POPIYA TORA || MAA || Zubeen Garg
ฝัง
- เผยแพร่เมื่อ 13 ก.พ. 2019
- ♪ DOWNLOAD/STREAM FROM THE BELOW LINKS ♪
Deezer- www.deezer.com/album/86660442
iTunes/Apple Music- itunes.apple.com/album/id1451...
Spotify- open.spotify.com/album/5nJYiF...
Amazon.com/Amazon Music- www.amazon.com/Popiya-Tora-Si...
Google Music/Google Play Store- play.google.com/store/music/a...
Napster- us.napster.com/artist/zubeen-...
JioSaavn- www.jiosaavn.com/album/popiya...
Gaana- gaana.com/album/popiya-tora-s...
Wynk- wynk.in/music/album/popiya-to...
Hungama- www.hungama.com/song/popiya-t...
View more at: www.hungama.com/song/popiya-t...
● FOR CALLER TUNES ●
Vodafone users dial - 53711018535
Idea users dial - 5678911018535
Airtel users dial - 5432116803033
♬ AUDIO CREDITS ♬
Song - POPIYA TORA
Singer - ZUBEEN GARG
Music, Composition - ZUBEEN GARG
Lyrics - RAHUL GAUTAM
Mix & Mastered by - BHUPESH SAIKIA
● AVAILABLE ON ●
Deezer, iTunes/Apple, Spotify, 24/7 Entertainment GmbH, 7 Digital, AGEDI (Orchard), Amazon Digital Services Inc, Anghami, Audible Magic, AWA, BMAT, Bugs Corporation, BuzzAngle, CJ DIGITAL MUSIC, Dixero, Dibop, Facebook, Fizy, Flipagram, Gaana, Google Music, Gracenote, HD Tracks, HighRes Audio, idea Music, iHeartRadio, InternetQ SA dba Akazoo, Jaxsta, KKBOX, Library Ideas / Freegal, Line, LOEN, MediaNet, Mondia Media, Muska, Muso, Napster, Neurotic Media, Pandora, PERSONAL MUSICA, PCM Technologies, Phononet, ProStudioMasters.com Inc, Qobuz, Red Touch Media, Reliance Jio, Saavn, Shazam. Simfy Africa, Slacker, SoundCloud Fingerprinting, SoundExchange, Taihe Music Group, TIDAL, Touchtunes, UMA, Vervelife, Xbox Music, Yandex LLC, Yonder, TH-cam, TH-cam Art Tracks, YG Plus, Super Player, Wynk Music, Zed Russia, Zvooq.
MUSIC LABEL - DHWANI RECORDS
© 2019 DHWANI RECORDS
◆ FOR MORE UPDATES ◆
► LIKE OUR FACEBOOK PAGE - / dhwanirecordsofficial
► FRIENDSHIP WITH US ON FACEBOOK - / dhwani.rec
► FOLLOW US ON INSTAGRAM - / dhwanirecords
► FOLLOW US ON TWITTER - / dhwanirecords
► FOLLOW US ON GOOGLE+ - plus.google.com/u/0/118428092...
► SUBSCRIBE OUR TH-cam CHANNEL - / dhwanirecords - เพลง
অন্তৰ চুই গৈছে ...ইমান সুন্দৰ কথা তাতে আকৌ জুবিন দাৰ মাত❤❤❤
Mithun Rashi June 2022 Monthly Rashifal ৷ Assamese Rashifol Mithun Rashi June 2022 Rashifol l
TH-cam LINK ::::;;; th-cam.com/video/d4WbrObBF3I/w-d-xo.html
উশাহৰ গভীৰ পিয়াহত
তুমি যেন জীয়া চৰাই হৈ....
