SILAA | ZUBEEN GARG | Album : SILAA
ฝัง
- เผยแพร่เมื่อ 17 ต.ค. 2020
- ♪ DOWNLOAD/STREAM FROM THE BELOW LINKS ♪
● iTunes - itunes.apple.com/album/id1535...
● Spotify - open.spotify.com/album/5hzT1Y...
● Deezer - www.deezer.com/album/178638202
● JioSaavn - www.jiosaavn.com/song/silaa/R...
● Gaana - gaana.com/song/silaa
● Wynk - wynk.in/u/zcPeQeum5
● Hungama - www.hungama.com/album/silaa/5...
● Amazon Music - music.amazon.in/albums/B08KYQ...
● FOR CALLER TUNES ●
Vodafone users dial - 53712151775
Idea users dial - 53712151775
Airtel users dial - 5432117546768
BSNL users dial - 12151775
AUDIO
Album
Silaa
Singer/Composer/Lyrics
Zubeen Garg
Music Producer
Zubeen Garg
Music Arrangement
Bablu Sibabrata Sharma
Musicians
Shantanu Baruah (Stroke)
Pritam Bodo (Keys)
Recording Studio
Studio Chikmik
Mix & Mastering
Bhupesh Saikia
Music Label
Dhwani Records
VIDEO
Cast
Zubeen Garg
Neelim Mahanta
Shreya Borthakur
Director
Bitopan Kashyap
Director of Photography
Bitul Das
Drone
Joydeep Paul
Samprit (Lakhimpur)
Editing & VFX
Debangkar Borgohain
DI & Color
Sujit Karmakar
Studio
Eye creations
Make-up
Bhaskar Dutta
Chief Assistant Director
Rahul Gautam Sharma
Art
Jyoti Shankar Bhattacharyya
Costume
Garima Saikia Garg
Costume Assistant
Thuriya Saikia
Album Art
Kowsick Borgohain
Creative Design
Khairul Bachaar
Visual Promotion
Bitopan Kashyap
Publicity
Abhinaya
Executive Producer
Rhitu Prayag Garg (Mon)
Producer
Zubeen Garg
Garima Saikia Garg
Zubeen Garg Team
Hitesh Saloi
Nandeshwar Bora
Premadhar Borpatra Gohain
Eye Creations Team
Dipankar Barman
Srawan Kumar Chetry
Sirajul Ali
Dilip Bokol
Zamal
Special thanks
Nayan Kashyap
Parikhit Das
Mridul (Sonapur)
#Silaa #ZubeenGarg - เพลง
মই ভাৰতীয় সেনাত কৰ্মৰত বৰ্তমান । কেতিয়া কি হয় নাজানোঁ , আজি হাঁহি আছোঁ কালিলৈ পতকাৰ তলত যাব লগাওঁ হব পাৰে । ৰাতিপুৱা উঠি আগত আপোনাৰ গান শুনো দাদা ❤️ মোৰ দুজন বন্ধু আছে ,সিহঁতে অসমীয়া নাজানে কিন্তু আপোনাৰ গান শুনি থাকে 💕 বহুত অপেক্ষাৰ ফলত আজি শুনিব পাৰিলোঁ গানটো ❤️💕
Joi Hind sir.. and love u zubeen da
lots of love u bro jai hind
Sintu bro god bless u.zubben lovers long live.joi ai assam
@@Bastab__zg ✊
Joi hin
প্ৰভু এই ভক্তক পাগল কৰিম হে বুলি ভাবিলে নেকি ঔ 😍😍😍 কান গেলি গৈছে শুনি শুনি , তথাপিও হৃদয় ভৰা নাই ❤️
#saluteZGsalute ❤️
Plz এবাৰ চাবা চোন Jyotishman th-cam.com/video/e0XepBO-vTY/w-d-xo.html
@@rupohimon2487 sure 🙏.....subscribe done 😌
One of the best song of Zubeen Garg ❤ এই গানটো মোৰ favourite হয়।
এজন কালজয়ী শিল্পী হল জুবিন দা । আপোনাৰ কণ্ঠৰ যাদুত উৰি যাওঁ সঁচাই বেলেগ এখন জগতলৈ। সকলো ভাগৰ পাহৰি যাওঁ আপোনাৰ গান শুনিলে । Joi zubeen da ❣️
66
জুবিনৰ গানটো শুনিলে মন ভৰি পৰে।
Ola
Ki
9c ⁸8⁰⁰@@satyajitkathar5088
#জুবিন দাৰ গান মানেই একক, অপূর্ব, ব্যতিক্ৰম, সৃজনশীল......ইত্যাদি। #চিলা গানটোৰ পৰিকল্পনা আৰু কথা ইমানেই সুন্দৰ হৈছে যে তাক প্ৰকাশ কৰিবলৈ ভাষা বিচাৰি পোৱা নাই।
Love you #Zubeen bro. God bless you...🙏❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
ধন্যবাদ জুবিন মামা, দূৰ্গা পূজাৰ ইমান ধুনীয়া এই উপহাৰটোৰ বাবে। তোমাৰ পৰিয়ালৰ কল্যাণ কামনা কৰিলোঁ মা দূৰ্গাৰ ওচৰত। 😊
Mjja.
