman4
    @biseswarbarman4 2 ปีที่แล้ว +7

    প্ৰগেমটো চাই মনতে এটা আনন্দ তথা ভাল লাগিল যেন মৰমৰ আৰু প্ৰিয় শিল্পী গৰাকীক আজি জীৱন্ত ৰূপত পাইছোঁ ।

  • @ujjalkalita8820
    @ujjalkalita8820 3 ปีที่แล้ว +10

    সচাকৈয়ে মহান শিল্পী দিনৰাতি শুনিলেও আমনি নালাগে । প্ৰনাম তোমাক সুধাকন্ঠ

  • @tikendrajitnath8654
    @tikendrajitnath8654 3 ปีที่แล้ว +15

    এনে অনুষ্ঠানে জীৱনৰ এটি সজীৱ মূহুৰ্ত
    আনি দিয়ে,শ্ৰদ্ধাৰ হাজৰিকা আকৌ অসমত জন্ম হওক।

  • @kangkannath2852
    @kangkannath2852 3 ปีที่แล้ว +37

    সঁচাকয়েই তেখেত সুধাকণ্ঠ,অসমৰত্ন,ভাৰতৰত্ন আৰু সংগীতসূৰ্য্য।।
    তেখেত অসমৰ মহামূল্যৱান ৰত্ন।
    হে শ্ৰদ্ধাৰ মৰমৰ মহান স্বৰ্গগত আত্ম আপোনাৰ স্মৃতি শ্ৰীচৰণত মোৰ সশ্রদ্ধ প্ৰণাম।

    • @anjudadhora7839
      @anjudadhora7839 2 ปีที่แล้ว

      Eman sundar , bhaxare bujano nuwaru. Punar janam puwa Jen lagise.

    • @pranitamahanta3942
      @pranitamahanta3942 ปีที่แล้ว

      আজি এই অনুষ্ঠানটি চাই এনে অনুভৱ হৈছে ভুপেন দা জীয়াই আছে।

  • @nanditadutta6770
    @nanditadutta6770 10 หลายเดือนก่อน +1

    মহান শিল্পীসকলৰ সান্নিধ্য লাভ কৰা ড০ ভূপেন হাজৰিকা আমাৰ তথা সমগ্ৰ বিশ্বৰে হিয়াৰ আমঠু। তেখেতৰ এই অনুষ্ঠানটি চাই নতুন প্ৰজন্মই বহু নজনা কথা শিকাৰ সহায় হ'ব।আৰু তেখেতক জনাৰো সুবিধা হ'ব।কি পটভূমিত গীত বোৰ ৰচনা হৈছিল তাৰো ওমান পাব।সেয়ে বহুত বহুত ধন্যবাদ এই অনুষ্ঠান টি প্ৰচাৰ কৰা বাবে।❤

  • @binuprabhagogoi5303
    @binuprabhagogoi5303 3 ปีที่แล้ว +5

    শ্ৰদ্ধাৰ ভুপেন হাজৰিকা দেৱলৈ মনত পেলাই এটোপাল অশ্ৰো নিগৰালো ।

  • @assameseastrogyan5957
    @assameseastrogyan5957 3 ปีที่แล้ว +8

    বহুত বহুত ধন্যবাদ এনেকুৱা এটা প্ৰগ্ৰেম আপলোড দিয়াৰ বাবে নহলে এনেকুৱা এটা প্ৰগ্ৰেম চোৱাৰ পৰা বঞ্চিত হৈ ৰলো হৈ

  • @bidyutphukan3440
    @bidyutphukan3440 3 ปีที่แล้ว +20

    ক'বলৈ ভাষা নাই ।
    অতি সহজ সৰল ব্যক্তিৰ মানুহ ❤️😘❤️।
    আবেগিক হৈ পৰিছোঁ ।
    নাজানো কিয় চকুলো বাগৰি গৈছে ।
    ❤️😘❤️

