ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
app.adjust.net.in/1a3mvnmxপ্ৰথমেই নমস্কাৰ গ্ৰহণ কৰিব 🙏 আমি আজি আপোনালোকৰ মাজলৈ আকৌ এখন নতুন চুটি ছবি লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব । লগতে জনাও যে এই ছবি খনৰ কাহিনী ভাগ সম্পূৰ্ণ ৰূপে কাল্পনিক । আৰু এই কাহিনীটোৰ জৰিয়তে আমি কাৰো মনত আঘাত দিব বিচৰা নাই । যদিহে অজানিতে কাহিনী ভাগত কিবা ভুল হৈছে নিজৰ মাজৰে এজন বুলি গঠনমূলক ভাবে ভুলবোৰ আঙুলিয়াই দিব 😊 আশা কৰোঁ সকলোৱে আগৰ দৰেই মৰম দিব । ধন্যবাদ । জয় আই অসম ❤
Lakhimpurar lokhimi thoka suwali joni new short film lage
Thank you❤ for this
@@RikheswariSaikiabaa tumar number tuk diba neki?❤❤❤
yes lagi
সকলো বোৰ ঠিকেই আছে কিন্তু, হিন্দু মুছলমানৰ মাজৰ প্ৰেম কাহিনী টো আৰু বেলেগ কেও বনাব পাৰিলা হৈ ন..? বাকী যি কি নহওঁক... সাগৰ ভিডেও বোৰ চালে চাই থাকিব লগীয়া হৈ ...💙👍🏻
জাতি ধৰ্মৰ বাবে কিমান যে ভালপোৱা আধৰুৱা হৈ ৰয়।কিমান যে সপোন ভাগি চাৰখাৰ হৈ যায়, এটা সঁচা কাহিনী আগবঢ়াই দিলা দাদা🥺❤️
Muru hoise😢😢
@@dimpigogoi4208kr lgt ou maina
@@dimpigogoi4208love jihad
Right
@@dimpigogoi4208mur u hoise oo
ঠাইখন নিজৰেই সেইবাবে সদায় আপোন। লগতে অভিনেত্ৰী গৰাকী গাঁৱৰে ছোৱালী। কাহিনীটোও নিজৰ লগত কিছু অংশ মিল থকা। প্রেমে কেৱল প্ৰাপ্তিকেই নুবুজাই প্রেম মানে আশা, প্রেম মানে সপোন প্রেম মানে জীৱন। জাতি, ধর্ম, বৰন চাই প্রেম নহয় প্রেম হয় দুখন হৃদয়ৰ প্রবিত্ৰ মিলনেৰে। কাহিনীটো ভাল লাগিল।। কাহিনীটোত যদিও ধৰ্মৰ বাবে তেওঁলোকৰ মিলন নহল তথাপি দুয়োজনৰ হৃদয়ত দুয়ো ৰৈ যাব চিৰযুগলৈ।।। 🎉
Kot hoi jegatu
Lakhimpur @@tpmultimedia
নিজৰ অভিনয়ে আনক কন্দুৱাব আৰু হহোঁৱাব পৰাটো এই হৈছে এটা ডাঙৰ গুণ !! কি কম তোমালোকে ইমান সুন্দৰ অভিনয় কৰিছা !! শুভেচ্ছা থাকিল !! সমাজত হৈ থকা কাহিনী বোৰক এনেকৈ ডাঙি ধৰা বাবে ধন্যবাদ সাগৰ দা !!! ❤️🩹🥺
জাতি ধমৰ বাবে কিমান যে ভালপোৱা আধৰুৱা হৈৰয়কিমান যে সপোন ভাগি চাৰখাৰ হৈ যায় ।এটা সচা ভাল কাহিনী আগবঢ়াই দিলা ভাল লাগিল ❤️🥰🥰
কেৱল লৰা বুলিয়ে নকও .... কিন্তু এজন লৰাৰ মনৰ পৰা আতৰি যোয়া জনিৰ বাবে যে কিমান বুকু দাথি কান্দিব লগা হয় , যোৱাজনে হে অনুভৱ কৰিব পাৰে। .....ভাল লাগিল চাই ❤...