তুমি যেন পপীয়া তৰা
আকাশৰ বোৱতি নৈ....😍😍
কি যে গান দেহত চুই যায় । জুবিন দা আপুনি
অসমৰ এজন ভগৱান । আপুনি আমাৰ মাজত সদায় এনেকৈ থাকে যেন......।
ক'ব ভাষা নাই.... Love you Zubeen da❤❤
জুবিন দা.. তুমি যেন অসমৰ তৰা
তুমি অমৰ হৈ ৰোৱানা
আকাশৰ বোৱতী নৈ।💕💕
Love you Jubeen daa
Gulshan Nabi Azad moja disa
Lovely songs... Xuni thakileu hepah nopolai
Yes he is a very good singer
Ru aei gantut g dislike krse heiketa Bangladeshi
th-cam.com/video/HovpItOFBUs/w-d-xo.html
#Popiya_Tora awesome cover !! Don't miss this
জুবিন দাৰ গান মানেই বিশেষ একো কোৱাৰ প্ৰয়োজন নাই কিয়নো জুবিন দাৰ গানতে নিজক বিচাৰি পাওঁ, জুবিন দা আমাৰ বিবেক, আৱেগ সৰ্বস্ব..., জুবিন দাৰ এই গানটোৱে আকৌ আমাক সেই জুবিন দাৰ ভুলটো নাচাবা তুমি, মনলৈ উভতি আহে লৰালি আদি গানবোৰলৈ মনত পেলাই দিলে... জুবিন দাৰ কন্ঠ, যি কন্ঠ নুশুনিলেও এদিনও থাকিব নোৱাৰো❤️❤️❤️... ৰাহুল গৌতম দাকো ধন্যবাদ এনেকুৱা এটি ইমান সুন্দৰ গীত আমাক উপহাৰ দিয়াৰ বাবে, এনেকুৱা গীত বোৰ শুনিবলৈ হে অপেক্ষা কৰি থাকোঁ... আজিৰ যুৱপ্ৰজন্মৰ কিছুমান সস্তীয়া গায়কৰ সস্তীয়া গানৰ বিপৰীতে আমাৰ অসমৰ কণ্ঠ জুবিন গাৰ্গৰ এই কন্ঠ❤️❤️❤️ কেতিয়াবা এনে লাগে জুবিন দা আছে বাবেই অসমীয়া সংগীত জগত জীয়াই আছে
Jubeen dar gn gba try kriso abr khuni sba sn n vl lgile pls mor cnl to subscribe koriba ,
Love you zubeen da, moi gaan2 xuni xuni hepah poluwa nai.
আবেগ
😙
এই গানটো প্ৰেয়সীক লৈ গোৱা নে মাকক কোনোবাই কব নেকি
"তোমাতে আদি অনাদি
তোমাৰে নামৰ ৰাগিণী...
... তুমি যেন পপীয়া তৰা
আকাশৰ বোঁৱতী নৈ।"❤
উশাহৰ গভীৰ পিয়াহত তোমাতেই লিখা জীৱনী ........Ufffff 😌💗
Love u Zubeen Daa ❤️
QQ
Right
nice❤😊
অসমৰ আবেগ আপুনি জুবিন দা❤কুশলে থাকক সদায় আৰু আমাক এনে কিছু গাম্ভীৰ্য্যপূৰ্ণ গীত উপহাৰ স্বৰূপে দি যাওঁক❤আপোনাৰ কণ্ঠই মৰহা ফুলকো জীয়াই তুলিব পাৰিব❤
❤️❤️ধন্যবাদ থাকিল আপোনালৈ জুবিন দা । এনেকুৱা এটা ধুনীয়া গীত শুনিবলৈ সুবিধা দিয়াৰ বাবে। কানত ইয়াৰফোন লৈ গানটো শুনি কেতিয়া যে টপোনি আহে গমোকে নাপাওঁ। জয় জুবিন দা।❤️❤️