    • @manabdeka10
      @manabdeka10 3 ปีที่แล้ว +1

      Bidyut Phukan, আপুনি মোৰ মনৰ সকলো কথা কৈ দিলে । সচাকৈয়ে ভূপেন দাৰ দ্বৰে কোনো নাই । এনে এজন মহান অসমীয়াক শ্ৰদ্ধাৰে সুঁৱৰিছো।

    • @bhabeshbarua4662
      @bhabeshbarua4662 3 ปีที่แล้ว +1

      57

  • @chintukumariti851
    @chintukumariti851 3 ปีที่แล้ว +11

    ইমান মহান ব্যক্তি কিন্তু অহংকাৰ শূণ্য । So innocent ,
    When i used to start watching TV ,he left us . Now he has reinvigorated again ❤️❤️🙏💐

  • @jiusenmeck7859
    @jiusenmeck7859 3 ปีที่แล้ว +19

    Legend off Assam .we miss you always Dr hazarika sir🙏

  • @purabitalukdar1955
    @purabitalukdar1955 3 ปีที่แล้ว +27

    ধন্যবাদৰ ভাষা নাই মোৰ ....অতি সুন্দৰ অনুষ্ঠান, ভূপেনদা আপোনাৰ সুৱদি কণ্ঠত কিযে এক ঐশ্বৰিক প্ৰেম

  • @dipakgogoi7775
    @dipakgogoi7775 3 ปีที่แล้ว +8

    Many thanks to Doordarshan Assam. Wish a such a umemorable programme in future about Great Bhupenda .

  • @saraswatiborahvideos4853
    @saraswatiborahvideos4853 3 ปีที่แล้ว +34

    ভুপেন দা আপুনি আমাৰ মাজত সঁচাকৈ থকা যেন লাগিছে ধন্যবাদ ।যতে আছে কুশলে থাকক।

    • @PophulGowala
      @PophulGowala 6 หลายเดือนก่อน +1

      Madrarephoolgeetmagbihurhurhubesathkel

  • @uttampegu1969
    @uttampegu1969 3 ปีที่แล้ว +7

    কি অপূৰ্ব অনুষ্ঠান। দেহ মন ভৰি যায়।

  • @kemolollen5714
    @kemolollen5714 3 ปีที่แล้ว +7

    Thank you so much much Ojha Da for this interview series of Bhupen Da

  • @dipuphukan3396
    @dipuphukan3396 3 ปีที่แล้ว +25

    অনুষ্ঠানটি সঁচাকৈয়ে অতি সুন্দৰ হৈছে৷ আৱেগিক হৈ পৰিছিলোঁ৷ সদায় চালেও যেন হেপাঁহ নপলাব৷ ক্ষণজন্মা পুৰুষ ভূপেনদা অামাৰ হৃদয়ত প্ৰতি ক্ষণে আছিল, আছে আৰু থাকিব৷ “শ্ৰদ্ধাৰ্ঘ্য নিৱেদিলোঁ ভূপেনদা🙏🙏🙏”

  • @satyajyotichetiakonwar7253
    @satyajyotichetiakonwar7253 ปีที่แล้ว +3

    সেৱা জনাইছোঁ ।
    পুনৰ অসমত জন্মি বাকী থকাখিনি পূৰণ কৰক-এয়ে প্ৰাৰ্থনা ভগৱানৰ চৰণত ।

  • @bhorolidevi9369
    @bhorolidevi9369 3 ปีที่แล้ว +31

    অতি ভাল লাগিল অনুষ্ঠানটি চাই।

  • @bantigohain4676
    @bantigohain4676 3 ปีที่แล้ว +35

    সুন্দৰ ! অতি সুন্দৰ! ভগৱানে সুধাকণ্ঠক পুনৰ অসমত জন্ম দিয়ক ।

  • @Santanu_zazabori
    @Santanu_zazabori 3 ปีที่แล้ว +12

    One & only best & knowledgeable person OF ASSAM...
    দ্বিতীয়জন আৰু নাই.. 🙏

  • @hirakjyotimedhii
    @hirakjyotimedhii 3 ปีที่แล้ว +12

    আবেগিক হৈ গলো ❤️

  • @bhaskarkalita7467
    @bhaskarkalita7467 3 ปีที่แล้ว +8

    সুধাকণ্ঠলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম৷

  • @TheNeal92
    @TheNeal92 3 ปีที่แล้ว +3

    Thank You so much for Everything..
    Bhupen Koka etiyou jiyai aase aamar majot aru xodai jiyai thakibo..
    Jai Axom Jai Northeast 🇮🇳

