মোৰ husband ৰ আজি জন্ম দিন// দেহাৰ questions বোৰ //অলপ emotional হৈ গলোঁ 🥺

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 ธ.ค. 2024

ความคิดเห็น • 903

  • @nihaborah9424
    @nihaborah9424 2 ปีที่แล้ว +77

    Tmr video moi agote suwa nasilu aji clgt tmr ata reel saute logor ajonie koisil tmr kotha ghrt ahi tmr TH-cam video 1st r pora saisu continue sai asu sob video... Bhut beya lagise mon2 kin2 aku nai tmi Bhut hahokhi hoi❤️🤞🏻 anekoi hodai valkoi thaka🙂💞....tumale Bhut Bhut Bhut besi morom💌🎀

    • @ponkhiproduction5276
      @ponkhiproduction5276  2 ปีที่แล้ว +10

      Aiooo 💕 thank u so much 💕 bht besi mrm tumloi 🥰😘

    • @ajitkonwar4193
      @ajitkonwar4193 ปีที่แล้ว

      Moiu sem 2mar vdo xokolubur saisu

    • @purabigogoibonia701
      @purabigogoibonia701 9 หลายเดือนก่อน

      Dasteheig6w62yhgrwuhfybehbwb😂😂😂😂😂😂😂❤

  • @gitimonisaikia56
    @gitimonisaikia56 2 ปีที่แล้ว +94

    আপোনজন হেৰালে কিমান কষ্ট হ'য় সেইয়া হেৰুৱাজনেহে বুজিপায়.সচাকৈ বেয়া লাগিল শুনি😢 বাৰু ভালে থাকা দেহা আৰু তুমি বা❤

  • @pallabibanikyakalita4985
    @pallabibanikyakalita4985 2 ปีที่แล้ว +14

    আন দহ গৰাকী নাৰীৰ সাহস তুমি, সদায় ভালে থাকা, সুস্থ হৈ থাকা। দেহাৰ ভৱিষ্যত নিশ্চয় তুমি বিচৰা ধৰণেৰে সুন্দৰ হ'ব। বহুত মৰম যাচিলোঁ দেই।

  • @porinitaburagohain982
    @porinitaburagohain982 2 ปีที่แล้ว +42

    চকুৰ পানী ওলায় গল‌ পংখী । দেহাৰ মাক দেউতাকসকলো তুমিয়ে সদায় সাহসী হৈ আগবাঢ়ি যোৱা।🙏🙏🙏 ঈশ্বৰ তোমাৰ সহায় হওঁক আৰু তোমাক আৰু দেহাক সদায় কুশলে ৰাখক আৰু আশীৰ্বাদ কৰক।

    • @nehaslifens7705
      @nehaslifens7705 2 ปีที่แล้ว

      Mur vlogs buru sbo sun deii 😊 subscribe kri dbo... Support kribo ¦

  • @ratnasaikia4599
    @ratnasaikia4599 2 ปีที่แล้ว +18

    তুমি বহুত মৰম লগা সাহসী মা অ 💓😣 দেহাৰ সৰু সৰু বহুত প্ৰশ্নৰ উত্তৰ দিব লগা হয় ন আৰু যে কত আমি নুহুনা কৈ দি পাৰ কৰিছা , কিমান যে ৰাতি কান্দি কান্দি শিতানৰ গাৰু তিয়াইছা তাৰ হিচাপ নাই😣💔 ইমান ধৈৰ্য ধৰি তুমি তাক বুজাইছা তুমি সঁচাই সাহসী অ কলিজা। এটা দিন আহিব চাবা দেহাই তোমাক সাহস দিব সি তোমাৰ চকুপানী মচিব আৰু কব মা মই আছোঁ নহয়।💓💓