Vale I KO is a carry nice
অশেষ ধন্যবাদ থাকিল আপোনালৈ।❤️
প্ৰতিটো শব্দ যেন এক অনুভতি যত কেৱল স্মৃতি প্ৰাণ সকলো এই গিতটিত আবদ্ধ হৈই আছে জীয়াই থাকিবলৈ ও শিকোৱো এক অনুভতি ভাষাৰে বুজাব নোৱাৰা এক অনুশিলন আপোনাৰ সুৰীয়া কণ্ঠৰে আমাক জীপাল কৰি তুলিছে জয় জুবিন দা ❤
জুবিন দা মোৰ অতিকৈ প্ৰিয় তেওঁৰ সকলোবোৰ গানেই হৃদয় ছুই যায় শুনি থাকিলেও হেপাহ নপলায় ❤❤❤
মাত্ৰ বিশ বছৰীয়া এজন লৰা ৰাহুল গৌতম। কি শব্দ তোমাৰ!!! তোমাৰ শব্দৰ প্ৰেমত পৰিছো।হৃদয় জোৰাব পৰা, ৰাহুল দা ৰ শব্দ আৰু জুবিন দা ৰ কণ্ঠ!!! 🔥🔥
Xhsake moio Manisu Rahul ok
@@enamulahmed1181 a
@@enamulahmed1181 Ppp
@@enamulahmed1181 ppppppppp0ppl
😍
পুৰণা জুবিন দাক আকৌ ঘূৰাই পোৱা যেন লাগিছে।
ইমান সুন্দৰ কথা গীত টোৰ তাতে জুবিন দাৰ কণ্ঠ😍😍😍😍
❤️❤️❤️💝💝
I love you zubin da💝💝❤️❤️
Benimadhav Basistha right
th-cam.com/video/HovpItOFBUs/w-d-xo.html
#Popiya_Tora awesome cover !! Don't miss this
Qezraucodjyl
উশাহৰ গভীৰ পিয়াহত
তুমি যেন জীয়া চৰাই হৈ__❤.
এটা এটা শব্দ যেন অনুভৱ হয় 🥺
গা- মন যেন সিৰসিৰাই যায় 🥺 ,
সঁচা আচৰিত তুমি , ❤️✨
জয় জুবিন দা 🙏❤️🥺
"জুবিন দা" তোমাৰ সৃষ্টি সদায়ে অতুলনীয়। নাজানো কিয় তোমাৰ গানবোৰে সকলোকে স্তব্ধ কৰি তোলে। তোমাৰ কণ্ঠ সচায়ে যাদুকৰী। ভগৱানক প্ৰাৰ্থনা কৰিছো, তোমাৰ এই অনুপম সৃষ্টিৰাজিৰ ৰেখাদাল এনেকৈয়ে অসীমলৈ লৈ যায় যেন।
Always Love U "Zubeen Da" ❤️❤️❤️
Xei babe amar teo heart through
জয় জুবিন দা । সদায়ে জিলিকি থাকা । শব্দৰ গাঁথনি Short পৰি যায় তোমাৰ কথা কবলৈ। মাথোঁ এটা কথা কওঁ, মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহৰ মাজত জুবিন দা তুমি এজন বিশেষ ।
P
মই বৰ্তমান উত্তৰ প্ৰদেশ ত চি.আৰ.পি.এফ ৰ ট্ৰেইনিং কৰি আছো আৰু যেতিয়া গোটেই দিনটোৰ ট্ৰেইনিং ৰ অন্তত সন্ধ্যা ৰুমত আহি অলপ জিৰাব লওঁ তেতিয়া জুবিন দাৰ কেৱল এটা গান শুনিলে গোটেই দিনটোৰ অৱসাদ দূৰ হৈ যায়।। Love U Jubeen Da 🤟🧡।। জয় আই অসম ❤।।
ও দাদা চি. আৰ.পি. এফ হব লাগিলে কি কৰিব লাগিব?