  • @niranjansaharia1501
    @niranjansaharia1501 2 ปีที่แล้ว +12

    সঙ্গীত বোৰ শুনি বৰ আবেকিক হৈ পৰো,মনত পৰে জালুকবাৰী ৰ অন্তিম সত্কাৰ দিনটো লৈ, গীত বোৰ শুনি আজি ও যেন তেখেত আমাৰ মাজত জীয়াই আছে এনে অনুভৱ হয়

  • @jaadrissiks
    @jaadrissiks 3 ปีที่แล้ว +9

    সৰুতে এই প্ৰগ্ৰেমটো লাইভ চাইছিলোঁ- ৰিণি ৰিণি মনত পৰে। কল কৰি প্ৰশ্ন কৰাৰ বৰ মন আছিল তেতিয়া , কিন্তু ঘৰত ফোণ নথকাত নোৱাৰিলোঁ। অনুষ্ঠানটো পুনৰ চাবলৈ পাই বৰ ভাল লাগিল! ভূপেন মামাক শ্ৰদ্ধাৰে সুঁৱৰিছো।

  • @devdas8542
    @devdas8542 ปีที่แล้ว +3

    এই মহান ব্যক্তি দেৱৰ অনুষ্ঠানটো চোৱাৰ পিছত বৰ্তমান অসমৰ গায়ক গায়িকা বোৰৰ প্ৰতি এটা সাংঘাটিক অনুভব আহিছে মনত...😅. তেওঁলোকে কি মানসিকতা লৈ ইমান টকা মাননী লৈ অনুষ্ঠান বোৰ কৰি আছে 😂....
    সংগীতৰ লগত জৰিত প্ৰতি গৰাকী অসমীয়াই ভূপেন দাক ভালকৈ বুজি সংগীতৰ দিশে আগুৱাই যোৱাটো সঁচাকৈ বহুত বেছি প্ৰয়োজন আছে.....

  • @hemendas5587
    @hemendas5587 ปีที่แล้ว +4

    🕉🙏ভূপেনদা তুমি যতেই আছা শান্তিৰে শুই থাকা।

  • @ondox
    @ondox 2 ปีที่แล้ว +11

    This ought to have been a multi episode series. If only the Internet boom had happened a bit earlier.

  • @zackdeka1361
    @zackdeka1361 3 ปีที่แล้ว +3

    ভূপেন দা যিদিনা খন এই পৃথিৱী এৰে তেতিয়া মই ভৰলু শান্তিপুৰত, তেখেত জীয়াই থকা সময়ত তেখেতক যিমান ভালদৰে বুজিব পৰা নাছিলো তাত কৈ বহু গুনে বেছি সেই একেদিনাই বুজি গৈছিলো। জাজ ফিল্ডত দুবাৰ মান সেৱা জনালোঁ। বিশাল শূন্যতাই ঢাকি ধৰিছিলে। পিছৰ পৰ্যায়ত মই হাতত গীতাৰ তুলি লও।
    মানুহে মানুহৰ বাবে গীতটি শিকি পেলাওঁ। কথাবোৰ মনত পৰি যায়....🙏🙏

  • @hemkantaborah7434
    @hemkantaborah7434 2 ปีที่แล้ว +2

    মহান মহান ব্যক্তিৰ হাতৰ পৰশত শক্তিশালী হৈ উঠা অ' মোৰ চেনেহৰ অসমীয়া ভাষা।

  • @renuchoudhury5044
    @renuchoudhury5044 3 ปีที่แล้ว +45

    ভূপেনদাৰ গীত মাত বিলাক যিমান ৰসাল কথাবোৰো সিমানেই ৰসাল আছিল তেখেতক ভগৱানে বৈকুণ্ঠত ঠাই দিয়ক কৃষ্ণ