    • @nehaslifens7705
      @nehaslifens7705 2 ปีที่แล้ว

      Mur vlogs buru sbo sun deii 😊 subscribe kri dbo... Support kribo ¦

  • @Astharanibora
    @Astharanibora 2 ปีที่แล้ว +58

    মৰমবোৰ সদায় আছে,আগুৱাই যোৱা....বেটা ক ভাল মানুহ হিচাপে গঢ় দিয়া❤️😘😘

    • @nehaslifens7705
      @nehaslifens7705 2 ปีที่แล้ว

      Mur vlogs buru sbo sun deii 😊 subscribe kri dbo... Support kribo ¦

    • @BubulShyam
      @BubulShyam 8 หลายเดือนก่อน

      🤣😂😁😀😘😍😎😋😊

  • @shipramcfarlane8908
    @shipramcfarlane8908 2 ปีที่แล้ว +11

    ভালে থাকা পঙখী। তোমালৈ ও দেহালৈ মোৰ মৰম ও আশীৰ্বাদ থাকিল মাজনী। ❤️😥😥😥

  • @lukumonisvlogs2417
    @lukumonisvlogs2417 2 ปีที่แล้ว +10

    অন্তৰ চুই গ'ল 😌 ভালে থাকা সদায়, সাহসী হোৱা দেহাক ভাল মানুহ কৰা,

  • @ayaanarhan395
    @ayaanarhan395 2 ปีที่แล้ว +5

    মই আজি প্ৰথম ভিডিঅ টো চাই ইমানেই কান্দিলো কিন্তু তোমাৰ সাহস আছে আগলৈ আগুৱাই যোৱা আৰু বেটাও যাতে বহুত ভাল লৰা হয় দুৱা কৰিছো তুমি কেতিয়াও নাকান্দিবা বেটাৰ ওচৰত লাভ ইউ বেটা ।

  • @niponbordoloi3112
    @niponbordoloi3112 2 ปีที่แล้ว +14

    মই ভাবিব পৰা নাই মই যে তোমাক প্ৰথম কমেণ্ট কৰিম ভালে থকা সুস্থ হৈ থকা তেওঁ যতেই আছে তাৰ পৰাই তোমালোকক আশীৰ্বাদ দি থাকিব।

  • @sabitagogoi2660
    @sabitagogoi2660 2 ปีที่แล้ว +8

    তোমালোক সদায় সুখেৰে হাঁহি ধেমালী কৰি ভালে থাকা তোমাক ভগৱানে আৰু সাহস দিয়ক দেহাক ভাল মানুহ বনাবলৈ আগুৱাই যোৱা❤️may god bless you deha😘❤️❤️

  • @pompysvlogs6577
    @pompysvlogs6577 2 ปีที่แล้ว +7

    মোৰ বুকুখন বিষাই গৈছে,তোমাৰ কথাখিনি শুনি।। 😓 দেহা সদায় কুশলে থাওক। তুমিও সদায় হাহিঁ থকা।।বহুত মৰম থাকিল তোমালোক দুয়োলৈ।।💞

  • @vayolinasvlogs276
    @vayolinasvlogs276 2 ปีที่แล้ว +8

    বা নাকান্দিবা তুমি শিল হব লাগিব আৰু শিল হৈ তুমি গলি যাব নোৱাৰা।।সাহসী হোৱা।প্ৰতিটো সময়ত নিজে নিজক সাহস দিয়া। দেহক মানু্হ কৰা।তোমাৰ কেনে লাগিছে বুজো বা।কিন্তু,দুখ কৰি থাকিলে কি হব বা।।আগুৱাই যোৱা আমি তোমাৰ লগত আছোঁ।বাকী ভাল বেয়া তুমি নিজে গম পোৱা।।

  • @priyankahaloipinky1404
    @priyankahaloipinky1404 2 ปีที่แล้ว +30

    আশীৰ্বাদ সদাই থাকিব দেহালৈ...আৰু ভগৱানে যেন দেহাক প্ৰতিটো মিনিটত সাহস দিয়ে আৰু ঈশ্বৰৰ হাতখন দেহাৰ মূৰত ৰাখে যেন জীৱনৰ প্ৰতিটো খোজত জয়ী হবলে...আৰু পঙ্খি শুনা,,তুমি সকলোৰে সাহস,, আগলৈ দেহাৰ সাহস হোৱাৰ লগতে আমাৰ সাহস হবা কাৰণ আজি ভালে আছোঁ কাইলৈ মোৰ জীৱনলৈও এনেকুৱা হব পাৰে ডাঙৰ কথা নহয় গতিকে তোমাৰ সাহসী কথাবোৰ শুনি বা চাই সাহস পাব...তুমি বহুত strong হৈ থাকিবলৈ চেষ্টা কৰা সদাই,,হয় তাৰ মাজত বেয়া লাগে তোমাৰ কাৰণ মন,,আবেগ এইবিলাক বস্তু অলপ বেলেগ... যি নহওঁক মুঠতে তোমাক ভাঙি পৰিব নিদিওঁ আৰু নোৱাৰাও কাৰণ দেহাই এজন ভাল মানুহ হব লাগিব তাৰ দেউতাকৰ দৰেই আৰু Miss ponkhi bOrdoloi//তোমাৰ দৰেই...❤️❤️❤️