From USA ( United States of Assam ) love you zubeen da
Nice one
😊
❤❤❤❤❤
😂😂😂😂😂
We are from black tea
মন চুই যায় এই গানটো শুনিলে জুবিন দা আপুনি অসমৰ মানুহক এটা অতি আমোদজনক বৈশিষ্ট্যপূৰ্ণ lyrics লিখি ব্যক্ত কৰাৰ বাবে অশেষ ধন্যবাদ
অসমৰ মানুহৰ পৰা আপোনাক বহুত বহুত মৰম জাচিলো ❤️২৩/০৩/২০২২ ৰাতি ১০:৪৬ ভালপোৱা স্মৃতিবোৰ আকৌ এবাৰ মনত পৰি গল। Big Thank you জুবিন da
জুবিন দাক লগ পোৱাৰ আশাৰে বাট চাই আছোঁ....
গাৰ নুম শিয়ৰী উঠা এটি সুমধুৰ কণ্ঠ...
যাৰ সুৰত বিলীন হৈ যাও...
প্ৰতিটো শব্দৰ সুৰীয়া কন্ঠত জীপাল হৈ পৰো ...
কি যে বুজাব নোৱাৰা অনুভৱ...
God bless you Zubeen da 🙏🏼
Love you da 💝
I love zb. da Amar barpeta, kayakuchi loi ahibo lage❤️❤️❤️🙏
@@rakibulislam5425 oo mur ghor sivosagor t hoi
আপোনাৰ নিচিনা অসমত দ্বিতীয়টো জন্মিব নোৱাৰে আৰু।।।❤️❤️❤️❤️❤️ always rock zubeen daa....🤘🤘🤘🤘🤘🤘ভগৱান😘
GOD🌺🌺🌺🌺😍😍😍
অদ্বিতীয় জুবিন দা আপুনি আমাৰ ভগৱান🙏🌍
Bhut val pau dada k
ভগৱান তেওঁ আমাৰ ❤️
1:30 1:31 @@tigerbriss90151:38
হাইৰে হাই জুবিনদা🙈
কিনোয়ে তোমাৰ লিলা
সুখটো তোমাৰ গান 😇
দুখটো তোমাৰ গান🥲
নহয় মানে কি আছে তোমাৰ কণ্ঠত😌😌
jio man jio 🤩🤩😍💕
যাৰ গানৰ পৰশতে লোকাই থাকে অনেক অযুত মৰম প্ৰেম ভালপোৱা সুখ দুখ হাঁহি কান্দোন।প্ৰকৃতিক ভাল পোৱা আৰু আনৰ মন জয় কৰিব পৰা এগৰাকী শিল্পী।যাৰ গান এবাৰ দুবাৰ নহয় হাজাৰবাৰ শুনিলেওঁ আমনি নালাগে।সেইগৰাকীয়েই হ'ল আমাৰ সকলোৰে মৰমৰ জুবিন দা।❤️।।।মন যায়।।।❤️
চিলা আৰু চিলনীৰ প্ৰসংগ সুন্দৰকৈ উপস্থাপিত হৈছে গীতটোত.. ধন্যবাদ জুবিন দা সুন্দৰ গীত উপহাৰ দিয়া বাবে...
