কঁপি গল সকলো||অৱশেষত আপোনালোকৰ আশীৰ্বাদত ভাইৰেল গোবিন্দ ককাৰ ঘৰৰ পইচা সোমাই গল

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ต.ค. 2023
  • Virel_Gubindo_Koka

ความคิดเห็น • 37

  • @dipupatangia9860

    অতি সুন্দৰ।

  • @bababorah9085

    ইমান পুৰণি যিতো দ'লৰ কাৰণে তেওঁৰ মৰম তেওঁলোকে ক'কাক ঘৰ এটাও দিব নোৱাৰাতো লাজৰ কথা। সেই ক্ষেত্ৰত এতিয়াৰ চৰকাৰক ধন্যবাদ। এনেকুৱা মানুহে ঘৰ আগতেই পাব লাগিছিলে।

  • @dalimikonwar3968

    Aji videotu sai bhut vl lagil so Biplab da loi bhut bhut dhnybad thakil

  • @nabajyotichetia51

    ককাৰ লগত সম্পৰ্কটো এনেদৰেই থাকিব বুলি আশা ৰাখিলোঁ। কাৰণ ৯৯% মানুহেই স্বাৰ্থপৰ।

  • @hirokdeuri9213

    Biplab daa k bohut dhanyabad jonaisu...

  • @user-sf8td9um7x

    E mozzaaa

  • @user-sq5gh9vr4n

    ভাল কথা

  • @dharmapegu9477

    ককা ধন্যবাদ

  • @minudey7657

    ককায়ে যেন এইদৰে সকলোকে হাঁহিৰ খোৰাক যোগায় থাকে তাৰ বাবে আশীৰ্বাদ থাকিল 🙏🙏

  • @RanjitDowarah365

    😂😅🤣😂😂 val lagil,,,

  • @JayantaJay-mf5ts

    Ati hundor ..god beles y....❤❤❤❤

  • @Akash-oh2hk

    Nice video ❤

  • @TFS_RECORDS

    Outsanding

  • @banitachutia2850

    Nice video

  • @arunborah85

    Koka r Toka keita homowa dekho bahut Val lagil

  • @bhubanhazarika8109

    Apuni ajir pora eku nokobo dei....right....

  • @rajani149

    ককাৰ খবৰ টো পাই আমাৰ ও মন টো ভাল লাগি গল...😊😊😊 যোগ্য জনে তেওঁৰ প্ৰাপ্য সদাই পোৱা উচিত..!! আৰু ককাৰ এই সৰু ঘটনা টোৱে সাধাৰণ নাগৰিক লৈ এটা শিকণি দিলে...🤔🤔🤔 গণতন্ত্ৰট কেনেকৈ জীয়াই থাকিব লাগে...🤔🤔 আমাৰ দৰে এখন দেশত যত দুৰ্নীতি সকলোত কৈ বেছি, ইয়াত জীয়াই থাকিবলৈ হলে শুই থকা সিয়াল হলে নিচলিব...😊😊😊 গতিকে মনত ৰাখিব শুই থকা সিয়ালে হাঁহ ধৰিব নোৱাৰে...!!😲😲 তথ্য জনা আইনৰ অধীনত সকলো চৰকাৰী আঁচনিৰ গুৰি লৈকে যাব পাৰি... যদি কোনো আঁচনিৰ পৰা বঞ্চিত হৈছে আৰু আপুনি যদি প্রকিত্ৰ যোগ্য আঁচনি খনৰ বাবে, হাত সাৱটি বহি নাথাকিব। মনত ৰাখিব আঁচনি খন অনা হৈছে কেৱল মাত্ৰ আপোনাৰ লোকৰ সহায় কৰাৰ বাবে। কোনো চৰকাৰী বিষয়াৰ পেট পূহিবলৈ নহয়...😊😊😊 আৰু ইয়াতে শান্ত নহব, ব্যক্তিগত আঁচনিৰ বাহিৰেও আন যি সমূহ আঁচনি বা জন কল্যাণ মুখি কৰ্যমুখি, যেনে ৰাস্তা ঘাট, দলং, স্কুল, মথাউৰি নিৰ্মাণ, গৰা খহনীয়া ৰোধ কৰা ইত্যাদি টাটো মাত মাতক। সদাই মনত ৰাখিব প্ৰতিটো পইচা যি ৰাইজৰ কল্যানত খৰচ কৰা হৈছে প্ৰতিটো পইছাই ৰাইজৰ কৰ কটোলৰ মাজেৰে সংগ্ৰহ কৰা... গোবিন্দ ককাই কোৱাৰ দৰে, কাৰো বাপেকৰ ঘৰৰ পৰা দিয়া নাই। সেই হিচাপত মই তেখেতক বহু জ্ঞানী বুলিয়েই কম.... বহু শিক্ষিত লোকেও তেখেতৰ দৰে বিচাৰ কৰিব নাজানে। ৰাইজৰ টকাত কেৱল ৰাইজৰ অধিকাৰ। চৰকাৰ খন এই কাৰণেই গঠন কৰি দিয়া হৈ, যাতে তেওঁ লোক ৰাজধানী লৈ গৈ, ৰাইজৰ চোৱা চিতা কৰে, ৰাইজৰ উপকাৰ কৰে... কিন্তু ৰাজধানী লৈ গৈ ব্যক্তিগত সম্পত্তি আহৰণত লাগি যায়.. ৰাইজে শুই থকা বা মনে মনে থকাই ইয়াৰ এক মাত্ৰ কাৰণ। গতিকে গোবিন্দ ককাৰ দৰে হওঁক.. গণ তন্ত্ৰত কেনেকৈ জীয়াই থাকিব লাগে শিকক আৰু আনকো সিকাও ক নহলে মুখৰ ভাত এনে কাঢ়ি নি খাব...🤔🤔🤔 শেষত youtuber গৰাকীয়ে ককাৰ বিশই টো ৰাইজৰ মাজলৈ লৈ অনাৰ বাবে তেওঁ কো ধন্যবাদ... সকলোৱে এনে সামাজিক সংস্কাৰৰ কামত অংশ গ্ৰহণ কৰক। জয় আই অসম...😊😊😊 কলেই নহব কৰি দেখুৱাব লাগিব...!!! 🙏🙏🙏

  • @SanjoyGogoi-vg2iq

    Bohu val lagil huni apuni mohan kokak help korababae

  • @jitugogoi6098

    Tumi xohai korila kokak, bhal hoise.