    • @nehaslifens7705
      @nehaslifens7705 2 ปีที่แล้ว +1

      Mur vlogs buru sbo sun deii 😊 subscribe kri dbo... Support kribo ¦

  • @SURANJANADAS-i5s
    @SURANJANADAS-i5s 4 หลายเดือนก่อน

    দেহাৰ সকলো তুমি গতিকে তুমি বহুত সাহসী হব লাগিব পংখী। আমি সদায় আছো তোমাৰ লগত।।। তুমি নাকান্দিবা পংখী😢😢😢মোৰ বহুত দুখ লাগে।।। মইও বহুত সৰুতেই দেউতাক হেৰুৱাই চো। সেয়ে মই দেহাক বহুত মৰম কৰো। ওচৰৰ পৰা দেহাক চাবলৈ বৰ মন আছে। গোসাই টু তুমি বহুত সবল হৈ থাকা

  • @monibonia157
    @monibonia157 2 ปีที่แล้ว +7

    বহুত দুখ লাগি সচাই😭তোমালোক দুইটাকে ভগৱানে ভালে ৰাখক। সদায় এনেকৈয়ে হাঁহি থাকিবা।😍☺

    • @nehaslifens7705
      @nehaslifens7705 2 ปีที่แล้ว

      Mur vlogs buru sbo sun deii 😊 subscribe kri dbo... Support kribo.

  • @MEhh9495
    @MEhh9495 2 ปีที่แล้ว +6

    বা তুমি বহুত ভাল। ভগৱানে যেন তোমাক আৰু দেহাক সদায় ভালে ৰাখে 🙏❤

  • @aparajitabarua7634
    @aparajitabarua7634 2 ปีที่แล้ว +126

    Soku pani ulai gol ponkhi 😭deha aru tumi vle thaka hodai ..tumar logt kotha patibo mon ase tumk hosakoi bohut vl lage ..tumar manuh jon jote ase vle thakok tumarlukok akhirbad kork ..😭

  • @sujatasharma3681
    @sujatasharma3681 2 ปีที่แล้ว +4

    পঙখি তুমি বহুত সাহসী আৰু সৎ নাৰী। তোমাৰ কথা বতৰা বোৰো বহুত সুন্দৰ ।দুখ লাগে ল'ৰাটো ক আগবঢ়ায় নিয়া ভগৱানে সহায় কৰিব । তোমালোক দুয়োটা লৈ আৰ্শীবাদ থাকিল।

    • @nehaslifens7705
      @nehaslifens7705 2 ปีที่แล้ว

      Mur vlogs buru sbo sun deii 😊 subscribe kri dbo... Support kribo ¦

  • @r.hazarika9231
    @r.hazarika9231 2 ปีที่แล้ว +10

    তোমাৰ ভিডিঅ'টো চাই বৰ আবেগিক হৈ পৰিলোঁ 😭। আপোনজন যাৰ নাই তেওঁহে বুজি পায় ।ভগৱানে তোমালোক দুয়োকে কুশলে ৰাখক তাৰেই কামনা কৰিলোঁ 💞🥰

  • @jyotismitadeka5560
    @jyotismitadeka5560 2 ปีที่แล้ว +9

    বিশ্বাস কৰা চকুপানী ওলাই গল ভালে থাকা সদায়😭🙏🙏🙏

  • @nayanahazarika3939
    @nayanahazarika3939 2 ปีที่แล้ว +5

    কি কম ভাবি পোৱা নাই ,তোমালোকৰ যেতিয়া বিশেষ দিনবোৰ আহে তেতিয়া তোমাৰ ল'ৰাৰ ভাল লগা কিবা গিফ্ট চাৰপ্ৰাইজ দি ভগৱানে দিয়া বুলি কৈ চাব পাৰি নেকি চাবাচোন তাৰ অবুজন মনটোক ভাল লগাবলৈ॥সদায় ভালে থাকা॥