I love 💕💕💕 Zubeen da ❤❤
2024 ot Kune Kune gaan too huni asa.. ata like kori di jaba
Moi moi 😁
03-04-2024 ( 1:00 PM)
2 jun 2024
জুবিন দা আপোনাৰ প্ৰতিটো গানেই মোৰ প্ৰিয়। প্ৰতিটো নতুন গানলৈ অধিৰ আগ্ৰহেৰে বাট চাই থাকো।
চিলা গানটো সঁচাকৈ শুব ধুনীয়া হৈছে। Love ❤️❤️❤️ u ❤️❤️❤️dada
Love youuuuuuuuuuuuuuuuu❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Lv u zubeen daa 🥰
সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ পিছতে মোৰ আটাইতকৈ Fav মানুহ জুৱিন দা । সৰুৰ পৰাই তেওঁৰ গীত শুনি শুনিয়ে ডাঙৰ হৈছো
Plz এবাৰ চাবা চোন Nayanjyoti th-cam.com/video/e0XepBO-vTY/w-d-xo.html
Super zbn
😊😊
Zubeen got a magical voice. Though I am nepali but love assamese people and its culture a lot. Guwahati is best place to live in. Freedom place. Jai aai Axom. Long live ASSAM...
7
Kun kun zubeen daar karone jibon 1 din daan koribo??? Moi kin2 dim...zubeen da heart Hoi love u daa...
ৰাতিপুৱা শুই উঠি দৌৰিব গলেও জুবিন দা গান শুনি হে দৌৰি গৈ থাকো সঁচাই দেই তেওঁ কণ্ঠ ত যাদু আছে।।
দিনটোত তেওঁ গান নুশুনিলে কিবা আধৰুৱা যেন লাগে।।
I love this song sila sila😘😘😘😘😘
100bar xunilo atyalaike tothapio Mon jur Pori jua nai♥️
Maya vora jado asa ❤️❤️❤️🙏🙏
জুবিন দা তোমাৰ গান শুনি বহুত বহুত ভাল পাওঁ ♥♥♥... কেতিয়াও আমনি নালাগে 💕💕💕💕
Zubeen Daa means a emotion😌♥️
Assamese, Nagar t😢
I'm nepali but i love to listen Assamese song. Zubeen Da One of the best singer in world. His voice outstanding and Fabolous.
জীৱনৰ এক অনুভূতিৰ নাম জুবিন গাৰ্গ
২০২৩ কোনে কোনে শুনিলা এই গানটো এটা লাইক দি থৈ যাব 🔥❤️😊
মই
Moi hodai hunu ru huni thakim ❤❤
Zubeen da tumi ananya ❤️❤️
আছোঁ
Īii
জুবিন দা আপোনাৰ গানৰ অনুভৱেই সুকীয়া,,তাতে আকৌ চিলাৰ অনুভৱ,❤️❤️ufffff❤️❤️❤️কবলৈ ভাষা নাই🔥🔥🔥
কবলৈ কোনো ভাষা নাই, জুবীন দাক কিমান ভাল পাও তাৰো কোনো সীমা নাই।জুবিন দাৰ গান বাদেই কথা কৈ থাকিলেও শুনি থকা বিধৰ অনুৰাগী, অকল মই বুলি নকওঁ মোৰ দৰে বহুত আছে এনেকুৱা অনুৰাগী । গানটো কথা একোৱে নকওঁ মুঠৰ্বত বহুত বাৰ চালোঁ হেঁপাহ নাইপলুৱা। love you zubee da. ❤❤❤❤❤❤
সচাকৈ জুবিন দাক মই কিমান ভাল পাওঁ কথা আখৰ আৰু ভাষাৰে বুজাব নোৱাৰো, গনতু শুণি মই কান্দি গলো, মোৰ সেৰোৱা প্ৰেমৰ কালৰ কথা মনত পৰি গ'ল, জয় জুবিন দা তুমি সদায় অমৰ 😘 তুমি আমাৰ মৰম এটা যুগৰ নাম জুবিন গাৰ্গ ❤️🙏🙏🙏🙏
Very true. Zubeen da is a living legend representing Assamese music today... Baton was rightly passed from Bhupen da to Zubeen
another brilliant song and a brilliant concept..
How Peace full this song❤
Really The King(Tiger) is back.