  • @pbytc5936
    @pbytc5936 3 ปีที่แล้ว +9

    Very very good program, thank you DD Assam

  • @jyotikumarisarmah1285
    @jyotikumarisarmah1285 3 ปีที่แล้ว +4

    বিমুগ্ধ, সন্মুখত যেন ভূপেনদাই কৈ আছে …

  • @gautamsarma5296
    @gautamsarma5296 3 ปีที่แล้ว +6

    DD অসম শত শত প্ৰণাম

  • @vandanabk4847
    @vandanabk4847 2 ปีที่แล้ว +12

    Thanks to DD Assam for uploading such a beautiful programme. Adjectives are less to describe who Dr. Bhupen Hazarika is !

  • @gupikantahazarika2113
    @gupikantahazarika2113 ปีที่แล้ว +2

    চিৰ যুগমীয়া হৈ ৰওক ভূপেন দা ঈশ্বৰৰ সৃষ্টি আমাৰ ভূপেন দা 🙏

  • @kusumprovaburagohain2950
    @kusumprovaburagohain2950 3 ปีที่แล้ว +8

    বহুত ভাল লাগিছে । ভূপেনাদা অসমীয়া জাতীয় সংস্কৃতিৰ সম্ভাৰ । ভূপেদাক সশ্ৰদ্ধাৰে সোৱৰিছো ।

  • @kbaruahao4604
    @kbaruahao4604 3 ปีที่แล้ว +22

    I am 18 years old and I love listenning to bhupen hazarika's songs

  • @skywalker3684
    @skywalker3684 3 ปีที่แล้ว +20

    ২০২১ৰ এই ক'ৰ'ণা মহামাৰীৰ প্ৰকোপত জুৰুলা জীৱনক পাহৰাই দিলে মোৰ প্ৰিয় শিল্পীজনৰ সাক্ষাৎকাৰে❤️❤️❤️

  • @juntibora7773
    @juntibora7773 3 ปีที่แล้ว +8

    বহুত বহুত ধন্যবাদ 🙏🙏

  • @konamiborah3383
    @konamiborah3383 ปีที่แล้ว +2

    অতি ভাল অনুস্থান এটি উপহাৰ দিলে। ধন্য বদ।

  • @santanadeka9123
    @santanadeka9123 3 ปีที่แล้ว +4

    ধন্যবাদ ডি ডি অসম । এনেকুৱা অনুস্ঠান আগলৈ পাম বুলি আশা কৰিলো ।

  • @altabhussain9565
    @altabhussain9565 3 ปีที่แล้ว +10

    Thanks to upload such kind of Dr. Bhupen Hajarika's immortal program. May God keep him in peace full place.

  • @bipulkalita6116
    @bipulkalita6116 7 หลายเดือนก่อน +1

    ভূপেন দা আপুনি সচাকৈ আমাৰ মাজত জীয়াই থকা যেন লাগিছে। যতেই আছে শান্তিত থাকক 🙏🙏🙏🙏🙏

  • @binoddas4327
    @binoddas4327 3 ปีที่แล้ว +6

    বহুত ভাল লাগিল আৰু এনে ধৰণৰ ভিডিও পজ দি থাকিব ।

  • @monojsarma228
    @monojsarma228 3 ปีที่แล้ว +19

    Thank you DD ASSAM Team to Upload this Evergreen Historical program for us feature Generation ❤️ Thank you 😊

    • @gopalkrishnadas3754
      @gopalkrishnadas3754 ปีที่แล้ว

      A great program.. my heartiest salute to honorable Bhupen Da.

