Abinash Sarkar | অবিনাশৰ ঘৰত মুখ্যমন্ত্ৰী উপস্থিত। CM Himanta Biswa Sarma

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.ค. 2024
  • Abinash Sarkar | অবিনাশৰ ঘৰত মুখ্যমন্ত্ৰী উপস্থিত। CM Himanta Biswa Sarma
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #abinashsarkar #cmhimantabiswasarma
    #news18assamoriginals #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/desc-youtube
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5ymz4jk
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5ymz4jk

ความคิดเห็น • 27

  • @runuhazarika8290
    @runuhazarika8290 27 วันที่ผ่านมา +16

    হে ভগবান মানুহবোৰ মামাক লগ কৰিব আহিছেনে মৃতকৰ ঘৰলৈ আহিছে বৰ বেয়া লাগিছে হুলস্থূল দেখি

  • @garimagogoi2647
    @garimagogoi2647 27 วันที่ผ่านมา +2

    বৰ দুখ লাগিল।অবিনাশৰ আত্মাই সদ্গতি‌‌‌ পাওক । লগতে শোকসন্তপ্ত ‌পৰিয়াল‌লৈ সমবেদনা জ্ঞাপন কৰিছোঁ।

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw 27 วันที่ผ่านมา +10

    Smart city উন্নতিৰ অসম উৰণীয়া সেঁতু।আন ফালে নলাত পৰি শিশুৰ মৃত্যু।এয়া হ'ল আমাৰ অসম।

  • @rajudas4428
    @rajudas4428 26 วันที่ผ่านมา

    Bohut dux lagil

  • @diduboro7867
    @diduboro7867 27 วันที่ผ่านมา +4

    Jua2 gusi gol kin2 kbole vaxa nai😢cm sir poriyal2k parile olop xohai korok plz😢

    • @abhigyandutta9045
      @abhigyandutta9045 27 วันที่ผ่านมา +1

      Ki dhoronor hohaior kotha koise?

  • @mohansarania8130
    @mohansarania8130 27 วันที่ผ่านมา +1

    Great cm sir, i love honarable cm sir.

  • @nabajyotinath7511
    @nabajyotinath7511 27 วันที่ผ่านมา +2

    আৰু দ্বিতীয়বাৰ নহক

  • @umeshchetiya1340
    @umeshchetiya1340 27 วันที่ผ่านมา +1

    Abinash r gharaloi ahise bahot vl paisu ,,kintu Joonmoni rabha r gharaloi kio nahil Himanta

  • @jaanborah2378
    @jaanborah2378 27 วันที่ผ่านมา

    Bor dukh loga

  • @kamaldeka2093
    @kamaldeka2093 27 วันที่ผ่านมา

    Himanta biswa go back

  • @nijorapatangia7797
    @nijorapatangia7797 27 วันที่ผ่านมา

    পৰিবেশটো দেখি একেবাৰে বেয়া লাগিছে । মানুহে পাহৰি গ'ল কণমানি এটা যে ইতিমধ্যে তেওঁলোকৰ মাজৰ পৰা নোহোৱা হ'ল । কণমানিটোৰ পিতৃ মাতৃৰ মানসিক অবস্থাৰ কথা মানুহবোৰে পাহৰি গৈছে ।

  • @user-br3do2yv9c
    @user-br3do2yv9c 27 วันที่ผ่านมา +5

    Himonta upostit hole abinashr jibon debo paribo na ki.

  • @surenpawe2169
    @surenpawe2169 27 วันที่ผ่านมา

    abinash sarkar atma sargo puri kamona koru

  • @minudevi785
    @minudevi785 27 วันที่ผ่านมา

    মুখ্য মন্ত্ৰীয়ে ভাল কৰিছে

  • @satyamevajayate1274
    @satyamevajayate1274 27 วันที่ผ่านมา

    অবিনাশ চৰকাৰৰ ঘৰত মুখ্যমন্ত্ৰী আহিল ভাল পাইছো। কিন্তু জোনমণি ৰাভাৰ ঘৰত এদিনো ভৰি নিদি এইটো জনাই দিলে ৰাইজক যে তাত কিবা এটা ৰহস্য আছিল।

  • @user-tx6wj7ph3b
    @user-tx6wj7ph3b 27 วันที่ผ่านมา

    R.in.p

  • @bhaviks5213
    @bhaviks5213 27 วันที่ผ่านมา

    Vote bank appeasement

  • @bantidas2403
    @bantidas2403 27 วันที่ผ่านมา +1

    অতি সুন্দৰ কৰিছে মোৰ কলিজা টোও এটা অণুৰোধ থাকিল এটা কথা ক ও মই কলিজা অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য সকলোও ধৰ্ম প্ৰাণ ৰাইজৰ সন্তান হয় কিন্তু বহুত সৌ ভাগৰ কথা এই জে নালাত পৰি ধৎস হৈই জাৱ নিদিলে কলিজা সন্তানটোও এই আৰু অণুৰোধ থাকিল লগতে আপোনাক অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোও এই আৰু অণুৰোধ থাকিল চাৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় শ্ৰী ৰাম জয় কৃষ্ণ চাৰ কৃষ্ণ এই ক্ষেত্ৰত বহুত আনন্দ পালো ও এই আৰু অণুৰোধ থাকিল কৃষ্ণ চাৰ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত নহ'ৱ বহুত চাৰে বহুত বিজি থাকে বেলেগ সন্তান ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ অ মাক দেউতাক আছে টোও এই আৰু অণুৰোধ থাকিল এজন দুজন সন্তান নহয় চাৰ এই আৰু অণুৰোধ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় শ্ৰী ৰাম জয় কৃষ্ণ চাৰ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম আপোনিই গাট পাৰ্টি নলবোও এই আৰু অণুৰোধ থাকিল চাৰ মোৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় শ্ৰী ৰাম জয় কৃষ্ণ চাৰ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ

  • @mintuneog5487
    @mintuneog5487 27 วันที่ผ่านมา

    প্ৰকাশ কৰিব কত মুখ্যমন্ত্ৰী ডাঙৰীয়াই, স্মাৰ্ট চিটি নাম দিছে কিন্তু নলাত পৰি শিশুৰ মৃত্যু অসহনীয়

  • @MaoBourah
    @MaoBourah 27 วันที่ผ่านมา

    Bijulik VOTE desil who nijuli hudok hemont

  • @MaoBourah
    @MaoBourah 27 วันที่ผ่านมา

    Kam nai morkho mp cm

  • @DharmendraHazarika-hs4nm
    @DharmendraHazarika-hs4nm 27 วันที่ผ่านมา

    😭🥺😫

  • @user-tf5yo1zh9t
    @user-tf5yo1zh9t 27 วันที่ผ่านมา

    Ahesa vl lagesa kinto junmoni ravar ghrt kio nahel........

  • @kangkanboro1288
    @kangkanboro1288 27 วันที่ผ่านมา

    Himanto kill koranai o baba

  • @bikashbaniah7124
    @bikashbaniah7124 27 วันที่ผ่านมา

    Manoh bilakr mathat mal nai neki tate ji eman halla kori ase..