এইবোৰ আৰু সহিব নোৱাৰো //এনেকুৱা হৈ থাকিলে এইটোয়ে মোৰ last vdo হব 🙏

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 พ.ย. 2024

ความคิดเห็น • 2.7K

  • @jonalirabha1508
    @jonalirabha1508 9 หลายเดือนก่อน +462

    কুকুৰ বোৰক ভুকিব দিয়া আৰু তোমাৰ নিজৰ কৰ্ম কৰি যোৱা আৰু দেহাক লৈ আগুৱাই যোৱা ।❤❤

    • @myrootsworld1497
      @myrootsworld1497 7 หลายเดือนก่อน

      kukurok insult nkoriba ai bea mnuh burr logt rijai. Kukur probhu bhokto

    • @barnalisaikia735
      @barnalisaikia735 5 หลายเดือนก่อน +3

      Ehot okol kukur nohoi, ehot bolia kukur hoi

    • @nilakshiboruah8644
      @nilakshiboruah8644 2 หลายเดือนก่อน

      তুমি সমাজৰ কথা নুশুনিবা এই সময়ত তুমি বিচলিত হ'লে নহ'ব আৰু কাৰণ তোমাৰ সন্তান টোৰ ভৱিষ্যত তুমিয়েই বনাব লাগিব । সমাজৰ পৰা ভাল আশা কেতিয়াও নকৰিবা । মানুহেই মানুহৰ শত্ৰু , তুমি আৰু দুগুণ উৎসাহেৰে কামত লাগা । ভগৱান তোমাৰ সাৰথি হওঁক❤

  • @dipanjaligogoi8851
    @dipanjaligogoi8851 9 หลายเดือนก่อน +208

    পোক লাগক সেইবোৰৰ মুখত। কুকুৰেও নেহাগে তেনেকুৱা লেতেৰা মনৰ মানুহৰ মুখত। থুই পেলাইছোঁ সেইবোৰৰ মুখত।
    পংখি তুমি তোমাৰ মতে থাকা যেনেকৈ এতিয়া আছা। ঈশ্বৰে শক্তি দিয়ক তোমাক।

  • @pompikitchen1706
    @pompikitchen1706 9 หลายเดือนก่อน +51

    কৃষ্ণ এনেকুৱা মানুহো থাকে নে বাৰু,ইমান নিচ মানসিকতাৰ মানুহ,এইবোৰ মানুহৰ আচলতে চৰিত্ৰই এনেকুৱা, সেইকাৰণে লোকক বেয়াকৈ ক'ব পাৰে

  • @bhaswatihazarika4732
    @bhaswatihazarika4732 8 หลายเดือนก่อน +5

    বুজি পাইছো তুমি কিমান মানসিক কষ্ট পাই কথাখিনি কৈছা। এগৰাকী নাৰীৰ মাজত বহুত শক্তিও ঈশ্চৰে দিছে। তুমি মনোবল লৈ লৰাৰ লগত আগবাঢ়ি যোৱা।চাবা এদিন জয় হবা। ভগৱানে তোমাৰ মঙ্গল কৰক। আশীৰ্বাদ থাকিল।

  • @DipjyotiRoyRangia
    @DipjyotiRoyRangia 9 หลายเดือนก่อน +8

    তোমাৰ চকুত মই কেতিয়াও চকুপানী চাব নিবিচাৰো আৰু তুমি সদায় হাঁহি থকাটোৱে বিচাৰো কিন্তু এতিয়া তোমাৰ পৰিস্থিতি এনেকুৱা সদায় তুমি এই বেয়া মানুহবোৰৰ বেয়া বেয়া কথাৰ বাবে কান্দিব লগা হৈছে আৰু তুমি হাঁহিবলৈ পাহৰি গ'লা🥺
    feeling sad 😥

  • @bhanimakalita5461
    @bhanimakalita5461 9 หลายเดือนก่อน +93

    এনেকুৱা মানুহৰ কথা শুনা প্ৰয়োজন নাই __ Ponkhi Baa 😊❤

  • @sumuozah6762
    @sumuozah6762 9 หลายเดือนก่อน +242

    এনেকুৱা মানুহৰ কথা শুনা প্ৰয়োজন নাই। তেওঁ লোকৰ মানসিকতা সিমানে , সদায় ভালে থাকা।❤❤❤

    • @PapuAhmed-iu8cy
      @PapuAhmed-iu8cy 9 หลายเดือนก่อน

      Tmi aguwai jowa, video kori jowa,jibilak manuhe tmk imn beyakoi koise,teulokor manosikota akebare vl nhy so tenekoi koise, nerrow think June tmk loratuk beyakoi koise,

    • @KomalMoran-ly6yg
      @KomalMoran-ly6yg 5 หลายเดือนก่อน

      Please ba video bona ba

    • @kalpanadeka5149
      @kalpanadeka5149 5 หลายเดือนก่อน

      Tumi dukh nakariba mi tumak bahut Val pao

  • @rocktimborah8500
    @rocktimborah8500 9 หลายเดือนก่อน +127

    তুমি উত্তৰ দি ভাগৰি যাবা
    কিন্তু মানুহৰ প্ৰশ্ন শেষ নহয়.....
    ভালে থাকা দুয়ো

    • @rocktimborah8500
      @rocktimborah8500 9 หลายเดือนก่อน

      @songitaassamesevlogs1742 hoi diyok

  • @BituponHazarika-zi5ry
    @BituponHazarika-zi5ry 9 หลายเดือนก่อน +12

    তুমি লোকৰ কথা কিয় শুনা
    নিজে নিজৰ কাম কৰি যোৱা বাটোৰুৱা কুকুৰে ভুকিবই
    এশাম মানুহ আছে লোকৰ হোৱা দেখিব
    নোৱাৰে
    তোমাক যুনে এনেকুৱা কথা কয়
    তুমি আয়াইন ৰ ব্যবস্থা লোৱা
    জুনে কৈছে সেইবোৰ কিমান ভাল মানুহ
    জনোৱাৰ গৰু তাহতি