  • @barnalirava2117
    @barnalirava2117 2 ปีที่แล้ว +4

    ভগৱানে কুশলে ৰাখক তোমালোকক।। সদায় আগুৱাই যোৱা 🙏

  • @manishadas968
    @manishadas968 2 ปีที่แล้ว +7

    চকু পানী ওলাই গল তোমাৰ কথাখিনি শুনি । সাহসী হোৱা তুমি আগুৱাই যোৱা।

  • @roshmirekhakhataniar4498
    @roshmirekhakhataniar4498 2 ปีที่แล้ว +3

    অকনমানি তোৰ কথা শুনি বৰ বেয়া লাগিলে. ভাল কৈ থাকিবা

  • @mr.deepvlogs9093
    @mr.deepvlogs9093 ปีที่แล้ว

    বা তুমি বহুত ভাল। ভগৱানে যেন তোমাক আৰু দেহাক সদায় ভালে ৰাখে

  • @pabitrigogoi5229
    @pabitrigogoi5229 2 ปีที่แล้ว +4

    তোমাৰ কথা বোৰ শুনি বহুত বেয়া লাগিল 😢 বুকুৰ খন বিষাই গল 😓😓

  • @susmitagogoi4735
    @susmitagogoi4735 ปีที่แล้ว

    বহুত মৰম লগা মাইনাটো আৰু মানুহে যি কয় কবলৈ দিয়া মানুহৰ কামেই তেনেকুৱা সদায়ই হাঁহি থাকিবা😊😊

  • @rbvlogs9985
    @rbvlogs9985 2 ปีที่แล้ว +3

    Tumr kotha khini huni kande goli .... But tumaluk val a thaka ... Deha..... Love u ❣️❣️❣️

  • @ItsMe-ml9vl
    @ItsMe-ml9vl 2 ปีที่แล้ว +2

    Tew jote asa vale ase kuxole ase...
    Asolte ma hte koi je val val mnuh Burk vgbane xnkle loi jai.
    Xeituke bisakh kri jibnt aguway juwa...
    😘😘😘😘😘😘😘

  • @purnimabaruah232
    @purnimabaruah232 2 ปีที่แล้ว +4

    বা দুখ নকৰিব সকলো ভগৱানেৰ ওপৰত এৰি দিয়ক

  • @geetanjalibasumatari7479
    @geetanjalibasumatari7479 2 ปีที่แล้ว

    Tumar vedio aji moi first saisu....enekuwa lagise Tumi bohut khahokhi aru bohut besi Buji puwa suwali...dukh kori nathakiba jibontuyei enekuwa ....khahokhi huwa... love you 😘😘🥰 deha

  • @susmitadas7958
    @susmitadas7958 2 ปีที่แล้ว +6

    Happy birthday Vindeo 🎂🎉
    Baa dukh nkoriba, nakandiba tumi kandile dehao mon beya koribo nhoi.. hoi jae aru ketiyaba anekwa ki koriba bhagwan a hoitu dehak deutakor marom besi din pwa tu nibisarile.. swasun ba tumar lagot deha ase kisumanor tu lora swali nuhwakoi a husband jon dhukai jae 🥺 ako ni dia ba tumalokor o adin val din ahibo dehak dangor mnuh kora xi tumak bohut xukhot rakhibo, tar majotei tumi husband k bisari paba❤️

  • @joyshreethengal3015
    @joyshreethengal3015 ปีที่แล้ว +1

    Moi 2mr TH-cam r vlog 1st time saisu.... Hpt khai koisu sokupani bohut rokhabole try kori u pora nai... 2mr vlog sai sai mur amoni loga nai proud fell hoise 2mi j eman strong...... Happy birthday B. I. L.....

  • @sagorikamaina6986
    @sagorikamaina6986 2 ปีที่แล้ว +11

    Happy Birthday vini ,jte asa tate santit thaka.ba dukh nkrba hsy abegik hoi Golu ba apnk dekhi .hukh dukh mjre jbn2 solai agwai loi jbo lgbo, kismn vl lga smiti bur bukot loi hahok krbo lgbo .deha n ba hdy strong hoi agwai goi thoka .nedhakha jne sdy ma betak vale rakhok 🥰🥰🥰.mur mrmr priyo ba joni apuni ,apunak hsy moi bohut besi vl paw ,apnk abr lg poya hole njke bohut hukhi onuvb krbo prlu hoi ba lv you😘😘😘.