If you agree with our comment, Give a like for all ZG or Zubeenian ...
Love You Zg
#Silaa
#Silaa
#ZubeenGarg
#EyeCreation
#ঘাতিয়াম_বাতিয়াম_TH-camr
গানটো শুনি আমনি লগা নাই
শুনিয়েই আছোঁ 30 বাৰ মান শুনিলো এতিয়ালৈকে। খুব সুন্দৰ হৈছে দাদা ❣️❣️❣️❣️❣️❣️❣️❣️
অইঈজধ
অঈঘধঝস
আকেজ
When you play zubeen da song.. Not only u get the mental peace listening to his song but also the entire neighbors feel the same thing... He has a voice of nature.....
Joi zubben da ❤️...... love you ❤......
2024 tt kuna hunisa ....
উস!!ইমান জাদু আছে এই কণ্ঠত। হিয়াৰ কোহে কোহে সোমাই যায় প্ৰতিটো শব্দ।হেজাৰ বাৰ শুনিলেও আৰু শুনিব মন যায়।❤️❤️❤️❤️।
Plz এবাৰ চাবা চোন Rupa th-cam.com/video/e0XepBO-vTY/w-d-xo.html
.
হয় দে😇😇😇
শিল্পী তুমি মহান । আমাৰ মৰমৰ জুবিন দা।🤗
Thank you zubeen daa you introduced childhood life
When I fell very nervous then I hear this song. This is not only a song but also motivation for me. কিছুমান শব্দ যেনে "ডাৱৰে পোহৰে উৰি ফুৰা চিলা" আদি শব্দই যেন হৃদয় চুই যায় লগতে গীতটি আৰু সুন্দৰ হৈ উঠে জুবিন দাৰ মধুৰ কন্ঠত ।
L lol
77
"মন যায়" "মায়াবিনি" আৰু "চিলা" অসমীয়া সংগীত জগতৰ ইতিহাসত সৃষ্টি হোৱা সৰ্বকালৰ শ্ৰেষ্ঠ প্ৰথম পাঁচটা গানৰ ভিতৰত অন্যতম গান হিচাপে জিলিকি ৰব .... জুবিন দা আপুনি একক আৰু অনন্য 💕❤️💕
সুন্দৰ কথা কৈছা ❤️❤️🌹
সঁচা অৰ্থত জুবিন দা সদায় অনন্য , ঠিকেই কৈছা 😊😊
আটাইকেইটা মোৰ favorite
@@bithikalahan4985 thanks 😊
😳
চিলা গীতটিৰ লগতে ভিডিঅ কাহিনী কিমান সুন্দৰ উপচ-স্থাপন নিজৰ ভাষাৰে বুজাব নোৱাৰা এক কাহিনী।
আই লভ ইউ জুবিন দা।
ইমান সুন্দৰ গীত ইমান সুন্দৰ ভিডিঅ কাহিনী আমাক উপহাৰ দিয়াৰ বাবে
জুবিন দাৰ বাবে এটা লাইক
Jai zubeen da 🔥❤️
Uuff Zubeen da
সূতা কাটি গলেও তোৰেই ঘৰ পাওঁ ❤চিলা💕বহু দিনৰ অপেক্ষাৰ পিছত ❤❤love you BossZG❤
প্ৰেৰণাৰ ঈশ্বৰজন।❤❤❤❤
সেইজনেই জুবিন গাৰ্গ।❤❤❤
Zubeen da voice is next to peace of mind... Heart of Assamese Voice..
I am from Chennai . I do not know the meaning of the song . But I enjoyed the song , which is very melodious .