  • @DipjyotiRoyRangia
    @DipjyotiRoyRangia 9 หลายเดือนก่อน +3

    তোমাৰ কথাবোৰ শুনি বৰ বেয়া লাগিল, যিটো মই ভাষাৰে বুজাব নোৱাৰো।
    ভগৱানৰ ওপৰত বিশ্বাস ৰখা, নিশ্চয় সকলো ঠিক হ'ব।
    ৰঙিয়াৰ পৰা অশেষ মৰম থাকিল🤝🏻

  • @dipanjaligogoi8009
    @dipanjaligogoi8009 9 หลายเดือนก่อน +19

    নাকান্দিবা,ভগৱানৰ ওপৰত এৰি দিয়া, ভগৱান আছে তোমাৰ লগত,মাথো হতাশ নহ'বা।দেহা আৰু তোমালৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু আশীৰ্বাদ জনাইছোঁ দেই 💞💞💞💞💞💞💞

  • @sabinsaloi7415
    @sabinsaloi7415 9 หลายเดือนก่อน +50

    বা তুমি বহুত সাহসী বহুত কষ্টৰে তুমি দেহা ক ডাঙৰ কৰিছা... তুমি বৰ্তমান ত থকা... অতীত ৰ কথা ভাবি নাথাকিব সেই মানুহ ৰ কথা বোৰ ভাবি নিজক কষ্ট নিদিব... সেই মানুহ বোৰে তোমাক দুৰ্বল বুলি ভাবিছে... সেই বোৰ কথাত কান নিদিবা.. দেহা ক কৈ নিজৰ জীৱনত আগুৱাই যোৱা...,keep it up baa....be positive...

  • @parinitadekaraja
    @parinitadekaraja 9 หลายเดือนก่อน +42

    বহুত আছে এনেকুৱা,,, সিহঁতৰ এইটোৱে কাম ,,, নিজৰটো একো উন্নতি নাইয়ে।,,, ভালে থাকা,, গুৰুত্ব নিদিবা।❤

  • @bituponchutia3770
    @bituponchutia3770 5 หลายเดือนก่อน +4

    বলিয়া আৰু মূৰ্খ মানুহৰ কথা নুহোনিবা । আগবাঢ়ি যোৱা আৰু আগলৈ 😍

  • @manashsaikia3658
    @manashsaikia3658 9 หลายเดือนก่อน +2

    এই পৃথিৱীত বহুত ধৰণৰ মানুহ থাকে। কিছুমানে গাৰ জোৰেৰে আৰু কিছুমানে মুখৰ কথাৰে আঘাত কৰে। কিন্তু সেই আঘাত উফৰাই আগুৱাই যাব লাগিব, আগুৱাই যোৱা তুমি শুভেচ্ছা জনালোঁ।

  • @jayashriborah9719
    @jayashriborah9719 9 หลายเดือนก่อน +16

    তুমি কৰ্ম কৰি যোৱা আইজনী । কিয়নো তুমি তোমাৰ ল'ৰাক ভৱিষ্যতে এজন ভাল মানুহ গঢ়ি তুলিব লাগিব । বাজে কথা বুলি ভাবি আওকান কৰি আগবাঢ়ি থাকা । মৰম আশীৰ্বাদ থাকিল মাক-পুতেক দুয়োলৈ ❤❤

  • @minturajbonshi9817
    @minturajbonshi9817 9 หลายเดือนก่อน +55

    ধৈৰ্য আৰু সাহসেৰে আগবাঢ়ি যোৱা ।।সত্য সদায় জয়।।

  • @bikramsingdeka1987
    @bikramsingdeka1987 9 หลายเดือนก่อน +36

    আপুনি দুখ নকৰিব ,আপোনাৰ দৰে সাহসী মাতৃ আছে কাৰণে আমাৰ নিচিনা দেউতা নোহোৱা সন্তান সকল ডাঙৰ দীঘল হ'ব পৰিছো। মোৰো দেউতা সৰুতে ধুকাইছে মায়ে কষ্ট কৰি ডাঙৰ কৰিছে ।
    আপোনাৰ একো ভূল নাই হোৱা আপুনি সহসী মাতৃ, আপুনি আগবাঢ়ি যাওক ভগৱানৰ ওচৰত এয়াই কামনা....

  • @aparupamahanta2299
    @aparupamahanta2299 8 หลายเดือนก่อน +1

    Aapunar logot aami aasu ....aapuni aaguwai thakok June ji koi koi thakok .ako kribo nuware aane ...moi nalbari r mukalmua r dagapara gaon r buwari hoi .aapunar vdo bor moi khub val pau .vogobane aapunak xokti diok .vale thakok aapunalok maa beta ❤❤❤

  • @SuranjanaBora
    @SuranjanaBora 5 หลายเดือนก่อน +1

    Hbo baa xaibur kotha aru Tumi nuxuniba a Tumi Tumi nijor kam kri thaka

  • @anamikabaishya5199
    @anamikabaishya5199 9 หลายเดือนก่อน +24

    আমাৰ ৰং চাইছে ভগৱানে অ আমি জীৱনটো আৰম্ভ কৰিছিলোঁ হে শেষ ও হ'ল। সঁচাকৈ মানুহ জন নোহোৱা হোৱাৰ পৰা মানুহৰ কথা শুনি জীয়াই আছোঁ আমাক শান্তিত জীয়াই থাকিব নিদিয়ে। আমাৰ দুখ কোনো বুজি নাপায় যেতিয়া নিজৰ লগত হ'ব সেই দিনা বুজিব।নাৰী গৰাকীক দোষ দিয়ে মানুহ জনৰ মৃত্যু হ'লে নিজে ভুগি আছোঁ।

  • @jyotikapegu602
    @jyotikapegu602 9 หลายเดือนก่อน +46

    Be strong baa... Don't listen to others.....do what is good for you and your son. And don't read the negative comment.....❤❤❤❤