    • @nehaslifens7705
      @nehaslifens7705 2 ปีที่แล้ว +1

      Mur vlogs buru sbo sun deii 😊 subscribe kri dbo... Support kribo ¦

  • @rashmisaikia4044
    @rashmisaikia4044 2 ปีที่แล้ว

    বহুত সাহসী তুমি। আগবাঢ়ি যোৱা, বহুত বহুত মৰম তোমালৈ আৰু দেহাক চুমা

  • @shilpadasdey551
    @shilpadasdey551 2 ปีที่แล้ว +11

    মই যেতিয়া class 6 অত পঢ়ি আছিলোঁ মইও মোৰ পাপাক হেৰাইছিলো এতিয়া moi BA 1th Sam ot পঢ়ি asu কিন্তু সদায় papa le mont পৰে এনেকুৱা লাগে যে এইটো যদি সপোন হৈ পৰে আৰু papa যাতে আহি যায় আমাৰ লগত 🥺😭 মোৰ sob friends or Papa আছে খালি মোৰ হে নাই ও বা বহুত মনত পৰে পাপা লে

    • @k.b1163
      @k.b1163 2 ปีที่แล้ว

      Tuk moi koisilu nohoi tur sokut soku Pani ketiau nulabi toi ...xahokh Loi aguai Ja dehak Loi...suku Pani dekhile kisumane sahokh he pabo..love u pagoli😍

    • @TheRabhaSowali
      @TheRabhaSowali 2 ปีที่แล้ว

      তোমাৰ আৰু মোৰ একে মইও 6th papa ক হেৰুৱাইছিলো atiya B.A 1st sem plu buhut monot pre papa le😓

    • @lukumoniborah4529
      @lukumoniborah4529 2 ปีที่แล้ว

      Bahut dukh lagil hadai hukhi hai thikiba eta val man lai

    • @jonalidevi7763
      @jonalidevi7763 2 ปีที่แล้ว

      Mur u papa ny...... Sobore ase
      .... Amar kio ny 😭

    • @chamlingacademy989
      @chamlingacademy989 2 ปีที่แล้ว

      I lost my father when I was 6 years old..it's our destiny

  • @anaikachutiavlogs3695
    @anaikachutiavlogs3695 2 ปีที่แล้ว +2

    Baa kandi golu 😭 storng tumi bht baa ❤️❤️❤️ bht mrm deha

  • @madhuindiacollections
    @madhuindiacollections 2 ปีที่แล้ว +3

    চকুৰ পানী ওলাই গল ooo😭be strong 🙏

  • @sagarika9325
    @sagarika9325 2 ปีที่แล้ว

    Duiyu val dore thaka, agbarhi jua..... Sokur pani ulai gol videotu sai, bht bht morom tumalukoloi😘😘😘

  • @zintisharma7935
    @zintisharma7935 2 ปีที่แล้ว +3

    1st view baa....lots of love from Meghalaya

  • @bidyuttech6491
    @bidyuttech6491 2 ปีที่แล้ว

    তুমি আগবাঢ়ি যোৱা। সদায় যোগাত্মক দিশ বোৰ চাই কামবোৰ কৰি যোৱা।

  • @letsshare3953
    @letsshare3953 2 ปีที่แล้ว +12

    Dukkkh nokoribo! Be strong for your son!!You have a great future ahead!

    • @nehaslifens7705
      @nehaslifens7705 2 ปีที่แล้ว

      Mur vlogs buru sbo sun deii 😊 subscribe kri dbo... Support kribo ¦

  • @kunjamohankakati2228
    @kunjamohankakati2228 2 ปีที่แล้ว +1

    আজি প্ৰথম বাৰৰ বাবে আপোনাৰ ভিডিঅ' চাইছো। বহুত দুখ লাগিল।আগৱাঢ়ি যাওঁক।
    মৰিগাঁও ৰ পৰা মৰম যাচিলোঁ

  • @rabencreationallmix5569
    @rabencreationallmix5569 2 ปีที่แล้ว +4

    Bahut val lagile baa but vindeu miss korisu 🥺🥺

  • @taraboro9069
    @taraboro9069 2 ปีที่แล้ว

    Tumaluk duyuke vogobane hodai vale kukhole rakhok ...dehak loi ji bur hopun dekhisa heibur puron houk tare kamona korilu....tumar video saii moiu bohutt hahokh pau 🌼🌼

  • @peterteron7201
    @peterteron7201 2 ปีที่แล้ว +6

    Thankfully that u have remind ur husband,keep it up . Don't forget it ,this is your love. God will forgive u.