Dhuniya hoise.vl lgil sai .nice concept
জীৱনটো এটা সৰল অংকয'ত দুখ বোৰ যোগ হয় সুখ বোৰ বিয়োগ হয় আনন্দ বোৰ হৰণ হয়বেদনা বোৰ পূৰন হয় আৰু বাকি থাকে আশা যিকেতিয়াও শেষ নহয় ভাল লাগিল ছাই
নদী সদায় বৈ বৈ সাগৰত পৰেসাগৰ দা কথা বোৰ শুনি প্ৰেমত পৰো পৰো লাগে😊
Ohh xosa reeh poru poru lagi Jai
4:25
সাগৰদা তোমালোকৰ ভিদিও চাই বহুত ভাল লাগে ❤❤❤
Actorni...jui acting kri se re....Boxut val hoisa...dil se TQ neha baideo
Bohut val lagil, আবেগিক হৈ porilu, love❤from Kokrajhar
বৰ্তমান সময়ত চলি থকা এক চিৰসত্য কাহিনী।। বহুত ভাল লাগিছে ❤।।।।। love from Boko🎉❤..
From boko 😊❤
দুনীয়া হৈছে দেই দাদা ❤❤❤❤Nice
সাগৰে জানে নদীয়ে কি বিচাৰে,সেয়েটো জনমে জনমে সাগৰো নদীৰ বাবে ৰৈ থাকে।❤️
তোমালোকৰ অভিনয় চাই চকুপানীবোৰ ৰখাব নোৱাৰিলো 😢 সচাঁই সুন্দৰ হৈছে ❤❤❤
❤অতি সুন্দৰ বাতাৱৰণ সৃষ্টি ❤ সচাঁ ভাল পালে কোনো জাতি ভেদ, উচ্চ_নিচ বুলি কোনো কথা নাথাকে, ছবি খনি চাই বহুতে ভাল লাগিল, তোমালোক সদায় আগুৱাই যোৱা!❤❤❤
Vl lagil Sai video tu aru ata notun video Pam buli joldi asha thakil
Dipshikha baa joni acting kintu🔥❤️
Bht emotionally lvstry ❤️❤️🥺🥺Awesome acting sagar da aru dipsikha baa 🥰
দাদা বহুত বহুত ভাল লাগিল চাই।আৰু কেতিয়াকৈ আহিব পিচৰ সন
Vl lagil sai next part ❤❤❤❤❤diba ❤❤
❤❤❤❤❤❤❤❤❤❤❤
বহুত বেছি মৰম❤আগুৱাই যোৱা❤️🙏....ইমান বেছি নাকান্দিবা অঅ দুখ লাগে মোৰৰৰ🥲
প্ৰেমৰ অনুভুতি মনৰ পৰা হয় আৰু বহুতৰে এনেকুৱাই হয় চাগে জাতি, ধৰ্ম, ভাষা, পাৰ্থক্যই সচাঁ ভালপোৱাৰ দুখন হৃদয়ৰ সম্পৰ্ক ভাঙি থৈ যায়
Apunalok gote kaita aguai jaok ❤❤aru apunalokor video si bohut vll lge dada
Anekuwa akhon short film diya babe bohut bohut dhonyobad sagar Bhai next part tu lage❤
Kune Kune short filim khon oha babe val paise like kora ❤
Ike lga judi you tube ot video diya bruh hala lgi goisa sai saib
@@GiviGin baperor Mur tu toi de
ভাল পোৱা বোৰ এই কিবা একোটা নিমিলা অংক , মন মিলিলে বয়সে নকয়, আকৌ বয়সে কলে জাতিয়ে নকয়... মুঠতে ভাল পোৱা বোৰ একো একোটা নিমিলা অংক ... যিবোৰ কেতিয়াও ঘৰে/সমাজে নুবুজে, আৰু বুজিব ও চেষ্টা নকৰে 😢
Really koisu rati 11 ta bajile soku tuponit puri goise Tothapiu tumr video sai asu,,, excellent bro keep it up
Bohut val lagile ❤❤
সমাজত ঘটি থকা এটা সত্য ঘটনা। বহুত সুন্দৰ উপস্থাপন ❤
Topic2 uprt 2nd part huwa hole val asil...bohut val lagil sai acting hundor hoise...