  • @DrAbaniBaruah
    @DrAbaniBaruah 2 ปีที่แล้ว +6

    জলন্তঅৰুণ দূৰন্ত তৰুণ 🙏🙏🙏

  • @mustakalom9366
    @mustakalom9366 2 ปีที่แล้ว +3

    আবেগিক হৈ গলো অনুষ্ঠানতো চাই। ভুপেন দাক কিমান ভাল পাও ভাষাৰে বুজাব নোৱাৰো

  • @anilgogoi524
    @anilgogoi524 3 ปีที่แล้ว +4

    অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান। ভাল লাগিল।

  • @parvezmustafa7090
    @parvezmustafa7090 3 ปีที่แล้ว +31

    জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে
    য'ত সোণতকৈ মানুহৰ দাম অলপ হলেও বেছি আছে ❤️

    • @dhantimedhi2021
      @dhantimedhi2021 2 ปีที่แล้ว +2

      সুন্দৰ। য'ত সোণতকৈয়ো।

  • @kalyanb854
    @kalyanb854 3 ปีที่แล้ว +4

    Thank You DD Assam for uploading this video🙏🙏🙏

  • @sajedulalamsaju7506
    @sajedulalamsaju7506 2 ปีที่แล้ว +2

    আমি সেই ছোটকাল থেকে ভূপেন হাজারিকার গান শুনি। উনার হিন্দি,বাংলা ও আসামিজ গান আমার হৃদয় মন সব জয় করেছে।

  • @niranjansaharia1501
    @niranjansaharia1501 2 ปีที่แล้ว +4

    চিৰ স্মৰণীয় হৈ থাকিব আপোনাৰ সংগীত,

  • @bantishikhamahanta1641
    @bantishikhamahanta1641 3 ปีที่แล้ว +11

    Bhupen Hazarika dev k dekhi sokupani ulai goise.manuh Jon atiau thakibo lagisil.😭😭kotha huni thakile u val lage🙏🙏🙏🙏

  • @ramprakashsaikia9091
    @ramprakashsaikia9091 2 ปีที่แล้ว +14

    Our honourable Bhupan Da past, present & future all' times greatest artist . No one artist can claim better service than Bhupan Da as to what is good or better for the people of Assam.

  • @dwijensarmah4370
    @dwijensarmah4370 3 ปีที่แล้ว +8

    সুধাকণ্ঠৰ প্ৰতি জনালোঁ শত সহস্ৰ প্ৰণিপাত 🙏🙏

  • @sondas6210
    @sondas6210 ปีที่แล้ว +2

    অতি সুন্দৰ অনুষ্ঠান
    কোনোবাই ২০২২ চনত আকৌ এই ভিডিঅ'টো চাই আছে নেকি জনাব চোন ভাল লাগিব

  • @munukanhazarika7307
    @munukanhazarika7307 หลายเดือนก่อน

    কি কম ভাষা নাই ।।।। মাথো অশ্ৰু নিগৰাই সুঁৱৰিছোঁ ।। হে মহান সশ্ৰদ্ধ প্ৰণাম ।।

  • @tarenboro7794
    @tarenboro7794 3 ปีที่แล้ว +27

    ভূপেন হাজৰিকাৰ সুন্দৰ গীত শুনি বহুতো ভাল লাগিছে।তেখেতৰ আত্মাই শান্তি লাভ কৰক।বৰ ভাল লাগিছে।

    • @aninditakalita8626
      @aninditakalita8626 ปีที่แล้ว

      Na na qYc
      All

    • @jogenhaloi7865
      @jogenhaloi7865 ปีที่แล้ว

      Bhupendar geetborar atit itihas jani bar upakrita halo

    • @kamrup133
      @kamrup133 ปีที่แล้ว

      @@jogenhaloi7865 yes

  • @parthaprotimhatiboruah23
    @parthaprotimhatiboruah23 3 ปีที่แล้ว +3

    জীয়াই থকাৰ প্ৰেৰণা, সুৰৰ উৎস৷

  • @kishorsharma140
    @kishorsharma140 2 ปีที่แล้ว

    Khub val lagil anusthan ti sai aami khub vagoyokhali egoraki mohan silpi aamar majot khody Roy jab joy Aai Akhom..joy Dr.Bhupen Hazarika...💐💐💐💐💐🙏

  • @localaxomiyayoutubch...9203
    @localaxomiyayoutubch...9203 2 ปีที่แล้ว +2

    Bhupen hazrikar program to sai bohut val lagil..