  • @trishu7
    @trishu7 2 ปีที่แล้ว +1

    Kandi dlu lora2r qsn xuni....Vale thaka duyu..god bless both of you. 😘😘❤️❤️❤️

  • @rempibarman2773
    @rempibarman2773 2 ปีที่แล้ว +10

    Y r very strong really 👍...stay happy nd healthy both of u

  • @jayshreedeka61
    @jayshreedeka61 2 ปีที่แล้ว

    চকুপানী ওলায় গৈছে দেহা ৰ কথা কেইটা শুনি তুমি বহুত সাহসী আৰু আগুৱাই যোৱা তুমি

  • @chilmilsapun325
    @chilmilsapun325 2 ปีที่แล้ว +3

    Be strong..... It's really emotional.... Be strong dear

  • @rekhabora4439
    @rekhabora4439 2 ปีที่แล้ว

    তোমাৰ কথা খিনি শুনি বুকুখন বিষাই গৈছে অ, তুমি সাহসী হোৱা, তোমাক আৰু দেহাক সদাই ভগৱানে ভালে ৰাখক,

  • @dipshikha309
    @dipshikha309 2 ปีที่แล้ว +8

    Be strong... God bless you both

    • @sikhavlogs2332
      @sikhavlogs2332 2 ปีที่แล้ว

      Hosai kotha khini xuni bohut dukh lagise ..😭

  • @parishmitaburagohainvlog8423
    @parishmitaburagohainvlog8423 2 ปีที่แล้ว +2

    dukh nkriba tumi bhut strong hoi 😘 deha loi bohut morom dilu 😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘❤❤❤❤❤❤❤❤❤❤❤❤

  • @tinaahazarika77
    @tinaahazarika77 2 ปีที่แล้ว +5

    God bless you both 💕💕 lot's of love to you nd deha 💕💕

  • @trishnadas5189
    @trishnadas5189 2 ปีที่แล้ว +1

    চকুপানী ওলাই গ'ল...আপুনি বৰ সাহসী...ভালে থাকক আপোনালোক🥰

  • @taralitanmoyvlog8446
    @taralitanmoyvlog8446 2 ปีที่แล้ว +3

    Aji ai video ture Mur চকুপানী ওলাই গল বা

  • @krishtimoniphukan645
    @krishtimoniphukan645 2 ปีที่แล้ว

    Aji frst saisu apunr video....hahokhi houk apuni ...vogobane hahokh diok apunk tarei prathana...dehaloi bohut morom ru akhirbad thakil

  • @monmayuriborahdas34
    @monmayuriborahdas34 2 ปีที่แล้ว +5

    Sokupani ulai gol katha Keita huni😭😭

  • @devahoti123
    @devahoti123 2 ปีที่แล้ว +1

    Tumar content birat bhal aru positive.Strong thakiba.Dehar le bohut morom aru best wishes.
    Bohut morom aru hugs from Melbourne

  • @Kuwalidutta123
    @Kuwalidutta123 2 ปีที่แล้ว +5

    I feel bad for you but try to move on my strong woman. Love you loads.

  • @Bijoy6544
    @Bijoy6544 2 ปีที่แล้ว

    আগুৱাই যাওক বাইদেউ।। ভিডিঅ'টো চাই বহুত দুখ লাগিল।।

  • @anweshadevibaruah6933
    @anweshadevibaruah6933 2 ปีที่แล้ว +8

    Very emotional video ❤️

  • @Rimagogoi20
    @Rimagogoi20 2 ปีที่แล้ว +2

    ভাল থাকা তোমালোক ♥️ যি নহওঁক বহুত strong তুমি বা আৰু এনেকৈয়ে থাকা strongহৈ😊♥️ কুশলে থাকা সদায়

    • @nehaslifens7705
      @nehaslifens7705 2 ปีที่แล้ว +1

      Mur vlogs buru sbo sun deii 😊 subscribe kri dbo... Support kribo ¦

  • @bornaliphukon2283
    @bornaliphukon2283 2 ปีที่แล้ว +3

    God bless you both..♥️♥️

  • @Manash-protim-borah
    @Manash-protim-borah 2 ปีที่แล้ว

    আগবাঢ়ি যোৱা বা। ভাইটিটোৰ সৈতে আগবাঢ়া, ভাল মানুহ হওক ভাইটি।

  • @priyaborah3625
    @priyaborah3625 2 ปีที่แล้ว +4

    Be strong and always stay happy with your son

  • @pompihazarikaphukan7778
    @pompihazarikaphukan7778 2 ปีที่แล้ว

    Tumak aru dehak bhogobane vle rakhok....tumi aru aguai jua

  • @lipikadas5107
    @lipikadas5107 2 ปีที่แล้ว +13

    Be strong...Always keep smiling,it will give you strength to move on and to give Deha a bright future ...😊