বৰষাৰে এই গুণ গুণ
ৰুণুক ঝুনুক সুমধুৰ
উৰিব নোৱাৰো
বৰ কামোৰ🖤
best line
Nice
Dear, Zubeen garg Love from Bangladesh ❤❤🇧🇩
My heart 💕
Love from Assam ❤
Zubeen daa amader assam r king,,,,take Bangladesh theke valo pawar jonno onek onek danyabad🔥🔥
The legend of zubeen da
Wow super voice And My favourite singer Love you Zubeen da And very very Beautiful video song ❤️👌👌
2020 me kuch to atcha huwa 😉😉😉😍😍😘😘😘😍😍
Love you zubeen Garg😘😘😘😘😘😘😘😘😘♥️💖
গানটো মুক্তি দিয়া সময়ৰ পৰা এতিয়ালৈ এইটো গানেই শুনি আছো। জয় জুবিন দা❤️❤️❤️
Zubin is the only one who touch my heart
zubeen da's aesthetic and nostalgic voice. ... and also this MV has a very good narrative 👏 👌 👍 💙 🙌 ❤️
জুবিন দা আপোনাৰ অনুৰাগীৰ মাজত মই নগন্য,,, আপোনাৰ প্ৰতিটো গানে আলোড়ন তোলে হৃদয়ৰ একোণত। আপুনি প্ৰতিজন নৱীনৰ হৃদয়ত চিৰপ্ৰৱাহমান।মোৰ বাবে আপুনি সঁচাকৈয়ে এক অনন্য সত্তা।😍🤩🥰🥰🥰❤❤❤❤
চিলা...এটি খুব ধুনীয়া মৰমলগা মৰমৰ গান। শুনি আছো দুদিন ধৰি আমনি লগা নাই। অন্য মৰম ভালপোৱাৰ গানবোৰত প্ৰায়ে নিজৰ প্ৰিয়জনক জোন, বেলি,তৰা, আকাশ, সাগৰ,নদী, প্ৰকৃতি আদিৰ সৈতে তুলনা কৰি অন্তৰৰ প্ৰেম প্ৰকাশ কৰা হয়। কিন্তু চিলা গানটো এইখিনিতে ব্যতিক্ৰম। ইয়াত প্ৰিয়জনক নহয় নিজেই নিজক এক বেলেগ ৰূপত কল্পনা কৰি প্ৰিয়জনৰ সন্মুখত মৰম আকলুৱা ৰূপ তুলি ধৰিছে। ইয়াত মানুহজন মানুহ হৈ থকা নাই... হৈ পৰিছে এখন চিলা।
নিজকে চিলাৰ ৰূপ দি খুব কোমলকৈ মৰমৰ গভীৰতা প্ৰকাশ কৰা হৈছে।
মনপৰশা গানটোৰ বিশেষ দুটা লাইনে বিশেষকৈ মোৰ অন্তৰ চুই গ'ল।
"চিলনীৰ জাক উৰে
ময়ো তাকে খেদি যাওঁ
সূতা কাটি গ'লেও
তোৰেই ঘৰ পাওঁ"
আৰু আনটো হ'ল
"সদায় উৰিবলে মন যায়
আকাশ ভেদি ভেদি মোৰ
চিগি হ'লেও পৰিম
আঁচলতে তোৰ"
চিলা এখনৰ সূতা কাটি যোৱা, চিগি যোৱা মানেই চিলাখনৰ মৃত্যু আৰু সেই মৃত্যু পৰ্যন্ত আপোনজনৰ লগ এৰিব নিবিচৰা আশাৰ কথা গানটোৰ এই শাৰীকেইটাত বৰ গভীৰকৈ প্ৰতিফলিত হৈছে।
গানটো শুনি শুনি তাকে ভাবিছো মানুহ কিমান বেছি অনুভূতিপ্ৰৱণ, কিমান বেছি কল্পনাপ্ৰৱণ হ'লে এনে গীত ৰচিব পাৰে! নিজকে চিলা সাজিব পাৰে !