Ssc gd exam dibo lagibo @@Jitgamer262
Moiyu goi asu 2025 t CRPF t ❤
He Provu ai manuh jonk xodai vale rakhiba🥺🥺🥺😍
জুবিন দাৰ প্ৰতিটো গানৰ নিচিনাকৈ এই গানটিৰ ও প্ৰেমত পৰি গলো... জুবিন দা সচাকৈ আপুনি আমাৰ বাবে ভগবান😘😘😘
Zubeen da god
সচাই দে
একেবাৰে সচাঁ কথা কৈছে
Sosai zubeen da gaan xunile xuni thkb MN jai
Parishmita Sharma mijah
এয়া হ'ল প্ৰকৃত সংগীত,যিয়ে মনত এক শিহৰন জগাই তোলে,ৰাহুল গৌতম শৰ্মাৰ লিখনি আৰু জুবিন দাৰ সুৰ...উফফ্ ভাষা নাই ক'বলে...Love you both You
🙏❤️
গানটি ৰ বিষয়ে ক'বলৈ শব্দৰ প্ৰয়োজন বোধ নকৰো, অনুভৱ খিনিয়ে যথেষ্ট। ❤❤
Hsa...
জুবীন দা মোৰ কবপৰা শব্দ নায় মোৰ আটাইতকৈ প্রিয় জুবিন দা আপোনাৰ সকলো সংগীত মোৰেই নহয় সকলোৰে প্রিয়। love you Zubeen Da ❤️❤️❤️🙏🙏🙏
E'&'&
ব্যস্ততা ভৰা জীৱনৰ মাজত জুবিনদাৰ গীতে মনটো শাত পেলাই দিয়ে... জয় জুবিনদা..
🙏
জুবিনদাৰ "মা"এলবামটিৰ প্ৰতিটো গানেই মোৰ প্ৰিয় | প্ৰতিটো গানেই গাত শিহৰণি তোলে | এনেকুৱা এলবাম আৰু বিচাৰো জুবিনদা |
Riki Saikia সচাকৈ
Yes exetly same I need
Riki Saikia 💖
I LIKE YOU✌
Same muru
Love you Zubeen da ❤❤❤❤
বেলেগ গায়কৰ গীত মাজে মাজে শুনিলেও , জুবিন গাৰ্গ নামটোৱে যথেষ্ট 🙏❤🌍🙏 মোৰ ভগৱান ❤😘❤
জুবিন গাৰ্গ আমাৰ প্ৰাণ ।। হইটো আৰু এজন অসমত নোলাব 👍👍🙏🏼🙏🏼
Moi aji asu bro
জুবিন দাই আমাক যি উপহাৰ দি গৈছে।আমি তেওঁক কি দিছো বা দিব পাৰিছো।ইশ্বৰৰ ওচৰত এটাই প্ৰাথনা জুবিন দা কুশলে থাকক।সংগীত জগতখনৰ এটি পপিয়া তৰা হৈ জিলিকি।
th-cam.com/video/HovpItOFBUs/w-d-xo.html
#Popiya_Tora awesome cover !! Don't miss this
Apunalukor dore manuh aru lage Amar gan bur jilikai thoboloi
Koi goisa nohai koiasa is2pit
Thanks
@@rubuldas8972 Ki koisa is2pit
কি যে একক অনন্য মায়াবী কণ্ঠ।। সুৰীয়া আৱাহন ত বিলীন হৈ যাম যেন অনুভৱ ❤❤❤❤❤ মনৰ হেঁপাহ নভৰে বহুবাৰ শুনিলেও
2024 button ✅👇
Okl 2024 r karne nhoi, Aitu gaan Lifetime r krne...
শুনি থাকিলে শুনি থাকিব মন যায়........ সদায় প্রিয় 🥺🥺🥺❤✨
তুমি অসমৰ প্ৰান, আমাৰ আবেগ, আমাৰ প্ৰেৰণা, আমাৰ সাহস, তুমি মহান আমাৰ জুবিন দা
😊😊
😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
Jai Zubeen da 🙏🌏
🌏🌏মৃত্যু আগ মুহূর্তত যদি কোনোবাই সোধে অন্তিম ইচ্ছা তেনে মোৰ উওৰ হব জুবিন দাৰ গান এবাৰ শুনাই দিয়া🥺🥺🥺🎸🎸
joi zuben daa
Right muru sem answer hobo
Yes
Yes
I love you zuben da🥰
গান মানেই জুবিন দা ।। Awesome Zubeen Da. Love You.