  • @AbhijitDas-kj7mz
    @AbhijitDas-kj7mz 2 ปีที่แล้ว

    ভগৱান e গম নোপোৱা ke পাপা k আহিব দিয়া soon, katha tu xuni kenekuwa feel hoise moi bujabo nuwarim. 🥺🥺

  • @achyutphukon5131
    @achyutphukon5131 2 ปีที่แล้ว +3

    Crush ba😍

  • @aninditasvlogstayhealtyeat3343
    @aninditasvlogstayhealtyeat3343 2 ปีที่แล้ว

    o ponkhi ba hsai soku pani ulai gol... bhogobane tumak xokti diok.god bless u deha

  • @hbvlog4249
    @hbvlog4249 2 ปีที่แล้ว +8

    Happy birthday vindo 🥰

  • @DhanGistSummaries
    @DhanGistSummaries 2 ปีที่แล้ว +3

    Many more happy returns of the day
    to your love one :)

    • @nehaslifens7705
      @nehaslifens7705 2 ปีที่แล้ว

      Mur vlogs buru sbo sun deii 😊 subscribe kri dbo... Support kribo ¦

  • @rodalidevi2862
    @rodalidevi2862 2 ปีที่แล้ว

    Xosakoi bht lagil oo video 2 sai😢😢. Xodai sahoshi hoi thakiba dei baa. Aru bhogobane deha aru 2mak bhle agbahi jaboloi sahosh deok takei akha korisu

  • @dharitreekonwar2205
    @dharitreekonwar2205 2 ปีที่แล้ว +3

    ❤️❤️❤️

  • @mallikasahnajbegummainu4525
    @mallikasahnajbegummainu4525 ปีที่แล้ว

    সঁচাকৈ তোমাৰ কথাবোৰে মোক কন্দুৱাই দিলে আজি প্ৰথম তোমাৰ ভিদিও চালোঁ। আগুৱাই যোৱা । দেহাক বহুত বহুত মৰম দিলোঁ। দুখ বোৰ পাহৰি সুখী থাকা। তুমি বৰ্তমান কত থাকা?

  • @priyankadutta3326
    @priyankadutta3326 2 ปีที่แล้ว +3

    Vale thka 2mluk..

  • @munmigogoi9837
    @munmigogoi9837 2 ปีที่แล้ว

    Kandi golu ,,,bhut dhukh lagil ,vgobane 2mk hahokh diyok

  • @Minakshichakravarty31
    @Minakshichakravarty31 2 ปีที่แล้ว

    ufff xosakoi dei bor kostokor kotha. Soku pani ulai gol😰😰.tmulak xodhai vale kushola thaka dei ponkhi🥰😍. Tmr logt xosakoi bhut kotha patibo mon goisa tmr kotha bur xuni. Aibilk vabibo a nuwaru o. Tmi bhut strng hoi dei. Dehak bhut bhut morom.

  • @AbhijitDas-kj7mz
    @AbhijitDas-kj7mz 2 ปีที่แล้ว

    He adin bahut dangor manuh hobo. Ashirwad thakil.. ❤️❤️❤️❤️

  • @janmonisaikia3288
    @janmonisaikia3288 2 ปีที่แล้ว

    Aibur sabo nuari kolija bikhai. Ba tmi vle thaka. Deha vale thakok. God bless🙏

  • @niruraj2610
    @niruraj2610 ปีที่แล้ว

    Pankhi tumak log pabo bohut ischa😢😢😢 val lage tumar protitu kotha . Moiu ajoni suwali hisape bohut dhuk feel korisu

  • @mayurimachetia5429
    @mayurimachetia5429 2 ปีที่แล้ว +1

    দুখ লাগিল । আপুনি আৰু দেহা ভালে থাক ক

  • @ankita_devi7
    @ankita_devi7 2 ปีที่แล้ว +1

    aaiioo deha tu🥺😘😘😘khodai akhirbad thakibo amar tar lgt...vindw r pray tu thakiboi tumalukor lgt ako