  • @digantadas608
    @digantadas608 9 หลายเดือนก่อน +148

    তেনেকুৱা মানুহক কান তলীয়া দিব লাগে।

  • @anjumazumder1653
    @anjumazumder1653 3 หลายเดือนก่อน

    Be relux,be peaceful.u r too much brave & powerful.God always help u

  • @gyanamhostel9973
    @gyanamhostel9973 3 หลายเดือนก่อน

    শুনি বহুত দুখ পালোঁ‌। মানুহ এনেকুৱাই।"নাওঁ‌ৰ পৰা পৰিলে বঠায়ো এক কোব মাৰে" -বুলি আমাৰ কথা এষাৰ আছে কামৰূপত। ইৰ্ষাম্বিত মানুহবোৰ চিনি লওক। নিজৰ লক্ষ্য স্থিৰ ৰাখক। আপুনি জানিব আপোনাৰ ব্যক্তিত্বৰ তীব্ৰ পোহৰে সিহঁ‌তৰ চকু এদিন অন্ধ কৰিব। "দেহা"ক ঈশ্বৰে ৰক্ষা কৰিব। মহাত্মা গান্ধী, আব্ৰাহাম লিংকন, চক্ৰেটিচ .....আদি মহাপুৰুষে মানুহৰ পৰা কেনে যন্ত্ৰণা পাই পৃথিৱী এৰিছে ভাবিলে আচৰিত লাগে। "দেহা"লৈ মোৰ মৰম আৰু আশীৰ্বাদ থাকিল। "দেহা" সমাজৰ উজ্বল জ্যোতিষ্ক হওক।

  • @bickydebnath2336
    @bickydebnath2336 9 หลายเดือนก่อน +48

    সিহঁতে নিজে তেনেকুৱা যে সেই কাৰণে তোমাক কৈছে তুমি কেশ দিয়া বুজিলা বেছি সুনি থাকিলে সুবিধা পায় 😢😢

  • @ayushiburagohain1530
    @ayushiburagohain1530 9 หลายเดือนก่อน +57

    আগতকৈ বেছি শক্তিশালী হোৱা তুমি।

  • @SangitaRabha-h4n
    @SangitaRabha-h4n 9 หลายเดือนก่อน +23

    এনেকুৱা মানুহৰ কথা নুহুনিৱ বাইদেউ তুমি তুমাৰ কাম কৰি জয়া আৰু দেহাক ভাল মানু কৰিৱ চেথা কৰা তুমাৰ কাম কৰি আগুয়াই জৱি❤❤❤❤❤

  • @mahakallfannx5286
    @mahakallfannx5286 9 หลายเดือนก่อน +1

    I always with you ponkhi ba ehotor kothat dhyan nedibo bad diok xehotok xehota khuwa ny nohoi kosto kori nijor domot korisa apuni ji korisa

  • @Borah_tora
    @Borah_tora 9 หลายเดือนก่อน +1

    ঘটিয়াম বাটিয়াম ফকতীয়া বোৰৰ কথাত গুৰুত্ব নিদিবা বা ❤️we love you very much ❤️❤️ 🤗🫂❤️

  • @bantimaladeka5485
    @bantimaladeka5485 9 หลายเดือนก่อน +13

    তুমি আগুৱাই যোৱা,সিহঁতে তোমাৰ নিচিনাকৈ ৰিলছ বনাব পাৰিবওটৌ লাগিব, কোন বিলাক মানুহে জ্বলে জানা , তোমাতকৈ তলত থকা বিলাক ।আৰু কিবাকিবি কৰা ,সিহঁত যেন জ্বলি-পুৰি ছাই হৈ যায় ।❤❤ তুমি নাচি বাগি পইচা কামাই কৰা , কাৰন তোমাকো পইচা লাগে । ❤❤

  • @MomandbabyAadrit
    @MomandbabyAadrit 9 หลายเดือนก่อน +41

    Be strong dear...we support you..keep growing 💗💗..lots of love❤❤❤

  • @dipugogoi2215
    @dipugogoi2215 9 หลายเดือนก่อน +128

    গাঁও ত কিছুমান মানুহ এনেকুৱা আছেই আনৰ অলপ ভাল হোৱা দেখিলে জ্বলি পুৰি মৰে 😡😡 ইমান ঠেক মগজুৰ মানুহ আছে আজিৰ দিনটো

    • @i.b.g.entertainment7942
      @i.b.g.entertainment7942 9 หลายเดือนก่อน +6

      Gaau ot buli nohoi Guwahati to aase aanot val dehibo nuwara manuah aru mukhor aagot dekha pahe ji dhuniya k matibo. Vitori montu beya.

  • @jyotikakoti
    @jyotikakoti 7 หลายเดือนก่อน +1

    Kaku care nkoriba,nijor kormo kori aag bahi juwa....tumar life tumar mote jiyaba.....

  • @pratimamajumdar8044
    @pratimamajumdar8044 9 หลายเดือนก่อน +2

    Baa beya powar koi Val powa manoh bahut ase baa tomi agowai jowa.❤

  • @lipikaranigogoi6865
    @lipikaranigogoi6865 9 หลายเดือนก่อน +15

    বেয়া চিন্তা মনলৈ নানিবা ,,,,দুখ সুখ আটাইখিনি তোমাৰ, তুমি নিজেই নিজক আগবঢ়াই নি আছা কোনেও একো কৰা নাই,, তুমি ল'ৰাটো লৈ আগুৱাই যোৱা । তোমাৰ মাৰ ঘৰখনেও ইমান মৰম কৰে ,,, support কৰে তাতকৈ ডাঙৰয কথা একো নাই। নিকৃষ্ট মানসিকতাৰ মানুহৰ কথাত গুৰুত্ব নিদিবা ,,বেয়া লাগে বহুত বেয়াকৈ ক'লে ।।। কুশলে থাকা নিজেই নিজৰ সাহস হৈ দেহাৰ সৈতে ❤

  • @GitashreeOzah
    @GitashreeOzah 9 หลายเดือนก่อน +38

    এয়া আচলতে তোমাৰ ওচৰতে থকা মানুহ baa দুৰ্বল হৈ নেদেখাবা কেতিয়াও তোমাক লৈ জলি মৰিছে সিহঁত উপায় নাপায় যি টি কয় আছে

  • @binitadeori8726
    @binitadeori8726 9 หลายเดือนก่อน +9

    Hunibole beya jodiu koysu aamar Axamt besi vaag manuhe easyly karubak beya koy dibo pare.....dukh nokoriba lot's of love to Deha from tamilnadu coimbatore

  • @monojgogoi761
    @monojgogoi761 9 หลายเดือนก่อน +1

    তুমি সদায় আগলৈ চাই আগোৱাই যোৱা.... নেদেখা জনৰ বিশ্বাস ৰাখা..... লৰাটোক আগোৱাই নিয়া..... ভগৱানে তোমালোকৰ ভাল কৰিব ।

  • @Hfuury-w4t
    @Hfuury-w4t 8 หลายเดือนก่อน +1

    Tumi aaguai juwa baaah...aibilak manuhok ignore kori jauk....