Who listening continuesly more then 20 times 👍👍👍👍👍
জুবীন দা এজন আমাৰ বাবে পপীয়া তৰা যি সদায় জিলিকি থাকে আৰু সদায় জিলিকি থাকিব।🎶🎻🤘❤️❤️❤️
Moi hunisu akloge 50 bar ai gaan2
hisap nai
Aresh Chiring mar karone popiya tora hoi thakiba
Me
more than 50 time
জয় জুবিন দা ,এদিনত একেৰাহে 28 বাৰ লৈকে শুনিছো এই গীত টো তথাপিও মন ভৰা নাই । আপুনি অমৰ হৈ থাকক,।আমাৰ মাজত।
Bhabiboi noaro iman dhuniya gaise Zubeen da ❤❤❤❤❤❤❤❤
জুবিন দা,সচাই তুমি ভগৱান ।।তোমাৰ প্ৰতিটো গান ,সুখৰ,দুখৰ লগৰী।।
Kh
june june jubeen da k ontoror pora bhl pai tar bbe ata hit like ♥️♥️🔥
I'm also
❤️❤️❤️
Love my❤
Me also😍
zubeeNDa😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
Solid ...মানে কবলৈ কোনো ভাষা নাই ইমানেই গভীৰ শিৰা শিৰাই বিয়পি গৈছে ।❤❤❤❤❤
... উশাহৰ গভীৰ পিয়াহত
তুমি যেন জীয়া চৰাই হৈ
তুমি যেন পপীয়া তৰা
আকাশৰ বোঁৱতী নৈ..."
জুবিন দা সদাই যেন আমাৰ মাজত ভোটা তৰা টোৰ দৰে জিলিকাই থাকে। আপোনাক আচলতে কাৰো লগত তুলনা কৰিব নোৱাৰোঁ। জুবিন দা সদাই জুবিন হৈ । থকা টো এই বিচাৰোঁ। love you zubeen da ❤️❤️❤️❤️
Joi Zubeen da
গান মানেই জুবিন দা
জুবিন দা মানেই গান
😍😍
th-cam.com/video/RITmHwdG_ZM/w-d-xo.html
KLM 😁😁
Zubeen da ........🌎😌
দাদা আপোনাৰ কণ্ঠৰ প্ৰেমত সদায় পৰো, বাৰে বাৰে পৰো❤️❤️❤️ আৰু ৰাহুল গৌতমৰ শব্দৰ প্ৰেমত 🔥🔥🔥🔥❤️❤️❤️❤️❤️❤️
সংগীত জগতৰ ভগৱান আমাৰ মৰমৰ জুবিন দা ❤❤
What the voice 😘😘😘...Love u Zubeen da ....
bike
@@sumisarmah6317 lge...?
L
Nice
@@ALLINONE-mc1xf aaaa11@P
vaxa ny .. kobole..xangit jgtr vgaban hoi amr Zubin da 😘😘😘😘😘😘😘😘😘😘😘 lv u Zubin da 😘😘😘😘😘😘😘😘😘
Zubeen lover সকল এটা like দি যোৱা ❤️❤️❤️ জয় আই অসম🥰🥰
Soben dada tome joi
@@farijulmoinamoina-ww9sx ki koli
Hlw tumr question vul hoise vlkoi sua plz...