  • @nipondeori9177
    @nipondeori9177 3 ปีที่แล้ว +8

    মহান হৃদয়ৰ মানুহ

  • @ramnathborah7356
    @ramnathborah7356 6 หลายเดือนก่อน +1

    ভুপেনদা ভাৰতৰ আকাশে বতাহে সদাই থাকিব,,,,,,,,,,,

  • @dr.p.hazarika500
    @dr.p.hazarika500 2 หลายเดือนก่อน

    Bhupenda as if you are alive now. Live amidst us. Your loving touch on my shoulders reminds me the golden days of passed by.

  • @babukalita2262
    @babukalita2262 3 ปีที่แล้ว +6

    অনুষ্ঠানটো চাই এনে লাগিল যেন ভূপেন দা আজিও জিয়াই আছে ।

    • @birendrabarman8491
      @birendrabarman8491 2 ปีที่แล้ว

      Bhupen Da mor antarat xadai jiwai thakib good blestbhupen da

  • @niharranjansarma9648
    @niharranjansarma9648 3 ปีที่แล้ว +1

    Kiman ta je porisoi... The best... Knowledge, word wow... ❤️.. The true gem

  • @pranabsaikia8155
    @pranabsaikia8155 3 ปีที่แล้ว +30

    I am in ecstasy to be able to watch this program. He is my idol.

  • @moitrayeebaruah
    @moitrayeebaruah ปีที่แล้ว +1

    Audience defines the history, the dress and the obedience to listen and interect

  • @digantabablu987
    @digantabablu987 3 ปีที่แล้ว +2

    ধন্যবাদ অনুস্থান তিৰ বাবে

  • @assamtinisukia4126
    @assamtinisukia4126 3 ปีที่แล้ว +5

    বালি বীৰ-বলী বীৰ-অৰ্ধ হনুমান;নহ'ব নোপজিব শিল্গী ভূপেনদাৰ সমান।

  • @pradeepsagarsmusical1934
    @pradeepsagarsmusical1934 3 ปีที่แล้ว +5

    অতি সুন্দৰ !

  • @mukulkakati9584
    @mukulkakati9584 3 ปีที่แล้ว +8

    অতীত ৰোমান্থনে আবেগিক কৰে

  • @mousumisaikia7663
    @mousumisaikia7663 3 ปีที่แล้ว +19

    চিৰষুগমিয়া মানুহজন,💗💗💗💗💗😭😭

    • @bkp9774
      @bkp9774 3 ปีที่แล้ว +1

      Hoi sirojugomia.... bhupenda.

    • @rekiahmed7381
      @rekiahmed7381 3 ปีที่แล้ว

      Zubeen da o hobo edin enekua

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 7 หลายเดือนก่อน

    Unique and ultimate programme hoi. Many many congratulations to all

  • @pankazbharali3262
    @pankazbharali3262 3 ปีที่แล้ว +1

    Oti apurugiya programme sai dhoinyo holu apluto holu Great Man Bhupen Hazarika.

  • @rajibdas8358
    @rajibdas8358 3 ปีที่แล้ว

    Bohut val lagil. Bhupen Hazarika dev o loi pronam jonalu 🙏

  • @techyboynayanabh601
    @techyboynayanabh601 2 ปีที่แล้ว +2

    Bhupenda is the heart beat of ASSAM. God bless you where you are now. L. Kakati. 6.335AM.24..8..2021.

  • @nareswarkardong1255
    @nareswarkardong1255 2 ปีที่แล้ว +1

    মোৰ যে মনটোৱে ডুবি গৈছে।তেওঁৰ প্ৰতি শ্ৰদ্ধাত চকুপানী ওলাইছে।

  • @ajaypatowary7153
    @ajaypatowary7153 3 ปีที่แล้ว +1

    Bhut vl loga entarvie ata xunibo aro dekhibo palo video to sai ane lagise mor dr bhupen hazarika dev jen jeeyai ase i love you bhupen hazarika dev