এইবোৰ নিচা লগা গান.... যিমানেই শুনা হয় সিমানেই বেছি ভাল লাগি লাগি গৈ থাকে। জুবিন দাৰ বহু গানত আগতেও সেই কথা প্ৰমাণ পাইছো। মানুহজনে ইমান অসুস্থতাৰ অন্তত পুনৰ গানৰ পৃথিৱীত ৰং ছটিয়াইছে, চিলা হৈ উৰিছে, ইয়াতকৈ ভাললগা কথা আৰু একো হ'ব নোৱাৰে। তেওঁৰ গান 'ডাৱৰে-পোহৰে' উৰি থাকক
Tq ❤❤❤
Right 🥰
থিকেই কৈছে আপুনি।
Exactly
I skipped the whole text & just gave one like 🙏
I am Rahul , from As40,,,,
In our hostel mobile is not allowed, still I take mobile from our hostel security only for Zubeen da's song❤️❤️
😅me too bro
@@gamerskavilla9552 me too bro
@@gamerskavilla9552 😯😯😐😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄
Zubeen sir is the Assam talent
যোৱা কালি গানতো ৰিলিছ হোৱাৰ পাছৰে পৰা আজিলৈকে এটা গানকে শুনি আছো থতাপিও শুনি মন ভৰা নাই।Love you Zubeen দা ইমান সোন্দৰ গীত এটি আমাক উপহাৰ দিয়া বাবে।😘👍, যই জুবিন দা✊
বহুত দিনৰ মুৰত এনেকুৱা এটা গান উপহাৰ দিয়াৰ বাবে জুবিন দাদালৈ বহুত বহুত ধন্যবাদ |তুলনাবিহীন ভাষাৰে বুজাব নোৱাৰা প্ৰতিভা কণ্ঠ |জয় জুবিন দা |
Moiu
😘😘🥰🥰🥰😘🥰🥰😘🥰🥰
100bar man xunilu etialoike love u zubeen da🙏💓💓💓
ভিডিঅ'টো চাওক হে
th-cam.com/video/BTcYW1YR8Cg/w-d-xo.html
th-cam.com/video/BTcYW1YR8Cg/w-d-xo.html
অতি অপেক্ষাৰ অন্তত আমাৰ অতিকৈ মৰমৰ জুবিন দাৰ " চিলা" শীষক গীতটি আজি আমাৰ মাজত।। love you zubeen daa🥰🥰🥰
What a creation. Love this masterpiece. Lots of love from Nepal (now Australia).
2024 best song 1like me ❤😂🎉
জীৱনৰ শেষ উশাহ লৈ জুবিন দাৰ গান শুনি ৰম❤😍🤗love u জুবিন দা🌼❤
সম্পূৰ্ণ গানটো লখিমপুৰ shooting । ভাল লাগিছে ❤️
লগতে act আৰু art কৰা দাদা জনো লখিমপুৰৰে। ।গৌৰৱ অনুভব কৰিছোঁ এটা কোণত ❤️
Thank you for zubeen garg i'ts nice song's❤️❤️❤️❤️❤️❤️❤️
How peaceful this song is. Love you a lot Zubeen Da
জুবিনদা আমাৰ আবেগ৷ শৈশৱত, ল’ৰালিত আৰু বৰ্তমানেও জুবিনদাৰ গীতবোৰে বাৰুকৈয়ে চুই যাই৷ ধন্যবাদ ইমান সুন্দৰ সুন্দৰ গীতবোৰ আমাক উপহাৰস্ৱৰূপে দিয়াৰ বাবে৷
জুবিন দা গান শুনি থাকিলেও আমনি নালাগে এতিয়া লৈকে এই গানটু বহুত বাৰ শুনিলো আমনি নালাগে আৰু লগতে আমাৰ লখিমপুৰৰ নিলিম দালৈ বহুত বহুত মৰম থাকিলে ..😍😍😍😍❤❤❤😘😘😘😘
wah..bhariya.....what a song , video and the mesmerising music. Not an Assames but i often listen Assames songs ...
Zubeen da is our emotions 💖
আশাৰে ৰৈ আছিলো 'চিলা' শীৰ্ষক এলবামটোৰ বাবে ।।জয় জুবিন দা💖💖💖
Hi neel da i like u
মোৰ আটাইতকৈ প্রিয় কন্ঠশিল্পী জুবিন দা । 💓💓💓 দেহ-মন শাঁত পৰি যোৱা আপোনাৰ কন্ঠ । বহুত ভাল লাগিল গানটো । আপোনাৰ সু-স্বাস্থ্য তথা দীৰ্ঘায়ু কামনা কৰিলোঁ ।
Love you Zubeen Da 💓💓💓
I am basically from north lakhimpur.. I know what's the power of in zubeen da voice.. just impact on heart..😘😘 love u zubeen da..