  • @anjanadas5377
    @anjanadas5377 9 หลายเดือนก่อน +48

    ইহঁতৰ মুখত‌ কেঞ্চাৰ বেমাৰ হ'ব কাৰনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো‌।ময়ু এজনী মা‌।

    • @BhaswatiKalita-wz7gz
      @BhaswatiKalita-wz7gz 4 หลายเดือนก่อน

      Tehotok concert koi blg bemar dibo lge tekhet xokulok bemartkoi hikkha dibo lge

  • @anneksha
    @anneksha 9 หลายเดือนก่อน +4

    Puwalituk bukur majot loi dhuniake agbahi juwa...tumr hopun pur kora....jolaburok joli moribo diya..❤

  • @RitaPathak-k3w
    @RitaPathak-k3w 9 หลายเดือนก่อน +10

    তোমাৰ লগত ভগৱান আছে চিন্তা নকৰিবা ।মানুহৰ কথাত গুৰুত্ব দি লাভ নাই। আগুৱাই যোৱা ❤

  • @GbvvGgvj
    @GbvvGgvj 5 หลายเดือนก่อน +1

    Tomi blelegor kotha mn nidiba tomi nijor Kam kori juwa ,aguwai juwa,

  • @GopalGogoi-r5f
    @GopalGogoi-r5f 5 หลายเดือนก่อน +1

    Dehak.loi.aguwai.juwa.cinta.nkriba

  • @ShibanandaRoy-d9x
    @ShibanandaRoy-d9x 9 หลายเดือนก่อน +6

    জীৱনত যদি বহু দূৰলৈ আগুৱাই যোৱাৰ মন আছে তেন্তে নিজৰ কান দুখন বন্ধ ৰখা বা❤ কাৰণ জীৱনৰ ৰাজপথত অনেক মানুহে‌ অনেক কথাৰে আপোনাৰ মনোবল 😢😢 ভাঙিবলৈ চেষ্টা কৰিব😢 I'm from Assam basugaon dehak Loi bhale thaka BA❤❤❤❤❤

  • @pinkyparashsvlogs8221
    @pinkyparashsvlogs8221 9 หลายเดือนก่อน +63

    তুমি যে ইমাণ সাহসী, আৰু তুমি ইমান মৰমেৰে দায়িত্ব লৈ দেহাটো ক ডাঙৰ কৰিছা তাকে লৈ জ্বলিছে. তাহাঁতৰ মতে তুমি বেচেৰী হৈ থাকিব লাগিছিল. বাপেক বিহীন লৰাটোৰ বিলৈ সিহঁতে উপভোগ কৰিব পাব লাগিছিল তেতিয়াহে ভাল পালে হয়.
    তুমি আৰু হাঁহি মাতি ফূৰ্তি কৰি থাকা, লৰাটোক সকলো সুখ মৰম দিয়া, দেউতা মা দুইজনৰ দায়ীত্ব লৈ কেঁচুৱা ডাঙৰ কৰাটো সহজ নহয়. তুমি দুখ নকৰিবা দেহাটোৱে কষ্ট পাব মাকে কন্দা দেখিলে. তোমাৰ আৰু দেহাৰ আৰু ভাল হওক.
    তোমালোক দুইজন লৈ ধেৰ মৰম...❤

    • @sarjinayasmin3519
      @sarjinayasmin3519 9 หลายเดือนก่อน +1

      Right.lora tok maa deuta duijonor morom d dangar kori ase belege ki bujibo society khan t adjust kori tate kiman manuhor kiman kotha . agbarhi juwa financially help huwa r lagate tumi tumar dukh TH-cam family r lagat thaki kisu pahori jabo Parisa.

    • @ponkhiproduction5276
      @ponkhiproduction5276  9 หลายเดือนก่อน +1

      😔🙏♥️

    • @sarjinayasmin3519
      @sarjinayasmin3519 9 หลายเดือนก่อน

      Thanks pankhi deha k val manuh hisape garhi tola

  • @chandineechiring3760
    @chandineechiring3760 9 หลายเดือนก่อน +52

    এটা কথা বুজি নাপাওঁ বিধবা হল বুলিয়ে কি তাই কান্দি কান্দি ঘৰতে সোমাই থাকিব নেকি , একো নকৰিলে খাব কি লৰা টোক পঢ়াব কেনেকৈ। মানুহ জন নাই গতিকে নিজে টো কিবা কৰিবই লাগিব ন। কিয় মানুহ বোৰ ইমান বেয়া মনৰ বাৰু ! আচৰিত লাগে মানুহক ছোৱালী বা বোৱাৰী এজনীৰ ওপৰত ইমান বেয়াকৈ কব পাৰে । কিন্তু মতা মানুহক তেনেকৈ কোনেও নকয় পাৰিলে এজনী আনি ল বুলি হে কব । ছোৱালীৰ ক্ষেত্ৰত কিয় কথা বোৰ একে নহয় । আচলতে কি জানা তুমি হাঁহি মাতি সুখত আছা যে হিহঁতি মানে শান্তি পোৱা নাই । সিহঁতৰ মতে তুমি বিধবা কাৰণে সদায় দুখত থাকিব লাগে। তুমি দেহাক লৈ আগুৱাই যাবই লাগিব গতিকে যি কয় কবলৈ দিয়া । যদি বেছি কৰে পুলিচৰ কাষ চাপিবা।