Jai jubeen da❤
Music is magic and zubeen da is magician❤🥺
তুমি যেন পপীয়া তৰা অাকাশৰ বোঁৱতী নৈ ।
তুমি যেন অাৱৰি ধৰা ভিতৰে বাহিৰে বৈ ,
উশাহৰ গভীৰ পিয়াহত ,
তুমি যেন জীয়া চৰাই হৈ ।
তুমি যেন পপীয়া তৰা অাকাশৰ বোঁৱতী নৈ ।
তোমাতে অাদি অনাদি
তোমাৰে নামৰ ৰাগিণী ,
ওঁঠৰে তৃষা সামৰি
দুহাতৰ কোমল অাঙুলি ।
পৰশি উজাই নামনি
অাৱেগত বাগৰ সলনি
উশাহৰ গভীৰ পিয়াহত
তোমাতেই লিখা জীৱনী ।
........
বাঢ়ি অাহিব দিয়ানা
দুচকুত হেৰাই যোৱানা
সাগৰৰ নাবিক হোৱানা
জাগি উঠিব দিয়ানা ।
বুকুতে শিপাই যোৱানা
পথাৰৰ পলস হোৱানা ।
উশাহৰ গভীৰ পিয়াহত
অাদৰৰ অাঁচোৰ দিয়ানা
.....
bht xundor....great zubeen da
Mojja zubin da love you
Nice
Rituparna Chetia mojaa deii apuni
bhut vl lga gan tu 😊😊😊
পুৰণি গানৰ সুৰটোৱে মোক পাগল কৰি তোলে। গানবোৰ এনেকুৱা হওঁক আপোনাৰ ।। 💓💓
Khoday enedore hahi thakibo zubeen mamai
Zubeen dak kiba nijor ghrt manu manu dora dora lage olp ❤❤😊😊😊
This song is of Next Level ❤️❤️❤️
জুবিন দাদা তুমি অসমৰ গৌৰৱ , তুমি অসমীয়াৰ অহংকাৰ |......😘😘😘🎤😊 Lv u guli da...😘
তুমি যেন পপীয়া তৰা আকাশৰ বোৱতী নৈ
তুমি যেন আবৰি ধৰা ভিতৰে বাহিৰে বৈ
উশাহৰ গভীৰ পিয়াহত তুমি যেন জীযা চৰাই হৈ
তুমি যেন পপীয়া তৰা আকাশৰ বোৱতী নৈ
.................... .
তোমাতে আদি অনাদি
তোমাৰে নামৰ ৰাগিণী
ওঁঠৰে তৃষ্ণা সামৰি
দুহাতৰ কোমল আঙুলি
পৰশি উজাই নামনি
আবেগত বাগৰ সলনি
উশাহৰ গভীৰ পিয়াহত
তোমাতেই লিখা জীৱনী
তুমি যেন পপীয়া তৰা
আকাশৰ বোৱতী নৈ
..............
বাটি আহিব দিয়ানা
দুচকুত হেৰাই যোৱানা
সাগৰৰ নাবিক হোৱানা
জাগি উঠিব দিয়ানা
বুকুতে শিপাই যোৱানা
পঠাৰৰ পলস হোৱানা
তুমি যেন পপীয়া তৰা
আকাশৰ বোৱতী নৈ
______
পপীয়া তৰা
Zubeen da love you
জুবিন দাৰ বাবে লাইক এটা পাওনে ।...
Very nice
@@zondeepvideosvlogs307 thanks
কিছুমান spelling ভুল হৈ আছে ঠিক কৰি ল'বা।
Jubeen dar gn gba try kriso abr khuni sba sn mor cnl t goy
Nice
What a heart touching sound,
Heart is so peaceful and great energy 😪❤️❤️❤️❤️🇮🇳🇮🇳🇮🇳💓
নদী খন দেখিলে তোমালৈ মনত পৰে কৰণ তোমাৰ গান বোৰ নদীৰ দৰে বৈ যায়। 💕💕💞🥰
এই গান টিয়ে হৃদয় স্পৰ্শ কৰি যায়।মনত শান্তি লাভ কৰিব পাৰি এইটো গান শুনি। I love you zubeen da.zubeen প্ৰেয়সী সকলে like কৰিব পাৰিলে।
Blessed to listen a pure music after so long.