  • @rupalimazumdar8075
    @rupalimazumdar8075 3 ปีที่แล้ว +1

    খুব ভাল লাগিল অনুষ্ঠানটি চাই🙏

  • @pranabjdas
    @pranabjdas 3 ปีที่แล้ว +7

    Bhupen Da 🙏🙏🙏🙏🙏

  • @nirmaladas7085
    @nirmaladas7085 3 ปีที่แล้ว +1

    অতিসুন্দৰ ভিডিঅ' বৰ ভাল লাগিল ।

  • @mridulmedhi3691
    @mridulmedhi3691 3 ปีที่แล้ว +3

    Bahut bhal lagil

  • @nirmaltalukdar4562
    @nirmaltalukdar4562 3 ปีที่แล้ว +1

    Bahut bahut bhal lagil...
    Bhupen Da sadai amar majat jiliki thakiba....

  • @pranjalsaikia7163
    @pranjalsaikia7163 ปีที่แล้ว +1

    Really Great 🥰🥰🥰

  • @kamrup133
    @kamrup133 ปีที่แล้ว +1

    এইজনা মহান শিল্পীক শত কৌটি প্ৰণাম ।🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @arunpathak2120
    @arunpathak2120 9 หลายเดือนก่อน

    নমস্কাৰ ।এই অনুষ্ঠানৰ বাবে দূৰদৰ্শনলৈ সহস্ৰ ধন্যবাদ। আপুৰুগীয়া সম্পদ হিচাপে থাকিব আমাৰ মাজত।

  • @iamwhatiam8261
    @iamwhatiam8261 2 ปีที่แล้ว +2

    Common People's Artist.... Salute to him...

  • @jaychankarboro4439
    @jaychankarboro4439 2 ปีที่แล้ว +1

    I had put question to Bhupen Hazarika Sir in this programe from Dibrugarh ......Jay Chankar Boro.

  • @bkp9774
    @bkp9774 3 ปีที่แล้ว +6

    Mur bhupendar hoktihali mokhon dekhi mur sokulu ulaise. Kin2 bhupenda bor dusta aasil dei. Sob traibel maar 3 din dudu khaidile, kiman dusta .... tika2tat thoporia dilu hoi .... jodi hei konmani bhupenok paluhoi ru gutai jibon dhanya hol heten.

  • @mausamraj0000
    @mausamraj0000 3 ปีที่แล้ว +3

    বহুত ভাল লাগিল

  • @md.azimuddinahmed224
    @md.azimuddinahmed224 2 ปีที่แล้ว +1

    Honored to DR BHUVEN HAZARIKA, a world wide Famous ASSAMESE.

  • @majbikash
    @majbikash 3 ปีที่แล้ว +2

    ধন্যবাদ DD Assam

  • @gopalkrishnadas3754
    @gopalkrishnadas3754 ปีที่แล้ว +2

    এনে এগৰাকী বিশ্ববৰেণ্য মহান মানুহ আমাৰ অসমত জন্ম হৈছিল কিমান সৌভাগ্যৱান আমি ! এইজনা মহান লোকৰ এনে গাম্ভীৰ্যপূৰ্ণ অনুস্হানটি দুৰদৰ্শনৰ দ্বাৰা প্ৰচাৰ কৰাৰ বাবে চিৰ কৃতজ্ঞ হৈ ৰলোঁ ৷ সেই মহান লোকজনৰ অনুস্হানটি দেখি আৰু শুনি চকুপানী ৰাখিব পৰা নাই ৷বাৰে বাৰে মনটো ব্যাকুলহৈ পৰিছে ৷
    . .
    আমি কিমান সৌভাগ্যৱান !
    মোৰ শতশস্ৰ বাৰ প্ৰণাম তেওঁৰ চৰনত নিবেদিলোঁ ৷
    দুৰদৰ্শনৰ এই মহান অনুস্হানটি প্ৰচাৰ কৰাৰ বাবে কৃতজ্ঞতা জনালোঁ ৷চকুপানী ৰাখিব পৰা নাই ৷
    কিয় অসমবাসীয়ে তেওঁৰ জীৱিত কালত উচিত সন্মান দিব নোৱাৰিলোঁ ??
    তেওঁৰ বিদেহ আত্মা সদায় সৰগত
    থাকক ৷
    কৌটি কৌটি প্ৰণাম ৷