    • @trishnaboruahtrishna5694
      @trishnaboruahtrishna5694 9 หลายเดือนก่อน

      Tumi thik a koisa ki j manuh bilak o😢

    • @rubiborah3436
      @rubiborah3436 6 หลายเดือนก่อน

      ইমান বেয়া মানুহ সংসাৰত থাকে নে? যি বিলাকে কৈছে তেওঁ লোকৰ কোনো মানুহ মৰা নাই নেকি?মানে নিজৰ গিৰিয়েক বিলাক মৰা নাই নেকি? ইমান নিষ্টুৰ মনৰ মানসিকতা মানুহ থাকিব লাগেনে? তুমি সেই নিষ্টোৰ মনৰ মানুহ বিলাকৰ কথা আশীৰ্বাদ বুলি ধৰি লোৱা হয়,সহ্য কৰিবলৈ টান লাগিছে বুজিছো। এনে কথা কোনো নাৰী এ সহ্য কৰিব নোৱাৰে। এই বিলাক সকলো ভগবানৰ ওপৰত এৰি দিয়া। এই সকলো বিলাক ভগবানৰ লীলা।ভগৱানে সকলো চাই থাকে, কোনে কাক কি কৈছে,কোনে কাক মনত আঘাত দিছে, এই সকলো বিলাক ভগৱানে কুৱাইছে, যেনেকৈ কোৱাইছে তেনেকৈ সিহঁতি তাৰ ফল ভুগিবলৈ পাবৈ এটা সময়ত। অসমীয়াত এখাৰ কথা আছে,,ওপৰলৈ পানী চতিয়ালে নিজৰ গাতে পৰে। তুমি তোমাৰ কাম সাহসেৰে কৰি যোৱা তোমাৰ মইনা টিক লগত লৈ। চাবা তুমি এদিন সফল সবাই।❤️❤️❤️❤️❤️❤️❤️❤️

  • @lovestoryassamboy1051
    @lovestoryassamboy1051 8 หลายเดือนก่อน +1

    Ba tumi hodai aguwai jua tumi belegor kotha nuhunida

  • @ranjanmalakar9770
    @ranjanmalakar9770 5 หลายเดือนก่อน +1

    মানুহে কওক দিয়া বা ভগৱানেটো চাই আছে তুমি কি কৰি আছা, তেও লগত থাকিলে মানুহে যিমান কলেও সচা হৈ নাযায় ,আমি জানো তুমি কি কৰি আছা ,, আগবাঢ়ি যোৱা বা দুখ নকৰিবা❤️🥺

  • @renudaimari9783
    @renudaimari9783 9 หลายเดือนก่อน +16

    তুমি সাহক কৰি আগুৱাই যোৱা বেয়া কমেনবোৰ আশীৰ্বাদ বুলি ভাবি লোৱা চাবা তোমাৰ অহা দিনবোৰ সদায় ৰঙীন হৈ থাকিব ।❤❤❤

  • @palijaborah1132
    @palijaborah1132 9 หลายเดือนก่อน +20

    কেতিয়াও হাৰ নামানিবা বা.. সেই বোৰক দেখাই নিজকে আৰু শক্তশালী কৰি তোলা..আৰু দেহাক লৈ আগবাঢ়ি যোৱা.. জীৱনটো তোমাৰ, আনে কি ভাৱে সেইটো মনলে নানিবা,হাহিলে লগত হাহিবলে লগ পাবা কিন্তু লগত কান্দিবলৈ হয়টো এজন নাপাবা.. মানুহে সদায় ৰং চাই..ভালে থাকা সদায়।

  • @pallavidas143
    @pallavidas143 9 หลายเดือนก่อน +13

    সমাজত এনেকুৱা এচাম মানুহ আছে যিয়ে লোকৰ লাইফট সোমাই খুব ভাল পায় আৰু বলিয়া কুকুৰৰ দৰে ভুকি ফুৰে। যাৰ চৰিত্ৰ বেয়া সিহঁতে হে আনৰ চৰিত্ৰ ও বেয়া দেখে। so বা তুমি সেইবোৰ আওকান কৰা আৰু যেনেকৈ এতিয়া নিজৰ কাম কৰি গৈছা দেহাৰ লগত, তেনেকৈ এ কৰি যোৱা। কাকো ঘেন্টা ও খাতিৰ নকৰিবা😊 Bindass Jiyai thaka❤

  • @bigboss.3213
    @bigboss.3213 5 หลายเดือนก่อน +1

    আজিহে গম পাইছোঁ তোমাৰ কথা ।
    নেপাই মানুহটো নাই বুলি এনেকৈ তাচ্ছিল্য কৰিবলৈ।

  • @pronabgohain2263
    @pronabgohain2263 5 หลายเดือนก่อน +2

    পংখি বেতি,VDO বনাই যোৱা,ধোমোহাৰ সতে fightকৰা...বহোজনী তোমাৰ দৰে ছোৱালীৰ আদৰশৰ প্রতিক হৈ থাকা,দেহা..বেতাতিক দোখসাগৰত নেপেলাবা,তুমি যি ভাবিছা সেয়া সচাই প্রখংসনিয়,জীৱন যোজত থমকি নৰবা,God Bless You.

  • @gitikaroy4204
    @gitikaroy4204 9 หลายเดือนก่อน +11

    Kisumane aibur e kori Val pai,tumak xokoluye val pai aguway juwa.ignore kora eiburok.

  • @priyojonorbandhun
    @priyojonorbandhun 9 หลายเดือนก่อน +4

    তুমি আনৰ কথাত চকুপানী নোটুকিবা।যিহেতু তুমি"মা"।"মা" তুমি অন্যন্যা। তুমি দেহাক উপযুক্ত কৰি তোলা।ইমান সুন্দৰকৈ দেহাৰ যত্ন লৈছা সি খুব ভাল লৰা হ'ব চিন্তা নকৰিবা।"মা" হলা কাৰোবাৰ জী কাৰোবাৰ বোৱাৰী বাইদেউ ভন্তি পত্নী পেহি নাৰীৰ বিভিন্ন ৰূপ।সহিলে সম্পদ।হতাশ নহবা।ভগৱানৰ ওপৰত বিশ্বাস ৰাখি তুমি তোমাৰ কাম কৰি যোৱা।দেহাই দেউতাকৰ ফটো খনত ইমান সুন্দৰকৈ সেৱা কৰে মন কৰিবাচোন।স্বামীৰ অবিহনে তুমি তাৰ মা-দেউতা সকলো।আৰ্শীবাদ থাকিল তোমালৈ।সাহসেই লক্ষ্মী তুমি ভাল ভালকাম কৰি যোৱা দেহাক উপযুক্ত কৰিবৰ বাবে তোমাৰ কৰ্মক গুৰুত্ব দিয়া ।শুভৰাত্ৰি।কেতিয়াও চকুলো নুটুকিবা।""মৰমৰ বাঃ""🙏🙏