Ghorr Aru Homajor Val honskar puwa lora suwali a ketiau homajok aru poriyalok Apomanito Kori nijor jibon godibo nuware.Ayai eyat Buja goise....Val lagile video Tu sai❤❤❤❤❤❤
বহুত বহুত বেছি ভাল লাগিল সাগৰ আগুৱাই যোৱা❤
Dipsikha jni ouu morom lga❤
Dipsikha jni oui morom lga ❤
Acting mja krse❤❤duijone
Aioo amr Vaity tu ru Khuri jni... Bor morom loga deii❤
মৰমলগা অভিনয়। মৰমলগা কাহিনী।
Dhunia hoi se dada😊❤
Tumar potek khon sobi a val lage sagor...❤❤❤
Dipsikha tur acting mne jui🔥
Mujjang
Moina tumi jui
Tumar horaful film khon ketiyau dibo
Apunar short film buru vll lge dei dada❤
❤❤❤❤
❤❤❤❤❤
Mur lgt hoi juwa eti khosa kahini 😢❤
Camera quality akdom 🔥😊
bohut dhuniya lagise 🥰🥰anekuwa Lagile nijr lgt howa kahini he
Neha ru robi r ru akhon short film pam buli akha thakil ❤ ...... Short film khon saii vl lagil.....😊
Sagor tumr protiti video sau mor bht vl lge agg bahi jua
Moina baak lole besi val lage toma lokor video sai❤❤
বহুত ধুনীয়া হৈছে ভাই...❤👍👌
শেষত সঁচাই emotional 😢 কৰি দিলে 😢😢
Dhuniya lagil sai short film khon ❤
Dipshikha ba tumi aru agbahi jua val lagil sai ❤️
Short film খন বহুত ভাল হৈছে সৌৰভ দা
Val lagile sai dada❤❤❤❤❤❤❤
Romantic ase kintu video tu❤❤
Ba joni bhut morom lage 😊❤
Bht bht xundr hoise.... ❤❤❤
Dada naxt pat deya eiyar❤❤❤❤❤ mojja lakshe❤❤
Makosom Kela sokupani ulai gol naojaan pora sai asu ❤❤❤
Bohut bohut vl lagise sai parts 2 lage
সুন্দৰ হৈছে ❤ বয়সৰ কথা নাই
Val lagile sai sagar da ❤❤🎉😊
❤❤🎉🎉
Hey lipika. ❤
Hosake suwali joni bohut morom loga next part ketiya ahibo aakha korisu nice love story ❤❤❤
ভাল লাগিছে চাই আৰু লাগে ❤
❤ bohut vl lagy dei apunalokor video sai❤
So sweet dada tumar short film Sai bohut bhal lage ❤❤love from Dibrugarh ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤bohut morom tumalukor loi😊😊❤❤❤❤❤❤
Moro Mane bahal lagil
Mojja lagise video tu 💞💞💞💞
bohut dhuniya hoise❤ next shortfilm akangkhaya logt lage😊
Khota kheni huni bhut val lagi se aru akon man hahi utise❤
Golgaghat or pora kune kune sai asa like kora 🫶
বহুত ধুনীয় হৈছে অভিনয় ❤❤❤
😢😢😢😢 please next part vote for next part 🎉
Vl lagil dipsikha aru tumaku
Dada apunar short film bur kio baru himan heart tach kore bohut bhal lage apunar short film bur Sai June dadar short film bur bhal puwa like korok❤
Eman morom loga suwali kijoni kot nu pai hoi sagor da❤😊
🌷 Lots of Love from dipsikha's bff ❤💥🌺
Moi A2 bisari bisari saisu FB t olp salu vl lgile ako eat saisu❤️❤️dhunia hoi bht ❤️❤️
Next part lge plz❤❤❤
Xosakoi bohut val lagil vdo tu sai
Next part lage❤❤❤❤
Waoo😊 great acting skill 👌 lots of love to you both❤
Suwali jni kiba ata mrm lga ❤🙂
মোৰ লগতো এনেকুৱা কাহিনী হৈছে দেই 🤭সুন্দৰ কাহিনী সুন্দৰ অভিনয় ভাল লাগিল ❤❤আমাৰো নতুন ছুটি ছবিখন সকলোৱে চাব friend হৈ লব ভাল লাগিব ❤
Bohut vl lgile sai sagor da❤
Dada next part lagibo
Short film r part nahe
Otitor kotha bur jipal hoi gol mur thanku bro ..... Nice video.... God bless you ....