Everytime i hear this song i feel like i am on air... So relaxing voice.... Like a cool breeze... Mind refreshing song... Luv u zubin dah.... Perfect💯 and perfect💯
জুবিন দাৰ প্ৰায় ২ বছৰীয়া পৰিকল্পনা 'চিলা' ৰ কাৰণে বহু দিনৰ পৰা অপেক্ষা কৰি আছিলো 😍😍আজি আমাক এই উপহাৰ দিলে...কি ধুনীয়া কণ্ঠ, মন পৰশা গীত 😍🔥🔥শুনিলে শুনি থাকিব মন যায় এনেকুৱা গানবোৰ...জুবিন দাৰ কাৰণে এটা লাইক প্লিজ 🙏🙏...জয় জুবিন দা, লভ ইউ জুবিন দা 😍😘😘সুখতো আপোনাৰ গান, দুখতো কেৱল আপোনাৰে গান দাদা... 😍🥰😘😘
Jai Zubeen daa ❤
@@phenomenaltanu3496 জয় হৌ🥰❤❤💪
প্ৰত্যেকতোৰ দৰে জুবিন দাৰ এইটো গীতো সংগীত জগতলৈ এক বহুমূলীয়া অৱদান... #চিলা❣️
@@bristisaikia2094 অহ হয় দিয়া 🥰❤❤জুবিন দাৰ গানে হৃদয়খনত বাৰুকৈয়ে চুই যায় ঔ...সদায় প্ৰিয় হৈ থাকক ❤
👍❤️❤️
শব্দৰ শীৰ্ষত জুবিন গাৰ্গ ।সুৰৰ শীৰ্ষত জুবিন গাৰ্গ ।।আপুনি অসমৰ সেইটো চিলা, যিটো প্ৰতিজন অসমীয়াই চিন্তা কৰে।।।
আপোনাৰ সুৰ , কন্ঠৰ দাবি ৰজা ঘৰাই ভয় কৰা নাম।।
হৃদয়ৰ নতুন প্ৰেমৰ গান আপুনি ।💙💚💙
Akebarei hasa katha. Heibabei zubeen dar gan bur anatkoi hadai pithak hoi.
Right
Uum sosa koise 💓💓💓💓
@@monujgogoi6441 p
O
Zubeen দা আপোনাৰ এই গানটো সানিলে দুখ লাগি যাই। 😭😭😭
Zubeen da mane ki kom apunak eman dhuniya geet so sweet Zubeen da
Zubin Da, is not only a singer of Assam but a pride of Assamese and Assam people. I witness this when i was in Guwahati.
lots of love from Tripuri community to Assam❤
ইমান ধুনীয়া এটা গানত dislike দিয়া নমুনা কেইটা কত জীয়াই আছে বাৰু কোন গ্ৰহৰ পৰা আহিছে বা গোবৰৰ মাথাটুলৈ । ৰো গানটো চোৱা সকলোৱে like এটা কৰি যাব পাৰে চাগে । পইচা দিব নালাগে নহয় ।
জুবিন দাৰ জয় মানে অনুৰাগী জয়😍😍
জুবিন দা নহয় মাথোঁ এটা নাম ই অসমীয়াৰ আৱেগ ৰো স্বাভিমানৰ এক অফুৰন্ত ভাণ্ডাৰ । lv u zubeen da ।
Take
Hoi dei
Sila sila sila moi...
Moi mukto moi zg lover 🤘
Moi dislike korisu, karon video tu botola hoise. Sidha kotha!
@@akkivinter5122 mokkel g toi eta🙂
যেতিয়াৰ পৰা গান শুনা আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰা আজিলৈকে আপোনাৰ গান প্ৰিয় ❤️ প্ৰতিটো গান ইমান সৰল আৰু জীৱনৰ লগত জড়িত , খাপ খায় পৰে সকলোৰে লগত 😊 শুনি থাকিলেও হেঁপাহ নপলায় । ৰাতি শোৱাৰ আগত আপোনাৰ গানে মোক ঔষধৰ কাম কৰে ❤️😍
Ekmot 🙏❣️
Plz এবাৰ চাবা চোন Kangkana th-cam.com/video/e0XepBO-vTY/w-d-xo.html
I Love this song ❤
लव यू जुबीन दा। वह व्यक्ति जो असमिया संगीत, संस्कृति का संस्थान है। दयालु, असम के दिल की धड़कन, भारतीय जीवित किंवदंती❤
Sila'r দৰে আপোনাৰ গানবোৰো আমাৰ মনৰ ভিতৰত উৰি ফুৰে । 🥰🥰
Hie you
বহুত ভাল লাগিল দে । মোৰ ভিদিঅ বোৰ চাব চোন । তলত লিংকটো দিলো
🌼🌼th-cam.com/video/8GYtvj5ZmiI/w-d-xo.html :::: please..like..and..share...and.. subscribe...