  • @PaporiPhukanBorahArnav
    @PaporiPhukanBorahArnav 9 หลายเดือนก่อน +14

    কথাবোৰ শুনিয়ে খং উঠিছে, কেনেকৈ পাৰিছে সৰু ল'ৰা টো আৰু তোমাৰ কথা তেনেকৈ কব, আচৰিত মানসিকতাৰ মানুহ দেই সচাঁ ই।
    ভালে থাকিবা, ল'ৰা টো কুশলে থাকক।
    যিয়ে বেয়াকৈ কয় সন্মূখত আহি কবলৈ দিবা আৰু দুইচৰমান দি দিবা, বেয়াকৈ কোৱাবোৰে জানো তোমাৰ দায়িত্ব লবলৈ আহিব নেকি, মুৰ্খ চব সঁচাকৈ।।
    ভালে থাকা। lv frm jorhat❤

  • @moramimudoi8874
    @moramimudoi8874 8 หลายเดือนก่อน +1

    তোমাক কোনোবাই খুৱাইছে নে পিন্ধাইছে? কাৰো কথা গুৰুত্ব নিদিবা।নিজৰ মতে আগবাঢ়ি যোৱা.. জীৱন জিন্দাবাদ..বিন্দাচ থাকা , কাৰোবাক ভাল পালেও কোনেও কথা কোৱা অধিকাৰ নাই.. তোমাৰ জীৱন তোমাৰ কথা. দেহাক লৈ সুখেৰে থাকা..দুনীয়াখন বহুত জটিল.. সকলোৰে কথা শুনিলে অস্তিত্ব নাইকীয়া হৈ যাব ..Be strong ❤

  • @priyankasinha5017
    @priyankasinha5017 5 หลายเดือนก่อน +1

    Be strong.. I'm always with you ..❤

  • @Pradip-mx1gp
    @Pradip-mx1gp 9 หลายเดือนก่อน +22

    Stay strong ....❤ Don't listen haters

  • @jurisaikia7157
    @jurisaikia7157 9 หลายเดือนก่อน +5

    তুমি সেইবোৰ ক পাত্তা নিদিবা। তুমি আগবাঢ়ি যোৱা ।দেহাক ভাল কে পঢ়োৱা আৰু ভাল মানুহ কৰি দেখুওৱা। সদায় ভালে থাকা।

  • @RakhiBorah-uh2vn
    @RakhiBorah-uh2vn 9 หลายเดือนก่อน +12

    Be strong ❤ always with you ❤ keep smiling 😃 and be happy ❤ God Bless You 🙌 ❤ deha is a great boy ❤ love you so much baa ❤and deha ❤

  • @AnamikaNath12
    @AnamikaNath12 9 หลายเดือนก่อน +1

    Khei boror soritto beya je khei karone beleg k o beya buli vabe ..beya manuhor kotha bad dya baa tmi atia jeneke asa teneke aru aguai jua baa😍❤️

  • @PratimaKachari-pu2qh
    @PratimaKachari-pu2qh 4 หลายเดือนก่อน

    Tumi tumar nijor kam kori jua.
    Tumi karu kotha vabi sinti kori nathakiba. Tumar logat vogoban ase.
    God bless you and son.

  • @sagarboruah2484
    @sagarboruah2484 9 หลายเดือนก่อน +6

    বাটৰ কুকুৰে ভূকিবই।। বা তুমি বহুত সাহসী।। তুমাৰ সাহসৰ প্রমাণ লৈছে।। তুমি সত্য পথত আছা বা।। সত্যৰ সদায় জয়।। তুমি আগুৱাই যোৱা বা।। আজিৰ যুগত মানুহ বোৰ এনেকুৱাই লোকৰ কথা সমালোচনা কৰি ভাল পায়।। লোকৰ কথা বোৰ বাদ দিয়া বা।। জীবন মানেই যুদ্ধ।। এই জীৱনৰ যুদ্ধ খনত জয়ী হোৱা বা।। 👍

  • @mitalinath6601
    @mitalinath6601 9 หลายเดือนก่อน +10

    এনেকুৱা নীচ চিন্তাধাৰাৰ মানুহক মানুহ বুলিব পাৰি জানো ??? যিয়ে বাপেক জীয়েক ককায়েক ভনীয়েক আনকি মাক পুতেকৰ সম্পৰ্ক চিনি নাপাই তেনেকুৱা নৰাধম মহাপাপীক কি বুলি কম চিঃ 😢 মই বিচাৰোঁ তুমি বা তোমাৰ দৰে যিবিলাক ছোৱালীয়ে অকালতে মানুহজনক হেৰুৱাইছে তেওঁলোকে দ্বিতীয় বিবাহৰ কথা ভাবিব লাগে অৱশ্যে যদি সন্তান থাকে তেন্তে সন্তানটোৱে যাতে ভবিষ্যতে অৱহেলিত হবলগীয়া নহয় সেইটো আৰম্ভণিতে থিক কৰি লব লাগে, কাৰণ মানুহজনৰ মৃত্যুৰ বাবে ছোৱালীজনী দোষী নহয় যাৰ বাবে তেওঁ গোটেই জীৱন কষ্টত পাৰ কৰিব, গতিকে পংখি তুমি সেইবিলাক নৰাধমৰ কথাত ভাগি পৰাৰ একো প্ৰয়োজন নাই, পাৰিলে সিঁহতৰ comment বোৰ ৰাজহুৱা কৰিব লাগে ৰাইজেও দেখা পাওঁ কোন কোন সেই মুখা পিন্ধা ভদ্ৰলোক সকল

  • @deepchanasingh8545
    @deepchanasingh8545 9 หลายเดือนก่อน +6

    Stay strong baa ... ignore those negative minded haters we all positive people are always with you ❤