Zubeen dar gan bur hunile kiba huni thakibre mon Jai.I love you Zubeen da❤❤❤❤
উশাহৰ গভীৰ পিয়াহৰ ²mate লিখা জীৱনী ❤️❤️uff শব্দ কেইটা sumi গল অন্তৰ।
uff😢😢😢
অতীত আকৌ ঘুৰি আহিছে ।
মা এলবামৰ কোনটো গান মোৰ ভাল লাগিছে বুলি কম কবলৈ জটিল অ ।
আটায় কেইটা গানেই মোৰ প্ৰিয় হৈ পৰিছে ।
Lv u Zubeen Da
এনেকুৱা গান শুনিলে খুব আবেগিক হৈ পৰো এৰি অহা ঘৰ খনলৈ খুব মনত পৰে ।
th-cam.com/video/RITmHwdG_ZM/w-d-xo.html
Ki gai behh ufffff❤❤ Love u kokaideu❤❤❤❤❤❤❤
_Diamond of Assam ZG💎❤💫_
যেনেকুৱা সময়ত যি গান শুনিব মন সকলো সোৱাদৰ গানেই জুবিন দাই দিছে ৷ সুখ, দুখ, আনন্দ, ফুৰ্টি, ভক্তি সকলো ৰসৰ গান শুনিব পাৰো অকল জুবিনদাৰ গানতেই ৷ জুবিনদা আমাৰ গানৰ প্ৰাণ ৷❤️
heart melting yar......that line.....""uxaaahor gobhir piyaahor......"" that strikes me each time i hear it....goddess saraswati has herself blessed zubeen da and is always in his throat.
Ekdom khosa koisa bondhu saraswati maa zubin da r konthot birazmaan
অাচলতে ৰাহুল গৌতমেহে lyrics লিখিছে। ইমান সৰু ল'ৰা এজনেযে ইমান গভীৰ গান এটা লিখিব পাৰিব সঁচাই শলাগ ল'ব লগীয়া ॥ and again the singing is superb & mind blowing...
Zubeen da 👑love❤
I love you Zubin da❤️❤️❤️❤️❤️❤️
OMG 😱 moi boliya hoi goisu aitu gaan huni,love u zubin da😘😍apuni amr babe popiya tora💕❤
Zubeen daaa🔥♥️♥️
Thikei koisa
👍
Ummm right
Same to you
বহুত সুন্দৰ হৈছে 'পপীয়া তৰা' গীতটো। জুবিন দা আৰু ৰাহুল গৌতম শৰ্মা লৈ অশেষ ধন্যবাদ।
I love z u been da
Gigjyu
@@guitarboy4 debojit wary
Zubeen da ❤️❤️
Mithun Rashi June 2022 Monthly Rashifal ৷ Assamese Rashifol Mithun Rashi June 2022 Rashifol l
TH-cam LINK ::::;;; th-cam.com/video/d4WbrObBF3I/w-d-xo.html
যদি আপুনি ২০২৩ চনত শুনি আছে তেন্তে আপোনাৰ উপস্থিতি চিহ্নিত কৰক😊😊
This Song is an evergreen gem 💎
এক বুজাব নোৱাৰা শিহৰণ অনুভৱ কৰিছো গানটো শুনি বেয়াকৈ হৃদয় স্পৰ্শ কৰি গৈছে।বহুত ভাল লাগিল জুবীন দা,,,
মই তোমাৰ পাগল প্ৰেমিক জুবীন দা ❤️😘জয় জুবীন দা ৷
Legend ❤ Even though i am nepali still i love the voice of zubeen Sir.
😊😊😊😊
So people can't love the voice of other ethnic group's singers !
Are you Assamese gorkha?