@@wefunsong2626 definitely Sam n like share korim 💗✨🥰
Same here @Emon Dutta
Ejon artist e graffiti bonai eta dhunia gift dile..
Aaan jon artist e return gift ot ei dhunia gaan tu lead actor bonai dile.. ♥️♥️♥️♥️
..
Bohut bsi dhunia gan.. #joizubeen
Khoob dhunia neelim daa..
Love from Maharashtra
I request personally to Zubeen da to make a song in respect of Martyrdom Soldiers of Assam. Also request to suit the video graphy in Ladakh for their loving memory
ইমান ধনীয়া লাগিছে গানটো আৰু ভিডিও টো ।মন ভাল লগাই দিয়া এটি সুন্দৰ গান
আপোনাক ভগৱানে হাজাৰ বছৰ জীয়াই ৰাখক ।আপোনাৰ অবিহনে অসম আধৰুৱা।।অসমৰ ৰজা হৈ।।😍😍জুবীন দাক ভাল পোৱা বোৰে এটা এটা like কৰি যোৱা।।যাতে সকলোৰে মৰমৰ দাদা জন সদায় আমাৰ মাজত থাকে হিয়াৰ আমঠু হৈ।।।
👍👍🇮🇳🇮🇳🌈🌈
@@mithunpanging7167 ppp
Yes
I love this song.l u jubin da
Good ❤️❤️❤️
Im from Arunachal Pradesh 💗😘 N i love jubin very much....he is amazing 😍
Love from Karnataka.. 🥰
Respect from Pakistan occupied Lahore ❤️🙏 insha'Allah god bless you zubeen 🔥
Tq bhai
Is you really bro?
Damm dude 🔥
Salute..... From assam
"সূঁতা কাটি গলেও তোৰে ঘৰ পাঁও,ওহ কি ভাবনা তাতে জুবিন দা তোমাৰ কণ্ঠ। তোমাৰ গান শুনাৰ মাদকতাই বেলেগ।
Thik koise
জুবিন দাৰ এই গানটো মই সকলোতকৈ ভাল পাও ❤️❤️❤️❤️❤️❤️❤️জয় জুবিন দা❤️❤️❤️❤️❤️❤️❤️❤️
Zubeen da ❤❤ from Rajasthan
জুবিন দা কি কম ভাষাৰে বুজাব নোৱাৰি কিমান ভাল লাগিছে😍😍😍আপোনাৰ গান বুলি ক'লে নুশুনাকে থাকিব নোৱাৰো😍😍😍আপুনি আকৌ আমাৰ মাজলৈ এনেকৈ সুমধুৰ কণ্ঠৰে গান উপহাৰ দি থাকে যেন তাৰেই কামনা কৰিলো💖💖 Lots of love Legend 🥰🤩
I didn't understand the lyrics bcz I knew only hindi,bhojpuri and little bit English....
but the story of album is beautiful! I love it.. ..
From where do u get the song
This is a Assamese song nd this is l assmese language.jai aai axom
Really fantastic Theme.
A message to Future Generation don't let this song die ♡
Nice copy paste 😂😂😂
😅😢🎉❤
Right bro😢😢😢😊😊
Wonderful expressions of love by music and scenary.
জুবিন দা গীতটো শুনিবৰ কাৰণে বহুত অপেক্ষা কৰি আছোঁ । আশা কৰো সকলোৱে যাতে গীতটো আদৰি লয় ।জয় জুবিন দা।
th-cam.com/video/_01w9yuPUPc/w-d-xo.html
I didn’t understand lyric but i love its music, and melody. This is so so lovely. Many love from Nepal🇳🇵🇳🇵🇳🇵Good wishes ☺️
Assames Song
Love and respect from Antarctica
Watching from Mars. Hello humans. 👋
❤️
@@nayan.j zubeen Garg has recreated magic
God bless you! You are a noble soul. You inspire many.
Eman dhuniya gan....tate ako lakhimpurt shooting..