  • @kankumonibhuyan8133
    @kankumonibhuyan8133 9 หลายเดือนก่อน

    মানুহৰ কথা নুশুনিবা বা কিছুমান মানুহৰ কামেই সেয়া আনৰ ভাল দেখিব নোৱাৰে , মানসিক অশান্তি দি ভাল পায় ,এইবোৰ কথা কয় নেকি ভগৱানে বিচাৰ কৰিব সিহঁতক চাই থাকা,ভালে থাকা সদায় তোমালোক 😢❤❤

  • @BobiPhukan
    @BobiPhukan 2 หลายเดือนก่อน

    Kobole diya dukh nokoriba vogobane dekhi ase nakandiba tumi aru bahut aguai jaba Val monor suwali tumi eman moram loga loratu aguai niya. Moram thakil❤❤❤

  • @NitumoniHazarika-x7g
    @NitumoniHazarika-x7g 9 หลายเดือนก่อน +10

    বহুত মানুহ আছে লোকৰ কথা গাই ফুৰা তুমি নাকান্দিব বহুত বেয়া লাগে তুমি আগুৱাই যোৱা❤

  • @parbinsultana1664
    @parbinsultana1664 9 หลายเดือนก่อน +24

    তুমি ভাগি পৰিলে,দেহাৰ কি হ'ব, তুমি দেহাৰ মুখৰ ফালে চাই তুমি strong হোৱা,,আনৰ কথা শুনি মন বেয়া কৰি লাভ নাই,,

  • @rijumonikonwar9069
    @rijumonikonwar9069 9 หลายเดือนก่อน +7

    বেছি চিন্তা নকৰিবা। তুমি ভাল ছোৱালী সন্তানৰ ভবিষ্যত ৰ বাবে শক্তিশালী হোৱা। তোমাৰ ভবিষ্যত উজ্বল হব।অলপ ধৈৰ্য ধৰা। তোমাৰ মূল্যবান সময়বোৰ এই অৰ্থ নাই কিয়া ফালতু কমেন্ট কৰা মানুহৰ বাবে নষ্ট নকৰিবা।কমমূখী হোৱা, নিজৰ ভৰিৰ ওপৰত নিজে ঠিয় দিয়া। ভগৱান সহায় হ'ব তোমাৰ ।

  • @krishnanibi1487
    @krishnanibi1487 5 หลายเดือนก่อน +1

    Positive bur loi negetive buroloi sokuwei nidiba o vonti,,

  • @dipikahazarika-hu4hl
    @dipikahazarika-hu4hl 5 หลายเดือนก่อน +1

    Aanor kotha nohoniba aagowai jowa tumak bidhoba buli onek kotha hunaie kintu tumi keneke solisa kot poisa paisa konobai janu hodhe ba konobai janu dibo

  • @junmonisaikia9937
    @junmonisaikia9937 9 หลายเดือนก่อน +7

    তুমি দুখ নকৰিবা বা_🥺
    এইবোৰ কথা শুনাৰ প্ৰয়োজন নাই।
    তুমি আগবাঢ়ি যাব লাগিব দেহাৰ বাবে।
    আমি আছো তোমাৰ লগত।

  • @jutikasaikia3835
    @jutikasaikia3835 9 หลายเดือนก่อน +5

    মোক মোৰ মাইয়ে কৈছিল মানুহে অন্যায় কৰিলে সেই অন্যায় ভগৱানে আৰ্শীবাদলৈ পৰিৱৰ্তন কৰি দিয়ে .,তুমি চিন্তা নকৰিবা ভগৱান তোমাৰ লগত আছে আৰু থাকিব ...সাহসেৰে আগুৱাই যোৱা বহুতো শুভকামনা তোমালৈ...

  • @KalpanaHindiVlogs
    @KalpanaHindiVlogs 9 หลายเดือนก่อน +5

    Thik kotha koisa❤,দেখিছোঁ বোৱাৰী কেইজনি মানক ইমান বেয়াকৈ vdo bonai

  • @madonrajput3437
    @madonrajput3437 2 หลายเดือนก่อน

    সিহঁতক ভগৱানে বিছাৰ কৰিব। মাএক তোমালোক আগ বাঢ়ি যোৱা 💓🙏❤

  • @shilpikarjibonhongram3857
    @shilpikarjibonhongram3857 9 หลายเดือนก่อน

    Tumi bohut strong so ai bur hoijo kore natha kiba... Nija koresa nija khaisa so nijojor baba nija actshon luwa bohu baseka tumk koisa huniya kiba lagisa imn tolor u j vabibo pora manuh asa aji ha gm palu ....Lukor karona tumi nijk kosto nidiba asolota hihoti ha johora hontan ....

  • @mridullocal4493
    @mridullocal4493 9 หลายเดือนก่อน +13

    The dog will remain a dog, you keep doing your work, sister, one day you will be successful, this is my promise.

  • @kabya2349
    @kabya2349 9 หลายเดือนก่อน +4

    আমাৰ অসমৰ মানুহৰ মানসিকতাৰ কথা নিজেই উদঙাই দিয়ে। আচলতে কি জানেনে যিবিলাকে কয় তেওঁলোকৰ মানসিকতাই তেনেকুৱা। কথা এষাৰ আছে নহয় আপোন ভালেই জগত ভাল। মানে আপুনি যদি ভাল আপুনি সকলো মানুহকে ভাল দেখিব । কিন্তু যি বেয়া তেওঁলোকে সকলোকেই তেওঁৰ নিচিনাই বুলি ভাবিব।

  • @user_morigaon_suwali
    @user_morigaon_suwali 9 หลายเดือนก่อน +5

    বা তুমি হাৰ নামানিবা মানুহ বোৰে তোমাক দেখি জলিছে খেই কাৰণে এনেকৈ কৈছে। তুমি ভিদিও বনাই যোৱা বহুত ভাল লাগে তোমাৰ ভিডিও ❤❤ আগবাহি যোৱা।

  • @popibaruah3204
    @popibaruah3204 3 หลายเดือนก่อน

    বেয়ামানুহে বেয়াচিন্তাকৰে ।সত্যইসদাই জয় আগবাৰিযোৱা।

  • @raivakaman
    @raivakaman 9 หลายเดือนก่อน +1

    Lukor kotat mon nidiba bonti. tumi aguwai. Kukure hatik bukileu uloti nesai. Tumi duk nokoria.❤❤❤❤