Mja lgse da ❤ aro khon kale next video lge da ❤
সঁচাই দেই বহুত ভাল লাগিল সাগৰ দা ❤❤❤❤
Mor logot sem etu kahani tu 😢
Hoi naki
@@sunilbarman7005 oh
Eman dhunia lagisa❤❤❤❤
Hosai video to chai bohut kosto lagil 😢😢But part 2 lage dada
Dhuniya.... Kin2 Story 2 Bhut suti hol Next part 2 pam Buli akha Korilu.. Love from Lakhimapur 🎉
❤❤❤চিনেমাত i❤ moja দিছে দে ভাল লাগিলে 🥰🥰🥰
Emn duniya be ❤ ata fast time Assamese shotfilim saisu
Dada apunar video sai bohut val lage ❤
Moja lagise robi da and Neha ba 😊😊🎉🎉🎉🎉 like kara
Congratulations dipsikha❤ bhut dhunia hoise ❤😍
Dada newt part to kitiya sabo pam bohut mojaa lagil sai ❤❤❤❤❤❤❤❤❤
app.adjust.net.in/1a3mvnmx
প্ৰথমেই নমস্কাৰ গ্ৰহণ কৰিব 🙏 আমি আজি আপোনালোকৰ মাজলৈ আকৌ এখন নতুন চুটি ছবি লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব । লগতে জনাও যে এই ছবি খনৰ কাহিনী ভাগ সম্পূৰ্ণ ৰূপে কাল্পনিক । আৰু এই কাহিনীটোৰ জৰিয়তে আমি কাৰো মনত আঘাত দিব বিচৰা নাই । যদিহে অজানিতে কাহিনী ভাগত কিবা ভুল হৈছে নিজৰ মাজৰে এজন বুলি গঠনমূলক ভাবে ভুলবোৰ আঙুলিয়াই দিব 😊 আশা কৰোঁ সকলোৱে আগৰ দৰেই মৰম দিব । ধন্যবাদ । জয় আই অসম ❤
Lakhimpurar lokhimi thoka suwali joni new short film lage
Thank you❤ for this
@@RikheswariSaikiabaa tumar number tuk diba neki?❤❤❤
yes lagi
সকলো বোৰ ঠিকেই আছে কিন্তু, হিন্দু মুছলমানৰ মাজৰ প্ৰেম কাহিনী টো আৰু বেলেগ কেও বনাব পাৰিলা হৈ ন..?