হাস্পতালৰ বিচনাত শুই শুই এই গানটোৱে শুনি আছো।
এইটো গীত মই যিমান বাৰ শুনিলেও হেঁপাহ নপলাই
কি সুন্দৰ সুৰ আৰু কথা তাতে আকৌ জুবিন দাৰ কণ্ঠ ❤️❤️❤️
সঁচাকৈ হৃদয় চুই যায়
জয় জুবিন দা
777🙏
hosakoi hiday sui jawa gan love u zubeen da
মোৰো একেই অৱস্থা
❤️
Y
Zubeen daa kaar kaar favourite singer plz like kori deya, saao kiman a vl paai zubeen da k....
I like zubeen daa
Ashim Medhi zubeen dak beya puwa manuh ai Assam t kunu nai aru ji kita ase haiya nisthur hoi jar babe vogowan rupi zubeen k beya pai
Hi zg is love
Kunu nai...sbe bhal paii
Zubeen daa mur bht besi priyo❣️😍....dadar jen ata ata gaane mon sui jai, jetiya mur dux lage khong uthe ata mur medicine kheitu hoise zubeen daar gaan khuni dux bur patol koru ru khong komau.LVU SO MUCH dada😚
Khodai kokhole rakhok vogobane 🙏
Oaojimrosmom1j1jdkoje.,oekpn okkkkpkkpkpkmWmoejmox ijkoxmsowmosmAaakmfofmosmsoe kfmlemelempqnrin krmldmfomal pdmoskModmqnfpd knkxmdlfbfkfaltmOqpAAAAAA kmslemogmsplKkllzko😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😃😃😃😃😃😃😃😃😃😙😙😙😙😙😙😙😙😙😙😙
You always balance my life from bad times to good times .
You are a magician zubeen da ..
Love you...
Want to meet you each and every universe ❤️
Manuhor maat eman kenekoi dhuniyaa hbo pare,that is zubeeen ♥️
The best gift to Assam from Zubeen Garg on this Valentine's Day 😍❤
It's Zubeen not Zubren brother.... 😉
@@sanjibbanikya380 oh yeah ... Sorry for the typo. Edited now.
ৰাহুল ইমান ধুনীয়া গানটো লিখা বাবে ধন্যবাদ জনালোঁ বহুত ধুনীয়া হৈছে
Tumatei adi anadi.........
...... Ukhahor gobhir piahot...
Tumatei likha jiboni ❤❤❤ ufff kije hundor hobdo bhakha... Bukukhon bikhai jai ❤❤❤😢🥺
জুবিন দা, আপুনি অসমৰ এক আপুৰুগীয়া সম্পদ।আজিৰ এই সময়ত ইমান সুন্দৰ সংগীত আমাৰ মাজলৈ আগবঢ়োৱা বাবে বহুত সুখী। আগন্তুক দিনবোৰত আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো।
So, sweet voice zubeen da
. touch my heart.... love it 😘😘😘
Uff lyrics ❤️
Rahul goutam you are a gem brother ✨
Wah..Assamese music se pyar Kara diya❤
গান মানেই প্ৰাণ, প্ৰাণ মানেই জীৱন আৰু জীৱন মানেই জুবিন ❤️
BEST
Yaa i am agree
@@ankurjyotisaikia4732 ok
কি কমনো আৰু ভাষা নাই জুবিন দাৰ গানৰ কথা কবলৈ.......
প্ৰকৃত গানৰ পৃথিৱীখন আচলতে জুবিন দাৰহে সৃষ্টি............❤❤❤
Hsa ktha bro...
Sundar abeg bhora geet.Right choice 😊
Zubeen da and the lyricist, hats off to them...
আগৰ জুবিন দা আকৌ ঘূৰি আহিছে
100% right
Hosaaa
I like you zubeen da
কথা সুৰ কণ্ঠ আৰু সংগীতৰ অপূৰ্ব সমাহাৰ। কালজয়ী সৃষ্টি ❤️
Love Zubeen Garg📀📀📀📀📀
Love you too Zubeen da 💞💞💞
তুমি যেন পপীয়া তৰা ,,,গান তো শুনিলে হৃদয় ত লাগি যায় ,,zubeen da