  • @ankita_devi7
    @ankita_devi7 9 หลายเดือนก่อน +9

    Ahok sun dom ase jodi mukhor agot kouk he tar soidho gusthir biya dekhuai dim 👋

  • @GautomSaikia-tz7go
    @GautomSaikia-tz7go 9 หลายเดือนก่อน +5

    বা এই বু কথা নুহোনিব আজি কালি মানু বু এনেকুবাই আপুনাক বহুত ভাল লাগে

  • @ritamoniboruah2908
    @ritamoniboruah2908 9 หลายเดือนก่อน +14

    কোন সেই জহৰা কেইটা তেনেকুৱা কুকুৰে হওক বা কুকুৰনিয়ে হওক হেহেতৰ ওপৰত একচন লব লাগে। হব তুমি আৰু দেহা দুইটা আগুৱা যোৱা। ভগৱানে তুমালোকক ভালে ৰাখক ।যি কেইটাই কৈছে নহয় সিহতক যে কবলে ভাষা নাই ইমান জহৰা নে তহত😡😡 সছাকে কেটেপ কেটেপ দিব লাগে।

  • @JanmoniDevi-yl8vf
    @JanmoniDevi-yl8vf 3 หลายเดือนก่อน

    এইবোৰ মানুহে নিজেও একো কৰিব নোৱাৰে আৰু আনক দেখি জ্বলিমৰে।নিজৰ চৰিত্ৰ বেয়া কাৰণে আনকো ভাৱে। একমাত্ৰ দেহাৰ কথা চিন্তা কৰা আৰু নিজৰ কথা। আগবাঢ়ি যোৱা।মৰম সদাই আছে বান্ধৱী।🙏

  • @SabinaKhatun-s5r
    @SabinaKhatun-s5r 5 หลายเดือนก่อน +2

    O ba tumi aya kotha kanot noloba ba tumi arru aguwai juwa ba

  • @ParchiBharali-wx9yw
    @ParchiBharali-wx9yw 9 หลายเดือนก่อน +4

    Ba eibur r Kota xuni tumi weak nohoba manuhjoni tumi strong 💪 aru strong hoi a thaka deha r karone,,, aru kisumane anar val dekhi jealous hoi sage by the way ami asu tumar logat 😊

  • @r.sahariah5387
    @r.sahariah5387 9 หลายเดือนก่อน +11

    যিয়ে ইমান বেয়াকৈ কয় তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা লওঁক। আজি ইউটিউবত ভিডিঅ' বনাই আছা বাবে ইয়াত কমেন্ট কৰি বেয়াকৈ কৈছে, তাৰ বাবে যদি ইউটিউবত ভিডিঅ' বনোৱা বাদ দিয়া কাইলৈ কোনোবাই সন্মুখতো ক'বলৈ কুন্ঠাবোধ নকৰিব। গতিকে সেইসকলৰ ওপৰত অতি সোনকালেই আইনী ব্যৱস্থা লওঁক। আমি সদায় আছোঁ আপোনাৰ লগত। ভিডিঅ' বনাই যাব আগলৈ।

  • @SarojaniNath-qx1vd
    @SarojaniNath-qx1vd 9 หลายเดือนก่อน +5

    এছাম মানুহ তেনেকুৱা থাকে বা লোকৰ ভাল দেখিব নোৱাৰা। তুমি সেইবিলাক কথা গুৰুত্ব নিদিবা । সদায় হাহি থাকিবা দেহাৰ লগত। তুমি পুলিচৰ সহায় লবা এইবিলাক কথা শহ্য কৰিব নোৱাৰি।

  • @spandandutta8415
    @spandandutta8415 8 หลายเดือนก่อน

    Tumi aru besi strong huwa🙏tumi maa hoy pahori najaba❤❤❤

  • @hiyamedhi1777
    @hiyamedhi1777 4 หลายเดือนก่อน +1

    Compln di diya..hihotok hunabo nlge direct action lua jua

  • @ritupriyangkhi6593
    @ritupriyangkhi6593 9 หลายเดือนก่อน +17

    বা তুমি পুলিচ কেচ কৰা ইমান বেয়াকৈ কৈছে এইবোৰ মানুহ নহয় পিসাচ 😡সাহস হেৰুৱায় নিদিবা বা যুজি যোৱা কিন্তু যি কেইটাই এনেকুৱা কমেন্ট কৰিছে তাহাতক ভালকৈ এসেকা দিয়া। ঘৰত ভাই ভনী নাই নেকি এই কুকুৰ কিছুমানৰ

  • @Hiya_baishya
    @Hiya_baishya 9 หลายเดือนก่อน +4

    একু সহ্য কৰিব নালাগে। ইহঁতক কিবা এটা কৰি দিয়া । সিহঁতৰ একো অধিকাৰ নাই।তোমাৰ জীৱন হয়। মই হলে বন্দৰ চৰ দিলোঁ হয়। আৰু কিয় ভিদিও নৱনাবা তুমি একো বেয়া ভিফিও দিয়া নাই। আমি আছোঁ তুমি ভয় নকৰিবা। ❤❤❤❤❤❤ আপোনাক ভাল পোৱা মানু্হ o আছে বা ।আমি আছোঁ ।❤❤

  • @Nayanmala2023
    @Nayanmala2023 9 หลายเดือนก่อน +6

    ...you are too Strong as you have came far enough...lot's off love to you and deha❤...

  • @tapanrajbongshi9222
    @tapanrajbongshi9222 8 หลายเดือนก่อน +1

    Kukuror vuka a kam vukibo diya baa .
    2mi 2mar kam kori dehak aguwai loi juwa .
    2mar oporot kukur kukuni bilakor dah lagise .
    2mi pulicor osorot juwa baa .
    Deha vale tkakok . God bless you deha .

  • @abhilashadutta1396
    @abhilashadutta1396 9 หลายเดือนก่อน +1

    Ba tumar nijor jibon tumi nije mone bisora mote hokolu kam kori jua ..... Ajikali manuh bur enekuai karubar val hua tu kisuman e nibisare... Tumi nijor hahokh aru udyomere aguai jua tat kuneu tumak badha nidiye.....
    Hodai hahi thaka hukhot thaka❤