  • @parideka7597
    @parideka7597 2 ปีที่แล้ว

    Dhukh nokoriba vogoban ase aguai jua

  • @SimaJaanat-do3uf
    @SimaJaanat-do3uf ปีที่แล้ว

    2mi khodai hahi thakiba ♥️ be strong 2mi kandile val nalage. Moi soku pani rokhabo nuwaru o pls dukhot nathakiba😢

  • @rubideka4030
    @rubideka4030 ปีที่แล้ว

    Bhut dukh lagil vedio2 sai...aguai jua 2mi ru xodai vale thaka... Dehak val manuh hisape garhi tula.. best of luck... ❤❤❤

  • @ShibanandaRoy-d9x
    @ShibanandaRoy-d9x ปีที่แล้ว

    Video TU sai bohute dukh😢 lagile ponkhi ba moy gom poya nasilo j tumar manuh Jon ni aji ha gom palu ponkhi ba deha tumalok jotei thaka vale thaka ❤❤❤❤

  • @urmilagogoi6261
    @urmilagogoi6261 2 ปีที่แล้ว

    Bhogobane tumk hokti diyok..aguai jua jibon judhot.tumrlukr loi bht morom deha hodai valei thakok aru lgte tumiu.buku khon bikhai gol tumr kotha khini huni buji pau apun ajonk heruar dukh ki..

  • @dichangdeuri1242
    @dichangdeuri1242 2 ปีที่แล้ว

    বৰ দুখ লাগিল চকুপানী ওলাই গ'ল।তোমালোক দুয়োটাই সাহসেৰে আগবাঢ়ি যোৱা ।

  • @VisionVoyage-i2t
    @VisionVoyage-i2t 2 ปีที่แล้ว +1

    Deha ru tumi vhle thaka ba.❤.. Vogobane tumalukk vhle rakhok... Tumk ru hokti diok... 🙏

  • @rubiabegum6223
    @rubiabegum6223 ปีที่แล้ว

    Tmr jbn ru dehar jbn bht vle jawk axa kru tumaluk dujon hpy thaka ru agloi jwa 😘 deha pwali tu bht cute wow so cute boy 🥰🥰

  • @DibikaRabha-o5d
    @DibikaRabha-o5d ปีที่แล้ว

    Bhut val lage baak vale thaka hodai akbarhijawa hodai jibontu dhuniake

  • @biswsnatharbuwarianju2330
    @biswsnatharbuwarianju2330 2 ปีที่แล้ว

    ভিডিঅ'টো চাই থাকোতে কেতিয়ানো চকুপানী ওলাই গ'ল গমেই নাপালোঁ,,, ইমান অকনমানি ল'ৰাটো বহুত কথাই বুজা হৈ উঠিছে,, তুমি আৰু দেহা ভালে থাকা,,,

  • @kushalborgohain5174
    @kushalborgohain5174 ปีที่แล้ว

    Pangkhi ba tumar video sai val lage kintu tumar kothabur hunile mur bohut dukho lage aru dehar kothabur mane dehaiemanei buji pai aru buji pua hokti ase hei karone besi val lage dehak deha tumi hukhi hua aru dangr manhu hua❤❤❤❤❤❤

  • @tishnanath3097
    @tishnanath3097 2 ปีที่แล้ว

    Deha aru tomi aguyai joya.... Bohut morom 2 taloi....

  • @bhitalibhuyan1588
    @bhitalibhuyan1588 2 ปีที่แล้ว +1

    Bhogobane agborhai niyok duyoke...Ba adin tumar" Deha" dangor hoi tumar xokolu dukh dur kribo...takai kamona krilu..ako niii manuhor jibonot dukh thakei..mur o papa niii ..kin2 tumar dore mur o mai muk bohut kostor majere dangor Krisa..aru aji moi ji hoi kebol mar krne hoi...Love you ba..Bhale thakiba

  • @joyshreeborah7364
    @joyshreeborah7364 2 ปีที่แล้ว

    Ponkhi ba tumak xosai bohut val lage aru deha ku bohut besi tumi eman dukhr majotu dehak eman vl dore bujai disa xuni bohut vl palu xodai dehak ane dore bujaba jate dangor hoi dehai tumak bujini dibo pare xi jate deutakor onuposthiti onuvob nokore tumar logot abar kotha patibo bohut mon ase abar pora tumi eman ata xundor video upload korisa bohut besi vl lagil 🥰

  • @missdrishawould7599
    @missdrishawould7599 2 ปีที่แล้ว

    Video sai muru sokupani ulai gol. Tumi bohut strong hoi. Ru hodai a priyo