বাকী যি কি নহওঁক... সাগৰ ভিডেও বোৰ চালে চাই থাকিব লগীয়া হৈ ...💙👍🏻
জাতি ধৰ্মৰ বাবে কিমান যে ভালপোৱা আধৰুৱা হৈ ৰয়।
কিমান যে সপোন ভাগি চাৰখাৰ হৈ যায়, এটা সঁচা কাহিনী আগবঢ়াই দিলা দাদা🥺❤️
Muru hoise😢😢
@@dimpigogoi4208kr lgt ou maina
@@dimpigogoi4208love jihad
Right
@@dimpigogoi4208mur u hoise oo
ঠাইখন নিজৰেই সেইবাবে সদায় আপোন।
লগতে অভিনেত্ৰী গৰাকী গাঁৱৰে ছোৱালী।
কাহিনীটোও নিজৰ লগত কিছু অংশ মিল থকা।
প্রেমে কেৱল প্ৰাপ্তিকেই নুবুজাই প্রেম মানে আশা, প্রেম মানে সপোন প্রেম মানে জীৱন।
জাতি, ধর্ম, বৰন চাই প্রেম নহয় প্রেম হয় দুখন হৃদয়ৰ প্রবিত্ৰ মিলনেৰে।
কাহিনীটো ভাল লাগিল।।
কাহিনীটোত যদিও ধৰ্মৰ বাবে তেওঁলোকৰ মিলন নহল তথাপি দুয়োজনৰ হৃদয়ত দুয়ো ৰৈ যাব চিৰযুগলৈ।।। 🎉
Kot hoi jegatu
Lakhimpur @@tpmultimedia
নিজৰ অভিনয়ে আনক কন্দুৱাব আৰু হহোঁৱাব পৰাটো এই হৈছে এটা ডাঙৰ গুণ !! কি কম তোমালোকে ইমান সুন্দৰ অভিনয় কৰিছা !! শুভেচ্ছা থাকিল !! সমাজত হৈ থকা কাহিনী বোৰক এনেকৈ ডাঙি ধৰা বাবে ধন্যবাদ সাগৰ দা !!! ❤️🩹🥺
জাতি ধমৰ বাবে কিমান যে ভালপোৱা আধৰুৱা হৈৰয়
কিমান যে সপোন ভাগি চাৰখাৰ হৈ যায় ।এটা সচা ভাল কাহিনী আগবঢ়াই দিলা ভাল লাগিল ❤️🥰🥰
কেৱল লৰা বুলিয়ে নকও ....
কিন্তু এজন লৰাৰ মনৰ পৰা আতৰি যোয়া জনিৰ বাবে যে কিমান বুকু দাথি কান্দিব লগা হয় ,
যোৱাজনে হে অনুভৱ কৰিব পাৰে।
.....ভাল লাগিল চাই ❤...
Dhuniya hoise.vl lgil sai .nice concept
জীৱনটো এটা সৰল অংক
য'ত দুখ বোৰ যোগ হয়
সুখ বোৰ বিয়োগ হয়
আনন্দ বোৰ হৰণ হয়
বেদনা বোৰ পূৰন হয়
আৰু
বাকি থাকে আশা
যি
কেতিয়াও শেষ নহয়
ভাল লাগিল ছাই
নদী সদায় বৈ বৈ সাগৰত পৰে
সাগৰ দা কথা বোৰ শুনি প্ৰেমত পৰো পৰো লাগে😊
Ohh xosa reeh poru poru lagi Jai
4:25
সাগৰদা তোমালোকৰ ভিদিও চাই বহুত ভাল লাগে ❤❤❤
Actorni...jui acting kri se re....
Boxut val hoisa...dil se TQ neha baideo
Bohut val lagil, আবেগিক হৈ porilu, love❤from Kokrajhar
বৰ্তমান সময়ত চলি থকা এক চিৰসত্য কাহিনী।। বহুত ভাল লাগিছে ❤।।।।। love from Boko🎉❤..
From boko 😊❤
দুনীয়া হৈছে দেই দাদা ❤❤❤❤Nice
সাগৰে জানে নদীয়ে কি বিচাৰে,
সেয়েটো জনমে জনমে সাগৰো নদীৰ বাবে ৰৈ থাকে।
❤️
তোমালোকৰ অভিনয় চাই চকুপানীবোৰ ৰখাব নোৱাৰিলো 😢 সচাঁই সুন্দৰ হৈছে ❤❤❤
❤অতি সুন্দৰ বাতাৱৰণ সৃষ্টি ❤ সচাঁ ভাল পালে কোনো জাতি ভেদ, উচ্চ_নিচ বুলি কোনো কথা নাথাকে, ছবি খনি চাই বহুতে ভাল লাগিল, তোমালোক সদায় আগুৱাই যোৱা!❤❤❤
Vl lagil Sai video tu aru ata notun video Pam buli joldi asha thakil
Dipshikha baa joni acting kintu🔥❤️
Bht emotionally lvstry ❤️❤️🥺🥺
Awesome acting sagar da aru dipsikha baa 🥰